এদিন ৰোগী হিচাপে অহা মানুহজন কেনেকৈ হ’লগৈ তেওঁৰ স্বামী || ‘আঁৰৰ মানুহগৰাকী’

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • এদিন ৰোগী হিচাপে অহা মানুহজন কেনেকৈ হ’লগৈ তেওঁৰ স্বামী
    ৩ কোটি টকা দিবলৈ মান্তি হোৱা নাছিল কোনো বেংকে
    ১০০ কোটিৰ বাবে বেংক আহি উপস্থিত হ’লহি তেওঁৰ ঘৰত
    ‘আঁৰৰ মানুহগৰাকী’
    #nbnews #nbnewsdigital #aarormanuhgoraki #drhiteshbarua
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 175

  • @dhritimasaikia8642
    @dhritimasaikia8642 Před 5 měsíci +11

    ছাৰ আৰু বাইদেউলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ এটি বাৰ্তা উঠি অহা যুব প্ৰজন্মলৈ।ভাল লাগিল।

  • @rupalipegu6409
    @rupalipegu6409 Před 2 měsíci

    বহুত বহুত ভাল লাগিল সাক্ষাৎকাৰ টো। চাৰ-বাইদেউ দুয়ো গৰাকীয়ে দীৰ্ঘায়ু হওক, 🙏🙏

  • @monilahan7596
    @monilahan7596 Před 28 dny

    বহুত ভাল লাগিল। ছাৰ, বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @lakhajyotibora9531
    @lakhajyotibora9531 Před 5 měsíci +2

    বহুত ভাল লাগিছে কথা খিনি শুনি, আৰু এটা কথা সাংবাদিক জনী ভাল লাগিছে বহুত মৰম থাকিল ❤❤

  • @sauravranjanparashar4716
    @sauravranjanparashar4716 Před 5 měsíci +2

    ইমান এটা প্ৰেৰণাদায়ক ‌সাক্ষাৎকাৰ চাই সঁচাই ‌বৰ‌ ‌ভাল লাগিল

  • @user-tk8ci1zd6g
    @user-tk8ci1zd6g Před 5 měsíci +1

    সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল।ছাৰৰ কথা বোৰ শুনি,চাই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী বোৰ অনুপ্ৰাণিত হওক, উৎসাহিত হওক আৰু ভাল কাম কৰিবলৈ আগুৱাই আহক তাকে কামনা কৰিছোঁ। ভগৱানে ছাৰ, বাইদেউ ক সদায় ভাৱে ৰাখক

  • @neetagoswami2665
    @neetagoswami2665 Před 5 měsíci +1

    অতি সুন্দৰ। ইমান সহজ সৰল সুন্দৰ ব্যক্তিত্য।

  • @anjaligogoi3866
    @anjaligogoi3866 Před 3 měsíci

    সুন্দৰ এটা অনুষ্ঠান ❤️ বহুত ভাল লাগিল ❤

  • @nivabora61
    @nivabora61 Před 5 měsíci +1

    খুউব ভাল লাগিল ছাৰ। আপোনাক ৰ সাঙসাৰিক জীৱন আৰু মধুময় হক তাৰেই কামনাৰে ।ইতি মই নিজা।

  • @minakshisarmah1518
    @minakshisarmah1518 Před 4 měsíci +1

    সৰ্বগুণৰ অধিকাৰী হিতেশ বৰুৱা চাৰলৈ আৰু বাইদেউলৈও অভিনন্দন জনালো ।

  • @banimatalukdar302
    @banimatalukdar302 Před 3 měsíci

    নৱনীতা, খুব ভাল লাগিল তোমালোকৰ সাক্ষাৎকাৰ ।বহুত শুভেচ্ছা থাকিল ।

  • @Anurupa_creations.6525
    @Anurupa_creations.6525 Před 5 měsíci +1

    সুন্দৰ অনুস্থান ।অনুস্থানটি চাই বহুত বহুত ভাল লাগিল ।চাৰ মোৰ খুবেই প্ৰিয় ব্যক্তি ।

  • @rupalimazumdar8075
    @rupalimazumdar8075 Před 4 měsíci +1

    Khub bhal lagil

  • @bhupenlekharu8999
    @bhupenlekharu8999 Před 5 měsíci

    সাক্ষাৎকাৰটো শুনি বৰ ভাল লাগিল। ইমান সুন্দৰকৈ অনুস্থানটো আগবঢ়াই নিয়াৰ বাবে সাক্ষাৎ গ্ৰহণকাৰীলৈ আন্তৰিক ধন্যবাদ জনালো ।

  • @ProbitraBaruah-cb8cw
    @ProbitraBaruah-cb8cw Před 5 měsíci +1

    Bohut val lagil ❤❤Love From Rajasthan❤❤

  • @goodmorningchai9486
    @goodmorningchai9486 Před 5 měsíci +2

    অতি সুন্দৰ অনুপ্ৰেৰণা দায়ক সাক্ষ্যাতকাৰ ,ভাল লাগিল ।

  • @surensarmah541
    @surensarmah541 Před 5 měsíci +1

    ময়ুৰী, তোমাৰ এই অনুষ্ঠানটো চাই বহুত ভাল লাগিল। আৰ্শীবাদ কৰো তোমাৰ এই কৰ্মক্ষেত্ৰখনত একোটা উজ্বল নক্ষত্ৰ হৈ ডাক্তৰ দম্পতিৰ দৰেই জিলিকি উঠা তাৰেই কামনাৰে...সুৰেন শৰ্মা,কে কে বি বি গোলাঘাট।

  • @sarajudas971
    @sarajudas971 Před 4 měsíci

    চাৰ বাইদেউ লৈ বহুত বহুত শুভেচ্ছা জনালোঁ ।ধন্যবাদ

  • @hiranyasaharia8930
    @hiranyasaharia8930 Před 5 měsíci +1

    Dr.Hitesh Barua sir is actually a real hero and man of inspiration.

  • @BinaGohain-un2ot
    @BinaGohain-un2ot Před 3 měsíci

    Bht vl lagil dhonyobad jonalu

  • @user-bx4yf6rm2b
    @user-bx4yf6rm2b Před 5 měsíci

    বহুত বহুত ভাল লাগিল 💜 চাৰ আৰু বাইদেউক লগতে ময়ুৰী তোমালে থাকিল অশেষ ধন্যবাদ ❤❤

  • @rosmitatalukdar8859
    @rosmitatalukdar8859 Před 5 měsíci +1

    বহুত ভাল লাগিল ♥️

  • @jumonichetia1059
    @jumonichetia1059 Před 5 měsíci +2

    Bohut bhal lagil ❤❤

  • @anuradhadas5655
    @anuradhadas5655 Před 5 měsíci +5

    প্ৰেৰণাদায়ক এক সাক্ষাৎকাৰ । বৰ ভাল লাগিল । ধন্যবাদ ময়ুৰী ।

  • @parimitagoswami4067
    @parimitagoswami4067 Před 4 měsíci

    বাইদেউৰ কথাটো ভাল লাগিল। ' ইগ থাকিব নালাগে'। সঁচাই ময়ো তেনেকৈয়ে থাকি ভাল পাওঁ।

  • @umanandabezbaruah5287
    @umanandabezbaruah5287 Před 5 měsíci

    অতিকে ভাল লাগিল। অতি মৰমৰ আজিৰ ডা: হিতেশ বৰুৱাক ছাত্ৰ অৱস্থাত হাতিগড়ৰ শ্ৰীভূপেন বৰুৱাৰ দাদাৰ ঘৰত প্ৰায়েই লগ পোৱা, সৌহৃাদ্যভাৱে কথা পতা আজিও মনত পৰে। ঈশ্বৰে ডা: বৰুৱাক সবান্ধৱে কুশলে ৰাখক, তাকেই কামনা কৰিলোঁ।💐🌹 উমানন্দ বেজবৰুৱা

  • @churamoniborthakur3023
    @churamoniborthakur3023 Před 5 měsíci +1

    এটি সুন্দৰ সাক্ষাৎকাৰ।চাই থাকোঁতে সময়খিনি আমনি নলগাকৈ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। অনুভৱ হ'ল যেন এখন ভাল লগা নাটক উপভোগ কৰিহে আছোঁ। সাক্ষাৎ গ্ৰহণকাৰী আৰু অংশগ্ৰহণ কৰা দুয়ো গৰাকী চিকিৎসকৰ অন্তৰৰ সৰলতা তথা অকপট স্বীকাৰোক্তিয়ে সোণত সুৱগা চৰাইছে।

  • @jyotigogoi3852
    @jyotigogoi3852 Před 5 měsíci +1

    বহুত ভাল কথা জানিলোঁ।

  • @aradhanadelicacies
    @aradhanadelicacies Před 5 měsíci

    সাক্ষাৎকাৰটো চাই বহুত ভাল লাগিল। প্ৰশ্নবোৰো ইমান সঠিক আৰু সুন্দৰভাৱে উপস্থাপন কৰিছা শুনি সঁচাই আপ্লুত হৈ গ'লো। লগতে ছাৰ আৰু বাইদেউৰ বিষয়ে বহুত কথা জানিবলৈ পালো । তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। আগবাঢ়ি যোৱা। মোৰ শুভকামনা থাকিল।

  • @bharatigoswami9459
    @bharatigoswami9459 Před 3 měsíci

    Bohut bohut bhal lagil

  • @jitendeka4611
    @jitendeka4611 Před 4 měsíci

    Really proud of you sir, you are always our inspiration to our new generation, Again Dhanyabad sir.

  • @monalishasaiki7842
    @monalishasaiki7842 Před 4 měsíci

    So beautiful song and lyrics you have

  • @arotihazarika571
    @arotihazarika571 Před 4 měsíci

    বহুত বহুত ভাল লাগিল।ধন্যবাদ ।

  • @user-sc5ev3cu4i
    @user-sc5ev3cu4i Před 5 měsíci +1

    তেওঁৰ কাম আৰু হাঁহিৰ মাজত কোনো পাৰ্থক্য নাই। ভগৱানে তেওঁক দীৰ্ঘকাল তজবজীয়া কৰি ৰাখক।

  • @bhanukakoti5681
    @bhanukakoti5681 Před 4 měsíci

    চাৰৰ কন্ঠ বহুত ভাল লাগিল ভগৱানে ভালে ৰাখক তাৰ কামনা কৰিলোঁ।

  • @arunimagoswamichoudhury6864
    @arunimagoswamichoudhury6864 Před 5 měsíci

    Really made for each other...Nice to know about two successful personalities. God bless both of you.

  • @runuchetia1658
    @runuchetia1658 Před 4 měsíci

    ইমান সুন্দৰ অনুষ্ঠান !!অতি মনোমোগগ্ধকৰ❤❤❤❤

  • @user-sc5ev3cu4i
    @user-sc5ev3cu4i Před 5 měsíci +2

    ডাক্তৰ হিতেশ বৰুৱাক মোৰ খুবেই ভাল লাগে।নেমকেয়াৰত তেখেতক লগ পাই মই কৈছিলো- চাৰ, আপোনাক মই টিভিত দেখিছোঁ। তেখেতে মোক মূৰ দোৱাই সমিধান দিছিল। তেখেতৰ ত্যাগ স্মৰণীয়। ধন্যবাদ।

    • @user-sc5ev3cu4i
      @user-sc5ev3cu4i Před 5 měsíci

      তেখেত যুৱচামৰ বাবে প্ৰেৰণাৰ উৎস হৈ বহুবছৰ মঙ্গলে থাকক।

    • @manitahbildar5162
      @manitahbildar5162 Před 5 měsíci

      Mayuri tumar ujjwal bhobishat kamona korisu.

  • @naniborah2089
    @naniborah2089 Před 5 měsíci

    বহুত সুন্দৰ আৰু ভাল পালো কথা খিনি শুনি।

  • @remoikeleng3082
    @remoikeleng3082 Před 5 měsíci

    বহুত ভাল লাগিল । ছাৰ বাইদেউ ক দীৰ্ঘাযু কামনা কৰিলো। ।

  • @bhabaniborah2779
    @bhabaniborah2779 Před 5 měsíci +1

    অনুষ্ঠান টি চাই বহুত ভাল লাগিল ।

  • @rintasharma6006
    @rintasharma6006 Před 5 měsíci

    বৰ ভাল লাগিল। বহুত কথা জানিলো ছাৰ বাইদেউৰ ।দুয়ো জনকে ভগৱানে কুশলে ৰাখক।

  • @SingerSatyawatipayeng
    @SingerSatyawatipayeng Před 3 měsíci

    Bohut val lagil❤

  • @user-wd1xh7fd7p
    @user-wd1xh7fd7p Před 5 měsíci

    বহুত ভাল লাগিল আপোনাৰ সাছপোচাক আপোনাৰ কথা হাঁহি সব ধুনীয়া

  • @ritabhattacharyya8402
    @ritabhattacharyya8402 Před 5 měsíci

    Very nice interview. Enjoyed alot.

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 Před 4 měsíci

    ভাল লাগিল

  • @priyojonorbandhun
    @priyojonorbandhun Před 5 měsíci

    "মধু-মিলন"এয়া।নতুন প্ৰজন্ম বাবে এয়া আৰ্দশ স্বৰূপ। কৰ্মই ছাৰ-বাইদেউৰ লক্ষ্য এয়া অনুকৰণীয়।🎉🙏🎉

  • @diptikonwar8287
    @diptikonwar8287 Před 5 měsíci

    অতি সুন্দৰ এই অনুষ্ঠান।চাৰ আৰু বাইদেউৰ সাক্ষাৎকাৰ টো সচাঁই বৰ ভাল লাগিল। অনুপ্ৰাণিত হৈছো।❤

  • @ushadas1841
    @ushadas1841 Před 5 měsíci

    সুন্দৰকৈ হাঁহি থাকে ইমান ভাল লাগিল চাৰ বাইদেউ দুজনক

  • @putumoniburagohain871
    @putumoniburagohain871 Před 5 měsíci

    বহুত ভাল লাগিল। মন প্ৰাণ ভৰি গল।

  • @jesimakhterrahman6090
    @jesimakhterrahman6090 Před 4 měsíci

    Eman val baidew apuni.... Sir jenekuwa val apunio bhut val. Aponalok 2yujnke Allahe vale rakhok. ❤❤❤❤❤

  • @Itz_3x_user
    @Itz_3x_user Před 3 měsíci

    Montu bohut bohut bhal lagi gol.❤❤❤❤🎉

  • @r.....4224
    @r.....4224 Před 5 měsíci

    Bahut khota janilu,bahut vaal lagile.Thanks a lot, Mayuri

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Před 5 měsíci

    জীৱনৰ সম্পূৰ্ণ পৰিধিত বিচৰণ কৰা চিকিৎসক হিতেশ বৰুৱাদেৱ তথা তেখেতৰ অৰ্ধাঙ্গীনি চিকিৎসক নৱনীতা বৰুৱাৰ লগত হোৱা এই সাক্ষাৎকাৰটি প্ৰকৃততেই বৰ মূল্যৱান সাক্ষাৎকাৰ। জীৱনত অনুপ্ৰেৰণা লাভ কৰিবলৈ এনে সাক্ষাৎকাৰে মানুহক গভীৰভাৱে সহায় কৰিব। সাক্ষাৎ গ্ৰহণ কৰোঁতা ময়ুৰী গোস্বামীয়ে বৰ সুন্দৰকৈ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে। খুউব ভাল লাগিল।

  • @user-if8od8kn4y
    @user-if8od8kn4y Před 5 měsíci

    Bohut val lagil .tumak Thanks iman dhunia progem .

  • @devajanihazarika2104
    @devajanihazarika2104 Před 5 měsíci +2

    বৰ সুন্দৰ সাক্ষাৎকাৰ। নৱ-প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক।

  • @GeetaDevi-sg4ol
    @GeetaDevi-sg4ol Před 5 měsíci

    বহুত বহুত ভাল লাগিল

  • @ritasridas6056
    @ritasridas6056 Před 5 měsíci

    খুব ভাল লাগিল দেই অনুষ্ঠানটো৷

  • @user-vn3xi3xx8i
    @user-vn3xi3xx8i Před 5 měsíci

    ❤সুন্দৰ হৈছে বাৰ্তালাপ অনুষ্ঠানটো ।

  • @user-mk3xr8pp7u
    @user-mk3xr8pp7u Před 5 měsíci

    বাইদেউ বহুত ভাল । লগ পাইছো ।

  • @user-ih4qc8xc2c
    @user-ih4qc8xc2c Před 5 měsíci

    Bhut bhal lagil....❤❤

  • @annadagogoi9354
    @annadagogoi9354 Před 5 měsíci

    দুই ওকে সদায় ভগৱানে ভালে ৰাখক। অনুষ্ঠান তো ভাল লাগিল

  • @user-yv8hm4bd8n
    @user-yv8hm4bd8n Před 5 měsíci

    তেখেত সকলে আশা কৰা ধৰণে উঠিঅহা প্ৰজন্মৰ বাবে প্ৰেৰণা হব।❤

  • @juriray522
    @juriray522 Před 5 měsíci

    Bht bht bht val lagil❤❤

  • @ritapuzari8548
    @ritapuzari8548 Před 5 měsíci

    সুন্দৰ সাক্ষাৎকাৰ।

  • @sikhamonidutta2922
    @sikhamonidutta2922 Před 4 měsíci

    বৰ ভাল লাগিল।তিনিওকে।

  • @santoshkumardeka5050
    @santoshkumardeka5050 Před 5 měsíci +1

    Love from Nalbari ❤️

  • @monalishadeviborthakur4955
    @monalishadeviborthakur4955 Před 5 měsíci

    বৰ ভাল লাগিল🙏

  • @kalpanakataky9092
    @kalpanakataky9092 Před 4 měsíci

    খুব ভাল লাগিল

  • @chatradharborah8479
    @chatradharborah8479 Před 5 měsíci

    Bhal lagil Baideor upadekh Dhanyabad.

  • @dipikaborah3830
    @dipikaborah3830 Před 4 měsíci

    Bohut bohut val lagil

  • @manitahbildar5162
    @manitahbildar5162 Před 5 měsíci

    Emannn xundor onusthan sai bohut vl lagil kothakhini eman xundor bhabe kobo pare bohut bohut bohut vl lagsil sir aru baideu logote mayuri tumar kothakhini emann xundor aru mithamat xuni khub vl lage sir aru baideur dore tumaro

  • @suladharhazarika7326
    @suladharhazarika7326 Před 5 měsíci

    Bohut val lagil
    Douloila amara dhanyabad thkil

  • @anitakeot3795
    @anitakeot3795 Před 4 měsíci

    Sundor anusthan bhal lagil.

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 Před 5 měsíci

    সুন্দৰ অনুষ্ঠান। কথাখিনি বহুত ভাল লাগিল

  • @NNG-SINGER
    @NNG-SINGER Před 5 měsíci

    বহুত ভাল লাগে চাৰক ❤❤

  • @minudeka5142
    @minudeka5142 Před 5 měsíci

    Bahut vl lagil ❤

  • @kandarpasaikia8761
    @kandarpasaikia8761 Před 4 měsíci

    বৰ ভাল লাগিল

  • @yolojobs3777
    @yolojobs3777 Před 5 měsíci

    অনুষ্ঠানটি চাই বৰ ভাল লাগিল ।

  • @medico_ansary_vlogs
    @medico_ansary_vlogs Před 5 měsíci

    Beautiful story mam .i have listened the whole podcast 🎉🎉🎉

  • @ruma_s
    @ruma_s Před 5 měsíci

    Bohut bhal lagil sai 🥰🥰🥰

  • @user-zj7tq6uc8x
    @user-zj7tq6uc8x Před 5 měsíci

    বহু ভাল লাগিল

  • @DSHaque7
    @DSHaque7 Před 5 měsíci

    Very nice video, thankyou so much for giving us the glimpse of this personalities life,👌👌👏👏👍👍💖💖

  • @thefolkguy3277
    @thefolkguy3277 Před 5 měsíci

    Bohot bohot vol lagil 🙏🙏

  • @bijobaladasbaro9674
    @bijobaladasbaro9674 Před 5 měsíci

    Bohut bhal lagil

  • @basantiboro4314
    @basantiboro4314 Před 5 měsíci +2

    সমাজত ময়ুৰী গোস্বামীৰ দৰে সাংবাদিকৰ দৰকাৰ।

  • @bijumedhi1935
    @bijumedhi1935 Před 5 měsíci

    Bohut bhal lagil program tu sai.

  • @mamonidevi617
    @mamonidevi617 Před 5 měsíci +18

    Bohut bohut bhal lagil dhayanobad Moyuri

  • @kamalabharali9083
    @kamalabharali9083 Před 5 měsíci

    Khub val lagil .

  • @nirupamadas4552
    @nirupamadas4552 Před 5 měsíci

    Bahut bhal lagil

  • @ritamohan7056
    @ritamohan7056 Před 5 měsíci

    বৰ ভাল লাগিল অনুষ্ঠান তি

  • @user-cr3cp3rp7z
    @user-cr3cp3rp7z Před 5 měsíci

    Bohut vl lage sirok...

  • @ritadutta9633
    @ritadutta9633 Před 5 měsíci

    Bohut Val Lagil.

  • @animadas4712
    @animadas4712 Před 5 měsíci

    Bahut val lagil manuh anekuwa hob lage

  • @ratnakalita3020
    @ratnakalita3020 Před 5 měsíci

    Bhut bhut val lagil. Vogobena xdai kukhale rakhok

  • @payeldeka1623
    @payeldeka1623 Před 5 měsíci

    সচাকৈ মন প্ৰাণ সকলো শাত পৰি গ'ল

  • @gyanendrakardong5742
    @gyanendrakardong5742 Před 5 měsíci

    Bhal lagil interview tu chai

  • @nanditadevi8484
    @nanditadevi8484 Před 5 měsíci +1

    বৰ ভাল লাগিল।বিশেষকৈ তেখেতে যে অৱসাদ দূৰ কৰিবলৈ নিজাকৈ ষ্টুডিঅ খুলি মন প্ৰাণ জুৰাই গান গায়, সঁচাকৈ অভূতপূৰ্ব। তেখেতসকল ভালে থাকক।

  • @user-yg3yd1fk1j
    @user-yg3yd1fk1j Před 5 měsíci

    Bohu val lagil sai

  • @monumentaljourneyJD
    @monumentaljourneyJD Před 4 měsíci

    Very nice 💯