কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ | কীৰ্ত্তন পাঠ | নাম-অপৰাধ আৰু পাষণ্ড মৰ্দ্দন |

Sdílet
Vložit
  • čas přidán 1. 09. 2023
  • কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ | কীৰ্ত্তন পাঠ | নাম-অপৰাধ আৰু পাষণ্ড মৰ্দ্দন |

Komentáře • 38

  • @tanumaigohaingohaintanumai8649
    @tanumaigohaingohaintanumai8649 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ ভক্তি ভৰাসেৱা সেৱা জনালোঁ ।

  • @PranjalChetia-qj1of
    @PranjalChetia-qj1of Před 10 měsíci +1

    Krisna 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @padmagogoi6775
    @padmagogoi6775 Před 10 měsíci +1

    আপোনাৰ সুৰটোহে আচল সুুৰ হৈছে বাপ। বৰ সুন্দৰ হৈছে শুনিবলৈ ।আপোনালৈ সেৱা জনালো । কৃষ্ণ ।

  • @HemantaLarai
    @HemantaLarai Před 3 měsíci +1

    Krishna

  • @RashmiBorah-tp7nt
    @RashmiBorah-tp7nt Před měsícem

    কৃষ্ণ কৃষ্ণ

  • @Arabinda733
    @Arabinda733 Před 10 měsíci +1

    বাপ কৃষ্ণ সেৱা জনাইছোঁ সুৰ ভাগ জনোৱা বাবে।

  • @keshabchetia198
    @keshabchetia198 Před 9 měsíci +1

    অতি সুন্দৰ পদক্ষেপ।আৰু আতি সুন্দৰ বাপ

  • @dijenhazarika3326
    @dijenhazarika3326 Před 10 měsíci +1

    কৃষ্ণ কৃষ্ণ আপোনালৈ মোৰ আন্তৰিক সেৱা জনাইছো |

  • @db__babu7
    @db__babu7 Před 3 měsíci +2

    কৃষ্ণ,
    আপোনাৰ পৰা অলপ গাবলৈ চেষ্টা কৰি আছোঁ আপুনি আৰু যেন এনেকৈৱে ভিডিও দিবলৈ চেষ্টা কৰে ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci +1

      কৃষ্ণ বাপ 🙏🏻 নিশ্চয় চেষ্টা কৰিম।

    • @db__babu7
      @db__babu7 Před 3 měsíci +1

      @@TeamLohorGolaghat হয়, উজনি অসম গহপুৰৰ পৰা মৰম জাচিলো আপোনালৈ ।

  • @JaduSaikia-hx6xq
    @JaduSaikia-hx6xq Před 9 měsíci +1

    Krishna Krishna baap...moiu naa hikaru..aponar video sai bahut upakita hoisu Krishna 🙏🙏🙏🙏🙏.

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 9 měsíci

      Amar video sai upokrito hua bli Jani bhal lagil, agoloiu sai thakibo 🙏

  • @user-fb5zj3it2b
    @user-fb5zj3it2b Před 6 měsíci +1

    বৰ মধুৰ হুৰ ভাল লাগিল শুনি

  • @reetabordoloi5258
    @reetabordoloi5258 Před 9 měsíci +1

    Krishna probhu pronam grohon korejen

  • @tanumaigohaingohaintanumai8649

    বহুত ভাল লাগিল সুন্দৰ পাঠ ভক্তি ভৰাসেৱা জনাইছোঁ 🙏🙏🙏 আৰম্ভণি পৰাই শুনি আছোঁ আগলৈও শুনিম

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 10 měsíci

      এনেদৰে আমাক উৎসাহিত কৰাৰ বাবে ধন্যবাদ।

  • @lelinsaikia4610
    @lelinsaikia4610 Před 5 měsíci +2

    Krishna Krishna, video bonua kripa Kori bondho nokoribo

  • @pilingadeka
    @pilingadeka Před 10 měsíci +1

    কৃষ্ণ

  • @rupalimili244
    @rupalimili244 Před 10 měsíci +1

    🙏🙏🙏 বহুত বহুত ধন্যবাদ।

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 Před 9 měsíci +1

    Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dilipkakoty4253
    @dilipkakoty4253 Před 10 měsíci +1

    Krishna Krishna

  • @dipengogoi2113
    @dipengogoi2113 Před 14 dny

    শুনি ভাল পাইছো
    . পিছে কথাংখ ( লিখিত ৰূপ) vdo টোত দিলে ভাল হয়

  • @leenamoni9511
    @leenamoni9511 Před 10 měsíci +1

    ভাল লাগিল 🙏

  • @dabajitsoikia2206
    @dabajitsoikia2206 Před 6 měsíci +1

    Kisna kitor prothom pora hekhor loi hur dib

  • @GojanGogoi-ql9yk
    @GojanGogoi-ql9yk Před 9 měsíci

    Amuk anikoi agwai nabai

  • @jitulhazarika1197
    @jitulhazarika1197 Před 10 měsíci +1

    Prabhu samoroni duhara khini kobson

  • @uttamkrgogoi8059
    @uttamkrgogoi8059 Před 10 měsíci

    বাপ জনা, সেৱা গ্ৰহণ কৰিব। শ্ৰীকৃষ্ণৰ শিশু লীলা,অজামিল উপাখ্যান, আৰু শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সুৰ সমূহ আমাক জনাবলৈ অনুৰোধ জনালো।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 10 měsíci +1

      নিশ্চয়, আপোনালোকৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম 🙏🏻 কৃষ্ণ

  • @birenboruah4720
    @birenboruah4720 Před 10 měsíci

    ভাল লাগিল বাপ। আপোনাৰ ফোন নম্বৰটো দিবনে

  • @pareshdutta1920
    @pareshdutta1920 Před 8 dny

    পাৰিলে দয়া কৰি ঝুমূৰি সুৰ টি দিব চোন!

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 8 dny

      নিশ্চয়, দিবলৈ চেষ্টা কৰিম 🙏🏻

  • @binitaborah305
    @binitaborah305 Před měsícem

    কীত্তৰ্ন শুৰ নহয়