অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী।

Sdílet
Vložit
  • čas přidán 7. 07. 2024
  • অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী। বান সমস্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন একেমুখে বিফল বুলি কোৱাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আহি কথামতেই পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰাৰ আহ্বান সাংসদ গৌৰৱ গগৈৰ। একেদৰে অসমৰ বান পৰিস্থিতিৰ বিষয়ে সদনত সজোৰে উত্থাপন কৰিবলৈ ৰাহুল গান্ধীক আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ। একেদৰে সংবাদমেল সম্বোধন কৰি সৰৱ হ’ল অখিল গগৈ।
    #pratidintime #akhilgogoi #BJP #flood

Komentáře • 33

  • @CharbeshRabha-qk4ye
    @CharbeshRabha-qk4ye Před měsícem +21

    আধুনিক যুগৰ মহম্মদ বিন টগলক বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী -বিধায়ক লগতে মুল কান্দাৰি মুখ্য মন্ত্ৰীয়েই তেনেকুৱা।

  • @ArupDas-qr6qc
    @ArupDas-qr6qc Před měsícem +4

    কংগ্ৰেছ চৰকাৰৰ দিনত বান পানী হোৱা নাছিল নেকি, আমেৰিকাত বান পানী হয় আমাৰ এতেও হয় কাৰ কথা আছিল আৰু বিজেপি ৰিলিফ দি আছে দেখোন চাৰিও পিনে।

  • @DebojitkrboraBora
    @DebojitkrboraBora Před měsícem +8

    অসমৰ ভোটাৰ জনসাধাৰণে ভাল দৰেই মনত ৰাখিব মোদী চাহৰ যোগেদি আমাৰ অসমৰ বানপানীৰ সমস্যাটোৰ সামাধান নহ'ব।। অসমৰ অহঙ্কাৰী নেতা মন্ত্ৰী কেইতা তো কথাই নাই।।

  • @mrmajuli8736
    @mrmajuli8736 Před měsícem +5

    কংগ্ৰেছ দিনত ভেজল মাথাউৰিৰ নিৰ্মাণৰ বাবেই আজি এই পৰিস্থিতি। 1998 চনত ধকুৱাখানা মাতৰমৰাত মাথাউৰি চিগোতে হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ আৰু গৰু ছাগলী হাঁহ কুকুৰাৰ গাহৰি উটি গৈছিল। কিন্ত তাৰ একো সহাজ্য নিদিলে । আনকি জনসাধাৰণৰ নামত ৰিলিফৰ চাউল কেইটাও বিক্ৰী কৰি খাইছিল। সেইয়াই কংগ্ৰেছ।

    • @user-ok6ny8tz3h
      @user-ok6ny8tz3h Před 29 dny

      Hei homoyot himonto kot asil ? Vngst asil eitu moha dalallllllllll

  • @LAfajalLaskar
    @LAfajalLaskar Před 29 dny

    Very very good 👍👍👍

  • @PrijusTalukdar
    @PrijusTalukdar Před 27 dny +1

    A Jorhat jila Shiva God jila Nigam

  • @JoyguruDas-rg2xt
    @JoyguruDas-rg2xt Před 20 dny +1

    😢😢😢😢😢😢😢😢

  • @user-of4yf2pu7w
    @user-of4yf2pu7w Před 26 dny

    Gaurav gogoi👍

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 Před měsícem +2

    Gaurav Gogoi next CM of Assam.

    • @user-uy3jz8oy4n
      @user-uy3jz8oy4n Před 27 dny

      শিয়াল ৰ চি এম হব মাইকী মাছ তো। অ, মাছ জনীহে।

  • @anonymous_assamese4838
    @anonymous_assamese4838 Před měsícem +1

    Rahul Gandhi 🇮🇳❤️

  • @JahirAhmed-u6b
    @JahirAhmed-u6b Před 29 dny

    Right, 🐄🐄

  • @IrfanIlahi-123
    @IrfanIlahi-123 Před 26 dny

    Nice

  • @user-jk5qd4fj1q
    @user-jk5qd4fj1q Před 26 dny

    😢😮😊😊❤❤❤❤

  • @bakulboruah2026
    @bakulboruah2026 Před měsícem +10

    গৌৰৱ গগৈ 2026 ত অসমৰ মূখ‍্যমন্ত্ৰী।দাদা বিগ্ৰেডৰ দম আছে যদি ৰখাই দেখাওঁক।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před 28 dny

    Congress zindabad

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff Před 28 dny

    অসমত 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ

  • @PrijusTalukdar
    @PrijusTalukdar Před 27 dny

    Kendriya mantri ke liye bataya aasan hai

  • @abhijitnath282
    @abhijitnath282 Před 26 dny

    2:17

  • @HrishikeshBaruah-x1j
    @HrishikeshBaruah-x1j Před měsícem

    Aponaloke Rajniti bad diya atiya assamat ban

  • @beria842
    @beria842 Před měsícem

    Tea garden

  • @birenbora4425
    @birenbora4425 Před 26 dny

    cm dangia asomor banpani chabolloi central ministet ajonu aha nai kiya

  • @PrijusTalukdar
    @PrijusTalukdar Před 27 dny

    Aisa kam karna Gaurav Goyal

  • @user-fh7og4tl9q
    @user-fh7og4tl9q Před 28 dny

    Aponi. Paribonoki bjp har 1234 mama har kori dakhw bjp haribo jibonay pabona 👌🇮🇳

  • @user-uy3jz8oy4n
    @user-uy3jz8oy4n Před 27 dny

    ধেৎ শিয়াল ৰ মালিক নিলাজ অমেৰুদণ্ডী শিয়াল কংগ্রেচ মুদ্রা বাদ।

  • @RatanPradhan-h8z
    @RatanPradhan-h8z Před 24 dny

    No

  • @DurgaTimsina-gv7td
    @DurgaTimsina-gv7td Před 27 dny +3

    Bhupen Bora jindabad

  • @user-ok6ny8tz3h
    @user-ok6ny8tz3h Před 29 dny

    Eitu good for nothing cm

  • @pramodkalita6574
    @pramodkalita6574 Před měsícem +2

    বাদ দিয়া হে ...আমেৰিকাতো বান পানী হয়...পাহৰি গৈল নিকি ৰাইজ

  • @manujfootballlife1849
    @manujfootballlife1849 Před 25 dny

    বানপানী BJP kori se nki 😂 kla sudur bhai akhil johora 😂