কাঁচিয়লি বেলি (Short Film) - Zubeen Garg | KK | Prasenjit | Nirmali S Bora | Ronald Hussain | 2023
Vložit
- čas přidán 16. 05. 2023
- DharmaShiva Production Presents কাঁচিয়লি বেলি #KasiyoliBeli
♬ CREDITS ♬
CASTS - PRASENJIT, SIDDHARTHA SHARMA, NIRMALI S BORAH, CHINMOY KOTOKI, MAHESH BORAH, DWEEP SHARMA, JATINJIT BORAH, ASHISH MALAKAR, SNEHA SAIKIA, SANJIB RANGHANG, KOILASH DAS, AMAN RONGHANG, MUNNA & DHARMENDRA CHETIA.
PRODUCED BY - DHARMENDRA CHETIA
DIRECTED BY - RONALD HUSSAIN
STORY - DHARMENDRA CHETIA
SCREENPLAY - PRANAB BHARALI
MUSIC - NAVA-BIKASH
DOP - BITORAJ KASHYAP
SOUND DESIGN - ANSHUMAN BORUAH
EDITING & COLOR - UDDIPTA KUMAR BHATTACHARYYA
PRODUCTION MANAGER - HIMEN BORAH
#ZubeenGarg #KK #Prasenjit #RonalHussain #NirmaliSBora #NewAssameseShortFilm2023
MUSIC LABEL - DHWANI RECORDS
© 2023 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR CZcams CHANNEL - / dhwanirecords - Hudba
পথাৰ আমাৰ বজাৰো আমাৰ 🙌✊
❤️জয় জুবিন দা❤️
🙏জয় আই অসম 🙏
সুন্দৰ চিন্তা,সুন্দৰ অভিনয়,আৰু সমাজত চলি থকা এক সচা কাহিনী ৰ উপস্থাপন।।ভাল লাগিল।আশা কৰো এনেকুৱা কাহিনী পুনৰ দেখিৱলে পাম।।ছুটি ছবি খনৰ সকলো লৈ কে শ্ৰদ্ধা ও ধন্যৱাদ জনাইছো।।
পুৰণি জুবিন গাৰ্গ ❤️
এনেকুৱা লাগিল যেন মই আগৰ সেই মন জুৰ পেলোৱা অসমীয়া ছবি চায় আছো। সচাঁকৈ মনটো কিবা ওখল মাখল লাগি গ'ল। খুব সুন্দৰ.....
সিদ্ধাৰ্থ দা মহেশ দা কি কম আৰু, সদাই প্ৰিয় হৈ থাকক💞 হৰেন চাৰৰ অভিনয় বৰ ভাল লাগিল🥺
😘❤️❤️❤️😍😘❤️❤️❤️সুন্দৰ❤️🔥
আমি অসমীয়া নহও দুখীয়া ।। জয় আই অসম ❤ ।। জুবিন দা ❤
ভাল লাগিল চাই। দুজন উজ্জ্বল নক্ষত্ৰ প্রসেন দা আৰু নির্মালী বা। তেওঁলোকৰ অনুৰাগী লগতে তেওঁলোকৰ অভিনয় মোৰ সদায় প্ৰিয়। অনাগত দিনত তেওঁলোকৰ আৰু ভাল ভাল কাম দেখা পাম বুলি আশা ৰাখিলোঁ। তেওঁলোক অভিনয় জগতত সদায় জিলিকি থাকক।
Prasenjit da aro nirmali ba acting ami bohut bhal pau,, prasen da ,, nirmali ba acting bur jetiya theater ba fillm t dekha pau ekdom reyal jen lage👌N fillm khon moza lage ,,
বহুত ভাল লাগিল, সঁচাই আমাৰ অসমীয়া ডেকাই জীৱিকাৰ বাবে খেতি বাতি কৰাটো অতি আৱশ্যক ।
বহুত ধুনীয়া লাগিলে চাই 🥰🥰
সঁচাকৈ বৰ ভাল লাগিল short film খন চাই ❤কি সুন্দৰ messege এটা সমাজলৈ আগবহাইছে🎉
👉👉আমাৰ সমাজৰ মানুহবোৰ
একত্ৰিত হৈ থাকিলেহে সমাজখন
অতি খুনকলে উন্নত কৰিব পাৰিম।।
💝Love you Zubeen daa💝
সুন্দৰ পদক্ষেপ,দেহত চেতনা জগাই তোলা ৰ এক দৃঢ় প্ৰয়াস ॥ 🙏
বহুত ভাল লাগিল storyটো চাই। যদি এনেকুৱা চিন্তাধাৰা লৈ সকলোঁ ওলাই আহে তেন্তে এদিন পথাৰো আমাৰ বজাৰো আমাৰ হব। জয় আই অসম
জয় জুবিন দা ❤️❤️ সোণৰ অসম
Zubeen da kkk mojaaa xundor ❤❤❤❤❤ aru ane vidu de joya
জুবিনদা 🙏❤️
Love u Zubeen and Siddharth da ❤❤❤❤
খেতিয়ে আমাৰ পৰিচয়... জয় আই অসম 🙏
Wonderful film 🎉
Jai zubeen daa ❤❤
বহুত ধুনীয়া এখন চুটি ছবি নিৰ্মাণ কৰা বাবে বহুত বহুত ধন্যবাদ। সঁচাকৈয় আমি বিদেশত গৈ কিবা কাম কৰাতকৈ অসমতে থাকি অসমৰ মাটিতে যদি কিবা কাম কৰিব লাগে। আৰু এইখন চুটি ছবি এ আমাৰ নৱপ্ৰজনমক বহুত ডাঙৰ শিক্ষা দিলে। আৰু আমাৰ মৰম জুবিন দাকো ধন্যবাদ।
এনেকৈয়ে কাহিনী বোৰৰ দ্বাৰা শিক্ষা দিব লাগে 😊❤ জুবিন দা প্ৰাণ ❤
👍❤
সঁচাকৈ বৰ ভাল লাগিল ছুটি ছবি খনৰ চাই ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥 love you all
Zubeen Daa ❤❤❤😍😍😍😍😍🔥🔥🔥🤟😎
মন ভৰি গল,,,,,,,,,,,? 💪💪💪
বৰ ভাল লাগিল, kk দা 😍😍
আপোনাৰ মাতটো যেন সদায় একে হৈ থাকক||❤❤
Wow.... Gantu eman dhuniya❤
সুন্দৰ হৈছে ❤❤
সুন্দৰ message আগবহাইছে ৰাইজৰ বাবে 😊
কাঁচিয়লি বেলিৰ অভিনয় কৰুতা সকললৈ সিমাহিন মৰম যাচিলো 💕
ভাষা নাই জুবিন দা আপোনাক ধন্যবাদ দিব অন্তৰ চুই গল❤ love you zubeen da god bless you
Our Zubeen Da Rock (pothar amar bojar amar)❤❤❤🙌
Joi Zubeen daa ❤️🔥
Nice mojja lagise ❤❤❤❤
😊 বহুত বেছি এ ভাল লাগিল ধুনীয়া হৈছে।
এইয়াই আমাৰ মৰমৰ গাঁওবোৰ | ইয়াত কিমান যে আমিবোৰে নজনাকে লুকাই থাকে নিভাঁজ মৰমবোৰ | ❤❤❤ জুবিন দা উফ......❤❤❤
👍👍♥️
সছাকৈ এক অনন্য চিন্তাধাৰা ।কৰ্মসূত্ৰে বহিৰাজ্যত থাকো যদিও ৰাতিপুৱাই ভিদিও তো চাই মনত এক অদম্য সাহস পালো ।
পথাৰ আমাৰ বজাৰ আমাৰ ।
জয় আই অসম
Mojja 🔥🔥
Jai Zubeen daa❤🎉❤
সুন্দৰ massage দিলে ভাল লাগিছে ❤❤❤❤
বৰ ধুনীয়া👌❤
সুন্দৰ 😊
সুন্দৰ হৈছে ,বৰ ভাল লাগিল
খেতি বাতি কৰিব লাগে......কিন2 পৰিশ্ৰম ৰ হাৰ নিয়ন্ত্ৰন ত ৰাখিব লাগে.......
জয় জুবিন দা
Zubeen Garg Back ❤❤
KK daa hundor acting krise ❤️
Nice Message For This Short Flim ❤❤❤ Love You Zubeen Da 🫀❤️
Ufff 😍😘 khub val lagil..... Zubeen dak dekhi aru besi val lagil 😘
Mozza de ❤😮😊
সুন্দৰ message আগবহালে ৰাইজৰ বাবে ❤❤ thnx❤
Waww amazing 😍..joy zubeen da ♥️
খুব ভাল লাগিল চাই ❤
Very nice ❤joy zubeen da ❤️
সুন্দৰ প্ৰস্থাপন❤
সুন্দৰ ভিদিঅ' লগতে ধুনীয়া এটা শিক্ষা❤Next part উলালে আৰু ভাল লাগিৱ বুলি আশা থাকিল 🥰
জয় জুবিন দা❤
love from jorhat AS03❤
কেচা মাতি গোন্ধ, উফ 🔥পথাৰ আমাৰ বজাৰ আমাৰ💙❤️💙
👍♥️
Bohut bhalagise video tu জই আই অসম
Good massage to Assamese society ❤
Ultimate ❤️oti hundar prodorkhan ....Bohut val lagil
জুবিন দা অসমৰ মনে প্ৰাণে জ্জুবিন দা আছে অসম আছে জুবিন দা নাই অসমৰ বাইব নাই❤❤❤❤❤
কিমান কম, কিমান লিখিম আপোনাক! শেষ নহয় চোন আপোনাৰ জয়-গান....🥺❤️🎼সংগীত যদি ধৰ্ম হয়;জুবিন গাৰ্গ মোৰ ভগৱান....🙏😌🌏♥️
😊❤
👍♥️
Same re amar kolija hoi dada aru kolija mani mor bhuguban❤
@@kishordeka5582Q@£2y
😊
Good massage to the society ❤️🔥🔥🔥,
পুৰণি জুবিন দা আকৌ উভতিল। । বহুত ভাল লাগিলে চাই। ।। প্ৰসেনজিত দাৰ অভিনয় সদায় প্ৰিয় নিভাঁজ অসমীয়াৰ সুগন্ধ বিচাৰি পাও । কেকে দাৰ কথানো কি কম । কাহিনীটো বৰ ধুনীয়া ।।
সুন্দৰ সুন্দৰ সুন্দৰ
Kk da , prosenjit da and all acting mojaaa
Wow.. barhiya
অসমীয়া সমাজৰ ভাল এটা বাৰ্তা । 🔥♥️ আমাৰ খেতি আমাৰ বজাৰ🔥ভাল লাগিল চাই
বহুত ভাল লাগিল সকলোকে প্ৰকৃত গাম্য জীৱনৰ পতভূমী।
Super beautiful presentation , love from Bangalore. Thanks....
জুবিন দা য'ত আৰু কি ক'ম ত'ত!😘🥰😍❤️❤️
হয় পথাৰো আমাৰ
বজাৰো আমাৰ।
জয় আই অসম 💕💕💕
❤❤❤❤❤❤❤❤❤ BOHUTT DHUNIYA KAHANI .❤
Superb stry gyss ❤❤
Keep it all 👍🏻👍🏻
❤
Amazing zubeen da ....come back zubeen da
বহুত ভাল লাগিলে চাই❤️
Xosai Bht Val lagil Next Episode Karone Wait Krim
Sai buhut vall lagil ❤
Prasanjit daa and nirmali baa bohut dhuniya hoise❤
Dhuniya gaoliy potibekh ❤tate aro amar moromor zubeen da r morom loga ati dhuniya song ❤ love you zubeen da and old
Bohut val lagil sai jai zubeen da ❤❤❤
❤❤❤❤mojaa😢❤
চুই দিয়া। চুই দিয়া। মোৰ হৃদয়ৰ। আপোন হ'ব সপোনৰ কবিতা হৃদয়ে। বৈ। যাব এটি নিজৰা সোখুমৰ বেলিয়ে সলালে। মেঘালি বৰণ ৰৈ যোৱা পখি মোৰ। দি যোয়া মনৰ। বতৰা সেন্দুৰীয়া মন সোনৰ চেকুৰা সাবতি। সাবতি ৰাখিবা ধৰি ইতি। পিয়া চিকুনি পোৱা অমিয়া মাধুৰী মধুৰ সপোন চিৰদিনলৈ ❤❤
Nijor gaon khonor kotha monot pori gol , ki j asile din bur ki hoi gol , bohut miss koru horukalor dinbur , potharot kheti kora , .....tq Zubeen da ❤
Pransanjit da my fv actor n Nirmali ba bht val lage..duijonor juti tu khub priyo ❤❤❤
2nd part lage . Jai zubeen daa❤
SOCIALISM depicted finally by an Assamese short film ❤🎉
Zubeen daa ❤
love to see zubeen da❤️
Best movie of Assam villages. Motivational flim
Dhuniya lagise hokolu bur gaoliya poribekhh uffff🔥🔥
Love you zubeen daaaa❤❤❤❤❤
Zubeen Daa❤️
Zubeeb da and rock zubeen da is back 💝💝👍👍 😍 mojjja
Moza lagil sai bohut dhuniya hoise best
জয় জুবিন দা 😊❤
বহুত ভাল লাগিল ❤
একদম আগৰ দিনবোৰ ঘূৰি অহা যেন অনুভৱ হৈছে ❤ জয় জুবিন দা ❤️
Good Messages to Our Youth