চন্দ্ৰবাবুয়ে হাত মিলালে কংগ্ৰেছৰ সৈতে। ভাঙিব নেকি NDAৰ চৰকাৰ?
Vložit
- čas přidán 5. 07. 2024
- প্ৰথমতে চিঠি, তাৰ পাছত ৰুদ্ধদ্বাৰ বৈঠকত বহিল চন্দ্ৰবাবু। ভাঙিব নেকি NDAৰ চৰকাৰ? চন্দ্ৰবাবুয়ে হাত মিলালে কংগ্ৰেছৰ সৈতে
#nbnews #nbnewsdigital #Congress #NDA #ChandrababuNaidu
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
জনতাৰ বাবে বৰ ভাল খবৰ
2:19 2:21 2:22 2:24
Very very good news
অতনু দা আপোনাৰ কি হ’ব ? হিমন্তও উৰিব নেকি অসমত তেনেকৈ নিউজ এটা বনাব পাৰিবনে ?
Good news
বিৰোধীৰ কাৰণে বহুত ভাল খবৰ হয়
Very good news
অন্ধ ভক্ত বিলাক আৰু চুয়া চেলাকা বিলাকৰ গা জলিব এতিয়া
Khata khat bhakto xokolar bhal din aahi gol aru gaat borof paribo
😅😊😅😅😅 mozzzzsza
ৰৌটোতে ঢৌটো,
ফটাকানি তৌটো...
অন্ধপ্ৰদেশ আৰু তেলেংগানা দুভাগ হোৱাৰ পিছত দুয়োখন ৰাজ্যৰ মাজত এতিয়াও কিছুমান সমস্যা মিমাংসা হবলৈ এতিয়াও বাকী আছে.. সেই উপলক্ষে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী লগহৈ আলোচনাত মিলিত হৈছে যাতে প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত আলোচনা কৰি সমস্যা বিলাক যাতে সমাধান হয়...৷ আমি অকল তোমালোকৰ নিউজ চেনেল বোৰেই চাওঁ বুলি ভাবিছা নিকি ? চালি জাৰি চাই নিউজ কৰিলে ভাল হয়....
Very good ❤
Congrus Zindabad
তুমি গমেই নোপোৱা নেকি? আগষ্ট বাদ দিয়া,ৰাহুল গান্ধীয়ে June মাহৰ ৯তাৰিখেই দেশৰ প্ৰধান মন্ত্ৰী হ'ল। গৌৰৱ গগৈ গৃহমন্ত্ৰী হ'ল। তেতিয়া তুমি পাকিস্তানত বাতৰি সংগ্ৰহ কৰি আছিলাগৈ চাগৈ?
কংগ্ৰেছে উষ্ম আদৰণি জনোৱাটো স্বাভাৱিক। কংগ্ৰেছৰ কূট-কৌশল ইমানতে শেষ নহয়। ভবিষ্যতেও বিজেপিক শলঠেকত পেলাবলৈ চেষ্টা কৰিয়েই থাকিব। কংগ্ৰেছৰ উদ্দেশ্যে,দেশত সুশাসন কৰা নহয়, বিজেপিক শাসনচ্যূত কৰা। চন্দ্ৰ বাবু নাইডুক প্ৰধান মন্ত্ৰী পদটোকে যাচিছিল। তাকে কয়,' আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা'বুলি। কিন্তু,সেয়া চৰকাৰেই হ'ব নে?' এঘৰতৰ পাট নাদ/এঘৰৰ জৰী।এঘৰে পানী তোলে /ঘটং মটং কৰি।।'
এইবাৰ কঙ্গৰেছ চৰকাৰ আহিলে জনসাধাৰণৰ বাবে ভাল হ'ব যেন অনুভৱ হয়।
জনতাৰ বাবে বৰ ভাল😊
Vary nice
চনদবাবু,নাইডু,ক,বহুত,বহুত,ধননবাদ,কাৰণ,কঙৰেছৰ,লগত,হাত,মিলোৱাৰ,বাবত
Chandra Babu make priminister of India
একো নহয় নায়ডু নাথাকিলেও
Rahul Gandhi zindabad zindabad 👍💯 Rewanta Reddy zindabad 👍 Chandra Babu Naidu zindabad 👍💯 Judega Bharat jeetega INDIA Alliance 👍🌹🙏👍🌹🙏👍
চৰকাৰ যিয়ে নহওঁক। আমাক একো লাভ নিদিয়ে।নিজে কাম কৰি খাব লাগিব। আমাৰ অসমৰ বহুতো ডেকা লৰা ভাল ভাল কৈ পঢ়ি পাছ কৰি কেৰেলা, বেংগলৰ ত কাম কৰি ঘৰ চলাই আছে।😮😮
ভাৰতীয়ৰ বাবে শুভ বাৰ্তা❤❤❤
Good. 😊
Good 👍❤
খুউৱ ভাল খৱৰ।।
Very very good
Congratulations 🎉🎉🎉
Thanks to Chandra Babu Naidu andNitish kr.
Good news 🎉 😢 😅
Very good
Naidu , welcome to congress .
Good. News
কংগ্রেস, বিজেপি যিয়েই নহওক জনসাধাৰণে সকলো সময়তে বিচাৰে এখন সুস্থ সবল তথা সুপৰিকল্পিত ভাবে নেতৃত্ব দিব পৰা এখন সহমতৰ চৰকাৰ।
It's very good news.👍👍👍👍
ভাল কথা। চৰকাৰ কৰিবলৈ দিয়ক। পিছে কিমান দিন?
Tribel manuhar baby good news
Good ❤❤
Ajaw one mam army
Dal me Tu kus kala hai.. 😅😅😅
Vl e hbo.
Chandra babu Naidu mukar lekam naie ,
Rahul Gandhi zindabad
Hole vaal lagib
Very very nice❤❤❤।joy aai assam।
Mozaaaaaa
Moja
Good
Vencer school ar avihap lagill ahi sorkar khanar
এইবোৰ Sudmarning মানুহ re election হলে bjp win হবলৈ😅😅😅😅😅😅😅😅😅😅😅
Well rahul gandhi ❤❤❤
Good 👍
আগ গুৰ নহোৱা ফাল্টু বাতৰি , কাম নাই এইবোৰৰ
🎉🎉❤Good news❤🎉🎉 8:43
এনেই ফটোৱা নিউজ বোৰ দি সাধাৰণ মানুহৰ মাজত মন বিভ্ৰান্তিৰ সৃষ্টি কৰিছে
Veri veri good
Eku nohoi
মিছা নহয়
Very good news for India
Very good news 🙏🙏🙏
Joi modi, joi sree ram
মিছা কথা
চন্দ্রজান3ত জাব 😂😂😂. মোদী 😢
Good step...❤❤❤
Aru kiman din lagibo. Video sabo loike ene news bonuwa hoi neki ?
It's Right💯👍 😵
বিৰাট মজ্জা ৰাহুল গান্ধী 100% সফল
Carnages party zindabad
Misa news
Revañredizindabad
Good news 🎉🎉🎉
Atunu bhuya ki batori bonabo
Bongo Hobo Lage NDA.
Congress Govt. B J P loi jab. B J P t join koribo.
কিটানো ভুঞাঁ দেখা নাই
Kitanu b
Kitaanu bhuiyan aiblak news nokors
Now nda(293) - tdp(16)
Is equal to 277
Good News.... Congressss Zindabaad.
Faulty news bonaire kio cm holds bulk opposition r cm k log koribo buster neki
Tdp jdu natakile nda hobo sarkar
Nothing else
জীয়াৰিক গালি পাৰি বোৱাৰী শাসন কৰাৰ দৰে চান্দ্ৰবাবোৰ খেল যেন অনুমান।
Fake news
Falu news juth no need .
? 😊😊😊
Yeku Hoboloi juwa nai
8500..ruppee khata khat
ফুটুকাৰ ফেন।
Bhal khobor
..biporit parti hle fotu othivo nre nneki. .fix khbr hle kobi .anuman kori ki batori. Kba ahha
L😊
Congress jindabad jindabad jindabad 💪
আপোনালোকৰ আৰু বাতৰি দিবলৈ বিষয় নাই যদি মনে মনে বহি থাকক কিছুমান মিছা কথা প্ৰকাশ কৰি বাতৰি কৰি নাথাকিব। এই বিলাকে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে জিকি যায় নে দেশৰ উন্নীত কৰিবলৈ যায়। আকৌ নিৰ্বাচন হ'লে দেশৰ কিমান অৰ্থনীতি লোকচান হ'ব পাৰে জানেনে
Modi vyapari go back
Tur matha bea hoise niki ,geda ,belegt aku aluchona huwa nai,tohoti portel bure anei bhul boki aso
Rahul❤❤❤
faltu news
BJP go back
Hosa kota palhobo goiase
Aji he pali nki newss to 😂😂
Apuna.lukok.matra.gadi.lage.aru.mia.lage.
মিছা কথা।। দুই ৰাজ্যৰ কিবা বিষয় আলোচনা কৰাটো হাত মিলোৱা কথা নেকি?
নাইডুৱে হাত মিলালে ৰাহুল বা খাৰ্গেৰ লগত হলেহৈ।
Dekh totha jonotar babe vaal khobor.
BJP Hataw