Video není dostupné.
Omlouváme se.

ম্যানমাৰৰ সামৰিক শিবিৰত আলফা স্বাধীনৰ বিহু

Sdílet
Vložit
  • čas přidán 15. 04. 2023
  • ▶️ ম্যানমাৰৰ সামৰিক শিবিৰত আলফা স্বাধীনৰ বিহু
    ▶️ আলফা স্বাধীনৰ কেডাৰে জুৰিলে হুঁচৰি
    ▶️ ঢোল-পেঁপাৰ লগত হাতত মাৰণাস্ত্ৰ লৈ নাচিলে বিহু
    ▶️ হাতত অস্ত্ৰ লৈ যুৱতী কেডাৰেও ভাঙিলে কঁকাল

Komentáře • 1,3K

  • @TunesAsom
    @TunesAsom Před rokem +416

    বেয়া লাগিল মনটো...কুঁশলে থাকক সকলো সেনা তথা আমাৰ ভাই-ককাইহত...
    জয় আই অসম

    • @jyotishkumarnath9101
      @jyotishkumarnath9101 Před rokem +7

      Join a kori diw nki

    • @user-ne9it9yk9q
      @user-ne9it9yk9q Před 8 měsíci +3

      Assames মানু্হ ভয়াতুৰ হয়, কাৰণ একতা নাই

    • @user-ls2qb4nm7k
      @user-ls2qb4nm7k Před 6 měsíci

      0😊😊)❤❤😂🎉😢😮😮😅😊​@@jyotishkumarnath9101

  • @kishorhaloi5563
    @kishorhaloi5563 Před rokem +238

    এইবোৰ টো অসমীয়া লৰা ছোৱালী ইহঁতৰ কি মনত দুখ নাই ইমানবোৰ ত্যাগৰ পিছত মুখত বিহুৰ গীত কিবা অন্তৰ খুন্দিয়াই দিছো সচাকৈ অসমৰ অসমীয়া আমি অলপ গভীৰ ভাবে ভাবক সমুখত বহুত ঘাট প্ৰতিঘাত তাৰ পিছতে ইমানবোৰ আশাৰ সঞ্চাৰ কি কম ধন্যবাদ এইবোৰ লৰা ছোৱালীৰ অসমৰ অসমীয়া

  • @Danirojasfc6
    @Danirojasfc6 Před rokem +223

    জয় আই অসম।
    আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে। Love you 💚 আলফা।
    সঁচাই গানত গভীৰ শব্দ সোমাই আছে লগতে মাতটো অতি সুন্দৰ।
    অসমীয়া ৰাইজে বুজিব লাগিব।

    • @bdas8539
      @bdas8539 Před rokem +5

      Yes

    • @sensepoint07
      @sensepoint07 Před rokem +4

      ULFA ❤ "জ়য় আই অসম"

    • @gyandeepsaikia6613
      @gyandeepsaikia6613 Před rokem +3

      Hói hósa koisa

    • @sensepoint07
      @sensepoint07 Před rokem +7

      এশ শতাংশ সঁচা আলফা আছে বাবেই বহুতেই শান্তিত আছোঁ ! আলফা নথকা হলে অসম খন 90% বাংলাদেশীৰেই ৰাজপাট চলিলে হেঁতেন !
      "জয় আই অসম" আলফা জিন্দাবাদ ❣️

    • @sankarbaruah5968
      @sankarbaruah5968 Před rokem

      Ulfa jindabat

  • @bhairabdas3102
    @bhairabdas3102 Před rokem +183

    বিহুৰ গীত শুনি আনন্দ তে চকুৰ পানী নিগৰী যায়‌।' জয় আই অসম ' ।

  • @dsvlog8750
    @dsvlog8750 Před rokem +692

    তেওঁলোকৰ বিহুৰ নামবোৰৰ শব্দ বোৰ শুনি আবেগিক হৈ পৰিলোঁ সকলো ভালে থাকক।🥺🥺

  • @Ig_SimantaYT
    @Ig_SimantaYT Před rokem +450

    স্বাধীন চিন্তাৰ উপৰত তেওঁলোক অসমীয়া সমাজ জীয়াই ৰাখিছে ❤

  • @angcheng6562
    @angcheng6562 Před rokem +55

    হৃদয় চুই যোৱা বিহু গীত........ আপোনালোকৰ সু স্বাস্থ্য কামনা কৰিলোঁ.....জয় আই অসম..... লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।।

  • @pk07status72
    @pk07status72 Před rokem +42

    বেয়া লাগিল তেওঁলোকৰ বিহু নামৰ শব্দবোৰ শুনি🥺😥,ভালে থাকক তেওঁলোক 🙏❣️,জয় আই অসম।

  • @199gamerf.f8
    @199gamerf.f8 Před rokem +198

    আপোনা লোকৰলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ❤

  • @ontheway8555
    @ontheway8555 Před rokem +152

    💝❣️জয় আই অসম✊❤বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 💝ভাই সকল❣️😘

  • @sewalisaikia643
    @sewalisaikia643 Před rokem +40

    প্ৰকৃত অসমীয়া বিপ্লৱী বীৰ। প্ৰতিটো শব্দই হৃদয় স্পৰ্শী । সকলো ভালে থাকক । চৰকাৰ আগ বাঢ়ি আহিলে এই সকল তেজাল অসমীয়া ডেকা আপোন ঘৰখন শুৱনী কৰি থাকিব।

  • @pabanborahmusicalpb683
    @pabanborahmusicalpb683 Před rokem +42

    বিহু গীত গোৱা দাদা জনৰ মাত টো বহুত ধুনীয়া, গীত কেইটা শুনি বহুত দুখ লাগিছে , ভগবানে সকলোকে ভালে ৰাখে যেন , তাৰ কাৰণে পাৰ্থনা কৰিছোঁ , শুভ ৰঙালী বিহু দাদা সকল , মই অসমীয়া লৰা হৈ বিহু ক লৈ গৌৰব কৰোঁ ।

  • @dboyz6796
    @dboyz6796 Před rokem +220

    আলফা স্বাধীন জিন্দাবাদ ❤

  • @jitulkalita4455
    @jitulkalita4455 Před rokem +117

    আপোনালোকে যত আছে শুখ শান্তিৰ জীয়াই থাকক , ৰঙলীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোকলৈ , বিহু গীততো শুনি বহুত ভাল লাগিছে ,

  • @bhagabatjyotibora7509
    @bhagabatjyotibora7509 Před rokem +83

    এক আবেগিক মূহুৰ্ত ❤️ তেওঁলোক সকলো লৈকে ৰঙালীৰ আন্তৰিক শুভেচ্ছা জাছিলো। জয় আই অসম ❤️🫂

  • @PD-gj7ot
    @PD-gj7ot Před rokem +17

    তেওঁ লোকৰ বিহু গীতৰ কথা বোৰে অন্তৰত কোনোবা এটা ঠাইত দ কৈ খুচ মৰিছে...
    মৰমৰ ককাইদেউ আৰু ভাইটী হতলৈ ৰঙালী আন্তৰিক শুভেচ্ছাঁ দিলো |
    নেদেখা জনে সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলো |

  • @jayantasaikia2369
    @jayantasaikia2369 Před rokem +68

    কুশলে থাক ককাই হত,,, 🤗🤗🤗🤗🤗🥳 ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ 💕

  • @rajkumarbarman2129
    @rajkumarbarman2129 Před rokem +19

    বুজাব নোৱাৰা আবেগ অনুভৱ কৰিলোঁ দে। সকললৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ। জয় আই অসম।

  • @bikulborah2100
    @bikulborah2100 Před rokem +48

    আবেগিক হৈ পৰিলোঁ । সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ । ভগৱানে সকলোকে কুশলে ৰাখক ❤❤❤

  • @papariborah3393
    @papariborah3393 Před rokem +7

    চকুৰ পানী ওলাই আহোঁতে হে গম পালো মই কান্দি আছোঁ । মনটো কান্দি উঠিল বিহু শুনি । ভালে থাকক আপোনালোক ।

  • @moondas8775
    @moondas8775 Před rokem +26

    জয় আই অসম ভাই ককাই সকলক ভালে ৰাখিবলৈ ভগৱানক প্ৰাথ‌ণা জনাইছো জয় আই অসম

  • @nayanmanirajbongshi57
    @nayanmanirajbongshi57 Před rokem +13

    ৰিনিকি ৰিনিকি গান ত কৈ বহু বেছি ভাল হৈছে। মন জুৰ পৰি গল। জয় আই অসম❤

  • @hemalatachetia3765
    @hemalatachetia3765 Před rokem +18

    তোমালোকে য'তে আছা ভালে,কুশলে থাকা আমাৰ মৰমৰ পোনাহ'ত ।।মাতৃ হিচাপে বিহু গীতৰ অৰ্থ বোৰে 😭😭আবেগিক কৰিছে ।।

  • @raani443
    @raani443 Před rokem +35

    দাদা জনৰ সুৰটো বৰ ধুনীয়া। কিছুমান সস্তীয়া গায়কতকৈ বহু ওপৰত। সকলোকে পলম কৈ হলেও বিহুৰ শুভেচ্ছা জনালোঁ ❤

  • @user-in8ix8br5m
    @user-in8ix8br5m Před rokem +68

    খাটি অসমীয়াৰ চিনাকি❤ বিহুটো সুন্দৰকৈ জীয়াই ৰাখিছে, দেখি ভাল লাগিল!!
    সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ!!🎉❤

  • @ranudas593
    @ranudas593 Před rokem +46

    ভগৱানে তোমালোকক কুশলে ৰাখক 🙏🙏🙏🙏🙏

  • @matuuboruah9770
    @matuuboruah9770 Před rokem +13

    জয় আই অসম আজি বিহু দিনা বহুত মিছ কৰিছো তোমালোকক আপোনালোকে গোয়া গানটোয়ে হিয়া ছুই গৈছে | ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন থাকিল জয় আই অসমী

  • @mantudas3746
    @mantudas3746 Před rokem +17

    অন্তৰ চুই গৈছে মই আলফাত জাৱলৈ বহু চেষ্টা কৰিও জাব নোৱাৰিলো তথাপিও আলফালৈ মৰম শ্ৰদ্ধা ওঁ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো

  • @utpalnath123
    @utpalnath123 Před rokem +48

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।

  • @anirbanbaruah867
    @anirbanbaruah867 Před rokem +38

    সুন্দৰ বিহু গীত জয় আই অসম

  • @muninborgohain3452
    @muninborgohain3452 Před rokem +15

    বহুত সুন্দৰ হৈছে। ভাল লাগিল, অন্তৰ চুই গৈছে।আপোনালোক যতে আছে কুশলে থাকক।জয় আই অসম।

  • @minatirajkumari2410
    @minatirajkumari2410 Před rokem +45

    সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো, ভগৱানে সকলোকে ভালে ৰাখক

  • @pranjalborahcreation9745
    @pranjalborahcreation9745 Před rokem +28

    ভালে থাকিবি । ভগৱানে তহতঁক মঙ্গল কৰক। বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল।

  • @vreeguchangmai3355
    @vreeguchangmai3355 Před rokem +11

    অসমৰ বিপ্লৱ জোৱান সকল জিন্দাবাদ।।জয় আই অসম।।।

  • @jd1963
    @jd1963 Před 10 měsíci +3

    Bihu huni sokupani ulaise eman dhuniake gai#ebupaihot valethakok vhogobanor usorot pray jonaisu👌❤💘

  • @kalponakirankashyap5037
    @kalponakirankashyap5037 Před rokem +52

    শ্ৰদ্ধাৰে নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈকে ।ককাই-ভাইৰ আৰু বাই-ভনী সকলৰ সদায় সকলো দিশতে কুশলতা কামণা কৰিলোঁ, জয় আই অসম ✊💐🙏

  • @priyam_borgohain2167
    @priyam_borgohain2167 Před rokem +36

    ককাইহত ভালে থাক বিহু শুভেচ্ছা থাকিল😊

  • @sanjibkonwar8717
    @sanjibkonwar8717 Před rokem +49

    সকলোলৈকে অযোত মৰম আৰু বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল..

  • @zubeenboliyamoirinku
    @zubeenboliyamoirinku Před rokem +9

    আমাৰ মৰমৰ ককাইদেউসকল ❤️ 🙏।।কূশলে থাকিবা,,
    হুঁচৰি ৰ পাঠক জনৰ শব্দ বোৰ বহুত বেছি ভাল লাগিছে ,, আপোনালোকৰ ইমান‌ কামত ব্যস্ত থকাৰ পিছতো অসমীয়া ৰ প্ৰানৰ বিহুতি আদৰাৰ‌ বাবে 🙏 অশেষ ধন্যবাদ জনাইছোঁ 🙏❤️

  • @Debajitdr2ex
    @Debajitdr2ex Před rokem +9

    বশুত সুন্দৰ হৈছে
    কি কৰিবা তোমালোক অসম দেশৰ বাবে ঘৰৰ সকলোককে এৰি আহি অসমী আইৰ বাবে ওলাই আহিছা ।।
    আৰু মই ও দেশমাতৃৰ বাবে ঘৰৰ সকলোককে এৰি আহিছো
    এই বিহুৰ সময়ত
    কিন্তু অলপ বেলেগ
    মই আৰ্মীত
    আশীৰ্বাদ কৰিছোঁ সকলোৱে ভালে থাকে
    জয় আই অসম

  • @babuhaloi4942
    @babuhaloi4942 Před rokem +59

    খাতি অসমীয়া ❤

  • @pegurock421
    @pegurock421 Před rokem +215

    বহুত বেয়া লাগিছে দেখি আজিৰ দিনত আমাৰ অসমীয়া ডেকা গাভৰু সকলে হাতত বন্ধুক লৈ বিহু পালন কৰিব লগীয়া হৈছে।

    • @rajibkumarnath5591
      @rajibkumarnath5591 Před rokem +13

      তেওঁ লোকে যে বাহিৰত থাকি বাপুতিখাহুন টো জীয়াই ৰাখিছে ভাল 😂লাগিছে। আমাৰ অসমত থাকি কিছুমানে আকৌ বিহুতো ............

    • @tanche9085
      @tanche9085 Před rokem

      2mi gandu

    • @Doleypuneswar222
      @Doleypuneswar222 Před rokem

      🥲🥲

  • @Trends_only07
    @Trends_only07 Před rokem +5

    বহুত বহুত শ্ৰদ্ধা থাকিল সকলোলৈ । মোৰ দেউতাও এজন প্রাক্তন আলফা আছিল.. তেওঁৰ মুখত সৰু পৰাই আপোনালোকৰ দেশপ্রেম, সাহসৰ কথা শুনি আহিছো। আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়াল ভালে থাকক লগতে সকলোলৈ ৰঙালী বিহুৰ উলগ যাচিলো। বহুত বহুত মৰম❤ জয় United liberation Front of Assam (ulfa) ❤

  • @jitenkonwar2942
    @jitenkonwar2942 Před rokem +5

    মনতো বৰ দুখ পালো।। দাদা হতক ভগৱানে কৃপা কৰক।

  • @morandiganta7173
    @morandiganta7173 Před rokem +6

    সঁচাকৈ আবেগিক হৈ পৰিলোঁ। এটা দৰ্শক অতিক্ৰম কৰি অহা মনটোক খুণ্ডামাৰি দিছে । অতাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ। লগতে coment দিয়াবোৰ পঢ়ি ভাল লাগিছে।

  • @rupamsutradhar6006
    @rupamsutradhar6006 Před rokem +3

    জয আই অসম.সচাকৈ বহুত আপলুত হৈছো আমি.বহুত বহুত ভাল লাগিল.সঁচাইআমি অসমীয়া বুলি গৌৰৱ কৰো.

  • @Thelearning3
    @Thelearning3 Před rokem +4

    মজা , ইমান কঠিন আৰু ব্যস্ততা মাজটো অসমীয়া পৰম্পৰাগত ৰীতি-নীতি প্ৰতি যি শ্ৰদ্ধা । ইয়াক সন্মান জনাই আপোনাৰ লোককো ৰাঙলী বিহুৰ শুভেচ্ছা জনালোঁ।
    জয় আই অসমৰ 🎉🙏🏾

  • @shivampoultryfarmandhatche9580

    সুন্দৰ প্রদর্শন। ❤❤❤❤

  • @babulborah8602
    @babulborah8602 Před rokem +18

    বিহুৰ শুভেচ্ছা থাকিল ভাই হত ❤ জয় আই অসম ✌️

  • @user-uq2te7wo7u
    @user-uq2te7wo7u Před rokem +5

    জয় আই অসম🙏🙏🙏 ৰঙালী বিহু শুভেচ্ছা থাকিল। ইমান ধুনীয়া লাগিছে নহয় কবলে ভাষা নাই আৰু সঁচাই দেই। ভালে থাকক সকলো আশীৰ্বাদ কৰিছোঁ। বিহু গীত শুনি হৃদয় চুই গৈছে।

  • @bhubanchutia1142
    @bhubanchutia1142 Před rokem +5

    নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক হীৰা ভৰা শুভেচ্ছা জাছিলো। আশাকৰোঁ আপোনালোক সকলোৱে সদায়েই যেন সুখত থাকে। তাৰেই কামনা কৰিলো।বিহুতি চাই বহুত ভাল লাগিছে।আৰু আগলৈকে আগুৱাই যায় যেন।

  • @zgofficialassam7536
    @zgofficialassam7536 Před rokem +141

    জয় আই অসম ❤

  • @lohitrohitofficial5887
    @lohitrohitofficial5887 Před rokem +11

    জয় আই অসম 😘😘😘😘😘। অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।ককাইহঁতৰ সু-স্বাস্থ্য, আৰু দীৰ্ঘায়ু আন্তৰিকতাৰে কামনা কৰিছোঁ।

  • @ajoyrajkonwar1739
    @ajoyrajkonwar1739 Před 9 měsíci +1

    তোমাৰ লোক থকা লৈকে অসমৰ ভাষা সংস্কৃতি ৰক্ষা হৈ থাকিব , ভাল লাগিল নিজৰ জাতি , ভাষা , সংস্কৃতিৰ ৰক্ষা বাবে নিজকে অৰ্পণ কৰি , বিনা নিজৰ স্বাৰ্থ নথকা কৈ উলাই গলা , ভালে থাকক সকলো❤❤❤ ❤

  • @as02ranjuvlogs29
    @as02ranjuvlogs29 Před rokem +2

    কোটি কোটি প্ৰণাম তোমালোকলৈ ককাইদেউ সকল। এই হেপা৺হৰ ৰঙালী বিহু টোত তোমালোকক এনেকে দেখি বৰ দুখ লাগিছে। ভগবানে কুশলে ৰাখক সকলোকে আৰু প্ৰতি জন তেজাল ডেকা লৈ মোৰ বিহুৰ শুভেচ্ছা থাকিল। যদি পাৰা ঘুৰি আহা তোমালোক ।

  • @simadeka8797
    @simadeka8797 Před rokem +3

    ককাই হত আপোনালোকৰ চিন্তা মহান কিন্তু জংঘল ত থাকি সমস্যা সমাধান নহৈ ।আইফলে মীয়া অসম ভৰি পৰিছে ।অতাইলৈ বিহুৰ শুভেচ্ছা থাকিল ভাল কৈ থাকক । জয় আই অসম।

  • @dadugogoi5548
    @dadugogoi5548 Před rokem +21

    ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।🙏🙏

  • @Akah337
    @Akah337 Před rokem +4

    ঘৰ ,,পৰিয়ালৰ মৰম চেনেহ,এৰি,,ম্যানমাৰ শিবিৰত থকা,সকলো ,,সেনা সকল বিহুৰ ,শুভেচ্ছা জাচিছো,,,🥺🥺🥺🥺💝💝,,, জাতি স্বাৰ্থ ত নিজকে ত্যাগ কৰা, বিপ্লৱী মহান ব্যক্তি সকল লৈ ,মোৰ পৰা বহুত শুভেচ্ছা।,, জয় আই অসম ❤️❤️❤️

  • @JayantaBaruah-sg2pq
    @JayantaBaruah-sg2pq Před 7 měsíci +4

    ঘৰ সংসাৰ এৰি এনেকৈ এখন অজান দেশত
    নিজৰ পৰম পৰা ৰক্ষা কৰি আছ গৈ তনহঁতে। কুখলে থাক।
    জয় আই অসম

  • @jintuarandhara6724
    @jintuarandhara6724 Před rokem +20

    সচাই অতি সুন্দৰ❤..জয় আই অসম

  • @prabalhazarika3088
    @prabalhazarika3088 Před rokem +3

    জয় আই অসম ককাইদেউ সকল সুখত থাকক ভগৱানে মঙ্গল কৰক তাৰে কামনা🙏

  • @assamfirebase6892
    @assamfirebase6892 Před rokem +1

    আপোনালোক আৰু আপোনালোকৰ পৰিয়াল সমূহক ভগৱানে কুশলে ৰাখক | আৰু ভগবানক পাৰ্থনা কৰিছো সোনকালে যাতে এই সমস্যা সমাধান হয় | জয় আই অসম

  • @janmejayray2238
    @janmejayray2238 Před rokem +5

    সচাকৈ অতি সুন্দৰ । সকলো কূশলে থাকক।

  • @biswajitgogoi7747
    @biswajitgogoi7747 Před rokem +10

    চকু যুৰি সেমেকি গ'ল। সকলো কুশলে থাকা তাৰেই কামনা কৰিলোঁ...ভাই ককাই হত।😢😢

  • @bhupendas2426
    @bhupendas2426 Před rokem +3

    ভালে ৰাখক সুখেৰে থাকক তাকে কামনা কৰিলো ভগৱানৰ উচৰত
    বিহুলৈ আটাইকে স্বাগতম

  • @darpandeka5141
    @darpandeka5141 Před rokem +2

    আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো। ভালে কউশলএ থাকক । সপোন বাস্তৱ হক ।

  • @dhan5717
    @dhan5717 Před rokem +20

    সুন্দৰ পৰিবেশ ❤❤❤

  • @ranaborboruah4380
    @ranaborboruah4380 Před rokem +3

    আলফলৈ নতুন বছৰটো ভালে থাকিবলৈ মোৰ আন্তৰিক মৰম জাচিলো জই আই অসম আলফা /আমাৰ অসম চৰকাৰৰ দুখত আমাৰ ধুনীয়া লৰা ছোৱালী ভোৰ হাতত অস্ত তুলি লৈ হাবি মাজলে গৈছে কিয় জানে নেকি নিজৰ আই মাটিক সুৰক্ষা দিবলৈ আৰু আমাৰ সমাজক আলফা নহলে আমাৰ অসম খন এদিন মুছলিম ৰাজ্য হল হলে আৰু বাংলাদেশী হল হলে /জয় আই অসম আলফা

  • @gautomsarmah7782
    @gautomsarmah7782 Před rokem +2

    বহুত দুখ লাগিছে।অসম ৰ কাৰণে ঘৰ দুৱাৰ এৰি থাকিব লগা হৈছে।😢😢

  • @bitupangogoi6353
    @bitupangogoi6353 Před rokem +3

    খাটি অসমীয়া❤️❤️ জয় আই অসম❤️❤️

  • @munindradihingia
    @munindradihingia Před rokem +9

    অতি সুন্দৰ । জয় আই অসম ।

  • @abhijitphukon1968
    @abhijitphukon1968 Před rokem +13

    সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ❤ জয় আই অসম

  • @adityakalita5560
    @adityakalita5560 Před rokem +5

    তেখেতসকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @a.d119
    @a.d119 Před rokem +3

    ❤ জয় আই অসম ❤ o God গা বিজ-বিজাই গল আৰু অলপ emotional hoi golu 😢😢😢❤জয় আই অসম❤

  • @mafiyvlog
    @mafiyvlog Před rokem +3

    ভগবানো আপুনালুকক কুখলো ৰাখক 🙏🙏🙏🙏🙏🙏🔥🔥❤️❤️

  • @kutibhai2.752
    @kutibhai2.752 Před rokem +2

    ভগৱানক প্ৰাৰ্থনা কৰিম তোমালোকক সদায়ে মংগলৰে ৰাখক যেন । সদায়ে এই ‌দৰে থাকিবা জয় আই অসম 🙏🙏🙏🙏🙏🙏🙏🙏

  • @Dhasu-Gamer-----------6115

    অন্তৰ খন খুন্দিয়াই গল।।।। প্ৰতিটো শব্দ এ মনটো ভাঙি পেলালে।।।।

  • @likhongogoiofficialvlogs7455

    সকলোৱে ভালে থাকক তাৰে প্ৰৰ্থনা জনাইছো।। জয় আই অসম।। ❤❤❤❤

  • @arunkumardas6158
    @arunkumardas6158 Před rokem +3

    Gan2 khuni ga num jikar khai goise mojjjaaa joy ai axom ❤❤❤❤❤❤ happy rangali bihu kakai hot kukhale thakok 🙏🏽🙏🏽🙏🏽🙏🏽

  • @simantanaginisimantanagini6780

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল পৰেশ বৰ্তা আৰু আমাৰ বিপ্লৱী সেনা সকল।
    লগতে মুল সুতিলৈ ঘুৰি আহব বোলি আশা থাকিল।

  • @balidhardowarah4652
    @balidhardowarah4652 Před rokem +2

    “জয় আই অসম” ৷বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল বিপ্লৱী সেনানীসকল ৷

  • @chandanbhuyan5174
    @chandanbhuyan5174 Před rokem +6

    তহতলৈ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ, ভালে থাক তহতি 😢

  • @junekoch2692
    @junekoch2692 Před rokem +7

    ৰঙালী বিহুৰ শুভেচ্ছাৰে সকলোকে ,জয় আই অসম 👍👍👍

  • @khargeswarkalita4630
    @khargeswarkalita4630 Před rokem +2

    গাঁৰ নোম শিয়ৰি গল। ভগৱানে মঙ্গল ৰাখক।অসম আৰু অসমীয়াৰ হৈ তোমা লোকক বিহুৰ শুভেচ্ছা jaasilu

  • @krishnakantalahon6167
    @krishnakantalahon6167 Před rokem +2

    পোন প্ৰথমে অসমীয়া বীৰ ককাইদেউ সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ ❤❤অতি সুন্দৰ হৈছে...আৱেগিক হৈ পৰিলো 🥺🥺চকুপানী ওলাই গ'ল ৷ ভালে থাকক সদায়🥺❤
    জয় আই অসম ❤✊

  • @kobitadutta8960
    @kobitadutta8960 Před rokem +26

    সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @donsaloilifestyle5090
    @donsaloilifestyle5090 Před rokem +8

    ভালদৰে কুখলে থাকা সকলো 😢❤❤❤❤

  • @MANSUMANKASHYAP
    @MANSUMANKASHYAP Před 7 měsíci +1

    Joii Aaii Axom..
    Axom or krne hodai ag bahi jam..
    Kokaideu hokool apunaluk bhalke thakok

  • @tulikasaikia9495
    @tulikasaikia9495 Před rokem +1

    Nice. hokolu vale thakok god bless you

  • @sonitsaikia1884
    @sonitsaikia1884 Před rokem +4

    আজি ৰণাঙ্গনত নামিছে সূৰ্যৰ শকতি লৈ, অজেয় মুক্তি বাহিনী.....বিহুটি শুনি মন ৰাই-জাই কৰা আপোনালোক সকলোলৈকে ৰঙালী বিহু ও নৱ বৰ্ষৰ শুভেচ্ছা জনালো আৰু য'তে আছে ভগৱানে কুশলে ৰাখক।

  • @hbk..6107
    @hbk..6107 Před rokem +7

    আপোনালোকৰ আতাইলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ।

  • @Digantabhai8430
    @Digantabhai8430 Před rokem +1

    Vl lagil❤️❤️❤️happy bihu🙏🙏🙏

  • @ridipbora946
    @ridipbora946 Před rokem +4

    তেওঁলোকৰ গীতবোৰ শুনি সচাকৈ আবেগিক হৈ পৰিলোঁ। আশাকৰোঁ সকলো ভালে থাকক মংগলে থাকক।জয় আই অসম।

  • @manuramamoran5964
    @manuramamoran5964 Před rokem +3

    শব্দবোৰ শুনি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😭 আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ, ভগৱানে আপোনালোকক কুশলে ৰাখক 🙏 🙏🙏❤ জয় আই অসম

  • @pankajmakrari7981
    @pankajmakrari7981 Před rokem +7

    😢😢 মনটো বেয়া লাগি গল

  • @user-dv1yr4ru1n
    @user-dv1yr4ru1n Před 3 měsíci +1

    জয় আই অসম 🙏 ৰঙালী বিহু শুভেচ্ছা থাকিল ককাইহঁত।

  • @cmdaxom7776
    @cmdaxom7776 Před rokem +20

    Dhuniya hoise...👌👌🙏🙏

  • @nccevent7629
    @nccevent7629 Před rokem +12

    আপোনালোকক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আশাকৰোঁ সকলো শান্তি আৰু সুৰক্ষিত হৈ থাকে। 😢

  • @ThomasPegu-it4zg
    @ThomasPegu-it4zg Před 9 měsíci +1

    বহুত ভাল লগিছে ভগবানে কুহলেসকলোকে ৰাখিব সেয়ে মোৰ পালৰ পৰা প্ৰাথনা

  • @akashborah208
    @akashborah208 Před rokem +19

    ULFA jindabad