হৃদয়স্পৰ্শী!ৰাজনীতিৰ উৰ্দ্ধত গৈ মাজুলীৰ মাকৰ মৰম বিচাৰি পালে লুৰীণজ্যোতিয়ে
Vložit
- čas přidán 5. 03. 2022
- হৃদয়স্পৰ্শী!ৰাজনীতিৰ উৰ্দ্ধত গৈ মাজুলীৰ মাকৰ মৰম বিচাৰি পালে লুৰীণজ্যোতি গগৈয়ে। দেওবাৰে মাজুলীৰ মাতৃসম চুনু দাসৰ পৰা কুচিয়া মাছ উপহাৰ পালে পুত্ৰসম লুৰীণজ্যোতিয়ে। সঁচাকৈ আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন? লুৰীণজ্যোতিৰ মাতৃ দুলু গুচি গ'ল
কিন্তু মাতৃ হৈ চুনু দাস এতিয়াও কাষতে আছে।
#LurinJyotiGogoi #DuluGogoi #Majuli #Son
Like, share and subscribe our channel.
Follow us on:
Facebook - / nenownews
Twitter - / nenownews
Instagram - / nenownews
এই বিলাক নিস্বাৰ্থ মৰম ভাল পোৱা , সময়ত পাহৰি গলে ভুল হব । মানু্হ গৰাকীৰ আচৰণ সঁচাই শলাগ লব লগীয়া ।
✅
মাজুলীৰ মানুহবোৰ সচাকৈয়ে বহুত মৰমীয়াল, কথাষাৰি বাস্তৱ সত্য ৷ মই মাজুলীত গৈ পোৱা মৰম সমাদৰ আজিলৈকে কতো পোৱা নাই ৷দৃশ্যটো দেখি আপ্লুত হলোঁ, লগতে মাতৃগৰাকীৰ নিভাঁজ মৰম দেখি অলপ আবেগিক হলোঁ ৷
শেষত এষাৰ কথা নোকোৱাকৈ নোৱাৰিলো
মাজুলী জিন্দাবাদ ৷
মা সদায় মায়ে , মাৰ মৰমৰ কোনো ভেজাল নাথাকে। এগৰাকী প্ৰকৃত মাতৃয়ে আনৰ সন্তানকো নিজৰ বুলি ভাবে । লুৰিণ দাক ভগৱানে সদায়েই কুশলে থাকক🙏🙏🙏🙏🙏
ভগৱানে মংগল কৰক ।
এই হল মা শব্দ মূল্য সঁচাই , মা যি মা মানুহ জনীৰ কথাত কোনো সাৰ্থ নাই যি ভাবিছে মুখেৰে উলাই গৈছে ,
প্রকৃত মৰমে মানুহক জীয়াই থকাৰ প্রেৰনা তথা সাহস দিয়ে।মা শব্দটো অৰ্থ বুজাই দিব নোৱাৰি যত নেকি স্বৰ্গতকৈ ওপৰত। মা তুমি অন্যন্যা।
সঁচাকৈ এগৰাকী বহল হৃদয়ৰ মাতৃ। ৰাজনীতি কৰ পৰা একো বিচৰা নাই। মাতৃ হাৰা পুত্ৰক মাকৰ মৰম দিব বিচাৰিছে। আমিও শুভেচ্ছা জনাইছোঁ লুৰিন জয়ী হোৱা। দেশ চলাবলৈ এজন নিষ্ঠাবান ক্ষত্ৰিয় ৰ অতিকৈ প্ৰয়োজন। লাচিতৰ দৰে, তুমি পাৰিবা।🎉❤
ধন্যবাদ মোৰ মা।
দুয়ো কুশলে থাকক
চকুৰ পানী ওলাই গল " মা" শব্দটো মহান
নিস্বাৰ্থ মৰম আৰু আবেগ ❤
বহুত সুন্দৰ ভাল লাগিল
বহুত দুখ লাগিল |
হৃদয়ভেদি যোৱা আৰ্শীবাদ অথলে নাযায় 🙏🙏
লুৰুণ দাদা 😭😭❤️❤️🙏
Future CM of Assam... Young dynamic and secular leader... Thinks always for the people of Assam...
I agree with you
Amak secular kthatu nalage amak lage Hinduism
ভাল লাগিল।
গৰিবৰ মানুহৰ অন্তৰ বহুত ধুনীয়া
I. Love. You. Maa. God. Bless. You
সচাই দুখ লগা এক মহুত্ত।
সকলোৱে আশীৰ্বাদ দিয়ক ৰাইজ লুৰিণ গগৈক
আবেগিক হৈ গলো
কি কম.. আবেগিক হৈ গৈছো
মা শব্দ টোৱেই বেলেগ ..🌹🌸❤️ ভাল এ থাকক প্ৰতি গৰাকী আই মাতৃ🌹🌸❤️
Lurinjyoti da apuni c m hbo lagibo
Nice vdo
অতি মৰম লগা অনুভুতি,লুৰিণ আমাৰ সন্তান, আমাৰ সকলোৰে কথা চিন্তা কৰিব
কাইলৈ বা কেইদিনমান পিছত হলেও বিক্ৰী যোৱা পাৰ্টিৰ মানে বিজেপিৰ মানুহ গৈ বৰ বেয়াকৈ ভিৰ কৰিব মা জনিৰ ঘৰত.. চাই থাকক যদি মিছা কৈছোঁ....।।
বহুত দুখ লাগে এনে দৃশ্য দেখিলে
Lurin jyoti gogoi sir aibar jikibo Dibrugarh constituency.
A pure hearted woman. We want more and more such people in our Assam. God bless her.
ভাষাহীন ।।🙏🙏🙏
Luring jyoti gogoi zindabad ❤❤❤❤❤
মাজুলীৰ মানুহ মৰমীয়াল সত্য, কিন্ত্ত তেওঁলোক সদায়েই প্ৰতাৰণাৰ চিকাৰ হয়
আজি আমি সুখী
God bless you
আবেগিক হৈ গলো।
Heart touching scenery
Good news
কিছুমানে ইয়াকো Election ৰ বাবে আবেগিক হৈ কৈছে বুলি ক'ব ।
নহয়অ
হৃদয় হৃদয়ক মৰম জাচিলে
কেনে সুন্দৰ লাগিল
Really I am also emotional with tears, because same as if LurinDa(mother less)
Nice❤
Fine.
Lurin, you are my younger brother
বৰ দুখ লাগিল
really sensitive Even I was weeping
Maa. 🙏🙏🙏🖐️🙏🙏🌺🌺🌺🌺🌺🌺
Moza👍🙏
আবেগিগ মূহুৰ্ত
Lurinjyoti sir ❤ Jikiboi
❤
Nice❤❤❤❤
Bohut dukh laga video
সচাঁই এই মুহুৰ্তটোৱে দূচকু ভৰাই দিলে অ'।
Maa Tumi ononya 🙏🙏
Hosai dukh lage
Bohut dukh lagel o
😢😢😢❤
Maa tumi Mohan morom
Nirbhejal morom 😭😭
Nice
Bar vall lagise👌
Good news Val khata okay thanks 🙏🙏🙏👍
Gogoi da ki kom mur ma loi bahut manat porise. Thanks to you
Lurin
মৰম দিছোঁ🥰🥰
😢😢😢😢😢
Gogoi is one of the best leader in Assam
Hosai bhut duk lgil maa
Lurin jyoti gogoi dngriya. . . Apuni jiman kosto korise. . Adin fal paboi
Love you ma 😘
তোমাৰ ভাগ্য এগৰাকি।মা পালা লুইণ তোমাক আশীৰ্বাদ কৰিছো ভগৱানে তোমাক সহাই কৰিব।
Gogoi jindabud
😭😭😭😭😭
Lovely ma
ধন্যবাদ
Real mother.
😊🙏
🙏👌🙏
🙏🙏🙏
Great women with real heart , honest aspect the best from the aspected leader. One of the heart trust moment. God May fulfeel all the dream true of the family .
Hosakoi Bohut dhuk lagil video sai😭😭😭 . Mur maa ny 😭😭😭 love you maa ❤️❤️❤️
So sad......
👍👍👍🤲
😢😢😢
Heart touching videos
The great
❤❤
😭😭
😭😭😭😭🙏🙏🙏
Dada is coming soon
❤❤❤✌✌✌✌
Good
😥
Don't forget ma is ma
Maa ❤️
❣️❣️❣️❣️❣️❣️❣️
🙏🙏🙏🙏😭😭😭😭