বহুকেইদিন পল্টনবজাৰ ষ্টেচনত থাকিব লগা হৈছিল, তাৰ পিছত কেনেকৈ হ'ল সফল?

Sdílet
Vložit
  • čas přidán 6. 05. 2023
  • Created by: Mustaq Ahmed
    ( mustaq_h_ahmedd...)
    Anchor: Himashree Saikia
    ( himashree_m_sai...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    profile.php?...
    INSTA:
    / jumpingspiderstudios
  • Zábava

Komentáře • 383

  • @rajashreeborgohain5998
    @rajashreeborgohain5998 Před rokem +23

    জীৱনত প্ৰথমবাৰৰ বাবে এটা সংগ্ৰাম ৰ জীৱন পঢ়িলোঁ।এটা কথাও শুনি আমনি নালাগিল।একেবাৰে নিষ্ঠুৰ বাস্তৱক দাঙি ধৰিছে তেওঁ।সঁচা জীৱনৰ বৰ্ণনা দিছে তেওঁ।দুখ লাগিল শুনি কিন্তু শান্তি পালোঁ মনত।আৰু পালোঁ সাহস,নিজৰ জীৱনৰ চকা ঘূৰাবলৈ।আৰু এটা কথা কিজানি তেওঁৰ বন্ধুজন ভগৱানৰে এক ৰূপ আছিল।দু সময়ত সংগ দিবলৈ।তাৰ কাম শেষ গতিকে আজিও সন্ধান নাই ,হেৰাই গল অচিন দেশত।

  • @BornaliBorgohain-cn6gr
    @BornaliBorgohain-cn6gr Před rokem +14

    সাগৰ নীল দাৰ সংগ্ৰামৰ কথা খিনি খুব বেছি দুখ লাগিল... শেষৰ কথা খিনিয়ে অন্তৰ চুই গল...❤❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Před rokem +19

    বহুত বহুত সুখী হোৱা ,মনে বিচৰা ধৰণেৰে সকলো তোমাৰ হাতত আহি পৰক, অফুৰন্ত শুভ কামনা জনালোঁ।

  • @mainikhandadhara
    @mainikhandadhara Před 9 měsíci +6

    আপোনাৰ ধৈৰ্য্য শক্তিক শত কোটি প্ৰণাম 🙏🙏🙏 আগুৱাই যাওঁক দাদা 🌠 ৰাধিকা এদিনো মিছ নকৰাকৈ চালোঁ...মোৰ প্ৰিয় অভিনেতাসকলৰ মাজৰ আপুনিও এজন 💚💚

  • @purobeegogoi1343
    @purobeegogoi1343 Před rokem +6

    তোমাক এনেই ভাল লাগে , কিন্তু সচাঁখিনি জানি আৰু ভাল লাগিল। বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। সদায় এনেকৈ থাকিবা

  • @gankurvlogaxom2339
    @gankurvlogaxom2339 Před rokem +9

    বহুত show salu দাদা লগত এই Show টো 10 বাৰ চালো . অন্তৰ চুই গল ! ❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před rokem +10

    তেখেতৰ জীৱন জীনাৰ সংগাম খিনিয়েই দেখোন এখন চিনেমা হ'ব , তেওঁ ৰ ধৈয কিন্তু মানিব লগীয়া আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ 👏👏👏👏

  • @paharisvlogs5633
    @paharisvlogs5633 Před rokem +10

    দাদা, আপোনাৰ কাহিনী বিশেষ।। সাহস পাইছো নিজৰ জীৱনৰ কাইটীয়া বাটচোৱা পাৰ কৰি নিবলৈ।।আপোনি আৰু আগুৱাই যাওক সদায়।।👍🏻👍🏻 আশা কৰো আপোনাৰ বন্ধুজন আকৌ ঘুৰি আহক।। 😊

  • @jinugungun6917
    @jinugungun6917 Před rokem +8

    প্ৰিয় অভিনেতা জন ❤️ কথা বোৰ শুনি আৰু বেছি ভাল লাগিল

  • @polisaikia6921
    @polisaikia6921 Před rokem +10

    একেবাৰে skip নকৰাকৈ চালো , সঁচাই বহুত দুখ লাগিল❤

  • @mintubaishya6462
    @mintubaishya6462 Před rokem +16

    দাদাজনক লগ পাবলৈ মন গৈছে। বহ বহুত বহুত শুভেচ্ছা জনালোঁ কুশলে থাকিব সদায়,লগ পাম নিশ্চয় 🙏💪🌼

  • @Topicless985
    @Topicless985 Před rokem +6

    সাগৰ নীল দাৰ কথাবোৰ সঁচাকৈ Impressive.... ❤

  • @Niharikaburagohaindeori
    @Niharikaburagohaindeori Před rokem +71

    কষ্টৰ ফল সদায় মিঠা ♥️ আপোনাৰ জীৱন সংগ্ৰামৰ কথাখিনি শুনি দুখ লাগিল সচাই 🥺

  • @sagarikakataki762
    @sagarikakataki762 Před rokem +12

    বহুত ভাল লাগিল সফলতাৰ জখলাডাল বগাব ইমান উজু নহয় বহুত বেছি কঠিন ! কষ্টৰ ফল সদায় মিঠা ।

  • @krishmarai1871
    @krishmarai1871 Před 11 měsíci +6

    আপোনাৰ জীৱন কাহিনীৰ পৰা বুজিলো যে কষ্টৰ ফল সদায় মিঠা। সদাই হাঁহি থাকা জীৱনত আগুৱাই যোৱা । তোমাৰ হাঁহিটো বৰ মৰমলগা 😊

  • @ranjukalita474
    @ranjukalita474 Před rokem +4

    প্ৰিয় অভিনেতা সাগৰ,এৰি অহা জীৱনৰ কাহিনী বোৰ শুনি দুখ লাগিল।

  • @mondirabaruah5414
    @mondirabaruah5414 Před rokem +5

    আপোনাৰ জীৱন হাঁহি কান্দোন আৰু প্ৰতিঘাটেৰে ভৰাৰ পাছত বহুত ভালকৈ সফল হৈছে।ভাল লাগে আপোনাৰ অভিনয় চাই।কষ্টৰ ফল সদায় মিঠা হয়।ইমান বাধা, কষ্ট অহাৰ পাছতো আপুনি হাৰ মনা নাছিল । আৰু আগবাঢ়ি যাওক। শুভেচ্ছা থাকিল।

  • @likeit8446
    @likeit8446 Před rokem +11

    ইমান মৰমলগা লৰাটোৰ অতীত যে ইমান কষ্টকৰ মই ভবাই নাছিলো ৷ আগুৱাই যোৱা সাগৰ ৷বহুত বহুত শুভেচ্ছা আৰু শুভাশীষ তোমালৈ

  • @munu2505
    @munu2505 Před rokem +4

    বহুত ভাল লাগিল চাই। সংগ্ৰামৰ আন এক নাম জীৱন।সাগৰ নীলৰ অভিনয় চাই সঁচাকৈ বহুত ভাল লাগে।।। আগুৱাই যাওঁক সদায়।।। শুভেচ্ছা থাকিল সদায়।।

  • @rashmihazarika7288
    @rashmihazarika7288 Před rokem +8

    সঁচাই ধুনীয়া অভিনয় কৰে।কথা শুনি ধৈয্যৰ প্ৰমান পালো।কষ্ট কৰিলে ৰত্ন পায়।

  • @bobitaborah1356
    @bobitaborah1356 Před 11 měsíci +4

    বহুত ভাল লাগিল কথাবোৰ শুনি, ইমান কষ্ট কৰি জীৱনটো আগবঢ়াই নিয়াজন আনবাবে আদৰ্শ ।আশীৰ্বাদ কৰিছো ভৱিষ্যত টো সুন্দৰ হওঁক ।

  • @Grihini123
    @Grihini123 Před rokem +8

    বহুত কষ্ট কৰি সফল হোৱাটোৱে জীৱনৰ লক্ষ্যত উপনীত হৈছে। একটিং চাই খুব ভাল পাওঁ। অংগীকাৰ খন চাই আচু।

  • @mamonipatar4851
    @mamonipatar4851 Před 11 měsíci +3

    বহুত ভাল লাগিল। এতিয়া ৰাজকুমাৰী চাই আছোঁ। কথা বোৰ, সংলাপ বোৰ বহুত ভাল লাগে।

  • @loknathboruah1812
    @loknathboruah1812 Před rokem +7

    বৰ ভাল লাগিল। বহুত positive energy আছে।মন চুই গ'ল।

  • @nirmalihazarika5770
    @nirmalihazarika5770 Před rokem +5

    Aijon sagar neel huar agt kiman besi struggle krile bapree blv e kribo para nai.. Hats off to you Sagar neel da

  • @mb.divine5992
    @mb.divine5992 Před rokem +6

    সাগৰ তোমাৰ জীৱন কাহিনী শুনি বহুত আবেগিগ হলো ।তোমালৈ হিয়া উজাৰি শুভেচ্ছা জনালোঁ ।ভৱিষ্যত উজ্জল কামনা কৰিলো ।বহুত বহুত আগবাঢ়ি যোৱা পিছলৈ উভতি নাচাবা ।❤

  • @LolitBora-iz5vn
    @LolitBora-iz5vn Před rokem +3

    সাগৰ দা নদীৰ পৰা সচাঁ সাগৰ খনলৈ ঈশ্চৰে লৈ জওক তাকেই এই অভাজনে ঈশ্চক প্ৰথনা জনালো। আপোনাৰ চেনেলৰ উওৰ উওৰ কামনা জনালোঁ। জীৱনটো আগুৱাই নিয়াতৰ নিজৰ আদ্যম হেপাহ আৰু ঈশ্চা হৱ লাগিৱ । মই বুজিব পালো। জয়াই অসম মই অসমীয়া। (ডা ভূপেন হাজৰিকাৰ কথাৰে) ।

  • @dikshyaborahshorts2314
    @dikshyaborahshorts2314 Před rokem +6

    কথাখিনি শুনি বহুত দুখ লাগিল।চকুপানী ওলাই গৈছে

  • @depakgogoi789
    @depakgogoi789 Před 11 měsíci +2

    পাহৰিছো কোন খন চিৰিয়েল আছিল, প্ৰথম দেখিয়ে মনে কৈছিল এইগৰাকী ভাল অভিনেতা হ'ব| আজি জীৱনৰ যুদ্ধ খনৰ কথা শুনি চ্যেলুট এটা মাৰিছো|

  • @priyankahazarika1197
    @priyankahazarika1197 Před rokem +4

    One of my fvrt actor❤️🥰 vl vl film pabo lage ekhete..such a good actor

  • @niyor-7483
    @niyor-7483 Před 10 měsíci +2

    ডুলিয়াজান কলেজত পঢ়োতে লগ পোৱা এজন ভাল বন্ধু ।। ভৰত -বুলি পৰিচিত।।বন্ধু..... তোমাৰ কথাবোৰে মন চুই গল।

  • @Sadhana-fr5ih
    @Sadhana-fr5ih Před 10 měsíci +3

    ধন্যবাদ, অত্যাধুনিক যুৱ প্ৰজন্মৰ তুমি যেন পথ প্ৰদাশক হৈ ৰোৱা। বহুত ভাল লাগিল।

  • @kasturichangmai4033
    @kasturichangmai4033 Před 11 měsíci +2

    ভাইটি জনৰ কথা বোৰে মনটো চুই গৈছে দুখ লাগিছে

  • @pekillergaming5294
    @pekillergaming5294 Před rokem +2

    সাগৰ তোমাৰ এই সাক্ষাৎকাৰটো চাই তোমাৰ জীৱনৰ সংগ্ৰামৰ কথা শুনি আপ্লুত হলো আৰু তোমাৰ জীৱনৰ কষ্টৰ কথা শুনি মোৰ চকুৰে কবনোৱাৰাকৈয়ে চকুলো ওলাই গৈছে৷ কষ্টৰ ফল সদায় মিঠা৷ তুমি জীৱনত কৰা সংগ্ৰামৰ ফল পাইছা৷ ভগৱানে তোমাক আৰু আগুৱাই যাবলৈ যেন শক্তি দিয়ে৷ মই তুমি অভিনয় কৰা প্ৰায়খিনি ধাৰাবাহিকই চাইছো৷ তোমাৰ অভিনয় মই বহুতভাল পাওঁ৷ এদিন তোমাক ওচৰৰ পৰা চাই কথা পাতিবলৈ বহুত মন আছে৷ কিন্তু পামনে নাপাম নাজানো৷ তোমাৰ ফোন নম্বৰটো পাম নে? মই তোমাৰ এজন প্ৰিয় দৰ্শক৷

  • @depalitamuli4012
    @depalitamuli4012 Před 11 měsíci +3

    তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো । তোমাৰ অভিনয় বহুত ভাল লাগে । আগবাঢ়ি যোৱা । পাৰ হৈ যোৱা বিলাক পাহৰি যোৱা । নতুনক আদৰি লোৱা ।

  • @swapnaliakakh2449
    @swapnaliakakh2449 Před rokem +14

    মানুহজনক ভাল লাগে ❤️

  • @sanchitaborua2507
    @sanchitaborua2507 Před 10 měsíci +6

    তোমাৰ কাহিনীটোৱে সঁচাকৈয়ে কন্দুৱালে.. আগুৱাই গৈ থাকা ❤

  • @nijorapatangia7797
    @nijorapatangia7797 Před rokem +26

    ভাল লাগিল সাক্ষাৎকাৰ টো চাই । মোৰ প্ৰিয় অভিনেতা সাগৰ । তেওঁৰ এৰি অহা জীৱনৰ কাহিনী শুনি বহুত দুখ লাগিল । আগুৱাই যাওঁক সফলতাৰ দিশেৰে ।

  • @bandanabora6499
    @bandanabora6499 Před rokem +5

    আপোনাৰ কথাখিনি শুনি চকুপানী ওলাই গল আপোনাৰ অচিন চিনাকি চাই বৰ ভাল লাগিছিল আপোনাৰ কাৰণেই চাইছিলো প্রিয় অভিনেতা আপুনি ....উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ🎉

  • @Inudutta-cy9cj
    @Inudutta-cy9cj Před rokem +4

    বহুত দুখ লাগিল আজি এওৰ কথাবোৰ ।

  • @baishnabeedevi8695
    @baishnabeedevi8695 Před rokem +5

    Real hero apuni ❤

  • @debarajbarua5121
    @debarajbarua5121 Před rokem +3

    সাগৰদাৰ সংগ্ৰামৰ কাহিনীয়ে সাহস দিলে।ভাল লাগিল সচাকৈয়ে

  • @uttaratamuli6194
    @uttaratamuli6194 Před 10 měsíci +2

    মোৰ প্ৰিয় অভিনেতা সাগৰ। জীৱন কাহিনী শুনি বহুত লাগিল

  • @Inudutta-cy9cj
    @Inudutta-cy9cj Před rokem +4

    এতিয়া তুমি যিমানেই বন্ধ পোৱা সেইজন প্ৰকৃত বন্ধ আছিল কেতিয়াও তেওক পাহৰি নাজাবা ।

  • @PujaDas-sy8nz
    @PujaDas-sy8nz Před 11 měsíci +2

    বহুত বেছি ভাল লাগিল কথা খিনি শুনি সঁচাকৈ কান্দিব লগা অৱস্থা হৈ গৈছে মানুহে অলপ চিনি পাবলৈ বহুত কষ্টৰ প্ৰয়োজন আজি ভালকৈ বুজি পালোঁ বহুত সংগ্ৰাম কৰিছে আপুনি জীৱন পথত।আৰু আপোনাৰ অভিনয় মোৰ বহুত ভাল লাগে আপুনি থকা যিকোনো বস্তু মই চাওঁ আৰু আগলেও চাই থাকিম ❤🤗💕

  • @hemalatadevi6210
    @hemalatadevi6210 Před rokem +7

    সাগৰ নীল , আপোনাৰ ভবিষ্যৎ জীৱনলৈ শুভকামনা জনালোঁ । আগুৱাই যাওঁক উন্নতিৰ শিখৰলৈ । এইখিনিতে আপোনালৈ এটা অনুৰোধ, আপুনি যিহেতু ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ সেই বিশেষ বন্ধুজনৰ ঘৰ যোৰহাটত। গতিকে নিশ্চয় আপুনি বন্ধুজনৰ ঘৰৰ ঠিকনা জানে । এবাৰ আপুনি তেখেতৰ যোৰহাটৰ ঘৰত খবৰ কৰিলে নিশ্চয় তেখেতৰ খবৰ পাব ।

  • @user-js6gl5ie4w
    @user-js6gl5ie4w Před rokem +2

    আপোনাৰ জীৱন পৰা প্ৰেৰণা পাইছোঁ। নেদেখা জনক প্ৰাৰ্থনা কৰিছোঁ আপুনি আৰু আগুৱাই যাওক

  • @bhaylinasaikia5940
    @bhaylinasaikia5940 Před rokem +8

    লগৰজনক মনত থাকি গ'ল ,ফেচবুকত হ'লেও বিচাৰিব নোৱাৰি নে! তেও বা কেনে আছে!

  • @dikshitatalukdar8802
    @dikshitatalukdar8802 Před rokem +3

    Asin sinaki.. Favorite serial mur.. Dada apunar kotha khini sosai heart touching... Keep shining dada...

  • @pahariborah7928
    @pahariborah7928 Před rokem +4

    Interview tu sai hosakoi khub val lagil.. Logote dukh lagil Struggle bur gom pai.. Motivational interview 👍👍

  • @monithakuria1849
    @monithakuria1849 Před rokem +3

    Radhika khnt bht vl lgisile❤❤ata episode mis nkrak saisilu..... Aguwai juwa❤❤

  • @seemapathak475
    @seemapathak475 Před rokem +11

    One of my favourite actor .

  • @anantamonafurontamusical3230
    @anantamonafurontamusical3230 Před 9 měsíci +1

    বহুত স্মাৰ্ট লৰা সকলো ঠিকেই আছে বাৰু পিছে এটাদুটা মিচা কথাও কৈছে চাগে তেনেকুৱা লাগিছে জেনেৰেলি সাইকোলোজি বস্তু টো অকন বেছি মোৰ

  • @aratidevi3590
    @aratidevi3590 Před 11 měsíci +3

    মন দাৰ অভিনয় বহুত ভাল্ লাগে,,, ৰাজকুমাৰী ত্

  • @pangkajdeka6510
    @pangkajdeka6510 Před rokem +9

    Sagar daa salute to u 🤗🤗🤗

  • @richabharadwajsharma4598

    Iman xohoj xorol koi koise kothakhni
    Bor bhal lagil kothakhni
    Inspiring
    Loads ans loads of love❤

  • @kaustovgamer4959
    @kaustovgamer4959 Před rokem +2

    খুব ভাল লাগিল চাই। অৱশ্যে বহুত দুখ লাগিল।

  • @manjitbora5016
    @manjitbora5016 Před rokem +3

    Interview tu sai bhut val lagil..neel dar acting sai hasai val lage..aguai jaok neeldaa..vagabane unatir jakhaladal bagaboloi sadai sahash aru sakti diok

  • @minakshineog4997
    @minakshineog4997 Před 10 měsíci +3

    Val lagil sai...but dukhu lagil....sagar dar acting moiu bht vl pau...vale thakok...❤

  • @kritiman3578
    @kritiman3578 Před rokem +3

    Bht bhal acting kare❤

  • @deepjyotinath4240
    @deepjyotinath4240 Před 10 měsíci

    আগুৱাই যোৱা, খোলা কৈ সকলো কৈছা, দুখ লাগিল । ইমান দুখৰ দিন গ'ল তোমাৰ সাগৰ। ভগৱানে সহায় কৰক তাৰেই কামনা কৰিলো।

  • @minakshibhagabati9530
    @minakshibhagabati9530 Před 10 měsíci

    তোমালৈ বহত মৰম দিলো সাগৰ। আজিৰ পৰা৩/৪ বছৰমান আগতে নুমলীগড়ৰ কল্পৰ বিয়াৰ দৰাযাত্ৰীৰ লগত তোমাক দেখিছিলো।তাৰ আগতে তোমাকত অৰ্দ্ধাংগিনীত দেখিছিলো। সিদিনা তোমাক সাধাৰণভাৱে তোমাৰ অভিনয় ভাল হৈছে বুলিও তোমাক কৈছিলো। কিন্ত তেতিয়া লৈ তুমি ইমান কষ্ট স্বীকাৰ কৰিব পৰা সৎ সাহসী ল'ৰাৰ বুলি জনা নাছিলো। সৎসাহস ৰ বাবেই তুমি সকলো কথা সহজ ভাবে কৈ আৰু কোনোবা জন অভাবী কিন্তু প্ৰতিভা শালী ল'ৰাক আগ বাঢ়িবলৈ উৎসাহ যোগাইছা।ধন্যবাদ তোমাক। আকৌ কেতিয়াবা কল্পৰ ঘৰলৈ আহিলে আমাৰ ঘৰলৈ আহিবা। তেওঁৰ শহুৰৰ নিচেই ওচৰতেই আমাৰ ঘৰ।

  • @jayantachetia4488
    @jayantachetia4488 Před 10 měsíci +1

    তোমাৰ সাহস আৰু ধয শলাগিৱ লগা ধণ্যবাদ আগুৱাই য়োৱা

  • @HumenBoruah2003
    @HumenBoruah2003 Před rokem +8

    Frist views JSS । Love from Assam dhemaji 😊
    JSS CHANEL TU SAI VALPUWA HOKOLE ATA LIKE PLZ

  • @user-yx1kb6ux5m
    @user-yx1kb6ux5m Před 8 měsíci

    মই তেজপুৰৰ পৰা কৈছোঁ মই তোমাৰ অভিনয়বোৰ ভাল পাও ♥️ আগুৱাই যোৱা বাবা আশীৰ্বাদ কৰিছো

  • @udayan0738
    @udayan0738 Před 10 měsíci +1

    বহুত দুখ লাগিল,ইমান কষ্ট কৰি এতিয়া তুমি বহুত আগবাঢ়িল aa

  • @asomiyasuwaligita3106
    @asomiyasuwaligita3106 Před 9 měsíci

    Bahut besi val lagile dukhu lgil. Dada jnoloi bahut bhut morom jasilu. Agbahi jua dada 🙏

  • @nabanitaray3261
    @nabanitaray3261 Před rokem +1

    Sagar daa r kotha khini vl lagil 👍👍👍

  • @sureyakhatoon1038
    @sureyakhatoon1038 Před 11 měsíci +2

    কাহিনী শুনি ভাল লাগিল আৰু দুখো লাগিল

  • @pranjoldutta7038
    @pranjoldutta7038 Před 10 měsíci

    আপোনাৰ অভিনয় ❤ অভিনয় ইমান ধুনীয়া 🥰 আৰু শব্দসমুহ, একেৱাৰে গাঁৱৰ ল'ৰা, অ অভিনয় সমুহত প্ৰকাশ পায়

  • @kanikadhar9579
    @kanikadhar9579 Před 10 měsíci

    Very inspiring story. Really touchy. You are an example for today's generation.

  • @pallabiborsaikia1505
    @pallabiborsaikia1505 Před 11 měsíci +2

    কথা বোৰ বহূত দুখ লাগিল দাদা অভিনয় মই বহূত ভাল পাও

  • @suntobora9806
    @suntobora9806 Před 4 měsíci

    কবলৈ ভাষা নাই, আগুৱাই যাওক শুভকামনা থাকিল।

  • @ARJUNRAY143
    @ARJUNRAY143 Před rokem +3

    Kandhi dilu dada😢 god bless you❤ 😍

  • @bulbulisarmah1530
    @bulbulisarmah1530 Před 11 měsíci +5

    সংগ্ৰাম কৰিলে জীৱনত সফল হোৱাতো স্বাভাৱিক মাথো আমি হতাশ হৈ যাও❤❤❤

  • @rodalidevi2862
    @rodalidevi2862 Před rokem +1

    Xosakoi bht besi bhl lagil video 2 sai. Dada apuni jibon batot aru agbahi jauk takei akha korisu. Xodai nijor uporot bisash rakhibo aru bhogoban r uporot bisash rakhibo sabo apuni aru jibon batot agbahi jabo paribo. Lots of love from Tezpur🥰🥰

  • @KaSiYali
    @KaSiYali Před rokem +7

    Down to earth মানুহজন❤বৰ ভাললাগিল।

  • @csblg6294
    @csblg6294 Před rokem +2

    Bhut besi vl lagil❤❤

  • @deepgogoi4024
    @deepgogoi4024 Před 11 měsíci +4

    Boohuut dukh lgil apnr struggle huni aru boohuut motivate krile🙏

  • @amritahazarika5202
    @amritahazarika5202 Před rokem +1

    Bohut vl lge Sagar dar acting

  • @bidishaborah340
    @bidishaborah340 Před 9 měsíci

    Bohut val lagil sai...best show

  • @bikalpadutta
    @bikalpadutta Před rokem +2

    Baa apunar video sai bohut besi bhal lage love from dibrugarh ❤️‍🔥

  • @krishnaraj-et5ng
    @krishnaraj-et5ng Před 10 měsíci +2

    দাদা মোৰ জীৱনৰ অদ্বিতীয় গুৰু। matric pass কৰিয়ে প্ৰথম গুৱাহাটী যাত্ৰাত তেওঁক প্ৰথম বাৰ লগ পাইছিলোঁ এজন অভিনয়প্ৰশিক্ষক হিচাবে। তাৰ পাছৰে পৰা মোৰ আজিলৈকে যাত্ৰা। সাগৰ দা ❤❤❤

  • @dipikagogoi9483
    @dipikagogoi9483 Před rokem +1

    বহুত সুন্দৰ

  • @dipanjaligoswami911
    @dipanjaligoswami911 Před 10 měsíci

    Bohut bhal lagil. Dukh o lagisil kintu pisot bhal lagil. Aru aguai jua. Tumaku bohut morom

  • @anamikaboravlog2863
    @anamikaboravlog2863 Před rokem +1

    Bahut vl lge tumr avinoi...specialy Ardhangginir siddharth r role tur pora...❤

  • @debabrata9864
    @debabrata9864 Před 10 měsíci +2

    Thought-provoking interview. Great.

  • @aaisu_1657
    @aaisu_1657 Před 10 měsíci +1

    সদায় ভাল হওঁক আপোনাৰ সাগৰদা 🙏

  • @karabitaborah6222
    @karabitaborah6222 Před 9 měsíci

    আপোনাক বহুত ভাল লাগে, শুভেচ্ছা থাকিল

  • @krishnakhound6354
    @krishnakhound6354 Před rokem +4

    বৰ সৰল লৰাটো

  • @RijuMoni-zv2sx
    @RijuMoni-zv2sx Před rokem

    Eman dhuniya ke kotha bor khuli koisa bhut vl lgil Sagar daa asin sinaki sirial xon j apunar 1st sirial asil ek Dom a tenekowa nlage eman dhuniya acting korisila, sobot sai tumake vl paisili tmr aru Rishabh daar karanei saisilu sirial xon, bhut vl pau dada tumake,

  • @shikhasgallery2716
    @shikhasgallery2716 Před rokem

    Mur priyo abhineta jon❤hahi hahi kotha bur koise jodiu hahir aarot dukh, struggle bur feel korisu..olop o amoni nalagil vdo tu sai...❤

  • @purabidihingia8784
    @purabidihingia8784 Před 9 měsíci

    God bless you sagar.tmr acting mur bohut vl lage.

  • @rupalisonowal2143
    @rupalisonowal2143 Před rokem +1

    Bohut val lagil , Dhuhku lagil tumar kahini huni, Acting bohut vl lage ,,

  • @jayantagogoi2785
    @jayantagogoi2785 Před rokem +1

    Bohut bhal lagil .Sagar nil r acting moi bohut bhal Pau.

  • @user-xw6cb5ou7w
    @user-xw6cb5ou7w Před 8 měsíci

    Bht bhal lagil interview tu huni...all the best for u'r future

  • @m3official209
    @m3official209 Před 9 měsíci

    Val lagil bohut...aguwai juwa

  • @abdulmaliksaikia603
    @abdulmaliksaikia603 Před rokem +1

    Vallagil.sagor tumi aruaguaijooa.God bless you.

  • @HimakhsiKalita-lz4mz
    @HimakhsiKalita-lz4mz Před 11 měsíci +1

    Tumar khotha kuni soku pani ulai goisa. Tumak bohut val laga good blass u❤

  • @himadridevi8281
    @himadridevi8281 Před rokem +1

    Dada apunar kotha khini xuni vl lgil.... 🥺apuni aguai jaouk take kamona krilu🙏💞