বিজেপিৰ ‘গোপন কক্ষত’ হেনো ফাট মেলিছে

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • মুখ্যমন্ত্ৰীৰ গোপন কক্ষত হোৱা প্ৰতিখন বৈঠকৰ প্ৰতিটো খবৰ হেনো আছে কংগ্ৰেছৰ ওচৰত। এই বিস্ফোৰক মন্তব্য গুৱাহাটী সমষ্টিৰ প্ৰার্থী তথা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু মন্ত্ৰী অতুল বৰাই বহুবল্কী আখ্যা দিয়াৰ প্ৰত্যুত্তৰ দিলে নেত্ৰীগৰাকীয়ে।
    #pratidintime #assam #electionwithpratidintime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম

Komentáře • 184

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw Před 4 měsíci +96

    ❤❤❤ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউ জিন্দাবাদ❤❤❤

  • @bakulboruah2026
    @bakulboruah2026 Před 4 měsíci +20

    আমি মীৰা বাইদেউক ভোট দিম।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 4 měsíci +101

    মীৰা বৰঠাকুৰ এগৰাকী সু বক্তা ।এই কথা সকলোৱে স্বীকাৰ কৰিব। তেওঁ কি দলৰ এইটো ডাঙৰ কথা নহয় ,বা ক'ব লগা নাই।

  • @pabindas6525
    @pabindas6525 Před 4 měsíci +73

    মীৰা,গৌৰব,আৰু লুৰিনক লোক সভাত পালে অসমৰ সন্মান বাঢ়িব

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m Před 4 měsíci +100

    আমি হলে শ্ৰীমতী মীৰা বৰঠাকুৰক ভোট দিম । মীৰা বৰঠাকুৰ অনায়াসে গুৱাহাটী লোক সভা সমষ্টিৰ পৰা নিৰ্বাচিত হব।
    জয় আই অসম !

    • @narayankumarbora3762
      @narayankumarbora3762 Před 3 měsíci +1

      Smart City kintu prati mahe panir namat hazar hazar taka kharas karib lage. Bjp a guwahatir Oli golit Pani van dekha nai neki? 2012 t panir pipe bohaisil. Andhavakta sakale unnayan dekhise. Saye Mira barthakur dangorianik Mur vote to di bjp hatau abhijanat sahai Karim.

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw Před 4 měsíci +74

    আপোনাৰ বিজয় নিশ্চিত❤❤❤

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n Před 4 měsíci +26

    মীৰা বাইদেৱে মাৰ্জিত ভাবে কথা কয় আৰু এই বাৰ জিকিব

  • @moromorkokaidew
    @moromorkokaidew Před 4 měsíci +75

    মীৰা বৰঠাকুৰ বাইদেউক 🎉🎉🎉 জনালোঁ

  • @tirthajyotigogoi9942
    @tirthajyotigogoi9942 Před 4 měsíci +15

    অসমৰ ভৱিষ্যতৰ এগৰাকী মহিলা মুখ্যমন্ত্ৰী 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @pabindas6525
    @pabindas6525 Před 4 měsíci +34

    অতুল বৰাই AGP ক বন্ধক ঠোৱা নাই অতুল নিজে বন্ধক হৈছে

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef Před 4 měsíci +51

    Congress zindabad ❤

  • @runudeka2509
    @runudeka2509 Před 4 měsíci +52

    Mira Baidew zindabad...

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev Před 4 měsíci +62

    Congress Zindabad আমাৰ ঘৰৰ ৫ টা ভোট কংগ্ৰেছক দিম

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo Před 4 měsíci +40

    Congress jindabad

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Před 4 měsíci +68

    অসমীয়াই সংসদ ভবন কপাব পৰা সাংসদ কহে ভোট দি জয় যুক্ত কৰা উচিত। নিমাতী কইনাবোৰ পঠালে কোনোভাবেই লাভ নহব। সেয়ে বিবেক ভোট দিয়া উচিত।

  • @joyantakumargogoi9204
    @joyantakumargogoi9204 Před 4 měsíci +79

    বাইদেউ বৰ স্পষ্টবাদী। গুৱাহাটীৰ ৰাইজক দলে বলে ভোট দিবলৈ অনুৰোধ কৰিলোঁ।

  • @user-se1vm4xb2q
    @user-se1vm4xb2q Před 4 měsíci +16

    অতুল নিজৰ ঘৰৰ সমষ্টিতেই জিকিব নোৱাৰে।

  • @abushamamollah4984
    @abushamamollah4984 Před 4 měsíci +39

    মীৰা বৰঠাকুৰ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ ৰকিবুল হুছেইন জিন্দাবাদ লুৰিণ জ্যোতি গগৈ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ

    • @narayankumarbora3762
      @narayankumarbora3762 Před 3 měsíci +1

      লগতে প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ।

  • @mridupawanboruah6068
    @mridupawanboruah6068 Před 4 měsíci +35

    Mira ba jindabaad

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez Před 4 měsíci +38

    I LOVE I.N.D.I.A
    #RahulGandhiZindabad
    #Miraborthakurzindabad
    #Congress_Zindabad

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef Před 4 měsíci +41

    Mira baidew Zindabad ❤

  • @khogenborah8276
    @khogenborah8276 Před 4 měsíci +27

    Best wishes to Meera Borthakur ! 🙏🙏🙏

  • @dipankarhazarika5213
    @dipankarhazarika5213 Před 4 měsíci +38

    মীৰা বৰঠাকুৰ বাইদেউ জিকিবৈ। কাৰণ গুৱাহাটী লোকসভা সমষ্টিত ৯৫% শিক্ষিত ভোটাৰ আছে।
    আটাইতকৈ হাজো সমষ্টিত বেচি ভোট পাব। মই কৈছো। মই শিৱসাগৰৰ। হাজোৰ খবৰ লৈছো মই।

  • @muned6442
    @muned6442 Před 4 měsíci +18

    মীৰা বাইদো জিন্দা বাদ কংগ্ৰেছ জিন্দা বাদ 🖐️🖐️🖐️🙏🙏🙏🙏

  • @Bnb717
    @Bnb717 Před 4 měsíci +7

    Jindabad mira mam

  • @user-lp7nv4ri9h
    @user-lp7nv4ri9h Před 4 měsíci +11

    Congress jindabaad

  • @mainudavi9510
    @mainudavi9510 Před 4 měsíci +12

    একে বাৰে সঁচা কথা। হিমন্ত AGP লৈ আহিবযে তাৰ কুচকবাচ চলাই আছে

  • @hndekari8011
    @hndekari8011 Před 4 měsíci +10

    আমবাৰীৰ অগপ-ৰ কাৰ্যালয়টো বৰ্তমান আছেনে নাই, আমিবোৰে কোনো খবৰ নাপাওঁ । তাৰমানে, মীৰা বৰঠাকুৰৰ কথাবোৰ সঁচা । অগপ-ৰ আঞ্চলিকতাবাদ ধোৱাচাঙত নেকি???

  • @Doricksonsangma-ih8uj
    @Doricksonsangma-ih8uj Před 4 měsíci +5

    Congress zindabad Baido zindabad

  • @user-iy9cd7ts1t
    @user-iy9cd7ts1t Před 4 měsíci +6

    Mira Bai zindabad

  • @jyotirekha.bhuyan
    @jyotirekha.bhuyan Před 4 měsíci +15

    মীৰা বৰঠাকুৰ বাইদেউ vote দিব লাগে

  • @monuwarabegam5708
    @monuwarabegam5708 Před 3 měsíci +1

    মিৰা বৰঠাকুৰ জিন্দা বাদ বাইদেউ জয়ে গুৱাহাটী জয় বাইদেউ আমাৰ আশিৰ বাদ আপোনালৈ থাকিল ❤❤❤❤❤

  • @narayankumarbora3762
    @narayankumarbora3762 Před 4 měsíci +19

    আপোনালোকৰ চৰকাৰ আহিলে ইতিকিংকাৰী মামা জনক ' ইতিকিং ৰত্ন' উপাধিৰে সন্মানিত কৰিবলৈ নাপাহৰিব।

  • @ruhitmahanta1124
    @ruhitmahanta1124 Před 4 měsíci +19

    I pray God for your victory

  • @HiyaHiya-vg3mv
    @HiyaHiya-vg3mv Před 4 měsíci +12

    হিমন্ত বিশ্বৰ বিৰাট ফুৰ্তি। ভিতৰি ভিতৰি হাঁহি থাকে । ইয়াৰ কাৰণ হল - অসমৰ ৰাইজক মূৰ্খ বনাব পৰা শক্তি তেওঁৰ আছে । কুকুৰ বশ কৰিবলৈ মাংস, বান্দৰ বশ কৰিবলৈ কল , আৰু দল সংগঠনৰ নেতাক বশ কৰিবলৈ টকা দিব লাগিব ।এই ফৰ্মূলা খটুৱাই বাৰে ভচহু কথা কৈ মহিলা সকলক নচুৱায় । অসমত শিক্ষিত মানুহ নায়েই নেকি ? যদি শিক্ষিত মূৰ থকা মানুহ অসমত আছেই তেন্তে কিছুমান ফুচুৰি কথা কৈ মোদী আৰু হিমন্ত বিশ্ব ই বছৰৰ পিছত বছৰ কেনেকৈ ৰাজপাটত বহে? মোদীৰ দক্ষতা ?? সাধাৰণ ৰেল বিভাগটো চলাব নোৱাৰিয়ে বিক্ৰী কৰিলে । দেশৰ সম্পদ ইটোৰ পিছত সিটো বিক্ৰী কৰিলে এই দহ বছৰত । তদুপৰি দূ‌য়োজনা গুণী দক্ষ পুৰুষে মাহে পষেকে হাজাৰ হাজাৰ কোটি ঋণ লৈ বস্তুৰ ‌দাম সাধাৰণ মানুহে ঢুকি নোপোৱাকৈ ব‌ঢ়াই আছে ।দক্ষ হিমন্ত বিশ্বমহোদয়ে দুটাকৈ কাগজ কল চলাবলৈ সক্ষম নহ'ল । চৰকাৰী বিদ্যালয় বোৰ এফালৰপৰা বিলোপ কৰি গৈ আছে । অসমীয়া ভাষাৰ ভবিষ্যত কি ? C A A আইন কৰিবলৈ জাতিয়তাবাদীয়ে ভোট দিয়ে তপন গগৈ , সৰ্বানন্দ, প্ৰদানহতক আৰু C A A আইন নালাগে আমাক , আবেদন জনায় আদালতক ।এয়া এটা মূৰ্খ জাতিৰ পৰিচয় নহয়নে ?? অসমীয়া যে এটা জীয়া জাতি তাৰ প্ৰমাণ দি এইবাৰ বিজেপি দলক বৰ্জন কৰি সচেতনতাৰ পৰিচয় দিব লাগিব ।

  • @priyopratimbora4888
    @priyopratimbora4888 Před 4 měsíci +9

    মীৰা বাইদৈও জয় হব।

  • @santanurajkonwar4093
    @santanurajkonwar4093 Před 4 měsíci +1

    মাননীয় মূখ্য মন্ত্রীক মানুহৰ আমুৱাইছে, সেইয়া একেবাৰে সত্যলৈ পৰিণত হবলৈ গৈ আছে। মীৰা বৰঠাকুৰ জয়ী হলে অসমবাসীয়ে এগৰাকী শক্তিশালী সাংসদ পাব।

  • @nitulmudoi5483
    @nitulmudoi5483 Před 4 měsíci +11

    BJP kita আতৰাই মুক্ত চৰকাৰ হ'ব bjp ৰাইজে গমেই পোৱা নাই

  • @nitulmudoi5483
    @nitulmudoi5483 Před 4 měsíci +6

    Good

  • @songitag7323
    @songitag7323 Před 4 měsíci +4

    ❤️❤️❤️❤️❤️❤️❤️👍👍👍👍👍

  • @krishnagogoi1657
    @krishnagogoi1657 Před 3 měsíci

    মীৰা জিন্দাবাদ

  • @iamTakla
    @iamTakla Před 4 měsíci +7

    Misalia ..cm

  • @abhijitkalita3209
    @abhijitkalita3209 Před 4 měsíci +7

    মীৰা বৰঠাকুৰ জিন্দাবাদ

  • @RajibMedak-nc5rg
    @RajibMedak-nc5rg Před 4 měsíci +4

    Mira borathaku comments right comments.

  • @collectionvideo.7763
    @collectionvideo.7763 Před 3 měsíci +1

    Congres jindabad

  • @eusufahmed9564
    @eusufahmed9564 Před 4 měsíci +4

    Atul Bora prothome sidha hoi khoj kahribo hikok

  • @RupaDeka-ld4je
    @RupaDeka-ld4je Před 4 měsíci +5

    C. M k amuwaise aru raij

    • @pratimasarma1737
      @pratimasarma1737 Před 4 měsíci

      লাখপতি বাইদেউ সকলে কি কয় ক'ব খোজে বা!

  • @basantakalita5369
    @basantakalita5369 Před 4 měsíci +2

    Mira baideo jikiboi✌✌✌

  • @user-ku3zo5sp5j
    @user-ku3zo5sp5j Před 3 měsíci

    Mira mam jindabad

  • @bishaldas3964
    @bishaldas3964 Před 4 měsíci +6

    Mamar beya din bohut xunkale ahi ase....

  • @khogenborah8276
    @khogenborah8276 Před 3 měsíci

    Long live Mira Borthakur ! May GOD bless her ! 🙏🙏🙏

  • @user-se1vm4xb2q
    @user-se1vm4xb2q Před 3 měsíci

    বিজেপি শেষ হৈ যাব।

  • @ganeshkeot5298
    @ganeshkeot5298 Před 3 měsíci

    Mira Barthakur Baideo Zindabad.

  • @inglishvlogs1015
    @inglishvlogs1015 Před 3 měsíci

    এইজনা মূখ্যমন্ত্ৰী অতিকৈ অসভ্য মানুহ, তেওঁৰ ভিতৰত বা কিমান বেয়া বস্তু আছে,

  • @NazimKhan-pf9vn
    @NazimKhan-pf9vn Před 4 měsíci +1

    Congress party

  • @dipenbora3693
    @dipenbora3693 Před 4 měsíci

    Mira borthkur zindabad

  • @padmonathhaloi9365
    @padmonathhaloi9365 Před 4 měsíci

    Vote for mira barthakur.

  • @MontuKhakhlary
    @MontuKhakhlary Před 2 měsíci

    Bjb zindabad ❤❤❤❤

  • @user-yt1sk5el7n
    @user-yt1sk5el7n Před 3 měsíci

    Mira barthakur baido jindabad

  • @renasharma8968
    @renasharma8968 Před 4 měsíci

    একেবাৰেই সঁচা কথা।

  • @pegurock421
    @pegurock421 Před 4 měsíci +4

    Vote for মীৰা বৰঠাকুৰ

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo Před 3 měsíci

    Congress jindabad Rahul Gandhi jindabad Congress ji ki boy

  • @MontuKhakhlary
    @MontuKhakhlary Před 2 měsíci

    Bjb zindabad zindabad ❤❤❤❤ako abar modi sarkar

  • @rajensarmah6804
    @rajensarmah6804 Před 4 měsíci

    Good comments... Weldon... Keep the spirit up....

  • @sakedalisk8837
    @sakedalisk8837 Před 3 měsíci

    I want to see Mira Barthakur as chief Minister in 2024.

  • @MontuKhakhlary
    @MontuKhakhlary Před 2 měsíci

    Jai ai axom bjb zindabad ❤❤❤

  • @RitaGogoi-yp9rz
    @RitaGogoi-yp9rz Před 4 měsíci

    Verygood baidew

  • @SafikulIslam-tf3vt
    @SafikulIslam-tf3vt Před 3 měsíci

    Coongris jindabad

  • @anjanjyotidas1429
    @anjanjyotidas1429 Před 4 měsíci +5

    EVM ot baimani nokorile apunar joi h nissit

  • @shahidurrahman872
    @shahidurrahman872 Před 4 měsíci

    Mira Barthakur Jindabad

  • @HotThupka
    @HotThupka Před 4 měsíci

    দুয়োজন একে বংশৰ, অসমৰ নাগৰিকে তেওঁলোকক সহজে বিশ্বাস কৰিব নালাগে।

  • @bhupenkumar8191
    @bhupenkumar8191 Před 4 měsíci +2

    Dance !!. It's not enough for your win , time is over.

  • @dhormendradoley7382
    @dhormendradoley7382 Před 4 měsíci

    উদয় শংকৰ হাজৰিকা= মীৰা বৰঠাকুৰ।

  • @nivasaikia2249
    @nivasaikia2249 Před 3 měsíci

    Good news

  • @swarnalatahandique675
    @swarnalatahandique675 Před 4 měsíci +3

    ❤❤❤❤

  • @rajenbora3219
    @rajenbora3219 Před 4 měsíci

    Hbs zindabad

  • @PremaDas-vl7iw
    @PremaDas-vl7iw Před 2 měsíci

    হাৰি হাৱি। লাজনাই

  • @babulali3856
    @babulali3856 Před 4 měsíci +4

    গুৱাহাটী লোকসভা বিজেপিয়ে বহু বছৰ খালে কিন্তু কাম কি দাল কৰিলে ? এইবাৰ বি"''' নহয় মীৰা বাৰ দৰকাৰ মীৰা বা আনায়সে জিতিব ।

  • @gh12138.
    @gh12138. Před 4 měsíci +3

    Thik dise👍👌❤️🙏

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj Před 4 měsíci +1

    Right, B. J. P. dalat A. G. P natara bhari patil.

  • @secrethuntersrp8884
    @secrethuntersrp8884 Před 4 měsíci

    Good.coment

  • @himashreedas4356
    @himashreedas4356 Před 4 měsíci +1

    💯 jikibo😂😂😂😂😂

  • @hiralalbiswas5225
    @hiralalbiswas5225 Před 2 měsíci

    ফেভিকুইক কত লগায়নো ?

  • @nripendeka9422
    @nripendeka9422 Před 4 měsíci +4

    অসমৰ পৰা বি জে পি ক খেদিব লাগে ।।gundagiri bjp মামা

  • @nripendeka5014
    @nripendeka5014 Před 4 měsíci

    লোড়িনজ্যোতি ক সহায় কৰিব সকলোৱে গোপনে ,, অগপ ক হাতত ধৰি অসমত BJP ৰ খোপনি ,, বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে পুৰণি BJP ক বিদায় দিব সাধাৰণ জনগণৰ মাজৰ পৰা , এতিয়া গোপনে AGP ক বিদায় দিব নতুন BJP য়ে ,, লগতে আদৰিব লোড়িনজ্যোতি ডাঙৰীয়াক ,,, দিল্লীত জনাব ,, পুৰণি BJP বুলিবলৈ কোনো নাই ,,, এতিয়া সকলো মোৰ অনুগামী ,, মই ,, মোৰ পিছত হে BJP ,,
    দিল্লীৰ পৰা এটাই খবৰ আহে ,, যিয়ে আগত তেওঁৱেই BJP ,, বুজি পাইছেনে ৰাইজ ,,

  • @BaruahGogoi
    @BaruahGogoi Před 2 měsíci

    তহতি হাৰিলে এনূকোবা কৰ

  • @Digubodo-ek3ml
    @Digubodo-ek3ml Před 3 měsíci

    🙏🙏🙏🙏🙏

  • @bhadrahira6578
    @bhadrahira6578 Před 4 měsíci +1

    Miya ❤

  • @runudeka2509
    @runudeka2509 Před 4 měsíci

    Aponak bor Val Lage.,.

  • @user-dr1pp6ot3h
    @user-dr1pp6ot3h Před 3 měsíci

    Mira.ba.joi.hok.vogoban.kipa.korok

  • @hridaychoudhury8527
    @hridaychoudhury8527 Před 4 měsíci

    ফটুৱা সংবাদ মেল

  • @intajurrahman4134
    @intajurrahman4134 Před 4 měsíci +3

    হিমন্তই আজমলক কেইখন হেলিকপ্টাৰ দিছে আৰু ৰাজ্য সভাত ভোট দিয়াৰ কিমান টকা দিছে ৰাজহুৱা কৰক অসমৰ পৰা BJP O হবৈ কংগ্ৰেছ আহিছে

  • @thanendraborah5956
    @thanendraborah5956 Před 4 měsíci

    Write

  • @paramanandabora1047
    @paramanandabora1047 Před 4 měsíci

    What secret information is about our CM, In case does not any secrecy about him, why does our
    CM needed to be afraid of ?

  • @TCF573
    @TCF573 Před 4 měsíci

    Gourov Aru Miraba khub hongjota aru histasar. Jona hahokhi Candidate

  • @kowserlaskar-qt7kv
    @kowserlaskar-qt7kv Před 3 měsíci

    😮😮😮😮

  • @kandarpa2622
    @kandarpa2622 Před 4 měsíci

    Atul Bora has catching the tail of BJP. He has no existance of his own.

  • @iyaruddinalli4623
    @iyaruddinalli4623 Před 4 měsíci

    Mira bardoloi jindabad

  • @TCF573
    @TCF573 Před 4 měsíci

    Jorhat t pathasagolie napai. Goirov a pabo..

  • @user-sv6fm6dx7n
    @user-sv6fm6dx7n Před 4 měsíci

    Atil b j p japot