Dashavatar Nritya ||দশৱতাৰ নৃত্য||খুব সুন্দৰ নৃত্য উপভোগ কৰক।।Abhinab Production New

Sdílet
Vložit
  • čas přidán 5. 07. 2020
  • Dasavatar of Lord Vishnu.
    ____________________________________________________________________
    ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান দহটি অৱতাৰ, যাক কোৱা হয় দশাৱতাৰ বুলি ৷
    ____________________________________________________________________
    মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্তন পুথিৰ "চতুৰ্বিংশতি অৱতাৰ" অধ্যায়ৰ পৰা পদসমূহ আনি বাণীবদ্ধ কৰা হৈছে ৷ অসমৰ গাবেঁ-ভূঞে চৰ্চা হৈ থকা শঙ্কৰী নৃত্যৰ আৰ্হিৰ যি দশাৱতাৰ নৃত্য, সেই নৃত্যৰ উপযোগীকৈ এই গীতটি আপোনালোকৰ আগত দাঙি ধOৰিছো ৷ আশা কৰিম সকলোৱে নিশ্বয় ভাল পাব ৷
    Artiste- Dipjyoti Dipankar.
    Music- Ramkrishna Talukdar.
    Bhaskar Jyoti ojha .
    Dashabatar refers to the ten avatars of 'Vishnu', the Hindu God of universal preservation. Dashabatar (dasha meaning "ten" and avatar meaning "the incarnation")
    God Vishnu incarnates on earth from time to time to eradicate evil forces and to restore Dharma and liberate the worthy from the cycle of Life and Death.
    The Dashavatar here is an extract from the "Kirtan Ghosha" written by Mahapurush Srimanta Sankardeva.
    ◆◆Thanks For Watching◆◆
    ●●For More Updates●●
    Please Subscribe Our Channel
    / @abhinabproductionnew
    PleaseJoin Our Facebook Group
    / 2412023109112324
    আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ"
    এই মঞ্চৰ যোগেদি আমি আপোনাৰ তথা আপোনাৰ চিনাকি কোনোবা প্ৰতিভা থকা ব্যক্তি যদি আছে আমাৰ চেনেলৰ যোগেদি ৰাইজৰ আগত প্ৰচাৰ কৰাৰ দিহা কৰিছোঁ।
    ভিডিও তোৰ তলত আমাক কমেণ্ট কৰক,আমি আপোনাক যোগাযোগ কৰিম।ধন্যবাদ।।
    ◆◆FRIENDSHIP WITH US ON FACEBOOK◆◆◆
    ★ / jatin.saikia.5
    ◆◆LIKE OUR FACEBOOK PAGE◆◆
    ‌★ / about
    ‌◆◆FOLLOW US ON INSTAGRAM◆◆
    pB2tiz6wn8...
    #dasavataroflordvishnu #abhinabproductionpresents
    #assamesedevotionalsong

Komentáře • 196