জীৱনসংগীক কাষত লৈ DY365ৰ ষ্টুডিঅ'ত নয়ন নীলিম!

Sdílet
Vložit
  • čas přidán 3. 03. 2024
  • অৱশেষত জীৱনসংগী বিচাৰি পালে নয়ন নীলিমে! সঁচাকৈয়ে আকৌ এবাৰ প্ৰেমত পৰিল নেকি নয়ন নীলিম? কথাই কথাই কিয় বাৰে বাৰে ‘ভাল লাগে’ বুলি কয়?
    #nayannilim
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Komentáře • 579

  • @LyricLighthouse104
    @LyricLighthouse104 Před 3 měsíci +65

    প্ৰেমে নামানে বয়সৰ সীমনা
    প্ৰমে মাথোঁ জানে প্ৰেমৰ ঠিকনা
    নৌকাই বিচাৰি লয় নিজৰ ঘাট
    মানুহে বিচাৰি মৰে সুখৰ বাত
    কিমান এই আকুল এই হৃদয় তোমাৰ বাবে...
    কোনে বুজিব! কিদৰে আশাৰ সমাধি বনাই ৰই আছোঁ মাথোঁ তোমাৰ বাবে

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 Před 3 měsíci +218

    তেওঁৰ জীৱন তেওঁৰ কথা তেওঁ কাক ভাল পায় কোন সময়ত মনৰ মিলন হয় কাক জীৱন সংগী কৰে তেওঁৰ নিজৰ এক ব্যক্তিগত কথা ইমান খুঁচৰি থকাৰ প্ৰয়োজন নাথাকে...!!

    • @abinashkalita4067
      @abinashkalita4067 Před 3 měsíci +7

      👍💯

    • @sunishakalita53
      @sunishakalita53 Před 3 měsíci +4

      Hoi o. Karnu past nathake? Eta samayt Sagarikak bhal pale kopalt nasil teulok duyu atori gol aru. Take eneke thake ne bare bare

    • @bobigogoi6029
      @bobigogoi6029 Před 3 měsíci +1

      সঁচাকৈ কথা সুধিব নাজানে ।

    • @ffx4sagoryt955
      @ffx4sagoryt955 Před 3 měsíci +1

      Right brother 👍

    • @animaburagohain5271
      @animaburagohain5271 Před 3 měsíci

      Ancor howar jugyata nai

  • @nikhesmili7255
    @nikhesmili7255 Před 3 měsíci +93

    নয়ন দা সুন্দৰ জীৱন আৰম্ভ কৰক ধন্যবাদ আপোনালৈ

  • @user-fj3js8yj8x
    @user-fj3js8yj8x Před 3 měsíci +62

    সঁচা এটা সম্পৰ্ক হলে ভাল লাগিব , দুয়ো বুজা বুজিৰ মাজত আগুৱাই যাব লাগে❤

    • @jrvlogs2205
      @jrvlogs2205 Před 3 měsíci

      Promotion kori ase eta new vdo

  • @user-xn9de6xj7l
    @user-xn9de6xj7l Před 3 měsíci +9

    নিউজ ৰিডাৰ যেতিয়া সাক্ষাৎকাৰী হয়, তেতিয়াই এনে দুৰাৱস্থা হয় ! আগতে কথা পাতিবলৈ শিকি ল'ব লাগে । আলহী মাতি গৃহস্থই ককৰ্থনা কৰাতো ভাল নাইলগা দেই । ছোৱালীজনী দেখি তাৰেই মন লিকলিকাইছে যেন পাইছো ।

  • @nayanpatgiriii
    @nayanpatgiriii Před 3 měsíci +53

    আপোনাৰ সাংবাদিকতাৰ চাৰ্টিফিকেট নিশ্চয় নাই,আৰু যদি আছেও টাইম পাছ কৰি পাইছে।
    কথা কবলৈ শিকিব আগতে

  • @bonjurybaruah876
    @bonjurybaruah876 Před 3 měsíci +34

    মানুহৰ ব্যক্তিগত কথাসুধি মানুহক অতিস্থ কৰিব নাপায় ৷নয়ন নীলিমক আমাৰ ভাললাগে কিয়নো তেওঁ সুন্দৰ অভিনয় কৰে ৷জীৱনসংগীক লৈ ইমান প্ৰশ্ন কিয় ?

  • @mens914
    @mens914 Před 3 měsíci +42

    vedio টু আধা চাই congress দিয়া কেইজনৰ বাবে এক মিনিট মৌন পাৰ্থনা 😂

  • @Dubu_with_mom
    @Dubu_with_mom Před 3 měsíci +13

    কোনো শ্ৰেণী ত নপৰা এজন সাংবাদিক। কথা সুধাৰ কোনো লাগ বান নাই। ইমান কৈ ভিতৰুৱা কথা সুধি অপদস্ত কৰিব নালাগে। তেওঁ তেনেকৈ সুখী🎉❤❤

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Před 3 měsíci +53

    কি কথা কৈছে। বয়সৰ কথা তেনেকৈ নকয়।সাংবাদিক এজন সাহিত্যিক । গতিকে ইমান খাৰা খাৰা কথা নকয়।

  • @prabitraborahborah9423
    @prabitraborahborah9423 Před 3 měsíci +20

    Congratulations 🎉🎉🎉🎉
    Nayan Bhai. I wish Your Bright future

  • @latikabachan
    @latikabachan Před 3 měsíci +15

    Enekua bea anchor prothom dekhilu dei.. Honman dibole prothome hiki louk... Love to Nayan da from Chennai❤

  • @pabitraneog1133
    @pabitraneog1133 Před 3 měsíci +31

    ভগৱানে যি কৰে ভালেই কৰে।

  • @dipudas1526
    @dipudas1526 Před 3 měsíci +7

    Ki prosno bur korise.its proud moment for the new couple.congrats.

  • @nayanbarman9077
    @nayanbarman9077 Před 3 měsíci +22

    Congratulations Nayan Da

  • @BhabnasVlog
    @BhabnasVlog Před 3 měsíci +8

    Ankur তুমি কেনেধৰণৰ প্ৰশ্ন কৰিছা ভাল লগা নাই ইমান ব্যক্তিগত কথাবোৰ খুচৰি খুচৰি কৰিছা! নয়নদাৰ ভৱিষ্যত জীৱনটো সুন্দৰ হওক তাৰেই কামনা কৰিলো🎉কবিতাটো আৰু ভিডিওটি সুন্দৰ হৈছে❤
    তোমাক তুমি ক’লো দিয়া আমি যে একেলগে পঢ়িছিলোঁ Dk ত😅

  • @nurmdhasan1290
    @nurmdhasan1290 Před 3 měsíci +2

    নয়ন নীলিম দা you are great। কিন্তু এয়া যে কোনো এটা চিনেমাৰ অংশ বিশ্লেষণ কৰিলে পিছতহে গম পালোঁ।

  • @nayandeka7606
    @nayandeka7606 Před 3 měsíci +15

    God bless him

  • @user-rk5ht2bk1z
    @user-rk5ht2bk1z Před 3 měsíci +6

    নয়ন দাই নতুনকৈ নৌৱ আনিলেনে? Congratulations to you❤🎉

  • @bishalbarundutta2943
    @bishalbarundutta2943 Před 3 měsíci +14

    ভাল লাগিল , কুশলে থাকক। সাংবাদিক জনে আৰু ভাল কৰিব পৰিলে হয়।

  • @bulbulisarmah1530
    @bulbulisarmah1530 Před 3 měsíci +12

    ❤❤❤আগতে নযনৰ প্ৰেম হৈছিল সচা কথা আৰু আগৰ কথাবোৰ নতুন জীৱন সংগীজনীৰ আগত কিয বাৰে বাৰে কৈ আছে সাগৰিকাৰ মূখলৈ এবাৰ চাব লাগে ❤ যদি আপোনাৰ আগৰ কথা বোৰ আপোনাৰ মানুহ জনীৰ আগত আনে কয আপোনাৰ কেনেকুৱা লাগিব আগলৈ আৰু যোৱা কথা সোৱৰায নিদিব ❤❤❤❤

  • @budhinsaikia6300
    @budhinsaikia6300 Před 3 měsíci +15

    বহু বছৰৰ অভিজ্ঞতা বুল জানিলোঁ ডাঙৰীয়া আপোনাৰ ৷ কিন্তু অপৰিপক্ব আপুনি ৷
    তেখেত সকলক
    কেনেকৈ কথা উপস্থাপন কৰিব লাগে সেইকণ -!!- থাকিব লাগে ৷
    তেখেত সকলৰ এই যাত্ৰাই সেন্দূৰীয়া পথ অতিক্ৰম কৰক , সময়বোৰ মধুময় হওক❤🙏

  • @mrinalinichakrabarti6206
    @mrinalinichakrabarti6206 Před měsícem +2

    নয়ন নীলিমক ভাল লাগে 👌💕,যিজনে question কৰি আছে তেওঁ কি question কৰিব নাজানে নেকি কি faltu anchor

  • @Ritachangmai-qg9ze
    @Ritachangmai-qg9ze Před 3 měsíci +8

    প্ৰথমে মই সঁচা বুলি ভাবিছিলো।কমেণ্টবোৰ চাই গম পাইছো যে পায়সকল দৰ্শকেই শেষলৈকে চোৱা নাই

  • @Ridipaxom
    @Ridipaxom Před 3 měsíci +13

    Congratulations bro..... Sob kam timet a hoii.. Hosa kotha

  • @yolojobs3777
    @yolojobs3777 Před 3 měsíci +24

    ভাল লাগিল নয়ন দা । শুভেইছা থাকিল ❤❤। বিয়াত মাতিব দেই ।

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 Před 3 měsíci +1

    এংকৰ জনে সৰ্বনাম পদ কাক কয় সচাঁকৈ বুজি নাপায় নে নাজানে .? প্ৰতিটো বাক্যত নয়ন নীলিম, নয়ন নীলিম বুলি আমনি লাগি যোৱাকৈ উচ্চাৰণ কৰি থাকে দেখোন !!
    সন্মান সহকাৰে এজন অভিনেতাক সম্বোধন কৰিব ও নাজানে ।

  • @monjulahon7712
    @monjulahon7712 Před 3 měsíci +31

    এঙকৰজনৰ কথা বোৰ ফাল্টু দৰে লাগিল ।

  • @MinalSonowal28
    @MinalSonowal28 Před 3 měsíci +2

    Nayan da All rounder 🎉

  • @sanatanraj984
    @sanatanraj984 Před 3 měsíci +13

    নতুন চিনেমা ভাল লাগিব আমি ৰৈ আছো😊

  • @user-yk6ke7nx8m
    @user-yk6ke7nx8m Před 3 měsíci +15

    নয়ন দা যাকে ভাল পায় ।তাতে আপোনাৰ কিদাল হল।

  • @user-bk9zs5fg9h
    @user-bk9zs5fg9h Před 3 měsíci +5

    Very nice good news hundor pavor jura ami khukhi hoisu xbr tu pai demful da god bless you ❤

  • @danswrangswargiary
    @danswrangswargiary Před 3 měsíci +3

    congratullation, all of you.

  • @hemantadas2357
    @hemantadas2357 Před 3 měsíci +1

    Dear Ankur bohu din hol tumak log nupuwa miss Kori asilu dei tumak, Dekha pai bohut Val lagil, Dhuniatu hola bohut tumi

  • @mandirabordoloi5708
    @mandirabordoloi5708 Před 3 měsíci +1

    নয়নীলিমৰ জীৱন ডেকালৰা হৈ উকাহব বুলিও ভাবিছিলো এতিয়া কিন্তু ৰাইজৰ ভাল লাগিছে তেওক ঠগিলে কাৰণে চেহেৰা বুঢ়া নিচিনা হৈছিলেগৈ ভাল পাইছো এতিয়া সুখী হৈথাকা সুখী জীৱনযাপন কৰা 😂😂😂😂

  • @kamalbora1648
    @kamalbora1648 Před 3 měsíci +4

    Congratulations 🎉🎉

  • @user-qo2bb4jv8s
    @user-qo2bb4jv8s Před 3 měsíci +3

    Very good decision

  • @RanjitDowarah-dc3vc
    @RanjitDowarah-dc3vc Před měsícem +1

    ভাল লাগিল নয়ন দা...❤❤❤

  • @ankitaborah3072
    @ankitaborah3072 Před 2 měsíci +1

    আগৰ কথাবোৰ কৈ কৈ বা সুধি সুধি আচলতে নয়ন দাক বাৰে বাৰে কষ্ট দিয়ে আৰু অপমানিত কৰিবলৈ চায়, বুজি নাপাওঁ মানুহজনক আগৰ কথা বোৰ সুধিবলৈ নেৰে কিয় আপোনালোকে

  • @ratulsaikia91
    @ratulsaikia91 Před 3 měsíci +7

    New ..Movie Ahibo...Nayan Nilimr Promotion karise

  • @debasishborah2905
    @debasishborah2905 Před 3 měsíci +3

    নতুন জীৱনৰ নতুন সময়ৰ আহ্বানৰ প্ৰতি নয়নে জনোৱা সঁহাৰিৰ বাবে অলেখ শুভকামনা যাচিলোঁ। এই সম্পৰ্ক স্থায়ী হওঁক আৰু সুন্দৰ হওঁক। সাগৰিকালৈ অনুৰোধ নয়নৰ সকলো দিশৰ নজৰ ৰাখে যেন। নয়নৰ যুগ্ম-জীৱন সম্পৰ্কে আমি বৰ উদ্বিগ্ন হৈ আছিলোঁ। আকৌ শুভেচ্ছা জনালোঁ ❤❤❤

  • @SankarTalukdar-eb1bl
    @SankarTalukdar-eb1bl Před 3 měsíci +4

    Congratulations

  • @mrarunboruah782
    @mrarunboruah782 Před 3 měsíci +10

    মানুহটোৱে এনেকুৱা ফকটিয়াবোৰ কৰি কৰি নিজৰ জনপ্ৰিয়তা নিজেই কমাই লব এতিয়া ৷ ভালপোৱা অভিনেতা এজনৰ কিবা উলালে মানুহে চাবই ৷ দুবাৰ মানুহক ঠগিছে তৃতীয়বাৰ ক্ষমা কৰি নিদিব আকৌ ৷

  • @pPnaturaltv2697
    @pPnaturaltv2697 Před 3 měsíci +21

    ঠিকে আছে নয়ন দা।। ভাল লাগিছে।।। কিন্তু বন্ধু চিনেমা খন চালোঁ।।। বহুত ফকটীয়া লাগিল।।

  • @chinuthengal2493
    @chinuthengal2493 Před 3 měsíci +8

    Demfull....❤❤❤

  • @debajitborgohain1655
    @debajitborgohain1655 Před 3 měsíci +3

    ই কি প্ৰশ্ন কৰি আছে বাৰু পিছৰ জীৱনটো কথা সুধিব লাগে পিছৰ জীৱনটো কি কৰিব কেনেদৰে পাৰ কৰিব 🤔

  • @deepaknath7695
    @deepaknath7695 Před 3 měsíci +13

    Superb sir moi bisora dare hoise.proud of you

  • @ankitaborah3072
    @ankitaborah3072 Před 2 měsíci +1

    তেওঁ নতুনকৈ কিবা এটা কবলৈ আহিছে বা নতুনকৈ আৰম্ভ কৰিছে জীৱনটো তাত আপোনালোকে অতীতৰ কথাবোৰ কিয় খুচৰে? ভাল নালাগে বাৰে বাৰে মানুহজনক এনেকৈ অশান্তি দিয়া

  • @user-ss3qx5pn5f
    @user-ss3qx5pn5f Před 17 dny

    Nayan before i never use see Assamese movie .. but salute u and actor Ravi sharma, jotin borah, jubin da and kk da ❤❤❤❤❤❤❤love u guys also Local Kungfu team

  • @geetabhandari9787
    @geetabhandari9787 Před 3 měsíci +6

    নয়ণদা আপোনালোকৰ দাম্পত্য জীবন সফল হক

    • @simantasarma6088
      @simantasarma6088 Před 3 měsíci +1

      Tumar akhirbad tule he roi asil nayan nilim 😂😂😂😂😂

  • @roadtripbabloo9458
    @roadtripbabloo9458 Před 3 měsíci +1

    Congratulations Nayan

  • @babulnorohofficial4739
    @babulnorohofficial4739 Před 3 měsíci +1

    ❤ congratulations 🎊 nayan da❤

  • @hirakkalita8283
    @hirakkalita8283 Před 3 měsíci +11

    Good News

  • @sumitradeb8538
    @sumitradeb8538 Před 3 měsíci

    নয়ন নিলীমক আমি ভালেই পাওঁ সুন্দৰ অভিনয় কৰে তেওঁ ভালেই❤❤ দুয়োকে মৰম ❤️ দিছু❤

  • @bikashrabha6750
    @bikashrabha6750 Před 3 měsíci +6

    Nayan da love you ♥️♥️🔥❤️ kotha bor bahut Val lage huni....

  • @manjilkmusafir2533
    @manjilkmusafir2533 Před 3 měsíci +2

    Dhuniya ase de Bowjoni 🤩

  • @user-fj9cf9tv6o
    @user-fj9cf9tv6o Před 3 měsíci

    Val lagil Abosekhot val khobor to pay , Tewor Jugmoh jibon sofol howk tarei kamona koriso

  • @babuldas4341
    @babuldas4341 Před 3 měsíci +2

    Congratulations 🎉

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox Před 3 měsíci +1

    ছোৱালীজনীলৈ আগতীয়াকৈ ----। বাকী শুভেচ্ছা জনালোঁ।

  • @koushikray1945
    @koushikray1945 Před 3 měsíci

    Bohut bohut val lagile Sai video to khub anondo holo Moi Nayan Da obosek ot jibon songi pale aaru xonkale marriage or dinoloi jabo lage ❤❤❤❤❤❤❤💚💚💚❣️👌👍😍♥️👍💓💕💖

  • @HireswarBoro-zf3ob
    @HireswarBoro-zf3ob Před 3 měsíci +1

    Example kintu pura.. preparation kore sage..😂 Nayan nilim daii..❤

  • @nirmitakharghoria5527
    @nirmitakharghoria5527 Před 3 měsíci +2

    Nayan nilim ki kole buji napalu....eman diplomatic answer 🤣🤣

  • @karpunpulivlogs1005
    @karpunpulivlogs1005 Před 3 měsíci +2

    জানমণিৰ লগত বিয়া খন পাতক নয়ন দা,জানমণিৰ লগত বহুত ভাল লাগে আপোনাক। বাকীবোৰৰ লগত মিছা মিছা প্ৰেম লাগে। জানমণিৰ লগতহে আপোনাক সঁচা সঁচা প্ৰেম লাগে ❤

    • @ffx4sagoryt955
      @ffx4sagoryt955 Před 3 měsíci +1

      Nayan da virgin hoi
      Nayan Dak virgin he lage henu 👁️👁️

  • @user-lq8wb3hu3o
    @user-lq8wb3hu3o Před 21 dnem

    My favourite Assamese actor 👌🥀❣️ I love you Nayan Da 💫💫💫💫💜💜💜💕

  • @dhanjitpathak5589
    @dhanjitpathak5589 Před 3 měsíci +27

    Congratulations ❤❤

  • @user-bw9zn3cd9y
    @user-bw9zn3cd9y Před 3 měsíci

    প্ৰমে নামানে বয়সৰ ভাল লাগিছে বহু দিনৰ মূৰত নয়ন দাৰ❤❤❤❤

  • @xapon1054
    @xapon1054 Před 3 měsíci +3

    Congratulation

  • @nituldutta4939
    @nituldutta4939 Před 3 měsíci +2

    Jui hoi

  • @Teer.111
    @Teer.111 Před 3 měsíci +11

    God bless you

  • @himantarvlogs8128
    @himantarvlogs8128 Před 3 měsíci

    Congratulations Nayan da

  • @Bikram-Gamin
    @Bikram-Gamin Před 3 měsíci +15

    Many many Congratulations ❤🎉🎉

  • @nareshwaribhuyan5306
    @nareshwaribhuyan5306 Před 3 měsíci +3

    Nayan daa manuh Tu boom critical....

  • @assamboy2162
    @assamboy2162 Před 3 měsíci +1

    Nayan nilim daaa Ketya biya hb ❤🎉

  • @debajithazarika5879
    @debajithazarika5879 Před 3 měsíci +5

    Nayan দাৰ ইমান বয়স হোৱা নাই, সাংবাদিক জনে যি ধৰণে কৈছে। কিন্তু এটা কথা মই surly কম যে নয়ন দাৰ প্ৰেমিকাক দেখি সাংবাদিক জন যেন জ্বলিছে।

    • @pankajrabha7500
      @pankajrabha7500 Před 3 měsíci

      Rite kotha সাংবাদিক জন মাইকী পাগল হেনো 😂

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 Před 3 měsíci +6

    সময় আৰু পৰিস্থিতিৰ দাস। তাৰ পৰা পৰিত্ৰাণ নাপায়। পথত আনৰ শাস্তি অসহণীয়।

  • @7gc970
    @7gc970 Před 3 měsíci +5

    শুভেচ্ছাৰ থাকিল আগোৱাই যোৱাৰ ।

  • @jireality.6377
    @jireality.6377 Před 3 měsíci

    Waiting for new Vedio
    @ভাল লাগে ।

  • @nijarabora1836
    @nijarabora1836 Před 3 měsíci +1

    Congratulations ❤️ 🎊

  • @nk14378
    @nk14378 Před 3 měsíci +1

    Oohh my God hey dy365 anchor Brother.....Good question but not for the Nayan nilim da ......can you invite the politician of Assam which have not responsible for people of Assam...

  • @kapilhukai3948
    @kapilhukai3948 Před 3 měsíci

    Congratulations 🎉🎉🎉🎉dada

  • @user-br8dm9wj1x
    @user-br8dm9wj1x Před 3 měsíci

    Wah..... Dada

  • @nr_sketch3836
    @nr_sketch3836 Před 3 měsíci +1

    Congratulation Nayan

  • @pankajgogoi5395
    @pankajgogoi5395 Před 3 měsíci

    Congratulations 👏👍❤ Nayan Daa

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq Před 3 měsíci +1

    Fantastic questions put forth.

  • @assameseorganisation
    @assameseorganisation Před 3 měsíci +5

    ❤❤❤

  • @mrinalphukan5425
    @mrinalphukan5425 Před 3 měsíci

    ভাল লাগে আৰু ভাল পোৱা মাজত পাৰ্থক্য আছে 😊

  • @dibyankisl8907
    @dibyankisl8907 Před 3 měsíci

    শুভেচ্ছা থাকিল নয়ন দা +++

  • @zbrpassamese7260
    @zbrpassamese7260 Před 3 měsíci +4

    Install kri questions kra jen lgise

  • @samarjitbarman7719
    @samarjitbarman7719 Před 3 měsíci

    Congratulations nayan da

  • @BhaskarBoruahOfficial
    @BhaskarBoruahOfficial Před 3 měsíci +2

    সোনকালে বিয়াখন হওঁক দেইই 😊

  • @hirakmalakar4095
    @hirakmalakar4095 Před 3 měsíci +2

    Nayan da... congratulations 🎉🎉

  • @shriarchana8844
    @shriarchana8844 Před měsícem

    নিদিবা ইমান মৰম ভয় লাগে।কি জানি কাৰোবাৰ চকুত পৰে। পাৰিলে ভাল পোৱা মনতে ৰাখি বা নহ'লে মৰমবো যাব আতৰি।

  • @bdas04637
    @bdas04637 Před 3 měsíci

    Val powar majot manu hor kio suku olai ba manur jibon huki hobo diya nayan nelim dak 🤞🏿👐

  • @fardinahmed7602
    @fardinahmed7602 Před 3 měsíci +3

    Anchor jon bhut besi jonopiyo hbo nuwaribo karon kotha kuwar kunu val ata voice nai

  • @dreamymedhi
    @dreamymedhi Před 29 dny

    The host really should really be sensitive while asking questions

  • @ruhitbasumatary4348
    @ruhitbasumatary4348 Před 3 měsíci

    Very good

  • @ashinikumargogoi
    @ashinikumargogoi Před 3 měsíci +7

    নতুন প্ৰমোচন

  • @mamonidevi617
    @mamonidevi617 Před 3 měsíci

    Congratulations gutei jibon xukhot thaka

  • @user-uv8ux5sd3b
    @user-uv8ux5sd3b Před 3 měsíci

    Congratulation 🎉🎉

  • @utpaltaidofficial2511
    @utpaltaidofficial2511 Před 3 měsíci

    Nayan da...duniya pale deiiiiiii........