পথাৰত ডেকা-গাভৰুৱে একেলগে নচা খাঁটি বিহু- Bihu of 1990s // Zuj (1990)
Vložit
- čas přidán 8. 04. 2018
- যুঁজ- An Assamese film by Hemen Das
Music by Khagen Mahanta & Ramen Choudhury
Assam's traditional "Moh Zuj- Buffalo Fight" was specially depicted in the film
It won 'National Award for Best Regional Film (Rajat Kamal)' - Krátké a kreslené filmy
খাটি অসমীয়াৰ খাটি বিহু ।এই বিলাক সুন্দৰকৈ ৰাখি থোৱাৰ কাৰণেই আজি চাবলৈ পাইছো ।অশেষ ধন্যবাদ ।
পুৰণি গীত বুলিলেই পাগল হৈ যাওঁ ৷ বহুত ভাল লাগে ৷
Old bihu geet is beautiful and very nice
Hundor ❤❤❤❤❤
Very very good.
পুৰণি গীত টি ভাল লাগিল !পিছে ডাঙৰী কঢ়িয়াই লৈ যোৱা বাহদা "জোনবিৰিয়া" যেন নেদেখিলো ....."হোলোঙা"যেনহে দেখিলো ।এতিয়া বোধহয় বহতেই এই জোনবিৰিয়া আৰু হোলোঙা কোনটো কি বুজি নেপায় বা নেপাব !!এনেকৈ পুৰণি বহুত খিনি কথাই ওলট-পালট হৈছে আৰু আচলতে কোনটো কি তাক চিনাকি কৰাই দিয়া লোকৰ সংখ্যা তাকৰীয়া হৈছেগৈ !!
বহুতে হোলোঙায়ো ডাঙৰী কঢ়িয়াই। সেয়ে হোলোঙা লৈছিল চাগে।
😅😅😅
Purani bihu sai bahut bahut bhal lage purani dinoloi monat pare
জয় আই অসম!
Old is gold new is bold ❤
Moja lagesa 😍🔥
Goteiii cinemaa khoon paaam nkii baruu😍
এনেকুৱা গীত মই বহুত ভাল পাও
সুন্দৰ
Nice
Director of this film Shri Hemen Das breathed his last in November 17. Om shanti
মই primary school pasighat Arunachal pradesh 't পঢ়ি আছিলো যেতিয়া জুজ release হৈছিল।
Ghuri aha oooo..🙏 please 😫😫😫😫😫😫😫😫😫😥😥😥😥😥😪😪
Agar dinor bihu sai v lage dei
Moi bihu adinu nuhunake thkibo nuaru
❤❤❤❤❤❤
great
কোনোবাই যদি পাৰে এইসকল গণ্য মান্য লোকসকল ব্যক্তিৰ সতে মিলাই দিবলৈ অনুৰোধ জনালো
চিনেমাৰ নাম2 কব নেকি
যুজ
❤️❤️❤️
Mind fresh
Nice😂
মোৰ জন্মৰ দশক
aei bur sonali gaan hoi
Nice