কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song LIVE || Evergreen Hits

Sdílet
Vložit
  • čas přidán 5. 06. 2023
  • Top Evergreen Hit song of Assam
    Songs::
    ♪ Tomar Marame Mor
    ♪ Manuhe Manuhar
    ♪ Shile Shile Theka Khale
    ♪ Sham Kanu Duraihai Najaba
    ♪ Ma O Ma
    ♪ Mor Mon
    ♪ Agali Batahe Kanpale
    ♪ More Minoti
    ♪ Aah Aah Olai Aah
    ♪ Katiaba Bajarate
    #timesguwahati #music #oldassamesesong
    About us
    We are a web portal from North-East
    Times Guwahati
    Follow us on FB
    / timesguwahatinewsassam
    Follow Us at Google news.google.com/publications/...
    Follow Us at Twitter : / times_guwahati
    follow Pulak Nath at inst
    / pulaknath123
    Visit our website
    timesguwahati.com
    Thanks for visit us
    assamese song,assamese old hit song,zubeen garg assamese song,old assamese song,assamese new song,nk production assamese song,assamese evergreen song,assamese old song,assamese love song,assamese songs,assamese song zubeen,latest assamese song,assamese bihu song,assamese modern song,old assamese song new version,old assamese song dipen baruah,old assamese song dr bezbaruah,rdc assamese,assamese bihu,old assamese song bipin chawdangBest old Assamese song LIVE

Komentáře • 560

  • @padamikalita9299
    @padamikalita9299 Před 5 dny +2

    পুৰণি সুমধুৰ গীতে মনত আনন্দ দিয়ে❤

  • @Anitasingha-rp6lg
    @Anitasingha-rp6lg Před 29 dny +2

    ৰেডিঅৰ এই অনুষ্ঠান টি মোৰ বৰ প্ৰিয় আছিল। তাহানিৰ শৈশৱৰ দিনবোৰ মধুৰ কৰি ৰাখিছিল এই অনুষ্ঠান বোৰে।বৰ ভাল লাগিল।

  • @bashantadas1542
    @bashantadas1542 Před 23 dny

    কল্পতৰু অনুষ্ঠানলৈ মৰ স্বাগতম পুৰণি গাঁৱত শুনি ভাল লাগিল মৰ অনুৰোধ এই গানটো মৰ আজান বগা মানুহ দিয়া যাৰ ৰক্ত বগা dhanna baad

  • @BristiTamuli-dp1oc
    @BristiTamuli-dp1oc Před 2 měsíci +9

    একমাত্ৰ অসমীয়া সংগীতে মোৰ আমনি নলগাই যিমানে নুশুনো কিয় ।❤

  • @NazrulIslam-bo5qx
    @NazrulIslam-bo5qx Před rokem +8

    পুৰণিগীতে পুৰণি স্মৃতিক মনত পেলাই। আপোনাক অশেষ ধন্যবাদ জনালো।

  • @pradipbordoloi2943
    @pradipbordoloi2943 Před měsícem +1

    Great.... it gives refreshness and peace in mind. The wording and tuning was most powerful..... really, feel colourful

  • @GangaRamNeog
    @GangaRamNeog Před měsícem +2

    অতি সুন্দৰ লাগিছে l ধন্যবাদ জনাইছোঁ l পুৰণা গান বোৰ শুনিলে শুনি থাকিবৰ মন যায় l আজি কালি গানবোৰ শ্চুনিব লাজ হে লাগে l ধন্য বাদ দিলোঁ l

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 Před rokem +18

    কল্পতৰু এটি অপূৰ্ব, অনন্য আৰু অতুলনীয় গীতৰ অনুষ্ঠান।৪৫ বছৰৰ আগৰ যি জনপ্ৰিয়তা আৰু আজিও সেইয়া যেন অম্লান অটুট।মন উভতি যায় তাহানিৰ সেই সপোন হৈ পৰা দিন বিলাকলৈ। সকলোয়ে অধীৰ আগ্ৰহেৰে বাট চায় অনুষ্ঠানটি আৰম্ভ হ'বলৈ।সুৱদি শুৱলা গীতৰ মধুৰ গুঞ্জনত সকলো কাহ পৰি জিন যোৱা অৱস্থা হয়।

    • @AkaniMedhi-td9nt
      @AkaniMedhi-td9nt Před rokem

      কল্পতৰু অনুষ্ঠাতো মোৰ বৰ প্ৰিয় ❤❤❤

  • @KushalKrRabha
    @KushalKrRabha Před 2 měsíci +2

    ড° ভূপেন হাজৰিকা দেৱৰ বহু কালজয়ী জনপ্ৰিয় গীতসমূহৰ অন্যতম এই “মানুহে মানুহৰ বাবে” গীতটো আজিও সমানে জনপ্ৰিয় আৰু প্ৰাসঙ্গিক ৷

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Před měsícem

      শুনিলে শুনি থাকিবৰ মন ।1971 72 চনত নৱম দশমত পঢ়িছিলোঁ ।কলিজাত খুন্দা মাৰি গল ।

  • @satyasandhyasaikia8010
    @satyasandhyasaikia8010 Před rokem +5

    কল্পতৰু অনুষ্ঠান তো বৰ ভাল লাগিল। শৈশৱ কালত কল্পতৰু সদাই শুনিছিলো।আকৌ যেন শৈশৱ ঘূৰাই পালো।শুভেচ্ছা থাকিল

  • @user-ho6dy6we4u
    @user-ho6dy6we4u Před 8 dny

    বহুত ভাল লাগিছে। মাজে সময়ে এনেকৈয়ে দি থাকিব লৈ অনুৰোধ জনালো

  • @tulshinath9568
    @tulshinath9568 Před 5 měsíci +5

    বা কি ধুনিয়া যেন সেই পুৰণি দিনলৈ ঘুৰি আহিলো আজি ধন্যবাদ দাদা

  • @surajitbaruah3460
    @surajitbaruah3460 Před 10 měsíci +10

    আগতে কল্পতৰু শুনিয়ে ই ডাঙৰ হলো। পুৰনি সময় বোৰ সুন্দৰ আছিল। ৰেডিঅ ৰ সেই সোনালী যুগ, নষ্টালজিক হৈ পৰিলো। ❤

  • @prasantadas7361
    @prasantadas7361 Před rokem +9

    পুৰণি কালৰ গীতবোৰ শুনিলে দেহা শীতল পৰা যায় সেই দিনবোৰে শীতল আছিল। মধোময় অনুষ্ঠাত বহুত ভাল লাগিছে।

  • @babulgogoi1025
    @babulgogoi1025 Před 27 dny

    পুৰণি গীতবোৰ সদায় মধুৰ❤

  • @bimanborah325
    @bimanborah325 Před 8 měsíci +1

    মনটো বহুত দিনৰ আগতে এৰি অহা ‌দিনবিলাকলৈ উৰা মাৰিলে। কিমান ভাল লাগিছে লিখিবলৈ ভাষা বিচাৰি পোৱা নাই। ‌‌বিমান চন্দ্ৰ বৰা," যোৰহাট বাহনা ভূঞাচুক।

  • @nabanitaojah3260
    @nabanitaojah3260 Před 4 měsíci +2

    সুন্দৰ অনুষ্ঠান , পুৰণি দিনবোৰলৈ উভতি গলো । অশেষ ধন্যবাদ জনালো ।

  • @junmoniborah7443
    @junmoniborah7443 Před rokem +8

    এই পুৰণি গীতৰ সমাহাৰৰ সুমধু সোৱাদ যাতে আমালৈ উপহাৰ দি থাকে তাৰ বাবে আশাৰে বাট চাই ৰলো ।

  • @ranjandas1158
    @ranjandas1158 Před rokem +6

    পুৰণি এই গীতবোৰৰ কথা-সুৰ-সংগীতৰ -কণ্ঠৰ যি সমাহাৰ সেয়া ক'ত পাম ।আৰু এই সময়ত আপোনাসবে শুনোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ ।

  • @gunabatidas4267
    @gunabatidas4267 Před 2 měsíci +2

    সুন্দৰ অনুষ্ঠান, পুৰণি গীতবোৰ শুনি বহুত ভাল লাগে ।

  • @bulbulisarmah1530
    @bulbulisarmah1530 Před 4 měsíci +2

    ❤❤❤❤ আওপুৰনী গীত বোৰ শুনোৱৰ বাবে বহুত বহুত ধন্যবাদ লগতে গীত বোৰৰ লগতে মনতো অতীতলৈ ধাপলি মেলে ❤❤❤❤

  • @monuranjankutum984
    @monuranjankutum984 Před rokem +6

    বহুত বহুত ভাল লাগিল। পুৰণি দিন বোৰলৈ মনত পৰে।

  • @parinitadas6787
    @parinitadas6787 Před rokem +5

    ইমান ভাল লাগিছে শুনি,,, কিবা এটা আচহুৱা অনুভৱ হৈছে বৰ ভাল লাগিছে। পাৰিলে 'তুমি আহিবা বুলি, সোনৰ খাৰু নালাগে মোক, মা আমি শদিয়ালৈ যামেই, এনেকুৱা গানবোৰো শুনাব দেই যদি পাৰে,,,

  • @dipalilahondehingia5062
    @dipalilahondehingia5062 Před rokem +3

    চিৰসেউজ গীতবোৰে হৃদয় জুৰায়, সংস্কৃতিৰ অনবদ্য অৱদান এই সোণসেৰীয়া গীতবোৰ সদায় জীপাল হৈ থাকক আমাৰ প্ৰাণৰ কোঁ‌হে কোঁ‌হে।

  • @juriabrahma340
    @juriabrahma340 Před 10 měsíci

    Old is gold kotakar ekho hotangho satya anti puroni geet borot ambritor. Modhurotar stator dharai jivanat ananaya jivanat horga suk bilai diye . Thanks . Thanks ❤️❤️❤️

  • @rajashriborah4657
    @rajashriborah4657 Před 9 měsíci +1

    মন আপ্লুত কৰা গীতবোৰ আজিৰ প্ৰজন্ময়ে শুনিব পৰা কৰি দিয়াৰ বাবে বহুত ধন্যবাদ কল্পতৰুলৈ। ❤

  • @geetibaruah5414
    @geetibaruah5414 Před měsícem

    সুন্দৰ বৰ ভাল লাগিল

  • @rupalihazarika9752
    @rupalihazarika9752 Před rokem +6

    কল্পতৰু হৈছে সৰুতে ৰেডিঅ'ত শুনা এটি অতি মৰমৰ অনুষ্ঠান। পুনৰ এই অনুষ্ঠানটো নতুনকৈ শুনিবলৈ পোৱাৰ বাবে বহুত ভাল লাগিছে।কাৰণ কল্পতৰুৱে বৰ্তমানো নিজৰ স্বকীয়তা ৰক্ষা কৰিছ। আগলৈও এনেকৈয়ে পুৰণি প্ৰিয় গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলো।❤

    • @badanchutia8428
      @badanchutia8428 Před rokem +1

      কেকুৰী।বদন।চুতীয়া ই।কপালতে।জন।হাতজোৱা।বোলাই।এইগানতি।পোনৰ।আখাৰলৈ।বাতচা।ৰলো।ধন্যবাদ

  • @dipjyotikalita2669
    @dipjyotikalita2669 Před rokem +3

    80-90's r manuh y buji pai kolpotoru.. Childhood memories o loi gol😢😢apuni

  • @OliSarmah-xx3uf
    @OliSarmah-xx3uf Před 7 dny

    আপোনালোকক বহুত বহুত ধন্যবাদ এই বোৰ প্ৰচাৰ কৰা বাবে । পুৰণি দিন বোৰলৈ ওভতি ভলো

  • @gobindabrahma426
    @gobindabrahma426 Před měsícem +1

    Very good collection 👌 👍

  • @sabitadas1852
    @sabitadas1852 Před 2 měsíci +2

    সেই দিন আজি নাই কিন্তু সেই কালজয়ী গীত বোৰ ৰৈ গল বহুত দিনৰ পিছত গান শুনি নমানে ভাল লাগিছে মনবোৰ সেই দিনলৈ টাইমচৃ বহুত বহুত ধন্যবাদ

  • @anjumonidevi67
    @anjumonidevi67 Před měsícem +1

    সচাকৈ , অনুষ্ঠান টো শুনি বহুত বেছি ভাল লাগিছে । এই গীতবোৰৰ মাজেদি তাহানিৰ ৰেডিঅ'শুনা দিনবোৰলৈ উভতি যোৱা যেন লাগিছে ।

  • @sanjeebnath1012
    @sanjeebnath1012 Před 24 dny +1

    খুব ভাল লাগিল শুনি

  • @chandanmajuli6285
    @chandanmajuli6285 Před rokem +3

    এই চিৰসেউজ গানবোৰে সঁচাকৈয়ে বৰ আপ্লুত কৰিছে । কল্পতৰু কৰ্মকৰ্তা সকলক ধন্যবাদ জনালোঁ।

  • @jayasaikia3124
    @jayasaikia3124 Před rokem +5

    সচাকৈ আগৰ এই গানবোৰ শুনিলে পুৰণি দিনলৈ মনবোৰ উৰি যায় ।

  • @beenaborah1098
    @beenaborah1098 Před měsícem +1

    অশেষ ধন্যবাদ, আপোনাকে সেই হে'ৰাই যোৱা পুৰনি দিনবোৰ আমাক ঘূৰাই দিছে।

  • @pktaye4081
    @pktaye4081 Před měsícem +1

    New civilizations are growth based on the excellent quality of past .

  • @ratulbaruah4598
    @ratulbaruah4598 Před rokem +3

    Hosakey bohut bhal lagil. Tahanir hai dinoloi ubhoty goisilu. Hokolu loi antorikotarey dirghayiu kamona korar logotey hubha kamona jonalu.❤🙏

  • @lohitchkalita1717
    @lohitchkalita1717 Před 11 měsíci

    Ai gitbor sunile suniai thakibor mon jai.gitor kotha, sur, vab,uposthapon sadai sundar hoi thakok.🙏🙏🙏🙏🙏

  • @LalitSaikia-zv5cn
    @LalitSaikia-zv5cn Před měsícem +1

    Beautiful songs of our times

  • @sumaansarkar3774
    @sumaansarkar3774 Před 6 dny

    This is my favourite program
    My wish all team may bless
    My good wishes always with kalpaturu.

  • @promodborah3768
    @promodborah3768 Před měsícem +1

    Verygood songs and music ❤❤❤❤

  • @janvik5505
    @janvik5505 Před rokem

    Thank you..... Homoybur ghurai puwa Jen lagise punor...

  • @rabiramnarzary4769
    @rabiramnarzary4769 Před rokem +3

    Bohut dhunia puroni geet Shunisu ye onustanot.Thar babe anthorik dhonnobad.

  • @user-dn7ot6yb5m
    @user-dn7ot6yb5m Před měsícem +2

    ❤❤❤❤❤❤❤mojja.

  • @bimalbora4814
    @bimalbora4814 Před rokem +3

    সোণালী যুগৰ সোণৰ গীত মনত পৰিলে
    মনটো কেনেবা কেনেবা লাগে ৷সচাঁকৈ সেইদিন আৰু ঘূৰি নাহে ৷

  • @ashimadas1936
    @ashimadas1936 Před 2 měsíci +2

    আগৰ দিনবোৰ লৈ মনত পৰিল ,, ৰেডিঅ' শুনা মজাই সুকীয়া 🎉🎉🎉

  • @jurimapathak9123
    @jurimapathak9123 Před rokem

    পুৰণি গীতবোৰে মনতো পুলকিত কৰে।

  • @user-wk5yb1zb2c
    @user-wk5yb1zb2c Před rokem

    Khub val lagil ,punor Radio loi Monot poril🎉

  • @user-gd2sl2ws6x
    @user-gd2sl2ws6x Před měsícem +1

    বহুত ভাল লাগিল

    • @TimesGuwahati
      @TimesGuwahati  Před měsícem

      *Thank You so much for your valuable comment*

  • @arupkumarsarma7161
    @arupkumarsarma7161 Před měsícem

    Old is gold . Bahoot val lagil

  • @pixelvillge7395
    @pixelvillge7395 Před měsícem +1

    সঁচাই এক বুজাব নোৱাৰা অনুভূতি। সেই তাহানিৰ সন্ধিয়া চোতাল বহি আকাশবাণী কেন্দ্ৰৰ কথা মনত পৰিছে ।
    আকাশবাণী সঁচাই একক আৰু অন্যন্যা ❤

  • @minusaikia1995
    @minusaikia1995 Před měsícem +1

    17:31 bohut bohut val lagile jowa din boraloi monat porise

  • @RanjanB80
    @RanjanB80 Před rokem +5

    সুন্দৰ গীতৰ শৰাই🤗✨পুৰণি গতে দেহ মন জুৰ পৰি যায়। মনপৰসা পুৰণি গীতৰ সমাহাৰ কল্পতৰু অনুস্থানটিৰ ৰ্দীঘায়ু কামনা কৰিলোঁ।🙏😊

  • @monikadas8609
    @monikadas8609 Před 11 měsíci

    বৰ ভাল লাগে পুৰণি গীতবোৰ ...

  • @tapankrnath609
    @tapankrnath609 Před 7 měsíci

    এতিয়া হে এই গান বোৰ শুনিৱ নোপোৱা হলো।এতিয়াও মনত পৰে কল্গতৰু সেই অনুস্থানবোৰলৈ।

  • @mijanurrahmanprodhani1233
    @mijanurrahmanprodhani1233 Před 10 měsíci

    Bohut val lagise. Ajir kolpotoru anushasanor sob gaan mor jibonor best gaan asil. Mor age atia 57 year. Mor kolpotoru gaan suna Phillips Ràdio atiao ase. Best of luck kolpotoru anushasan.

  • @basantidas8161
    @basantidas8161 Před rokem +21

    মনপৰসা পুৰণি গীতবোৰ শুনি দেহ-মন জুৰ পৰি যায় । কল্পতৰু অনুস্থানটিক আশীৰ্বাদ, শুভেচ্ছা জনালো লগতে দীৰ্ঘায়ু কামনা কৰিলো।🙏❤️

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před 11 měsíci

    বৰ ভাল লাগিল ❤️❤️

  • @pranabjyotiborah8985
    @pranabjyotiborah8985 Před 11 měsíci

    বৰ সুন্দৰ..... ❤

  • @mridulasonowal8626
    @mridulasonowal8626 Před 10 měsíci

    বহুত ভাল লাগিল ৰেদিয় সুনাম মেন লাগিল

  • @ratultlkdr
    @ratultlkdr Před měsícem +1

    বহুত বেছি ভাল লাগিল গানবোৰ শুনি,সঁচাকৈ পুৰণি দিনবোৰৰ কথা মনত পৰি গল,কল্পতৰু অনুষ্ঠানলৈ ৰৈ থকা, ৰেডিঅ লৈ বহি যোৱা ঘৰৰ সকলোবোৰ

  • @sudarshanbez7849
    @sudarshanbez7849 Před 4 měsíci +3

    Val lagil❤

  • @SudarshanNamatiDol
    @SudarshanNamatiDol Před rokem

    আগৰ গানবিলাক মনত পৰি গ'ল।। বৰ ধুনীয়া

  • @palashgoswami7975
    @palashgoswami7975 Před rokem +2

    কল্পতৰু য়ে লৈ গ'ল বহু দিন এৰি অহা দিন বোৰলৈ।এই অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @mirasarma1196
    @mirasarma1196 Před rokem +5

    পুৰনি গীতবোৰ শুনিলে শুনি থাকিবৰ মন যায় ৷ অনুস্থানটি শুনি ৰেডিয় শুনা যেন লাগে ৷ মন ভৰি পৰে ৷
    ধুন ধুন ধুনীয়া মোৰ অকনমাণি ক’ণ ক‘ণ ক’ণমাণি মোৰ -------- । এই গানটো পাৰিলে শুনাবছোন ৷

  • @minaborab259
    @minaborab259 Před rokem

    এই বিলাক গীত শুনিলে অতিতৰ শৈশৱৰ দিন বোৰলৈ মনত পৰে

  • @dipubhuyan4530
    @dipubhuyan4530 Před rokem +2

    Khub xundir lagil dhanaybad ...agolu anykoi puroni git bur jan xunai jaiii....😊😊😊

  • @RamanikantaKalita
    @RamanikantaKalita Před 9 měsíci

    পুৰণি গানবোৰে পুৰণি ম্মিতি বোৰ মনত আহি যায়

  • @user-xf1zp7jq7c
    @user-xf1zp7jq7c Před 20 dny

    এই গীত সমূহত কি বিছাৰি পাও কব নোৱাৰো কিন্তু শুনি থাকিলে আয়ুস বৃদ্ধি হ'ব যেন লাগে।

  • @nirendas9905
    @nirendas9905 Před měsícem

    সুন্দৰ

  • @user-nm4zc8jn1o
    @user-nm4zc8jn1o Před rokem +2

    Mur jiwanor priyo hongi asil kolapatoru.atiya log pai bahut bhal lagise.dhanyabhat

  • @juladas4758
    @juladas4758 Před rokem

    Bohut bohut vl Lage suni .. school din burole mont pore

  • @anupambhuyan3033
    @anupambhuyan3033 Před měsícem +1

    Beautiful ❤

  • @maulikdasgupta3126
    @maulikdasgupta3126 Před rokem +3

    আগৰ সেই ৰেদিঅ ত শুনা কল্পতৰু অনুষ্ঠানৰ কথাই যেন.. আকৌ এবাৰ সেই মধুৰ দিন বোৰৰ মনত পেলাই দিলে... ধন্যবাদ..
    👍🏻

  • @sikhadutta2482
    @sikhadutta2482 Před rokem +4

    কল্পতৰু অতি সুন্দৰ অনুষ্ঠান

  • @user-wk5yb1zb2c
    @user-wk5yb1zb2c Před rokem

    Khub val lagil ,punor Radio loi Monot poril

  • @rupaneog5513
    @rupaneog5513 Před 6 měsíci

    বহুত ভাল লাগিছে।

  • @nipulchandraghorphalia8836

    সেউজ গীত আমাৰ হৃদয়ৰ মাজত সদায় থাকিব।। ধন্যবাদ।।

  • @PranitaDas-yd3xn
    @PranitaDas-yd3xn Před 10 měsíci

    Hosai bohut bhal lagi jai aei gaan bor hunile❤❤

  • @rabindranathgogoi1221
    @rabindranathgogoi1221 Před 2 měsíci

    Puroni gitbur manob shangkaror bishes boishisto aache. Thanks.

  • @gitanjaleethakur8629
    @gitanjaleethakur8629 Před 10 měsíci

    বৰ ভাল লাগিছে
    পুৰণি গীতৰ মধুৰ তাৰ আছে।

  • @sufiabegum583
    @sufiabegum583 Před 27 dny

    Very good collection, & Good program, Horute ratipua kolpotoru onushthan tiloi kiman agrohee bat sai asilu, ontor hanti pori jai

  • @manashinath7106
    @manashinath7106 Před rokem +3

    Waiting ✋️

  • @user-mj4us3gc7e
    @user-mj4us3gc7e Před 6 měsíci

    সচাকৈ মন-প্ৰাণ ভৰি গল

  • @user-pv4md1sc3o
    @user-pv4md1sc3o Před rokem +2

    Old is gold ever long it willing be serving this like songs Thanks

  • @user-uq1jo3ct6m
    @user-uq1jo3ct6m Před rokem

    সুন্দৰ অনুভৱ

  • @bijoymoran2667
    @bijoymoran2667 Před 11 měsíci

    Bohut bohut val lagil ❤❤❤

  • @user-pv4md1sc3o
    @user-pv4md1sc3o Před 9 měsíci +1

    It is very interesting songs, every green song it will living forever.

  • @rubikalita7201
    @rubikalita7201 Před rokem +1

    Thank you kalpatoru k jiyai rakha karone ru aasha thakil xodai eneke aamar puroni Sampada bur dhari rakha karone❤❤❤❤❤

  • @sudarshanbez7849
    @sudarshanbez7849 Před 4 měsíci +1

    পুৰণিগীতে পুৰণি স্মৃতিক মনত পেলাই, আগলৈও শুনিম

  • @deepakalita9663
    @deepakalita9663 Před 11 měsíci

    Ati sundar anusthan xuni bahut lagil ❤

  • @rajibbhattacharjya5111
    @rajibbhattacharjya5111 Před 9 měsíci +1

    Very nice song

  • @SanatanDas-y9v
    @SanatanDas-y9v Před 11 dny

    Aponak moi bahut dhanyabad diso aponak anurodh janise asamiyar man rakhi takok aamak jiyai rakhak(odl is gold)

  • @user-di7nx1kw8f
    @user-di7nx1kw8f Před 8 měsíci

    এই অতীতৰ গীতবোৰ সঁচাকৈ ভাল লাগে

  • @haraprasadgoswami3268
    @haraprasadgoswami3268 Před 4 měsíci +2

    বহুত ভাল লাগিছে 👌👌👌❤️❤️❤️

  • @arnabshivam1834
    @arnabshivam1834 Před 11 měsíci

    Bohut bhal lagil dei

  • @diptigoswami5315
    @diptigoswami5315 Před rokem +1

    শৈশৱলৈ মনত পেলাই দিছে ।মন শাঁত পৰা গীত 🙏

  • @nobosutradhar3024
    @nobosutradhar3024 Před rokem +2

    বহুত বহুত ভাল লাগিছে পুৰনা কথাবোৰ মনত পৰিছে❤❤❤❤