AP Box Office
AP Box Office
  • 7
  • 13 062
শিৱসাগৰত ১০০০তকৈ অধিক আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশনৰ নাম ভাগি কণ্ঠশিল্পী:সংগীতা বৰা আৰু সংগীবৃন্দ
শ্রীকৃষ্ণায় নমো: নম :
বৃহত্তৰ শিৱসাগৰ জিলা আই মাতৃ সমাজৰ সহযোগত মণিকাঞ্চন সাংস্কৃতিক দ'লৰ উদ্যোগত মণিকাঞ্চন সাংস্কৃতিক দ'লৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১০০০ (এক হাজাৰ) তকৈ অধিক আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশন ও আঞ্চলিক ভিত্তিত কণ কণ শিশু সকলৰ দ্বাৰা ভাওনা প্রদর্শন।
স্হান - মহামিলনৰ ক্ষেত্ৰ ৰূদ্রসাগৰ ৰাধিকা নগৰ বৰ নামঘৰ তাৰিখ - ২৫ জুলাই ২০২৪৯ শাওন বৃহস্পতিবাৰ #অসমীয়াভাওনাসংস্কৃতি #narodnamuzika #vauna #সংস্কৃতি
zhlédnutí: 1 504

Video

অসম ভাওনা সমাৰোহ ২০২৪ মাজুলীত ১৫০০০ আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশন খণ্ড নং-২@axomiyasanskritivauna
zhlédnutí 1,6KPřed 5 měsíci
অসম ভাওনা সমাৰোহ(২০২৪) মণিকাঞ্চন ৰঙ্গক্ষেত্ৰ,শ্ৰী শ্ৰী আউনীআটী সত্ৰ, মাজুলীত ১৫,০০০ আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশন খণ্ড নং-২#axomiya #vauna #shorts #অসমীয়াভাওনাসংস্কৃতি #দিহানাম #assameseculture
অসম ভাওনা সমাৰোহ ২০২৪ মাজুলীত ১৫০০০ আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশন@axomiyasanskritivauna
zhlédnutí 6KPřed 5 měsíci
অসম ভাওনা সমাৰোহ(২০২৪) মণিকাঞ্চন ৰঙ্গক্ষেত্ৰ,শ্ৰী শ্ৰী আউনীআটী সত্ৰ, মাজুলীত ১৫,০০০ আয়তিৰ দ্বাৰা দিহানাম পৰিৱেশন#vauna #axomiya #shorts #অসমীয়াভাওনাসংস্কৃতি
অসমৰ এজন অন্যতম নাৰদ কি যে সুন্দৰ কণ্ঠ || নাৰদ(Narod):-অৰ্জুন ভৰালী || সকলোৱে চাবচোন এবাৰ
zhlédnutí 522Před rokem
অসমৰ এজন অন্যতম নাৰদ কি যে সুন্দৰ কণ্ঠ || নাৰদ(Narod):-অৰ্জুন ভৰালী || সকলোৱে চাবচোন এবাৰ #ভাওনাসংস্কৃতি #vauna #vawna #নাৰদ instagram 📱 instagram.com/ sa bharali?igshid=NGExMmI2YTkyZg facebook 📱 arjun.bharali.9 whatsapp,📱 8099345399 ৮০৯৯৩৪৫৩৯৯ CZcams📱
Emotional Status Video
zhlédnutí 1,1KPřed 2 lety
#True Love

Komentáře