Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
কোনো স্বাৰ্থ নথকাকৈ সহায় কৰা মানুহ জনেই হল সময় দাদা🥰..….Love From Golaghat 💞
কব ভাষা নাই তোমাৰ গুণ বোৰ দাদা তুমি মহান ❤❤ তোমাক দেখা পালো সপোন জাগি উঠে ❤❤ love you dada from gohpur pora morom tomale ❤❤🎉🎉
আৰু এবাৰ চালোঁ মন টো বেয়া লাগি গল মানুহ জনক এনে দেখা পাই দাদ কিবা এটা জলদি কিবা এটা কৰি দিয়া মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব লগে দে মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব আশা কৰিলোঁ আৰু তেওঁ এজন অসমীয়া মানুহ হৈ আৰু নিজৰ মানুহৰ মাজত আজি এনেকুৱা হৈছে 😢😢
মোৰ আহিবলগা সন্তান টোৰ নাম সময় দিম... এক বুজাব নোৱাৰা দুখ লাগি গল....😢😢
Bhogawan r ki bisar
আনৰ কাৰনে কান্দিব জানিলে, কান্দোনতও সুখ পায়।কিবুলি কম তোমাক----ভাষা নাই❤ ঈশ্বৰে যেন ঐশ্বৰিক শক্তি প্ৰদান কৰিছে তোমালৈ---🙏
সঁচাই কৈছোঁ আপুনি মানুহৰ ৰূপত এজন ভগৱাণ হয় দাদা 🙏🙏🙏
তেখেতৰ কথা আৰু বিশেষকৈ খোলৰ চাপৰতে গম পোৱা যায় সমাজত তেখেতৰ গুৰুত্ব কেনে আছিল। যি হওক দাদাৰ সহায়ত ব্যক্তি জনে পূনৰ আগৰ দৰে এটা নতুন জীৱন পায় তাকে কামনা কৰিলো।
মানুহবোৰে যে ইমান কষ্টত আছে আপোনাৰ দৰে মানুহৰ বাবে মানুহ বোৰ অলপ হ'লেও সুখত আছে দাদা ❤️❤️❤️❤️😢😢😢😢
এইটো আমা অসমৰ Sonu Sood ❤হয় Love you Daaa গহপুৰৰ পৰা মৰম দিলো❤
আচৰিত , কি বিচিত্ৰ জীৱন ধাৰণ দেখা পাইছো তোমাৰ ভিডিঅবোৰত । বৰ দুখ লাগে ।
সময়দা গাওঁ বুহা সহায়ত বিকলংগ পেন্সন ধৰাই দিয়ক। অঘৰী মুধচ তুয়ে আপুনী। ধন্যবাদ তুমালৈ মুৰ আয়ুস দিলু।হাজাৰ হাজাৰ বছৰ জীয়াই থকা
মানুহ জনৰ কথা খিনি বৰ ধুনিয়া
পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় ।।। কথাষাৰ সত্য 👌👌👌👌👌👌👌👌👌
মানুহ জন মানসিক ভাৱে ভাল যেন লাগিছে গতিকে তেখেতক কিবা এটা কাম দিব পাৰিলে বহুতেই ভাল হব
আপোনাক ভগৱানে ভালে ৰাখক কাৰণ আপোনাৰ দৰে মানুহক সমাজত অতি মাত্ৰ প্ৰয়োজন।❤
ভগৱানে আপোনাক শক্তি দিয়ক ❤🙏🙏🙏
আপুনি আৰু আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ৷ I LOVE YOU DADA❤️🙏
প্ৰতি বছৰে দি অহা চৰকাৰৰ যি সমূহ ঘৰ কোন সকল ব্যক্তিয়ে পাইছে আজিৰ দিনতো এনে ব্যক্তি ৰৈ গৈছে
দেখি দুখ লাগিল তোমাৰ লৈ আশীৰ্বাদ লাগিল
homoi da karone ata like 💖💖
নিঃ স্বাৰ্থ কৰ্ম কৰা একমাত্ৰ মহান ব্যক্তি আপুনি দাদা। ভগৱানে মংগল কৰক আৰু লগতে দূৰ্ভগীয়া লোকজনক সহায় কৰি তেখেতক উদ্ধাৰ কৰক
ভগৱানে তোমাৰ লগতে মানুজনক আশা পূৰণ কৰক
You are number 1 great youtuber in assam... For helping every poor people... That's why great salute to you and may God bless you💕💕💕
Frist like Frist view Frist comment ❤❤❤বহুত ইউটিউবাৰ দেখিলোঁ কিন্তু আপোনাৰ দৰে মহান মানুহ হয়তো বহুত কম দেখিবলৈ পাইছো।।আপোনাৰ সু-স্বাস্থ্য ৰ কামনা কৰিছো homoy daa❤❤❤Mor favourite namber 1 youtuber tumi❤❤❤
তুমি মহান ভগবানে তোমাক সহায় কৰে যেন
Hosa Homoy 2mr kame bhut bssi inspire krse..2mi hodai aag bahi jua...hohai hua hokolure...hodai enekoi thakiba...holoni nohoba ktiau.....all d best....God bless you always
Good ......tumi tumar kormot hahokhere agbarhi goi thaka.... Rasta ulai goi thakibo
সময় দা আপোনাক যে কি বুলি ধন্যবাদ দিম, কোনো ভাষা নাই।
তোমালৈ কোটি কোটি নমস্কাৰ 🙏🙏🙏🙏
Homoy da karana ata like ❤ proud of you dada
সচাকৈয়ে এনেদৰেও যে মানুহে বসবাস কৰিব পাৰে ভাবিবলৈও কষ্ট হয়, তেনেক্ষেত্ৰত কিমান অসহায় হ’লে তেনেকৈ থাকিব পাৰে বুজি পাইছো,এনেদৰে অসহায় জনলৈ সহায়ৰ হাত আগবঢ়াই তেওঁলোকক যিমান খিনি সকাহ দিছা সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি,বহুত বেছি মহান কৰ্ম কৰি আছা তুমি,প্ৰত্যেক জননীয়ে তোমাৰ দৰে সন্তান হোৱাতোৱেই কামনা কৰে,ভালে থাকা সদায়,মৰম তোমালৈ।
Bro tumak manisu amar axomor jiman CZcamsr ase sob kela mogoniya Jen lagise tumak dekhar pisor pora bro🥰🥰🥰
Homoi da manibolagibo apunak a behghor lachara manhuk j help korisa homoi ulaii grand salute
Bro tumak manisu ama axomor jiman CZcamsr ase sob kela mogoniya Jen lagise tumak dekhar pisot pora bro🥰🥰🥰
I liked homoy bhaijan apunar kan2 bohut Val love from majuli
Apunak bhut bhut thank u....❤bhut mohan kam kri ase dada apuni....❤bhogoban a apunak xodai val a raxok....❤
Hosa dei duk loga😢 apuni hosake bhogoman rupot shila🙏🙏🙏👍👍👍
Aru aguai jua tumi...vgobane mongol korok homoi da tumk...
❤❤❤❤❤❤❤❤❤❤ bohud val kam koresa apune dada ❤❤
তুমি আৰু এনেদৰে আৰু সহায় কৰি যোৱা যেন
ভাল কাম কৰিছে dada
2mi bhut val kam kori asa. Moi vabile nijoke bujabo nuwaru. Muru mon jai koribole
Apunar Dirghayu kamona korilu.... Homoi da... Anekoi hodai anor mukhot hahi jilikai thakib buli akha korilu...
You are a great You tuber , great human being. Angel in one word . May God bless you and your lovely family.
সচাঁই তোমাক মানিছো।ভগবানে তোমাক সহায় কৰক 🙏🙏
Bhogowane aaponak saday bhale rakhibo,sohay kori jowa
Dada apuni hosai bohut vogoban tuilo manuh dukhiya manuh burk hahi dib parise vogobane apunak mongl korok
Tumi hokolure babe adarkho 🙏🙏
Tomi kibaa ataa kori diyaa Dost Axomiyaa manuh...Beaa lagil dekhi...xosakee Gaour Manuh buree ghor ati bonai diboo nuwreenee...tomakk log korim moi
হে হৰি গোৱিন্দ
Good job homoy da Anekoi xodai aguay jauk Video to sai bohut beya lagil xunkale ghr to bonai diyak
বহুত দুখ লাগিল ।কিচুক্ষেত্রত ভাগ্যৰো খেল বুলি কব লাগিব।
Xosakoi apuni bohut great hoi
Hosai Dada apuni mohan hodai ane dore hohai kri jai jn
আজিৰ যুগতো মানুহ এনেদৰে থাকিবলগীয়া হৈছে 😢😢দাদা আপুনি মানুহ নহয় ৷ আপুনি ভগৱানৰে অন্য এটা ৰূপ ❤❤❤
আচৰিত!!! তেখেতৰ ওচৰ-চুবুৰীয়া ই ইমান দিনে দেখা নাই নেকি!!! গাঁৱৰ মানুহে দেখোন অলপ অলপ পইচা তুলি ঘৰ এটা সাজি দিব পাৰে।
বৰ আচৰিত দুখ লগা দিশ্ব 😢
বহু ত ভাল কাম কৰিছা.❤
My first view bro... keep it up
Apuni nijor vul bur Sikar korise heiai bohut. Nijor vulor Babe j etia ene kuwa obstha hol. Etia val Dore Thakok. Hoi jwa bur hoi gol. Etia val koi thoka 2 h main.nijor vul Sikar kora2 bohut val kotha.
সময় তুমি কলিযুগৰ ভগৱান স্বৰূপ। তোমাৰ মঙ্গল কামনা কৰিলো
Press the lord apunak esore ahirbad korok from Dhemaji
Thànk.you.homoy.bohot.bohut.thanks.tumak
আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ভালে ৰাখত ভগৱানে 🙏
Boutt vl lagile video ❤❤❤❤
Tmi dukhiya manuhok help kori ☺ manuhor upokar koribo khuja 😙 heibbe tmk moi mnr pora vl pao❤🥰mur flr pora tmk bht bht dhoinyobad 🙏 homoy dada aru aguwai jua 💝 agoloiu jate anedore manuhok help kora tare kamona korilu 😊
Aaponar kambur say mour bohut Val lagy homoy dada
Love you dada tumar Kam Dekhi vl lagil ❤❤❤
মানুহ জনৰ প্ৰতিভা দেখি ভাল লাগিল আৰু সময় তোমাক চেলুট
এনেকুৱা ধৰনৰ কাম কৰি যাবলৈ ভগৱানে তোমাক আশীৰ্বাদ কৰক।
Thanks to nephew,God bless you.
God bless u Dada.❤❤❤number 1 youtuber...
Homoy দা জিন্দাবাদ
Apunar... Katiya 1M. Liun hoi .... Tari ....kamona❤️
Bohut besi morom xomyi daa❤
সময়ে সদায় সকলোকে এনেদৰেই সময় দিয়ে যেন ।
মোৰ ক'বলৈ একো শব্দ নাই। মানুহে এনেদৰে কেনেকৈ জে জীয়াই থাকিব পাৰে, জীৱন টো অনুচিত। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ব্যক্তিজনে তেওঁৰ বাকী জীৱনটো সঠিক আশ্ৰয়ত জীয়াই থাকিব পাৰে। আৰু আপোনাক বহুত শুভেচ্ছা থাকিল সময় দা🙌🏼
Bohut vl vl km kra tumi vl lage tumar video saii tmr video vur saii bohut ktha hikibo pru najanu mur pasor jibon to kenekua hoiii jdi vl hoii jdi vle thku tumak ktha disu moiu aii dore vl vl km krim❤
Homoy daa best ❤❤❤❤❤❤❤❤❤
Vogobane bohut bohut valk rakhok
❤❤❤❤❤❤❤❤🙏🙏🙏🙏bhagobane tumak kukhole rakhok tare kamona korilu.
মহান আদৰ্শ আগলৈ আৰু আগ বাঢ়ি গৈ থাকা ------।। আশীৰ্বাদ কৰিছো তোমাক ।।
Sakupani ulai gol. Ki je manuhor jibon ufff. Hohai kra man ata ase pise homorthoi nhoi.
ভগবানে আপোনাক সহায় কৰিব
Bhut val ata prodokhep🎉🎉🎉
Dada apunak vogobane hokti diyok❤
Moja 👍
homoy da bhut val kam koriase apuna nisina manu homajot doka
তুমি আগলৈ আগুৱাই যোৱা ❤️❤️❤️ ভগৱানে সদায় তোমাক কুশলে ৰাখক।
বহুত দুখ লগা দৃস্য । ভগৱন্তই উদ্ধাৰ কৰক 😢
Homoy da u r best from best...
Homoy da tumr video bur sai thaku,aje moi pothm comments korisu apunak kble vakha ni apuni belgtkoi bhut bhut belag❤❤mur enakua lage vgban hisape apunar nisina manuhru jodi heua lou monot bhut hanti pua jab😢❤❤❤❤😘😘
তোমাক ভগৱানে সদায় ভালে ৰাখক ❤❤❤❤❤❤
aguai jua bro tumi mohan😢😢😢 hsai bhut bea lga o
আপোনি মহান সময় দাদা 🙏
Hosakoi bohut dukh loga disho hoi .. homoi da hosakoi aapunak selut ... ❤Hodhai anekoi aguyai jaok bohut val lage❤️
Mor falor pora tomak 🙏🙏🙏❤️❤️❤️👏👏
স্বাৰ্থহীন ভালপোৱা আৰু সময় দা দুয়োটা এক বিশেষ combination ❣️
Apunarloi bohot dhnyabad
এইটো সোনকালে কৰি দিয়ক দাদা বেছি বেয়া লাগিছে 😢😢
I have nothing except blessing.Salute to you.
Manhu jonor kotha bu val lagil
কোনো স্বাৰ্থ নথকাকৈ সহায় কৰা মানুহ জনেই হল সময় দাদা🥰..….
Love From Golaghat 💞
কব ভাষা নাই তোমাৰ গুণ বোৰ দাদা তুমি মহান ❤❤ তোমাক দেখা পালো সপোন জাগি উঠে ❤❤ love you dada from gohpur pora morom tomale ❤❤🎉🎉
আৰু এবাৰ চালোঁ মন টো বেয়া লাগি গল মানুহ জনক এনে দেখা পাই দাদ কিবা এটা জলদি কিবা এটা কৰি দিয়া মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব লগে দে মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব আশা কৰিলোঁ আৰু তেওঁ এজন অসমীয়া মানুহ হৈ আৰু নিজৰ মানুহৰ মাজত আজি এনেকুৱা হৈছে 😢😢
মোৰ আহিবলগা সন্তান টোৰ নাম সময় দিম... এক বুজাব নোৱাৰা দুখ লাগি গল....😢😢
Bhogawan r ki bisar
আনৰ কাৰনে কান্দিব জানিলে, কান্দোনতও সুখ পায়।কিবুলি কম তোমাক----ভাষা নাই❤ ঈশ্বৰে যেন ঐশ্বৰিক শক্তি প্ৰদান কৰিছে তোমালৈ---🙏
সঁচাই কৈছোঁ আপুনি মানুহৰ ৰূপত এজন ভগৱাণ হয় দাদা 🙏🙏🙏
তেখেতৰ কথা আৰু বিশেষকৈ খোলৰ চাপৰতে গম পোৱা যায় সমাজত তেখেতৰ গুৰুত্ব কেনে আছিল। যি হওক দাদাৰ সহায়ত ব্যক্তি জনে পূনৰ আগৰ দৰে এটা নতুন জীৱন পায় তাকে কামনা কৰিলো।
মানুহবোৰে যে ইমান কষ্টত আছে আপোনাৰ দৰে মানুহৰ বাবে মানুহ বোৰ অলপ হ'লেও সুখত আছে দাদা ❤️❤️❤️❤️😢😢😢😢
এইটো আমা অসমৰ Sonu Sood ❤হয় Love you Daaa গহপুৰৰ পৰা মৰম দিলো❤
আচৰিত , কি বিচিত্ৰ জীৱন ধাৰণ দেখা পাইছো তোমাৰ ভিডিঅবোৰত । বৰ দুখ লাগে ।
সময়দা গাওঁ বুহা সহায়ত বিকলংগ পেন্সন ধৰাই দিয়ক। অঘৰী মুধচ তুয়ে আপুনী। ধন্যবাদ তুমালৈ মুৰ আয়ুস দিলু।হাজাৰ হাজাৰ বছৰ জীয়াই থকা
মানুহ জনৰ কথা খিনি বৰ ধুনিয়া
পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় ।।। কথাষাৰ সত্য 👌👌👌👌👌👌👌👌👌
মানুহ জন মানসিক ভাৱে ভাল যেন লাগিছে গতিকে তেখেতক কিবা এটা কাম দিব পাৰিলে বহুতেই ভাল হব
আপোনাক ভগৱানে ভালে ৰাখক কাৰণ আপোনাৰ দৰে মানুহক সমাজত অতি মাত্ৰ প্ৰয়োজন।❤
ভগৱানে আপোনাক শক্তি দিয়ক ❤🙏🙏🙏
আপুনি আৰু আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ৷ I LOVE YOU DADA❤️🙏
প্ৰতি বছৰে দি অহা চৰকাৰৰ যি সমূহ ঘৰ কোন সকল ব্যক্তিয়ে পাইছে আজিৰ দিনতো এনে ব্যক্তি ৰৈ গৈছে
দেখি দুখ লাগিল তোমাৰ লৈ আশীৰ্বাদ লাগিল
homoi da karone ata like 💖💖
নিঃ স্বাৰ্থ কৰ্ম কৰা একমাত্ৰ মহান ব্যক্তি আপুনি দাদা। ভগৱানে মংগল কৰক আৰু লগতে দূৰ্ভগীয়া লোকজনক সহায় কৰি তেখেতক উদ্ধাৰ কৰক
ভগৱানে তোমাৰ লগতে মানুজনক আশা পূৰণ কৰক
You are number 1 great youtuber in assam... For helping every poor people... That's why great salute to you and may God bless you💕💕💕
Frist like Frist view Frist comment ❤❤❤
বহুত ইউটিউবাৰ দেখিলোঁ কিন্তু আপোনাৰ দৰে মহান মানুহ হয়তো বহুত কম দেখিবলৈ পাইছো।।
আপোনাৰ সু-স্বাস্থ্য ৰ কামনা কৰিছো homoy daa❤❤❤
Mor favourite namber 1 youtuber tumi❤❤❤
তুমি মহান ভগবানে তোমাক সহায় কৰে যেন
Hosa Homoy 2mr kame bhut bssi inspire krse..2mi hodai aag bahi jua...hohai hua hokolure...hodai enekoi thakiba...holoni nohoba ktiau.....all d best
....God bless you always
Good ......tumi tumar kormot hahokhere agbarhi goi thaka.... Rasta ulai goi thakibo
সময় দা আপোনাক যে কি বুলি ধন্যবাদ দিম, কোনো ভাষা নাই।
তোমালৈ কোটি কোটি নমস্কাৰ 🙏🙏🙏🙏
Homoy da karana ata like ❤ proud of you dada
সচাকৈয়ে এনেদৰেও যে মানুহে বসবাস কৰিব পাৰে ভাবিবলৈও কষ্ট হয়, তেনেক্ষেত্ৰত কিমান অসহায় হ’লে তেনেকৈ থাকিব পাৰে বুজি পাইছো,এনেদৰে অসহায় জনলৈ সহায়ৰ হাত আগবঢ়াই তেওঁলোকক যিমান খিনি সকাহ দিছা সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি,বহুত বেছি মহান কৰ্ম কৰি আছা তুমি,প্ৰত্যেক জননীয়ে তোমাৰ দৰে সন্তান হোৱাতোৱেই কামনা কৰে,ভালে থাকা সদায়,মৰম তোমালৈ।
Bro tumak manisu amar axomor jiman CZcamsr ase sob kela mogoniya Jen lagise tumak dekhar pisor pora bro🥰🥰🥰
Homoi da manibolagibo apunak a behghor lachara manhuk j help korisa homoi ulaii grand salute
Bro tumak manisu ama axomor jiman CZcamsr ase sob kela mogoniya Jen lagise tumak dekhar pisot pora bro🥰🥰🥰
I liked homoy bhaijan apunar kan2 bohut Val love from majuli
Apunak bhut bhut thank u....❤bhut mohan kam kri ase dada apuni....❤bhogoban a apunak xodai val a raxok....❤
Hosa dei duk loga😢 apuni hosake bhogoman rupot shila🙏🙏🙏👍👍👍
Aru aguai jua tumi...vgobane mongol korok homoi da tumk...
❤❤❤❤❤❤❤❤❤❤ bohud val kam koresa apune dada ❤❤
তুমি আৰু এনেদৰে আৰু সহায় কৰি যোৱা যেন
ভাল কাম কৰিছে dada
2mi bhut val kam kori asa. Moi vabile nijoke bujabo nuwaru. Muru mon jai koribole
Apunar Dirghayu kamona korilu.... Homoi da... Anekoi hodai anor mukhot hahi jilikai thakib buli akha korilu...
You are a great You tuber , great human being. Angel in one word . May God bless you and your lovely family.
সচাঁই তোমাক মানিছো।ভগবানে তোমাক সহায় কৰক 🙏🙏
Bhogowane aaponak saday bhale rakhibo,sohay kori jowa
Dada apuni hosai bohut vogoban tuilo manuh dukhiya manuh burk hahi dib parise vogobane apunak mongl korok
Tumi hokolure babe adarkho 🙏🙏
Tomi kibaa ataa kori diyaa Dost Axomiyaa manuh...Beaa lagil dekhi...xosakee Gaour Manuh buree ghor ati bonai diboo nuwreenee...
tomakk log korim moi
হে হৰি গোৱিন্দ
Good job homoy da
Anekoi xodai aguay jauk
Video to sai bohut beya lagil xunkale ghr to bonai diyak
বহুত দুখ লাগিল ।কিচুক্ষেত্রত ভাগ্যৰো খেল বুলি কব লাগিব।
Xosakoi apuni bohut great hoi
Hosai Dada apuni mohan hodai ane dore hohai kri jai jn
আজিৰ যুগতো মানুহ এনেদৰে
থাকিবলগীয়া হৈছে 😢😢
দাদা আপুনি মানুহ নহয় ৷ আপুনি ভগৱানৰে অন্য এটা ৰূপ ❤❤❤
আচৰিত!!! তেখেতৰ ওচৰ-চুবুৰীয়া ই ইমান দিনে দেখা নাই নেকি!!! গাঁৱৰ মানুহে দেখোন অলপ অলপ পইচা তুলি ঘৰ এটা সাজি দিব পাৰে।
বৰ আচৰিত দুখ লগা দিশ্ব 😢
বহু ত ভাল কাম কৰিছা.❤
My first view bro... keep it up
Apuni nijor vul bur Sikar korise heiai bohut. Nijor vulor Babe j etia ene kuwa obstha hol. Etia val Dore Thakok. Hoi jwa bur hoi gol. Etia val koi thoka 2 h main.nijor vul Sikar kora2 bohut val kotha.
সময় তুমি কলিযুগৰ ভগৱান স্বৰূপ। তোমাৰ মঙ্গল কামনা কৰিলো
Press the lord apunak esore ahirbad korok from Dhemaji
Thànk.you.homoy.bohot.bohut.thanks.tumak
আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ভালে ৰাখত ভগৱানে 🙏
Boutt vl lagile video ❤❤❤❤
Tmi dukhiya manuhok help kori ☺ manuhor upokar koribo khuja 😙 heibbe tmk moi mnr pora vl pao❤🥰mur flr pora tmk bht bht dhoinyobad 🙏 homoy dada aru aguwai jua 💝 agoloiu jate anedore manuhok help kora tare kamona korilu 😊
Aaponar kambur say mour bohut Val lagy homoy dada
Love you dada tumar Kam Dekhi vl lagil ❤❤❤
মানুহ জনৰ প্ৰতিভা দেখি ভাল লাগিল আৰু সময় তোমাক চেলুট
এনেকুৱা ধৰনৰ কাম কৰি যাবলৈ ভগৱানে তোমাক আশীৰ্বাদ কৰক।
Thanks to nephew,God bless you.
God bless u Dada.❤❤❤number 1 youtuber...
Homoy দা জিন্দাবাদ
Apunar... Katiya 1M. Liun hoi .... Tari ....kamona❤️
Bohut besi morom xomyi daa❤
সময়ে সদায় সকলোকে এনেদৰেই সময় দিয়ে যেন ।
মোৰ ক'বলৈ একো শব্দ নাই। মানুহে এনেদৰে কেনেকৈ জে জীয়াই থাকিব পাৰে, জীৱন টো অনুচিত। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ব্যক্তিজনে তেওঁৰ বাকী জীৱনটো সঠিক আশ্ৰয়ত জীয়াই থাকিব পাৰে। আৰু আপোনাক বহুত শুভেচ্ছা থাকিল সময় দা🙌🏼
Bohut vl vl km kra tumi vl lage tumar video saii tmr video vur saii bohut ktha hikibo pru najanu mur pasor jibon to kenekua hoiii jdi vl hoii jdi vle thku tumak ktha disu moiu aii dore vl vl km krim❤
Homoy daa best ❤❤❤❤❤❤❤❤❤
Vogobane bohut bohut valk rakhok
❤❤❤❤❤❤❤❤🙏🙏🙏🙏bhagobane tumak kukhole rakhok tare kamona korilu.
মহান আদৰ্শ আগলৈ আৰু আগ বাঢ়ি গৈ থাকা ------।। আশীৰ্বাদ কৰিছো তোমাক ।।
Sakupani ulai gol. Ki je manuhor jibon ufff. Hohai kra man ata ase pise homorthoi nhoi.
ভগবানে আপোনাক সহায় কৰিব
Bhut val ata prodokhep🎉🎉🎉
Dada apunak vogobane hokti diyok❤
Moja 👍
homoy da bhut val kam koriase apuna nisina manu homajot doka
তুমি আগলৈ আগুৱাই যোৱা ❤️❤️❤️ ভগৱানে সদায় তোমাক কুশলে ৰাখক।
বহুত দুখ লগা দৃস্য । ভগৱন্তই উদ্ধাৰ কৰক 😢
Homoy da u r best from best...
Homoy da tumr video bur sai thaku,aje moi pothm comments korisu apunak kble vakha ni apuni belgtkoi bhut bhut belag❤❤mur enakua lage vgban hisape apunar nisina manuhru jodi heua lou monot bhut hanti pua jab😢❤❤❤❤😘😘
তোমাক ভগৱানে সদায় ভালে ৰাখক ❤❤❤❤❤❤
aguai jua bro tumi mohan😢😢😢 hsai bhut bea lga o
আপোনি মহান সময় দাদা 🙏
Hosakoi bohut dukh loga disho hoi .. homoi da hosakoi aapunak selut ... ❤
Hodhai anekoi aguyai jaok bohut val lage❤️