Komentáře •

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi Před 2 měsíci +124

    ভগৱানে কুশলে ৰাখক সকলোকে!! এইজন মাঘৰ বিহুত গোৱা গায়ক জনেই!! সুন্দৰ কণ্ঠ!! সচাকৈয়ে নিস্বাৰ্থ দেশ প্ৰেম!! স্নেহাশিৰ্ষ যাচিলো সকলোকে!!

    • @user-tf1jm8mp8o
      @user-tf1jm8mp8o Před 2 měsíci +3

      Sundor kanthdan

    • @user-eb8hx9si3y
      @user-eb8hx9si3y Před 2 měsíci

      ❤❤​@@user-tf1jm8mp8o

    • @SP-up1iv
      @SP-up1iv Před 2 měsíci

      Set del boinek suda

    • @alokdutta5907
      @alokdutta5907 Před 2 měsíci

      ​@@SP-up1ivঐ চুতমাৰণি বঙাল তোৰ কি হল বে ? কোন হয় তই ?

    • @sunil7713
      @sunil7713 Před 2 měsíci

      ​@@SP-up1iv❤❤

  • @putulgogoi9954
    @putulgogoi9954 Před 2 měsíci +71

    এই জনৰ কন্ঠ সঁচাই অপূৰ্ব ❤

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 2 měsíci +36

    ইমান সুন্দৰ ডেকা সকলৰ আজি এনে অৱস্থা কিয় হৈছে আমি সকলোৱে বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো উচিত।
    সকলোলৈকে বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏 পুনৰ আমাৰ মাজলৈ আপোনালোক সোনকালেই উভতি আহক।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před 2 měsíci +33

    সুমধুৰ কণ্ঠত বিহু গীতটোয়ে একেবাৰে হৃদয় চুই গৈছে । অসমীয়া বিপ্লৱী দাদা - ভাইটি সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আশা কৰোঁ আপোনালোক সকলোকে ভগবানে সু স্বাৰ্থৰ অধিকাৰী কৰি ৰাখে । " জয় আই অসম " । 🙏🎉🎉🎉❤

  • @ADAbhijit100
    @ADAbhijit100 Před 2 měsíci +80

    Jai Aai Axom ULFAk val pua khokole like kora

  • @babajan6873
    @babajan6873 Před 2 měsíci +52

    ঈশ্বৰৰ ওচৰত তোমালোকৰ হু স্বাস্থ্য কামনা কৰিলো

  • @AnjanAsom
    @AnjanAsom Před 2 měsíci +21

    মই অঞ্জন অসমে সংযুক্ত মুক্তি বাহিনীৰ অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা আৰু কনিষ্ঠ সকললৈ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ।

  • @nirolaborah8456
    @nirolaborah8456 Před 2 měsíci +51

    3:04 আপোনালোক সকলোৰে বিহুৰ প্ৰতি থকা শ্ৰদ্ধা , দেখি সচাকৈয়ে বৰ দুখ লাগিছে, আশা কৰোঁ আপোনালোকক ভগৱানে কুশলে ৰাখক গোটেই বছৰতোলৈ ধন্যবাদ। জয়াই অসম

  • @Ankrita-bu7hc
    @Ankrita-bu7hc Před 2 měsíci +3

    জয় আই অসম ♥️

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 Před 2 měsíci +19

    গীতটিত আজিৰ অসমৰ প্ৰতিছবি পৰিলক্ষিত হৈছে। সঁচাই আজিৰ অসমীয়া বৰ জাতিটো থান বান হৈছে।🥹
    জয় আই অসম ✊❤️

  • @barman9935
    @barman9935 Před 2 měsíci +19

    ভগৱানে সকলোকে ভালে ৰাখক জয় আই অসম ❤️🙏

  • @shreeja4587
    @shreeja4587 Před 2 měsíci +23

    🙏জয় আই অসম🙏

  • @bhupendas9350
    @bhupendas9350 Před 2 měsíci +19

    জয় আই অসম।নৱ বৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা আটাইলৈ যাছিলো। সুন্দৰ লাগিছে।আটাইয়ে কোশলে থাক।এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।পৰেশদাই ল'ৰা হতক এখনকৈ চুৰিয়া দিয়া হেঁতেন আৰু বেছি ভাল লাগিল হেতেন।

  • @jadabkalita5697
    @jadabkalita5697 Před 2 měsíci +14

    ধেমাজিৰ পৰা এগালমান মৰম আৰু ৰঙালীৰ ওলগ জনালোঁ।

  • @user-wc2mw3rz7r
    @user-wc2mw3rz7r Před 2 měsíci +11

    আবেগিক হৈ পৰিলোঁ। সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।। কুশলে থাকক সকলো।

  • @Ghbb2
    @Ghbb2 Před 2 měsíci +9

    কি বুলিনো কম আপোনালোকক ❤❤❤❤ প্ৰণাম জনাইছোঁ ইয়াৰ পৰাই ... কুশলে থাকক ককাইহত ... ঘৰত থাকোঁতে চাগে এনেকৈ ফুৰ্তি কৰিছিল 😢 পৰা হলে ভগৱানক কৈ মোৰ আয়ুস খিনি আপোনালোকক দি দিলোঁ হেঁতেন.. মৰম যাচিচো অন্তৰৰ পৰা ❤❤

  • @_axomia_lora_2624
    @_axomia_lora_2624 Před 2 měsíci +23

    বিহু যোৰা খুউব সুন্দৰ হৈছে, তথাপিও ক'ৰবাত যাতনা আছে।
    একান্ত আপোনজনেহে জানে হেৰুওৱাৰ যাতনা কিমান যন্ত্ৰণাদায়ক।

  • @anantaboruah1867
    @anantaboruah1867 Před 2 měsíci +5

    ইমান সুন্দৰ কন্ঠ সকলোকে আশীর্বাদ কৰিছে ভগৱানে ভালে ৰাখক আৰু এটি ভাল সিদ্ধান্ত ত ওপৰত হোক তাকে আশা কৰিলো।

  • @brendanathdutta1675
    @brendanathdutta1675 Před 2 měsíci +9

    ভালদৰে থাক ভাইহঁত । জয় আই অসম

  • @missmystical6605
    @missmystical6605 Před 2 měsíci +19

    আপোনালোকৰ বিহু চাই সঁচাই ভাল লাগিল । কিন্তু দূখো লাগিছে ।নিজৰ নিজৰ ঘৰখনত চাগৈ আপোনালোকক দেখি কিমান দুখ পাইছে ,সেইয়া ঘৰখনৰ সদস্যসকলেহে বুজি পাব ।

  • @JugeshDutta
    @JugeshDutta Před 2 měsíci +12

    অসমৰ বীৰসকলক ধন্যবাদ।

  • @PranjalLahon900
    @PranjalLahon900 Před 2 měsíci +20

    Joi aai axom 🙏

  • @purabideka6329
    @purabideka6329 Před 2 měsíci +3

    সঁচাই বহুত ভাল লাগিল ধুনীয়া কণ্ঠ, বিহু নৃত্য, হাতত জেতুকাৰ ৰং ।।। আপোনালোকলৈ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤। ভালে কুশলে থাকক আপোনালোক🙏

  • @user-ub7jc2yd2p
    @user-ub7jc2yd2p Před 2 měsíci +8

    শদিয়াৰ পৰা এগাল মান‌ মৰম আৰু শুভেচ্ছা জনালোঁ বিহুৰ, সকলো কুশলে থাকক

  • @Bhairab47
    @Bhairab47 Před 2 měsíci +14

    জয়াই অসম❤

  • @pratapkalita8894
    @pratapkalita8894 Před 2 měsíci +4

    অতি সুন্দৰ হৈছে। অৰ্থপূৰ্ণ শব্দৰে সুন্দৰকৈ সজাইছে বিহুগান

  • @binoddutta4714
    @binoddutta4714 Před 2 měsíci +15

    ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ঈশ্বৰে কুশলে ৰাখক। জয় আই অসম

  • @mobilephone6298
    @mobilephone6298 Před 2 měsíci +7

    অসমী য়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা ওলগ সকলোলৈকে জনালো আৰু সকলো যাতে ভালে থাকে তাকেই কামনা কৰিলোঁ.

  • @abinashsaikia2918
    @abinashsaikia2918 Před 2 měsíci +5

    ভগৱানে সদাই কুশলে ৰাখক আপোনালোকক। জয় আই অসম।

  • @stormxt2542
    @stormxt2542 Před 2 měsíci +2

    জয় আই অসম ✊🏻

  • @dharjyachoudhury4772
    @dharjyachoudhury4772 Před 2 měsíci +9

    Jai aai Akhom...Ulfa shadhin loi mur porialor falor pora aantorik bohag bihur khuvesha pothalu..... Ulfa shadhin bhale kukhole thakibo...

  • @pranjitpartho
    @pranjitpartho Před 2 měsíci +6

    যদি সঁচাকৈ দেশৰ বাবে কষ্ট কৰি আছে... Plz আপোনালোকে নিৰ্দোষী মানুহৰ জীৱনবোৰ কাঢ়ি নলব 🙏🙏🙏🙏🙏🙏🙏🙏😥😥😥😥😥

  • @user-me8lt1gz3w
    @user-me8lt1gz3w Před 2 měsíci +11

    ভগৱানে কুচলে ৰাখক❤

  • @debasischetia3290
    @debasischetia3290 Před 2 měsíci +12

    Jai Aii Aoxom❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @user-yj7fn3lz8h
    @user-yj7fn3lz8h Před 2 měsíci +9

    জয় আই অসম ❤

  • @Anime_kiid
    @Anime_kiid Před 2 měsíci +4

    অসমৰ বুকুৰ সন্তানৰ হিয়াৰ আমথু সকলো কুশলে থাকক। God bless you

  • @martialartsdiganta9915
    @martialartsdiganta9915 Před 2 měsíci +9

    Joi aai axim❤❤❤✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼

  • @rabinmedhi-6
    @rabinmedhi-6 Před 2 měsíci +4

    ধন্যবাদ দাদা সকল জয় আই অসম

  • @junmonidutta8754
    @junmonidutta8754 Před 2 měsíci +8

    Vagabane kukhale rakshak. ❤❤❤❤❤❤❤

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf Před 2 měsíci +4

    অসমীয়া সকলে কুশলে থাকে যে ভগৱানে দীঘাযু কামনা কৰিলো ধন্যবাদ

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz Před 2 měsíci +1

    ভগৱানে তোমালোকক কুশলে ৰাখক।গীতৰ কথা সুৰে গাৰ নোম শিয়ৰাই;আবেগত চকুলো নিগৰায় এজন অসমীয়া হিচাপে।যতে আছা ততেই কুশলেে থাকা আমি অসহায়।নৱবৰ্ষৰ শুভেচ্ছাৰে জয় আই অসম।

  • @user-sh9ng5yn6q
    @user-sh9ng5yn6q Před 2 měsíci +7

    জয় আই অসম

  • @user-xv6gt1xd1u
    @user-xv6gt1xd1u Před 2 měsíci +7

    জয় আই অসম❤❤

  • @prakaskalita1913
    @prakaskalita1913 Před 2 měsíci +1

    Joi Aai Axom..🚩 Alfa sadhin zindabad❤❤

  • @digantaborah1705
    @digantaborah1705 Před 2 měsíci +7

    Jai aai osham🙏🙏🙏

  • @user-zx9bt9wt1v
    @user-zx9bt9wt1v Před 2 měsíci +1

    ভগৱান ভালেই ৰাখক এই সকলোকেই❤❤

  • @davidsonowal4961
    @davidsonowal4961 Před 2 měsíci +7

    Jai ai axom

  • @karategirl7594
    @karategirl7594 Před 2 měsíci +1

    ❤ val lagila sai bihu. Haluka bihu Huvasya janalu

  • @user-iz5tu8xo3u
    @user-iz5tu8xo3u Před 2 měsíci +1

    Joi aai Asom ❤❤❤

  • @putnakt.saikia3116
    @putnakt.saikia3116 Před 2 měsíci +6

    ❤❤ সুন্দৰ ❤❤

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Před 2 měsíci +2

    বিপ্লৱী বীৰ বন্ধু সকলোলৈ ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনালো...
    যতেই আছে আপোনালোক কুশলে থাকক... আমাৰ মৰম স্নেহ আশীৰ্বাদ সদায়ে আপোনালৈ আছে থাকিব...
    বৰ্তমান আলফাৰ অতি প্ৰয়োজন হৈ পৰিছে অসম অসমীয়াৰ বাবে... কিবা এটা নকৰিলে অসমৰ জাতি মাটি ভেটি নৰবগৈ....
    ভূ মাফিয়া বোৰৰ উৎপাতত খিলঞ্জীয়াৰ ভূমি বাচি নাথাকিব গৈ...
    কিবা এটা কৰক আপোনালোকে...

  • @alokdutta5907
    @alokdutta5907 Před 2 měsíci +1

    মোৰ ফালৰ পৰাও সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা জনোৱাৰ লগতে কনিষ্ঠ সকললৈও ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ ।

  • @user-gx1iz5de3q
    @user-gx1iz5de3q Před 2 měsíci +1

    Nasoni ni apulokar tathapio Eman dhunia lagise 😊

  • @anjanbora6504
    @anjanbora6504 Před 2 měsíci +1

    Joi Aai ❤❤Axom ,God bless you

  • @DeepakkumarRoy-zz1lz
    @DeepakkumarRoy-zz1lz Před 2 měsíci +1

    Happy rongali bihu.bht val lgel..n dhuko lge.....vogobanr ocorot parthona krem aponaloke jen vale kukhole taka....❤❤❤❤❤❤.

  • @PRANJALMECH-cn2no
    @PRANJALMECH-cn2no Před 7 dny

    জতে আছা ভালে থকা ককাইহঁত
    জয় আই অসম ✊❤️

  • @AoxamRajib
    @AoxamRajib Před 2 měsíci +4

    Joi aai axom❤

  • @nayanmaninath2203
    @nayanmaninath2203 Před 2 měsíci +2

    সঁচাকৈ বহুত বহুত সুন্দৰ❤❤❤

  • @user-bp1jq1hx8f
    @user-bp1jq1hx8f Před 2 měsíci +1

    আশিবাদ কৰিছো ভালে থাকিবলৈ

  • @DebojitBoruahDebojitBoruah
    @DebojitBoruahDebojitBoruah Před 2 měsíci +3

    Rongali Bihur Huvesya Thakil Kokai Ho❤😊Hodai Vale Thakiba

  • @arunray-gq7dz
    @arunray-gq7dz Před 2 měsíci +1

    আপোনালকলৈ।ধন্যবাদ।জনাইছো।আমাৰ।দেশ।আমাক।লাগে।

  • @dihingiadipjyoti
    @dihingiadipjyoti Před 2 měsíci +1

    জয় আই অসম ককাই হত ❤

  • @RomeshSaikia-jo6cb
    @RomeshSaikia-jo6cb Před 2 měsíci +2

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ৷

  • @mohanboruah3956
    @mohanboruah3956 Před 2 měsíci +1

    মোৰ ফালৰপৰা বহুত বহুত মৰম নব বৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ যাচিলো লগতে প্ৰতিজনৰ মংগল কামনা কৰিলো ৷

  • @miturajshivamdyoutube5441
    @miturajshivamdyoutube5441 Před 2 měsíci +1

    Jai aai assom 🙏🙏🙏

  • @prarthanabora6847
    @prarthanabora6847 Před 2 měsíci +2

    Bht Dukh lagil patibha
    Dakhi apunalukr xushaitha kamona koriso❤❤❤❤❤

  • @blackhunterff7253
    @blackhunterff7253 Před 2 měsíci +1

    ককাই সকললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে সুস্বাস্থ্য কামনা কৰিলো....🫂

  • @user-in8fr8pd5p
    @user-in8fr8pd5p Před 2 měsíci +1

    Duniya lagisa oo dada ❤❤❤❤❤

  • @madtoxicgaming3424
    @madtoxicgaming3424 Před 2 měsíci +1

    Love from golaghat merapani...

  • @rockyfitnesschannel6240
    @rockyfitnesschannel6240 Před 2 měsíci

    Jai Aai axom, hokolu kokaidau loika Mr falor pora bohag bihur bohut bohut huvassa jonaisu...apunaluka ha axomor baputi hahun bihu tik honmanara rakhisa....jai aai axom❤😊

  • @user-pf1xp4by1h
    @user-pf1xp4by1h Před 2 měsíci +1

    চৰকাৰী চাকৰী বিচাৰি হাবাটোৰী কুৱাতকে এনেকৈ থকাই ভাল হব😢🥺😭😭😭

  • @golapborah12
    @golapborah12 Před 2 měsíci +7

    Joi aai asom

  • @utpalggoi2.082
    @utpalggoi2.082 Před 2 měsíci +2

    জয় আই অসম । ❤

  • @santoshborah6757
    @santoshborah6757 Před 2 měsíci +4

    Waw Beautiful ❤❤❤

  • @ranjitbharali6172
    @ranjitbharali6172 Před 2 měsíci +3

    🙏🙏🙏 happy rangali bihu 🙏🙏🙏

  • @user-bd6dy9xd1k
    @user-bd6dy9xd1k Před 2 měsíci

    Bor dhunia kontho bihur hubesha thakil apunalukoloi moromor kokaideo hkl joi aai akhom ✊✊✊

  • @DipikaSahikia
    @DipikaSahikia Před 2 měsíci +1

    Maja❤❤❤❤❤❤❤

  • @rajibbora1813
    @rajibbora1813 Před 2 měsíci +1

    ❤❤❤জয় আই অসম ❤❤❤

  • @pranitakalita8133
    @pranitakalita8133 Před 2 měsíci +2

    Bohut bohut dhynobad😢

  • @munmigogoi2377
    @munmigogoi2377 Před 2 měsíci +5

    তোমালোক সদায়ে কুশলে থাকা ।❤❤❤❤❤❤❤❤❤❤

  • @user-uf8lm3bi4n
    @user-uf8lm3bi4n Před 2 měsíci +1

    My.love.assam.good.song

  • @user-iw7kf8to5t
    @user-iw7kf8to5t Před 2 měsíci +1

    Jay I Assam ,, Happy Rongali bihu 🙏❤️❤️❤️

  • @abhirajboruah1841
    @abhirajboruah1841 Před 2 měsíci +1

    Bidyut da bhala thakok hodai...rongli bihur huvesha thakila...moi nahorkatia kaliapanir pora....

  • @user-by9bp1dx8t
    @user-by9bp1dx8t Před 2 měsíci

    Bhut vhal lagile apunak Luke bihu.❤❤❤❤❤

  • @rccocktail5799
    @rccocktail5799 Před 2 měsíci +1

    Natural place tate bihu bihu 🥳🥳🥳💕💕💕

  • @birendigitalworld5617
    @birendigitalworld5617 Před 2 měsíci +3

    Jai Axom❤

  • @SimaraniTaid
    @SimaraniTaid Před 2 měsíci

    Moza tks y

  • @travellingworld6401
    @travellingworld6401 Před 2 měsíci

    Happy Rangali bihu kakaideu jai Aai axom ..

  • @user-wg3bh2fz3h
    @user-wg3bh2fz3h Před 2 měsíci

    মজা,HAPPY RONGALI BIHU,

  • @CHOTTU210
    @CHOTTU210 Před 8 dny

    জয় আই অসম

  • @dharaninath4960
    @dharaninath4960 Před 2 měsíci

    Dhanyabad hundar kantha god bless all joy aai axam

  • @anillifestyle9396
    @anillifestyle9396 Před 2 měsíci

    Bohut vl lagise ❤❤

  • @Bikideka12
    @Bikideka12 Před 2 měsíci +2

    Happy Bihu

  • @merinaenghipi7391
    @merinaenghipi7391 Před 2 měsíci

    Wish you all A very happy and wonderful rongali bihu may god bless you all take care stay safe always

  • @bokulboruah837
    @bokulboruah837 Před 2 měsíci

    বহুত ভাল লাগিচে

  • @user-ul4up1hh7f
    @user-ul4up1hh7f Před 2 měsíci

    গান গায় থকা দাদা জনক চিনি পাইছো বহু দিনৰ মোৰত দেখিছো আপোনালোকক ভগৱানে কুখলে ৰাখক❤❤

  • @minahazarika7578
    @minahazarika7578 Před 2 měsíci +1

    ইমান শুন্দৰ আৰ্শীবাদ যাছিছো কুশলে থাকক

  • @ajitboro6250
    @ajitboro6250 Před 2 měsíci +1

    Happy Rangali Bihu 🤝🤝

  • @user-kj9ng8lz5y
    @user-kj9ng8lz5y Před 2 měsíci

    ধুনীয়া লাগিছে ❤

  • @user-mg3pp2ck9m
    @user-mg3pp2ck9m Před 2 měsíci +1

    Hodai valkoi thaka hokoluyai