Jui a Pora Tiraxir | Dr. Bhupen Hazarika | Morome Morom Bichare | Exclusive Lyrical Video
Vložit
- čas přidán 6. 09. 2024
- Album : Morome Morom Bichare
Song : Jui a Pora Tiraxir
Vocal : Dr. Bhupen Hazarika
Music/Lyrics : Dr. Bhupen Hazarika
Music Label : Regional Music Centre
..........................................................................
Like our
Facebook Page: / rmcassam
Follow Us On:
Instagram: / regionalmusiccentre
মোৰ ককা আৰু দেউতা আৰু মাৰ মুখত শুনিছিলো ৮৩ চনৰ কথা মোৰ ককা ৮৩ আন্দোলন কৰিছিল আৰু সক্ৰিয় কৰ্মী আছিল লগতেই ভাষা আন্দোলনৰ মুক্তিযুঁজাৰু আছিল জেলো খাটিছিল কিন্তু আজি দুমাহ আগতেই মোৰ ককা চিৰদিনৰ বাবে নেদেখা জনৰ ওচৰলৈ গুচি গল 😢😢😢😭😭😭
😊
😊@@assame026vloger
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
সময় সছাকৈয়ে বৰ নিষ্ঠুৰ দেই । ক'ত মে হেৰাই গল এনে এক অপূৰ্ব কণ্ঠ । ভূপেন দা, আপুনি চিৰদিন অমৰ হৈ থাকক ।
কতনো পাম এনে অসমীয়াৰ একপ্ৰকাৰ ভগৱান সদৃশ পুৰুষ জন । য'ত আছে অসমৰ হকে চাই থাকক ।আৰু শান্তিত থাকক ।
Bahut dukha lagil
@@gunamaidevi4570 ok👌
@@putulkalita3115 😊
গানটো শুনিলে চকুপানী উচুপি আহে। কত ডেকা ল'ৰা শ্বহীদ হ'ল দেশক ভাল পাই, জাতিক ভাল পাই, নিজৰ অধিকাৰ বিচাৰি। ক'ত হেৰাই গ'ল সেই সময়, সেই মানুহবোৰ? আমি জানোঁ মনত ৰাখিছোঁ নে তেওঁলোকৰ আত্মত্যাগ?
আশীৰ দশকৰ অসম আন্দোলন সমগ্ৰ অসমীয়া জাতিৰ বুকুত যি অভূতপূৰ্ব আবেগ সৃষ্টি কৰিছিল, যিদৰে মানুহক ৰাজপথলৈ ওলাই আনিছিল, শাসকৰ ৰঙা চকুৰ ভয় উপেক্ষা কৰি বন্দুকৰ আগত বুকু পাতি দিছিলে, সেয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱোজ্জ্বল অধ্যায়। এফালৰ পৰা চাব গলে কলঙ্কৰ ও। কাৰণ এই সমগ্ৰ জাতিৰ আবেগ, আত্মত্যাগক হাইজেক কৰি লৈ গৈছিল এচাম স্বার্থন্বেষী নেতাই। ডাঙৰ ৰাজনৈতিক শক্তিবোৰৰ হাতত নিজক বিক্ৰী কৰিছিল, নিজৰ জাতিৰ লগত বেইমানী কৰিছিল, আন্দোলনক বিপথে পৰিচালিত কৰিছিল, 'অসম চুক্তি' নামৰ প্ৰবঞ্ছনাৰ ফান্দত পৰিছিল যি অসমৰ মূল বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা নললে। তাৰ পিছত এই আন্দোলনৰ এচাম নেতা সমগ্ৰ অসমীয়া জাতিৰ আবেগ উদ্দীপনাৰ প্ৰতীক ৰূপে ৰাজনৈতিক ক্ষমতা দখল কৰি সমগ্ৰ জাতিক ঠগিলে, অৰ্থ লুণ্ঠনৰ বাহিৰে জাতিৰ কাৰণে একো contribute কৰি নগ'ল। শ্বহীদ বিলাকৰ আত্মত্যাগ বিফলে গ'ল। এয়া অত্যন্ত মৰ্মান্তিক।
সচাঁ কথা
Ai comant to mour bhout bhal lagesa ateya BJP AGP Assam Khon bongali gotai dela
@@rajibtalukdar7218এইবাৰ চৰকাৰে কা বলবৎ কৰিব নহয় আমিও বন্দুকৰ আগত বুকু পাতি দিব পাৰো তথাপিও কা নামানো প্ৰতিবাদ হবই ৰাজপথেৰে কোনো এজন মন্ত্ৰী বিধায়ক যাব নোৱাৰা হব প্ৰতিবাদৰ কোবত
আপোনাৰ কমেণট বহুত ভাল লাগিল ।
@@tunudad1495 o bhai bjp congress eke bhai kla kola bihari bongal aru bodo tribel ketak maribo khomoy ahi porile
সেই গোটেই ঘটনাবোৰ চকুৰ আগত পুনৰ জীৱিত হৈ উঠিল।
ছাত্ৰ অৱস্থাত একো গম পোৱা নাছিলো দেশৰ বাবে জয় আই অসম
গানটো শুনিলেই আজিও গাৰ নোম শিয়ঁৰি উঠে!!
তেতিয়া আমি স্কুলত পঢ়ি আছিলো!
Pranam janalo Bhupen Da,....Apuni geet t next generation k bujai dile, but Lidar bore Rajbhog khale aru pujipati hol..,aibor ami dekhiso..namaskar
প্ৰথম কমেন্ট বহুত ভাল লাগিল
অসমৰ এক ক'লা অধ্যায় ইমান ধুনিয়া কে গাই গ'ল।
It's ultimate,,no words, missed you BHUPEN MAMA.
শুনি থাকিলে শুনি থাকিবলৈ মন যায়
হে মহান মানব জাতিৰ এই সন্ধিক্ষনত এতিয়া আমাৰ পথ প্ৰদৰ্শক হিচাবে পোৱা হ'লে নিশ্চয় আমি আপোনাৰ আৰ্শীবাদ শিৰত লৈ নিশ্চলা দুক্ষীৎ জনৰ প্ৰক্ৰিয়া প্ৰগ্ৰতিৰ হকে প্ৰাৰ্থনা জনাৱ পাৰিবলৈ আমি এতিয়াও প্ৰতিজ্ঞা বদ্ধ।। প্ৰণাম প্ৰভু প্ৰনাম কৃষ্ণ কৃষ্ণ কৃষ্ণ।। শুভ বিয়লি।।
অহ্ ।। কমেন্ট লিখিব ভাষা নাই মোৰ। মিছ ইউ ভূপেন ছাৰ
Kobolagiya ekoye nai...Ai geet2r paraye tekhetok hoi2 prothom bar bujisilu... Dhuniya geet..sokolowe sunibo buli asha rakhilu
অপাৰেচন বজৰংগে কিমান অসমীয়া তেজাল ডেকাৰ তেজ কাঢ়ি লৈ গ'ল।
Axomiya nohoi Niriha Axomiya , jak misate Mari pelaisile Indiae
অতীত অতি মধুৰ সোণালী দিন বোৰ আজিও মনত পৰে ৷
সদায় শুনি থাকিলেও হেঁপাহ নপলায়।
I'll call you don't worry I write my diary
চকু পানি ওলাই যায়।
Axom totha biswar meroodanda hazarika dev....atulonio......
Old is always gold 👍
Old.song.is.very.good.i.like
@@biplabray84375:38
qr0:28 0:25 Arr 0rrrr rqr 0:3 0:45 rqarrrrrrqrqrrqqqrqrrrrrrrrrrrrqqqqqrrrrrrrrrrrrrrrr4rrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrqqqrqrrrrrrrrrrr4rrrrrrrrrrrrrqrqrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr❤❤rrrrrrr4r4rrq 1:43 1:49 ❤ 1:54 ❤🎉❤😂🎉❤❤qq🎉❤
@@Bhugeshr-nx8mt😂😂😂
😮😮😮😮😮😮😮😮😮😮😮😮😅😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮 6:38 @@BhugeswarBoruah-nl3jc
Joi ai axom
বৰ দুখ লাগে ।
সছাকৈ ইমান ভাল লাগে এইবোৰ গান i m very nostalgic this songs
🙏🙏🙏vupen da❤
Perfect 😢
Pranam 🙏🙏🙏
এটি গীত নহয় এখন বুৰঞ্জী
Old is gold
বহুত ভাল লাগিল
Miss you legend always 😔😔
Old is gold❤
মোৰ চকুৰ আগতে হোৱা ঘটনা।
এই গীত টো শুনাৰ পিছত অসমৰ বাকি সকলো গায়কে গান কী বলে লাজ পাব লাগে
বহুত ভাল লাগিল।
দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু সৰু সিংহ ম, টুটু আছে বুলি জিয়া
সঁচাকৈ হিয়া মন জ্বলি উঠা,,? ভুপেন হাজৰিকা ৰচিত সেই কথা শুনি
বহুতো সুন্দৰ লাগিল।
Very nice song
❤❤❤❤❤❤
old,is,good,no,1
Beautiful singing 😻
❤❤❤
Best song, my favorite song, Marvelous, superb, evergreen, world no 1 best song
U r great sir
bahut dhuniya lage apunar gaan xuni
গান টো শুনিলেই চকুপানী ওলাই আহে গম নোপোৱাকৈ
It actually touched my soul .
Most emotional song forever
Favorite song 💗
Speechless😑
🙏🙏🙏🙏Apuni amor o bhupen da
Jibonto hoi utha gaan
Satay, bhabana, asil, ❤❤❤❤❤
বৰ দুখ লাগে
সুন্দৰ।
🙏🙏🙏
জয় আই অসম
Old 🎉is gold
😢❤
Mojja lagisa
Thnks for the song
🥰🥰♥️♥️♥️💗💗💗💓💞💕
Feel lyrics 😢😢
Thanks
🙏🙏🙏🙏🙏🙏
Bor val git moja
আহিছে বুলি কোৱা হয় অসমত বৰ্তমান খেতিয়ক সিংহ
Unbelievable
Nic song
🙏🙏🙏🙏🌷
Old is gold .New song is not goid .
Most harth full song
Kot je herai gol..apuni.. 🇮🇳
Monsuijowa gan
Deuta loi bht mnt pora 😢😭
Nostalgia, Mur soishob
👌
ভাষাহীন... বৰ্ণনা..।
He maa assam
❤❤❤❤❤❤❤
😢😢😢
Guinness book of the world record book world no 1 best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song, my favorite song, I love you this song video, awesome, superb, evergreen, world no 1 best song video
HIYA BHANGI JAI
कौन कौन मानता हे की माता पिता के सरनो में स्वर्ग है
🙏🙏😌🥺
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Missing
💔💔💔
Good
😭😭😭😭🙏🏾🙏🏾🙏🏾🙏🏾
🇮🇳
নিজৰ মাক
णिल"भाई""
2024 t hua pothot......
সঁচকৈয়ে হৈছিল আৰু কি কম চকুৰ পানী ওলায় যাই
Bhutan dar gan bur hunelea sour panic
Olai ahe
Bupendar .khoma korib bananvul hoi sel
(Bhutan)
Hoi aito xaca katha de mor deuta hte kowa katha mnt pre
😢😢😢😢😢
I miss you 🗽🗽🥲🥲🥲😭
Amr maa hot bahut xaru asil ai fighting r bixoiye koisil 😭
Mati khini lage
Ye ko Zee