নগাঁৱৰ এগৰাকী বিশেষ ভাবে সক্ষম যুৱতীৰ প্ৰেৰণাদায়ক কাহিনীৰ সৈতে চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ
Vložit
- čas přidán 5. 09. 2021
- নগাঁৱৰ এগৰাকী বিশেষ ভাবে সক্ষম যুৱতীৰ প্ৰেৰণাদায়ক কাহিনীৰ সৈতে চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ। যোগ্যতাৰ ভিত্তিত এটা চাকৰিৰ প্ৰয়োজন যুৱতীগৰাকীৰ। আনৰ আগত ভিক্ষা খুজি নহয় নিজৰ যোগ্যতাৰে জীৱন জীয়াব বিচাৰে যুৱতীগৰাকীয়ে। কেৱল প্ৰয়োজন চৰকাৰৰ অকনমান সহায়ৰ।
#Baartalaap
#ChakrapaniParashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
আপুনি সদায় প্ৰিয় ❤️❤️। ছোৱালী জনী কথাবোৰ শুনি বৰ দুখ লাগিল মনটো ।
চক্ৰপানি এনে সৰল সহজ ছোৱালী সমাজত চিনাকী কৰি দিয়াৰ লগতে তাইক সাহস দিলা বৰ ভাল লাগিল।
সচাঁকে বহুত দুখৰ কথা ৰজাঘৰীয়াই চকু দিয়ে যেন
চক্ৰপাণি দা ক কি কম... মই বহুতো ভাল পাওঁ।।। সাংবাদিকবোৰৰ ভিতৰত মোৰ প্ৰিয় সাংবাদিক।।।
👍
বৰ দুখ লাগিল।ভগৱানে কোশলে ৰাখক।
চক্র পানিকা দা আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ।আপোনাৰ যি চিন্তা চৰ্চা কৰা কাৰণে ।ইমান ধুনীয়া প্ৰতিভা থাকি ঘৰত অসহায় অনুভৱ কৰিছে।আগুৱাই যোৱা তুমি বহুত সাহকিয়াল আছে ।চিন্তা নকৰিবা তোমাৰ নিছয় ভাল হব।
ইমান দিনে চকী এখন ও নোপোৱাটো লক্ষ্যনীয়। তুমি সফল হোৱা
ভগৱানে আৰু আশীৰ্বাদ কৰক তুমি হতাশ নহবা আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ। চক্ৰপানী দা আপোনাক ও বহুত ধন্যবাদ জনালোঁ 👌👌👍👍🙏🙏
সুন্দৰ পদক্ষেপ ।ধন্যবাদ জনালো
মই আশা কৰিলোঁ চৰকাৰে সহায় কৰক ছোৱালীজনীক
Apunalokok dekhele bahut dukh lage
বৰ দুখ লাগিল ছোৱালী জনীক আল্লাই সাহস দিয়ক ।
Ummm
Ummm
God bless you sister, Roshmina.
কি কম দাদা আপোনাক ধন্যবাদ।বাইদেউৰ
এদিন ভাল হ'ব এনেকৈ সাহস ৰাখি কম কৰি যোবা । শেষত
ভগবান প্ৰথনা কৰিছো।বাইদেউ দেখা সপোন পুৰণ কৰে যে ।।।
God bless you
ইশ্বৰে মংগল কৰক ।
চৰকাৰে হিন্দু মুছলমানৰ বিভেদ নাৰাখি ছোৱালী জনীক যেন এটি চাকৰিৰ সূবিধা কৰি দিয়ে।
ও ভগৱান ছোৱালী জনীক উদ্ধাৰ কৰা
সঁচাকৈ বৰ দুখ লাগিল বাজনীলৈ
ঈশ্বৰে মঙ্গলকৰে যেন
কথাখিনি ইমান সুন্দৰকৈ কৈছে নিশচয় সহায় কৰিব
Teacher sakori ata sorkare dibo lage . Aguwai jua.
Vl lagil 👍👍
খাটুন বাইদেউলৈ অভিন্দন ও শূভেচ্ছা জনালো। লগতে চক্ৰপানী পৰাশলৈ বহূত বহূত ধন্নবাদ জনালো। চি এম ডাঙৰীয়াই নিশ্বয় খাটূন বাক সংহচটাপন দিব বুলি আশা কৰিলো। এজন মূখ্যমনএীৰ এই ক্ষমতাতো নিশ্চয় আছে। গতিকে আমি ঐকেবাৰে আশাবাদী। from sodiya 4mo shantipir.
তোমাৰ কষ্ট আৰু সাহসৰ ফল ভগৱানে নিশ্চিত ভাৱে দিব!
Nair je durbol aru sahosi tare bastob aru jolont proman dile teu .thanks.
Sarkara jen sowalijonik help kora 🙏
Sacrapani Parashaloi bahut bahut dhanyabad aane dharanor VIDEO show korar babe,Dukhiyar Bandhu Haok Dhanyabad.
God bless you.
চৰকাৰেও যেন মৰম কৰে এই ভনী গৰাকীক
তাইক চৰকাৰে সূহাই কৰে যেন
God bless you rasmina 🥰🥰❤❤
ছোৱালীজনীক যিকোনো প্ৰকাৰে চৰকাৰে এটা সংস্থাপন দিয়ে যেন 🙏🙏 ধন্যবাদ
Bohut kosto lagil daki
Tew kothabure hidoy khn sui Gol emn hahokhii god bless you
সচাকৈ বহুত দুখ লগা । সাহখেৰে আগুৱাই জোৱা তুমি 😭😭😭😭
ভগৱানক প্ৰাৰ্থনা আৰু শক্তি দিয়ক,আপোনাক অশেষ ধন্যবাদ, চক্ৰপাণি ডাঙৰীয়া🙏🙏
God bless you🙏
Dukh lgl teor jibon khongram khuni... Sakra dar simple style r Katha bor khosai bht vl lge
কি কম ভাষা নাই, বহুত দুখ লাগিছে
He bhgban kripa kriba
দুখ লগা
Bhout bhal lagil.
Jani bohut dukh palo.sarkaroloi mur anurodh jate teok kiba ata holeo jate kormo xongthapon diye 🙏🏿😭😭😭
Apunr vidio sai vl lga
Right
God bless you🙏❤❤❤
Dada apunak love u ,nd ktha bilak bhut vl lage buji puwat easy hoi
God will help u
🙏🙏🙏
Aibur nedekhe sorkare 😭
God bles him
তোমাৰ অনুৰোধ নিশ্বয় চৰকাৰে শুনিব । চৰকাৰ খন ইমান ও স্বাৰ্থপৰ নহয় । পাবা কিবা এটা ।
❤❤❤
Chakrapani daa apuni val kam korisa kothabur hunile beya lage apuni shastaa korisa val korisa
চৰকাৰে এনেকুৱা অৱস্থাত থকা লৰা ছোৱালীক সহায় কৰিব লাগে
Good-will
Sosakoi bhut dukh lgil 😭😭😭... swali jni mentali bhut strong....
BHOGOBAN HOHAY HOUK. SAKROPANI TUMAR VIDEO BHAL LAGE.
Cm sir Ai suali janik help karak plz kiba ata sakari diak
Dukh nokoreba baa aguyay joya Moro hat akhon nae vogobana amar necena xoyale mur tule cabo 😢corkara amar necena manubelak ok olop xubedh dela Val palu hoy😢😢😢😢
🙏🙏🙏🙏🙏🙏🙏
🙏🙏🙏💕💕💕
❤️❤️❤️🙏
Sorkare Jen soku meli sai,,tare kamona krilu,,,
Hokluhe hohai karibo lage 🙏🙏
Ratipuai kandilu video2 sai Tai vall houk
😥😥😥😥😥😥😢😓😓😓😓😓
Suwalijonik kiba eta hongshthapon dile bht Val lagib
Dada apuni bhut vl km Krise. Apuni jate swli jonik kiba Ata sagstapn di a
Vogoban ase val hobo tumar
Cakra tumak birat val lage
Tumi mor apon bhai
Sowalijonik bhogobane mongol korib.
🙏🙏🙏🙏🙏
Sorkare abor nedekhe bhal kam bur nedekhe bea kam bur ha dekhe
Muru ase problem dada😔
Sokare suwalijonik ata sakori diyak..
Asal manuh tumalok he .ji ye iman badha neusi aguway goisa.vagabane tumak vl karak.
Ki kom
Sorkare teok hohai korok
Kio angwadi kormiye Hosai nokore ni
God bless you ....
God bless you
God bless you
God bless you
God bless you
God bless you