নিতুমণি শইকীয়াই শিৱসাগৰ আটাছু অনুষ্ঠানত এইকেইটা কথা কিয় কলে | Nitumoni Saikia Motivation spech ।

Sdílet
Vložit
  • čas přidán 24. 08. 2024
  • নিতুমণি শইকীয়াই শিৱসাগৰ আটাছু অনুষ্ঠানত কেইটা কথা কিয় কলে | Nitumoni Saikia Motivation spech 2024

Komentáře • 243

  • @rupeswarborgohain7417
    @rupeswarborgohain7417 Před měsícem +103

    অসমৰ সঙবাদ জগতৰ অন্যতম ভোটা তৰা স্পষ্টবাদী শ্ৰদ্ধাৰ শ্ৰীযুত নিতুমনি শ ইকীয়াদেৱলৈ আন্তৰিক ওলগ আৰু অভিনন্দন।

  • @chakradharsaikia7392
    @chakradharsaikia7392 Před měsícem +64

    কোৱাই কৈ গল, সুন্দৰ প্ৰকাশ ভংগী, আমি দায়িত্ব ও কৰ্তব্য পালন কৰিব লাগিব

  • @punyalatakonwar6599
    @punyalatakonwar6599 Před měsícem +54

    নিতুমনি শইকীয়াক মই সন্মান কৰোঁ তেওঁ এজন সত্য বাদী মানুহ ।

  • @midusarma3587
    @midusarma3587 Před měsícem +47

    ❤❤নিতুমনী শইকীয়া স্পস্তবাদিতা মই শন্মান কৰো🙏🙏🙏

  • @nabingogoi8689
    @nabingogoi8689 Před měsícem +33

    এওঁ নিতুমনি শইকীয়া ।আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈদেৱৰ প্ৰশংসা কৰিছে ।ভাল কথা।ভাল পাইছোঁ।কিন্তু এইজন নিতুমনি শইকীয়াই ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনত প্ৰয়াত তৰুন গগৈৰ নেতৃত্বত কংগ্ৰেছ দলটোৱে যেতিয়া পৰাজয় বৰন কৰিছিল ফলাফল ওলোৱা দিনা প্ৰয়াত তৰুন গগৈক প্ৰতিদিন টাইম ৰ মজিয়ালৈ মাতি নি যিধৰনে লঘুলাঞ্ছনা কৰিছিল সেইদৃশ্য আছিল হৃদয় বিদাৰক।আজিও আৰ্কাইভত বিচাৰিলে সেই সাক্ষাৎকাৰটো প্ৰতিদিন টাইমৰ ষ্টুডিঅ'ত পোৱা যাৱ ।সময় বৰ নিষ্ঠুৰ।

    • @boniaatul458
      @boniaatul458 Před měsícem +2

      U r right n

    • @dhirendeka04
      @dhirendeka04 Před měsícem +4

      আৰ্কাইভলৈ যাব নালাগে Nitumoni vs Tarun Gogoi বুলি CZcams চাৰ্জ কৰিলেই আহিব ।

    • @birendranathsaikia2350
      @birendranathsaikia2350 Před měsícem +1

      All so called " Sangbadik " are. jana mas dekhu tane jal maro . Selfish , Analyse Who are responsible for indigenous people of Assam as our Kitchen is surrounded by Bangladeshis. Think for the future generations of Assam and Assamese communities

  • @parag_gogoi
    @parag_gogoi Před měsícem +28

    আহোম জনগোষ্ঠীৰ মানুহ, কিন্তু অসমীয়া সমাজৰ প্ৰতিটো জনগোষ্ঠীৰ হকে মাত মাতিছে আৰু সদায় মাতি থকাটো বিচাৰোঁ । বড়ো, ডিমাচা, মিচিং, কাৰ্বি, চুতীয়া, ৰাভা, কলিতা, কৈৱৰ্ত, দেউৰী, কোচ-ৰাজবংশী প্ৰতিটো জাতি জনগোষ্ঠীৰেই সৰ্বোচ্চ উত্তৰণ হোৱাটো বিচৰোঁ - এগৰাকী আহোম, এগৰাকী অসমীয়া হিচাপে।

  • @premodharphukan1101
    @premodharphukan1101 Před měsícem +9

    টাই আহোমৰ সংগঠনবোৰৰ সাম্প্ৰতিক সময়ত আটাইতকৈ ডাঙৰ কামটো মই বুজি পোৱামতে আমাৰ নতুন প্ৰজন্মক বৌদ্ধিক ক্ষেত্ৰখনত বিচৰন কৰিবলৈ অনুপ্ৰাণিত কৰা ৷লগতে ক্ৰীড়া ;ৰাজনীতি ;সমাজনীতি ;অথ’নীতি আদি সকলো দিশতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ উঠি অহা প্ৰজন্মক সঠিকভাৱে নেতৃত্ব দিব লাগে ৷

  • @thunugogoi4801
    @thunugogoi4801 Před měsícem +7

    নিতুমণি শইকীয়া ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জনালোঁ ।আপোনাৰ কথাত সত্য আৰু স্পষ্টবাদী কণ্ঠ আছে ।সেই বাবে আপোনাক হাজাৰ বাৰ চ্যেলুট দিছোঁ ।

  • @Grbora94953
    @Grbora94953 Před měsícem +18

    অতি ষ্পষ্টবাদী সাহসী কন্ঠ সাংবাদিক হিচাপে নিতুমনি শইকীয়া অনন্য। তেওঁ সেইকাৰণেই শ্ৰদ্ধাৰ পাত্ৰ।

  • @dibyagogoi7823
    @dibyagogoi7823 Před měsícem +3

    নিতু মণি তোমাৰ কথাখিনি ভাল লাগিল। আহোম আকাশৰ উজ্জ্বল নক্ষত্ৰ সমূহৰ নাম তোমাৰ কণ্ঠস্থ । ভগৱন্তই তোমাক মংগলময় দীৰ্ঘায়ু প্ৰদান কৰক।

  • @RobinSaikia-ko9ds
    @RobinSaikia-ko9ds Před měsícem +21

    আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ।

  • @binapanichetia582
    @binapanichetia582 Před měsícem +15

    সুন্দৰ কথা কলে নিতুমনি ডাঙৰীয়াই, ধন্যবাদ ❤😂❤

  • @hiteshborah1367
    @hiteshborah1367 Před měsícem +12

    নিতুমনীৰ ভাষনটো শুনি দেহ মন জোৰ পৰি গ'ল ।

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Před měsícem +23

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।*
    Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।

    • @SatishDaimary-wg6sl
      @SatishDaimary-wg6sl Před měsícem +2

      বক্তৃতাত নহয় কামতহে পৰিচয় হব ৷

    • @TarunGogoi-zt2ox
      @TarunGogoi-zt2ox Před měsícem +7

      কেন্দ্ৰত আপোনাৰ ৰাজ্যতো আপোনাৰ চৰকাৰ,কি ঘটিতো কৰিছে। এজনো বিদেশী নেখেদি বৰঞ্চ আনিলেহে।ঘেণ্টা কথা ক'ব আহে।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Před měsícem +2

      @@TarunGogoi-zt2ox তৰুণ কত আহিছে বিদেশী? অসমত যিমান বিদেশী (হিন্দু+মুছলমান) অহা বুলি অভিযোগ উঠিছিল সেই সকলো বিলাক আগৰ চৰকাৰৰ দিনত অহা। অসমে যেতিয়া বিদেশী খেদা আন্দোলন কৰিছিল তেতিয়া বামপন্থী আৰু ক ..... ক্ষমতাত আছিল।

    • @GT-dm8pw
      @GT-dm8pw Před měsícem

      ​rajneeti bad de b....ko 2r vogobanok ko hakho miya kitar logoye hindu bongal ketak khedibole
      Ata khedi dekjhabo ko@@thepoliticalawareness1021

    • @djaxom955
      @djaxom955 Před 13 dny

      আচলতে সকলো কাম চৰকাৰে নকৰে কিছুমান কাম ৰাইজ লগলাগি নিজেই কৰিব লাগিব।। উজনি অসমত মিয়া ৰাইজৰ বাবে সোমাব পৰা নাই ।। নামনিৰ ৰাইজ নিজেই ওলাই আহক ।

  • @anilneog3769
    @anilneog3769 Před měsícem +3

    তোমাৰ আহোম জনগোষ্ঠীৰ প্ৰতিভা ন ব্যক্তিৰ তালিকাত আৰু এজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নহ'ল ।শকুনি প্ৰতিশোধ নাটকৰ ৰাম গগৈ। সুন্দৰ বিশ্লেষণ, সুন্দৰ উপস্থাপন, ধন্যবাদ।

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Před měsícem +4

    আহোম‌ জনগোষ্ঠী ৰ বহু নেতাই চৰকাৰক তেল মাৰে,‌ সুবিধা লব বিচাৰে ...কিন্তু মাৰ্ঘেৰিটা হত সুবিধাবাদী । এইবোৰক তেল মাৰি আহোম জীৱাই নেথাকে । নিতুমনি more than 100% সঁচা কথা কোৱাৰ বাবে তোমাক ধন্যবাদ ।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před měsícem +5

    সকলোৱে নিতুমনীৰ আদৰ্শ হ ওক

  • @AditiBanerjee-dd4dw
    @AditiBanerjee-dd4dw Před měsícem +15

    Nitumoni Sir zindabad....❤❤❤

  • @PopyHazarika-io2uc
    @PopyHazarika-io2uc Před měsícem +3

    বহুত বহুত ধন্যবাদ আপোনালৈ 🙏

  • @sumanborah9605
    @sumanborah9605 Před měsícem +1

    ভাল লাগিল নিতুমনি দা আপোনাৰ নিচিনা 3/4জন সাংবাদিক হলে বিজেপি ধ্বংস হব

  • @jayantasonowalsonowal98
    @jayantasonowalsonowal98 Před měsícem +18

    আহোম সকল সকলো ক্ষেত্ৰতেই আগবঢ়া কিয় St লাগে।

  • @DipankarGogoi-ff7jx
    @DipankarGogoi-ff7jx Před měsícem +3

    Proud of ahom 💥💥💥🔥

  • @NortheastExplorerRH
    @NortheastExplorerRH Před měsícem +1

    আপোনাৰ তত্ব গধুৰ ভাষণে মোৰ লগতে হাজাৰ জনক অনুপ্ৰাণিত কৰক ...🙏🙏

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Před měsícem +10

    সঁচা কথা নিতুমনিৰ কথাবোৰ ,আমি একমত কিন্তু অপ্ৰিয় সত্য, প্ৰতি টো জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ জন্ম কিয় হল তাৰ উত্তৰ আছুৰ লগত আছেনে, নাই নোৱাৰে দিব

  • @bijoyagogoi6248
    @bijoyagogoi6248 Před měsícem +9

    অতি সুন্দৰ বক্তব্য, ধন্যবাদ থাকিল

  • @amrltdtta660
    @amrltdtta660 Před měsícem +6

    Hundor... unique speech..
    😊

  • @champawatigogoi7977
    @champawatigogoi7977 Před měsícem +12

    100'/'right

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Před měsícem +7

    সুন্দৰ বক্তব্য ।

  • @noiseassambrainers
    @noiseassambrainers Před měsícem +1

    You are great sir.

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o Před měsícem +2

    Fantastic. Superb. Very nice.Mind blowing. Out standing perfomance . 2:13

  • @pinkisarmah8400
    @pinkisarmah8400 Před měsícem +2

    Apunar kotha burbahut val lagil .nahale raijo khon keijon manluke potik sompoti buli vabise

  • @sumanborah9605
    @sumanborah9605 Před měsícem +1

    Caa আন্দোলনৰ পৰা তেওঁ বিজেপি ফালে কথা কোৱা নাই অসম বচোৱাৰ হকে মাত মাতি গৈচে

  • @Danirojasfc6
    @Danirojasfc6 Před měsícem +1

    জয় আই অসম। 🙏
    It's time to raise your voice otherwise they will even take away your right to speech
    Jai Hind 🇮🇳

  • @saikiasvlogpartha5108
    @saikiasvlogpartha5108 Před měsícem +1

    নিতুমনি দা আপোনাক sir বুলিও সম্বোধন কৰিব পাৰো কিন্তু আপোনাক দাদা বুলি সম্বোধন কৰিছো এই কাৰণে আপোনাক লৈ সাংবাদিকতা ক্ষেত্র খনত আপোনাতকৈ অন্তৰত থকা দ্বিতীয় জন সাংবাদিক ক মই মোৰ জীৱনত পোৱা নাই কেতিয়াবা আপোনাৰ নিজৰ কৰ্ম জীয়াই ৰাখিবলৈ বেলেগ ৰাষ্টা লব পাৰে কিন্তু আপোনি যি সাহসীকতাৰ পৰিচয় দিয়ে নিজেই গৌৰাম্বিত হও যে নিতুমনি দাই কৈছে সেইখিনি কথা। ৰাজদীপ বাইলুং বৰুৱা আপোনাকো অশেষ ধন্যবাদ আপুনিও অন্যতম। ❤

  • @minahazarika7578
    @minahazarika7578 Před měsícem +12

    তিনি গগৈ ক ধন্যবাদ জনাই ছো

  • @kumudbaruah2001
    @kumudbaruah2001 Před měsícem +10

    এই জনৰো মতি গতি বৰ ভাল নহয়। তেওঁৰ বডি লেংগুৱেজই প্রকাশ কৰিদিছে। তেওঁ অজিত ভূঞাৰ দৰে পাৱাৰ কনসেনট্রেশন কৰি আছে খুব লাহে লাহে। চল চাই তেওঁ কঠিয়া নিশ্চয়ই পাৰিব। ৰাইজে কথাসাৰ লক্ষ্য কৰক।

  • @jitendrarabha4660
    @jitendrarabha4660 Před měsícem

    নিতুমনিৰ বক্তব্যত সদায় উৎসাহ পাওঁ৷

  • @BiswajitGogoi-eh6hh
    @BiswajitGogoi-eh6hh Před měsícem +6

    জয় আই অসম।

  • @hirokmahanta5132
    @hirokmahanta5132 Před měsícem +9

    অসমীয়া কোন ককাইদেউ

  • @Jatinsaloi18
    @Jatinsaloi18 Před měsícem +9

    এখেত সাংবাদিকৰ নামত বি যে পি ৰ বিৰুদ্ধে প্ৰচাৰ আৰু কংগ্ৰেছ দালাল

    • @AssameseVoicestory-im5ym
      @AssameseVoicestory-im5ym Před měsícem

      সঁচা কথা কবলৈ গলে দালাল বুলি কোৱা হয়। অন্ধ ভক্ত সকল লাজ লগা কথা

    • @GT-dm8pw
      @GT-dm8pw Před měsícem

      Congressok adin kidore homalusona korisil 2mi gom nupuwa sage horu lora sage 2mi

    • @bhaskarborah8767
      @bhaskarborah8767 Před měsícem

      Jatin saloi toi ata mohaborbok,tor morot gubor ase pagol

  • @user-eb9bl7oz2w
    @user-eb9bl7oz2w Před měsícem +10

    জিতুমণি শইকীয়া, তুমি নিজৰ ব্যক্তিগত চৰিত্ৰ কথা বিবেচিত কৰক । আৰু সংশোধন কৰা ডাঙৰীয়া !

    • @AssameseVoicestory-im5ym
      @AssameseVoicestory-im5ym Před měsícem +2

      জিতুমণি নহয় অ নিতুমনি তাকেই নাজান নে তই বৰ লাজৰ কথা

  • @ainudutta7314
    @ainudutta7314 Před měsícem +4

    Very good 🙏🙏

  • @user-hv6bf4wo4u
    @user-hv6bf4wo4u Před měsícem +1

    100%Right

  • @NijoraGogoi-j4q
    @NijoraGogoi-j4q Před měsícem +4

    নিতুমনি শইকীয়াক মই সন্মান কৰো তেও এজন সত্য বাদী মানুহ

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw Před měsícem

    Ahom and okhil gogoi is very strong and famous of Assam

  • @crazynhealthy4990
    @crazynhealthy4990 Před měsícem +1

    Chief Justice Ranjan Gogoi, Swahid Captain jintu Gogoi, Litul Gogoi kotha kobo lagisil,

  • @AnilBorgohain-wm7gr
    @AnilBorgohain-wm7gr Před měsícem +5

    Right nitumoni

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 Před měsícem +5

    পিছৰ ঘোষক জনৰ নাম কি আছিল অ "দাদা" এইতো শব্দ আহোমৰ কোনখন বুৰঞ্জীত আছে ঘোষক জনে জনাব লাগে মুকলি ভাৱে।মুকলি প্ৰত্যাহ্বান😡

  • @realname_Ryan
    @realname_Ryan Před měsícem +4

    Hundor 👌🙏❤

  • @mintusaikia8875
    @mintusaikia8875 Před měsícem +12

    এইখিনি কথা কম বুলি তেঁও আগৰ পৰা সাজু হৈ গৈছে। চৰকাৰ খনক কেনেকৈ খলথেকত পেলাব পাৰি তেঁও সেইকথা ভাবিয়ে গৈছে। তেওঁ চৰকাৰৰ বিপৰীতে কথা কব আৰু অখিল আৰু গৌৰৱক প্ৰসংশা কৰিব বুলি আমি জানো।

    • @AssameseVoicestory-im5ym
      @AssameseVoicestory-im5ym Před měsícem +2

      কাক সমৰ্থন কৰিব লাগে আপোনাৰ মতে।বি জে পিক

  • @goldenguru1151
    @goldenguru1151 Před měsícem +3

    The real son of Assam❤

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe Před měsícem +4

    Good

  • @kamalpadun2969
    @kamalpadun2969 Před měsícem +3

    আপোনালৈ ধন্যবাদ থাকিল ❤

  • @phanidharthakuria588
    @phanidharthakuria588 Před měsícem +3

    I am kumar but love ahom

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 Před měsícem

    Nitu moni saikia is example of good and brave journalist

  • @dipjyotigogoi2781
    @dipjyotigogoi2781 Před měsícem +2

    Good Speech 💬.

  • @jugenborah7842
    @jugenborah7842 Před měsícem +1

    তাং লাই খ্ৰূপ টাং ৰং বয় বয় ❤❤❤❤❤

  • @KanakBorah-yn3mr
    @KanakBorah-yn3mr Před měsícem

    Hundar sir

  • @monjulahon7712
    @monjulahon7712 Před měsícem +1

    বহুত সুন্দৰ ভাষণ প্ৰদান কৰিলে শ্ৰদ্ধাৰ নীতুমণী শয়কীয়া দেৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @ChatroGogoi
    @ChatroGogoi Před měsícem +2

    ধন্যবাদ নিতুমনি দা

  • @user-zh7yp2qv5i
    @user-zh7yp2qv5i Před měsícem +2

    অতি সুন্দৰ

  • @apurbadas4151
    @apurbadas4151 Před měsícem +9

    উজনিৰ আহোম সকলে কিন্তু বেলেগ জনগোষ্ঠীৰ উত্তৰণত ০০০০% অৰিহণা নাই!!
    ৬০০ বছৰ ৰাজত্ব কালত তাৰ পিছত, ১৯৪৭ ৰ স্বাধীনতা লাভৰ পিছত ,আহোম জনগোষ্ঠীৰ মানুহে cm আছিল বেছি সময়, কংগ্ৰেছৰে শাষন আছিল! কিন্তু এজনো মৰান, মটক, মিচিং, কছাৰী জনগোষ্ঠীৰ cm হোৱা দেখা নাপালো কিয়??
    সোণোৱাল ডাঙৰীয়া কিন্তু bjp ৰ শাষনকালতহে cm হৈছিল!!
    আহোম সকলে শাষন কৰা সময়ছোৱাত আহোম সকল শিক্ষা-দিক্ষা সকলো ফালৰ পৰা আগবঢ়িল, বাকি বড়ো জনগোষ্ঠীৰ কিয় উত্তৰণ নহ'ল!! কিয় একমাত্র ভোটৰ সময়ত অসমীয়া অসমীয়া বুলি কৈ, বামুন, কলিতা বুলি উজনিৰ বড়ো সকলক আবেগিক কৰি নিজৰ মানুহক ৰজা বনোৱাৰ চিন্তা জল-জল, পট-পট!!
    কংগ্ৰেছ জিকিলে গৌৰব গগৈ cm ৰ শাৰিত প্ৰথম, অখিলৰ পাৰ্টিত অখিল সৰ্বেসৰ্বা, লুৰিণৰ পাৰ্টিত লুৰিণ সৰ্বেসৰ্বা!!
    এই তিনি পাৰ্টি শক্তিশালী হ'লে আহোম জনগোষ্ঠীৰ মানুহ cm হোৱাটো ১০০% নিশ্চিত!! সেই কাৰণে আহোম সকলে এই দলকেইটাক প্ৰায় ৯৯% আহোমে চাৰ্পোট কৰে!!
    বিজেপিট আহোম জনগোষ্ঠীৰ তেনেকুৱা কোনো শক্তিশালী নেতা নাই যি cm অৰ দৌৰত আগত, সেই কাৰনে চাৰ্পোট নকৰে আহোম সকলে!! তাৰ কাৰণে অখিল গগৈৰ দৰে মানুহে আমি ৰামক নামানো বুলি কৈ ৩৩০০০ মুছলিম ভোটক সন্তুষ্ট কৰি শিবসাগৰৰ চিট সুৰক্ষিত কৰিছে!!
    কিন্তু সিহঁতে নাজানে যে মুছলিমে অখিল বা আন ধৰ্মৰ সকলোকে কাফিৰ বুলিয়ে ভাবে,, মেজৰতি হবলৈ দে অখিলে সেই চিটত এটায়ো মুছলিম ভোট নাপাই,, যিদিনাই মুছলিম সকলে গম পাব বুলে আমি একচেটিয়া ভোট মাৰিলে অসমত গজৱা এ হিন্দ কৰি মুছলিম cm বনাবলৈ পাৰিম!!
    লাচিতৰ মূৰ্তিৰ ওচৰত গৈ হাজোত যে বাংলাদেশী সকলে কিমান লেতেৰা লেতেৰা ভাষা কৈছিল, অসমীয়া সকলে কিবা বুজি পাইছিল নে তাৰ অৰ্থ???
    নে নিজৰ মানুহ ৰজা নহ'লে বাংলাদেশীক সহোঁদৰ বনাই নতুন অসমীয়াৰ সংজ্ঞা দিব???

    • @rimatanti5754
      @rimatanti5754 Před měsícem +2

      Imn vl ke protiuttr dise ❤

    • @mondeepbharali9991
      @mondeepbharali9991 Před měsícem +1

      Moran,matok, koch, kalita, bodo, rava mising, kasari xokolu ek hobor hol.

    • @apurbadas4151
      @apurbadas4151 Před měsícem

      @@mondeepbharali9991 মংগোলীয়ান সকল একগোট হবলৈ হ'ল!!
      বিজেপিত একমাত্র আৰ্য্য সকলৰ প্ৰভুত্ব আছে,
      বামুন আৰু কলিতাৰ বাদে বিজেপিত কেইজন জনগোষ্ঠীয় নেতা আছে??
      কোঁচ, মৰাণ, মটক, মিচিং, ৰাভা, কছাৰীৰ কেইজন সাংসদ, কেবিনেট মন্ত্রী আছে???

    • @hemchandrachamuah1027
      @hemchandrachamuah1027 Před měsícem

      Netritay Dibapara Jugyata Hokolure Nathake ,Gotike Hasa kotha kuar babe Jalibou Nalage Akhom Khonok Basabar babe Hokolue Hahajug koriba lage

    • @lachitbanowary3354
      @lachitbanowary3354 Před měsícem

      Right🙏🙏🙏

  • @karunakalita3524
    @karunakalita3524 Před měsícem +9

    আপুনি অসম চৰকাৰৰ bjp বিৰোধী

  • @kamaldas2446
    @kamaldas2446 Před měsícem +4

    ভাশন টো শুনিলে কংগ্ৰেছী যেন লাগে।

  • @rajuvlogs9689
    @rajuvlogs9689 Před měsícem +1

    ভাগ‌ ভাগ কৰা‌ ভাষণ।

  • @manjugohain6786
    @manjugohain6786 Před měsícem

    ধন্যবাদ নিটুমনি শইকীয়া ডাঙৰীয়া ।

  • @kalpanaboruah3516
    @kalpanaboruah3516 Před měsícem

    বলিষ্ঠ, সাহসী আৰু স্পষ্টবাদী কণ্ঠস্বৰ। তেওঁক শ্ৰদ্ধা কৰোঁ।

  • @budheswarsaikia3103
    @budheswarsaikia3103 Před měsícem

    Sot sahosi Mr Nitumoni Saikia, thanks.

  • @bipuldekavlogs1312
    @bipuldekavlogs1312 Před měsícem +12

    আসম খন ভাগ ভাগ কৰাৰ কথা ফুটি উঠিছে ,
    নিজৰ পত্নীৰ লগত এ ভাগ ভাগ কৰিছে

  • @durlovgogoi5946
    @durlovgogoi5946 Před měsícem +2

    Right sir

  • @dhurbajyotigogoi3407
    @dhurbajyotigogoi3407 Před měsícem

    Yes, we need to concentrate our language, please come forward for our language

  • @padumibaruah2798
    @padumibaruah2798 Před měsícem

    Sridhar. Nitunoni. Saikia. Loi. Ases. Dhonyobad. Jonalu. Bohut. Mulyoban. Vyoktibyore. Suoni Korile. Sibosagoror. Maj. Mojia. Khin

  • @juleassijargames5281
    @juleassijargames5281 Před měsícem

    Good news

  • @user-fo9fq6zi8m
    @user-fo9fq6zi8m Před měsícem

    Gretfull &spotobadi saikiadeb

  • @mainudavi9510
    @mainudavi9510 Před měsícem

    বহুত ভাল লাগিদ নিতুদা।এয়াহে পকৃত সাঙবাদিক।

  • @rushanburagohain6803
    @rushanburagohain6803 Před měsícem +1

    Potharot Akhil gogoi,Rajnitit Gourab Gogoi,Lurin gogoi,aru bhagawatot Pranjit Gogoi holei nohobo hokolu jonogusthi mili axom grahibo lagibo akou ebar.

  • @user-of4yf2pu7w
    @user-of4yf2pu7w Před měsícem

    Right👍

  • @MakhaniBuragohain
    @MakhaniBuragohain Před měsícem

    আপোনাৰ আলোচনা চক্ৰ আৰু সভাই সমিতিয়ে দিয়া ভাষণ চাই বৰ আপ্লুতি হও। চৰাইদেউ সাপেখাতি।

  • @EDUCATIONASSAM354
    @EDUCATIONASSAM354 Před měsícem +1

    সুন্দৰ

  • @jayantagogoi9532
    @jayantagogoi9532 Před měsícem

    Khuptaang..

  • @user-mp8su6ot7w
    @user-mp8su6ot7w Před měsícem

    Very very nice

  • @Debajit-gogoi-Musical
    @Debajit-gogoi-Musical Před měsícem

    সুন্দৰ❤

  • @Adnant732
    @Adnant732 Před měsícem +2

    Good .

  • @Sakaullah-b2n
    @Sakaullah-b2n Před měsícem +5

    Nitumoni Congress party speek person nki

  • @munuali5423
    @munuali5423 Před měsícem

    Nitu Moni da dhunia kotha koise apunar logot Ami khadhai asu

  • @mkmk9949
    @mkmk9949 Před měsícem

    নিতুমনি শইকীয়া জিন্দাবাদ ❤

  • @arpanagogoi648
    @arpanagogoi648 Před měsícem

    Ahom hisabe suni bor val lagil .

  • @priyanchuborah8329
    @priyanchuborah8329 Před měsícem +8

    ইয়াটো ইয়াৰ ৰাজনীতি অখিলৰ হৈ প্ৰচাৰ

  • @imdadali9519
    @imdadali9519 Před měsícem

    মজা নিতুমনি দা।একদম সচা কথা।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Před měsícem

    নটসূয শইকীয়াদেৱে আহোম জনগোষ্ঠী ওপৰত যি সচা মন্তব্য দাঙি ধৰিলে সচাই কবলগীয়া। চুকাফাই অসমৰ চাৰিওফালে তেওৰ চিনাকি তথা উওৰসূৰী ৰাখি থৈ গৈছে সেয়ে অসম থকালৈকে জীয়াই থাকিব।

  • @ajitgohain3237
    @ajitgohain3237 Před měsícem

    Right

  • @aparajitatamuli7273
    @aparajitatamuli7273 Před měsícem +1

    ভাল লাগিল নিটোমনি শইকীয়াৰ ব ক্তব্য❤🎉

  • @munakalita60
    @munakalita60 Před měsícem +5

    ই পাগল হৈছে

  • @anirbanchetia9874
    @anirbanchetia9874 Před měsícem +2

    কালি বৰষা ৰাণীৰ ভিদিঅ এটা দিছি নেকি বাৰু . . দিলিত কৰি দিলে নেকি

  • @munmun_07
    @munmun_07 Před měsícem +6

    নিতুমনি দা ভাষণ শুনিলে শুনি থাকিব মন যায়

  • @purnanandagogoi7264
    @purnanandagogoi7264 Před měsícem +1

    জয় আই অসম।

  • @sandeepgogoi03
    @sandeepgogoi03 Před měsícem

    Akhil da❤

  • @pranjalgogoi3599
    @pranjalgogoi3599 Před měsícem +2

    Kobo bisaru....nitu da loi dhonyobad .....ahomok loi kotha kuar babae.....kintu amu ahoma akhomiya hokolu jatir porai Amar jati tuk aag bohai loi jaok....Val naam anok.....sobae aaag bahok....dekh totha jati tur kotha vabi aag bahi jok......dekh prothom....jati pisot...

  • @lakhikurmi3144
    @lakhikurmi3144 Před měsícem

    Mr. Saikia,you also ready for ৰাজ্যসভা MP from IND as Mr অজিত ভূঞা from AIUDF/ Congress

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 Před měsícem +2

    😢good