অসমক মৰমৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ'ল ৰাছিয়া ভ্ৰমণলৈ।
Vložit
- čas přidán 7. 07. 2024
- অসমক মৰমৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ'ল ৰাছিয়া ভ্ৰমণলৈ। অসমৰ বান শিৱিৰে শিৱিৰে ৰাহুল গান্ধী। অবিনাশৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
জনসাধাৰণৰ বিপদৰ সময়ত কাষত থিয় হোৱাটো প্ৰত্যেক দলৰে দায়িত্ব কৰ্তব্য । ৰাহুল গান্ধী য়ে ভাল কাম কৰিছে । লগতে অখিলগগৈ , লুৰিণ জ্যোতি গগৈ , পিযুষ হাজৰিকা মুখ্যমন্ত্ৰী সকলোকে ধন্যবাদ জনালোঁ । অন্ততঃ সকলোৱে বানাক্ৰান্ত ৰ কাষত থিয় হৈছে
Rahul Gandhi Wellcome🙏🙏🙏🙏
বন্ধুৰ চিন বিপদত!
মোদীয়ে কৰুনা দৰে বিজানু আনিব গৈছে ৰাছিয়ালৈ
Modi ki award lob goise jana ne. Modi assamot ki dorkar. Axomt montri nai nki,, baan puristiti lob karne.
ৰাহুল গান্ধীৰ নেতৃত্বত দিয়া ভাল কাম কৰিছে ধন্যবাদ 🙏🙏🙏
ৰজা পৰিয়ালৰ যুবা, প্ৰজাৰ দুখৰ সময়ত অসমত ভোজ লবলৈ আহাটো ধন্যবাদৰ পাত্ৰ।
চাহ বেপাৰী য়ে অসমৰ সমস্যা ৰ কথা কি জানে ই যদি এতিয়া অসমলৈ আহে মুখত জোতা মাৰিব লাগে
Welcome ❤❤❤❤
Welcome to Assam,Rahul Gandhi.
Ruhul Gandhi...... Is Great leader
তেওঁ আৰু কিমান বিদেশ ভ্ৰমণলৈ নাজায় অসমৰ ৰাইজৰ মৰক লাগিলে তেওঁ কি আহে জায় মুদিৰ আৰু কি বাৰ জাব তাৰ হিচাপ নাই ❤❤
Welcome assam Rahul Sir
অসমৰ ৰাইজ পানীত উটি, ডুবি মৰিলেও মৰক ; মোৰ চাবলৈ সময় নাই ।
Welcome to... Rahul.❤❤
মোদী অসমৰ বানপিৰিত ৰাইজৰ ওচৰলৈ আহিব লাগেনে ৰাছিয়ালৈ ভ্ৰমণ কৰিবলৈ যাব লাগে ? কেইদিনমানৰ পিছত যোৱা হেঁতেন মোদীয়ে ৰাছিয়া গৈ নাপালে হেঁতেন নেকি? মোদীৰ অসমৰ মানুহৰ বাবে কিমান মৰম সেই কথা জনসাধাৰণে এতিয়া বুজি পাইছে। মোদীৰ পক্ষত থকাকেইজন দালালি যেন অনুভৱ হয়।
অথনু ভুঞাই টক ছ ত ৰাহুল গানীয়ে অসমৰ বানাক্ৰান্তৰ ওছৰলৈ অহাক লৈ সমালোচনা কৰিছে কিন্তু দেশৰ এনে ৰ্দূয্যোগ কালত মোদী ৰাচিয়ালৈ যাবলৈ ওলোৱা কথা সামালোচনা কৰা নাই কিয়।এই ভ্ৰমনত খৰছ হবলগিয়া ধন জনসাধাৰণৰ হয়।এইধন বানাক্ৰান্তৰ সাহায্যৰ বাবে খৰছ কৰাহলে জনসাধাৰণ উপকৃত হল হেতেন।
ৰাহুল গান্ধী অসমলৈ আহি ভাল কাম কৰিছে, কিন্তু এই সময়ত প্ৰধান মন্ত্ৰী ভ্ৰমণলৈ যোৱা উচিত হোৱা নাই।
ৰাহুল গান্ধী ভাল কাম কৰিছে Rahul Gandhi jindabad
শিক্ষিত আৰু অশিক্ষিতৰ মাজৰ পাৰ্থক্য..
অসম বানত উতি গলেও কাৰো একো নাযায়,, একেবাৰেই সঁচা কথা,,
Welcome Assam Rahul sir
,,,,,Change neki......
Hoi thake anekuwa !
🎉
Bipodor bondhu he prokrito bondhu
All Assamor jonota hai etue bisarisil khali bjp lagea paleane mojata
WHY ONLY IN BARAK??WHY NOT IN UPPER ASSAM??
Welcome to Rahul Gandhi ❤❤❤
Good job
Russiat Ane furibo goise nki..dekhor karone koise
2014 sonoloi Congress a Assam r banpiritok ki disil aami dekhi thiosu.
Ye 2024 hai
A friend in need is a friend indeed. Many Many thanks to you sir
.
মোদীয়ে কিন্তু অলপ মূৰখামি কৰিলেদে , কম চে কম এইখিনি সময়ত তেওঁ বিদেশ ভ্ৰমণ কৰাটো কেঞ্চেল কৰিব লাগিছিল ৰাহুলৰ নিচিনা অসমত আহি মানুহক অলপ সান্তনা দিলেও ভাল লাগিল হয়
কিবা পৰামৰ্শ লব গৈছে।
Modie okol vote bisarihey ahey oxomoloi
Banakantak Rahule ki ki sahai karile gandi Bhai
Assam.r mnuhei aebur neisei Kun ahesei bepod.r homoy.t mathu Lage asoni 😂😂😂
R Gandhi is great,Simple ,Creative and a Big Hearted fellow
Rahul Gandhi jindabad
Rahul Gandhi Real hero
Assamt rahul le ki bl dib.emane bhal km karile rahule ahi...fal2 rajniti ai bura...
Rahul ....... Gandhi . Sorkar hok keidin ahe gm pabi . Kiman dia . Modi any jwa nai.
Rajniti
He is there anyway when there is election for the sake of the chair. When the purpose is achieved he is there in abroad. Sufferings of the people is secondary to him.
Amar eyate aha nai ok by
Rahul Gandhi zindabad
Monipuror ghotonar somoyat o Akai asil.
Rahul Gandhi Zindabad ❤🎉
Ya hai assli mord good job
har mahine Khata khat khata khat apke bank account aayega ₹8500?
Laj nai kja coment bur kore
Kene manuhok mp pathiyabo lage atiao Buji napai,vakha najana olpo political knowledge nohowa bilakhe mp pothai die,Paisa na atiao moja.
VOTOR XOMOIOT HE AHIBO LAGE BAKI BUR VOT R AGE AGE AHE
Babul kalitai kiba mal paise sage. hai karone ane montyabya
Rahul gandi jindabad
বুঢ়া জন মনিপুৰ যাব সময় নাপায় । বুঢ়া জনৰ ভূল নহয় দেশৰ গৰৱ ভক্তৰ দোষ।
🎉🎉🎉❤❤❤👌👌👍👍🙏🙏🖐️🖐️🇮🇳
Beautiful 😍❤️ Congress jeendabad Rahul Gandhi jeendabad gaurav Gogoi jeendabad
मोदी अंधभक्त नहीं प्रेम करते वाला राहुल चाहिए 😍 बोजेपी मुक्त भारत कोन कोन सहमत हैं।
Rahul gandir sorkare Aji loke ki korise raize...😂😂
K
R
১৪ চনৰ পৰা কৰাৰ দায়িত্ব আজি ১০ বছৰে কোনে লৈ থৈছে ?
একো কৰা নাই। বৰ্তমান ৰাইজৰ সমস্যাৰ প্ৰতি থিয় দিছে আৰু ইয়াতকৈ কি লাগে
Olp nije kori kha xun
Luke Diya loi roi thakibi kela
কংগ্ৰেছ শাসনত থাকোঁতে কি ঘোঁৰাৰ ঘাঁহ কাটি আছিলে
কেইটামান অন্ধৰ গাত জ্বলা পোৰা হৈছে। সঁচা টো মানিব নোৱাৰে।
হেৰ অসমত আহিলেও কোনো লাভ নাই।
Kio ..disili nahoi baperok voot tur bapere russia palege sudur vii
PM r kam ki najana neki assam t thakile baki state aaru desh khon koni sabo, bal news kora .
Aibur natak sob
Banpani natok neki gubor.
@@merinaoegu5077 banpani natak nhy kela manuh to ktha koisu buji pabi olp gubor
ৰাহূলে কি ডাল কৰিব।অকল অসমতে বানপানী হৈছে নেকি,বাকী ৰাজ্যত হোৱা নাই। আৰু মোডীৰ ৰাছিয়াত ঘোঁৰাৰ ঘাঁহ কাতিব যোৱা নাই,ঘোৰাহে লৈ আহিব।বুজিছা cong.জি হত।
শাসনত থাকোঁতেই গোটেই বিশ্বত ঘুৰি লওক। নহ'লে নিজৰ টকাৰে ৰাব যেনেকৈ?
আকৌ এবাৰ মোদী চৰকাৰ
সম্পূৰ্ণ ভুল নিউজ আপোনালোকে দিছে.. ৰাহুল গান্ধীয়ে অসমৰ কতো বান পানীৰ বুজ লোৱা নাই .. মাত্ৰ ছিলচৰত থকা মণিপুৰৰ কুকিৰ আশ্ৰয় শিবিৰতহে মেখা কৰিলে তাৰ পিছত মণিপুৰলৈ গ’ল... সংবাদ মাধ্যমৰ এইয়া একেবাৰে ভুল নিউজ ৷
Rahul Gandhi prokit neta.
Apunalok Rahul Gandhi r PR company nki? Rahul kun hoy Modi ajon PM , Teo r bahut international pre planned program thake, ahise thike ase ki dibo tak prothomote Sai louk, kothar phuljari nalage, modik Gali parile homoshya homadhan nhy, sorkarok homalosana koratkoi Kiba Ata help korile bahut Val hobo, kiyonu anekua natok aami bahut dekhilu.
Andhobhokt😂
PM এ কিবা কৰিব লাগে নে ৰাহুলে ?
@@budhingogoi4921 Jodi koribo nalage ba nuare tetiahole Halla kori ki luv anti kio Halla kori thake? Agate ki ki disil tumar Gandhi poriale?
@@rustamvlogs7916 samsa
মোদী পৰিয়ালে recently কি দিছে। ৰচিয়ালে যদি যাই package tu দিঠৈ নগল কিয়, নে আপুনি লোকক দায়িত্ব দি গৈছে।
8:01 Rahul gandhi assam ke liye kya laya, baba ji tallu le ke aya . News channel waloo le lo rahul gandhi ka baba ji tallu kata kat kata kat.. prime minister Russia kiyo goise hobixekh najani, news bur opo prochar solai axomor jonoxadharonk bibratit nkoribo.
Kam nai sudur bai axomot nahibi Pakistan ja toi
Toi ja pakistan
Sudur vai kela
Toi ki koriso. Toka asa jodi manohok khohai kor
Rahul Gandhi zindabad
Rahul Gandhi zindabad