"PRAPTI"প্ৰাপ্তি "4K/Assamese Short Films/zerifa Wahid/Swagata/Geetartha/Nandita/Himanshu Prasad das

Sdílet
Vložit
  • čas přidán 10. 08. 2023
  • "প্ৰাপ্তি "PRAPTI"
    CAST
    Geetartha Sharma
    Swagata Bharali
    Nandita Deka
    Ishan Mirza
    STORY
    Monalisha Saikia
    RECITATION
    Zerifa Wahid
    CONCEPT & DIRECTION
    HIMU
    (Himanshu Prasad das)
    CINEMATOGRAPHY
    Chandra Kumar das
    EDITOR
    Dhiraj Mazumdar
    Nayan Rajbongshi
    MAKE UP
    Nirmali Kashyap
    MUSIC
    Samujjal Kalita
    POSTER DESIGN
    Samudra kajol Saikia
    PRODUCTION DESIGN
    Kamal Paran
    PRODUCTION CONTROLLER
    Sasanka Raj Nath
    Ranjit Pritam
    STORY RECORDIST
    MOON DEKA
    @ORANGE STUDIO
    RE- RECORDIST
    Abhigyan chutia
    @Studio Record Label
    LIGHTS
    DIPAK DEKA
    YASIN ALI
    ALL COPYRIGHT RESERVED @MIND GARAGE

Komentáře • 248

  • @gungunvibes9655
    @gungunvibes9655 Před rokem +68

    এগৰাকী নাৰীয়ে বহুত কষ্ট আৰু ত্যাগ কৰে নিজৰ স্বামীৰ বাবে নিজৰ সন্তানৰ বাবে আৰু সেইবাবেই কেতিয়াবা আমিবোৰ অলপ আৱেগিক হওঁ, অলপ খঙাল হওঁ তাত কাৰোঁ কোনো ধৰণৰ ভুল নাই , মাত্ৰ বিচাৰোঁ নিজৰ মানুহ জনৰ পৰা অলপ মৰম , অকণমান গুৰুত্ব কিন্তু কিছুমানে সেইবোৰটো বাদেই ভালকৈ মাত এষাৰো নাপায়, পত্নী গৰাকী যদি খিংখিঙীয়া হয় তেন্তে স্বামী জনে অন্য নাৰী বিছাৰি লয় ভাল মাত পাবলৈ, মৰম পাবলৈ , কিন্তু পত্নী গৰাকী ??তেওঁৰোটো মন যায় মৰম পাবলৈ ,অকণমান গুৰুত্ব পাবলৈ , কিন্ত তেওঁ কিয় অৱহেলিত হয় এই সকলোবোৰৰ পৰা ? যদি এই কাহিনীটো সঁচাকৈ কাৰোবাৰ জীৱনত ঘটিছে তেওঁ বুজিব এই ধুমুহা যাক কিমান ভয়ংকৰ । বাকী কাহিনীটো সুন্দৰকৈ উপস্থাপন কৰা হৈছে🌸

  • @jaansaikia9308
    @jaansaikia9308 Před 5 dny +1

    xosake val lagil dei xosa kothaa akebaree bohut tokaa lagee solibo...

  • @animadas9562
    @animadas9562 Před 4 měsíci

    Hsa kotha kbloi gle hsa eman bhal puwa past ovabr karne ejone hijonk bhal puwatu lahe lahe khngloi pribtrn hoi jiman hleu ari dib nuwari nhondhyau tenekuwai hl ovabe manuhk bhut kiba kri dib pare kahinitu bhut besi bhal lagil❤❤❤❤

  • @taufiqahmed8515
    @taufiqahmed8515 Před 4 měsíci +1

    উফফফ জেৰিফা বাৰ কথা কোৱাৰ কি সুৰ❤ সঁচাই আপ্লুত হৈছো 😊
    কেইবাবাৰো চাইছো আমনি নালাগে hats off to the team 🤩💖😄

  • @hiya4794
    @hiya4794 Před 11 měsíci +17

    স্যন্ধাৰ মাজত নিজকে পোৱা যেন হৈছো কিয় নাজানো শিল হৈ গৈছো মনেৰে পৰিতোষৰ দৰে কাৰোৱাৰ লগত কথা পাতিব বৰ মন যায় কোনো নাই লগত

  • @User_69_¹⁰¹⁷
    @User_69_¹⁰¹⁷ Před rokem +15

    সময় আৰু পৰিস্থিতিয়ে মানুহৰ প্ৰয়োজনবোৰো সলনি কৰে। বিয়াৰ আগৰ সেই প্ৰেম আৰু বিয়াৰ পিছৰ সাংসাৰিক জীৱন দুটা ভিন্ন।। কিন্তু মৰমবোৰ একেই থাকে। মাথোঁ প্ৰয়োজন অকণমান প্ৰয়াস আৰু চেষ্টা।। যেনেকৈ মৰহিব ধৰা ফুলগছজোপাত অলপমান সাৰ পানী দি যতনাই দিলে সি আকৌ সজীৱ হৈ পৰে, আমাৰ জীৱনবোৰো তেনেকুৱাই। ব্যস্ততা, অভাৱ, প্ৰয়োজন আদিবোৰে মৰমবোৰক মৰহাই নিয়ে। অকণমান নিজক উনুকিয়াই চালেই গম পোৱা যায় ভালপোৱাজনৰ প্ৰয়োজনীয়তা কিমান বেছি আমাৰ জীৱনত❤
    কাহিনী অতি সুন্দৰ, অভিনয়ো সুনিপুণ❤❤ শুভেচ্ছা 🎉

  • @porie448
    @porie448 Před 11 měsíci +15

    পৰিৱেশ পৰিস্থিতিয়ে আমাক কেতিয়াবা এনেদৰে গ্ৰাহ কৰে আমি আমাৰ জীৱনৰ ধনাত্মকদিশবোৰ একেবাৰে নেদেখা হৈ পৰো ,আৰু লাহে লাহে ঋণাত্মক শক্তিবোৰ বাঢ়ি যায় আৰু এনেদৰেই “তোমাৰ অবিহনে মই থাকিব নোৱাৰো“ বুলি কোৱা কথাষাৰ “তোমাৰ লগত মই আৰু নোৱাৰো“ হয়গৈ আমি গম নোপোৱাকৈয়ে ,ভাল লগাজন কেতিয়ানো
    আটাইতকৈ বিৰক্তিকৰ হয়গৈ আমি গম নোপোৱাকৈয়ে!
    সেইবাবেই সময় থাকোতেই আমি উপলব্ধি কৰা উচিত ,ইজনে আনজনৰ প্ৰতি মৰমবোৰ সৰুতকৈ সৰু কথাটোৰপৰা আৰম্ভ কৰি উপলব্ধি কৰাবলৈ যত্ন কৰা উচিত! একেলগে থকা দুজন ব্যক্তিৰ মাজত মৰম সদায়ে থাকে মাথো এইযে জীৱনৰ পৰিস্থিতিবোৰৰ মানে যাক কোৱা হয় জীৱন সংগ্ৰাম ,এইবোৰৰ লগত মোকাবেলা কৰি থাকোতে মৰমবোৰে দুখ,বেজাৰ,খং
    আদিবোৰৰ আঁৰ লৈ আতঁৰি যাব ধৰে,তেতিয়াই আচলতে এইযে লাভলিৰ দৰে তৃতীয় ব্যক্তিৰ আগমন ঘতিবলৈ সুযোগ পাই !
    সেয়ে কওঁ জীৱনৰ সংগ্ৰাম লগে ভাগে মিলিজুলি হাতে হাত ধৰি কৰি যাওক শান্তিৰে আলোচনাৰ মাজেৰে ,সৰু সৰু ভাললগাবোৰ উপভোগ কৰি 😊❤...........................গল্পটো হৃদয়স্পৰ্শী
    হৈছে মোৰ লিখাখিনিৰপৰা নিশ্চয় বুজিব পাৰিব আগলৈ পাই থাকিম বুলি আশা কৰিলো❤ বহুত বহুত ধন্যবাদ❤

  • @user-jq6bs9xp1r
    @user-jq6bs9xp1r Před 11 měsíci +16

    জীৱন মানে সংগ্ৰাম❤️পোৱা নোপোৱা মাজতে মধ্যবিত্ত মানুহবোৰ আমি তেনেকৈয়ে সুখী হওঁ❤️

  • @mridupavangohain4078
    @mridupavangohain4078 Před rokem +16

    অলপমান চেষ্টাত ভালপোৱাবোৰ জীয়াই থাকে, জীৱন সুন্দৰ হৈ পৰে। এই প্ৰাপ্তিয়েই জানো আমি বিচৰা সুখখিনি নহয় ❤❤❤❤❤❤

  • @hiya312
    @hiya312 Před 11 měsíci +9

    Middle class family bure Jane kneke solu,kt kneke Milab lge,nijor lagotiyal bstu bur drkr hleu lb nuaru karon g tu tokare bstu kinim hei tokare ghr slible nhle nijor hntanr karne drkri bstu kinib pari,kintu nupuwar mjtu hukhi asu,g pysu Tak loi a hukhi hb lgib,Amtkoi bht mnuh ase g hkle njr ghr,thka khua bebstha nthke,Ami2 3khaj khy thkib prisu jetia hukhi asu😊

  • @pinkybaruah2473
    @pinkybaruah2473 Před rokem +6

    চিনেগল্পই মন চুই গৈছে , খোজৰ শব্দ আৰু প্ৰাপ্তি দুয়োটাই বৰ ভাল লগা, আৰু সুন্দৰ সুন্দৰ গল্প এনেদৰেই চাবলৈ পাম বুলি আশা কৰিলো

  • @mitalinath6601
    @mitalinath6601 Před 11 měsíci +5

    আপোন জনৰ অলপ মৰম আদৰ বা অলপ মান গুৰুত্বই মানুহৰ অভাৱ অভিযোগ অশান্তি পোৱা নোপোৱাৰ হিচাপ নিকাচ বোৰ দূৰতে হেচি ৰাখিব পাৰে ,মাথো আপোনাৰ অলপ মৰম অলপ আগ্ৰহে যদি কাৰোবাক জীৱন জীয়াবলৈ প্ৰেৰণা দিয়ে আপুনি দিয়ক না তেওঁ বিচৰা ........

  • @rupakpDuwarha
    @rupakpDuwarha Před 11 měsíci +3

    সুন্দৰ❤👍🥰 আৰু লাগে এনেকুৱা কাহিনী 🙏🏼✨

  • @priyanpritam7992
    @priyanpritam7992 Před rokem +1

    Bohut mitha mitha ata anuvob ....Prem mane ki akou Jen xikilu ..❤❤❤

  • @tandra8753
    @tandra8753 Před 5 měsíci

    বহুত ভাল লাগিল ❤

  • @mjsaikiaentertainment9975

    সঁচাকৈ মনত বৰ সুন্দৰ প্রাপ্তি পালো ! উফঃ.......বাকী কাহিনী বৰ মনোমোহা হৈছে | মনালিছা বাইদেউলৈ অলেখ শুভেচ্ছা জনাইছো | ❤❤❤ আৰু হিমাংশু দা কি কম....ক'বলৈ একোয়েই নাই | আপুনি সদায় বেলেগতকৈ অলপ বেলেগ মানুহজন | বৰ ভাল পাওঁ অ' দাদা আপোনাক | মৰমবোৰ সদায় থাকিব দাদা | ❤❤❤

  • @ratul6707
    @ratul6707 Před 10 měsíci

    Val lagise sai. .......

  • @sachindraphukan9993
    @sachindraphukan9993 Před 5 měsíci

    সুন্দৰ অভিনয় উপস্থাপন

  • @minakshideka12
    @minakshideka12 Před 11 měsíci +1

    Uff anekua ajn manuh ai bisari aso ..hridoi sui gol...gitatrha da my fevatet actor..❤️❤️

  • @anamikadutta8912
    @anamikadutta8912 Před 9 měsíci

    বহুত ভাল লাগিল

  • @deepjyotinath5909
    @deepjyotinath5909 Před rokem +9

    নগেন শইকীয়া ছাৰৰ, গংগাস্নান গল্পটো পঢ়িব'চোন! ! সুন্দৰ কাহিনী, ধুনীয়া চুটি ছবি এখন হ'ব ৷ কাহিনীটো মোৰ ফেচবুক বন্ধু অচিন্ত ৰয়ৰপৰা আজি পাইছিলো, পঢ়িলো খুবেই সুন্দৰ কাহিনী ৷ লাগিলে মই দিব পাৰিম ৷

  • @priyanshubora4595
    @priyanshubora4595 Před 11 měsíci +2

    এটা সম্পৰ্ক ভালদৰে চলিবলৈ দুয়োফালৰে পৰা 'মৰম আৰু কেয়াৰ ' বহুত প্ৰয়োজন।

  • @a_sgammer4932
    @a_sgammer4932 Před rokem +2

    দুয়োটা story কিবা বেলেগ এটা unique দে,,ভাল লাগিল

  • @anupchetia1542
    @anupchetia1542 Před rokem +7

    এনেকুৱা উন্নত মানৰ গল্প নিৰ্বাচন, উপস্থাপশৈলী , অভিনয় ইত্যাদি যদি সদায় থাকে 'চিনেগল্প’ইএক বৌদ্ধিক বিপ্লৱই সৃষ্টি কৰিব যেন অনুভৱ হয়৷ তদুপৰি এই ধাৰাই আকৌ গল্প, উপন্যাস আদিৰ এচাম নতুন পাঠকৰো জন্ম দিয়াৰ সম্ভাৱনা দেখিছোঁ৷ শুভকামনা জনালোঁ চিনেগল্পৰ পৰিয়াললৈ৷

  • @jonalikalita9212
    @jonalikalita9212 Před 10 měsíci +1

    Sometimes the story I feel match to someone else who is known to me. So feel enjoyment in me !so interesting the story is !

  • @saga9850
    @saga9850 Před 11 měsíci +1

    Ei suti golpo r series tuu bohut bhal laagise. .. ahibologia project bur r babe ami excited!

  • @gitaleebora2691
    @gitaleebora2691 Před rokem +10

    অতি সুন্দৰ গল্পটিৰ নাট্যৰূপ , সকলোৰে অভিনয় খুবেই সুন্দৰ হৈছে , বিশেষকৈ পৰিতোষ অৰ্থাৎ গীতাৰ্থৰ অভিনয়ে মন চুই গ'ল, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ সকলো কলা কুশলীকে । 💐💐

  • @lifedose-feelings2669
    @lifedose-feelings2669 Před rokem +4

    ভাষাহীন।আশাকৰো এই কাহিনীটো চাই মৰহিব ধৰা মৰমবোৰ যাতে সজীৱ হৈ উঠে।ভাঙিব ধৰা সংসাৰবোৰ যাতে যোৰা লাগে।❤️

  • @bhagyashreegogoi882
    @bhagyashreegogoi882 Před 11 měsíci +7

    কথাবোৰ খুলি নোকোৱাৰ দুখতেই যে ক'ত মধুৰ সম্পৰ্ক লাহে লাহে শেষ হৈ গৈছে!!!
    💓

    • @hiya4794
      @hiya4794 Před 11 měsíci +1

      একেবাৰে সচাঁ কথা কৈছে

    • @priyakonwar1398
      @priyakonwar1398 Před 11 měsíci

      ❤😊

  • @sunishakalita53
    @sunishakalita53 Před 11 měsíci

    Jivanr bastovta bor storytut dekhi bhal lagil. Kintu real love jot thake tat khyobh thakileu manuh iman kothin xil jen hobo nuare nijor bhalpoajonor logot.

  • @minakshigogoi9054
    @minakshigogoi9054 Před 11 měsíci

    বৰ সুন্দৰ

  • @banpalashidas2596
    @banpalashidas2596 Před 11 měsíci +2

    আজৰি সময়ৰ অভাৱ থকা জীৱনটোতকৈ আৰ্থিক অভাৱ থকা জীৱনটো বেছি কষ্টকৰ !.......এয়া শুনিবলৈ অলপ বেয়া লাগিলেও বাস্তৱ জীৱনৰ এয়াই সত্যতা ।.....because finding solutions to financial problems is not easy ; but u can make time for your special one if u want to do so. (No one is too busy , it's all about priorities)

  • @maryakullu8230
    @maryakullu8230 Před 10 měsíci

    #Ultimate...

  • @jatinrihan6810
    @jatinrihan6810 Před rokem +1

    Bohut Val lagil. Xundor Ata Giyan palu 👌👌👌. Acting bor dhuniya hoise Apunar Lukor.🙏🙏🙏

  • @hridayhazarika3751
    @hridayhazarika3751 Před rokem +2

    Himanshu Prasad das dar mind ru sadai bleg

  • @neena2172
    @neena2172 Před 10 měsíci

    Recitation ufff❤

  • @shirumonitamuly1458
    @shirumonitamuly1458 Před 11 měsíci +1

    Val lagil.... Agoloi u ene kua content pai thokim buli aakha thakil... ❤

  • @ANitishSarma
    @ANitishSarma Před 11 měsíci +1

    সঁচাকৈ ইমান সুন্দৰ কাহিনীৰ লগতে অপূৰ্ব অভিনয়ে পৰিপক্কতা আনিছে।

  • @saifghty7014
    @saifghty7014 Před rokem +1

    Val lagil kahini tu ,🥰 part 2

  • @janmoniborah5118
    @janmoniborah5118 Před rokem +2

    Xundor kahini..bor val lagil

  • @azizurrohman
    @azizurrohman Před 10 měsíci

    Outstanding

  • @owfacts3156
    @owfacts3156 Před rokem +30

    A perfect example of "Be the change you want to see in the World."

  • @parthaborah2984
    @parthaborah2984 Před rokem +2

    ব্যতিক্ৰম হৈছে।বহুত ভাল লাগিছে সেয়ে.....

  • @monikarabha67
    @monikarabha67 Před 11 měsíci

    Xikibo loga bohut khini a kotha ase eyat khub xundor hoise

  • @bedantabikash97
    @bedantabikash97 Před rokem +3

    উপস্থাপন শৈলী মোৰ আটাইতকৈ বেছি ভাল লাগিল। আৰু কৰি যাওক এনেকুৱা কামবোৰ।

  • @pujahandique9199
    @pujahandique9199 Před 11 měsíci +1

    উফফ❤ কথাখিনি যেন কিবা এটা ভাল লাগি গল‌‌‌ অ❤❤

  • @ninjabro4283
    @ninjabro4283 Před rokem +3

    ভাল লাগিল কাহিনী টো।
    সন্ধ্যা নামৰ মোৰো এজনী আছিল। ১৭ চন মানৰ কথা । মোক একো নোকোৱাকে এৰি গাওঁৰে ল'ৰা এটা লগত পলাই গ'ল। তাই লে বেয়া কে মনত পৰিল story 2 চাই😌😨। ভালে থাকা এৰি যোৱা মানুহ বোৰ❤❤

  • @Manjai-ks3rg
    @Manjai-ks3rg Před rokem +1

    উফ ...... বৰ ভাল লাগিল অʼ আৰুনো কি কম ভাষা নাই।

  • @semimasiddiqua3031
    @semimasiddiqua3031 Před 11 měsíci +1

    Zerifa r voice tu khub dhunia ❤

  • @kangkansaloi5377
    @kangkansaloi5377 Před rokem +1

    ইমান সুন্দৰ আৰম্ভনি উপস্থাপন সামৰনি ।

  • @dolideka6519
    @dolideka6519 Před 11 měsíci +1

    Ufff...❤❤zerifa baa r voice t ru besikoi sui gol

  • @pubalibora5564
    @pubalibora5564 Před rokem +2

    Bor kostot aasilu😢 kahinitu xuni kiba ata jen bisari palu jibontut aagbarhibole... Roi goisilu eke thaite...

  • @thechoice8649
    @thechoice8649 Před rokem +7

    অপূৰ্ব অভিনয় ❤
    মন:পুত কাহিনী❤

  • @rationalindiaknowledge4691
    @rationalindiaknowledge4691 Před 11 měsíci

    Bahut din pisot Zerifa Wahid baideuk Sai bahut bhaal lagil

  • @renunath7980
    @renunath7980 Před 11 měsíci +1

    বিউটি ফুল story BHT vl lgise

  • @jugalkumardeka9037
    @jugalkumardeka9037 Před rokem +1

    Sweet and lovely story. Nandita, great to see you

  • @parisikhaborgohain2828
    @parisikhaborgohain2828 Před 11 měsíci +2

    সঁচাকৈ ইমান সুন্দৰ কাহিনীটো।অন্তৰ চুই গ'ল ❤

  • @parinitahazarika1833
    @parinitahazarika1833 Před rokem +3

    সুন্দৰ হৈছে৷ গীতাৰ্থ শুভেচ্ছা যাচিলোঁ

  • @krishnaranikonwar9878
    @krishnaranikonwar9878 Před 11 měsíci +1

    mesmerizing truely amazing short film

  • @bimalkalita2533
    @bimalkalita2533 Před rokem +1

    Xasai bahut dhunia story ❤

  • @pijushsaikia5167
    @pijushsaikia5167 Před rokem +2

    চুই গল, উপভোগ কৰি এটা ভাষা ৰে বুজাব নোৱাৰা প্ৰাপ্তি পালোঁ❤ 🎉🎉🎉

  • @Chintumanihazarika
    @Chintumanihazarika Před 11 měsíci +4

    Waiting for next up..🎉🎉we need more and more stories🎉

  • @manibankalitanath3648
    @manibankalitanath3648 Před 11 měsíci

    গল্পটোৰ খুব সুন্দৰ উপস্থাপন ।নাট্যৰূপ অতিকৈ সুন্দৰ । অভিনয় মন চুই গৈছে । সচাকৈ স্বামী স্ত্ৰীৰ মাজৰ ভালপোৱা আৰু মৰম খিনি সময়ৰ সোতত কেতিয়াবা উটি শেষ হৈ যায় । ভূলটো কাৰ বা কিয় হয় তাৰ কোনো উমানে পোৱা নাযায়।
    বিয়াৰ পিছত সন্ধ্যাৰ সকলো সময়ৰ খিঙখিঙিয়া স্বভাব টোৱে পৰিতোষক লাভ্ লীৰ কাষলৈ লৈ গৈছিল। কিন্তু লাভ্ লীক পাবলৈ পৰিতোষে দুদিনমানৰ পৰা সন্ধ্যাৰ বাবে যি কৰিলে সেয়াই সলনি কৰি দিলে ,, এন্ধাৰ হবলৈ লোৱা সময়বোৰ পোহৰ হল । সেয়ে ইজনে সিজনৰ মনটো বুজিবলৈ চেষ্টা কৰাটো অতিকে প্ৰয়োজন।

  • @manalishadas2421
    @manalishadas2421 Před rokem +3

    Beautiful story❤zerifa baa💕

  • @kalpanakataky9092
    @kalpanakataky9092 Před 10 měsíci

    ভাল লাগিল সকলোৰে অভিনয় ।কাহিনী ও অতি সুন্দৰ ❤

  • @sudeshnaburagohain7755
    @sudeshnaburagohain7755 Před rokem +1

    .. Beautiful story..
    Gitertha❤❤

  • @r.m.b4094
    @r.m.b4094 Před rokem +1

    😊 val lagil sai

  • @pankajbhuyan533
    @pankajbhuyan533 Před rokem +2

    As a anchor zerifa ba performance amazing n my brother Gitartha acting so cool and fabulous. Brother I always bless you keep it up.❤❤

  • @tulikahazarika3656
    @tulikahazarika3656 Před rokem +2

    Such a masterpiece ❤ 👏

  • @hridayanandadutta2711
    @hridayanandadutta2711 Před rokem +2

    চাই ভাল লাগিল। ঈশান’ক মৰমলগা লাগিছে । ❤❤

  • @chemiyan_d
    @chemiyan_d Před rokem +1

    Bohut vl lagil sai❤❤

  • @anjelikakalita1206
    @anjelikakalita1206 Před rokem +3

    ভাল লাগিছে। কিছু ব্যতিক্ৰম❤

  • @sushibratagogoi6838
    @sushibratagogoi6838 Před rokem +2

    অপূৰ্ব কাহিনী, অপূৰ্ব অভিনয় ❤

  • @anamikakalita6952
    @anamikakalita6952 Před 11 měsíci +1

    সুন্দৰ কাহিনী‌,সুন্দৰ অভিনয়।বৰ ভাল লাগিল।❤

  • @anganadas6668
    @anganadas6668 Před rokem +1

    More expecting... Nice initiative... Keep it up😊

  • @jannatkhan6311
    @jannatkhan6311 Před rokem +4

    বৰ ভাল লাগিল ❤️❤️

  • @dulangogoi695
    @dulangogoi695 Před rokem +3

    Beautiful story 😍

  • @BhaskarJyotiBaruah07
    @BhaskarJyotiBaruah07 Před rokem +3

    সঁচাই সুন্দৰ এটা কাহিনী

  • @Nungfa
    @Nungfa Před rokem +2

    Roi asilu dei saboloi ❤val lagil sai

  • @paporigogoihandique4802
    @paporigogoihandique4802 Před rokem +2

    ইমান ধুনীয়া❤️

  • @mampisonowal123
    @mampisonowal123 Před rokem +2

    Beautiful story love from dibrugarh ❤❤

  • @bidyutbordoloi2000
    @bidyutbordoloi2000 Před rokem +2

    এষাৰেই কওঁ! বহুত ভাল লাগিল❤❤

  • @jibonor_anubhuti_official

    Mozza lagile de ❤️

  • @ponkhikonwar2457
    @ponkhikonwar2457 Před rokem +1

    Wawwwwwwwww😍bohut dhunia storytu

  • @anjalisaikia919
    @anjalisaikia919 Před 11 měsíci +1

    Mind-blowing.....

  • @arnabibarman1604
    @arnabibarman1604 Před rokem +2

    Roi asilu dei ❤❤❤

  • @jadumonigogoi1605
    @jadumonigogoi1605 Před rokem +1

    ভাল লাগিল৷

  • @Kaushik632
    @Kaushik632 Před rokem +2

    খুব সুন্দৰ।❤

  • @pikusaikia
    @pikusaikia Před 11 měsíci +1

    Beatiful story❤❤

  • @anupombordoloi9132
    @anupombordoloi9132 Před 11 měsíci

    excellent story telling ....thank you !

  • @hrishikeshroy6385
    @hrishikeshroy6385 Před 11 měsíci +1

    Truely a masterpiece

  • @champakbezbaruah4357
    @champakbezbaruah4357 Před rokem +1

    খুব ভাল পালোঁ।।

  • @pompikonwar3471
    @pompikonwar3471 Před rokem +2

    ভাল লাগিলে বহুত ❤

  • @prarthanasharma5364
    @prarthanasharma5364 Před rokem +2

    Xundor kahini. Dhunia acting.
    Amar Babu da keep going 🎉

  • @manishaborah8623
    @manishaborah8623 Před rokem +2

    ❤dhunia

  • @Rose-ps8fj
    @Rose-ps8fj Před 11 měsíci +2

    Sandhya acting 🔥🔥🔥🔥

  • @mainaphukan4744
    @mainaphukan4744 Před rokem +2

    Uffffffff❤

  • @pranabstudio211
    @pranabstudio211 Před rokem +1

    বিশেষ ❤

  • @bhanitamakeupartist8177
    @bhanitamakeupartist8177 Před 11 měsíci

    Khub hundor ❤️😀😘

  • @rupjyotiray9740
    @rupjyotiray9740 Před rokem +1

    Bohut val lagise