"Khojor Xobda" খোজৰ শব্দ "4K/Assamese Short Films/ Kopil Bora/Deeplina deka/ Himanshu Prasad das/
Vložit
- čas přidán 27. 07. 2023
- "খোজৰ শব্দ "
*Cast
Deeplina Deka
Himanshu Prasad das
Hiranyadev Sharma
Ranjit Pritam
*Story
Manoj Kumar Goswami
Recitation
Kopil Bora
Music
Basshole (Mandeep)
Foley sound
Sidhant Sagar
Cinematography
Chandra Kr Das
Make up
Nirmali Kashyap
Editor
Dhiraj Mazumdar
Nayan Rajbongshi
Colour & GFX
Simanta Kalita
Poster Design
Dipankar Deka
Light Boy
Dipak Deka
Yasin Ali
Re- Recordist
Abhigyan Chutia
@Stodio Record Label
Story Recordist
Moon
@Orange stodio
Production controller
Sasanka Raj Nath
Ranjit Pritam
Production Design
Kamal Paran
Concept & Direction
HIMU (Himanshu Prasad das)
ALL COPYRIGHT RESERVED @MIND GARAGE
I don't understand why she reacted like that because her husband's feet have no sound??🙂did her husband killed anirban?🙁
Fltu short film 😂
I don't understand
72kg BMI.. 100 percent..height tu nai
Book khnr nam2 kunubai jnabo nki please?
Tumar khujor xobdo nai......!! That is why she hates him? Is it that she believes because of that she can never escape to a little "me time". Or, she is scared of this because the surreptitiousness of her behaviour doesn't escape his eyes?
Can someone explain what is the movie trying to potray?? Please!!
Content and acting is praiseworthy...but the conclusion is absurd.
the movie depicts an accuracy to demolish a successful relationship i hope those are depressed rn your afterlife shouldn’t watch thise type of video…only acting is not everything this can inspire many so think before uploading such content
I have so many questions as to why Bipaxa insisted that Anirban should not live with them if they had a relation ? And why Atanu even after witnessing them being romantic didn’t throw out Anirban out of the house instead he said that “ Xhi Tumi vbar dore nohoi “ aneke
মোৰ দৃষ্টিভংগীত আমি প্ৰত্যেকেই এগৰাকী নাৰীক বিচাৰি থাকো প্ৰত্যেকটো কাহিনীত৷ কিন্তু ইয়াত এজন অত্যন্ত নিষ্ঠাৱান, সহিষ্ণু, সৎ , আৰু অমায়িক পুৰুষৰ চৰিত্ৰক দাঙি ধৰিছে যিটো বহুতে বিচাৰি চোৱা নাই পুৰুষ জনৰ সততাৰ পৰ্যায় এনেকুৱা যে তেঁওৰ লগত হোৱা ইমান ডাঙৰ বিশ্বাসঘাতকতাৰ পাছতো তেঁও নিজৰ দোষতোকেই বিচাৰি ফুৰিল নিজকেই প্ৰশ্ন কৰি থাকিল তেওঁৰ খোজত কিয় শব্দ নহয় বুলি৷ কেতিয়াবা কেতিয়াবা আমাৰ প্ৰত্যেকৰে মাজত থকা সততাৰ দৰে ভাল লক্ষ্যনবোৰৰো সময়ে সুবিধা লয় আৰু মানুহে সুবিধা লোৱাটো স্বাভাৱিক এইক্ষেত্ৰত৷ অতনুৰ সততাৰ বাবে; নিৰৱতাৰ বাবেই সংসাৰখন থানবান হোৱাৰ দৰে হ’ল৷ সেয়ে সময় সাপেক্ষে আমি প্ৰত্যেকেই কঠোৰ হোৱাটোও প্ৰয়োজন হৈ পৰে৷ ইমান সুন্দৰ কাহিনীৰ উপস্থাপন তৃপ্ত হ’লো❤
এটা অতিকৈ উচ্চস্তৰীয় চুটি গল্প।যিহেতু চুটি গল্প হয় অলপতো উৎকণ্ঠা থাকিবই। ইয়াত প্ৰতিটো দৃশ্যতে বহুত অৰ্থ লুকাই আছে।(মই বুজি পোৱা খিনি অলপ কৈছো)
আধুনিক মানুহৰ জীৱন চৰ্যাৰে নিৰ্মিত মনোজ গোস্বামীৰ গল্পত মানৱ মনত একাকীত্ব, অস্তিত্ববাদী চেতনা, নগৰ চেতনা, সমকালীন সমাজ তথা ৰাজনৈতিক চেতনা ইত্যাদি বিশেষত্ব পৰিলক্ষিত হয়। সমাজৰ দ্ৰুত পৰিৱৰ্তনে আনি দিয়া নিঃসংতা, বিচ্ছিন্নতা আৰু একাকীত্বই ব্যক্তি বাস্তৱিক আৰু মানসিক উভয় জগতক কিদৰে সংকুচিত কৰি তুলিছে, তাৰ সাৰ্থক প্ৰকাশ মনোজ কুমাৰ গোস্বামীৰ গল্পত পোৱা যায়।
আগতে বহুত গল্প পঢ়িছিলোঁ এতিয়া পঢ়িব নহয় কিন্তু আজি বহুত দিনৰ মূৰত এটা ভাল গল্প শুনিলো..।ভাল লাগিছিল । অভিনয় খুব সুন্দৰ...।❤
সঁচাকৈ অভিনয় শব্দৰ ধাৰা আৰু কপিল দাৰ কণ্ঠ অন্তৰ চুই গল ❤👌👌
কি সুন্দৰ অনুভূতি, কি সুন্দৰ নিদৰ্শন ! ..... "তোমাৰ খোজৰ শবদ (শব্দ) নাই ।
হিমাংশু দা আৰু দিপলীনাৰ অভিনয় অনবদ্য । কপিল দাৰ কণ্ঠদান অতি সুন্দৰ । এবাৰ অৱশ্যে তপন দাস দাৰ কণ্ঠত এনে এটা কাহিনী শুনিবলৈ মন আছে ।
90 দশকৰ নামনি অসমৰ এটা পৰিঘটনা যেন লাগিল...সঁচা কাহিনীৰ দৰে ...সুন্দৰ অভিনয় দ্বীপলিনা ৰ......খোজ ৰ শব্দ নোহোৱা বাবেই বিপাশাৰ অবৈধ প্ৰেম কাহিনী ধৰা দিলে
বাস্তৱত কাহিনীৰ উপস্থাপন খুবেই ভাল লাগিল চাই।
এইটো এটা হৈছে "চুটিগল্প"...চুটিগল্পবোৰ এনেকুৱাই কম কথাত বহু বস্তু উপস্থাপন হয়। চুটি গল্পৰ আৰম্ভণি উদ্দেশ্যমুখী আৰু সামৰণিত আকস্মিকতা থাকে! সেয়েহে সামৰণিয়ে গল্পটিৰ এটা অনুৰাগ পাঠকৰ মনত ৰাখি থৈ যায় !