TALKSHOWৰ মাজতে ব্যক্তিগত আক্ৰমণ ৰূপজ্যোতি কুৰ্মী-শৃংখল চলিহাৰ

Sdílet
Vložit
  • čas přidán 8. 07. 2021
  • ▶️ NKTVৰ ষ্টুডিঅ'ত অভাৱনীয় পৰিৱেশ
    ▶️ TALKSHOWৰ মাজতে ব্যক্তিগত আক্ৰমণ ৰূপজ্যোতি কুৰ্মী-শৃংখল চলিহাৰ
    ▶️ কোনে কাক 'পাগল' আখ্যা দিলে?
  • Zábava

Komentáře • 3,5K

  • @hungryboys4057
    @hungryboys4057 Před 3 lety +50

    ৰূপজ্যোতি কুৰ্মী য়ে কাৰো কথা নুশুনে এনে আবুল তাবুল বকি আছে তেওঁ এজন প্ৰকৃত মানসিক ৰোগী।

    • @bkp9774
      @bkp9774 Před měsícem

      ইহঁতক বৃটিছে টঙনীয়াই তঙনীয়াই অসমলৈ আনিছিল চাহ পাট চিঙিবলৈ।

    • @user-ko8pk8fr6q
      @user-ko8pk8fr6q Před 20 dny +1

      R..kurmi azon janowar

    • @SuperTechnicalInfo25
      @SuperTechnicalInfo25 Před hodinou +1

      ​@@bkp9774 Don't talk like nonsense I hate Rupjyoti Kurmi who are you to talk about Adivashi .

  • @godabinashmda3603
    @godabinashmda3603 Před 3 lety +72

    চিংশল চলিহা 🤘🤘👍👍👍👍 ৰুপজ্যোতি কুৰমি পাগল হ'ল বি.জে.পি ত গৈ,, আগতে থিক আছিল কিন্তু এতিয়া আমিও সমৰ্থন নকৰোঁ

  • @monjitboruah8401
    @monjitboruah8401 Před 3 měsíci +23

    2024ত কোনে কোনে চাই আছা 👍

  • @user-ll9zc1fk3y
    @user-ll9zc1fk3y Před 28 dny +5

    Rupjyoti তোক একে ঘাপে কাতিম গিদাখোৱা

  • @duluborah1525
    @duluborah1525 Před 3 lety +211

    আশা কৰো মৰিয়নিবাসী ৰাইজে এজন জ্ঞানী ,ভদ্ৰ আৰু দূৰদৰ্শী ব্যক্তিক বাচনি কৰিব ।

    • @mrinmoybarman6133
      @mrinmoybarman6133 Před 3 lety +6

      Aajir raajnitit gyaani, bhodro aaru bhaal maanuhor sthaan naai.

    • @MusicBeats_
      @MusicBeats_ Před 3 lety +1

      @@mrinmoybarman6133 heye tu India t development r namaot comedy hoi ase

    • @bhesojbaruah8725
      @bhesojbaruah8725 Před 3 lety +2

      হয়
      তেনেকুৱা হলেহে ভাল হব পাৰে কিন্তু এজন ও দেখা পোৱা নাই এতিয়ালৈকে ।

    • @greenplanetraaj9024
      @greenplanetraaj9024 Před 4 měsíci

      Like Rupjyoti Kurmi

    • @RajaAllie
      @RajaAllie Před 29 dny

      ​@@mrinmoybarman6133Aaq

  • @mozahidurrahman4140
    @mozahidurrahman4140 Před 3 lety +324

    ৰূপজ্যোতি দাক আগতে ভাল পাইছিলো কিন্তু এতিয়া তেঁওক ভাল নাপাওঁ। দাইৰেক কথা। কাৰণ তেওঁ ডলাৰ বগৰী 👍👍

    • @axom..tezpur3975
      @axom..tezpur3975 Před 3 lety +9

      Yes bro

    • @ARUNKALITA
      @ARUNKALITA Před 3 lety +5

      Bjp jikibo...

    • @mousumibhattacharjee8710
      @mousumibhattacharjee8710 Před 3 lety +2

      ৰাজনীতি কি বোজা নাই নেকি আজিলৈকে ? ৰাজনীতিত পাৰ্টি বেলেগ বেলেগ, মানুহ একেই জনেই থাকেই।
      উপমা দিবলৈ গলে- তুমি আজি বেলেগ কাপোৰ আৰু কাইলৈ বেলেগ কাপোৰ পিন্ধিলে তুমি বেলেগ হৈ নোযোৱা ।

    • @mozahidurrahman4140
      @mozahidurrahman4140 Před 3 lety +2

      @@mousumibhattacharjee8710 ৰাইজ নীতি কৰি কৰি অসমখন শেষ কৰি পেলালে। আৰু কি কৰিব বাকী আছে।

    • @pulinshyam4750
      @pulinshyam4750 Před 3 lety +3

      Mur monor kotha kole apuni..

  • @user-ys6vz8gb6k
    @user-ys6vz8gb6k Před 3 lety +22

    ৰূপজ্যোতি ক জেগাত দিলে শৃংখল দাই অখিল দা জিন্দাবাদ

  • @debasishbhuyan3217
    @debasishbhuyan3217 Před 3 lety +35

    অহংকাৰেই যে পতনৰ মূল... তাৰ এক জ্বলন্ত উদাহৰন হ'বলৈ গৈ আছে # Rupjyoti Kurmi.

  • @axomafridi7758
    @axomafridi7758 Před 3 lety +355

    কমেণ্ট পঢ়িব অহা সকল অলপ সময় বহিব চাহ আৰু বিস্কুটৰ ব্যৱস্থা কৰা হৈছে🥱

  • @monigogoi8157
    @monigogoi8157 Před 3 lety +21

    মজা লাগিলে।ধন্যবাদ NKTV ,👌👌👌

  • @hemantabhuyan8044
    @hemantabhuyan8044 Před 4 měsíci +7

    এই জন ৰাইজৰেই প্ৰতিনিধি নেকি? মৰিয়নি ৰ ৰাইজে এনেকুৱা জন প্ৰতিনিধি আশা কৰা উচিত নে?

  • @jaychankarboro4439
    @jaychankarboro4439 Před 3 lety +6

    I have enjoined the talk. It is just মাৰা মাৰি with হুলাবাৰি at নলবাৰি ।

  • @dailyliferefreshment711
    @dailyliferefreshment711 Před 3 lety +56

    এইয়া নৱ প্ৰজন্মৰ বাবে আদৰ্শ নে বাৰু ।।।
    এইদৰে Talk Show হোৱা উচিত নহয়......

  • @pranabjyotikalita4584
    @pranabjyotikalita4584 Před 3 lety +45

    ৰূপজ্যোতি কুৰ্মী ক আৰু দিব লাগিছিল।

  • @realhero5657
    @realhero5657 Před 4 měsíci +5

    মৰিয়ণিৰ অন্ধ ভক্ত সকলৰ বিধায়ক ৰূপ কৰ্মী 😅

  • @bibhadas5050
    @bibhadas5050 Před 5 měsíci +5

    যিমান চিঞৰিছে ৰূপজ্যোতি মুৰ্চা যাব এতিয়া ।

  • @ridipsaikia2727
    @ridipsaikia2727 Před 3 lety +185

    ৰূপজ্যোতিক আগতে ভাল লাগিছিল । কিন্তু এতিয়া হাঁহি উঠে তেওঁৰ কথা শুনি 😂😂😂নাটক কৰিব পাৰিব তেওঁ ভ্ৰাম্যমান থিয়েটাৰত ।

    • @AtiqueIslamOfficial
      @AtiqueIslamOfficial Před 3 lety

      নাটক কৰিছে youtube ত search কৰিলে পাব

    • @ridipsaikia2727
      @ridipsaikia2727 Před 3 lety

      @@AtiqueIslamOfficial উমম.,ভাওঁনা কৰে বুলি গম পাওঁ ।

    • @khirensharma8666
      @khirensharma8666 Před 3 lety +1

      এ বে বেবে কব পাৰিব ছাগলীটো

    • @amritgogoi62
      @amritgogoi62 Před 3 lety +1

      Hosai

    • @majulianamika3530
      @majulianamika3530 Před 3 lety +1

      ঠিকে কৈছে👌👌👌👌

  • @jintugogoi5699
    @jintugogoi5699 Před 3 lety +57

    প্ৰথম অৱস্থাত মই কুকুৰে ভুকিছে বুলি ভাবিছিলো

  • @prasenjitchakravarty5070
    @prasenjitchakravarty5070 Před 3 lety +6

    I used to think that among 126 MLAs of Assam, Rupjyoti da was the best man by heart and he was honest. But after his joining BJP, I understood that he is also a selfish politician who is ignoring the verdict of the people of his constituency. He himself once said in a video that he would not provoked by any means but it is clear that he has compromised somewhere. Very sad to see such changes. Srinkhal is a good leader and we have some expectations from him in future. But leaders should be calm & polite and not short tempered like him.

  • @dilnap2759
    @dilnap2759 Před 3 lety +41

    ৰূপজ্যোতিৰ মগজুত Apps Installed হৈছে নতুনকৈ।

  • @pulumonidas5201
    @pulumonidas5201 Před 3 lety +369

    ৰূপজ্যোতি নিজৰ পৰিচয়
    ৰাইজক দেখাই দিলে ।
    মানসিক ৰোগৰ এজন
    বিধায়ক আছিল ।

    • @elchapo7720
      @elchapo7720 Před 3 lety +4

      Madam mental bidhayok jon aan ajon asil ni... A.G. 😝😝😝

    • @tikhortheassameseboy8436
      @tikhortheassameseboy8436 Před 3 lety +20

      মানসিক ৰোগীক 4 বাৰ কৈ ৰাইজে এনেই নাইজিকোৱা বাইদেউ,জাতিৰ কথা কৈ কৈ কোনে সুবিধা লৈ আছে অসমৰ ৰাইজে দেখি আছে

    • @pulumonidas5201
      @pulumonidas5201 Před 3 lety +11

      @@tikhortheassameseboy8436
      ৰূপজ্যোতি কূৰ্মিযে মৰিয়নি
      ৰাইজক ঢুকা দিলে সেই টো
      কি বুলি কোৱা । পালটি
      মাৰিব বুলি ৰাইজে ভোট
      দিয়া নাছিল এইটো ভাল
      কৰিলে জানো

    • @elchapo7720
      @elchapo7720 Před 3 lety +3

      @@pulumonidas5201 By electiont jodi Rupjyoti ticket pai tau ako mandate bisari Mariyani publicr usorot jabo lagibo. Aru jodi tatia ako aebar mandate pai tar mane party change kora karone public khunno nohoi aru jodi hare tatia buja jabo public khunno.
      Dhoka dise ne nai by election resulte kobo. Jika Bidhayok (4th consecative term) ajone resign kori party change kora agot publicr logot kotha napatibo ne ? 4th termr karone jika bidhayok ajon amateur politician nohoi.

    • @tikhortheassameseboy8436
      @tikhortheassameseboy8436 Před 3 lety +7

      @@pulumonidas5201 কি বুলি দিছিল ভোট ,ৰাইজক এতিয়া উন্নয়ন লাগে,ক্ষমতা ৰ ৰাজনীতি কোনেও নিবিচাৰে,শৃংখল চলিহা ধোঁৱা তুলসী ৰ পাত বুলি ভাবিছে নেকি,অখিল গগৈৰ যোৱাকালিৰ মন্ত্যৱ্য শুনি কি কব ,ভণ্ড জাতীয়তাবাদ দেখুৱাই নিজৰ স্বাৰ্থ সিদ্ধি কৰা কোনো মানুহে অসমৰ ৰাইজৰ প্রিয় নহয়

  • @kamanbimal1446
    @kamanbimal1446 Před 3 lety +108

    ৰাম ৰাম এজন বিধায়ক ৰূপে ইমান আবেগ অনুভোতী |যোগ্যতা অৰ্জন বহুত কম দেকুন

  • @Randeep-kb1xh
    @Randeep-kb1xh Před 4 měsíci +4

    শৃংখল চলিহা ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মিক নিৰ্বাচন হৰোৱাৰ পণ লওক অসম বিধান সভা লৈ যোগ্য প্ৰকৃত অসমীয়া সভ্য লোকক বিধায়ক হিচাপে জয় যুক্ত কৰাই আনক ।

  • @shishankusarmah2557
    @shishankusarmah2557 Před 3 lety +10

    Results will tell everything 😂why this people waste their time by self promoting,😂this is the kind of leader's whom we have to follow 😀🙏

  • @user-db3gw6gd8s
    @user-db3gw6gd8s Před 3 lety +44

    যিয়ে নহওঁক আমি দৰ্শকসকলে আমোদ পালো,‌ আমাক এনেদৰে মনোৰঞ্জন কৰা বাবে দুয়োজনকেই ধন্যবাদ জনালো

  • @rajibkamalkantalouson5617
    @rajibkamalkantalouson5617 Před 3 lety +54

    Rup da😁😁😁...আমিও তেজ দিওঁ খালি পাগলৰ দৰে nisoru...

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 Před 5 měsíci +2

    শৃংখল চলীহা দাদা আপুনী জয় হ'ব আমাৰ আশিৰ্বাদ থাকিল জয় আই অসম 💪🏾 💪🏾 💪🏾 আৰু ৰূপজ্যোতি কুৰ্মী পাগলৰ নিচিনা বকি আছে😂😂😂

  • @arupsonowalsaikelvlog6549

    👍👍rupjyoti kurmi ru singkhol solihar toroko protijugita khon sai mojaaa lagil👍👍next ru 1khon eneykuwa torko protijugita saboley bisaru👍👍

  • @palashmonidutta8638
    @palashmonidutta8638 Před 3 lety +118

    আজি ওচৰত থকা হলে দুয়ো দুয়োৰে মাজত তুমুল যুদ্ধ হল হয়

  • @bimalfc5129
    @bimalfc5129 Před 3 lety +116

    তাৰমানে দুয়োকে কাজিয়া কৰিব দি অনুপন চক্ৰৱতী দাঙৰীয়াই চাই আছে দেখো....

  • @rcbaxom6296
    @rcbaxom6296 Před 3 lety +12

    Outstanding fight 🔥🔥🔥

  • @bikantadey7853
    @bikantadey7853 Před 3 lety +6

    Rupjyoti: Mur beleg show ase🤣🤣

  • @abubakkarsiddique4180
    @abubakkarsiddique4180 Před 3 lety +34

    শৃংখল চলিহা ধন্যবাদ 👍👍👍

  • @kalpajyotitravelassam3252
    @kalpajyotitravelassam3252 Před 3 lety +12

    ধুনীয়া শ্ব আয়োজন কৰিছে অসমবাসীক বহুমূলীয়া বিনামূলীয়া জ্ঞান দিছে।ধন্যবাদ।

  • @ataburstar530
    @ataburstar530 Před 2 lety +4

    I love you sinkhal soliha.

  • @kishorkumar-indian4982
    @kishorkumar-indian4982 Před 3 lety +15

    অহংকাৰে অধপতন। উদাহৰণ স্বৰূপে আংগুৰলতা

  • @asanulhoque3442
    @asanulhoque3442 Před 3 lety +81

    ৰূপজ্যোতি এইবাৰ হাৰিব

  • @dharmeswarsarmah6298
    @dharmeswarsarmah6298 Před 3 lety +121

    সচায়ে ৰূপজ্যোতি কুম্মীএজন অসভ্য ব্যক্তি এইজনক যদি মৰিয়নি বাসীৰ ৰাইজে ভোট দি জিকাই তেতিয়া বুজি পাম যে মৰিয়নিত মগজু থকা মানুহৰ অভাব। ৰূপজ্যোতি আচলতে জন্ম গত ভাবে অসভ্য। সভ্য সমাজত বাস কৰা কোনো ব্যক্তিয়ে জনপ্ৰতিনিধি হিচাপে নিবিচাৰে।ই আচলতে শিয়ালৰ দলৰ প্ৰতিনিধি হোৱাৰ যোগ্য।এই জনক কোনো ৰাজনৈতিক দলে প্ৰাৰ্থী ত্ত্ব দি মৰিয়নি সমষ্টিৰ শিক্ষিত লোকসকলক অপমান নকৰিবলৈ অনুৰোধ জনালোঁ।

    • @ratulsaikia237
      @ratulsaikia237 Před 3 lety +3

      Rupjoyti hosai ata mosta pagle homosti raije laj kora ujit

    • @sanghamitrahazarika9585
      @sanghamitrahazarika9585 Před 3 lety

      মৰিয়ণীত কেইজন পেলেৰ জন্ম দিলে হয় কুৰমী,আপুনিহে তেজ দিছে ,কামৰ খতিয়ান নিদিব,ৰাইজে বিচাৰ কৰিব,

    • @anukulkalita1605
      @anukulkalita1605 Před 4 měsíci

      Right

  • @rubilaskar8874
    @rubilaskar8874 Před 27 dny +1

    ৰূপজ্যোতি যদি আকৌ জয়ী হয় তেতিয়া ভাৱিম মৰীয়নীৰ ভোটাৰ সকল ৰূপজ্যোতিতকৈ ওপৰ লেবেলৰ পাগল হব লাগিব ।

  • @amarjoytidas8141
    @amarjoytidas8141 Před 5 měsíci +2

    ওলাই দিয়ক।

  • @manashpratimassam8879
    @manashpratimassam8879 Před 3 lety +433

    ভ্ৰাম্যমাণ থিয়েটাৰ চাই থকা যেন লাগিছে😄😄😄😄

  • @sanjibgogoi3054
    @sanjibgogoi3054 Před 3 lety +106

    ইমান উত্তেজিত ইমান উগ্ৰ হ'লে যদি মন্ত্ৰী ক্ষমতা পালে কি হব ।

    • @chandangogoi4526
      @chandangogoi4526 Před 3 lety +2

      Amar problem Amie solv koribo lagibo kunu singkhol soliha n rupjuti kurmie nokore

  • @paponbhowmick6592
    @paponbhowmick6592 Před 3 lety +2

    Moi Mariani pora koisu ...Rupjyoti Sir we are always with you

  • @digantadeka7201
    @digantadeka7201 Před 6 měsíci +7

    2024 t akou salo 😂😂😂😂mozza lagil😂😂

  • @gogoiassam1235
    @gogoiassam1235 Před 3 lety +49

    ৰূপজ্যোতি কূৰ্মী এইবাৰ হাৰিলে অহংকাৰ নাইকীয়া হব ।।
    সেইবাবে উপনিৰ্বাচনত এইবাৰ কূৰ্মী হৰাতো অতি প্ৰয়োজন

    • @RaijulIslam-bu2ru
      @RaijulIslam-bu2ru Před 5 měsíci

      Labouror jonohoinkhya besi je😂

    • @pgcreation4658
      @pgcreation4658 Před 4 měsíci

      ​@@RaijulIslam-bu2ruMiya nki toi😅

    • @RaijulIslam-bu2ru
      @RaijulIslam-bu2ru Před 4 měsíci

      @@pgcreation4658 britishe 500 labour anisile etiya tohotor jonohoinkhya 1 cr

  • @bidishabharali5153
    @bidishabharali5153 Před 3 lety +63

    এই জন বিধায়ক নে🤣🤣 এখেতক নীতি শিক্ষা প্ৰয়োজন।

  • @AnuragBora-wx9zk
    @AnuragBora-wx9zk Před 3 měsíci +2

    মৰিয়নি সমষ্টিত ভদ্ৰ মানুহৰ অভাব যেন পাও

  • @kamalkalita338
    @kamalkalita338 Před 5 měsíci +2

    ৰূপজ্যোতি কুৰ্মী পাগল হৈছে পাগেলা ফাটেকত থব লাগে । নহলে কোনোবাক কামুৰিব ।।

  • @hirakjyotideori8002
    @hirakjyotideori8002 Před 3 lety +132

    3:24 অনুপময়ে ধুনীয়াকে কাজিয়াখন লগাই দিলে 😂😂

  • @anuradhadas5494
    @anuradhadas5494 Před 3 lety +76

    নিলাজ বিলাক আৰু কিমান তললৈ নামিব ৰূপ নামৰ কালিকা তো।

  • @sanjoyopswelofficial4976
    @sanjoyopswelofficial4976 Před 3 lety +2

    ummmm *mZaa* news hole anekua hbo lage....💪

  • @himalayanridersre8275
    @himalayanridersre8275 Před 3 lety +4

    "আপুনি বিৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সভাপতিৰ সৈতে কথা পাতি আছে"😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😆okay ককাইদেউ

  • @sketchersammyy1342
    @sketchersammyy1342 Před 3 lety +82

    এইয়াই আমাৰ অসমৰ বিধায়ক 👏👏

    • @realhero5657
      @realhero5657 Před 4 měsíci +4

      মৰিয়ণিৰ অন্ধ ভক্ত সকলৰ বিধায়ক ।

    • @user-jc9iv7cw2d
      @user-jc9iv7cw2d Před 3 měsíci

      অসমৰ নহয়। অসমৰ ভিতৰত মৰিয়ণীৰ বিধায়ক হে হ'ব বুলি ঘোষণা কৰা 😊❤❤

    • @sketchersammyy1342
      @sketchersammyy1342 Před 3 měsíci

      @@user-jc9iv7cw2d হয়,হয়।

  • @santoshborah6757
    @santoshborah6757 Před 3 lety +59

    এটাও কম নহয় । দুই সমান । এনে অনুষ্ঠান নকৰিব অসমৰ গৌৰৱ হেৰাব ।

  • @dilipmahanta8479
    @dilipmahanta8479 Před 3 lety +4

    বহু তথাকথিত নেতাৰ একো বিষয়ৰ ওপৰত একো গিয়ান নাই।অসয়ভালি বেছি।অসমীয়া সংস্কৃতিৰ অঙশীদাৰ নহয়।

  • @ankurtamuly6595
    @ankurtamuly6595 Před 3 lety +3

    Singkhol soliha main....❤️

  • @deepjyotih37
    @deepjyotih37 Před 3 lety +67

    চাৰি বাৰ বিধায়ক হ'ল
    কিন্তু কেনেকৈ কথা কব লাগে তাকো নাজানে,,😆😂🙏

  • @girindasarmah8003
    @girindasarmah8003 Před 3 lety +21

    কোনো এজন ধোৱা তুলসী পাত নহয় সকলোবোৰ একে সকলো বোৰ একেই

  • @mustafachoudhury3565
    @mustafachoudhury3565 Před 3 lety +54

    6 বাৰ গৌতম ৰায় এম এল এ হৈ তেও হাৰিব লগা হৈছিল আপনি মাতো চাৰিবাৰ।

  • @kbaruahao4604
    @kbaruahao4604 Před 3 lety +61

    ৰূপজ্যোতি কুমী এজন পাগল।

  • @nature6576
    @nature6576 Před 3 lety +3

    আধা পাগল ৰূপজ্যোতি ।।ভয় খাইছে।

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr Před 23 dny

    Aie buraine rajnoitik natene xuni laj lagise anekua netak raije punar bhut dibane janata hajag hauk❤❤❤❤

  • @dipaliboruahbhuyan6237
    @dipaliboruahbhuyan6237 Před 3 lety +45

    এনেধৰণৰ talk show মই ভাল নাপাওঁ, এফালে উচুতাই আনফালে দুকুৰা দপ্ দপিয়া জুই 😄uff 😄😄

  • @siddiqueahmed8755
    @siddiqueahmed8755 Před 3 lety +112

    ৰুপজুতি কুৰমি,,,,, পাৰিলে এপাক তেজপুৰলৈ আহি,,😇😄,,

    • @riktimchowdhury5337
      @riktimchowdhury5337 Před 3 lety +3

      ৰূপজ্যোতি কুৰ্মি তেখেতৰ নামটো। আৰু Ki hol tezpur ahile ki hbo...kot thaka tumi tezpurr..

    • @ranujpanging9243
      @ranujpanging9243 Před 3 lety

      Rupjyuti ye log dound tespur jabo pora nai .himan nisiringobo.apuni saribar m l oleou srikol da oman gyan nai. Apuni nepung gor.aru srikoda dakun abaru utai nai kanekoi jikibo .kurmiye bom bukise

    • @ranjankurmi4771
      @ranjankurmi4771 Před 3 lety +3

      Tezpur আহিলে কি হব Tezpur ৰূপজ্যোতিৰ কুৰ্মিৰ লগত সকলো আছে ,
      Rupjoyti kurmi ক Open ভাবকি দিব বিছাৰ নেকি.......

    • @ritukonwar9152
      @ritukonwar9152 Před 3 lety +7

      @@ranjankurmi4771 ককায়েৰ যেন পাইছো তোৰ..এখানে তোৰ দাদা গেছি😂😂

  • @romizuddin5557
    @romizuddin5557 Před 3 měsíci +1

    কুৰ্মি ডাঙৰীয়া আপুনি এজন জেষ্ঠ বিধায়ক হিচাপে, আপুনি আপোনাৰ কথা কোৱাৰ মানসিকতা হেৰাই পেলাইছে,,, ধিক্কাৰ জনালোঁ আপোনাক!!

  • @indratayegam9059
    @indratayegam9059 Před 3 lety +2

    মাক MLA হোৱাৰ বাবেই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া MLA হৈছে যেন লাগিছে । কাৰণ ৰাইজৰ প্ৰতিনিধি হ'লে কথা বতৰা বোৰ অলপ ভদ্ৰ হব লাগে। আমি কেতিয়াও পাহৰিব নালাগে যে অহংকাৰেই পতনৰ মূল কাৰণ । আৰু এনেধৰণৰ দল বাগৰা নীতি আদৰ্শ নোহোৱা নেতাবোৰ অতি সোনকালেই সমাজৰ পৰা নাইকিয়া হৈ যায় - এইটো কথা ইতিহাসে কয় । জয় আই অসম । CAA আমি নামানো .....🙏🏻

  • @kalpajyotiborah6130
    @kalpajyotiborah6130 Před 3 lety +73

    সকলো এক হওক এইজন অভদ্ৰ মানুহক হৰুৱাক

  • @dhrubikadeka4417
    @dhrubikadeka4417 Před 3 lety +56

    ৰূপজ্যোতি চিঞৰি থকা হে শুনা গল। ৰূপজ্যোতি ৰ ডিঙি টো চাগে ফালিছে।

  • @sandhyaranidas41
    @sandhyaranidas41 Před 3 lety +2

    এনেকুৱা talk show নকৰিলে ভাল হয় ।

  • @mriduexplain2003
    @mriduexplain2003 Před 5 měsíci +1

    ৰূপজ্যোতি কুৰমিক comment এটা নিদিয়াকৈ থাকিব নোৱাৰি , এজন বিধায়ক ৰূপজ্যোতি ‍কুৰমি কিমান উচ্চমানৰ জ্ঞান আছে সেয়া আৰু ভালকৈ কব নালাগে ইমান নিম্ন মানৰ মানুহে কেনেকৈ বিধায়ক হল সেইটো কিন্তু ভাবিব সময় হল

  • @kandarpakeot7670
    @kandarpakeot7670 Před 3 lety +75

    শালীনতা বজাই যুক্তিসংগত ভাবে আলোচনাবোৰ হলে ভাল । উত্তেজিত হলে বুদ্ধি ভ্ৰষ্ট হয় ।

  • @khirensharma8666
    @khirensharma8666 Před 3 lety +49

    Tarun gogoi 3 bar cm hoi u aneke siora nasil rupjyoti a 4 bar MLA hoi jiman siorise

  • @apurbagogoi2576
    @apurbagogoi2576 Před 3 lety +4

    ভাল হাঁহিলো দিয়ক😂😂

  • @dhantupegu9867
    @dhantupegu9867 Před 2 lety

    Outstanding fight 🔥♥️🤛

  • @bhaskarkalita2777
    @bhaskarkalita2777 Před 3 lety +34

    কʼৰোণা কাৰণে থিয়েটাৰ বহুত দিন চাবলৈ পোৱা নাই যদিওঁ আপোনালোকে দুয়োজনে কৰা খিনি থিয়েটাৰ দেখা পালোঁ

  • @geetalibasumatary6328
    @geetalibasumatary6328 Před 3 lety +72

    মৰিয়নিৰ মানুহে চাই ল‌ওক কেনেকোৱা মানুহক তেখেতলোকে বিধায়ক বনাইছে🤣🤣

    • @bolingogoi1268
      @bolingogoi1268 Před 3 lety +1

      তুমি তেনেকে নকবা তুমি কোন

    • @mohanthengal6898
      @mohanthengal6898 Před 3 lety

      Tumi ki morioni manuhok hahisa neki tumi morionir. Bikhoya kiba jana neki

  • @mahendrabordoloi_
    @mahendrabordoloi_ Před 5 měsíci +1

    এই বিলাক নতুন কথা নহয়। আজিৰ দিনত সাধাৰণ কথা।

  • @rmb1689
    @rmb1689 Před 3 lety +1

    কাজিয়াখন ভাল লাগিল একেবাৰে গাওঁত হোৱা দৰে

  • @mendisbapu8450
    @mendisbapu8450 Před 3 lety +50

    4 bar MLA
    aponi God hol neki

  • @kulamongohain1977
    @kulamongohain1977 Před 3 lety +94

    দাদা আপুনি অসমত ৰূপজ্যোতি কুৰ্মী নামৰ কমেডি শ্ব' এটা খুলি লৱ পাৰে তামাম চলিব 😌 আপুনি কি কয় ! আমিও হাহি থাকিব পাম 🤓

  • @ramdhenudhunia1507
    @ramdhenudhunia1507 Před 3 lety +1

    Srinkhal saliha r dom ase manuh janar. Anekua neta hob lage. I like this man.

  • @jdsharma4988
    @jdsharma4988 Před 3 lety

    I like rupjyoti da.... He is the man who always give support his constituency

  • @bidyutbikashhatiboruah613
    @bidyutbikashhatiboruah613 Před 3 lety +23

    ই সচাঁ কে এটা পাগল দেই।

  • @mustakalom9366
    @mustakalom9366 Před 3 lety +26

    Shrinkhol soliha r kotha bilak bohut val lagil da joy ai axom

  • @durlovgogoi2822
    @durlovgogoi2822 Před měsícem +1

    বিয়াৰ চিঠি হিমন্ত ৰ পৰা লোৱাটোহে। লাজ লাগে

  • @hridoyjdas7528
    @hridoyjdas7528 Před 3 lety +1

    আমাৰ ধনু মেইন৷

  • @borahbipul3595
    @borahbipul3595 Před 3 lety +254

    ৰূপজ্যোতি ৰ মানসিক চিকিৎসা প্ৰয়োজন আছে ই সছা পাগল

    • @HindutwaKattar
      @HindutwaKattar Před 3 lety +14

      Aakhil Gogoi aru sringhal misoliyak Tezpur mental hospital t bhorti koribo lge

    • @mohanandabagree4658
      @mohanandabagree4658 Před 3 lety +6

      Akhil Gogoi aru Singkhal Chaliha ai deutak jail ot bhorai khub pitiboo lage . Ai ketai ahom khon barbad koriley . Ai bilak hol sanda party .

    • @mitumedhi4429
      @mitumedhi4429 Před 3 lety +8

      @@HindutwaKattar Bixekh Pryujon Apunak Nibo Lage neki

    • @silentboy287
      @silentboy287 Před 3 lety +15

      বেলেগক নিব পয়োজন কি।।। তহঁতক নিব লাগে।।।। mental hospital 😃😃😁😁😄😄অখিল গগৈ জিন্দাবাদ ✊✊✊✊✊✊

    • @namalhazrika4699
      @namalhazrika4699 Před 3 lety +1

      Jatir sarthat teulook dutai nahoy rajniti jikibr karane jatir katha koi karma hangsthapon napai jatir katha koi rajniti kari jibikar ata bitti

  • @amirulofficialyt2827
    @amirulofficialyt2827 Před 3 lety +76

    ৰূপজ্যোতি কুৰ্মীয়ে ৰূপ সলাই এতিয়া ভাওনা কৰি ফুৰিছে।চকুৰ পৰা পানি ওলাই বানপানী হব

    • @mired1364
      @mired1364 Před 3 lety

      BJP r paani lole Rupjyoti

  • @hritizgogoi3739
    @hritizgogoi3739 Před 4 měsíci

    this is the best video on CZcams

  • @ankurkochkoch2858
    @ankurkochkoch2858 Před 5 měsíci +1

    তেও নগাৰ কাৰনে পলোৱা নাছিল, তেওঁ কয়লা গাড়ীৰ পৰা পইচা চান্দা তুলিব গৈছিল ছাগে , সেইয়ে খেদন খালে

  • @miraxad7489
    @miraxad7489 Před 3 lety +76

    ৰূপজ্যোতি কুৰ্মীৰ মুৰত কিবা হৈছে নেকি? 🤣🤣🤣🤣

  • @monujgogoi6919
    @monujgogoi6919 Před 3 lety +44

    ভবিষ্যতে এইজন যদি মুখ্যমন্ত্ৰী হয় কি হব অসম আৰু অসমীয়া ৰ।
    এবাৰ এনে ভাবি চাওক।দিনতে আন্ধাৰ আন্ধাৰ লাগিব।

  • @shresthasen3606
    @shresthasen3606 Před 3 lety +5

    😂😂😂😂😂
    These people contest elections n we are bound to choose in between them🤣🤣🤣🤣

  • @asifislam9023
    @asifislam9023 Před 3 lety

    Epic fight🤘🤘🤘

  • @jitu903
    @jitu903 Před 3 lety +49

    নগাই ২টা গুলিয়াওতে পলাই অহা মানুহ 😂😂😂

    • @Randomtravel1751
      @Randomtravel1751 Před 3 lety

      🤣🤣

    • @utpaldas1642
      @utpaldas1642 Před 3 lety +3

      Nplai mrilehe HB aru n

    • @gamingchannel1939
      @gamingchannel1939 Před 3 lety +2

      Apune keyta gulit poluwa manuh

    • @bharatsondip4110
      @bharatsondip4110 Před 3 lety +1

      নগাঁই গুলীয়ালে হেংদাং উলিওয়া জনে ৰাজপথত যে পিঠিত কোব খাইছিল 😂😂😂

    • @bijitdutta891
      @bijitdutta891 Před měsícem

      😅​@@gamingchannel1939

  • @terimerikahani1484
    @terimerikahani1484 Před 3 lety +9

    এইবাৰ ৰূপজ্যোতি দেখা যাব তোক। অসমীয়া এক গোট হব লাগিব

    • @anjandas6207
      @anjandas6207 Před 3 lety +1

      Aagote nije axomiya hoi lo, ajmol aaru, Akhil Ali r logot log hoi, axomiya k ek got hobo upodexh dibo nalage

    • @sanjalivlogs3190
      @sanjalivlogs3190 Před 3 lety

      Ghenta khatir nokoru

  • @deepjyoti5917
    @deepjyoti5917 Před 3 lety +12

    বীৰ লাচিত সেনা জিন্দাবাদ 🔥❤️❤️

    • @TumanPhukan-ti5jp
      @TumanPhukan-ti5jp Před 4 měsíci

      জয় আই অসম ✊✊✊✊ বীৰ লাচিত সেনা অসম ✊✊✊

  • @AjCreation11
    @AjCreation11 Před 2 měsíci

    Srikhal Da...mojja 🔥🔥🔥

  • @alukjyotitipsvlog497
    @alukjyotitipsvlog497 Před 3 lety +28

    ৰূপজুতিয়ে টেঙা খালে নেমুটেঙা মাতটো ফাতিছে 🤣🤣😂😂

  • @manasvlog6406
    @manasvlog6406 Před 3 lety +39

    Nogae duta guli futaute polal buli diya dialogtu kar kar val lagil.

    • @tmgblaster6453
      @tmgblaster6453 Před 3 lety +1

      Moi o

    • @deviddas9511
      @deviddas9511 Před 3 lety +4

      এইটো সকলোতকৈ ফতুৱা ডাইলগ যেন লাগিল। কাৰণ তেওঁ পলাই অহা নাছিল প্ৰথম কথা।এজন এম এল এ ক প্ৰশাসনে তেনেকুৱা পৰিস্থিতিত কেতিয়াও আগবাঢ়িব নিদিয়ে। আৰু তেনেকুৱা ঘটনা তাত এইটো প্ৰথম নহয়। তথাপি সকলোবোৰ জানিও বুজিও বা তেনেকুৱা ঘটনাৰ নিশ্চিত মূখামুখি হ'ব বুলি গম পায়ো বিধায়ক জনে অফিচত বহি থাকি নিৰ্দেশ নিদি ব ৰাস্তাৰ পৰা আমাৰ হেংদাং আছে অমুক আছে তমুক আছে বুলি নিচিঞৰি আগত গৈছিল। আৰু গুলী কোনেও বুকু পাতি ল'ব নিবিচাৰে। ইমান সাহস থকা হ'লে শৃংখল চলিহাই তাত গ'ল হেঁতেন এতিয়া ষ্টুডিঅ'ত বহি হেংদাং ৰ কথা কৈ লাভ নাই।সি হেংদাং লোৱা আজিলৈকে কোনেও দেখাও নাই। যোৱাবাৰ তাক কোনোবা দৰে গতিয়াই গতিয়াই ৰাস্তাত খেদা নিউজত দেখুৱাইছিল। কিন্তু বিধায়ক হক দলৰ নেতা হক তেনেকৈ অনুষ্ঠানত আহি হাল্লা কৰাতো ভাল কথা নহয়।

    • @manasvlog6406
      @manasvlog6406 Před 3 lety +1

      Aietu video meme hisape luwatu hothik jen paisu karon eyar pora kuneu aku gyan ahoron koribo nuware jeneke pagolor dore siorise.

    • @deviddas9511
      @deviddas9511 Před 3 lety

      @@manasvlog6406 সচাঁ কথা। দুয়োজনে জনপ্ৰতিনিধি। ৰাজনৈতিক ভাৱে হক বা অৰাজনৈতিক ভাবে হক।