পিতৃৰ পদাংক অনুকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে গৌৰৱ গগৈ?

Sdílet
Vložit
  • čas přidán 12. 03. 2021
  • ৰাজনৈতিক ক্ষেত্ৰখনত পিতৃৰ পদাংক অনুকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে গৌৰৱ গগৈ? ইতিমধ্যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দৰে পুত্ৰই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছে প্ৰচাৰ। কণমানিৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলোকে সামৰি ব্যস্ত ৰাজনৈতিক আখৰাত। নিজে কোনো সমষ্টিৰ পৰা প্ৰাৰ্থী নহৈ ষ্টাৰ কোম্পেইনাৰ ৰূপত শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল ঢপলিয়াইছে গৌৰৱে।
    #GauravGogoi #TarunGogoi #Congress #2021Assembly Election
    __________________________________________________________
    Like, share and subscribe to our channel.
    Download our English News App here: play.google.com/store/apps/de...
    Download our Assamese News App here: play.google.com/store/apps/de...
    Download our iOS English news app here: apple.co/2lGCMQu
    Download Assamese E-Paper App: play.google.com/store/apps/de...
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews
    Read more interesting stories at - nenow.in/
    Read interesting stories in Assamese Language at - assam.nenow.in/

Komentáře • 68