Video není dostupné.
Omlouváme se.
|| গুৰু আমাক গ'লা এৰি থৈ || Zubeen Garg || Sattriya dance cover by Ankita Nath ||
Vložit
- čas přidán 30. 06. 2020
- Here, I am representing a small glimpses of Sattriya Nritya .
Sattriya dance video:
• Sattriya Dance Chali |...
Song: Guru mur golagoi oi
Singer : Zubeen Garg
Album : Sirumoni
সুন্দৰ কণ্ঠ, সুন্দৰ নৰ্তন পৰিবেশন, আৰু হওক, গীতটিৰ কথা খিনিহে বিসঙ্গতিপূৰ্ণ, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱে কৈছে,- "গুৰু জনাই আমাক অজস্ৰ সম্পদ দি গৈছে" নিথৰুৱা কৰি থৈ যোৱা নাই
গীতটিৰ সৈতে নৃত্য টি সোণত সুৱগা হেন হৈছে, খুবেই ভাল লাগিছে। সকলো শিল্পী লৈ ধন্যবাদ জনালো ।
Beautiful performance.wish her a bright future.
সুন্দৰ নৃত্যশিল্পী জনীলৈ বহুত বহুত ধন্যবাদ
Indrabora
Bor bhal hoiche🎉
Dhunia lagise ba God bless you ba❤❤❤❤
Excellent performance, wish brightful future,
কৃষ্ণ, অতি সুন্দৰ হৈছে ।
কৃষ্ণ কৃষ্ণ। 🙏🙏🙏বহুত ভাল হৈছে আৰু আগুয়াই যোৱা ধন্যবাদ থাকিল তোমালৈ
Zubeen daa ki je voice aapunar😲
Pagol hoi jau😍
Dhuniya 😊😊😊
Jay zubeen Da ❤ba bhut dhunia lagise ❤
এ মজা ।
Bohut dhunia hoise aru aguwai juwa tumi...
Dhonyobad 💗
Oh oh ati sundar dance maina nice val lagil de
অতি সুন্দৰ মনোৰম এক অন্য নৃত্য শৈলী
গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য
ভাল লাগিল চাই ভিডিওটোৰ উপস্থাপন
সঁচাকৈ বহুত ভাল লাগিল শুনি আগুৱাই যোৱা 😍😘😍😘😍😘😍😘❤❤❤❤❤❤🙏🙏🙏
so tq
অপুর্ব।
Bor hundor ❤❤❤💝
গান আৰু নৃত্য অতি কে আকৰ্ষনীয়। ধুনীয়া হৈছে ।
খুব সুন্দৰ হৈছে,মা।আগুৱাই যোৱা।
Xundor hare Krishna ❤️
Hundor
Aguwai juwa
Moja
ইয়াতকৈ সুন্দৰ নৃত্য পৃথিৱীত আৰু নাই ।
অংকিতা তোমাৰ নৃত্যটি চোৱাৰ আজিহে সৌভাগ্য হল বৰ সুন্দৰ নাচিছা তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিছো ঈশ্বৰে আৰু কৃপা কৰক
Dhonyobad 💗
Ankita dance nice
বহুত ধুনীয়া হৈছে
অতি সুন্দৰ
খুব ধুনীয়া হৈছে আৰু আগুবাই যোৱা
Tumar video to Sai mor val lagil ❤❤❤❤❤
Bohut bohut dhanyabad jubin
সুন্দৰ হৈছে
বৰ ধূনীয়া হৈছে।আমাৰ ছোৱালীজনীয়ে তোমাক চাই চাই নাচিবলে শিকিছে।
ধন্যবাদ 😊❤️
Joy guru jubin oti sundor Geet
Hundar nitrajoniloi bhut2. Dhonaibad 👍👌
Krishna
Great
Beautiful ❤
❤ so nice and lovlly Radhe Radhe joy Radhe Krishna thanks ❤️
🙏 KHUB KHUB KHUB DHUNIA LAGISE 🙏 ALL-TIME FAVOURITE VAKTI SANGEET
🙏🙏🙏🙏🙏🙏🙏🙏 SANKAR GURU AAMARE
Thank you so much
সত্ৰীয়া নৃত্য কেতিয়াও হব নোৱাৰে | শঙ্কৰী নৃত্য হে হয় | বহুত সুন্দৰ হৈছে |
Angkita nath tumi aguwai jowa mor ashirbad
Best dance Nath ji
বহুত সুন্দৰ হৈছে দেই
Mind blowing performance.
Excellent dance performanc😅e,
ভাল লাগিছে । সুন্দৰ উপস্থাপন ।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Dhuniya Gan👍
Bohut Dhuniya hoise 🙏
সুন্দৰ, অতি সুন্দৰ আৰু পৰিৱেশন চাইও ভাল লাগিল,
Naic😂❤❤❤❤❤❤❤😂😂❤❤❤❤❤❤❤❤😂❤❤❤❤❤❤😂
Very nice dance 😍keep it up 👍
Bahut bahut Val lagise
উস্ গানটো শুনাৰ লগে লগে গাৰ নোম ঠিয় হৈ পৰিছে।কি যে মধুৰ কন্ঠ ।
Godblessyou
God bless you
🎉🎉
@@rameshbora7905 pooo
C vvc. V. Cçcccccccv
সুন্দৰ গানত সুন্দৰ নৃত্যৰ প্ৰদৰ্শন, সকলোকে ধন্যবাদ দিলো ।
EXCELLENT
সুন্দৰ
Moja baa ❤❤
Very good.Go forward.D'nt look behind.May God bless you.
Very nice ❤❤❤
The Assamese proud of u. Thanks
অতি সুন্দৰ প্ৰদৰ্শন।
Moja❤❤❤❤❤❤❤
overall performance is absolutely perfect. Thanks.
Jai krishna🙏🙏
Bor dhunia hoise ,
ধুনীয়া লাগিছে ভিডিঅটি চাই।
Wow Nice Song
Ankita aroo agaloi jua....🎉🎉
❤️❤️❤️❤️
বৰ ধুনীয়া লাগিছে বা
বহুত ভাল পাওঁ। তুমি যতেই আছা শান্তিৰে থাকা।
Oti hundar
😘😘😘😘
ধুনীয়া হৈছে💕
অতি সুন্দৰ প্ৰদৰ্শন, ভাল লাগিছে।
Bhut val lgisa song n dancing
Xundor
👌
🥰🥰🥰
ইমান ধুনীয়া নৃত্য, চাই চাই হেপাহ nopolai 👌👌👌
Excellent performance, wish your brightful future,
সৰু কাললৈ মনত পৰি গল
Krishna🙏🙏🙏
Very good
জীৱনত আগুৱাই যাবলৈ ভাৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। Jai shree Krishna ❤❤❤❤❤
Nice
hosakoi aoti hundar lagil, monor dukh-bhagor polokate herai gol, Excellent 👍👍performance
Mojjja
❤️🙏👍🎉
Zubaan da amar guru
সুন্দৰ হৈছে। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব। শুভেচ্ছা জনালোঁ।
ধন্যবাদ ❤️✨
অতি সুন্দৰ হৈছে
Pankh hote to ud aati....aakhia O balma ..
....❤
😍😍💖💖😘
💗💗
🙏🙏🌸🌸🌸🌺🌺🌺🌺🌺🌺
Jai guru Samkara
Very nice so good wanderful perpomance
Mind blowing Ankita..👌👌
Bahut bhal lagise gantu zubeen da
Dhunia
Music song dance expression actingare super fine,best wishes,😅😅