1st Assamese Naam Prasanga VCD

Sdílet
Vložit
  • čas přidán 3. 01. 2020

Komentáře • 280

  • @pritomsaikia729
    @pritomsaikia729 Před 21 dnem +2

    নাম ভাগ সুন্দৰ হৈছে। নামতি গৰাকিৰ‌ লগতে সক্ষি‌‌ সকলেও‌‌ লৱ লাগে । যিহেতু নিবিৰ কিওন ।

  • @kalpanarajkumari9335
    @kalpanarajkumari9335 Před 3 lety +4

    ইমান ধুনীয়া আৰু ইমান ধুনীয়াকৈ গাই শুনিলে শুনি থাকিবলৈ মণ যাই।

  • @varotidutta5584
    @varotidutta5584 Před 4 lety +10

    কৃষ্ণ আই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংগী হিচাপে মই প্ৰাঞ্জল দত্ত ই জনালোঁ শত কোটি সেৱা🙏কৃষ্ণ🙏

  • @barbiesaikia7081
    @barbiesaikia7081 Před 4 lety +9

    কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুছুক মূখে তুৱা গুণ নাম 🙏🙏🙏হে আই সমস্ত আপোনা সবলৈ শতকোঢি প্ৰণিপাত 🙏কৃষ্ণ

  • @atulokalita4134
    @atulokalita4134 Před 4 lety +4

    Aai sakal Ati sunder Nam. Jài Guru Sankar.

  • @JugasmritaMnjitDasPMkDasDas

    ইমান ভাল লাগিছে শুনি,যেন গোটেই ৰাতি শুনি থাকিম ,এনেকুৱা লাগিছে.|মোৰো বহূূূত মন যায় এনেকুৱাকৈ নাম গাবলৈ.

  • @kitchenngarden6011
    @kitchenngarden6011 Před 3 lety +5

    কৃষ্ণ আই সমস্ত আমিও দূৰৰ পৰাই সেৱা নিবেদিছোঁ!!শ্ৰৱ্ন কৰি পৰম আনন্দ লভিলো।
    কৃষ্ণ! কৃষ্ণ!!

  • @nobajyotinath3265
    @nobajyotinath3265 Před 4 lety +3

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম

  • @daisyrabha2343
    @daisyrabha2343 Před 3 lety +2

    Krishna Krishna aaisakal sewa janaiso Krishna 🙏🙏🙏🙏💜

  • @aparajitatamuli7273
    @aparajitatamuli7273 Před 3 lety +3

    Krishna krishina hari hari ram ram ram ram 🙏🙏🙏🙏🙏

  • @numolisaikia4826
    @numolisaikia4826 Před 4 dny

    কৃষ্ণ কৃষ্ণ আই,সকলৰ,চৰনত, শতকুতি প্ৰনাম জনালোঁ কৃষ্ণ নামেৰে আমাক ধণ্যকৰিলে কৃষ্ণ ধ্ণ্যবাদ।

  • @sangitaborahrangpur
    @sangitaborahrangpur Před 3 lety +2

    কৃষ্ণ কৃষ্ণ আই সেৱা নিবেদিলো

  • @nipensaikia3763
    @nipensaikia3763 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ সেৱাহে।

  • @PriyankiDas-oh8zz
    @PriyankiDas-oh8zz Před 20 dny +1

    Bhut valla lagil❤❤❤❤❤

  • @aparajitasaikia7061
    @aparajitasaikia7061 Před 3 lety +3

    কৃষ্ণ!আজি আমাৰ গৃহতেই নাম প্ৰসঙ্গ ভাগ হোৱাৰ নিচিনা অনুভৱ হ'ল !সমস্ত ঘৰ খনেই বৈকুণ্ঠপুৰীৰ নিচিনা লাগিল ! নামতি আইকে প্ৰমূখ্য কৰি দলটিৰ সকলোকে সেৱা নিৱেদিলোঁ ।

    • @hemaprabhasaikia5321
      @hemaprabhasaikia5321 Před 2 lety

      কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ হৈছে

  • @renusaikia7604
    @renusaikia7604 Před 4 lety +2

    Sewa jonalo.Atiba Sundar.

  • @parthapratimmadahi5599
    @parthapratimmadahi5599 Před 11 měsíci

    Vokti vab bor xundrkoi prokha paise Val lagil bohut

  • @jinukakati1589
    @jinukakati1589 Před 3 lety +2

    aimatri kowti pranam krishna krishna sankar guru

  • @GitanjaliBorah-oi5km
    @GitanjaliBorah-oi5km Před 11 měsíci +2

    Krisno stkuti pranam

  • @junumech653
    @junumech653 Před 2 lety

    কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ বৰ সুন্দৰ আইৰ মাতি প্ৰণাম সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ 🙏🙏🙏🙏

  • @NBMotivational628
    @NBMotivational628 Před 4 lety +1

    Krishna Krishna ai mata... jai ai akhom

  • @hridaymedhi7002
    @hridaymedhi7002 Před 2 lety +1

    অতি সুন্দৰ বৰ ভাল লাগিল মন ভৰি গল কৃষ্ণ কৃষ্ণ

  • @kalpanaborborah9077
    @kalpanaborborah9077 Před 2 lety +4

    Bahut bhal lagise

  • @joychandrarajkhowa9835
    @joychandrarajkhowa9835 Před 3 lety +1

    কৃষ্ণ ৰাম কৃষ্ণ হৰি ।

  • @bhargavgame8445
    @bhargavgame8445 Před 3 lety +1

    কৃষ্ণ সেৱা আগবঢ়াইছো দূৰৰ পৰাই

  • @deepaborah3013
    @deepaborah3013 Před 2 lety +1

    আই সকললৈ প্ৰণাম জনালো ।প্ৰসঙ্গ ভাগি বৰ ভাল লাগিল।

  • @shyamoliphukan8626
    @shyamoliphukan8626 Před 3 lety +2

    🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sabitadutta1520
    @sabitadutta1520 Před 3 lety +2

    বৰগীত ভাগ ৰাম পৰম ধন্যবাদ হব লাগিছিল

  • @prasantabhatta3428
    @prasantabhatta3428 Před 3 lety

    krishna sundor oti sundor . Bhobane sokoluke mongol korok .

  • @bharatchandranath3211
    @bharatchandranath3211 Před 4 lety +28

    ধুনীয়া ভক্তিমূলক গীত শুনি মন ভৰি গ'ল।

  • @pradipgogoi3182
    @pradipgogoi3182 Před 2 lety +1

    ভাল লাগিল ভক্তীমূলক গীতটি শুনি। ধন্যবাদ জনাইছো।

  • @sarbeswardoley2388
    @sarbeswardoley2388 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🌹🌹🌹

  • @ramnathborah7356
    @ramnathborah7356 Před 6 měsíci

    জয় গুৰু শঙ্কৰ ডলী দাস আই গৰাকীৰ কন্ঠ অসমৰ কন্ঠ,অতিসুৱনী।

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před rokem

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🎉 আইসমস্তলৈ সুহৃদ সেৱাঞ্জলী নিৱেদন কৰিলোঁ 🙏 🙏 🙏 🙏 মাধৱ

  • @tulika6842
    @tulika6842 Před 2 lety +1

    Khub hundor Baideu krishno provu

  • @debendas1413
    @debendas1413 Před 9 měsíci +1

    Joi.guru.shankar.ati.hundar.ai.matri.krishna.from.nalbari

  • @pallavidas4213
    @pallavidas4213 Před 4 lety +18

    মা তোমাৰ প্ৰচেষ্ঠা সদায় অব্যাহত ৰাখিম তোমাৰ শূণ্যতা অশূণ্য কৰিম।

    • @mahendradas3381
      @mahendradas3381 Před 3 lety +1

      ইয়াতকৈ ভাল বস্তু আৰু কি থাকিব পাৰে । নাম ভাগ শুনি নিজকে ধন্য মানিছো । কৃষ্ণ কৃষ্ণ।

  • @nibirentertainment8672

    Krishno Krishno krishno krishno

  • @sum123dutta2
    @sum123dutta2 Před 2 lety +1

    Bohut val lagil Sai u waru huniu

  • @shyammahanta7317
    @shyammahanta7317 Před 4 lety +5

    বৰ সুন্দৰ আৰু পৰিপাতি হৈছে |তালযোৰ ব্যৱহাৰ নকৰিলে গোপিনী নাম ৰ পৰম্পৰা অটুট থাকিলে হেতেন|🙏🙏🙏🙏

  • @bodhendas9273
    @bodhendas9273 Před 6 měsíci +1

    আপোনা লোকলৈ শতকোতি
    নমস্কাৰ ।

  • @helloiammaandith7871
    @helloiammaandith7871 Před 4 lety +4

    Teur maat tue antar sui jaai,iman sundar..krishna.

  • @hemkantaborah7434
    @hemkantaborah7434 Před 3 lety +1

    হে চিৰসুন্দৰ! তোমাৰ মহিমা অপাৰ।

  • @indrajitbaruah5776
    @indrajitbaruah5776 Před 4 lety +6

    আই মাতৃ সকলোতিলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো । কৃষ্ণ কৃষ্ণ ।।

  • @manojsaikia5402
    @manojsaikia5402 Před rokem

    আই গৰাকীয়ে সুন্দৰ ক্ৰমেৰে বৈকুণ্ঠৰ নামষাৰ পৰিবেশন কৰি আমাক শুনালে,,
    আই গৰাকীৰ লগতে সংগী আই সকলৰো ঈশ্বৰে মংগল কৰক ।
    কৃষ্ণ

  • @techtodate4986
    @techtodate4986 Před 3 lety +1

    মঙ্গলময় হৰিনামষাৰ প্ৰদৰ্শন কৰা মহিলাসকললৈ আন্তৰিক অভিনন্দন
    যাঁচিলো ।শ্ৰৱণ কৰি আনন্দ লভিলো।

  • @jyotiradityabaruah9095
    @jyotiradityabaruah9095 Před 3 lety +2

    krishna ai val lagil

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 Před 10 měsíci

    Krishna krishna 🙏🙏🙏🙏🙏🙏🙏🕉🕉🕉

  • @jadunathborah8891
    @jadunathborah8891 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ 🙏🙏 সুন্দৰ

  • @anilch.barman961
    @anilch.barman961 Před 3 lety +3

    সুৰৰ মাধুৰ্যৰ অভাৱ হৈছে। আইসকলে অভিজ্ঞ প্ৰশিক্ষকৰ পৰা ভালকৈ শিকি ল'লে নিশ্চয় ভাল হ'ব। কৃষ্ণ।

  • @alpanadoloi2579
    @alpanadoloi2579 Před 3 lety +4

    সুন্দৰ হৈছে আই সকল ।কৃষ্ণ 🙏🙏🙏🙏🙏

  • @bichitrabhuyan1745
    @bichitrabhuyan1745 Před 3 lety +1

    মনোমোহা । ভাল লাগিল ।

  • @pradipranjanofficial3337
    @pradipranjanofficial3337 Před 4 lety +3

    সুন্দৰ ৷ 🙏🙏 ৷ কৃষ্ণ

  • @tridipsonowal3000
    @tridipsonowal3000 Před 4 lety +8

    Krishna Krishna

  • @mimi_shreyarshree17423

    Krisna

  • @user-ro2cb8ni1o
    @user-ro2cb8ni1o Před měsícem

    Sadai sunithakileo amani nalage sankarar. Amulla dan. Aru madhabar shikani. Krishna kalita.

  • @nijubaruah882
    @nijubaruah882 Před 9 měsíci

    Krishno Krishno aai hokol 🙇🙇🙇

  • @dkbhakat3040
    @dkbhakat3040 Před rokem +1

    কৃষ্ণ
    জয় গুৰু শঙ্কৰ

  • @binugogoi9271
    @binugogoi9271 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ আই সকললৈ সশ্ৰদ্ধা প্ৰণাম যাচি লো ।পুনৰ শ্ৰৱণ কৰাব বুলি আশা ৰাখিলোঁ ।

  • @reshmagogoi5282
    @reshmagogoi5282 Před rokem

    কৃষ্ণ 🙏 ইমান ভাল লাগিল ভাষাৰে‌ বুজাব নোৱাৰি কৃষ্ণ 🙏 কৃষ্ণ 🙏 এনে দৰেই ‌শুনি‌ থাকিবলৈ পাওঁ যেন কৃষ্ণ 🙏

  • @rajatboro3720
    @rajatboro3720 Před 2 lety +1

    Naam praghanga kenokoi Kara janibapari bhal lagil . nice . thanks

  • @Animeloveyt777
    @Animeloveyt777 Před 2 měsíci

    Krishna Krishna Krishna

  • @dharjensaikia9367
    @dharjensaikia9367 Před rokem

    খুউব ভাল লাগিল। ভক্তিৰ সমান শক্তি নাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @pranjoldutta7038
    @pranjoldutta7038 Před 3 lety +4

    আই আপোনাৰ চৰণ পদ ধূলা পোৱাৰ মানসেৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ আই আৰু ‌বাপ সকল

  • @jaryumkuli8603
    @jaryumkuli8603 Před 10 měsíci

    Krishna Doling Ai Sundor Prosong hoise from HKuli Jonai

  • @ritupanhazarika4055
    @ritupanhazarika4055 Před 3 lety +3

    ♥️

  • @hemopravatalukdar408
    @hemopravatalukdar408 Před 2 lety

    আইসব চৰনত শতকৌটি সেৱা ধৰিছো ৰাম ৰাম .

  • @bonitapawe-ii6nc
    @bonitapawe-ii6nc Před 10 měsíci

    কৃষ্ণ কৃষ্ণ আই আপোনাৰ বৰগীত বৰ ধুনীয়া।

  • @dhanirampatgiri133
    @dhanirampatgiri133 Před 4 lety +10

    কৃষ্ণ আই সকলোকে আমি সেৱা জনালোঁ । কৃষ্ণ

  • @ranubora3083
    @ranubora3083 Před 6 měsíci

    ভাল লাগিল🙏🙏🙏

  • @madhavkonwar6500
    @madhavkonwar6500 Před 4 lety +3

    Naam Hingho.....

  • @padmakumariburagohain6490

    KRISHNA KRISHNA KRISHNA 🙏🙏🙏

  • @dulalnath145
    @dulalnath145 Před 3 lety +1

    প্ৰণাম

  • @munmihazarika779
    @munmihazarika779 Před 2 lety

    Krishan krishan. Bhut mja lagise. Aa

  • @ajitsaloi5253
    @ajitsaloi5253 Před 2 lety +6

    কৃষ্ণ কৃষ্ণ ।।আপোনালৈ কৌটি নমস্কাৰ ।আপোনাৰ সুৰে আমাক মুগ্ধ কৰিছে।।

  • @bnath557
    @bnath557 Před 3 lety +2

    Ati sundar

  • @rupalichutia9534
    @rupalichutia9534 Před rokem

    মূল আইগৰাকীৰ লগতে সকলো আই বাপলৈ মোৰ সেৱা আগবঢ়ালোঁ ।কৃষ্ণ কৃষ্ণ ।

  • @KanakChandraBorah-gi2jj

    সুন্দৰ ।

  • @debajanikalita1461
    @debajanikalita1461 Před rokem

    নাম ভাগ অতি সুৰীয়া আৰু গাম্ভীৰ্যপূৰ্ণ হৈছে।শিকাৰুৰ বাবে অতি সুবিধা হৈছে আই।কৃষ্ণ কৃষ্ণ এনেদৰে আগলৈও পাম বুলিবলৈ ৰাখিলোঁ।পুনৰ বাৰ সেৱা জনালো।

  • @kkrishsarma7555
    @kkrishsarma7555 Před 2 lety

    অতি সুন্দৰ ,নমস্কাৰ।

  • @ilimalahon8502
    @ilimalahon8502 Před rokem

    বহুত ভাল লাগিল, কৃষ্ণ ৰাম

  • @bijurajkhowa7114
    @bijurajkhowa7114 Před 7 měsíci

    ইমান সুন্দৰ

  • @user-ob7zi3jf4j
    @user-ob7zi3jf4j Před 10 měsíci

    কৃষ্ণ কৃষ্ণ ।আপোনাৰ প্ৰসংগ প্ৰণালী শুনি মন ভৰি গল ।শ্ৰদ্ধা থাকিল ।

    • @AlakaChutia
      @AlakaChutia Před 10 měsíci

      😅😮😮😅😮😅😮😅😅😅😅😅😅😅

  • @user-zf7gu9mt7l
    @user-zf7gu9mt7l Před 10 měsíci

    কৃষ্ণ কৃষ্ণ

  • @susiladeka7154
    @susiladeka7154 Před rokem

    Dhuniya.hose

  • @kalpanaborah5499
    @kalpanaborah5499 Před rokem

    কৃষ্ণ কৃষ্ণ আই

  • @PradipDas-td2eb
    @PradipDas-td2eb Před 6 dny

    Krishna 🙏🙏🙏

  • @bishnudeka8061
    @bishnudeka8061 Před 4 lety +3

    Bhal lagil Pisa A/T kar para ahil

  • @basundharikakati2310
    @basundharikakati2310 Před 3 lety +4

    আই মাতৃ সকললৈ শতকোটি প্ৰণাম জনালো ।জয় গুৰু শঙ্কৰ ।

  • @bornalisharma1188
    @bornalisharma1188 Před 2 lety +1

    🙏🙏🙏🙏🙏

  • @guneswarmahanta9121
    @guneswarmahanta9121 Před 3 lety +1

    প্রচেষ্টাক শলাগ ললো |

  • @pbvlogs6221
    @pbvlogs6221 Před 3 lety +3

    কৃষ্ণ

  • @nitamayee7844
    @nitamayee7844 Před 3 lety

    হরি হরি

  • @garimachakraborty2144

    আই. বহুত. ভাল হৈছে আই. কৃষঞ. কৃষঞ. 🙏🙏🙏🙏

  • @papulichutia3344
    @papulichutia3344 Před 2 lety

    Bahut val lagil krishna

  • @jayachiringphukan8954
    @jayachiringphukan8954 Před 2 lety +6

    কৃষ্ণ 🙏 খুব সুন্দৰ হৈছে, ভক্তিৰ সুতত মন পুলকিত হৈ পৰিল 🙏

    • @durgeswarphukan8498
      @durgeswarphukan8498 Před rokem +1

      অতি সুন্দৰ ।আই সকলৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণাম ।

    • @anjunabaruah617
      @anjunabaruah617 Před rokem

      ¹q❤❤
      67.
      6😅

    • @yunagogoi6012
      @yunagogoi6012 Před rokem

      Krishna Krishna bor hundar hoise aaimatri .bhakti rakhere pulokita hoi poril hiya mon

  • @bhakatibhandar-6378
    @bhakatibhandar-6378 Před 3 lety +3

    মোৰে জীৱ ধন গোপীনাথ
    প্ৰাণ গোপীনাথ পশিলো শৰণে।
    মোৰ প্ৰাণ মন মজিয়া ৰহোক
    তোমাৰ চৰণে।।

  • @gunadakalitabaroh1463

    প্রনাম আই!

  • @manjulabhuyan5676
    @manjulabhuyan5676 Před měsícem

    🙏🙏🙏

  • @dipokgogoi202
    @dipokgogoi202 Před rokem +1

    খুউৱ ভাল লাগিল আই। আপোনালোকর দীৰ্ঘায়ু কামনা কৰিলো। কৃষ্ণ কৃষ্ণ। এনেকুৱা প্ৰসঙ্গ ভবিষ্যতেও কামনা কৰিলো