উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

Sdílet
Vložit
  • čas přidán 21. 06. 2023
  • আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়। মই বিয়াত বহি সাংঘাতিক ভুল কৰিলোঁ। মই যে তৃতীয়গৰাকী পত্নী মই নাজানিছিলোঁ। কোঠাত বন্ধ কৰি মোক মাৰপিট কৰিছিল। কেমেৰাত সন্মুখত কিয় উচুপি উঠিল শ্যামন্তিকা শৰ্মা।
    #dy365 #shyamantikasharma #haridrahazarika #assam #sidhakotha
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Komentáře • 2,4K

  • @rumigogoi5662
    @rumigogoi5662 Před rokem +27

    এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ সকলো কথা যেতিয়া অকপটে কব পাৰে,তেওঁ বহুত সৎ -সাহসী । তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক মানুহ চিনিবলৈ সুযোগ দিছে ।❤

  • @blissfulsoul2933
    @blissfulsoul2933 Před rokem +192

    এসময়ত আপোনাৰ হাঁহি মুখিয়া মুখখনৰ লগত জানমণিৰ❤ গান এটা চালেই হিয়া জুৰ পৰিছিল। আপোনাৰ জীবনৰ দুখবোৰ জানি বহুত বেয়া লাগিল।
    God bless you

    • @assamriding5003
      @assamriding5003 Před 3 měsíci

      কিয় কাৰোবাৰ জীৱন ধংস কৰি নিজে শান্তিত থাকিব পাৰে‌ নেকি

  • @hiteshdeka2368
    @hiteshdeka2368 Před rokem +63

    বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী শুনি বহুত দুখ লাগিল।ভাঙি নিদিব মনটো।এদিন ভাল হব।

  • @Raj_deep5426
    @Raj_deep5426 Před rokem +93

    নয়ন দাৰ দৰে হৃদয়বান মানুহ এজনক প্ৰতাৰণা কৰি পাইছাতো শিক্ষা।
    কোনোবাই যদি কাৰোবাক প্ৰতাৰণা কৰে। তেন্তে তোমাকো আন কোনোবাই প্ৰতাৰণা কৰিব। এয়াই সু নিশ্চিত।

  • @avijitsaikia8433
    @avijitsaikia8433 Před rokem +16

    একো নাই,এইবোৰক পাৰ হৈ যোৱা সময়ৰ কথা এতিয়া আগলৈ মনোযোগ দিয়াটোহে বুদ্ধিমানৰ কাম৷শুভেচ্ছা থাকিল সদায় অসমৰ মৰমৰ জানমনি জনী হৈ থাকা৷

  • @JikMikDailyLife
    @JikMikDailyLife Před rokem +136

    দুখ লাগিল কথা বোৰ শুনি,যদি ভাল লৰা এজন পোৱা সময় থাকোঁতেই আকৌ জীৱন তো নতুন কৈ সজাই লোৱা। সৌন্দৰ্য থকা লৈকে সকলোৱে ওচৰ চাপি আহিব কিন্তু বয়সে যেতিয়া মেলানি মাগিব তেতিয়া..... জীৱনৰ সাৰথি এজন বৰ প্ৰয়োজন ও আইজনী। সদায় সুখী হোৱা তাৰে কামনা কৰো।

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by Před 8 měsíci +4

    অভিনেত্ৰী শ্যামন্তীকা শৰ্মা লৈ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই আৰ্শীবাদ জনাইছো ভাল এজন জুবক আহিব কাৰণ জীৱনত আৰু আগবাঢ়িব লগিয়া বহুত আছে আমি প্ৰাৰ্থনা জনাইছো তোমাৰ আশা পূৰণ হয় শতাখ নহবা ধন্যবাদ।

  • @Manabsadiya
    @Manabsadiya Před rokem +189

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে। সেইটো কথা সকলোযে মনত ৰখা উচিত। সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠক,তাৰে কামনা কৰিচু 🙏🙏🙏

    • @nekibhussain4214
      @nekibhussain4214 Před rokem +4

      Right

    • @anupamkakati5389
      @anupamkakati5389 Před rokem +4

      Tai Axomiya lora bisari napale ejon Ona Axomiya r logote bia t Bohile. Eiburor logot eibilakei hobo lage. Vale paisu moi

    • @BoishnabjyotidoleyBiishn-el3nt
      @BoishnabjyotidoleyBiishn-el3nt Před rokem +1

      Right

    • @Manabsadiya
      @Manabsadiya Před rokem +2

      @@anupamkakati5389 ebila ko bai giyo likon hoi kune Jane kar kopalt ki likidise bogbane Jane tair kar ne manuak tene koi kob napai🙏🙏🙏

    • @Bran47772
      @Bran47772 Před 11 měsíci +2

      @@anupamkakati5389 prem kiba asamiya bihari bengali sai nohoi Tu, tai oo bhal pabo lagibo lora Tu, tur bhonti jodi bengali eta logot polai jai tetiyau eneke kobi gom pali🙄🙄🙄uneducated illiterate

  • @kapil912
    @kapil912 Před rokem +403

    চাকৰি কৰা ল'ৰা মানেই সৰ্বেসৰ্বা বুলি ভৱা ছোৱালী বোৰে এই কাহিনীটোৰ পৰা শিকক অলপ

  • @rekhabhuyan3878
    @rekhabhuyan3878 Před rokem +32

    সহজ সৰল বা ❤️...বহুত মৰম লগা .. টোমাৰো আহিব ভাল দিন🙏 জীৱন মানেই সংগাম বা 🙏 ভালে ৰাখক ভগবানে সদাই তোমাক 🙏

  • @pranjalkalita3347
    @pranjalkalita3347 Před rokem +82

    Naver give up আপুনি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক পিছত মনে বিচৰা লৰা পালে বৰষা বাৰ দৰে আকৌ বিয়াত বহিব !! ❤❤❤❤❤❤❤❤

  • @sewaktamuli9294
    @sewaktamuli9294 Před rokem +23

    জানমণি গুণা গঠা চলি আছে তোমাক বিয়া দিবলে....তুমি ও ভাবিচা চাগে মোকে এৰি যাবলে ❣️

  • @pankajborthakur4198
    @pankajborthakur4198 Před rokem +70

    জীৱনত বৰ বেছি দুখ পাইছে ! ধৈয্য সলাগ লৈছো , জানমণি , আপোনাৰ ভবিষ্যত সুন্দৰ হোৱাৰ কামনা কৰো ।

  • @myselfjanmoni2729
    @myselfjanmoni2729 Před rokem +23

    তুমি অসম এৰি গুচি গৈছিলা বহুত বেয়া লাগিছিল আকৌ জানমণি আমাৰ মাজত ঘুৰি আহিলা সুকলমে,,, যি হয় ভালৰ বাবে হয়,,, জীৱন টোত বহুত আছে সময় উপভোগ কৰা,,,god bless u my favorite hiroine,❤️❤️❤️

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před rokem +12

    শ্যামন্তিকাক ইমান মৰম লাগে ৷ ভগৱানে যে কিয় ইমান দুখ দিছে , কথাবোৰ শুনি বহুত বেয়া লাগিল ৷

  • @hrittikhazarika7857
    @hrittikhazarika7857 Před rokem +9

    এই পৃথিৱীত আটাইতকৈ টান কাম হৈছে মানুহক চিনি পোৱাতো । খুব দুখ লাগিল বা😢😢আপুনি মোৰ সকলোতকৈ Fevorite Actress.

  • @heerasvlogs4231
    @heerasvlogs4231 Před rokem +185

    ভাঙি নপৰিবা,নিজক লৈ সুখী হৈ থাকা । ঘাট প্ৰতিঘাট সকলোৰে থাকে।

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Před rokem +6

      কেলা আনক কনোৱাই নিজে সুখী হব গৈছিল কেনে পাইচ 😂😂😂

    • @realhero5657
      @realhero5657 Před rokem +2

      @@user-bd9pt2jn4m মজা

    • @sonaliassam.6043
      @sonaliassam.6043 Před rokem

      জীৱনটো হল সংগ্ৰাম ।অপেক্ষ্যা কৰক ভগবানে ভাল ফলাফল দেখাব এদিন

    • @Hit-Hop
      @Hit-Hop Před rokem

      Mayu tumar dare jiban trejidi.mai kuchar rajbangshi lora. Lora.suyali patni aase. Kintu tumar jiban auru mur. Jibanar samajanshya eake buli bhabu?

  • @shikhamanisahariah6383
    @shikhamanisahariah6383 Před rokem +47

    আকৌ জানমণি জনী হৈ ৰাইজৰ মাজলৈ ঘুৰি আহা বা আমি তাকে বিছাৰো☺️❤️

  • @himangshubarman2135
    @himangshubarman2135 Před rokem +18

    যদি সম্ভৱ এবাৰ তেখেতৰ স্বামীৰ সাক্ষাৎকাৰ লোৱাৰ ব্যবস্থা কৰক,দুধ কা দুধ পানী কা পানী হৈ যাব....!

  • @rupabora3347
    @rupabora3347 Před rokem +13

    একো নাই ধুমুহা আহিব আৰু যাব বুলি ধৰিলে ই হ'ল❤️❤️❤️❤️❤️

  • @diipakkgogoi3252
    @diipakkgogoi3252 Před rokem +308

    ইতিহাস শাসি আছে আনক দুখ দি নিজে সুখত থাকিম বুলি ভবাটো ভুল 😢

  • @prakashnarzary4007
    @prakashnarzary4007 Před rokem +283

    বেয়া লাগিল মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ কাহিনী শুনি। সময় এতিয়াও বহুত আছে। দুগুণ উৎসাহ লৈ আগ বাঢ়ি যোৱা ।😢

  • @damayantitalukdar2801
    @damayantitalukdar2801 Před rokem +13

    তুমি দুখ নকৰিবা ভগবানে জি কৰে ভালে কৰে তুমাৰ ভাল হ'ব ❤❤❤😂👍🏼👍🏼👍🏼🪔🪔💕👌

  • @rkdhaj9099
    @rkdhaj9099 Před rokem +43

    আনক দুখ দিলে নিজে দুখ পাব এ। কৃষ্ণ 🙏

  • @anilgoswami2238
    @anilgoswami2238 Před rokem +43

    ভাৰতীয় শাস্ত্ৰত কোৱা হয়::
    "অজাত কুলশীলস্য বাসোদেয়ো ন কষ্যসিত " ।
    ...... জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মালৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।

    • @nayangogoi4946
      @nayangogoi4946 Před rokem +10

      ডেমফুলেও কিন্তু আজিও তোমাকেই ভাল পাই।

    • @minubaruah-zq5my
      @minubaruah-zq5my Před rokem +1

      @@nayangogoi4946 hi

  • @purabiscreation3973
    @purabiscreation3973 Před rokem +48

    শ্যামন্তিকা বহুত ভাল আৰু সহজ সৰল ছোৱালী । জোনে তাইক ব্যক্তিগত ভাবে ভালদৰে জানে, লগ পাইছে সেইসকলে নিশ্চয় জানে । ❤❤❤

  • @RajdipSaikia189
    @RajdipSaikia189 Před rokem +5

    অসমত ইমান ইমান ভাল লৰা আছিল । টকা পইচা নাথাকিব পাৰে কিন্তু অসমৰ লৰাৰ অন্তৰ খন ভাল। বাৰু যি হওক আপোনাৰ জীৱনটো সুখৰ হওঁক বা । আপুনি বহুত ভাল ভগৱানে ভালে কৰিব আপোনাক। ❤❤

  • @pompydevi769
    @pompydevi769 Před rokem +11

    অকলশীয়াকৈ থকা সমান খুখ নাই সদায় নিজক লৈ খুখে থকা

  • @ankitaborah1233
    @ankitaborah1233 Před rokem +139

    সকলোৰে জীৱনত দুখ থাকে, ভগৱানে সুখও দিব দুখো দিব , ভালে থাকক আপুনি ❤ সকলো বোৰ পাহৰি নতুন কৈ জীৱন টোক ভাল পাবলৈ শিকক ❤️❤️❤️love you ba❤

  • @lolenybird9008
    @lolenybird9008 Před rokem +11

    আমি অসমীয়াবোৰ আন ভাৰতীয় বোৰ তকৈ কমেও ২০০ বছৰমান পিছত আছো।কাৰন আন ভাৰতীয় বোৰে আমাতকৈ বহু ত আগতেই ইংৰাজৰ শাসন পাই আগবাঢ়িছিল। চতুৰতাত আমি এতিয়াও শিকিবলৈ বাকী আছে।

  • @junmonikalita6363
    @junmonikalita6363 Před rokem +6

    বা তুমি আগুৱাই যোৱা,,,,তুমি বহুত সাহসী,,, সাহস নেহেৰুৱাবা,,,,,💓💓💓

  • @jogendas7193
    @jogendas7193 Před rokem +42

    "অতিমাএা উচ্ছকাংখাই অভিশাপ" অতীত বাদদি ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলোঁ ।

  • @dipikasaikia6651
    @dipikasaikia6651 Před rokem +102

    শ্যামন্তিকা তুমি ভাঙি নপৰিবা, জীৱন এনেকুৱাই, সাহসী হোৱা ,আমি তোমাক ভাল পাওঁ

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Před rokem

      বঙালৰ 🎉 লাগে কেনে মজা

  • @jrbanamali
    @jrbanamali Před rokem +114

    অসমৰ ডেকাসকলক পাত্তা নিদিয়াৰ পাপ লাগিলে । নয়ন দাক আপুনি বহুত দুখ দিলে কিন্তু ,নয়ন দাই এতিয়াও পস্তাই আছে 😣 নয়ন দাৰ লগত আগবাঢ়ি ব লাগে আৰু নতুন জীৱনৰ পাতনি মেলিব লাগে 🤗 দুয়োকে ভাল লাগিব

    • @bikibazikor
      @bikibazikor Před rokem +8

      বেলেগ ক ঠগিলে নিজে ঠগ খাই

    • @amorjyotibarman
      @amorjyotibarman Před rokem

      হয়। বেছি। দেৰি। কৰি। লাভ। নাই

    • @pronabbora7889
      @pronabbora7889 Před rokem +1

      Noyondai akou patta ndye j

    • @gitudeka9455
      @gitudeka9455 Před rokem

      Apuni jane baai thoguwa Buli ?

  • @munindradas8893
    @munindradas8893 Před rokem +6

    জীৱন ত সংঘাত থকাটো ভাল।এই এই সংঘাতৰ পৰা আৰু নতুত্বৰ সিষ্টি হব ।এই আশাৰে আগ বাহক।।।

  • @ToraliB
    @ToraliB Před rokem +13

    😢দুখ নকৰিবা বা তোমাৰ লগত যি হ'ল সপোন বুলি পাহৰি যো যোৱা তোমাৰ জীৱনটো আকৌ নতুন কৈ গঢ়ি তুলক ♥️

  • @Kaushik632
    @Kaushik632 Před rokem +142

    তেতিয়াই যদি নয়ন দাৰ লগত বিবাহপাশত আবদ্ধ হ'ল হয়, আজি দুয়োৰে এখন সুখৰ সংসাৰ হ'ল হয়।🍂😊 দুখ লাগিল কথাবোৰ শুনি...😢 আশাবোৰ পূৰণ হওঁক সোনকালেই, তাৰেই কামনা কৰিলোঁ।

  • @madhujyasarmah8717
    @madhujyasarmah8717 Před rokem +13

    ভাগি নপৰিবা তুমি। দেৱী সীতাৰ লগতো জীৱনটো কঠিন হৈ পৰিছিল। ভাল খিনি আগত ৰাখি আগুৱাই যোৱা । মানুহ দুদিনীয়া তোমাৰ সৌন্দৰ্য দেখি তোমাক ভালপোৱা বহুত ওলাব কিন্তু গোটেই জীৱন তোমাৰ হাতত ধৰি একেলগে থকা জন ভগবান হ'ব লাগিব। গতিকে মানুহে কি ভাবে কি কয় does not matter . নিজৰ খিনি কৰি যোৱা। অন্তৰ খন কোমল কৰিয়ে ৰাখা সদায় হাঁহি থাকা। যিহেতু ঈশ্বৰেও সদায় কোমল অন্তৰৰ আৰু হাঁহি থকা জনকেই ভাল পাই।

  • @manashipriya8120
    @manashipriya8120 Před rokem +6

    আগুৱাই যোৱা শ্যামন বা❤❤দুখ নকৰিবা।বেলেগৰ কথাত কাণ নিদিবা নিজকে নিজৰ লগত ব্যস্ত ৰাখা❤❤

  • @jitenrabha9674
    @jitenrabha9674 Před rokem +1

    নজনা কথা বোৰ জানিব পাৰি দুখ লাগিল।এগৰাকী প্ৰতিভাৱান অসমীয়া জীয়ৰীৰ অফুৰন্ত প্ৰতিভা যাতে অকালতে মৰহি নাযায় সেয়া আমাৰ কাম্য। আশা কৰোঁ অসমৰ ৰাইজে চেনেহৰ জানমণিক পূন: এবাৰ বিছাৰি পায়।

  • @simuborah5025
    @simuborah5025 Před rokem +103

    সত্য সদায় জয়। সময়ৰ প্ৰয়োজন। এদিন নহয় এদিন ফলা-ফল বোৰ উলাবই।

    • @jhonekram6165
      @jhonekram6165 Před rokem +2

      edin noyan dak dhoka disil aji.. tar fole pale ne baideou

  • @gayatriray2270
    @gayatriray2270 Před rokem +31

    বিয়াৰ ৫/৬ মাহ পিছত এগৰাকী you tuberএ আপোনাৰ স্বুটিং চলি থকা জেগাত গৈ সুধিছিলে আপোনাৰ সংসাৰৰ কথা,,, আপুনি কিন্তু বহুত ভাল বুলি কৈছিল,, বহুত ভাল friend বহু বছৰৰ পৰা বন্ধুত্ব,, শাহু মা বহুত ভাল, চাই বাবা পুজা কৰি থাকে,, কলকাতাত ঘৰখন নিজৰ মতে সজাইছে জাপি শৰাই আদিকৰি সকলো অসমীয়া বস্তুৰে,,,এতিয়া কৈছে ১/২ মাহ পিছতে গম পাইছে 3rd wife বুলি,, ইমান আতি গুৰি নোভোবা নোচোৱাকৈ বিয়া হৈছিলনে,,, অসমত ভাল ল'ৰাৰ অভাৱ আছিল নেকি,,, ভাল চাকৰি এটা বা বহুত টকা থাকিলেই এজন মানুহ ভাল নহয়,, মই আগতেই ভাবিছিলো এনেকুৱা কিবা এটা হ'ব যে,,, অচিন কাঠৰ ঠোৰা লগাই কি হ'ল এতিয়া,,,
    যি নহওঁক ভালে থাকক আমাৰ জানমণি,,, আগুৱাই যাওক,, ❤

    • @niku8723
      @niku8723 Před rokem +1

      Akebare apuni Mur monor kotha khini ke koise dei😊😊😊

    • @animaray-xd9he
      @animaray-xd9he Před rokem

      ​@@niku8723TV
      Hu hu😊
      Hu hu by by

  • @assammix9640
    @assammix9640 Před rokem +44

    অনাগত দিনবোৰ সুখ আৰু আনন্দৰে ভৰি পৰক তৰে কামনা কৰিলো।God bless you Jaanmoni❤❤❤❤

  • @rinkusut2348
    @rinkusut2348 Před rokem +10

    তোমাৰ জীৱনত আকৌ হাঁহি আহিব ❤️

  • @kushallx8474
    @kushallx8474 Před rokem +74

    নয়ন দা সমান মৰম আৰু সন্মান কোনো দিব আপোনাক 🙏🙏🙏🙏🙏

  • @lakshajitbora221
    @lakshajitbora221 Před rokem +40

    আপোনাৰ তাবিজ এৰি নয়ন দা তাবিজ লওক । মই বহুত বেৱা পাওঁ আমাৰ অসমীয়া নিজৰ জাতিৰ ল'ৰা এৰি বেলেগ জাতিৰ লগত বিবাহ হ'লে । নাপাইছিল নয়ন দাক এনে কৰিব, নয়ন দাৰ জীৱনৰ লগত আকৌ এবাৰ চাব বিচাৰোঁ নহ'লে আমি অসমীয়া ল'ৰা হিচাবে চিন্তা কৰিব পাৰোঁ তুমি তুমি বুলি...

    • @aicheng9185
      @aicheng9185 Před rokem +2

      Ataloi biya humuwa jonik toi ani thoi de. 😂😂😂😂😂😂😂

    • @lakshajitbora221
      @lakshajitbora221 Před rokem

      @@aicheng9185 ব্যক্তিগতকে মোক কথা কবলৈ আপোনাক মই অধিকাৰ দিয়া নাই, মই কি ক'ব বিছাৰিছো বুজি লৈ কথা কব, কোন হয় আপোনি ?

    • @minakhyee.........official7236
      @minakhyee.........official7236 Před rokem +2

      @@aicheng9185 Jdi hosa val puwa acile atar logot biya huwa pisotu aniboo..........

    • @nirmalikalita6823
      @nirmalikalita6823 Před rokem +1

      Nayan da dhoa tulsir Pat nhoi oi.natan dai janmoni bak thagaise

  • @srajbonshi4462
    @srajbonshi4462 Před 11 měsíci +1

    আপোনাৰ কথা টো জানি সচাকৈ বহুত বেয়া লাগিল আপোনাক বহুত ভাল পাওঁ। আপুনি দুখ নকৰিব ভগৱানে আপোনাক সহায় কৰিব। ধন্যবাদ।

  • @budhiramteron1960
    @budhiramteron1960 Před rokem +7

    মনত ৰাখিব পাতল মনৰ মানুহৰ কিবা নহয় কিবা বেয়া হয়। কিয়নো সহজ সৰল, থগীব সহজে পাৰি। কিন্তু ভাগী নপৰিব, ঈশ্বৰে বেয়া নকৰে জীৱন টোত নিশ্চয়ই ভাল হব। আৰু এনে সময়ত অযথা প্ৰস্তাৱ বহু লোকে সাহস কৰি দিব। প্রথম কথা ভাল কাম কৰক জানিনা হবলৈ লাগীব।

  • @girinbora7820
    @girinbora7820 Před rokem +48

    কিছুমান কুকুৰ পোৱালি হতে নিজৰ নীৰ্লজ চৰিত্ৰবোৰ লুকুৱাই ৰাখে আৰু ছোৱালীজনীৰ ওপৰত দোষ দিয়ে এই সব কুকুৰ পৰিয়ালৰ গেলা অহংকাৰ আছে আৰু ইহঁতে ছোৱালীৰ জীৱন ধ্বংস কৰিব পাৰে আৰু নিজকে অভিজাত দেখাই থাকে এনে কুকুৰৰ পৰিয়াল আমাৰ অসমতো বহুত আছে। এই সকল কুকুৰক বিশ্বাস কৰিব নালাগে ইহঁত সন্ত্ৰাসবাদীৰ প্ৰজাতিৰ হয় নিজকে বহুত ভদ্ৰ দেখাই থাকে।

  • @pallab1982
    @pallab1982 Před rokem +21

    স্যামন্তিকা বাৰ অভিনয় সৰুৰ পৰাই প্ৰিও বিহু নাচবোৰ বহুত ভাল লাগে সদাই প্ৰিও হৈ থকা সকলোৰে মৰমৰ জানমণি স্যামন্তিকা বা এতিয়াও আপোন তুমি সকলোৰে কুনে জনে নো কাৰ জীৱনত কি হৈ যায় সচাকে কব নোৱাৰি স্যামন্তিকা বা আগৰ দৰে হৈ থকা তুমি পৰ্থনা কৰিছো ভালে থকা তুমি 😘😢😭

  • @hans656
    @hans656 Před rokem +12

    ভগৱানে ভূল কৰিলে কাকো ক্ষমা নকৰে।তুমিহে জানিবা এতিয়া ভুল ক'ত কৰিলা।। কিন্তু এইটোও জানিবা আকাশত ক'লা ডাৱৰ সদায় নাথাকে।

  • @pinkiboruah9621
    @pinkiboruah9621 Před rokem +6

    কথাবোৰ শুনি বহুত দুখ লাগিল 🥺

  • @nilakrishna81
    @nilakrishna81 Před rokem +63

    ৰাইজে বুজিব লাগে যে সংসাৰ কৰাৰ অৰ্থ টকা নহয়,

  • @simantadeka1191
    @simantadeka1191 Před rokem +29

    জীৱনতুৱে সংগ্ৰাম....টকা পইচাই যদিও জীৱন বুলি কয় কিন্ত কিছুমান ক্ষেত্রত নহয়....মনৰ সুখ হে আচল জীৱন

  • @janhitmedisclaimerjaari
    @janhitmedisclaimerjaari Před 11 měsíci +1

    You are super gutsy and strong Shyamontika ❤ Give yourself a bit credit and hope you heal sooner than expected..

  • @Legal_weapon295
    @Legal_weapon295 Před rokem +45

    কাৰোবাৰ সচা ভালপোৱাক প্ৰতাৰণা কৰি বেলেগৰ লগত সুখী হ’ব গ’লে এদিন নহয় এদিন তাৰ ফল পাবই পাব, কাৰন নেদেখাজনে সকলোৰে ক্ষেত্ৰত বিচাৰ কৰে।

    • @jhonekram6165
      @jhonekram6165 Před rokem +2

      ekdom hosa kotha sowalibilake olop dhoni ghoror duror lora pali.. nijor b. f. k bad di belegor logt biat bohi gusi... tar pisot gom pai..

    • @monjitbora1622
      @monjitbora1622 Před rokem +1

      Kune kak potarona korisil aitu Tumi ba Moi najanu hyi karone darekt anekoi kuwatu Val nohoi

    • @jhonekram6165
      @jhonekram6165 Před rokem +3

      @@monjitbora1622 noyan dak korisi

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Před rokem +8

      Nayan nillime shyman baak biya ptibo bisora nsil ...moi abr ata interviewt paisilu ...shyman baar ghrr mnuhe nayan daak biyar ktha kole a khng kori baar lgt namata namati hoi ...gotike ako njonake judge koratu vl nhoi

    • @jhonekram6165
      @jhonekram6165 Před rokem +2

      @@jonalikalitavlogs6244 totally wrong statement..
      nayan dak dhoka di gusi goisi...

  • @indrachutia7351
    @indrachutia7351 Před rokem +5

    নিজৰ জীৱটো এতিয়া ভাল ধৰণে গঢ়ক অসমৰ সকলো মানুহৰ মৰম আপুনি এতিয়াও পাব । সকলো মানুহ একেই নহয়

  • @ritupongogoi7870
    @ritupongogoi7870 Před rokem +151

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে ! সেইটো কথা সকলোযে মনত ৰখা উচিত ।

    • @purabisonowal2242
      @purabisonowal2242 Před rokem +1

      Umm hosa kotha koisa

    • @gitudeka9455
      @gitudeka9455 Před rokem +7

      Apuni dekhise ne apunk koise tai thoguwa buli 😆😆personal lifet mat mate 😏😏

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Před rokem +3

      Apuni nojonake keneke kb pre...aji kli tu dhukh Diya bur he hukht thka dekhisu

    • @rupaschannel5856
      @rupaschannel5856 Před rokem +1

      Toi dekhiso neki. Tai dukh dise ne nai

    • @jhonekram6165
      @jhonekram6165 Před rokem +1

      noyan dak dhoka di belegor logt biat bohil.. ki hol etia....sowalibore mont rakha usit hoi

  • @Boby661
    @Boby661 Před rokem +3

    আপোনাৰ হাঁহিৰ আঁৰত কিমান দুখ লুকাই আছে সেইজনে হে বুজিব যাৰ life টো এনেকুৱা এটা situation আহিছে গতিকে সাহসী হওঁক মানুহে টো সমালোচনা কৰিবই তাত গুৰুত্ব নিদি ভাল পোৱা কাম বোৰ কৰি আগ বাঢ়ি যাওক সফলতা আহিবই।

  • @pompysaikia8884
    @pompysaikia8884 Před rokem +30

    আপুনি ভাগি নপৰিব। এদিন সকলো ঠিক হব ☺️☺️ দুখৰ দিন ক্ষন্তেকীয়া কিন্ত্ত সুখ চিৰস্থায়ী হব। নিজৰ ওপৰত আৰু ভগৱানক বিশ্বাস কৰক 😊😊

  • @digiincome
    @digiincome Před rokem +6

    মিছা ক'লে কি হব।সেয়া নয়নদাক প্ৰতাৰণা কৰাৰ ফল।চিন্তা নকৰিব মই আছোঁ।

  • @binudmili4814
    @binudmili4814 Před rokem +24

    এইয়া স্বাৰ্থপৰ মানুহক ভগৱানে দিয়া উপহাৰ। ডেমফুল ,,,,,,,,,,,,,,,,।।।।।।

  • @renulongchot7547
    @renulongchot7547 Před 8 měsíci +1

    কাহিনী টো গম পাই বেয়া লাগিল। যিহেতো অসম দেশৰ জানমণি আছিল ধুনীয়া নাচনী। চিন্তাত নাথাকিব, মানুহৰ হৈ যায়।

  • @intellectualgrowth936
    @intellectualgrowth936 Před 2 měsíci +1

    Hukhi hua Syamontika ba..jibon tu enekuai..jujiboloi hahokh gutua homoyor hoite

  • @abinashsaikia6196
    @abinashsaikia6196 Před rokem +16

    চিন্তা নকৰিব নয়ন দাই সচাঁ ই ভাল পালে আপোনাক আকৌ আকোৱালিঁ লৱ

  • @user-up3ig9yp8f
    @user-up3ig9yp8f Před rokem +4

    জীৱনটো বৰ জটিল কেতিয়া কি হৈ যায় হয়তো কোনোৱে নাজানে। মানুহ বোৰ এনেকোৱাই ভগৱানৰ লগতে নিজক ভাল পাবলৈ শিকক আৰু আপোনাৰ সন্মুখত অহা সংগ্রামত মনে মনে নাথাকি যোগ্য উত্তৰ দিবলৈ শিকক। এদিন সকলো ঠিক হৈ পৰিব❤❤

  • @krishnaboruah1576
    @krishnaboruah1576 Před 22 dny

    তুমি ভালে থাকা। জীৱনটো নতুনকৈ আৰম্ভ কৰা। নিশ্চয় তোমাৰ বাবে কোনোবা এজন ৰৈ আছে।

  • @harjitdeka9886
    @harjitdeka9886 Před rokem +10

    প্রিয় অভিনেত্রী গৰাকী❤

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Před rokem +30

    অচিন কাঠৰ থুৰা লগোৱাৰ ফল । আমাৰ অসমৰ অসমীয়া ছোৱালী কিছুমান নিজৰ অসমীয়া ডেকা ভাল নালাগে । কিন্তু কিছু দিনৰ পিছত তাৰ ফল পায় ।
    বেয়া লাগিল প্ৰিয়া অভিনেত্ৰী আছিল মোৰ ।

    • @chandana966
      @chandana966 Před rokem +1

      Dada bya npabo mi Assamese hy ghtyt thaku dekhatu vle
      But vl Assamese lora bisari npau khub besi character vl hlei vl lge
      Kntu npai mi bihari lora ejonok vl pao dutai bhut happy asu

    • @jakhashyaphukan8938
      @jakhashyaphukan8938 Před rokem +1

      ​@@chandana966Right...axomia lora u ase ji nijor wife k buji napai...bangle hok ba bihare hok ba axomia manuh vl hobo lagi..biya patila manuh jonik bujibo paribo lagibo...taw mnr kotha...duijona duijon k buji puw tu ai main..axomia lora vl hai tu nohoi kisuman axomia lorai u nijor wife k jantu dora hasti dia..dakhisu nija...manuh vl hobo lagi ..sovab,sorotro,bisakhi ...sb axomia lora nohoi kantu tar vitort ase bea...nijor jati nijor cast r lgt biya patiu kisuman suwali jibon borbad hoisa...

    • @rabhasowali1433
      @rabhasowali1433 Před rokem +1

      সকলো অসমীয়া ছোৱালী যে অসমীয়া লৰাক বিয়া পাতিব লাগি তেনেকুৱা নহয় । ভাগ্যই যাৰ জীৱনত যি দিছে তেনেকুৱাই হব‌।

    • @pranabjyotihazarika7145
      @pranabjyotihazarika7145 Před rokem

      @@jakhashyaphukan8938 মেইন কথা হল দুয়ো জনৰ মাজত নিজা বুজা বুজি ।

    • @pranabjyotihazarika7145
      @pranabjyotihazarika7145 Před rokem

      @@rabhasowali1433 😁 কি কম ?

  • @kamalkalita338
    @kamalkalita338 Před rokem +264

    দেমফুলক থগোৱা ফল ভুগিছা । তুমি দেমফুলৰ জীৱনৰ 🔥🔥🔥 🔥🔥।

    • @jintudas9222
      @jintudas9222 Před rokem +4

      Right,👍

    • @purabinath4820
      @purabinath4820 Před rokem

      Are iman beyakoi kio kb lage kune kak thogaise Tumi janu jana

    • @jyotikakalita633
      @jyotikakalita633 Před rokem +23

      Demfulehe thogaise .. dumukhiya manuh xeijon.. xeijonor keidin Maan aagor natokburor pora gom napale janu

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Před rokem +17

      Nayan nillim o km nhoi

    • @entertainment4u07
      @entertainment4u07 Před rokem +17

      ​@@jyotikakalita633ঠিকেই কৈছে। এগৰাকী নাৰীক সন্মান সহকাৰে কথা কোৱাতো উচিত।

  • @karishmasaikia5279
    @karishmasaikia5279 Před 6 měsíci +3

    আপুনি আপোনাৰ বৌক মানসিক অত্যাচাৰ কৰিছিল যে... আনৰ সংসাৰ ভাঙিছিল সেই বাবে নিজৰ সংসাৰখনও তেনে হল.... অানক কন্দুৱাই কোনো হাঁহিব নোৱাৰে.... হয় হাঁহিব, সেই হাঁহি ক্ষন্তেকীয়াহে হয় চিৰযুগমীয়া নহয়.... গতিকে সদায় সৎ অনুকৰণ কৰিব লাগে 🙂

  • @jayantaborah5668
    @jayantaborah5668 Před rokem +1

    জি হ'ল হৈ হ'ল,এতিয়াৰ পৰা জানমণি জনিক দুখ দিলে অকমান চিন্তা কৰিব লাগিব।

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Před rokem +6

    বাইদেউৰ কথাবোৰ শুনি বহুত দুখ লাগিল । সেইকাৰণে অসমৰ বাহিৰৰ লৰাক বিশ্বাস কৰিব নালাগে , মেঘৰন্জনী মেধীও বাহিৰৰ লৰাৰ লগত বিয়া হৈ একে অৱস্থা ।

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Před rokem +16

    অতীতক পাহৰি যোৱা। এতিয়াও সময় আছে আগবঢ়াই নিয়া তোমাৰ সুন্দৰ জীৱন।

  • @bhbxyz
    @bhbxyz Před rokem +3

    She is so beautiful. My favourite actress. Love life and marriage life is your personal life. Don't think too much about that matter. Just overcome from this depression and do activities and work as you are interested. Some people's love life and marriage life is not smooth. It's natural.

  • @himashreedevi9144
    @himashreedevi9144 Před rokem +2

    নয়নৰ লগত পুনৰ আৰম্ভ কৰা শ্যামন্টিকা।
    আমাৰ শুভেচ্ছা থাকিব।

  • @surenboruah3241
    @surenboruah3241 Před rokem +17

    সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠ ক, তাৰে কামনাৰে🙏🙏🙏

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Před rokem

      কেলা কনি ডাঙৰ লাগে বঙালৰ টো সৰু হল চাগে ? মিয়া লে যা 🎉🎉🎉

  • @jyotishgogoi8634
    @jyotishgogoi8634 Před rokem +8

    আপোনাৰ মুখৰ এই সুন্দৰ হাঁহিটি কেতিয়াও ম্লান পৰিব নিদিব বা Bravo 🫰

  • @user-cu6tp6ux7x
    @user-cu6tp6ux7x Před rokem +2

    বিয়া সোমাই থকাতকৈ স্বাধীন হৈ থকাই ভাল ,ভৰীৰ শিকলী দাল দিঙিত পিন্ধি উশাহ নোপোৱা যেনহে লাগে মোৰ ,

  • @mongandhimongandhi709
    @mongandhimongandhi709 Před rokem +1

    পুরনা বন্ধু নাপাহরিব এতিয়াও জীয়াই আছে। একবার ভাঙি যোহা মরম যদি পুনর মিলন হয় তেনতে সি মৌতকৈ মিতা আরু ভরা চাউলতকৈ আতা ।এই কথাষার ভুগী থকা জনেহে জানে ভালকৈ. Thank you very much.শ্যামনতীকা বাইদেউ।

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Před rokem +147

    বেয়া দিন নাহিলে ভাল দিনৰ সন্মুখীন হব নোৱাৰি জানমনি ❤️❤️❤️

  • @shurabhichetia7307
    @shurabhichetia7307 Před rokem +9

    জন্ম, মৃত্যু, বিবাহ কাৰো হাতত নাথাকে। ছোৱালী জীৱন ইমান সহজ নহয়। সংগ্ৰাম কৰি যাওক।

  • @ranapegu7931
    @ranapegu7931 Před rokem +1

    এই আগৰ জানমনি দৰে হৈ ওথক তাৰে কামনাৰে।

  • @user-gy1xx6lo8t
    @user-gy1xx6lo8t Před rokem +2

    জানমনি তুমি সদায় সুখত থাকা তাকে কামনা কৰিলো

  • @pranabjyotikalita3117
    @pranabjyotikalita3117 Před rokem +9

    Manuhor monot dukh dile nijeu pai adin ..... Nayan nilim da k kosto disile adin... Atiya nije paise .

  • @chiranjibborgohain3284
    @chiranjibborgohain3284 Před rokem +26

    সময়ে কাকো ক্ষমা নকৰে।অসমৰ জনমানসত আপোনাৰ প্ৰতি অসমবাসীৰ যি মৰম-ভালপোৱা আছিল সেয়া আপুনি আপোনাৰ বহুকেইটা ভুল কামৰ জৰিয়তে ম্লান পেলাই দিলে।আগন্তুক দিনবোৰলৈ শুভেচ্ছা আছে।

  • @prankumarnath1616
    @prankumarnath1616 Před 3 měsíci +1

    জীৱনতো আকৌ সজাই পৰাই আগবাঢ়ী যোৱা ।

  • @trishandas2660
    @trishandas2660 Před rokem +5

    ভাল হ'ব বা দুখ নকৰিবা সুখ-শান্তিৰে উপচি পৰিবা এদিন নহয় এদিন 👍👍👍love u janmoni baa

  • @juggiiij
    @juggiiij Před rokem +21

    বেয়া লাগিল 😢😢😢 ছোৱালীৰ হৈ নকও যদিও,,, আপুনি ভাল মানুহ হয়।।❤❤❤

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Před rokem

      तू कहना क्या चाहते हो ? তই কি বেলেগ বেলেগ ৰূপত আহি কথা ক নেকি । কমেণ্ট কি লৰা হৈ কৰিছ নে গে হই 😮😮😮

  • @KrishnaKonwar-ip2zz
    @KrishnaKonwar-ip2zz Před rokem +50

    অসমীয়া জীয়াৰি গাত মূলাগাভৰু তেজ আছে ।সাহসী হোৱা ভয় নাখাবা ।সকলো থিক হৈ যাৱ ।

  • @alakeshgogoi7228
    @alakeshgogoi7228 Před rokem +1

    সৰু কথা।। জীৱশ্ৰেষ্ঠ মানুহে যদি যোগাত্মক চিন্তা নকৰে, তেন্তে কোনেনো কৰিব বাৰু? প্ৰত্যাহ্বান!!!

  • @NDR_LIZA
    @NDR_LIZA Před 10 měsíci +1

    মানুহৰ জীৱনত দুখ থাকে,,,, ভাঙি নপৰিব নতুনকৈ আকৌ জীৱনটো সজাই লওক,,,, সুখৰ হব,,, ❤❤❤❤❤❤❤ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @biswajitborthakur2394
    @biswajitborthakur2394 Před rokem +73

    দুখকৰিব লগা একো নাই।ধনৰ পাছত দ'ৰিলে এনেকোৱা হয়।

  • @anamikakalita581
    @anamikakalita581 Před rokem +36

    দুখ লাগিল শুনি ,চিন্তা নকৰিব ভাল দিন আহিব

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Před rokem

      আনক কণ্ডুৱাই নিজে সুখী হব গৈছিল কেনে মজা😂😂😂😂

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Před rokem +1

      ​@@user-bd9pt2jn4mkeneke gom ple apuni

    • @_UNKNOWN_USER_2023_
      @_UNKNOWN_USER_2023_ Před rokem

      ​@@jonalikalitavlogs6244Sb raije jane xei2 katha ........Apuni keneke jane buli question krib nalage apuni .......

    • @jhonekram6165
      @jhonekram6165 Před rokem

      kene moja..
      anok dhuk di gusi za i....

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Před rokem

      ​@@_UNKNOWN_USER_2023_raije o gm paise diyok .. cinema akhnr trp borahabor babe natok Kora buli bopai......ATA xoru kthat lgi hosa premik a jdi Ari njai...

  • @junmonybora
    @junmonybora Před 3 měsíci +1

    ভাঙি নপৰিবা ভগৱানৰ ওচৰত এৰি দিয়া ভাল দিন ঘুৰি আহিব 🎉🎉🎉🎉🎉

  • @nurmdhasan1290
    @nurmdhasan1290 Před 3 měsíci

    ছোৱালীবোৰে সকলো কৰিব পাৰেৰে.....

  • @bharatichutiabharatichutia3901

    তোমাৰ কথা বোৰ শুনি দুখ লাগিল।

  • @AtoZ-su3iv
    @AtoZ-su3iv Před rokem +48

    কি যে হব বাল্যবন্ধু ৰ লগত বিয়া হৈছিল বোলে। তেওঁৰ আকৌ পোৱালি ওলাল । আপোনাৰ কথাত সত্যতা বিছাৰি নাপালোঁ

  • @ghanakantadas8289
    @ghanakantadas8289 Před rokem +4

    You are human resource in Assam, we want to your progress in future. If you want to add to Noyan Nilom as future partner ,we think.

  • @trishnabharali6668
    @trishnabharali6668 Před rokem +2

    Do not get disappointed. Look forward.. Everything will be ok as time passes away. May God bless you for your future. May God bless you. We all love you. And love you always. Keep up your spirit.