কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১

Sdílet
Vložit
  • čas přidán 17. 08. 2023
  • কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১
    নমস্কাৰ, জয় জয়তে সকলোলৈকে পবিত্ৰ ভাদ মাহৰ সেৱা নিবেদিছো। শংকৰ মাধৱ গুৰু দুজনা বৈকুণ্ঠগামী হোৱা এই পবিত্ৰ ভাদ মাহতে অসমৰ সত্ৰ নামঘৰ আৰু প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে গুৰু দুজনৰ অৱদান কীৰ্ত্তন, ঘোষা, ভাগবত আদিৰ ব্যাপক চৰ্চা কৰা হয় । এইসমূহ পুথি পাঠ কৰোতে ইয়াৰ কিছুমান পৰম্পৰাগত সুৰত পাঠ কৰা হয়। সেই সুৰ সমূহ নৱপ্ৰজনমৰ মাজত শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে যাতে অদূৰ ভৱিষ্যতলৈও এই সুৰ সমূহ সংৰক্ষিত হৈ থাকে। ধন্যবাদ।

Komentáře • 423

  • @TeamLohorGolaghat
    @TeamLohorGolaghat  Před 10 měsíci +43

    সকলোৰে চৰণত আমাৰ সেৱা নিৱেদিলো। আমাৰ ভিডিঅ 'সমূহ চাই গঠনমূলক দিহা পৰামৰ্শৰে উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। কীৰ্ত্তনৰ শ্লোক ভাগি আমি নিতান্তই সংস্কৃতত উচ্চাৰণ কৰিব লাগে, সেইকথা আমাৰ অবিদিত নহয় । কিন্তু আমি পৰম্পৰাগত পাঠৰ ওপৰত গুৰুত্ব দিয়া বাবে পূৰ্বজ সকলক অনুসৰণ কৰি ইয়াৰ উচ্চাৰণ মাতৃভাষাত কৰা হ'ল। আপোনাসৱৰ ওচৰত ইয়াৰ মাৰ্জনা বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ' সমূহত এই ভুলৰ পুনৰাবৃত্তি নহ'বৰ বাবে আমি দায়বদ্ধ।

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 Před 10 měsíci +12

    হে কৃষ্ণ হে বাসুদেৱ 🙏🕉️🙏 ।
    কৃষ্ণ কৃষ্ণ বাপ 🙏।
    শ্লোক ভাগত দৈৱকী নহয় দেৱকী বুলি উচ্চাৰণ হয় । যিহেতু শ্লোক ভাগ দেৱ ভাষা সংস্কৃত হয় । অনুগ্ৰহ কৰি সংস্কৃত পণ্ডিতসকলৰ পৰাৰ জানি লব মোৰ ভুল হলে ক্ষমা কৰিব 🙏।
    আমি এনেকৈ আপোনাৰ পৰাৰ শিকিব পাৰি কৃতাৰ্থ হৈছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 10 měsíci

      আপোনাৰ মন্তব্য আৰু উপদেশৰ বাবে ধন্যবাদ।

    • @priyakshiborah5527
      @priyakshiborah5527 Před 10 měsíci

      Hoi provu,

  • @nizoraborah2237
    @nizoraborah2237 Před 10 měsíci +16

    কৃষ্ণ । বাপজনালৈ অশেষ ধন্যবাদ ও সেৱা নিবেদি লো । সম্পূৰ্ন কীৰ্তন টি শুনাই গ'লে কৃতাৰ্থ হম ।কৃষ্ণ।

  • @jadumonideka1786
    @jadumonideka1786 Před 10 měsíci +7

    আপোনাৰ সীমিত অভিজ্ঞতা তথা অধ্যয়নৰ পৰা যি দৰে নৱপ্ৰজন্ম শিকাব যত্ন কৰিছে বা প্ৰচেষ্টা এটা হাতত লৈছে এইটো সঁচাকৈ য়ে সুন্দৰ পদক্ষেপ। কিন্তু তাৰ আগতে আপুনিও অভিজ্ঞতাপুষ্ট জেষ্ঠ্য সকলৰ পৰা কিছু শিকাৰ প্ৰয়োজন আছে বুলি ভাবিছো । আপোনাৰ কথাত এনে লাগিল যেন আপুনি য়ে সকলোৰে উৰ্ধত। আমাৰ নামনি অসমৰ ফালে কিন্তু কিছু পৃথক। শুনিবলৈ য়ো ভাল লাগে। কথা হল কাৰোবাৰ মাত ডাঙৰ, কাৰোবাৰ সৰু। কাৰোবাৰ সুৰ অলপ ভাল আৰু কাৰোবাৰ অলপ বেয়া। উদ্দেশ্য কিন্তু এটায়ে । ঈশ্বৰ ভক্তি, কৃষ্ণ ভক্তি। কথাখিনি কোৱাৰ বাবে ভুল নধৰিব। মাৰ্জনা কৰিব। শ্ৰীকৃষ্ণাই নমো নমঃ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 10 měsíci

      আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আপুনি ঠিকেই কৈছে ভক্তিয়েই মূল। আমি আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট জেষ্ঠ্যসকলৰ পৰা কিছু শিকিবলগীয়া আছে।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 10 měsíci +6

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @jatindas5035
    @jatindas5035 Před 10 měsíci +6

    আপোনাৰ উপদেশ বৰ মনোগ্ৰাহী হৈছে। কৃষ্ণ।

  • @Kimtaehyungbiased
    @Kimtaehyungbiased Před 10 měsíci +6

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @kanaksaikia7067
    @kanaksaikia7067 Před 10 měsíci +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏 কলিয়াবৰ

  • @satyenborgohain5683
    @satyenborgohain5683 Před 10 měsíci +5

    কৃষ্ণ কৃষ্ণ ! প্ৰণাম জনালোঁ ।

  • @ronujbhuyan5217
    @ronujbhuyan5217 Před 10 měsíci +10

    সকলো শুনিলো শিকিলো দুটা কথা আপোনাৰ পৰা ভাল লাগিল। এটা কাম নকৰিব ব ৱ দুটা বেলেগকৈ উচ্চাৰণ কৰিব।

    • @BhubonChDas
      @BhubonChDas Před měsícem

      🙏🙏🙏Krishna Krishna Krishna

  • @bipulkalita6116
    @bipulkalita6116 Před 10 měsíci +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @liligogoi9816
    @liligogoi9816 Před 10 měsíci +4

    কৃষ্ণ কৃষ্ণ
    ভাল লাগিল

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 Před měsícem

    KRISHNA ! KRISHNA ! Pranam Prabhu !

  • @assam9674
    @assam9674 Před 9 měsíci +3

    মোৰ দেউতা ৰ সুৰ লগত মিলিছে । বহুত ভাল লাগিছে শুনি।। পুৰণা সুৰ

  • @dulumonitalukdar6313
    @dulumonitalukdar6313 Před 10 měsíci +2

    Krishan. Bohut val lageile 🙏🙏🙏🙏🌺🌺🌺

  • @jajneswarborgohain7694
    @jajneswarborgohain7694 Před 9 měsíci +2

    কৃষ্ণ প্ৰভু বাপজনলৈ সেৱাহে জনালোঁ৷সুন্দৰ কন্ঠ তেখেতৰ৷

  • @jagatnamrup3941
    @jagatnamrup3941 Před 9 měsíci +3

    কৃষ্ণ🙏🙏🙏🙏🙏

  • @barnaligogoi8166
    @barnaligogoi8166 Před 5 měsíci +1

    Krisha Ram Ram Jai guru Sankar🙏🙏

  • @mamonidas1659
    @mamonidas1659 Před 10 měsíci +17

    Krishna probhu 🙏🙏🙏🙏

  • @ApurbaKrBania
    @ApurbaKrBania Před 10 měsíci +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dipanjalibailung9347
    @dipanjalibailung9347 Před 10 měsíci +4

    কৃষ্ণ কৃষ্ণ

  • @user-ug6zw5sr9x
    @user-ug6zw5sr9x Před dnem +1

    🎉

  • @lilaramdas9065
    @lilaramdas9065 Před 10 měsíci +3

    Shri krishaye bashudebaye nomu

  • @missanjelika365
    @missanjelika365 Před 10 měsíci +3

    কৃষ্ণ কৃষ্ণ
    কৃষ্ণ
    🙏🙏🙏🙏🙏🙏

  • @bkgogoi8636
    @bkgogoi8636 Před 10 měsíci +2

    আপোনা লোক ঈশ্বৰ তুল্য ভগৱানে দয়া কৰক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @nabinburagohain5005
    @nabinburagohain5005 Před 10 měsíci +1

    👏 Shree Krishnaya namaha. Krishna. Bap .

  • @nityasashibsaikia3571
    @nityasashibsaikia3571 Před měsícem +1

    কৃষ্ণ প্ৰভু ! আজি ভকত , বৈষ্ণৱ তথা নৱ প্ৰজন্ম ই অনুকৰণ কৰে যেন ।

  • @bipulhatiboruah7482
    @bipulhatiboruah7482 Před 10 měsíci +1

    Best hundor lagise bapjan

  • @jintuborah3292
    @jintuborah3292 Před 10 měsíci +3

    কৃষ্ণ,,,,,, সুন্দৰ নিদৰ্শন। ( নাৰায়ণপুৰ)

  • @pranjoldutta7038
    @pranjoldutta7038 Před 10 měsíci +4

    ধন্যবাদ 🥰 জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿

  • @rinachutia3723
    @rinachutia3723 Před 10 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছো প্ৰভু, কৃষ্ণ ।

  • @Khagen-rq3ug
    @Khagen-rq3ug Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ভাল লাগিল বাপ

  • @rubiborah3436
    @rubiborah3436 Před 10 měsíci +7

    অ হৰি অ ৰাম, জয় শ্ৰী কৃষ্ণ।❤️🙏🙏🙏❤️

  • @ArunkrGogoi-gh4xz
    @ArunkrGogoi-gh4xz Před 9 měsíci +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ।🙏🙏🙏

  • @jayantadutta7
    @jayantadutta7 Před měsícem

    কৃষ্ণ!🙏🙏

  • @debojyotihazarika81
    @debojyotihazarika81 Před 10 měsíci +2

    কৃষ্ণ কৃষ্ণ বাপজন বৰ পালো। আগলৈ শুনিবলৈ পালে ভাল লাগিব। কৃষ্ণ কৃষ্ণ।

  • @babysaikiababysaikia4911
    @babysaikiababysaikia4911 Před 10 měsíci +4

    সুন্দৰ পদক্ষেপ 🙏🙏🙏

  • @sakuntaladevi2075
    @sakuntaladevi2075 Před 10 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ওহৰই ও ৰাম

  • @probinbo9316
    @probinbo9316 Před 10 měsíci +2

    কৃষ্ণ বাপ, অতি সুন্দৰ হৈছে।

  • @shyammahanta7317
    @shyammahanta7317 Před 10 měsíci +6

    আপোনাৰ সুৰ সুন্দৰ হৈছে| কিন্তু শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই | সংস্কৃতত স ৰ উচ্চাৰণ চ হয়| বেয়া নাপাব | বাকী প্রচেষ্টা আৰু উদেশ্য সলাগ লৈছো|🙏🙏👍👍

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 10 měsíci

      মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ

  • @hemakonwar7459
    @hemakonwar7459 Před 10 měsíci +3

    আগলৈ আগবাঢ়ি গৈ থাকক, ঈশ্বৰ সহায় হওক

  • @jayantidevi1164
    @jayantidevi1164 Před 10 měsíci +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ৷

  • @prahladnath9874
    @prahladnath9874 Před 3 měsíci

    Krishna ❤🌸

  • @user-wj4fu3vf1i
    @user-wj4fu3vf1i Před 2 měsíci

    Krishna bhal lagise

  • @purnanandachutia2602
    @purnanandachutia2602 Před měsícem

    , bhal lagil

  • @jagatsaikia7451
    @jagatsaikia7451 Před 10 měsíci +1

    ঠিকেই কৈছে বাপ । কৃষ্ণ ।

  • @jitengogoi2672
    @jitengogoi2672 Před 10 měsíci +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @mintutravelnfoodblogs9871
    @mintutravelnfoodblogs9871 Před 10 měsíci +1

    কৃষ্ণ

  • @BijoyDas-wv3nk
    @BijoyDas-wv3nk Před 5 měsíci

    Krishna 🙏🙏🙏

  • @ChintuKarmakar-vu1jw
    @ChintuKarmakar-vu1jw Před 2 měsíci

    Krisno

  • @krishnakakaty2624
    @krishnakakaty2624 Před 10 měsíci +1

    Krishna. Krishna. Provu. Xewahe. Jonaisu. Aahor. Puroni. Niti. Niyom. Mote. Ago. Bahise. Xundor. Lagise. Krishna.

  • @kushalchetia2670
    @kushalchetia2670 Před 10 měsíci +2

    সন্দৰ সুন্দৰ

  • @user-sy7on7iu8u
    @user-sy7on7iu8u Před 10 měsíci +3

    সুন্দৰ

  • @jintudutta278
    @jintudutta278 Před 10 měsíci +1

    Krishna Krishna bapjana

  • @bikramhd369
    @bikramhd369 Před 5 měsíci +1

    🙏🙏 Krishna Ram Krishna Ram Krishna Ram Krishna 🙏🙏

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr Před měsícem

    Krishna krishna krishna krishna. Bap janar kirtanr. .sur xuni bahut bhal lagil krishna🙏🙏🙏🙏🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před měsícem

      কৃষ্ণ বাপ 🙏🏻

    • @TilakGogoi-ff2xn
      @TilakGogoi-ff2xn Před 28 dny

      কৃষ্ণ কৃষ্ণ প্ৰভু জনালৈ সেৱাহে জনালো । 🙏🙏🙏

    • @TilakGogoi-ff2xn
      @TilakGogoi-ff2xn Před 28 dny

      কৃষ্ণ প্ৰভু জনাই শ্লোকৰ শেষৰ ভাগ পাঠ নকৰিলে যে । কৃষ্ণ ভুল হলে ক্ষমা কৰিব । 🙏🙏🙏

  • @lilydas2649
    @lilydas2649 Před 4 měsíci

    Krishna 🙏

  • @ripansaikia4108
    @ripansaikia4108 Před 20 dny

    Krishna

  • @jadavgogoi4008
    @jadavgogoi4008 Před 10 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bijayanandaneog73
    @bijayanandaneog73 Před 10 měsíci +2

    Krishna krishna

  • @boluramtamuly5093
    @boluramtamuly5093 Před 10 měsíci +2

    ভাল। ভাল বহু তে ভাগবতর সুর দি কীৰ্তন কৰিলে বেয়া শুনি।

  • @Sevengamingaxom02
    @Sevengamingaxom02 Před 8 měsíci +1

    Hey guru dev ......apuni eman mohan bhabe path koribo hekaise tar babe moi apunar usort hodai kitogyo...mur ata prosno asil muk ajon guru deva koi sil gamusa khn henu tulokhi mala he bhag janu bhorit loi....moi oigyania tar uttor bisarelu....

  • @kumudkalita698
    @kumudkalita698 Před 10 měsíci +4

    সংস্কৃতত থকা শ্লোকত স'ৰ উচ্চাৰণ চ'ৰ দৰে নহয় নেকি বাপ। কৃষ্ণ।

  • @BishnuPawe-xm2sx
    @BishnuPawe-xm2sx Před 2 měsíci

    Krisna krishna hori hori

  • @lohitdas63
    @lohitdas63 Před měsícem

    Very good performance.

  • @rinabharali454
    @rinabharali454 Před 10 měsíci +1

    Krishna. Bohut val lagile

  • @manuranjanchetia6867
    @manuranjanchetia6867 Před 10 měsíci +13

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-js2ze6jr9c
    @user-js2ze6jr9c Před 10 měsíci +1

    Krishna.krishna krishna

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 Před 10 měsíci +2

    ... সুন্দৰ

  • @mridupabansarmah6020
    @mridupabansarmah6020 Před 10 měsíci +2

    কৃষ্ণ বাপ সুন্দৰ কন্ঠ আপোনাৰ।

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl Před 3 měsíci

    🕉💙🙏🏻 Krishno Ram Narayon

  • @nripendeka9800
    @nripendeka9800 Před 10 měsíci +1

    krishnsa Noma, ,,,,,:🙏

  • @tarundas4867
    @tarundas4867 Před 3 měsíci

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @priyankaDas-su6bf
    @priyankaDas-su6bf Před měsícem

    অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼

  • @user-go1sq2ds7m
    @user-go1sq2ds7m Před 9 měsíci +1

    কৃষ্ণ,নবীন শিকাৰুৰ বাবে উত্তম প্ৰচেষ্টা।

  • @jayaborah2926
    @jayaborah2926 Před 8 měsíci

    হে প্ৰভু তযো পদে পখিলো শৰণ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🪔🙏

  • @nandachutia4364
    @nandachutia4364 Před měsícem

    Bhaut bhal lagil

  • @hayatsrikrishna2303
    @hayatsrikrishna2303 Před 10 měsíci +1

    Shradarbap krishna

  • @manikdax2858
    @manikdax2858 Před 10 měsíci +1

    Krishan.... Bap pranam Janaisu.

  • @barakharanigogoi6795
    @barakharanigogoi6795 Před 10 měsíci +1

    Krishna prabhu aru amaksunale bhalpam krishna

  • @sukhalataphukan5996
    @sukhalataphukan5996 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ সুন্দৰ।

  • @user-ve1fg7zc7w
    @user-ve1fg7zc7w Před 9 měsíci

    Apunar konthabur huni bhout val lagil 🙏🙏🙏

  • @rimadekagogoi9000
    @rimadekagogoi9000 Před 9 měsíci

    Krisna bap jona oti hundor hur

  • @user-mk7jo8lu9o
    @user-mk7jo8lu9o Před měsícem

    Krishna Krishna Hari ram 🙏❤️

  • @nripenburagohain
    @nripenburagohain Před 10 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো

  • @bubulsarmah1349
    @bubulsarmah1349 Před 10 měsíci +2

    বহুত ভাল্ কৰ্ৰিছে আপুনি

  • @Anulahkar1979
    @Anulahkar1979 Před 23 dny

    🙏🙏🙏

  • @mukutborah4081
    @mukutborah4081 Před 10 měsíci +1

    কৃঞ, ভাল লাগিল।

  • @ankitbordoloi9041
    @ankitbordoloi9041 Před 10 měsíci +1

    Krishna krishna krishna

  • @nipengogoi9411
    @nipengogoi9411 Před měsícem

    Krishna Krishna Prabhu Jona......

  • @rupjyotimahanta3650
    @rupjyotimahanta3650 Před 2 měsíci

    সুন্দৰ হৈছে.... বাপ, কৃষ্ণ 🙏

  • @srikantadutta9781
    @srikantadutta9781 Před měsícem

    Krishna probhu 🙏🙏

  • @miramazumder9815
    @miramazumder9815 Před 10 měsíci +1

    সুন্দৰ হৈছে ।আমাৰ গাঁৱত ও‌ এনেকৈয়ে গায়। 🙏🙏🙏

  • @beenabordoloi504
    @beenabordoloi504 Před 10 měsíci +2

    ভাল লাগিল ভকত বৈষ্ণৱ

  • @user-bx8oe7nl5s
    @user-bx8oe7nl5s Před 9 měsíci +3

    ধন্যবাদ ।আপোনাৰ কণ্ঠ আৰু সুৰ অতি সুন্দৰ ।শুনি থাকিবৰ মণ ।সকলো কথাত আমি একমত।পিছে সংস্কৃতত স আখৰৰ উচ্চাৰণ চ হয় ।বাকীবোৰ ঠিকেই আছে ।কৃষ্ণ কৃষ্ণ ।🎉😮

  • @hemkantaborah7434
    @hemkantaborah7434 Před 10 měsíci

    Ramkrishna

  • @swarnalataborah1143
    @swarnalataborah1143 Před měsícem

    ভাল হৈছে। সম্পূর্ণ অতীত সুৰৰ পৰা ফালৰি নকটা নহয়। আপোনাৰ প্ৰচেষ্টা ভাল হৈছে। অলপ আতৰি গৈছে আপুনিও। 🙏🏼🙏🏼🙏🏼দোষ মাৰ্জনা কৰিব। কৃষ্ণ

  • @padumkakati2938
    @padumkakati2938 Před 10 měsíci +1

    একে সুৰ আমাৰ সৈতে। বীলাপ হে হল।

  • @rupalimili244
    @rupalimili244 Před 10 měsíci +3

    পুৰণি সুৰত বা পৰম্পৰাগত সুৰত প্ৰতিটো পাঠ পঢ়ি শুনিবলৈ অনুৰুধ জনাইছো। প্ৰভু 🙏🙏🙏

  • @harakantatamuli1053
    @harakantatamuli1053 Před 10 měsíci

    Bor Hundor hoise . Krishna Krishna 🙏🙏🙏🙏🙏