মোৰ কোনো নাই সকলো মানুহ গুচি গ'ল,নিজৰ পৰিয়ালৰ কথা কৈ উচুপি উঠিল, Moloya goswami Actress interview

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • ✅ Guest- Moloya goswami
    Instagram
    ...
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com

Komentáře • 218

  • @Trinayan2
    @Trinayan2 Před 8 měsíci +4

    Eman down to earth manuh. Kotha khini huniye bohut val lagil. Such an inspiration 💐

  • @husnabegum132
    @husnabegum132 Před 10 měsíci +17

    মলয়া বাইদেউ এগৰাকী সন্মানীয় আৰু মৰমৰ অভিনেত্ৰী মোৰ। বাইদেউ সদায় চিৰসেউজ হৈ থাকক। এয়াই মোৰ কামনা।

  • @tulikaborgohain5489
    @tulikaborgohain5489 Před 9 měsíci +2

    বাইদেউ মোৰ অতি প্ৰিয় অভিনেত্ৰী, অগ্নিস্নান ছবিখনৰ এটা সংলাপে হৃদয় চুই গৈছিল, সংলাপটো এতিয়াও মনত আছে, আজি দেখি বৰ ভাল লাগিছে |

  • @nilakhisabhapandit6258
    @nilakhisabhapandit6258 Před 10 měsíci +13

    মলয়া গোস্বামী বাইদেউৰ নামটো যিদৰে মিঠা ; কথাবোৰো মিঠা ৷ ইমান সুন্দৰ মনৰ মানুহবোৰ আমাৰ মাজত চিনাকি কৰি দিয়াৰ বাবে চেমিম তোমাকো মৰম দিলো ৷🎉

  • @ritamonikonch944
    @ritamonikonch944 Před 10 měsíci +45

    Khub bhal lagil...Malaya Goswami ma'am is my favorite actress ❤ Thank you so much Shemim..

  • @utpalaborkataki4116
    @utpalaborkataki4116 Před 10 měsíci +9

    আজি মলয়া বাইদেউৰ দ্বাৰা ছেমিম বাৰ মনৰ খৱৰ গম পালো।দুয়োগৰাকী বাইদেউলৈ ধন্যৱাদ জনাইছো।

  • @user-jb3gl8df6z
    @user-jb3gl8df6z Před 10 měsíci +2

    চেমিম তোমাক বহুত বহুত ধন্যবাদ মলয়া বাইদেউক অনা বাবে, মলয়া বাইদেউক খুব ভাল লাগে

  • @user-bo5tm6mr3k
    @user-bo5tm6mr3k Před 9 měsíci +6

    বহুত ভাল লাগিল ,বাইদেউ আমাৰ শিক্ষা গুৰু আছিল ।

  • @rintasharma6006
    @rintasharma6006 Před 10 měsíci +12

    বৰ ভাল লাগিল অনুষ্ঠান টো। মলয়া বাইদেউৰ প্ৰতিটো শব্দ ইমান মিঠা। শুনি থাকিবৰ মন যায়। মোৰ প্ৰিয় অভিনেত্ৰী। বৰ্তমান তেখেতৰ অভিনয় কৰা "বোৱাৰী"ধাৰাবাহিক খন চাই আছো।ছেমিম তোমালৈ শুভেচ্ছা জনালোঁ। আগবাঢ়ি যোৱা।

  • @atowarrahman7019
    @atowarrahman7019 Před 10 měsíci +3

    মলয়া বাইদেউক এটি সাক্ষাৎ কাৰৰ জৰিয়তে বহুত দিনৰ মূৰত দেখা পাই বৰ ভাল লাগিল। চেমিমক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।

  • @binapaniadhyapak6214
    @binapaniadhyapak6214 Před 22 dny

    এগৰাকী অসমৰ স্বনামধন্যা অভিনেত্ৰী,মৰম লাগে।তেখেতলৈ শতকোটি প্ৰণাম ❤

  • @RitaDas-ew3st
    @RitaDas-ew3st Před dnem

    Akash banee r natoko t apunar obhinoi xuni kiman je bhal paishilu ajiu monot ashe , baideu .Apuni bhale thakok....❤❤

  • @bimaladekabarman298
    @bimaladekabarman298 Před 2 měsíci +2

    মলয়া বাইদেউৰ মুখৰ হাঁহিটোৱে তেখেতৰ পৰিচয়।তেখেতৰ অভিনয় মোৰ খুবেই প্ৰিয়।আজি আলোচনাত তেখেতক দেখা পাই।আৰু বেছি ভাল লাগিল।তেখেত সদায় আমাৰ মাজত তৰা হৈ জিলিকি।থাকক।

  • @anabilborthakur9533
    @anabilborthakur9533 Před 13 dny

    মলয়া বাইদেউক দেখি বৰ ভাগিল৷ভগৱানে বাইদেউক সু স্বাস্হ্য আৰু কুশলে ৰক্ষাকামনা কৰিলো৷

  • @himangshugayan522
    @himangshugayan522 Před 17 dny

    প্ৰিয় অভিনেত্ৰী গৰাকীৰ সাক্ষাৎ টি চাই খুব ভাল লাগিল....🙏🙏

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Před 10 měsíci +6

    বৰ ভাল লাগিল তেখেতৰ প্ৰতিটো কথা শুনি ,সুন্দৰ ভাৱে বৰ্ণনা কৰি বুজাইছে । এগৰাকী আদৰ্শবান মহিলা। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ , কুশলে থাকক সদায় 💐

  • @yumtastewithritu490
    @yumtastewithritu490 Před 10 měsíci +6

    বৰ ভাল লাগিল, বাইদেউ কথাবোৰ ইমান মৰম লগা, নমস্কাৰ জনাইছোঁ বাইদেউ 🙏🙏

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 Před 10 měsíci +9

    মলয়া বাইদেউক মোৰ খুব ভাল লাগে লগতে বাইদেউ অভিনয় ও খুব ভাল লাগে।

    • @padumitalukdar6621
      @padumitalukdar6621 Před 10 měsíci

      মলয়া বাইদেঊ আমাৰ আপোন। অভিনয় খুব ভাল পাইছিলো।❤

  • @user-wk3el9pn2t
    @user-wk3el9pn2t Před 10 měsíci +6

    মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীক দেখা পাই খুবেই ভাল লাগিল। মৰম আৰু শুভকামনা জনালোঁ ভগৱানে তেওঁক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে যেন।

  • @malamanibaruah3524
    @malamanibaruah3524 Před 10 měsíci +1

    Very nice video.A great salute to Moloya Baideo for her simplicity in attitude. It’s just beyond imagination

  • @nirugogoi4576
    @nirugogoi4576 Před 9 měsíci

    মলয়া বাইদেউক আজি বহুত দিনৰ পিছত দেখা পালো বহুত ভাল লাগিল ভগবানে কুশলে ৰাখক

  • @manibankalitanath3648
    @manibankalitanath3648 Před 10 měsíci

    মলয়া বাইদেউক দেখি খুব ভাল লাগিল। তেখেতৰ সু স্বাস্থ্য কামনা কৰিলোঁ। চেমিমক ধন্যবাদ । ধুনীয়া ভিডিঅ বোৰৰ বাবে ।💐

  • @fambruhgirldmg
    @fambruhgirldmg Před 9 měsíci +1

    Bohutt bhai lagil. Malaya ma'am k first log 1993 jagiroad college t pao.amar education or ma'am Achil.shemim baidew thank you. Ma'am k dekhengee babe

  • @kangkanadekaraja9797
    @kangkanadekaraja9797 Před 10 měsíci

    Bohut bhal lagil..moi Malaya baideor student asilu Jagiroad college r kiman j houbhagyawan aru aji baideo dekhir kothabur khuni smritibur hajib hoi uthil..khub bhal lagise ❤❤

  • @Anu_Cubi_23
    @Anu_Cubi_23 Před 10 měsíci +1

    মলয়া গোস্বামী বাইদেউ প্ৰথমতে আপোনাৰলৈ অষেশ ধ‌ন্যবাদ যাছিলো যিহেতু জীৱনৰ মূল্যৱান কথা, কামবোৰ আমাৰ আগত দাঙি ধৰিলে, আজি আমি বহু কথা জানিলো তথা শিকিলোঁ ❤❤

  • @rupakdas7155
    @rupakdas7155 Před 10 měsíci +2

    Its a great moment with great artist of assamese cenama also nice conversation with shamim, thank you forever.

  • @ranjumanisarma6418
    @ranjumanisarma6418 Před 9 měsíci

    শ্ৰদ্ধাৰ মলয়া গোস্বামী বাইদেউৰ সাক্ষাৎ কাৰ টো চাই বৰ ভাল লাগিছে। তেওঁ লৈ মোৰ শুভ কামনা থাকিল।

  • @bijayagoswami4399
    @bijayagoswami4399 Před 10 měsíci +2

    My most favourite actress. Stay blessed 🙏🏽❤

  • @user-sm4dj2yc1n
    @user-sm4dj2yc1n Před 10 měsíci +1

    Bor val lagil Sai..... Moloya baideur kothabor hunile Jen huni e thakim...dyu goraki baideuk bahut bahut dhanyawad...

  • @sanchitakarmakar7704
    @sanchitakarmakar7704 Před 10 měsíci +1

    Your অগ্নিস্নান film is awesome, mind blowing actress,miss your acting Mam❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊

  • @induprabhadas1288
    @induprabhadas1288 Před 10 měsíci +2

    মলয়া বাইদেউৰ অভিনয় মোৰ খুউব ভাল লাগে

  • @223jayapayeal
    @223jayapayeal Před 10 měsíci +2

    মলয়া বাইদেৱে জাগীৰোড কলেজত আমাক Education পঢ়াইছিল। বাইদেউক বহুত বছৰৰ মূৰত দেখা পালো। বহুত ভাল লাগিল।

  • @KabitaDeka-wk4wm
    @KabitaDeka-wk4wm Před 10 měsíci +1

    Malaya goswami Ma'am is my favorite actress.

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c Před 9 měsíci

    মলয়া গোস্বামী বাইদেউক দেখি মোৰ অগ্নিস্নান চিনেমা খনলৈ মনত পৰি গল ৷ ইমান ধুনীয়া অভিনয় তেখেতৰ , ৰাস্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকীলৈ মোৰ প্ৰণাম যা😮

  • @ritamoniborah2233
    @ritamoniborah2233 Před 10 měsíci

    বহুত ভাল লাগিল। মলয়া বাইদেউ ক মোৰ বৰ প্রিয় অভিনেত্রী

  • @saharabegum5792
    @saharabegum5792 Před 10 měsíci

    My favourite actress r majot Baidew mur moromor . Tumak dhonyobad jonalu

  • @akanbaishya417
    @akanbaishya417 Před 10 měsíci +1

    কথাবোৰ ইমান মিঠাকৈ কৈছে । বহুত ভাল লাগিল বাইদেউ ।আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ ।

  • @ratnakalita3020
    @ratnakalita3020 Před 10 měsíci

    সচাকৈ বহুত বেছি ভাল লাগিল । ইমান সৰল মাত কথা বোৰ মলয়া বাৰ শুনি থাকিব মন যায়

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před 10 měsíci

    মোৰ প্ৰিয় অভিনেত্ৰী ৷ বহুত ভাল লাগিল ৷ বাইদেউৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ ৷

  • @karunasaikia492
    @karunasaikia492 Před 2 měsíci +1

    বহুত ভাল লাগিল। মলয়া বাইদেউ মোৰ favorite actress. Thank you shemim

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Před 9 měsíci

    অত্যন্ত মনোগ্ৰাহী অনুষ্ঠানটো অখণ্ড মনোযোগ দি চাই থাকি শেষ হোৱাৰ পিছত এনে লাগিছে , কিয় শেষ হ’ল, আৰু বহুত দীঘলীয়াকৈ চাই থাকিব পৰা হ’লে ৷ তেখেত আমাৰ বৰ শ্ৰদ্ধাৰ অভিনেত্ৰী ৷ তেখেতলৈ নমস্কাৰ জনাই ইমান ধুনীয়া সাক্ষাৎ গ্ৰহণ চাবলৈ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো ৷

  • @porinitabora3747
    @porinitabora3747 Před 10 měsíci +2

    সঁচাকৈ মলয়া বাইদেউক বিৰাট ভাল লাগে.. বৰ সুন্দৰকৈ কথা-বতৰা বিলাক কয়.. বাইদেউৰ মনটোৰ দৰে মানুহ গৰাকীও বৰ ধুনীয়া, ভালে থাকক 😊❤️

  • @padminikonwar34
    @padminikonwar34 Před 10 měsíci +1

    বাইদেউ শ্ৰদ্ধা জনাইছোঁ আপোনাক। অতি সাৱলীল গভীৰ অৰ্থপূৰ্ণ কথাখিনিয়ে এক অপৰিসীম আপোনতা ভাব জগাই তুলিলে মোৰ অন্ত ৰত।

  • @payelpriya1276
    @payelpriya1276 Před 10 měsíci +1

    মোৰ সদায় প্ৰিয় ❣️❣️ এবাৰ লগ পোৱাৰ ইচ্ছা আছে 😘😘

  • @srimantasaikia6432
    @srimantasaikia6432 Před 10 měsíci +2

    মলয়া বাইদেউ অভিনয় খুব সুন্দৰ

  • @jinaborgohain1909
    @jinaborgohain1909 Před 10 měsíci

    তাহানিৰে পৰা অতিকে ভাল লগা মোৰ প্ৰিয় অভিনেত্রি গৰাকীৰ কথাবোৰ জানিব পাৰি খুবেই ভাল লাগিল ।

  • @gwkuldeep2578
    @gwkuldeep2578 Před 10 měsíci +1

    Bahut val lagil. Aaru semine xadai mekhela sadar pindhe.xeibabe bahut val lage❤❤

  • @momsmagia8503
    @momsmagia8503 Před 9 měsíci +2

    Khub bhal lagil.

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u Před 10 měsíci

    মলয়া লৈ অজছ শুভ কামনা কৰিলো ।বাইদেউক। মোৰ বহুত ভাল লাগে বাইদেউক ভগৱানে সদায় ভালে ৰাখক।

  • @horizonx6180
    @horizonx6180 Před 10 měsíci +1

    ইমান মৰম লগা বাইদেউ বহুত মৰম ভাল লাগিল❤❤❤

  • @samujjalbaruah3377
    @samujjalbaruah3377 Před 9 měsíci +2

    ba tumi bhut kosta korisa aibr val lagise poti tu video saiso val lage age porai saw sai jm mr val lage video bor tumi aru aguwai jwa 100k howk oti xunkale

  • @tarundeka8847
    @tarundeka8847 Před 10 měsíci

    Ma'am k dekha pai 1983---88 Jagiroad college life monot pori khub bhal lagise . Pradip sir loiu monot porise . Maina chitli loiu monot .

  • @putulkalita7782
    @putulkalita7782 Před 10 měsíci +4

    সদায় প্ৰিয় ❤❤❤

  • @mamonidevi617
    @mamonidevi617 Před 10 měsíci +1

    Shimim baideo thank you mur ati moromo baidei Moloya baideo kiman bhal lage bhakha nai bohut bhal lagil

  • @jurikalita1502
    @jurikalita1502 Před 10 měsíci +1

    সুন্দৰ অনুষ্ঠান এটি উপহাৰ দিয়াৰ বাবে দুয়ো গৰাকীলৈকে ধন্যবাদ জনালো।

  • @user-fy2im3ds3h
    @user-fy2im3ds3h Před 10 měsíci +2

    Semim xosakoi u r great ❤,Tumar xokolu kothupo kothon oti xundor

  • @KaSiYali
    @KaSiYali Před 10 měsíci +1

    চেমিম বা আজিৰ ভিদিঅ'টো খুউব ভাললাগিল।❤

  • @DSHaque7
    @DSHaque7 Před 10 měsíci +4

    Wow! You,ve done a great job.👌👌💞💞🙏🙏 Very respected Moloya baideu. 💖💖🤗

  • @ranjitahazarika2140
    @ranjitahazarika2140 Před 10 měsíci +2

    সচাই বৰ ধুনীয়া লাগিছে

    • @ranjitahazarika2140
      @ranjitahazarika2140 Před 10 měsíci

      বৰ সুন্দৰ কাম কৰিছে বাইদেউ

  • @runubarman3428
    @runubarman3428 Před 10 měsíci +2

    আপোনাৰ কণ্ঠ অতি সুন্দৰ । বহুত ভাল লাগিল ।

  • @user-ym9ku1cy1f
    @user-ym9ku1cy1f Před 2 měsíci

    মলয়া বাইদেউ লগতে চেমিম বাইদেউ আপুনি কম নহয় ভাল লাগিল।

  • @dancingborahsisters6964
    @dancingborahsisters6964 Před 2 měsíci

    সৰু ৰে পৰা প্ৰিয় অভিনেেত্ৰী,বৰ ভাল লাগে।

  • @anitaborpujari3075
    @anitaborpujari3075 Před měsícem

    বৰ ভাল লাগিলে । বাইদেউ লৈ সেৱা জনালোঁ ।

  • @banibaruah8986
    @banibaruah8986 Před 10 měsíci

    বাইদেউৰ চিনেমাবোৰ চাই বৰ ভাল লাগে। মলয়া বাইদেউলৈ মই শুভেচ্ছা জনালো

  • @rulirahman1288
    @rulirahman1288 Před 10 měsíci

    বহু ত ভাল লাগিল মলয়া গোস্বামী বাইদৰ হাঁহি😂টো আৰু তেওঁৰ অভিনয় টো আৰু বোৱাৰী চিৰীয়ল খনচাই বহুত ভালপাও

  • @bharati__gogoi
    @bharati__gogoi Před 10 měsíci +2

    সুন্দৰ সাক্ষাৎকাৰ সুন্দৰ মানুহ গৰাকীক দেখা পালোঁ ভাল লাগিল ❤🎉🎉

  • @putulkalita7782
    @putulkalita7782 Před 10 měsíci +3

    ছেমিমৰ বিষয়ে মলয়াবা‌ইদেৱে সুউৱ সুন্দৰ কৈ বুজায় কলে , আমাৰো বৰ ভাল লাগিল সুন্দৰ সুন্দৰ ভিডিওবোৰ দি যাবা 👍

  • @harakantatamuli1053
    @harakantatamuli1053 Před 10 měsíci +1

    Vedio tu saai bor bhal lagil . Thanks a lot .

  • @nitudutta476
    @nitudutta476 Před 10 měsíci

    মোৰ প্ৰিয় অভিনেত্ৰী বাইদেউ |বৰ ভাল লাগিল

  • @swapnaligogoi2235
    @swapnaligogoi2235 Před 9 měsíci

    বাইদেউৰ লগত হোৱা সাক্ষাৎকাৰটি শুনি বৰ ভাল লাগিল। বাইদেউৰ অভিনয় বহুত ভাল পাওঁ সৰুৰে পৰাই। ধন্যবাদ জনালোঁ চেমিম তোমাক। বাইদেউ সদায় এইদৰেই কুশলে থাকক।🙏❤️❤️

  • @purabisaikia6998
    @purabisaikia6998 Před 10 měsíci +1

    মলয়াৰ (নগাঁওত থাকোতে)লগত একেলগে পঢ়িছিলো । একে বেঞ্চত ওচৰতে বহিছিলো । আজি দেখি খুব ভাল লাগিছে । দুয়োলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো ।❤❤

  • @nayanmonikumar9421
    @nayanmonikumar9421 Před 10 měsíci +1

    Thank you sir much sehmim

  • @lovelykitchenmoran1337
    @lovelykitchenmoran1337 Před 10 měsíci +1

    Hundor ❤️ moloya baido Semim ❤❤

  • @RitaDevi-zi1zf
    @RitaDevi-zi1zf Před měsícem

    Duijanike eman bhal lagise❤

  • @musfiahussain2879
    @musfiahussain2879 Před 10 měsíci +1

    Val lagil sai, Moloya Baidew Mur favourite actress. Mridula Baruah Baidewr Interview eta saboloi pam buli asha rakhilu.

  • @binabora5025
    @binabora5025 Před 10 měsíci +1

    Great advice God bless you malaya baidou logate semim🙏🙏

  • @sabigogoiboruah4602
    @sabigogoiboruah4602 Před 9 měsíci

    বহুত বহুত ভাল লাগিল,,, thnq soooo much..👍 অভিনেত্ৰী তেওঁ, শিক্ষয়িত্ৰী সুলভ কথা বতৰা ভাল লাগিল💖💖

  • @dipikagoswami8922
    @dipikagoswami8922 Před 10 měsíci +3

    মলয়া বাইদেউ মোৰ বৰ প্ৰিয়

  • @minasaikia3698
    @minasaikia3698 Před 10 měsíci +1

    Bidya Rao r interview labasun. Aji Malaya Goswami r interview bor bhal lagil.

  • @kalpanadeka4289
    @kalpanadeka4289 Před měsícem

    Bahut val lagil baidew aponar katha bor xuni..

  • @dipalinath3202
    @dipalinath3202 Před 10 měsíci +1

    মোৰ প্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী বাইদেউ। ভগৱানে সদায় ভালে ৰাখক। অগ্নি স্থান চিনেমা খনত শিক্ষয়িত্ৰী ৰূপত অভিনয় কৰা চৰিত্ৰটো য়ে মনত আজিও মোৰ সাজ বহুৱাই থৈছে বাইদেউয়ে।

  • @kamalapatar1465
    @kamalapatar1465 Před 10 měsíci +1

    মলয়া গোস্বামী বাইদেউ ক বহুত ভাল লাগে। তেখেতৰ এখন চিনেমা চাইছিলো,একটিংটো আছিল এটা পলিথিন বেগৰ পৰা আপেল উলিয়াই লওতে খৰ খৰ শব্দটো শুনি সকলোৱে চাই বৰকৈ হাঁহি ছিলো😂😂

  • @krishnabordoloi7313
    @krishnabordoloi7313 Před 9 měsíci +1

    মোৰ মৰমৰ অভিনেত্ৰী ❤❤

  • @pallabisaikia0591
    @pallabisaikia0591 Před 10 měsíci +3

    ❤bhal lagil baideur bixoye jani.
    2mak Dhanybad disu aguwai juwa.

  • @halimabegum9484
    @halimabegum9484 Před 9 měsíci

    My favourite actress .teor sowali Nisitak khob bhal lage .

  • @mriduldutta1556
    @mriduldutta1556 Před 9 měsíci

    Khub val lagil.baideu mor favourite actress

  • @sabitribezbaruah7679
    @sabitribezbaruah7679 Před 2 měsíci

    বাট হেৰুৱাই পেল
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ এটা প্ৰশিক্ষণত ওচৰৰ পৰা লগ পাইছিলো ,নমস্কাৰ জনালো পুনৰবাৰ। মই ও শিক্ষা বিভাগৰ, বৰ ভাল লাগিল কথোপকথন, সেৱা জানিলো পুনৰ বাৰ.

  • @manashiadil731
    @manashiadil731 Před 8 měsíci

    মলয়া বাইদেউক দেখি বৰ ভাল লাগিল , তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। ছেমিম তুমি আৰু আগবাঢ়ি যোৱা।❤

  • @ipathak0
    @ipathak0 Před 10 měsíci +3

    Thank you, for sharing the very very very beautiful video

  • @nirubora3660
    @nirubora3660 Před 10 měsíci +7

    দুয়ো গৰাকীকে দেখি সুন্দৰ লাগিছে। এটা শব্দ নহয় এটা বাক্য।

  • @RukiaBegum-zs7wn
    @RukiaBegum-zs7wn Před 20 dny

    Bht bht vl lagil ❤❤❤

  • @binapanidekagood_morning4856
    @binapanidekagood_morning4856 Před 10 měsíci

    বাইদেউ কুশলে থাকক এয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা !

  • @ruma_s
    @ruma_s Před 9 měsíci

    বহুত ভাল লাগিছে 🥰🥰🥰

  • @KarabiKalita-so5bv
    @KarabiKalita-so5bv Před 10 měsíci

    Iman maram lgise baa aponalokk ake kapor pindhise❤

  • @ajantaduwarah5333
    @ajantaduwarah5333 Před 10 měsíci

    My feverit actress god bless him

  • @pratuldas6125
    @pratuldas6125 Před 2 měsíci

    বাইদেউক "বিজনী কলেজৰ Silver Jublilee " ত লগ পাইছিলো I

  • @ushasaikia9896
    @ushasaikia9896 Před 10 měsíci +1

    বহুত ভাল লাগিল

  • @manuwarahazarika3020
    @manuwarahazarika3020 Před 10 měsíci +5

    Semim ai video to bikhek hoise dei .Bohol bektita monor gorakiay aanoku Bohol porikhorot cinaki korai di khuk pai .tare potifalon ❤❤Moloya baideo❤❤tumar kaamat mohanota ase babe tumi Morom butolibo khokhom hoisa.aia tumare sesta- posesta.

  • @DSHaque7
    @DSHaque7 Před 3 měsíci

    Bor priyo nomoshyo obhinetri👌👌🙏🙏

  • @dipjoybaruah2911
    @dipjoybaruah2911 Před 10 měsíci +1

    Dipjoy baruah 🎉🎉🎉❤