Video není dostupné.
Omlouváme se.

বহু বাৰ আত্মহত্যা ও কৰিব লৈছিলো মই😭: Ananya Pachani

Sdílet
Vložit
  • čas přidán 23. 02. 2023
  • #jssunscripted #ananyapachani
    Created by: Mustaq Ahmed
    ( ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    / jumpingspiderstudios

Komentáře • 583

  • @chitrineeborah2241
    @chitrineeborah2241 Před rokem +129

    ছোৱালী তিনিজনীৰ সৈতে তোমাৰ সংসাৰ খন সুখৰ হওক ।হাজাৰ বাধা অতিক্ৰম কৰি তুমি আগুৱাই যোৱা ।বহুতো মৰম থাকিল ❤❤❤❤

  • @sashiprovadas2509
    @sashiprovadas2509 Před rokem +70

    তোমাৰ কথা শুনি বহু ত ধৈৰ্যশীল ছোৱালী
    যেন লাগিছে।

  • @duttabdisha7027
    @duttabdisha7027 Před rokem +148

    আপোনাৰ ধৈৰ্য্য সচাকৈ আদৰ্শনীয়❤️সুখী হওক সদায়

  • @hirakjyotideka7796
    @hirakjyotideka7796 Před rokem +99

    প্ৰত্যেক জন মানুহৰ জীৱনত এটা হলেও দুখ থাকিবই যিমান ধনীয়েই হওঁক বা বহুত দুখীয়াই হওঁক 😭😭😭😭😭😭😭

  • @letsgowithbhaswati7898
    @letsgowithbhaswati7898 Před rokem +59

    বা , আপোনাৰ শক্তিশালী মনটোক মানিবলগীয়া । ছোৱালী তিনিজনীৰ স'তে সদায় এনেকৈ সুখত থাকক ।

  • @sashiprovadas2509
    @sashiprovadas2509 Před rokem +71

    ভগৱানে আৰু ধৈৰ্য দিয়ক আগবাঢ়ি যাবলৈ। তাকে কামনা কৰিলো ‌‌।

  • @epshitasarma88
    @epshitasarma88 Před rokem +19

    অনন্যা পাচনী বাৰ কথা বহুত দিন মাজে সময়ে ভাবিছিলো তেওৰ জীৱনৰ কথা জানিব মন আছিল । আজি বহুত ভাল লাগিল অ।

  • @sprihasharma2025
    @sprihasharma2025 Před rokem +101

    সুন্দৰ মানসিকতাৰ এগৰাকী শক্তিশালী নাৰী।

    • @manujdas3004
      @manujdas3004 Před rokem

      Manoxhikota thoka karone muslimor s...d.... n khai ghuri aahise.

  • @shikhadas5536
    @shikhadas5536 Před rokem +52

    আপোনাৰ পৰা শিকণীয় দিশ বহুত আছে ।।।কম বয়সত ভাল পাই পলাই যাব নালাগে ।আত্মনির্ভৰশীল হোৱাটো বহুত দৰকাৰ প্ৰথমে

  • @Kaushik632
    @Kaushik632 Před rokem +23

    শক্তিশালী নাৰী। বা, বহুত ভাল লাগিল।
    ভালে থাকক সদায়❤️

  • @dhirajdas6365
    @dhirajdas6365 Před rokem +61

    ভগবানে আপোনাৰ আৰু ছোৱালী তিনিজনীৰ মংগল কৰক তাকেই কামনা কৰিলো।

  • @pranamiboruah4882
    @pranamiboruah4882 Před rokem +9

    Agote tumak eman buji puwa nasilu , aaji he vl ke buji paisu 2mak, bohut hohoj horol manuh 2mi, hukhi huwa 2mi ananya ba💕

  • @rinjugogoi5969
    @rinjugogoi5969 Před rokem +5

    খুব সুন্দৰ মানসিকতাৰ এগৰাকী নাৰী আপুনি। খুব ভাল লাগিল কথাখিনি। নিজৰ কামত আগুৱাই গৈ থাকক আৰু ছোৱালী কেইজনী ভালকৈ ডাঙৰ কৰক। বহুত মৰম আৰু শুভেচ্ছা জনালো।

  • @karishmagogoi8987
    @karishmagogoi8987 Před rokem +45

    I personally feel ananya ba too cute. Never knew about her divorce before. But still i'm glad dat she came out strong frm all the troubles and now wonderfully raising her three daughters alone. I wish her health n happiness. More power to u gal...

  • @deepjyotihandique9915
    @deepjyotihandique9915 Před rokem +18

    খুব ভাল লাগিল। Positive thinking ৰ ভৰা গোটেই সময় খিনি। ভাল হওঁক । আজি হে গম পালো । সকলোৰে জীৱনত এনেকুৱা ধৰণৰ কম বেছি পৰিমাণৰ সমস্যা আহে। কিন্তু ইমান ভাল কৈ সমাধান কৰা কথা টোৱে সঁচাকৈ আপ্লুত কৰিল। ভগৱান সহায় হওঁক। ❤️

  • @pinkigogoi5483
    @pinkigogoi5483 Před rokem +22

    কথাবোৰ শুনি মনটো বৰ বেয়া লাগিল ।

  • @sumisaloi1725
    @sumisaloi1725 Před rokem +4

    Bapreeeeee maniso apunak....hajar bar pronm koriso...vgbne ankua mind patient diyok soboke....asorit maniso...vle thkok suali keijoni val haok

  • @travelerslakhiminath9325
    @travelerslakhiminath9325 Před rokem +19

    অন্যান্য বা ইমান সাহসী ছোৱালী ইমান সহজ সৰল কৈ কথাবোৰ কৈছে।

  • @LizaDutta840
    @LizaDutta840 Před rokem +40

    Such a beautiful lady you are ba..The way you respected his perspective shows how humble you are❤❤

  • @bobygogoidn2747
    @bobygogoidn2747 Před rokem +31

    কেইমাহমানৰ আগত দেখোন
    অতুল পাচনিয়ে কৈছিল বহুত মৰম কৰে মুন্না আহমেদে ।

  • @kuinideka9436
    @kuinideka9436 Před rokem +27

    One of the best interview of this channel.. Khubei bhl lgil tekhetor kotha khini.. Be strong baa God is with you.. More power to you ❤❤❤❤

  • @Ritamanikitchenwithvlog0354

    আৰু বিয়া নহবা বা ছোৱালী কেইজনীৰ লগত সুখত থাকা

    • @putalakakati5002
      @putalakakati5002 Před rokem +2

      Moi ajji janisu

    • @hanseali1924
      @hanseali1924 Před 4 měsíci

      দ্বিতিয় বাৰো বিয়া হব লাগে নকৰু বুলি ভৱাতু ভুল ।পিছৰ বাৰ ভালো হব পাৰে।অকলসৰিয়া হৈ থকাজনেহে জানে অকলসৰিয়া জিবনৰ বিষয়ে ।তেও হয়তো এতিয়ালৈ চৱালি কেইজনি লগত থকাএ জনা নাই।চৱালিৰ বিয়া হৱাৰ পিছত জানিব পাৰে কিন্তু তেতিয়ালৈ বিয়া হৱাৰ বয়স নাথাকিব কাৰনে প্ৰকাশো নকৰিব।

  • @gyandeepgogoi6178
    @gyandeepgogoi6178 Před rokem +14

    আজিহে শুনিলো বৰ দুঃখ লগা খৱৰ..!মৰমৰ বা জনী সুখেৰে জীৱন যাপন কৰাতো বিচাৰো..!

  • @hiragoswami4191
    @hiragoswami4191 Před rokem +29

    মোৰ দুখ লাগিলে । মুন্না আহমেদে এনে কৰিব নালাগিছিলে ,তিনিজনী ছোৱালীৰে সৈতে আপোনাক এৰি দিৱ পালে । কিন্তু সেই অইনৰ ছোৱালীৰ সৈতে সেই দুচৰী ঔৰত জনীক এৰিব নোৱাৰিলে ।বঢ়িয়া মুন্না আহমেদ । পুৰুষ হায়ৰে ।

    • @pathghorasom9586
      @pathghorasom9586 Před 10 měsíci

      Dhui

    • @himashreedas4356
      @himashreedas4356 Před 10 měsíci +5

      দোষী কোন বিচাৰ কৰক ।ময়ো এগৰাকী নাৰী ,মোৰো দুজনী ছোৱালী।কিন্ত্ত বাপেক মাকৰ কথা শুনিব লাগে @জাতি ধৰ্মৰ বিভাজন সমাজে এনেই কৰা নাই 😮

    • @xyz-sw2cq
      @xyz-sw2cq Před 4 měsíci

      ​@@himashreedas4356 thik koise baideu

  • @jayashreegohain883
    @jayashreegohain883 Před rokem +7

    You are a strong Mother, be happy with your Children. Good Luck.

  • @pallabisaikia5883
    @pallabisaikia5883 Před rokem +10

    Tumi bohot respect di kothakhini kola, lots of respect for you. God bless you

  • @msvlogs1527
    @msvlogs1527 Před 3 měsíci +1

    কথোপকথনখিনি বৰ ভাল লাগিল, মাজনী । অনন্যাৰ সৰলতাই মুগ্ধ কৰিলে । তেওঁ দোষ দিব নুখুজিলেও ক'ম- তেওঁ এজন কামুক স্বভাৱৰ মানুহৰ প্ৰেমত পৰি জীৱনটো এনেকুৱা হ'ল ॥

  • @boinyascreation9518
    @boinyascreation9518 Před rokem +35

    সিন্ধুত্ব এগৰাকী সন্তানৰ মাতৃৰ মহানুভর তা আনফালে বয়সে গৰকা এজন ব্যক্তি যি নিকি তেঁও আনৰ কাহিনী বনাই জনসাধাৰণৰ মাজত নিজকে মহামানৱ হৈ বিখ্যাত হব বিচাৰে তেওঁৰ নিজৰ উদেশ্য পুৰণৰ বাবেহে ৷ তেওঁক আমি ভাল মানুহ বুলি কলোহেঁতেন যদিহে অনন্যা বাই এখন সিন্ধু সমাজ ত্যাগ কৰি তেওঁলোকৰ ভালপোৱাক আকোৱালি লৈ বিবাহত বহিছিল ৷ তেনে ক্ষেত্রত সেই মৰমক সেইজনে শিৰত লৈ যুগে যুগে জীয়াই ৰাখিব লাগিছিল ৷ এতিয়া তেওঁৰ সেই উচ্ছাভিলা সি আখন খন অনন্যা বাতকৈ তলত থাকিব ৷ আমাৰ আশীর্বাদ থাকিল অনন্যা বালৈ

  • @nbsvlogs1250
    @nbsvlogs1250 Před rokem +12

    আজি হে গম পালোঁ কথাবোৰ। অনন্যা বাক মোৰ বহুত ভাল লাগে। প্ৰিয়া‌ মিলন মোৰ প্ৰিয় চিনেমা
    ❤️জনাৰ্দন জিতু 💓

  • @manashitalukdar619
    @manashitalukdar619 Před rokem +4

    Apuni bohut positive hoi baa… bohut val lagil ❤️

  • @banasmita2188
    @banasmita2188 Před rokem +15

    Life t struggle koriboloi apunar pora xikibo lage baa😊...be always strong...god bless you baa😇

  • @nirmalihazarika5770
    @nirmalihazarika5770 Před rokem +24

    I literally cried😭 she is so brave strong enough and she is so humble.. 🙏

  • @hanseali1924
    @hanseali1924 Před 4 měsíci +1

    হয় কথাবোৰ সুনি বহুত ভাল লাগিল আপুনি খুলা মনৰ মানুহ।বহুত বেয়াও লাগিছে কত কি ভুল হল জাৰ কাৰনে আজি অকলসৰিয়া হল ।

  • @priyankasaikia4908
    @priyankasaikia4908 Před rokem +13

    Asorit....moi kintu aji tumar show tu saihe gom paisu... 🔥Ji howk maa xosai otoloniyo 🙏

  • @dreams3050
    @dreams3050 Před rokem +3

    tumi ketiau okolxoria nohoi
    tumi sobtekee rich kionu tumar tinijoni suwali ase.
    tumar jeetu strongest mind kheitu xodai birajman kori rakha. tumi atau misakee kuwa nai kheitu val lagise. be practical 🙏🙏🙏

  • @dipsikhachetia111
    @dipsikhachetia111 Před rokem +7

    ভালে থাকক আপুনি ।আপোনাৰ ছোৱালীকেইগৰাকী ভালে থাকক । জীৱন‌ যুঁজত জয়ী হওঁক।

  • @Wahida549-c1w
    @Wahida549-c1w Před 3 dny

    Brave lady...asomor max suali/lady theneke hbo lage ❤

  • @AnimaDas-gf9gs
    @AnimaDas-gf9gs Před 10 měsíci +3

    Thank u so much, life is full of dengar,but we must stand up in wone way

  • @banashreedutta3796
    @banashreedutta3796 Před rokem +4

    As a women, as a mother hosakoi manibo logia…..aag barhi jaok swali 3jnir hoite jibontu

  • @AnamikaDutta953
    @AnamikaDutta953 Před rokem +11

    Such a strong lady ❤️❤️

  • @manabbaruah6326
    @manabbaruah6326 Před rokem +5

    U r very strong woman ,God bless u sis

  • @makanikalita3440
    @makanikalita3440 Před rokem +4

    Aji he gom palu baa apunar je devorce hoise. Be strong ba

  • @sashibhatta5198
    @sashibhatta5198 Před rokem +10

    আজি-কালি প্ৰায়ে কিছু প্ৰতিষ্ঠিত মহিলা শিল্পীয়ে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ মন কৰিছে অথবা ইতিমধ্যে সেইটো কৰি পেলালে বুলি শুনিবলৈ পোৱা যায় ৷ এই সকলৰ পৰা সঙ্গীত অথবা অভিনয় জগতত নতুনকৈ ভুমুকি মাৰিবলৈ লোৱা যুৱতীয়ে শিকিবলগীয়া একো নাই বুলিব খুজিলে বুলিব পাৰি ৷

  • @mansidash78
    @mansidash78 Před rokem +9

    Anaya you have the guts to face the nasty world. I can understand your trauma but you are embedded with immense level of tolerance. Most Women are victim of men's tantrums. They don't leave you even when you are old very old. My journey also has been a weird one. I was forced to divorce but i did not . I did not want him to be totally free from hurdles. Plus i thought today you are strong but when you fall ill it will be only me who will come running. God bless these men. I wish I could meet you and have a chit chat. My story could be a source for your writting or making movie.

  • @dhritirekhadas2757
    @dhritirekhadas2757 Před rokem +52

    মই অনন্যা পাচনিৰ কিছু কথা সমৰ্থন কািব নোৱাৰিলোঁ ৷ ইমান বয়সস্থ ( বুঢ়াটো ) মানুহটো ডিভোৰ্ছ নিদিওঁতেই কিহৰ আন এজনীক বিয়া কৰাবলৈ উত্ৰাৱল হবলগীয়া আছে 😏 ! গাৰ্লফ্ৰেণ্ডৰ কথা চিন্তা কৰিব পাৰিলে , কুমলীয়া পত্নী আৰু কনমানি সন্তানকেইটিৰ কথা চিন্তা কৰিব নোৱাৰিলে ৷ মত নিমিলিলেই চিধাই অন্য এজনে পটাব লাগে নেকি ? অলপটো সময় দিব লাগে , কিজানিবা সম্পৰ্কটো ঠিক হৈ যায়েই ৷

  • @assamboyabhishek1929
    @assamboyabhishek1929 Před rokem +7

    আপোনাৰ চকুত বিষাদৰ চিন দেখা পাইছোঁ কিন্তু সুখী হোৱা ছোৱালী কেইজনীৰ সৈতে

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y Před rokem +9

    এনেকুৱা ফাল্টু মানুহ এজনৰ কাৰণে ইমান সন্মান এতিয়াও!! শান্তিপ্ৰিয় মজহবৰ প্ৰায় প্ৰতিজনেই ছাগে জন্মৰ পৰাই এইটোৱেই শিকে যে ছলে,বলে, কৌশলে সনাতনী হিন্দু সকলক সিহঁতৰ শান্তিপ্ৰিয় মজহবলৈ পৰিবৰ্তন কৰিব লাগে ৷ আমাৰ ছোৱালী/মহিলা সকলো বৰ আচৰিত দেই বিচ্ছেদ হোৱাৰ পিছত সন্তানৰ দায়িত্ব অকলেই লৈ লয় আৱেগিক , মহান , সাহসীৰ উপাধি ল’বলৈ ৷ কিন্তু সন্তান এটা জন্মত জানো অকল মহিলা গৰাকীৰ অৱদান থাকে ? জন্মৰ আগৰ পৰাই মহিলা সকলে সন্তান এটাক কিমান কষ্ট কৰি লালন-পালন কৰে ৷ সেই কষ্টবোৰ পুৰুষজনে জানো বুজি পায় ? বিচ্ছেদৰ পিছত খৰছ দিলেই জানো সন্তানৰ দায়িত্ব পালন কৰা হৈ যায় ? আমাৰ চেকুলাৰজীৱি সকল বিশেষকৈ ছোৱালী সকলৰ মাথাত ইমানৰ পিছতো কিন্তু একো নুসুমাই ৷ কিবা ক’লেই “মেৰা আব্দুল অলগ হ্যা” কমন ডাইলগটো মাৰি দিব ৷ প্ৰেমত অন্ধ হৈ মাক-দেউতাকৰ মৰমক উপেক্ষা কৰি , মান-সন্মানক মাটিৰ লগত মিলাই কম বয়সতে এনেকৈ পলাই গ’লে পিছত নিজেও কষ্ট পাবলগীয়া হয় ৷ অনন্যা বাক মানিছো দেই এতিয়াও এনেকৈ সেই মানুহজনক সন্মান কৰো বুলি ক’ব পাৰিছা আৰু নিজৰ সন্তানৰ ক্ষেত্ৰতো য’তেই বিয়া হয় হওক বুলি এৰি দিব পাৰিছা ! নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কি শিকিলানো তেনেহ’লে ? লাভ জেহাদৰ বিষয়ে জানি-বুজিও এইক্ষেত্ৰত একো মতামত ৰাখিবলৈ সাহস নহ’ল ৷ কেনেকৈনো সাহস হ’ব ! কিবা ক’লেই যে শান্তিপ্ৰিয় মজহবৰ সদস্যসকলে তোমাক জীয়াই থাকিব নিদিব ৷ নিজে লাভ জেহাদৰ চিকাৰ হৈও আকৌ সন্তানৰ বাবে সেই একেই পথেই খুলি ৰাখিছা ? আচৰিত দেই 👏🙏

    • @Ashu-ic6lv
      @Ashu-ic6lv Před 10 měsíci +2

      সঁচা। অনন্যাই নিজৰ ভুলৰ সাস্তি পাইছে। এজন মুছলমানৰ বাবে কিছুমান হিন্দু ছোৱালী, বোৱাৰীয়ে কিয় পাগল হৈ যায় নাজানো। এওঁ আকৌ এজনী নহয় দুজনী নহয় তিনিজনীকৈ ছোৱালী জন্ম দি নিজৰ দৰে কৰিব খুজিছে । ছিঃ কটা।

    • @xyz-sw2cq
      @xyz-sw2cq Před 4 měsíci

      Dukh lagil..

  • @PaporiDasKaibarta
    @PaporiDasKaibarta Před rokem +17

    কথাবোৰ খুলি ক'লে মানুহে বহুত মানসিক সমস্যাৰ পৰা দুৰত থাকে

  • @Outrageous13
    @Outrageous13 Před rokem +10

    Such a strong women ❤ you are powerful and brave.. may god bless you always🤗

  • @minakshiborah2925
    @minakshiborah2925 Před rokem +8

    Stay Happy baa.. Aji he gom palu xokolu kotha

  • @jharnachutia5396
    @jharnachutia5396 Před rokem +41

    যাৰ নামেই অনন্যা মা তুমি অনন্যা

  • @momigogoi8585
    @momigogoi8585 Před 11 měsíci

    Homoi bur ketia par hoi gol gomei napalu.. Bohut val lagil. Apunar montu bohut dhunia aru udar, jarbabe nijor valpuak eku eta beyakoi nokole aru bodnam u nidile.. Ene tu ajikali sobei etue hitur bodnam gai fure

  • @jurisaikia8099
    @jurisaikia8099 Před rokem +3

    Oh my God..moi aji he gom palu baa 2mr kotha 2mr j divorce hoise .bohut dukh lgile kothabur xuni .baru jiyei nhouk 2mi bohut hahokhi suwali bhagi nopriba hodai 3joni suwalik loi agbarhi juwa god bless you baa .. 🙏❤️🥰

  • @bornalihazarika8294
    @bornalihazarika8294 Před rokem +7

    Madam you are too honest.But I think we lady should not allow to be used by any one.Salute you.

    • @MultimediaTr.
      @MultimediaTr. Před rokem +1

      Aru aag Kota buroloi jaok poisa dekhi

    • @alokdutta5907
      @alokdutta5907 Před rokem

      @@MultimediaTr. জহৰা অলপ ভালকৈ কথা কবি বুজিলি অন্ধভক্ত ? তহঁতৰ দৰে কিছুমান মানুহৰ পৰিৱৰ্তন কেতিয়া হব ?

  • @archanakalita830
    @archanakalita830 Před rokem +5

    Bhut val lagise interview to ....mor husbnd loke dekhat ba society t prfct person but bhut besi arrogant hoi Moko Jen gode ankoi xojya koribo paru

  • @junmonidas6778
    @junmonidas6778 Před rokem +1

    Annaya ba tumr mentality k salute....... 😍 Love 4m jorhat

  • @dutta585
    @dutta585 Před rokem +10

    Baak bohut val lage🥰..baa val dore suwali keijonik Aguwai niya👍❤️

  • @gyanjyoti6911
    @gyanjyoti6911 Před 10 měsíci +5

    Ananya Pachani is one of the best interior designer ❤

  • @anuradhadevi8403
    @anuradhadevi8403 Před 10 měsíci +1

    আজিহে গম পালোঁ ৷ আপুনি ছোৱালীকেইজনীৰ লগত সুখেৰে থাকক

  • @binitadeka1734
    @binitadeka1734 Před 8 měsíci

    আপোনাৰ সাহসক সন্মান জনাইছোঁ তিনি জনী ছোৱালীক লৈ আপুনি জিৱনটোক আগবঢ়াই নিছে ঈশ্বৰৰ সহায় আছে আপোনাৰ লগত।

  • @swapnalidutta4178
    @swapnalidutta4178 Před rokem +9

    অন্যান্য দ্বিতীয় বিবাহ কেতিয়াও নকৰিব। তুমি ছোৱালী তিনি জেনীৰ লগত সুখত থাকা। তোমাৰ ভালেই হ'ব।

  • @trishnadas1943
    @trishnadas1943 Před rokem +1

    Ajihe gmplu aponar jibnt okole ase swali smvali ....u r so brave

  • @sangitasaikia2927
    @sangitasaikia2927 Před rokem +6

    God bless you ananya ba and your daughters

  • @dhirasrigogoi5709
    @dhirasrigogoi5709 Před 9 měsíci +1

    Ananya baar kothabur khuni bohut val lagil ❤

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před rokem +8

    সময়ৰ তাগিদাত মানুহ সলনি হয় ৷ টকা বেছি হ’লে এনেকুৱা মানুহৰ চেক্সটো বাঢ়ি যায় ৷ অনন্যা পাচনি টকা দেখিয়ে বিয়া হৈছিল পৰিচালক মুন্না আহমেদৰ লগত ৷ অসমীয়া ছোৱালী বোৰে মিঞা কেইটাৰ লগত বিয়াত বহোতে অলপ ভাবিব লাগে ৷ অনন্যা তুমি শান্তি দিব নোৱাৰিলা চাগে আহমেদক ৷ দুখ নকৰিবা এতিয়া তুমিও এটা চায় বিয়া হৈ যোৱা ৷

  • @rekharanidevi8695
    @rekharanidevi8695 Před měsícem

    কিছুমান মানুহ কেতিয়াও কাৰো বিশ্বাসী হ'ব নোৱাৰে... তুমি সাহসী, ভগৱান সদায় তোমাৰ সাৰথি হওঁক।

  • @purinakalita1988
    @purinakalita1988 Před rokem +2

    বহুত ভাল লাগিল মইও বগুত চুইচাদ কৰিম বুলি ভাবিচিলো কিন্তু ছোৱালী জনীৰ বাবে নকৰিলো জীৱন লৈছো যেতিয়া যুজিবটো লাগিবই

  • @dipadasdas3778
    @dipadasdas3778 Před rokem

    Bhal lagile .. Annaya r kotha bur huni ..
    Nijor jibontu huli rakhi kotha bur koise ..ru Annaya bohut free hoi ..montu bohut bhal ..
    So ..tumar jibontu sob bhal a hobo ..❤️

  • @user-en7ut1xh8c
    @user-en7ut1xh8c Před měsícem

    কথা বিলাক সুনী থাকিবৰ মন যায় বহুত ধুনীয়া মানুহ জনী কথাও ধুনীয়া

  • @jayashreebania1107
    @jayashreebania1107 Před 8 měsíci

    অনন্যা পাচনিৰ জীৱনৰ কথাখিনি মুকলিকৈ কোৱা বাবে বহুত ভাল লাগিল। সাহসী নাৰী। যি আনক সন্মান দিব জানে তেওঁ নিজেও সন্মান পায়।

  • @sampreetidoley4211
    @sampreetidoley4211 Před rokem +5

    Tirbani saikia interview lobosun plz

  • @priyangeebaruah4483
    @priyangeebaruah4483 Před 10 měsíci

    Aji tumar proti respect bohut barhi gol Ananya ba ❤ god bless you 🙏

  • @pragyashreeborah3798
    @pragyashreeborah3798 Před rokem +4

    "হেপাহৰ ঘৰ "এতিয়াও মনত পৰে তাহানি দিনলৈ তেতিয়া মোৰ বয়স খুব বেছি ৮ ৯ বছৰ মন আছিল । অসমীয়া ধাৰাবাহিক এখন আটক ধুনীয়া ধাৰাবাহিক আছিল ।

  • @bhumikadeka3102
    @bhumikadeka3102 Před rokem +1

    May god bless you Ananya ba. You have faced a lot. But you r a very very strong person.

  • @pratimaray5773
    @pratimaray5773 Před rokem +2

    Bar kotha bur huni bohut besi a Val lagil. Bohut hahokhi aru Val monor mohila.

  • @rupalideka5595
    @rupalideka5595 Před měsícem

    Ananya baa tumr mentality k salute.mathar is best beautiful

  • @shimashreebora8426
    @shimashreebora8426 Před rokem +2

    Really. Nijor vorit thiyo hoi hey biyat bohibo lagy👏👏👏👏

  • @papori3665
    @papori3665 Před rokem +13

    Heart Touching interview ❤❤❤

  • @chandangogoi2736
    @chandangogoi2736 Před rokem +2

    Oxomya,lorak,ignore,korile,anekwai,,hoi

  • @bhairabbaishya1905
    @bhairabbaishya1905 Před 11 měsíci

    আজি আচৰিত লাগিল ৷ মোৰ চাৰ আছিল মুন্না আহমেদ চাৰ ৷ ভাল লাগিছিল তেওঁৰ লগত সম্পৰ্ক হৈছিল তেতিয়া ৷ প্ৰিয়া মিলনত একেলগে সৰুকৈ হলেও অভিনয় কৰিছিলোঁ ৷ সুন্দৰ অভিনয় কৰিছিলা ৷ ভবা নাছিলো চাৰৰ লগত এনেকুৱা হব বুলি ৷ যিয়েই নহওক আজি বেয়া লাগিল ৷ মাইনা কেইজনী আপোনাৰ লগত আছে ৷ ঈশ্বৰে মঙ্গল কৰক মাইনা হতক ৷ মা তুমি সদায় অনন্যা আছিলা ৷ জীৱনৰ বাকী চোৱা সময় ঈশ্বৰে সাহস দিয়ক ৷ চাৰে এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলো স্কুল অফ ড্ৰামা W grup t থাকোঁতে ৷ মাইনা কেইজনীৰ বাবে দুখ পালোঁ ৷ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ 🙏

  • @FarbinSultana-sq7lg
    @FarbinSultana-sq7lg Před rokem +14

    Hepahor ghar xon mur favourite serial asil ami atia o xei serial xonr kotha kow

  • @SankarpatiDas-hu7vh
    @SankarpatiDas-hu7vh Před 10 měsíci +1

    একেই বয়সত বিয়া হ'ল নি বাৰু,ম্ও সুব কম বয়সত বিয়া হৈছিলো২০ বছৰত ।একো বুলিয়ে পোৱা নাছিলো,ভাল পোৱাৰ নাছিলো,ঘৰৰ মানুহে চাব গ'ল পছন্দ হ'ল, আমাৰ ঘৰৰ মানুহৰে পছন্দ হ'ল ।তাৰ পাছত বিয়া।।নতুন কাপোৰ অল্্কাৰ পাই ভাল লাগিছিল। কান্দিব্ও জনা নাছিলোঁ ভালকৈ, এতিয়া বহুত কানিদছো।কাৰন ঘৰৰ মানুহ ৰ সিদ্ধান্ত উপযুক্ত নাছিল।আছো আৰু কোনো মতে।।।

  • @user-di8yf2cc9y
    @user-di8yf2cc9y Před 9 měsíci +2

    Aponar kotha khini bhot bhot val lagil ❤❤

  • @Nin9tys_
    @Nin9tys_ Před rokem +14

    From this discussion... Only one thing can be summarised.. "Ananya is really really a very nice person".

  • @PriyankiHazarika-yv5fp
    @PriyankiHazarika-yv5fp Před 9 měsíci +1

    Her Love Is True ❤️ She Love Her Husband very much 🙏

  • @taralisaikia3965
    @taralisaikia3965 Před rokem

    Hokolu actress buror a ata ata kahini voba a naselu ananya ba..priya milon cinema khonat tumak bohut val lage..bohut strong hoi tumi..aguai jua hodai..

  • @rulideka6859
    @rulideka6859 Před rokem +2

    Baa tumar val houk... Tumi aru aguai jua❤️❤️

  • @shree_mayuri
    @shree_mayuri Před rokem +5

    Strong lady 2mi Ananya Pachoni ba

  • @Keshob1995
    @Keshob1995 Před rokem +3

    Hindu suwali boror logot 100% bohut kosto thake muslim lorar logot biya patile

  • @monichoudhury59
    @monichoudhury59 Před rokem +1

    আপুনি আগতেই এই বোৰ জনাব লাগিছিল সচাকৈ বহুতে নাজানে...অসমৰ ৰাইজৰে বহুত মৰম দিব আপোনাক

  • @barnalideka7356
    @barnalideka7356 Před 9 měsíci +3

    নাৰী তুমি অনন্যা❤❤

  • @karabinath7970
    @karabinath7970 Před rokem +7

    Vl pai ani keneke anekowa krib pare buji napao ..baa 2mi aguwai jow

  • @shuhelahmed6488
    @shuhelahmed6488 Před rokem +1

    Tumi mur relative hua hole, tumi mur friend hua hole,tumar logot kicu xmoi kotabo parile xukhi holu heten.luv the way u think.

  • @pakhiboruah6846
    @pakhiboruah6846 Před rokem +2

    Apuni bohutt strong... Aguwai jawk aakhibad thakil baa... N vogoban ase apunak.. Hodai logg dibo dntwry

  • @abhiluitsharma1355
    @abhiluitsharma1355 Před rokem

    Divorce huwa buli gomei napau...ei video r joriyyote he gom palu..
    Best wishes for ur lyf

  • @navya.s26
    @navya.s26 Před 3 měsíci +1

    He was in a relationship with another woman while being married and a father to three kids. Its clearly a cheating. How can u say that man is perfect?

  • @darsanasaharia3577
    @darsanasaharia3577 Před rokem +2

    Vdo টো বহুত ভাল লাগিছে আৰু আমি মঙ্গলদৈ পৰা চাই আছোঁ আৰু বহুত দুখ লাগিছে বা

  • @asomiyasuwaligita3106
    @asomiyasuwaligita3106 Před 7 měsíci

    Ba Tumi vala thaka take kmona krilu❤ lgte vnti keijni ❤ vgbobne apunk aru hahokh diyk😘

  • @geetanjalibasumatari7479

    🥰🥰🥰🥰.....bohut val lage apunak....khorur porai saisilu apunar movie bur.... Always stay happy baa 🥰

  • @kakushobby3299
    @kakushobby3299 Před rokem +5

    Tribeni baa r interview lge ba plzz🙏🙏