Video není dostupné.
Omlouváme se.

জীৱ- জন্তুৰ দৰে হুবহু মাত উলিয়াব পৰা এগৰাকী অন্ধ যুৱতী😲

Sdílet
Vložit
  • čas přidán 2. 12. 2023
  • Created by:
    Mustaq ahmed
    ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    / jumpingspiderstudios

Komentáře • 1,4K

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Před 8 měsíci +79

    বহুত সুন্দৰ হৈছে মণিকা । আগুৱাই যোৱা। তোমাৰ মনৰ আশাবোৰ পূৰ্ণ হ‌ওক। 🥰🌹

  • @RosardRoird
    @RosardRoird Před 8 měsíci +75

    অখ্যাত শিল্পীৰ বিখ্যাত প্ৰতিভা। সুন্দৰ অতি সুন্দৰ,,।
    তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @user-so3yi9sd6i
    @user-so3yi9sd6i Před 8 měsíci +24

    বহুত সুন্দৰ৷ বিশ্ব জয় কৰক এই প্ৰতিভাৰে মনিকাই৷ অভিনন্দন থাকিল৷

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Před 8 měsíci +17

    ছোৱালীজনীক হিয়া উজাৰি আশীৰ্বাদ দিলো🙏এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত এইদৰে বিভিন্ন মাত উলিয়াব পৰা লোকৰ বহুত আদৰ ৷ মন কৰিলে তাই এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি সুনাম অৰ্জন কৰিব পাৰে বুলি মোৰ ধাৰণা হয় ৷ ঈশ্বৰক প্ৰাৰ্থনা জনালো-তাই যেন এদিন সফলতাৰ উচ্চ শিখৰলৈ যায়🙏

  • @miduldutta8798
    @miduldutta8798 Před 8 měsíci +213

    ভগৱানে তুমাৰ চকু দৃষ্টি শক্তি যেন দান কৰে ,
    তাৰে কামনা কৰিলো জয় শ্ৰী ৰামমমম 🙏🙏🙏

  • @user-yb3os9vm8t
    @user-yb3os9vm8t Před 8 měsíci +38

    ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ,হৈ ভগৱান মনিকাক তাইৰ অসুবিধাৰ পৰা উদ্ধাৰ কৰা প্ৰভূ ❤

  • @rajenmili1049
    @rajenmili1049 Před 8 měsíci +16

    ❤️👍🙏 সুন্দৰ। একাগ্ৰতা আৰু প্ৰতিভা থাকিলে শাৰীৰিক সমস্যাবোৰ হেলাৰঙে অতিক্ৰম কৰিব পাৰি। শাৰীৰিক অংগতকৈ মানসিক শক্তিহে সফলতাৰ ক্ষেত্ৰত অধিক প্ৰয়োজন। মণিকা তাৰেই উদাহৰণ। মণিকা আগবাঢ়ি যোৱা। 👍👍👍

  • @badalkar9649
    @badalkar9649 Před 8 měsíci +5

    সুন্দৰ,মনীকা,‌‌তোমাৰ জীৱ জন্তু,‌‌ চৰাই আদিৰ মাত‌ কথা শুনি বৰ ভাল লাগিল। তোমালৈ বহুত বহুত ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @pranabjyotihazarika1479
    @pranabjyotihazarika1479 Před 8 měsíci +84

    মণিকা মোৰ ধাৰণা আমাৰ দৃষ্টি থকা সকলতকৈও তুমি জগতখন বেছি কৈ দেখিছা।

    • @JpChetia
      @JpChetia Před 5 měsíci +1

      Tumer jate 100/Disti ghuraaahe isharer usarat prathanathakil

    • @tulugohainboruah
      @tulugohainboruah Před 3 měsíci

      ​@@JpChetia3

  • @anjumanidas1175
    @anjumanidas1175 Před 8 měsíci +38

    ভগৱানে তেওঁক ঐশ্বৰিক শক্তি প্ৰদান কৰিছে। তেওঁ আৰু আগুৱাই যাওঁক।

  • @MukulMahanta-ip9pw
    @MukulMahanta-ip9pw Před 8 měsíci +8

    ভগৱানে তোমাৰ মঙ্গল কৰক ,তুমি আমাক আৰু আনন্দৰ খোৰাক দি যাবা ।আমাৰ আশীৰ্বাদ তোমালৈ সদায় থাকিব ।

  • @budhinsaikia6300
    @budhinsaikia6300 Před 8 měsíci +6

    🙏 ভাষা নাই সঁচাকৈ তেখতৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰিবলৈ ,
    অনন্য- অতুলনীয় ❤️🙏
    ঈশ্বৰে কিবা নিদিলে যদিওঁ অবিশ্বাস্য শক্তি দিছে , এইয়াই দিব্যচক্ষু ৷ আমাতকৈ ভালদৰে দেখিছে পৃথিৱীখন৷

  • @user-uo9gn6nu6u
    @user-uo9gn6nu6u Před 8 měsíci +21

    মোক ত একদম real জীৱ-জন্তুৰ মাত শুনিছোঁ যেন লাগিছে 👍👍👍👍👌👌👌 বহুত আগলৈ যাবা মনিকা God bless you

    • @rupschutia8720
      @rupschutia8720 Před 8 měsíci +2

      ভগৱানে কিবা এটা কাঢ়ি নিলে কিবা এটা দিয়ে,,,,❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Před 8 měsíci +46

    একদম সুন্দৰ নিভাঁজ মাত আৰু ভাষাবিহীন অপূৰ্ব প্ৰতিভাৰ অধিকাৰী ,, ভগাৱনে ভালে ৰাখক সদায় তোমাক আগুৱাই যোৱা সদায় ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা
    ❤🎉🥰🙏

    • @PKASSAM33-we5wm
      @PKASSAM33-we5wm Před 8 měsíci

      czcams.com/video/GQRNsxP6mqA/video.htmlsi=Ij6lXBNFD9BDX1M1

  • @Himadri_02
    @Himadri_02 Před 8 měsíci +9

    মনিকা‌ বা তুমি আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো ❤❤❤

  • @user-bv9hb8jx6y
    @user-bv9hb8jx6y Před 8 měsíci +7

    মনিকা তোমাক দৃষ্টি শক্তি দান কৰক ঈশ্বৰে , বহুদুৰ আগুওৱা,,, hope for the miracle

  • @MintuMintubaishya-sv6ep
    @MintuMintubaishya-sv6ep Před 8 měsíci +17

    তোমালৈ বহুত মৰম আৰু শুভেচ্ছা পঠিয়ালো ভনী ,💚💚💚

  • @majulianamika3530
    @majulianamika3530 Před 8 měsíci +19

    ..মনিকা ..bar প্রতিভা manibo lagibo.kin2.amr আশীর্বাদ সদাই ase...আগবাহি jwa❤❤,,বহুত মৰম দিলো মাজুলীৰ পৰা 💗💗

  • @KushalKrRabha
    @KushalKrRabha Před 5 měsíci +1

    সাইলাখ সেই সেই জীৱ জন্তু আৰু চৰাই চিৰিকতিৰ মাত ৷খুব ভাল লাগিল ৷ মনিকাৰ উজ্জল ভবিষ্যত
    কামনা কৰিলোঁ ৷

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 8 měsíci +15

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আগুৱাই যোৱা।‌ভগৱান‌‌ তোমাৰ সহায় হ ওক।

  • @ranjudeka4818
    @ranjudeka4818 Před 8 měsíci +63

    শুনি সঁচা গাৰ নুম উঠি গৈছে ,সঁচা বৰ ভাল লাগিল দেই ❤

    • @tapum2588
      @tapum2588 Před 7 měsíci +1

      Moi Arunacbalor pora ai Vediotu huni bhal pai commence korisu , je Bharator bortomanor leader hokolor speechor sound apunar next Videot dekhuaba dei.

  • @user-kj3ro9ed3r
    @user-kj3ro9ed3r Před 8 měsíci +2

    Bohut dhuniya lagil aguyai jua monika...

  • @user-up1oy5gt1h
    @user-up1oy5gt1h Před 8 měsíci +2

    বহু ত ভাল লাগিছে মনিকা তুমি এইদৰেই আগুৱাই যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো 👍👍🙏🙏🙏🙏

  • @deepburagohain7763
    @deepburagohain7763 Před 8 měsíci +18

    অতুলনীয়, ভাষাহীন, অসাধাৰণ। ❤️❤️❤️

  • @monjitborah
    @monjitborah Před 8 měsíci +67

    অন্ধ যুৱক যুৱতী সকলক ভগৱানে এটা বেলেগ শক্তি প্ৰদান কৰে যিটো আমি এজন ভাল মানুহে কৰিব নোৱাৰি

  • @monjitlahon7671
    @monjitlahon7671 Před 8 měsíci +6

    অদ্ভুত প্ৰতিভা, তাইক ঈশ্বৰে আৰু আগুৱাই নিয়ক।💕💕🙏👍

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 7 měsíci +3

    ভণ্টিজনীলৈ অশেষ ধন্যবাদ।তোমাক লৈ গভীৰভাবে শোক অনুভব কৰিছো।ঈশ্বৰে তোমাৰ মংগল কৰক।

  • @HasibRahim07
    @HasibRahim07 Před 8 měsíci +12

    Manika ৰ মিক্ৰি সমূহ শুনি বৰ ভাল লাগিল ।মনিকাৰ প্ৰতিভা তাই সঁচাকৈয়ে ভাল লাগিল ।

  • @dhantimedhi2021
    @dhantimedhi2021 Před 8 měsíci +5

    বহুত বহুত ভাল লাগিল। ধন্যবাদ মনিকা। ভগৱানে তোমাৰ মংগল কৰক।

  • @shyamodevi1409
    @shyamodevi1409 Před 8 měsíci +5

    মনিকা তোমাৰ ভবিষ্যতৰ কল্যাণৰ বাবেই বহুতো ধন্যবাদ থাকিল 💓💓

  • @KshirodeDebbarma-zt1ft
    @KshirodeDebbarma-zt1ft Před 5 měsíci +2

    OMG god Manika tumar mukhe je konther sur excellent & telented god bless U ❤ly👌🌹

  • @prativagogoi5084
    @prativagogoi5084 Před 8 měsíci +6

    সচাঁ সচাঁ লাগি গৈছে মনিকা বা😍
    আপোনাক ভগৱানে ভালে ৰাখক। ❤❤️

  • @anandaborah3054
    @anandaborah3054 Před 8 měsíci +11

    Monika,You are really talented. God bless you.

  • @lohitdeka1183
    @lohitdeka1183 Před 8 měsíci +3

    বহুত ভাল লাগিছে ভগৱানক পাৰ্থনা জনাইছো আগলৈ আৰু উন্নতি হ ওক

  • @binaybarua5814
    @binaybarua5814 Před 8 měsíci +2

    Best perfoments,God Bless You. Thanks.

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous Před 8 měsíci +13

    অতি সুন্দৰ ❤চকু কেইটা ভাল হলেই হয়।

  • @PratyashiSarma-me2wt
    @PratyashiSarma-me2wt Před 8 měsíci +17

    ভগবানে তোমাক মংগল কৰক❤❤

  • @dilipkumarbaishya5677
    @dilipkumarbaishya5677 Před 8 měsíci +7

    ভগৱানৰ আশীৰবাদ সদায় তোমাৰ লগত থাকক , কণ্ঠ আৰু সুন্দৰ হওক ।

  • @RupaChutia-tj1nb
    @RupaChutia-tj1nb Před 8 měsíci +2

    বহুত ভাল লাগিল মনিকা ।ভগৱান তোমাৰ সহায় হওঁক ।

  • @jeemonigogoi3455
    @jeemonigogoi3455 Před 8 měsíci +3

    সঁচাকৈ বহুত বেছি ভাল লাগিলে দেই ভিদিঅ টো চাই ❤

  • @ItsMe-ml9vl
    @ItsMe-ml9vl Před 8 měsíci +27

    Real talent❤❤❤❤

  • @bchazarika1967
    @bchazarika1967 Před 8 měsíci +11

    Real talent. Go ahead. May God Bless you.

  • @biswajitblogs9082
    @biswajitblogs9082 Před 8 měsíci +1

    Borhiya Val hoise....keep it up...enedorei agbahi jua Monika🎉 god bless you 🎉

  • @rameshchoudhury713
    @rameshchoudhury713 Před 8 měsíci +2

    বহুত ভাল লাগিছে আগলৈকে এইদৰে কৰি থাকা , তোমাৰ ভৱিষ্যত কামনা কৰিলো।

  • @dipalisaharia7296
    @dipalisaharia7296 Před 8 měsíci +3

    বহুত বহুত ভাল লাগিছে, মনিকাৰ ঊজ্জল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @lifeandliving5375
    @lifeandliving5375 Před 8 měsíci +15

    You are very talented..god bless you!!

  • @runupamahandique6554
    @runupamahandique6554 Před 8 měsíci +2

    খুউব ভাল লাগিল। মণিকা তুমি আৰু আগবাঢ়ি যোৱা।
    বাঃ কি সুন্দৰ মিমিক্ৰী❤🌻🌻🌻

    • @MoinulSk-sn6ic
      @MoinulSk-sn6ic Před 4 měsíci

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂😂❤❤❤❤😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @cha2.0
    @cha2.0 Před 8 měsíci +1

    বৰ সুন্দৰ ।আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ।

  • @joydevnath7954
    @joydevnath7954 Před 8 měsíci +4

    Val lagil sae 🎉🎉🎉

  • @Bhabanamahanta7404
    @Bhabanamahanta7404 Před 8 měsíci +11

    ভগৱানে তোমাৰ মংগল কৰক🙏

  • @parulchaliha7836
    @parulchaliha7836 Před 8 měsíci +2

    বহুত সুন্দৰ হৈছে ভবিষ্যত আৰু ভাল হক

  • @bijoyaphukan4115
    @bijoyaphukan4115 Před 8 měsíci +1

    Bohut bhal lagil...Aaru aaguwai juwar kamona korilu...Bhagawan tumaar xohai howk 🙏🙏🙏

  • @Kaushik632
    @Kaushik632 Před 8 měsíci +6

    অতি সুন্দৰ প্ৰতিভা।❤
    ভাল লাগিল।

  • @JGogoi-fr5uw
    @JGogoi-fr5uw Před 8 měsíci +14

    বহুত বহুত শুভেচ্ছাৰ জ্ঞাপন কৰিলো,কৃষ্ণ

  • @jubinsaikiasaikia9750
    @jubinsaikiasaikia9750 Před 8 měsíci +1

    Bohut dhunia God bless you 💖

  • @user-em2yw5yn2q
    @user-em2yw5yn2q Před 8 měsíci +1

    অতি সুন্দৰ ভগৱান তোমাৰ আজিৱন সহায় হৈ থাকক আগুৱাই গৈ ঠাকা

  • @harendrarajbongshi1868
    @harendrarajbongshi1868 Před 8 měsíci +5

    বহুত বহুত ভাল লাগিল । আগলৈ আৰু শুনাব

  • @sumondas4224
    @sumondas4224 Před 8 měsíci +11

    ভগৱানে আশীৰ্বাদ কৰক🙏

  • @user-dn4yd1lg9q
    @user-dn4yd1lg9q Před 8 měsíci +2

    বহুত ভাল লাগিল দেই। তোমাৰ ভৱিষ্যতৰ উজ্জ্বল হওক। 🎉🎉🎉❤😂

  • @purnaktdoleypurnaktdoley9557
    @purnaktdoleypurnaktdoley9557 Před 8 měsíci +1

    ঠাইক ভগবানে চিৰজীৱনে জীয়াই ৰাখে তাৰে কামনা কৰিলো আৰু ভাল লাগিল **

  • @asfiaahmed5720
    @asfiaahmed5720 Před 8 měsíci +9

    I just love her...❤😢.. her politeness, her cuteness 😢

  • @RimpiBhumij-kn9ut
    @RimpiBhumij-kn9ut Před 8 měsíci +9

    Real talent 🥰🥰🥰🥰

  • @durlavdas9589
    @durlavdas9589 Před 8 měsíci +2

    ভাল লাগিল -

  • @anilgogoi524
    @anilgogoi524 Před 7 měsíci +2

    Highly vivid caricatures. Wish you all the best.(Dr. Anil Gogoi)

  • @dibyajyotiboramusic3065
    @dibyajyotiboramusic3065 Před 8 měsíci +15

    অন্ধ শব্দটো ব্যৱহাৰ নকৰি দৃষ্টিহিন বুলি ব্যৱহাৰ কৰিব পাৰিলে হয়।

    • @KD12780
      @KD12780 Před 8 měsíci +1

      'দিব্যদৃষ্টি' এইটো শব্দ ব্যৱহাৰ কৰিব লাগে।

    • @rgadvanture6249
      @rgadvanture6249 Před 8 měsíci

      ortho2 akytai

    • @dibyajyotiboramusic3065
      @dibyajyotiboramusic3065 Před 8 měsíci

      @@rgadvanture6249 অৰ্থটো একেই বুলি মই জানো। কিন্তু সকলো ঠাইতে যিকোনো শব্দ ব্যৱহাৰ কৰা উচিত নহয়

  • @TrishnaMalakar-mc6ri
    @TrishnaMalakar-mc6ri Před 8 měsíci +3

    Wow 😮 all the best Monika ❤ god bless you 🤗

  • @soniabando400
    @soniabando400 Před 8 měsíci +1

    Yaar really it's unbelievable 🥺🥲🥰😘♥️♥️wat a talented sister.. blessed sister in the world 🌎🥲🫂bhut lucky hoo app.

  • @dmanta5218
    @dmanta5218 Před 8 měsíci +1

    সুন্দৰ তাইৰ অহা দিনবোৰ শুভ হও শান্তিময় হাও আৰু এনেদৰে আগুৱাই যাওঁক ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @taherali4929
    @taherali4929 Před 8 měsíci +3

    অতি সুন্দৰ আৰু আগুৱাই যোৱা 🙏🙏🙏🙏

  • @bidurnarzary5629
    @bidurnarzary5629 Před 8 měsíci +3

    Really good....❤ singing Opera was really perfect

  • @user-bp4nu3ge2j
    @user-bp4nu3ge2j Před 8 měsíci +1

    অতি সুন্দৰ । ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @jibonbaskey2617
    @jibonbaskey2617 Před 8 měsíci +1

    Bahut dhuniya hoise thank you Monika bai🙏💖💝👍🐦🦩🦚

  • @rumibegum611
    @rumibegum611 Před 8 měsíci +3

    You are very talented allha bless you Monika ❤❤❤❤

  • @sidha_kotha
    @sidha_kotha Před 8 měsíci +4

    This is real telent 🫶♥️ best of luck 😊

  • @lagendashishstatus1988
    @lagendashishstatus1988 Před 7 měsíci +2

    তেওঁক চৰকাৰে সকলো ধৰণৰ সা-সুবিধা দিবলৈ অনুৰোধ জনালো কৃষ্ণ ্

  • @user-tu9bw2kj6r
    @user-tu9bw2kj6r Před 8 měsíci +1

    Bohut val lagile baideo love from dhantola ❤❤

  • @Dhemajirsampriti
    @Dhemajirsampriti Před 8 měsíci +231

    Bohut bhal lagil dei 😍❤ wow kukur aru notun koi jonmo luwa kesuwa'r nisina je maat uliaise 😊 exact hoise 😊 Monika oh my darling moza disa 🔥eman dhunia ke mimicry korise tai ☺️ bhonti joni hodai bhale thaka , talent bur gutei prithivi't spread hoi porok ❤❤❤ amak aru entertainment lage dei 😊 Dhemaji'r pora bohut morom jasilu 😊❣️

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 8 měsíci +6

    Very nice performance. We're proud of him.

  • @simpibaishya6862
    @simpibaishya6862 Před 8 měsíci +1

    Wow... Asorit protiva... Aguwai juwa Manika.... Axa kro tumi tumar dristi ghurai puwa.... 🙏

  • @girishdeka3965
    @girishdeka3965 Před 8 měsíci +1

    ভাল লাগিল, আগবাঢ়ি যোৱা। পঢ়া খিনি থিকে ৰাখিবা। ঈশ্বৰে মঙ্গল কৰক।

  • @swapnaliakakh2449
    @swapnaliakakh2449 Před 8 měsíci +5

    🤩💟💞♥️ ঈশ্বৰে সদাই ভালে ৰাখক।

  • @utpalbora1724
    @utpalbora1724 Před 8 měsíci +3

    It's really hurt sis 😢 . God bless you ❤ love you so much 😘

  • @user-jh5ok6zh9o
    @user-jh5ok6zh9o Před 8 měsíci +1

    Fully perfect God help you

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Před 8 měsíci +1

    সুন্দৰ প্ৰতিভাৰ অধিকাৰী।

  • @manzilalam4669
    @manzilalam4669 Před 8 měsíci +3

    "God" bless you all... And I mean it, thanks a lot .

  • @ujjalmvlogs6717
    @ujjalmvlogs6717 Před 8 měsíci +4

    Good gifted real talent

  • @Krishnanature5818
    @Krishnanature5818 Před 8 měsíci +2

    ভগৱান সদায় তোমাৰ লগত আছে।।।,🙏🙏

  • @rekhasaikia7336
    @rekhasaikia7336 Před 8 měsíci +2

    সচাঁই জীৱ জন্তুৰ মাত যেন লাগিল।

  • @abhijitgogoi8015
    @abhijitgogoi8015 Před 8 měsíci +6

    amazing talent ❤🎉❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 8 měsíci +5

    Unique and ultimate video. Unique and ultimate performance. Go ahead way to your journey Monika. God bless to you and your family. All the best wishes to you.. Grand salute to him.❤❤❤

  • @SMALLCREATER9336OO
    @SMALLCREATER9336OO Před 27 dny

    অতি সুন্দৰ প্ৰতিভা মণিকা... যাক হেয় জ্ঞান কৰে তাক ঈশ্বৰে মহৎ গুণ দিয়ে ... ঈশ্বৰৰ কি পৰিকল্পনা মানুহ বুজিব নোৱাৰে.... মহান খ্ৰীষ্ট যীচুৱে....মণিকাৰ বাকী আত্মিক জীবনটো ৰক্ষাৰ্থে আৰ্শীবাদ কৰক 🙏❤

  • @parthaborah2984
    @parthaborah2984 Před 8 měsíci +1

    ভগৱানে শক্তি দিয়ক.....ইমান সুন্দৰ

  • @funnyzt4600
    @funnyzt4600 Před 8 měsíci +3

    Amazing talent ❤

  • @user-eu5yw2wg1p
    @user-eu5yw2wg1p Před 8 měsíci +3

    Mojja❤❤❤😊

  • @sonmoinadoley1529
    @sonmoinadoley1529 Před 8 měsíci +1

    আগত বহুত মিমিক্ৰি শুনিছো কিন্তু এনেকৈ হুবহু মাত উলিয়াব পৰা প্ৰথম শুনিছো salute

  • @bijitsaikia1491
    @bijitsaikia1491 Před 8 měsíci +1

    বহুত সুন্দৰ হৈছে.....ঈশ্বৰ তোমাৰ সহায় হওঁক তাৰ বহুত বহুত কামনাৰেই

  • @lakhyajeet
    @lakhyajeet Před 8 měsíci +3

    Moja

  • @padmakonwar2045
    @padmakonwar2045 Před 2 měsíci

    অতি সুন্দৰ। ভগবানে এফালে নি দিলেও এফালে দিয়ে, মনিকাৰ ক্ষেত্র টো একে। আগুৱাই যোৱা, আমাৰ সকলোৰে আশিৰ্বাদ তোমাৰ লগত আছে।

  • @nironburagohain
    @nironburagohain Před 8 měsíci +1

    Very nice n wishing a so happy life n entertainment to be kept it up. God bless you.

  • @nayankakati2623
    @nayankakati2623 Před 8 měsíci +2

    ❤❤❤ God bless Monika..