Madare Phoolo Heno Audio Song | Assamese Song | Bhupen Hazarika
Vložit
- čas přidán 8. 01. 2020
- Listen to this Assamese song Madare Phoolo Heno sung by Bhupen Hazarika.
Label :: Saregama
For more videos log on & subscribe to our channel :
/ saregamaregional
For more updates Follow us on Facebook:
/ saregama
Follow us on Twitter:
/ saregamaglobal - Hudba
It's finally time for the mystery of Dr. Bezbaruah 2 to be unveiled. Presenting to you the title track of Dr. Bezbaruah 2!
czcams.com/video/HXEdzn36TXs/video.html
Good morning
5:03
অ
অশশশশ
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊@@user-of1yk4kv9g
@@user-of1yk4kv9gষষষ
তথাকথিত সভ্য সমাজৰ দ্বাৰা উপেক্ষিত লোকসকলৰ ক্ষোভৰ উদ্গীৰনৰ স্বৰূপ এই গীতটো।ভুপেনদা অসমৰ লোকজীৱনৰ লগত এনেভাৱে জড়িত আছিল যে, তেঁও সমাজৰ সকলো শ্ৰেনীৰে লোকৰ ব্যক্তিগত জীৱন আৰু সামাজিক জীৱনৰ লগত পৰিচিত আছিল।তাৰেই ফলশ্ৰুতিত এই মহান গীতটোৰ সৃষ্টি।।
প্ৰকৃত শিল্পীৰ পৰিচয় এয়াই।🙏
অতি সুন্দৰ মন্তব্য কৰিছে ভাই।
This song reflects the legend himself ..
ekdam khasa katha koise
দেৱকান্ত বৰুৱাক গানেৰে দিয়া গুলী , মানে একালৰ সাংসদক , লতাশিলত ৷
ধিক অসমীয়া জাতি , লাইক,কমেণ্ট চোৱা এটা , উচ্চ- নিম্ন সম্প্ৰদায়ৰ বিৰুদ্ধে তেওঁৰ এই যুজঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ত ।
প্ৰণ চুই যোৱা গান । তেওঁৰ প্ৰতিতো গান শুনি শুনি সময় বৰ শ্ৰদ্ধাৰে দেশ সেৱাত অৰ্পণ কৰিছো । হে ভূপেন তুমি চিৰ যুগমীয়া । আৰ, কে, বসুমতাৰী । মণিপুৰ ।
ভূপেনদাই তেওঁৰ ব্যক্তিগত জীৱনত পোৱা বহুল তিতা অভিজ্ঞতাৰ ভিত্তিত নিশ্চয় এই সংস্কাৰমূলক সৃষ্টি হৈছিল।
Bhupen Da was a 2nd dak
Hoi,akhon staze t teu jaute ajone teur caste r vittit teuk modar fulor dore buli koisil...tarei bhittit ai kaljori gitti sristi hoise
Oi bahi
@@umeshdeka3256 no
অদ্বিতীয়
সুধাকণ্ঠ একাডেমিক এক্সেলেন্সিৰ ফালৰ পৰা আপোনালৈ বহুতো শ্ৰদ্ধাৰ পুষ্পাঞ্জলী নিবেদিছো।।
😥😥🌺❤️❤️❤️❤️🌹🌹🌹🌹🌺🌺🌺🌺🌸🌸🌸🌸🌺🌺🌺🌹🌹🌹❤️❤️❤️❤️❤️❤️
কিমান বাৰ শুনিলো হিচাপ নাই।
গীতৰ মাজত ভূপেন দাক বিচাৰি যাওঁ! আমাৰ ভূপেন দা ক'ত!
চকু পানী সৰি গ'ল ভূপেন দা।
সচাকৈ 😢
😍😍😍😍 শব্দবোৰ এটা এটা মুকুতা
তুমি চিৰ যুগমীয়া হৈ থাকিবা। চন্দ্ৰ, সূৰ্য যেতিয়া লৈকে থাকিব তেতিয়া লৈকে তুমিও চিৰ
অমৰ ।
কি সুমধুৰ সুৰ🎶🌼
সকলোতকৈ ভাল লগা ব্যক্তিজন ! ❤
Today I am understanding the meaning of this song... lots of emotions included this song...really missing Bhupen hazarika...
মনৰ ক্ষোভৰ অভিব্যক্তি। শব্দেৰ, সুৰেৰে,গীতেৰে সুন্দৰকৈ ক্ষোভৰ অভিব্যক্তিক প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল।যিয়ে একোটা কালজয়ী গীত হৈ পৰিছে।
আমাৰ দৰে লোক হেনো কামে -কাজে নালাগে - এই শাৰীটো খুব প্ৰিয় । কি গান আছিল প্ৰত্যেকটো শাৰীয়েই বুকুত বিন্ধি যায়।
গীতেৰে আজীৱন শ্ৰোতা জনতাক মন্ত্ৰমুগ্ধ কৰি ৰখা অমৰ শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱলৈ তেওঁৰ জন্মবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ।(০৮/০৯/২০২২)
Gaan tuu Buji paesey ne
Xunile xuni thakibo mn juwa gan🙏🙏🙏🙏😊😊😊
Old is diamond 💎💎💎
Old is gold not diamond
You know and what you know I know
We all know what all know but didn't know what he know that's why kalpa know what I know and thus he doesn't know what he know
অসমৰ তথা ভাৰতৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যাক্তি জনক শ্ৰদ্ধা যাচিলো।
Thanks Saikia dangoriya for this wonderful video.
ভূপেনদা..মইও যাযাবৰ জীৱন যাপন কৰি আছো..আপোনাৰ গীতবোৰ মোৰ বাৱেই লিখা যেন লাগে
Val kam Kori jawok adind nichyo val hoboi
আমাৰ ভূপেণ মামা। তোমাৰ অনুপস্থিতি অসমীয়াই বৰকৈ অনুভৱ কৰিছে অ' মামা🙏
ভূপেন*🙂🙂
Right 😔
আমি এতিয়া বনোৱা মামাটো ফকটিয়া।
আপোনাৰ গানৰ কথা সচাকৈয়ে অতুলনীয়া ❤আপোনি যুগ যুগ আমাৰ মাজত থাকি যাব। এনেকুৱা ব্যক্তি আৰু দ্বিতীয় জন নোলাব। ❤
এইয়া ভূপেন দাৰ 3rd Veraion
modarore phul henu puja tu nelage😊😊😊
Old is gold always favert old song😍😍❣️
Old is gold
হৃদয় চুই গৈছে
এই গীত টো কোন চনত recording হৈছিল জনাব pl
Madarare Phoolo.Heno
Mor Priya Gan
Najano Gan Suni Suni
Moi Abasatanar Andhakarat Somai Paro
Akou Pohare Mor Dusakut Suma Khai
Hriday Preronare Bhori Pare
Guinness book of the world record book world no 1 best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song, my favorite song, I love you this song, my favorite song, evergreen, world no 1 best
He is real artist who is extra-ordinary among other artist.
Love you bhupen hazarika ❤🙏
চিৰনমস্য, পুজনীয় আমাৰ ভূপেনদাই তাহানি দিনতে এই অমৰ সৃষ্টি গীত বোৰ আমাক দি থয়, গল। আমি কিন্তু তেওঁৰ সৃষ্টিক অৱমাননা হে কৰিছোঁ, আধুনিক যুগৰ ভদ্ৰ মুখা পিন্ধা সমাজত তেওঁৰ গীত বোৰে চৰ্চা লাভ নকৰে। হেই বাবে আজিৰ প্ৰজন্মই তেওঁৰ জ্ঞান বহুল, বাস্তৱ জীৱনৰ লগত সম্পৰ্কযুক্ত গীত বোৰৰ অৰ্থ বুজি কে নাপাই,, এইয়া আমাৰ দুৰ্ভাগ্য।
প্ৰেৰণাৰ উৎস
Evergreen world no 1 best song
Bhupen Hazarika was really talented artist of singer who has greater purpose of buildup future society through his existing innovative quality of music culture which is the truth and choice of his life
Good songs never die.
Evergreen songs
Apunak log pobole mon asik kintu apunisun bohu duroloi golgoi
Deep meaning 💟
old is not gold.old is diamond
This song is my..all time favourite..... Luve u mama....
💛such a legend 💓Love you Bhupen mamaa💛You are always be in our hearts 💛🌸💞
I love Bhupen Hazarika.
Old is gold 😍❤️🥀
Voice of God
Really heart touching song
🙏🏻🙏🏻🙏🏻
Meaningful song...👍👍
Best song, my favorite song, I love you this song
Great song
Om vagawate basudev Namo Nam.
Very meaningful song...
Old is gold 🥇
Daai
💐💐
Eti kaljoyi geet🙏
Super hitt song
Bhupen Da tomi jui
I love this song.
eta eta Sobdo jui hoi
Nice song
My all time favourite
Poori taiyaari hai… Ab Apni Baari Hai!!!
#Badshah #ipl2022
czcams.com/video/6hNmp_GIlI4/video.html
Legend is here..... 🔥
I am fill proud bcoz I am a bhupen daa din or many r
one of most famous song
Eman dhunia gan🥺☹️
😔😔😔 beya lagi se
Kamrupor pora xuni asu. Mur priyo bhupen daar geet
Nice ❤
My mother best song and my.
Always Favorite ❤
My favorite life long favorite song
💛
Bohut dukh lage
Nice
Gar noom xiori uthile geettu huni ❤❤❤
💟
Hepah nopolowa gan❤️❤️
All time best in North East❤......
Love you bhupen da
Ki j meanning vakha nai, mon jur pori jai
বহু অৰ্থপূৰ্ণ গীত।
❤️❤️❤️❤️❤️❤️
💕
czcams.com/video/adMIQTu5qYc/video.html
This Baarish, let love reign!
#IssBaarishMein #JasminBhasin #ShaheerSheikh
Thanks
हेमा दीदी आपके जैसा हर किसी को बहु और बेटी और बहन दे भगवान
आप बहुत अच्छे इंसान हो
বহুত ভাল লাগিল। মই বহুত দিন সময় পালে শুনো। ❤️👍
Miss you legend 😑
Old is platinum
❤❤❤❤
Hodai hunu moi bupen hazorika r song
এই গানৰ সমতুল্য আন কিবা গান আছে যদি জনাবচোন।
My father best song
great legend ..
This song iss ufff no words
❤🎼❤
Oid is gold
Hondor git😍🥰😘
Mama poronam
💗💗💗