Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
এইবোৰ গানৰ লগত আজি দিনৰ গানবোৰে কেতিয়াও ফেৰ মাৰিব নোৱাৰে পুৰণি গীতবোৰ শুনিলে হে বিহু বিহু লাগে জয় আই অসম
হয়, একদম সঁচা কথা ।
ভাবিব পৰা নাছিলো এই গীত বিলাক পাম বুলি বহুতো ধন্যবাদ
হয়, চেষ্টা অব্যাহত আছে । আৰু বহুতো আছে আগবঢ়াই দিবলৈ সময়ৰ অভাৱ । তখাপি দিবলৈ চেষ্টাৰ ত্ৰুটি নকৰোঁ ।
P😊@@puranibihugita
সৰু কাললৈ মনত পৰিল টেপত খুৱ শুনিছিলোঁ
বহুত বহুত ভাল লাগিল ধন্যবাদ
সেই সময়ৰ " নিৰুপমা" বুলি এটি বিহু গীতৰ কেছেট আছিল, যদি সম্ভৱ হয় গীত কেইটা আপলোড কৰিব ছোন।❤❤❤❤
সুন্দৰ
favourite bihu songs in early age....❤ thank to Anupam Saikia da....
মজা গীত
Aijoi
চেঙেলীয়া দিনৰ বিহু গীত কেইটা শুনি আকৌ চেঙেলীয়া দিন লৈ ঘুৰি যাবলৈ মন গ'ল । কি দিন আছিল । ভাৱিলে কিবাকিবি লাগি আহে ।
অভিনন্দন।
হয় এৰি যোৱা দিন বোৰ কি মে মধুৰ আছিল।
❤❤❤
❤❤❤❤❤❤❤❤❤❤
very nice song❤❤❤❤❤❤
Anupom saikia r mamon or geet burr asa jodi uplod koribo
" মা-মন " খন বিচাৰিয়ে পোৱা নাই নহয়, বিচাৰি ফুৰিছোঁ। পালে নিশ্চয় দিম । " কবিতা তোমাক প্ৰথম দেখা আজিও মনত পৰে..."
Hunali 95rgeet bur upload koribo
Mon fagunor posuwa 2001 album to dibo sun
"কিমান দিন ৰাখিৱা বুকুতেলৈ যৌৱনটি " গীতটো single কে দিয়কছোন 🙏
Okay..
Siger / music naam kio nai?Krishna moni nath
দিয়া হ'ব দাদা, কেছেট কভাৰ পোৱা নাছিলো ।
Anupom saikia r purona geet bur uplod koribosun.
উঁম, চেষ্টা কৰিম বাৰু ।
Ata album asela nam jibon logori son najanu pala dibosun
Umm... Okay...
জীৱন - তৰা নে জীৱন লগৰী ? জীৱন - তৰা১৯৯৬ আছে মোৰ লগত ।
Puroni bihu geetbur Mur bohut priy.nila nila akhare kopa kopa hatere Tumi diya chithi khani sadaye monot pore geet to dibsun.
হয়, collection কৰি আছো। পালে নিশ্চয় দিম ।
@@puranibihugita😅
@@lohitsaikia5789, কি হাঁহি ওলাল জনাবা চোন ?

Siger / music naam kio nai?
Krishna moni nath
দিয়া হ'ব দাদা, কেছেট কভাৰ পোৱা নাছিলো ।
Anupom saikia r purona geet bur uplod koribosun.
উঁম, চেষ্টা কৰিম বাৰু ।
Ata album asela nam jibon logori son najanu pala dibosun
Umm... Okay...
জীৱন - তৰা নে জীৱন লগৰী ?
জীৱন - তৰা১৯৯৬ আছে মোৰ লগত ।