কাইলৈৰ পৰা দেশত প্ৰণয়ন হ'ব ৩ খনকৈ নতুন আইন। দেশৰ সমাজ ব্যৱস্থাত কেনেকৈ প্ৰভাৱ পেলাব ৩ নতুন আইনে?

Sdílet
Vložit
  • čas přidán 29. 06. 2024
  • কাইলৈৰ পৰা দেশত প্ৰণয়ন হ'ব ৩ খনকৈ নতুন আইন। দেশৰ সমাজ ব্যৱস্থাত কেনেকৈ প্ৰভাৱ পেলাব ৩ নতুন আইনে?
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 273

  • @kalpanaboruah3516
    @kalpanaboruah3516 Před 21 hodinou +139

    পৰকীয়া প্ৰেমৰ বাবে ল'ব লাগিছিল কঠোৰ ব্যৱস্থা। কিন্তু কৰিছে কি??? এনে আইনে লম্পট পুৰুষ আৰু ধুৰন্ধৰ মহিলাক আৰু সুবিধা দিব। যাৰ ফলত সুবিধা লোৱাই সুবিধা লৈয়ে থাকিব। এনে আইন জনতাৰ হিতৰ বাবে নহয়। অপকাৰৰ বাবেহে হ' ব। কাৰণ যি মন যায় তাকে কৰিব সুবিধাবাদীসকলে।

  • @golapbora7753
    @golapbora7753 Před 16 hodinami +23

    পৰকিয়া প্ৰেমে কিমান কন কন ল'ৰা ছোৱালীৰ মনত কষ্ট দিছে সেই কথা আইন প্ৰণয়ন কৰা সকলে নাজানে। এইখন আইন আমাৰ অসমত প্ৰনয়ন হ'লে ঘৰত পত্নীক এৰি বহি ৰাজ্যত কাম কৰা সকলৰ ভবিষ্যতে প্ৰভাৱ পৰিব পাৰে।

  • @anuragg8299
    @anuragg8299 Před 21 hodinou +23

    ভাৰতত আইন সদায় সাধাৰণ, দুখীয়া শ্ৰেণীৰ মানুহৰ বাবেহে। যিমান হাজাৰ খন আইন নিলিয়াওক। ভাৰতত জীয়াই থাকিবলৈ হ'লে দূৰ্নীতিৰ বিৰুদ্ধে ভূলতো মাত মাতিব নালাগে। জীৱন শেষ হৈ যাব। সাধাৰণ ভূল কৰিও কিছুমানে গোটেই জীৱন জেলত থাকে। বহুত মাৰাত্মক ভূল কৰা কিছুমানো দুদিন মানৰ পাছতে জামিন লৈ উলায় আহে। আগৰে পৰা এনেকৈ চলি আহিছে, আগলৈও চলি থাকিব।

  • @North-East869
    @North-East869 Před 21 hodinou +56

    এ মজা বোৱাৰী লভাৰ সকলৰ বাবে ভাল খবৰ কিন্তু যি কেইটা শিশু মাক বাপেকৰ পৰকীয়া প্ৰেম বাবে অনাথ আশ্ৰমত থাকিব লাগিব সেই ক্ষেত্ৰত চৰকাৰে কি কৰিব 😢😢

  • @user-bo6ne7zg7l
    @user-bo6ne7zg7l Před 21 hodinou +77

    বিজেপি কৰা মানুহৰ মাইকী বিলাকে ভালে পাব এতিয়া, আমিও সুবিধা লবয়ে লাগিব

  • @Debo305
    @Debo305 Před 21 hodinou +42

    পৰকীয়া প্ৰেম কৰিলে 10বছৰ কাৰাগাৰলৈ দিব লাগিছিল

  • @pranabbarman9255
    @pranabbarman9255 Před 21 hodinou +31

    এই বোৰ আইনে বিপদহে মাতি আনিব..... এই ক্ষেত্ৰত কঠোৰ অনুশাসন মূলক আইনহে প্ৰনয়ন হব লাগিছিল... এই আইনে নৱ প্ৰজন্মক কলিটে ধাংসহে কৰিব

  • @nikunjaborah6756
    @nikunjaborah6756 Před 19 hodinami +17

    অতি ভয়ংকৰ হৈ গেছে এতিয়া পৰকীয়া প্ৰেম কিমান সংসাৰ ধংস হৈছে থিক নাই এতিয়া আইন নোহোৱা কৰিলে ।।

  • @kabitamoran6158
    @kabitamoran6158 Před 21 hodinou +48

    দ্ৰৌপদী মূৰ্মূৰ বেলেগ মটা লগত লিলিমাই কৰিব মন চাগে সেই কাৰনে এই আইন দিলে

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng Před 21 hodinou +26

    পৰকীয়া প্ৰেমৰ কাৰনতে যে কণ কণ লৰা ছোৱালীক এৰিয়াৰ জায় সেই লৰা ছোৱালীবোৰৰ কি হৱ আৰু পৰকীয়া প্ৰেমৰ কাৰনতেই মতাই নিজৰ মাইকী জনীক মাৰি পেলাই আৰু মাইকী জনীয়ে নিজৰ মতাটোক মাৰি পেলাই

  • @prasantagogoi7640
    @prasantagogoi7640 Před 21 hodinou +36

    Porokia Prem dangar dangar manuhor thake babe rahay dise n

  • @jobforassam10
    @jobforassam10 Před 9 hodinami +3

    পৰকীয়া প্ৰেমত অন্ততঃ ৫ বছৰৰ কাৰাদণ্ড হ'ব লাগিছিল

  • @pradipkumarroy8239
    @pradipkumarroy8239 Před 21 hodinou +20

    Porokiya pream y Bohut r Sansar dhanasoe kori diboe.

  • @deephazarika887
    @deephazarika887 Před 21 hodinou +11

    ঘন্টা আইন এইখন অসমত এক নম্বৰত আছে পৰকীয়া প্ৰেম এতিয়াআৰু চিন্তা নাই খাও পিও মস্তি কৰৌ

  • @rupamhaloi7627
    @rupamhaloi7627 Před 5 hodinami

    উৎপাতটো এতিয়া উৎসৱত পৰিণত হ'ব।।।

  • @TaslimAliBabul
    @TaslimAliBabul Před 21 hodinou +7

    পৰকীয়া প্ৰেম শব্দটোৱেই গ্ৰহণযোগ্য নহয় ? তেওঁ তেনেস্থলত এই বিষয়ে পুনৰ বিবেচনা কৰিলে ভাল হয় ।

  • @AnshuGogoi-zz3fh
    @AnshuGogoi-zz3fh Před 12 hodinami +4

    তেতিয়া হলে বহু বিবাহ ত কোনো বাধা নাথাকিব??? Ki fal2 act beh

  • @Ranjitnath2015
    @Ranjitnath2015 Před 21 hodinou +2

    Hundor

  • @jayadass2681
    @jayadass2681 Před 21 hodinou +8

    এইটো কি আইন পৰকীয়া প্ৰেমৰ সম্পৰ্ক কোনো শাস্তি নাই?

  • @ManiyalNag
    @ManiyalNag Před 9 hodinami +1

    কিশোৰী ধৰ্ষণক চিধা ফাঁচীৰ শাস্তি প্ৰযোজ্য কৰক🙏 আজীৱন কাৰাদণ্ড আজি কালি কোনো ভয় নকৰে🙏