নাম প্ৰসঙ্গ শিকো আহক৷nam prasang
Vložit
- čas přidán 5. 06. 2021
- নতুনকৈ নাম প্ৰসঙ্গ কেনেকৈ শিকিব পাৰি৷এক থুলমূল আভাস#namprasang #name #অসমীয়া #ভক্তি_গীতি #ভক্তকথা #dihanam #হৰিনাম #অসমীয়াvlog #viral #নামপ্ৰসঙ্গ
ঠিকনা-------
বিনয় কুমাৰ শইকীয়া
১নং চাউদাং গাঁও ,ন-আলি বাঘচোং ৷
নামঘৰ-চেতিয়া গাঁও বৰনামঘৰ
আমাৰ সত্ৰ-চেঁচা সত্ৰ
যোগাযোগ=9101085902
কৃষ্ণ কৃষ্ণ, বৰ ভাল লাগিল ।
কৃষ্ণ কৃষ্ণ ৰাম
ভাল পদক্ষেপ সকলো নামৰ সুৰ দিলেনথৈ ভাল লাগিব।
ধন্যবাদ
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ পদক্ষেপ বাপ। সেৱা আগবঢ়ালো।
ধন্যবাদ
Krishna
কৃষ্ণ
🙏🙏🙏
কৃষ্ণ
🙏🙏
কৃষ্ণ
আদৰণীয় আৰু সুন্দৰ পদক্ষেপ 🙏🙏
ধন্যবাদ
কৃষ্ণ 🙏 । ভাল লাগিল প্ৰভু
অতি সুন্দৰ প্রচেষ্টা।
কৃষ্ণ
🙏 কৃষ্ণ 🙏
🙏
কৃষ্ণ
@@Binoy120 🙏🌷🙏
🙏
কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ পদক্ষেপ তথ্য প্ৰকাশ।
কৃষ্ণ
Krishna Bap
কৃষ্ণ
কৃষ্ণ সুন্দৰ পদক্ষেপ
কৃষ্ণ
ভাল লাগিল দাদা বহু উপকৃত হোৱা যেন লাগিছে
কৃষ্ণ
Very.good
কৃষ্ণ
ভাল পদক্ষেপ লৈছে।আনন্দিত হলো।কৃষ্ণ
কৃষ্ণ
কৃষ্ণ, অতি সুন্দৰ পদক্ষেপ।
কৃষ্ণ
Krishna Krishna 🙏 .hewa jonalu provu . val lagil upkrit holu .bhgobane kripa krok jen🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ শংকৰ গুৰু,
বহু উপকৃত হলো,বাপ
কৃষ্ণ কৃষ্ণ কৃষ্ণ।।
কৃষ্ণ। আজি এটা vdo দিছো চোৱা
B,cbbhbbbvbbmbmbbb
V@@Binoy120
Jai shree krishna
কৃষ্ণ
মন জুৰোৱা পোষ্ট। বৰ ভাল লাগিল। শহস্ৰ প্ৰণাম জনালোঁ বৈষ্ণৱ বাপজনালৈ।
কৃষ্ণ কৃষ্ণ
ভাল লাগিল নতুন লৰা সমাজক অগবঢ়াই নিয়ক
সেয়েহে চেষ্টা কৰিছোঁ
বহূত।ভাল।লাগিল। ধন্যবাদ
কৃষ্ণ
Krishna ram prabhu bohut val msg 🙏🙏🙏
কৃষ্ণ কৃষ্ণ
বান্ধৱ কৃষ্ণ, অতি সুন্দৰ পদক্ষেপ ভাল লাগিল,সেৱা নিবেদিলো।
কৃষ্ণ কৃষ্ণ ধন্যবাদ
Wow very nice
thank you
কৃষ্ণ।অতি সুন্দৰ হৈছে প্ৰভু ।
মোৰ বৰ মন যায়। নিশ্চয় চেষ্টা কৰিম। আপোনাসৱৰ কৃপা আশা কৰিলো। কৃষ্ণ।
কৃষ্ণ৷আগবাঢ়ি যাওক
কৃষ্ণ কৃষ্ণ সেৱা জনালো প্ৰভু জনা।
নমস্কৰ 🙏 ভাল লাগিল
কৃষ্ণ
কৃষ্ণ।ভাল লাগিল ।উপকৃত হলো ।
ধন্যবাদ
আপোনালৈ শত কৌটি প্ৰনাম জনালোঁ।লগতে অশেষ ধন্যবাদ।
কৃষ্ণ
@@Binoy120⁷ invgzhhxgggffgvv
কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ
কৃষ্ণ
কৃষ্ণ আই |
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ
কৃষ্ণ সুন্দৰ হৈছে
কৃষ্ণ ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ।বৰ ধন্য হলো বাপ। প্ৰভূৱে কৃপা কৰক।
কৃষ্ণ
Krishno🙏🙏🙏🙏bhotgurajonahewa jonalu
কৃষ্ণ
বহুত ভাল প্ৰভূ মইও চেষ্টা কৰিছো তেৰাৰ কৃপাত। গুৰু ভটিমা দেৱ ভটিমা আয়ত্ত্ব কৰিলো বাকী আছে বহুত🙏
কৰি থাকক৷পদ ঘোষা সমূহ ভক্তিভাৱে কৰিলেহে মনত ৰয়৷
বহুত।ভাল।।লাগিল। প্ৰভু। ধন্যবাদ
ধন্যবাদ কৃষ্ণ
প্ৰভু ভগৱন্তই আপোনাক আৰু কৃপা কৰক, আমাক আপোনাৰ এই অনুষ্ঠনটিয়ে বাৰুকৈয়ে আকৰ্ষিত কৰে আৰু আমি শিকিব লগীয়া বহু আছে। শেষত আপোনাৰ কুশল কামনাৰে মই ৰৈ থাকি লো। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
সুন্দৰ 🙏কিম্তু বৰগীতৰ ৰাগ পুৱা আৰু গধুলীৰ বাবে বেলেগ বেলেগ | ভালি নাচে ভালি নাচে গীত ভাগ (গৌৰী ৰাগ) বিয়লি গোৱা গীত | তেনেদৰে ঘোষাৰো ভাগ আছে | প্রাতঃ প্রসংগত নাম ছন্দৰ ঘোষা আৰু বয়লি প্রসংগত ঘোষা ছন্দৰ ঘোষা গাব লাগে |
কৃষ্ণ৷এয়া প্ৰাথমিক পৰ্যায়ৰ বাবে৷নতুন শিকাৰো সকলক অলপ সহজকৈ আগবাঢ়িবলৈ উৎসাহিত কৰা হৈছে৷অলপ আগুৱাই গলেই বহু কথা শিকিব পাৰিব৷নাম বস্তুটো প্ৰথমেই বৰ জটিল কৰি দিলে ভকত সৱ আগবাঢ়িব নোৱাৰে৷যিমান পাৰি সহজ ব্যৱস্থাৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা দিয়াটো বিচাৰিছোঁ৷
আপোনাক ভক্তিভৰা সেৱা জনালোঁ 🙏🙏🙏
কৃষ্ণ
সুন্দর হৈছে বাপ ।
কৃষ্ণ
Kishno balo bhal lagil/agolaike anedhorone di thakibo
কৃষ্ণ আন্তৰিক ধন্যবাদ
🙏 কৃষ্ণ বৰ সুন্দৰ ।
ধন্যবাদ
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম
কৃষ্ণ
আদৰণীয় সুন্দৰ পদক্ষেপ🙏
ধন্যবাদ কৃষ্ণ
Hundor,Bapjon,Nomosker
কৃষ্ণ
Ram Ram
কৃষ্ণ
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ
কৃষ্ণ৷ধন্যবাদ
কৃষ্ণ কৃষ্ণ বাপজনা,অভাজনেও আপোনালোকৰ আশীৰ্বাদত বৰ্তমান প্ৰসঙ্গ চলাই আছো, নতুন কৈ শিকি
ভাল কথা৷ আগবাঢ়ি যাওক
ৰাতিপুৱাই চালোঁ।বৰ ভাল লাগিল।ধন্যবাদ জনালোঁ।
কৃষ্ণ
কৃষ্ণ🙏🙏🙏🙏
নাৰায়ণ
🙏🙏🙏🙏
কৃষ্ণ
বৰ ভাল পৰামৰ্শ বাপ। 🙏🙏🙏
কৃষ্ণ
আদৰণীয় পদক্ষেপ
কৃষ্ণ কৃষ্ণ
কৃষ্ণ বাপ সেৱাহে, জীবেন শইকীয়াই ধন্যবাদ জনাইছো ।
কৃষ্ণ
অতি সুন্দৰ পদক্ষেপ।নৱপ্ৰজন্মৰ বাবে ভাল হৈছে।
Bhal ,gyan jukta video dhanyabad
কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
. কৃষ্ণ
কৃষ্ণ
Kisna. Kisna. Helrobhu, he, baapjana, apurerprokhang, arhi, bhavg, bahut, bhal, laagishre, dhanyabadthakil, kisna
কৃষ্ণ কৃষ্ণ ৰাম
Kishna prabhu ,namar niwamawali khini bhal lagil
কৃষ্ণ
Bhut Sundar
কৃষ্ণ
বৰ সুন্দৰ বাপ কৃষ্ণ
কৃষ্ণ
Yes welcome for well published.
ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ
বহুত ভাল লাগিল..কৃষ্ণ🙏
কৃষ্ণ
কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ ভাল লাগিল। জানিব পাৰি সেৱা জনালোঁ 🙏🙏।
কৃষ্ণ কৃষ্ণ কৃষ্ণ
ধন্যবাদ
ভাদ মাহৰ নাম প্ৰসঙ্গ বৰ ভাল লাগিল আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো
কৃষ্ণ
সেৱা লব
কৃষ্ণ
ভাল পালোঁ কৃষ্ণ।
কৃষ্ণ
বহুখিনি উপকৃত হ'লোঁ । আপোনাৰ চৰণত আন্তৰিক শ্ৰদ্ধাৰে সেৱা নিবেদন কৰিলোঁ ।
কৃষ্ণ
বহুত ভাল লাগিল 🙏🙏🙏🙏
ধন্যবাদ
অতিকৈ সুন্দৰ ।আপুনাৰ ভ্ক্তি ধাৰনা অনুকৰন হাবিয়াস থাকিল
কৃষ্ণ৷ধন্যবাদ
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ
কৃষ্ণ আই
বহুত নজনা কথা জানিব পাৰিছো আপোনাৰ পৰা প্ৰভু ভগৱন্ত কৃপাত কৃষ্ণ কৃষ্ণ বাপ🌺🌸🌸🙏
কৃষ্ণ
Bohu val hoise.Amar upokar hoise
ধন্যবাদ
ভাল লাগিল
কৃষ্ণ
বহুত ভাল লাগিল ।কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ
খুব সুণদৰভাবেবিষয়ভাগিডাঙিধৰিবুজাতসুযোগদিলে। ধন্যবাদ।নাথ। লখিমপুৰ।
কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৷ বৰ সন্তোষ পালোঁ ৷
কৃষ্ণ
Apunar namkhar bor hundor hoise
ধন্যবাদ
বৰ ভাল লাগিল। 🙏🙏🙏🙏🙏
কৃষ্ণ
ধন্যবাদ।❤
কৃষ্ণ
,নমস্কাৰ কৃষ্ণ বৰ ওপকাৰ হল
কৃষ্ণ
Krishna, krishna .....Emman dhuniakoi kunu dina buji puwa nasilu, bohut bohut dhonyabaad..
কৃষ্ণ
ভাল লাগিল ❤️
পিছে, দুটি কথা আগবঢ়োৱা হৈছে-
ক/- নামাচাৰ্য্যই বৰগীত গাওঁতে ভকত সকলে গাব নালাগে । শ্ৰৱণহে কৰিব লাগে । আজিকালি নতুন ট্ৰেণ্ড এটা সৃষ্টি হৈছে, নামাচাৰ্য্যই বৰগীতভাগ যুৰিলে ভকত সকলেও সংগত কৰে । যিটো ভুল ।
শ্ৰেষ্ঠতম্ হৈছে শ্ৰৱণ আৰু শ্ৰৱণৰ পাছতহে কীৰ্তন ।
খ/- নাম প্ৰসঙ্গত- পুৱা, দুপৰীয়া আৰু বেলাভাতীৰ সময়ৰ বৰগীত পৰিবেশন কৰাটোহে প্ৰকৃত নিয়ম ।
বৰ্তমান এই নিয়ম ভঙ্গ কৰা দেখা যায় । কিয় এনে ধৰণৰ অনিয়ম প্ৰৱৰ্তন হ'ল বা কৰি ললে নাজানোঁ ।
কৃষ্ণ।
কৃষ্ণ কৃষ্ণ প্রভূ।
কৃষ্ণ
কৃষ্ণ কৃষ্ণ
কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ
Krishna 🙏 প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক কৃষ্ণ 🙏
কৃষ্ণ
বাপ জনাই সুৰ সঞ্চাৰত অলপ মন দিব৷বাকী সকলো ঠিক হৈছে৷
কৃষ্ণ
বহুত ভাল লাগিল
কৃষ্ণ
বহু কথা জানিলোঁ, ৰাম-কৃষ্ণ।।
কৃষ্ণ
কৃষ্ণ বাপ | বহুত ভাল লাগিল |
কৃষ্ণ
শ্ৰদ্ধাৰ বাপ জন
আপোনাৰ অতি সুন্দৰ কণ্ঠ ৷ এনেধৰণৰ Video পাই থকাৰ আশাৰে পুনৰ শ্ৰদ্ধা জনালোঁ ৷
কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ ।আপোনাৰvideo চাই ভাল পালো ।ধন্যবাদ ।
ধন্যবাদ
Krishna Krishna sewa jnalo Jai guru Sankar
কৃষ্ণ কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ,ভগৱন্তৰ কৃপা পালে শিকাৰ ইচ্ছা আছিল।
বাপজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।
কৃষ্ণ
অতি সৎ চিন্তা কৰিছে বাপ 🙏🙏🙏