Manuh Jonok Notun Ghor Akhon Bonai Dia Hol | Manuhe Manuhor Babe Ep. 34

Sdílet
Vložit
  • čas přidán 6. 12. 2023
  • নতুন জীৱন দিয়াৰ প্ৰয়াস কৰিলো। বহুবছৰ ধৰি টকৌপাত কেইখনমান চালি দি জীৱন কটাই আছিল, অৱশেষত তেওঁলোকৰ ঘৰখন বনাই সম্পূৰ্ণ কৰা হ'ল।

Komentáře • 818

  • @pratapmedhi8161
    @pratapmedhi8161 Před 7 měsíci +5

    আপুনি সচা হিৰো ভগৱানে সদায় আপোনাক শক্তি দিয়ক

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před měsícem +2

    পজেক সন্থা লৈ বহুত আশীৰ্বাদ থাকিল

  • @kathalgurikamalpurdhemaji5825
    @kathalgurikamalpurdhemaji5825 Před 7 měsíci +4

    হয় এজন ভাল মানুহে হাজাৰ জনক উদ্বাৰ কৰে লগতে বহু জনক সৎ হবৰ বাবে পথ দেখুৱায় । আনে নিচিন্তা কথা তুমি চিন্তা কৰিব পৰা পোৱা তোমাক কম সময়তে আগুৱাই লৈ যাব ।

  • @digantadeka7201
    @digantadeka7201 Před 7 měsíci +69

    অসমৰ REAL HERO.... 😮❤❤❤❤

  • @munusaikia5591
    @munusaikia5591 Před 7 měsíci +3

    আপুনি বহুত হৃদয়বান ব্যক্তি আপুনি মহান ভগৱানে আপোনাৰ মংগল কৰিব সদায়েই 🔱💓

  • @haripriyarabha5733
    @haripriyarabha5733 Před 7 měsíci +4

    সচাকৈয়ে আপুনি মহান।

  • @bhumikaroy6309
    @bhumikaroy6309 Před 7 měsíci +138

    ❤আপুনি মহান 🥺

  • @krishnapathak3343
    @krishnapathak3343 Před 7 měsíci +2

    আপুনি এজন এনেকুৱা মহান ব্যক্তি যাৰ বাবে কাৰো মনত negative thinking নাহে l

  • @dulumonigogoi5024
    @dulumonigogoi5024 Před 7 měsíci +3

    মহান দাদা কাৰনে এতা লাইক

  • @bhagawansarma4953
    @bhagawansarma4953 Před 5 měsíci +1

    Eiyai hoise khosa manobota. ....manuhe..manuhor...babe...okonu...jodihe..nabhabe....bhabhi..Kune...nu..kya..????? God bless you all the best Jai hind....

  • @BitupanDeka-bz6bi
    @BitupanDeka-bz6bi Před 7 měsíci +3

    ইউটিউবাৰ বহুত আহিব বহুত যাব কিন্তু এনেকুৱা এজন মহান ইউটিউবাৰ যিয়ে আনক সহায় কৰি নিজেও আগুৱাই গৈ আছে😊Go ahead dada👍❤️‍🩹

  • @nipenrajkowar7692
    @nipenrajkowar7692 Před měsícem

    অসহায় মানুহক সহায় কৰা মানুহজনে হল মহান😊গতিকে লৈ তোমাক বহোত ধঞবাদ

  • @lohitsaikiaofficial482
    @lohitsaikiaofficial482 Před 7 měsíci +93

    অতি সুন্দৰ দাদা । তেওঁ ইমান দিনে কষ্টত আছিলে আজিৰ পৰা আপোনাৰ কাৰণে তেওঁ এটা নতুন জীৱন পালে । আৰু আগুৱাই যাওক দাদা মনৰ পৰা আশীৰ্বাদ কৰিছোঁ । মানুহ ৰূপী ভগৱান । আপোনাক এবাৰ লগ পাবলৈ মন আছিলে । ❤🙏🙏🙏

  • @dhanjitaray7826
    @dhanjitaray7826 Před 7 měsíci +41

    বহুত ভাল লাগিল দাদা ☺️ আপোনাৰ নিচিনা ইমান ভাল মনৰ মানুহ চাগে এই পৃথিৱীত বিচাৰিলেও নাপাম । 🥺 ভগৱানে আপোনাক সদায় আশীৰ্বাদ কৰক তাৰে কামনা কৰিলোঁ।🙏🏻

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před měsícem +1

    সচাই তুমি সময় ভগৱান দীঘায়ু হোৱা

  • @tutumanibarman5384
    @tutumanibarman5384 Před 7 měsíci +11

    আপুনি সচাকৈয়ে মহান যিবোৰ কাম চৰকাৰৰ মানুহেই কৰিব লাগিছিল সেইবোৰ কাম আপুনি কৰি আছে বহুত বহুত ধন্যবাদ আপোনাক 🙏🙏🙏🙏 আগলৈয়ো এনে ভাল ভাল কামবোৰ কৰিবলৈ ভগৱানে সাহস আৰু শক্তি দিয়ক 😍😍😍😍

  • @deepakdas4281
    @deepakdas4281 Před 7 měsíci

    আপোনাৰ এই প্ৰচেষ্টাই নিশ্চয় এদিন আপোনাক শীৰ্ষলৈ লৈ যাব।

  • @manishabaro4152
    @manishabaro4152 Před 7 měsíci +21

    অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ সময় দাদা 🙏

  • @sumanb34
    @sumanb34 Před měsícem

    The real hero of helpless People 👐
    Homoy Da the way you doing is so so adorable 😍😍😍 Keep it up Dada👍 God bless you 👐

  • @DipanjaliBaruah-he4vz
    @DipanjaliBaruah-he4vz Před 7 měsíci +1

    Bohut vl lagil aru aguwai juwA

  • @suchenkardong9818
    @suchenkardong9818 Před 7 měsíci +4

    তোমাৰ দৰে আন এজন দুজন বিয়ক্তি থকা হলে আমাৰ অসমখন ওপৰলৈ তথা উন্নতিৰ পথলৈ আগবাঢ়ি যাব!তোমাৰ সকলো কামনা বাসনা সম্পূৰ্ণ হক তাৰে আশাৰে ভ্গবানলৈ তোমাৰ বাবে প্ৰাৰ্থনা জনালোঁ!

  • @kiranfenang4468
    @kiranfenang4468 Před 7 měsíci +1

    মহান কাম কৰিছা ❤❤অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ সময় দা ❤❤ পৰৱৰ্তী সময়লৈ সদায় মৰম দি যাম আপোনাক।

  • @jiturajvlogs3562
    @jiturajvlogs3562 Před 7 měsíci

    Ami Asomiya nohoy dukhiya
    Salute Homoy Gogoi
    Salute __Dr.Bhupen Hajarika

  • @DipakDas-kx2wn
    @DipakDas-kx2wn Před 7 měsíci

    আপুনি বৰ ভাল কাম কৰিছে ভগৱান কামনা কৰিছো আপোনাক আৰু ক্ষতি ডী জিন

  • @jugantakumarborah8505
    @jugantakumarborah8505 Před 7 měsíci +1

    Apunak dekhi mohan manuh kisumane aguai ahiboloi dhorise apuni mohan dada

  • @manojgogoi1430
    @manojgogoi1430 Před 7 měsíci +2

    You are the best version of humanity 🙏🙏❤️❤️

  • @printtechnic8694
    @printtechnic8694 Před 7 měsíci

    Toka thakile nohobo ekhetor dore diboloi mono thakibo lagibo. Salute bro

  • @manashsonowal1551
    @manashsonowal1551 Před 7 měsíci

    তোমাৰ প্ৰেৰণাদায়ক ভিডিঅ বোৰ চাই ভাল লাগে । আৰু আগুৱাই যোৱা ।

  • @user-oq2hd7kt3v
    @user-oq2hd7kt3v Před 7 měsíci +2

    বহুত ভাল কাম কৰি আছে আপুনি বহুত ভাল লাগিছে ভিডিওটি চাই। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @kakukalita6146
    @kakukalita6146 Před 7 měsíci

    Apuni bohut bohut val Kam Kori ase.Apunak vogobane vale rakhok.

  • @PujaBorgohain586
    @PujaBorgohain586 Před 7 měsíci +19

    আগুৱাই যাওঁক আগন্তুক দিন বোৰ ভালে কুখলে 💗 আপুনি মহান 💗💜💚💙🤍🙏🙏

  • @dutta22
    @dutta22 Před 7 měsíci +10

    *বন্ধু🥳❤️🙏হে জন্মদাতি প্ৰণাম তোমাক🥰এই মহান ব্যক্তিক পুত্ৰ ৰূপে পোৱাত*

  • @jaduchutia1143
    @jaduchutia1143 Před 7 měsíci +3

    First comment dada ❤

  • @user-ig8os6lw9x
    @user-ig8os6lw9x Před 5 měsíci

    Judi manuh manuhor babe ,apuni mor babe kiba eta koribparib buli akha koriso..,,.....

  • @ddhemali2.040
    @ddhemali2.040 Před 7 měsíci +6

    সময় দা সদায় প্ৰিয় ❤
    আৰু ভাল কাম কৰি যাওঁক

  • @sewalibordoloi6501
    @sewalibordoloi6501 Před 7 měsíci +7

    তোমাৰ ভিডিও বোৰ চাই বৰ ভাল লাগে। তুমি নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰোৱা। ঈশ্বৰে তোমাক সদায় কুশলে ৰাখক আৰু ভাল কামবোৰ কৰি যাবলৈ শক্তি, সম্পদ আৰু সুস্বাস্থ্য সকলো দিয়ক।❤

  • @sandramavlog7842
    @sandramavlog7842 Před 7 měsíci +3

    মানৱীয় তাৰে ভৰপূূৰ হৃদয়ৰ মানৱ। ❤আজিও আছে 🙏🙏🙏শত শেৱা🙏আকৌ আগুৱাই যাওক। 🙏🙏🙏

  • @Kanchan__Rai123
    @Kanchan__Rai123 Před 7 měsíci

    যি দৰে আপুনি কৰিব পাৰিছে কৰি আছে বহুত ধুনীয়া দাদা আপুনি এনেদৰে আৰু সহায় সহযোগিতা আগবঢ়াই থাকিব ।। আৰু আপোনাৰ যি দৰে সহায় কৰি আছে তেনেদৰে ভগৱানে আপোনাক আগবঢ়াই লৈ যাব ।। Love from tingkhong ❤🎉🎉 best of luck

  • @pretty91731
    @pretty91731 Před 7 měsíci

    You are really Great. Real time Hero. God bless you. Rastar kukur buror karone kiba ata korok sun. Thanda porise. Bor dukh lage tahatoloi 😢

  • @bbsgaming5156
    @bbsgaming5156 Před 7 měsíci +10

    ❤সময়ৰ আঙুলিত ধৰি ভালবোৰে খোজ দিয়ক দৌৰক ❤

  • @DapantiMoran-gz5uz
    @DapantiMoran-gz5uz Před 6 měsíci +1

    Bahut val lagil vaiti tumi mohan ❤❤❤

  • @SunamKonwar-bn8qy
    @SunamKonwar-bn8qy Před 7 měsíci

    আপুনি অসমৰ Real hero

  • @lborah9223
    @lborah9223 Před 7 měsíci

    সচাকৈ বহুত ভাল কাম কৰি আছে আপুনি,, এনেকৈ যদি কিছুমান CZcams's সহায় কৰা হলে,,,

  • @mrmusic7959
    @mrmusic7959 Před 7 měsíci

    Apuni belg kisumn youtuber dore dami gari kini ba dami phone loi nedekhai apuni jikhini poisa pai tare apuni khomaj kolyan kori ase aru apunk bhogoban a sai ase dada ❤ love from guwahati

  • @Kalpakalita333
    @Kalpakalita333 Před 7 měsíci +1

    My fast comment ❤

  • @jinasameen9431
    @jinasameen9431 Před 7 měsíci +6

    আপোনি ইমান ভাল মানুহ ভগৱানে আপোনাক কুশলে ৰাখক ❤❤❤

  • @MausumiMahanta-yh8mw
    @MausumiMahanta-yh8mw Před 7 měsíci

    Dukhiyak j aapuni xohai krise bht vl lgse dada, kisumn mnuhe aru toka sini pai dukhiya hle gurutto nidiye,

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před 7 měsíci +1

    আপুনি সদায় এনেধৰণৰ পূণ্য কাম কৰি যাওক দাদা। ভগৱান সদায় আপোনাৰ লগত আছে

  • @bedabratthakuria6345
    @bedabratthakuria6345 Před 7 měsíci

    Xomoy da r karona ata like diok xakaloa....real HERO🎉❤❤

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Před 7 měsíci

    অতি উত্তম কৰ্ম। সহযোগ কৰা সকলকো ভগৱানে মঙ্গল কৰক 🙏🙏

  • @kamalboruah5431
    @kamalboruah5431 Před 7 měsíci

    অন্তৰ চুই গল ধন্যবাদ থাকিল তুমালৈ

  • @dipjutyboruah671
    @dipjutyboruah671 Před 7 měsíci +1

    joi hunor axom

  • @riturasrabha2680
    @riturasrabha2680 Před 7 měsíci

    Apuni Assamor best CZcamsr hoi dada., God bless you

  • @chandanbarman1989
    @chandanbarman1989 Před 7 měsíci

    তোমাৰ কাম বিলাক শলাগ লৈছো ।ঘৰ যিমান বিলাক বনাই দিলা এবছৰ পিছত পুনৰ ভিডিঅ কৰি দেখুৱাবা কাৰন কিছুমান মানুহৰ চৰিত্ৰ একে বাৰে ঘাতিয়া নিজে বাস কৰা ঘৰৰ বেৰ বোৰ ভাঙি খৰি হিছাবে বেবহাৰ কৰিব'লৈ ধৰিব ।এলেহুৱা,আৰু নিচা জাতিয় বস্তু সেৱন কৰে বেছি ভাগেই ।ধন্যবাদ

  • @Kumoijyoti-kumoi-assam
    @Kumoijyoti-kumoi-assam Před 7 měsíci +1

    Bohut val lagil dada ❤❤❤😊

  • @minapegu675
    @minapegu675 Před měsícem

    Video tu sai bhut Val lagil

  • @BilanRabha-of3lw
    @BilanRabha-of3lw Před 6 měsíci

    ❤apona vogobane xday axirbad korokmanuh anekuahe hbolage ilove you somoy da

  • @chiranjibmili3637
    @chiranjibmili3637 Před 7 měsíci

    Best of luck...aapunar nisina hokoluve olop hole u dhukiar babey kore hosake hunor assam hobo...

  • @dbggaming1489
    @dbggaming1489 Před 7 měsíci

    তুমি এনেদৰে আগুৱাই যোৱা

  • @mayar6848
    @mayar6848 Před 7 měsíci

    Aponar logoty anjio honthar dada hokoloku dhoinobad ❤

  • @latugogoi812
    @latugogoi812 Před 7 měsíci

    আপুনি বহুত ভাল কাম কৰি আছে

  • @user-mf2on1tj7j
    @user-mf2on1tj7j Před 7 měsíci +1

    আপুনি মহান দাদা❤

  • @sabitasaikiavlogs8311
    @sabitasaikiavlogs8311 Před 7 měsíci

    বহুত মহান আপোনালোক

  • @AssameseVDO930
    @AssameseVDO930 Před 7 měsíci

    VDOtu sai mur mukot u misikiya hahi ulai ahil mohan beyktir mohan kam hokolu loike mur falor pora 🙏🙏🙏

  • @BarnilAssam
    @BarnilAssam Před 7 měsíci +6

    আপুনি মানুহতকৈ বহুত ওপৰত দাদা ❤❤❤

  • @aimee_official
    @aimee_official Před 7 měsíci

    Ghrr tur chilling khn bsi futa kri dlee.... Atiya thanda dnt botah humale bsi thanda pboo.... Bki sb thike ase... Love from teok❤

  • @mridulgogoi3457
    @mridulgogoi3457 Před 7 měsíci

    বহুত ভাল কাম কৰিছে দাদা

  • @dimpalkonwar1452
    @dimpalkonwar1452 Před 7 měsíci

    Apuni bohut val kaam korise.bhogovane vale rakhok apunak

  • @assamxyz2286
    @assamxyz2286 Před 7 měsíci

    আপোন মানুহজন ।মাজুলীৰ পৰা মৰম যাছিলোঁ

  • @paranbora5290
    @paranbora5290 Před 7 měsíci

    Oti val sintadhara.val manuhor val kam.

  • @pravachutia931
    @pravachutia931 Před 7 měsíci

    পৰৰ ধন খোৱা মানুহবোৰেও যদি এজনকৈ ব্যক্তিক তোমাৰ দৰে সহায় কৰিলে হেতেন দেশত ফুট পথত মানুহবোৰ পৰি হয়টো নাথাকিলহেতেন ।তোমালৈ কোটি কোটি ধন্যবাদ ।

  • @krishnadas189
    @krishnadas189 Před 7 měsíci

    Bahut val kam korisa ....keep it up....

  • @thevloggerapurba
    @thevloggerapurba Před 7 měsíci +1

    Xokolu Manuh Jodi Apuner Nisina Hol Hoi❤

  • @krishnaofficial3589
    @krishnaofficial3589 Před 7 měsíci

    Bohut val Kam korisa congratulations

  • @pankajgogoi5395
    @pankajgogoi5395 Před 7 měsíci

    Very good very very nice ❤❤❤❤❤❤ Homoy Daa thank you so much beautiful 💕💕💕💕💕💕💕💕💕

  • @bipulchetia6797
    @bipulchetia6797 Před 7 měsíci +1

    Sundor da apuni hosai mohan

  • @user-ql2du6xk6k
    @user-ql2du6xk6k Před 2 měsíci

    🙏💗bhogoban apunar bhl korok

  • @SubhashKarmakar-ir7hv
    @SubhashKarmakar-ir7hv Před 7 měsíci +1

    May god bless you brother ❤

  • @_Neel_249
    @_Neel_249 Před 7 měsíci +14

    মানুহ দেখাত ভাল লগা হৈ লাভ নাই দাদৰ দৰে মন ভাল হব লাগে বহুত অসমীয়া মানুহ আছে যে নেকি নিজে ভালকৈ থকা টো হে বিচাৰে অনৰ উন্তি হোৱা ভাল নাপাই আৰু এনে এজন ব্যক্তি পালো যি নেকি আনক পোহৰ বিলাই ভাল পাই বহুত ভাল পাওঁ @Homoy দাদা তুমি মহান দাদা তোমাৰ লগত সদাই আছোঁ আৰু বিভিন্ন প্ৰকল্পৰ কাম কৰা দাদা বহুত কম মানুহে এনে কাম কৰে দাদা ভবিষ্যত নৱ প্ৰজন্ম এনে কাম কৰিব আৰু আৰু আজি সমই দাদা কাৰণে এটা ভাল like কৰা জয় আই অসম সময় দাদা তুমি সদাই এনে কাম কৰি যোৱা 🙏🙏 গহপুৰৰ পৰা মৰম দিছোঁ মানুহে মানুহৰ বাবে ❤️❤️❤️

  • @JanuSonowal-el2vj
    @JanuSonowal-el2vj Před 7 měsíci +3

    দাদা আপুনাক ভগবানে মংগল কৰক🙏🏻🙏🏻🙏🏻

  • @ranjitraj4084
    @ranjitraj4084 Před 7 měsíci

    তোমাৰ লগতে Ngoতোক ধন্যবাদ❤❤❤❤❤

  • @user-pt8uk6il4j
    @user-pt8uk6il4j Před 6 měsíci

    প্ৰয়াত ভূপেন হাজৰিকা দেৱৰ
    ' মানুহে মানুহৰ বাবে ' গীতটোলৈ হে মনত পৰিলে আৰু , এনেদৰে মানৱ সেৱা আগবঢ়াই ঈশ্বৰৰ আশীৰ্বাদ বুটলিব পাৰিছে আপুনি , ঈশ্বৰে আপোনাক কেতিয়াওঁ ত্যাগ নকৰিব , সদাসৰ্বদায় আপোনাৰ লগত প্ৰভূ আছে। আপোনাৰ এনে মহান সেৱালৈ শলাগিছোঁ , মহান ঈশ্বৰে প্ৰচুৰ আশীৰ্বাদ কৰক। ধন্যবাদ থাকিল। (ওদালগুৰিৰ পৰা)

  • @LakheswarPhukan-pd3uh
    @LakheswarPhukan-pd3uh Před 7 měsíci

    Good work vaal vaal bohut vaal kaam korise apuni

  • @dipjutyboruah671
    @dipjutyboruah671 Před 7 měsíci +1

    apuni mohana❤aponak jotmo dia mak dhaneabad❤❤❤❤❤❤❤

  • @rsdanceyt8126
    @rsdanceyt8126 Před 7 měsíci +1

    Apnuk bohot val paiso

  • @Jyotirmoytalukdar0
    @Jyotirmoytalukdar0 Před 7 měsíci

    Thank you 🙏🏻🕉❤️ Bhogowaney Aapunar mongol korok kokai

  • @drakeparker2468
    @drakeparker2468 Před 7 měsíci

    Bohut bhall great work

  • @premkr.narzary8628
    @premkr.narzary8628 Před 7 měsíci +3

    This man deserve more attention than other social media influencers of Assam. Really Man with Golden Hearth🤩 Apunar Project Hunor Axom tu nissoi puron houk❣

  • @tridipphukon4419
    @tridipphukon4419 Před 7 měsíci

    আপোনি মহান

  • @Bastavvv___11
    @Bastavvv___11 Před 7 měsíci +2

    My Favourite CZcamsr 🌝💓
    Apuni aru amr babe val val kam kori jaok 🙏👍
    Ami hodai asu apunk suport koribole 🖤
    1bar lg pam buli axa thakil 😢❤️

  • @TutuDeori-mx2xo
    @TutuDeori-mx2xo Před 7 měsíci +1

    তুমি মহান

  • @chandansvlogs8138
    @chandansvlogs8138 Před 7 měsíci

    অসম চৰকাৰে আপোনাক কিবা সন্মান দিলে ভাল লাগিব যিহেতু আপুনি মানুহৰ বাবে কাম কৰিছে

  • @funnyboy9657
    @funnyboy9657 Před 7 měsíci

    Homoi A Hokoluke Hujug Dia Kintu Ketia Ki Rupot Ahib Heitu Sini Puwa he dangor kotha ❤

  • @user-kp9vj5nx5e
    @user-kp9vj5nx5e Před 7 měsíci

    Homoy da apuni manuh2 jiman duniya tatukoi apunar mon2 besi duniya

  • @bhugenpatir5571
    @bhugenpatir5571 Před měsícem

    Bahut val lagile vaity tumi mohan

  • @SmritiRekhaDas-ll7wc
    @SmritiRekhaDas-ll7wc Před 7 měsíci

    Bohut bohut val kam korise apuni

  • @user-lr1yz5mm1h
    @user-lr1yz5mm1h Před 7 měsíci

    সময় সচাকে নামেই শুৱনি ধুনীয়া নাম

  • @bunnybantai24306
    @bunnybantai24306 Před 28 dny

    Bohut val lagile❤❤

  • @rajnishvlog05
    @rajnishvlog05 Před 7 měsíci +2

    First like.. love you dada ❤

  • @chitrahazarika7825
    @chitrahazarika7825 Před 7 měsíci +1

    Homoy da babe ata like ❤😊