শিৱসাগৰত ১০০০তকৈ অধিক আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশনৰ নাম ভাগি কণ্ঠশিল্পী:সংগীতা বৰা আৰু সংগীবৃন্দ

Sdílet
Vložit
  • čas přidán 28. 06. 2024
  • শ্রীকৃষ্ণায় নমো: নম :
    বৃহত্তৰ শিৱসাগৰ জিলা আই মাতৃ সমাজৰ সহযোগত মণিকাঞ্চন সাংস্কৃতিক দ'লৰ উদ্যোগত মণিকাঞ্চন সাংস্কৃতিক দ'লৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১০০০ (এক হাজাৰ) তকৈ অধিক আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশন ও আঞ্চলিক ভিত্তিত কণ কণ শিশু সকলৰ দ্বাৰা ভাওনা প্রদর্শন।
    স্হান - মহামিলনৰ ক্ষেত্ৰ ৰূদ্রসাগৰ ৰাধিকা নগৰ বৰ নামঘৰ তাৰিখ - ২৫ জুলাই ২০২৪৯ শাওন বৃহস্পতিবাৰ #অসমীয়াভাওনাসংস্কৃতি #narodnamuzika #vauna #সংস্কৃতি

Komentáře • 2