B J P Misoliya . 5. Lakh / CAA Anile. . / Kagoj Kol duta Besile ../ T U L G E T Bonale / T E L / R E L / MATI + Besile / Biman bondor. Besile /. Ambanik Ma T I / GST / kola Toka ki Hol. ????????? 🇭🇺2026 ANSAR 🇭🇺🇭🇺🇭🇺🇭🇺🇭🇺🇭🇺
মোক কেও হসাব বা কন্দাব নোৱাৰে কিন্তু এইটো কথা ঠিক ম ই যদি কোনোবাক হসোৱাইছো তেন্তে হাসিবলৈ পাম আকৌ যদি কোনোবাক যদি কন্দোৱাইছো কান্দিবৈই লাগিব,এয়া বিশ্ব শ্ৰষ্টাৰ বিধান।আকৌ মনকৰিব লগীয়া অহঙ্কাৰে পতন ঘটায়।
Sangbadikkeijone CM k anekoi hudhibo paribone. BJP r sangbadik. Rakibul Hussain nahoi Rakibul Hussain Dangoria buli sambodhan korato usit Sangbadikhokol. Sangbadikor behaviour very bad. Try to good mannered
নেতাই ৰাইজক নিয়ন্ত্ৰন নকৰে,ৰাইজেহে নেতাক
নিয়ন্ত্ৰন কৰে। তাক নিৰ্বাচন
সমূহে প্ৰমান দিয়ে। দল এটাই
ৰাইজৰ মাজত কিমান জনপ্ৰিয়
তাৰ ওপৰতেই দলৰ উথ্থান নিৰ্ভৰ
কৰে।কোনো নেতাই অমুকক হৰুৱাম, তমুকক হৰুৱাম বুলি কবও
নোৱাৰে। ৰাইজেহে কোনো নেতাক
হৰা জিকাটো নিয়ন্ত্ৰন কৰে।
ৰকিবুল হুছেইন জিন্দাবাদ।
Lf
Nice ji ji😊@@Freefiremax666
ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰবোৰ খুবেই বাস্তৱ সন্মত ভাবে দিয়ে আৰু তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ !!!
Really congratulations rakibul sir
Your determination n strong will power is really a political capital for Dubri people🎉🎉
congress zindabad❤❤❤
বেছি দীঘলীয়া কাহিনী প্ৰশ্ন।
Rokibul Hussain sir,Apunar interaction tu bohut dhunia hoisey... congratulations 👏👏 God bless you 🌹
Rakibul Hussain dangoriya,বছৰি ৫ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল প্ৰথমবাৰ বিজেপিৰ চৰকাৰ আৰু দ্বিতীয় কাৰ্যাকালত বছৰি ১ লাখ চাকৰি দিব বুলি প্ৰতিশ্ৰুতিৰ পৰিবৰ্তে তিনি বছৰতো ১ লাখ চাকৰিয়েই দিব পৰা নাই !
Himantay lukai lukai manuhak nedekhuakoi Kandi aase ,oha 26 ot pokat mur mari kandiba ,
People hope Mr. Hussain along with congress will give a good lead to the people of Assam
দিছে কিন্ত সাং বাদিকক
ওলট- পালট ৷আশাৰে বাট চাইছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত তৰুণ গগৈ চাৰৰ আত্মাই কেতিয়া শান্তি পায় ৷
❤❤❤❤
Rakibul da jindabad
B J P Misoliya . 5. Lakh / CAA Anile. . / Kagoj Kol duta Besile ../ T U L G E T Bonale / T E L / R E L / MATI + Besile / Biman bondor. Besile /. Ambanik Ma T I / GST / kola Toka ki Hol. ????????? 🇭🇺2026 ANSAR 🇭🇺🇭🇺🇭🇺🇭🇺🇭🇺🇭🇺
👍👍👍👌
| সাংবাদিক সকল সাংবাদিকতাৰ দক্ষতাৰে প্রশ্ন সোধিলে ভাল হয় অন্যহাতে লোকাৰ মন মগজুৰে প্রশ্ন সোধিলে ভাল হয়।
সুন্দৰ
হুছেইন ডাঙৰীয়া আপোনাক ধন্যবাদ কাৰণ প্ৰশ্ন চাই উত্তৰ দিয়া বাবে।
সময়ে আজি কোৱাৰ সাহস দিছে ,সচা
ৰকিবুল হুছেইন ডাঙৰীয়া এজন অতি ভদ্ৰ লোক। যি কোনো প্ৰশ্নৰ উত্তৰ অতি নম্র আৰু ভদ্ৰ ভাবে দিয়ে বাবেই তেখেতক ভাল লাগে।
Rakibul Hussain keka aantorik huvessa gyapon korilu,raijor bisakhok, pare maane value dibo buli aakha rakhilu
Wow❤
Rakibul da zindabad
মোক কেও হসাব বা কন্দাব নোৱাৰে কিন্তু এইটো কথা ঠিক ম ই যদি কোনোবাক হসোৱাইছো তেন্তে হাসিবলৈ পাম আকৌ যদি কোনোবাক যদি কন্দোৱাইছো কান্দিবৈই লাগিব,এয়া বিশ্ব শ্ৰষ্টাৰ বিধান।আকৌ মনকৰিব লগীয়া অহঙ্কাৰে পতন ঘটায়।
Rokibul hosa Manu
RokibiulZindabad❤❤❤ 3:40
Right
ৰকিবুল হুছেইন ডাঙৰীয়া পাহৰি নাযাবা আপোনালোকৰ সেই দুৰ্নীতি, ঘোষকৰ স্বভাৱ, পৰিয়ালকেন্দ্ৰিক আৰু সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা সেই কংগ্ৰেছ চৰকাৰখন।
Ok
Rakibule Dr Himanta biswa sharmaar lagat tulanai nahain Himanta Sharma rakibulatkoi bahut uparar leader hai
Excelled
Monmohan sing
Rikubul hushan well com OK
most of the TV moderators are Brahmin😅
ৰকিবুল হুছেইন ডাঙৰীয়াই চেনেলৰ সাংবাদিক প্ৰশান্ত কিবা গুন্ধৰ উমান পাইছে যে পাইছো
বাি জেপিয়ে ইভিএম টেমপাৰিয়িং হৈছে বুলি মিচা বদনাম দিছিলো কংগ্ৰেছে। এতিয়া কি হব?
হিমন্ত সঁচাকৈ কুতচিৎ, অহংকাৰী আৰু দাম্ভিক চৰিত্ৰৰ মানুহ।
Sangbadikkeijone CM k anekoi hudhibo paribone. BJP r sangbadik. Rakibul Hussain nahoi Rakibul Hussain Dangoria buli sambodhan korato usit Sangbadikhokol. Sangbadikor behaviour very bad. Try to good mannered
Juria nurul huda,dhuburit apuni,samogurit kun?congresor eibilak shobhabor karonei bjp ohomot ahisil,,
Repeating the same things over and over😅
Aru Kam nai tv program bilak download Kari akou upload karibole
ভাল নহয়
Herou sangbadik dangariya, pijush hazarikak mati ani prasna korok upor mal tolot poril aru nijor kotha rakhi ketiya rajniti korib.
HIMANTAK KANDUWAI RAIJOR KI LAAB..,APUNI TAAR HOLONI. UNNOYONOR KAAM KOROK. AMI BHAL PAAM....
জোকৰ মুখত চূণ...
নিৰ্বাচনত জিকি ইমান গৌৰৱ কৰিব নালাগে।কাম ৰ দ্বাৰা গৌৰৱ কৰক।
Bhojpuri song
Marathi mein online kaise dukaan hai
Tdnbat
.
FoyjaLHoquE
Aitu mami chanal khatang.
সাংবাদিক দুগৰাকীৰ আচৰণ পক্ষপাতমূলক
26 ত বিজেপি নিশ্চিত জয়, কামত পৰিচয় । BJP ZINDABAD.
Rokibul Hussain is a good mp
কথাৰে নহই বন্ধু কামেৰে দিয়া পৰিচয় বেহু ভেদ কৰাটো বৰ জটিল সময়ছা।
দেখ দেখে এইটো মিছা কথা। তৰুণ গগৈয়ে Himanta ক পিছত ফালৰ পৰা দেগাৰ মাৰিছিল ।
Eman manuh thake neki nijor batori population kom hobo lage aikhon bharotot emam manuh only congres e bisare votor karone
Tur kondar pal tur vidio nasaou