TUMI KOLAGURU -- 2024 || A TRIBUTE SONG TO BISHNUPRASAD RABHA ||NALIN NATH|| ALAK N || JYOTISHMAAN||
Vložit
- čas přidán 17. 06. 2024
- Its a tribute song to KOLAGURU BISHNUPRASAD RABHA ; Who sacrifies his life for the people of Assam .
LYRICS :
তুমি কলাগুৰু
তুমি কলাগুৰু
শোষণকাৰী তোমাৰ শতৰু
বনুৱাৰ তুমি লগৰী
হালোৱাৰ তুমি পূজাৰী
তুমি কলাগুৰু
তুমি কলাগুৰু
পাহাৰে ভৈয়ামে ঘুৰি ঘুৰি
ৰ'দ বৰষুণ কাতি কৰি(x2)
একুৰা জুই হৈ
শিল্পী প্ৰাণ লৈ (x2)
বিপ্লৱ কৰিলা পন লৈ
মানুহৰ বাবে দুখীয়াৰ বাবে
শোসনকাৰীৰ বিৰুদ্ধে
অমানুহৰ বিৰুদ্ধে
তুমি কলাগুৰু তুমি কলাগুৰু
জুন মাহৰ কুৰি তাৰিখে
দেহ তোমাৰ অৱসান !
এটা যুগৰ যেন সমাধি হ'ল
এখন সমাজ যেন
নিঠৰুৱা হ'ল
কৃস্তিৰ পথাৰ হৈ
দুখীয়াৰ বল হৈ
কীৰ্তি ৰাখিলা যুগলৈ
অসমৰ বাবে দেশৰ বাবে
জমিদাৰৰ বিৰুদ্ধে
অমানুহৰ বিৰুদ্ধে
তুমি কলাগুৰু
তুমি কলাগুৰু
AUDIO CREDITS :
Lyrics composition - Nalin Nath
Singer - Marami Sharma , Alak Nath , Kamal Barman, Papari Medhi
Music - Alak Nath
Mix Master- Dhruv Thakuria
Khub dhunia lagil. Aagoloi aaru notun sristi hobo buli aasha korilo.
Bohut val lagil..❤
Bohut val lagile
বহুত বহুত ধুনীয়া হৈছে। ভাল লাগিল ।
Superb Dear Alak .... Nice One ...Laal Salam
Dhunia hoise ❤
বৰ ভাল লাগিল ❤
গাণটো শুনি ভাল লাগিল .. ❤
I love you song ❤❤😊
Bahut bahut bhal lagil ❤️❤️❤️👏👏👏
খুব ভাল হৈছে 🙏 ভাল লাগিল
Dhunia Hoise
Bahut vl lagise
Dhuneya hoisay
Dhuniya lagise ❤❤
Val lagesa....
Khub dhuniya ❤❤❤❤😊
বিহুত ধুনীয়া
বহুত বেছি ধুনীয়া
Beautiful ❤️
সুন্দৰ সৃষ্টি 🤍
খুব সুন্দৰ প্ৰচেষ্টা❤
অতি সুন্দৰ। বিষ্ণু ৰাভাই দেখা এই সুন্দৰ পৃথিৱীখনৰ মানুহেই সুন্দৰৰ পূজাৰী। সামন্তবাদী পূজা অৰ্চনাৰ সলনি তেওঁ দুৰ্গতজনৰ মুক্তি বিচাৰিছিল। তেওঁ ডবা শংখ আৰতিৰে সেই সুন্দৰৰ পূজাৰী সকলক আদৰণী জনাইছিল। আমি আটায়ে হাতে হাত ধৰি বিষ্ণু প্ৰসাদ ৰাভাই বিচৰা সেই সুন্দৰতাৰ সহযাত্ৰী হওঁ আহক।
❤
Bohut dhuniya ❤️
Thaki gol bondhu gaan tu. Sirosthayi hok
বহুত বেছি ভাল লাগিলে❤
সুন্দৰ প্ৰদক্ষেপ ❤❤❤❤ From Myself DK
Very nice 👍🏻
video to salu....val lagil.
kolaguru loi satakouti pronam 🙏
Thank you
সঁচাকৈ বহুত ভাল হৈছে ❤ গোটেই কেইজনকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ গীতটোৰ লগতে ভিদিওটোৰ খুব সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে ❤ লগতে নিজৰ মহাবিদ্যালয় খনৰ লগতে শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক এনেকৈ দেখি খুব ভাল লাগিছে। বহুত শুভেচ্ছা থাকিল ❤
Eman dhuniya 🥺❤️
Well done Jaan dada 🎉
Nice video
Nice work guys..loved it ❤️🥺
Borhiya 🫶
❤❤❤
এনেকুৱা সৃষ্টি আমাৰ জাতি টোৰ বাবে বহুত দৰকাৰী ধন্যবাদ নলিন দা ।
❤❤❤❤❤
Alak nath, kamal bhai👌👌🙌❤❤
Awesome👏❤alak 🔥🔥super act❤congratulations kalaguru team
বহুত ভাল লাগিল ভিদিওটো চাই মৰমী বা, পাপৰি বা, কমল দাদা, অলক দাদাৰ লগতে গোটেই দলটোৰ সমূহ সদস্যকে শুভেচ্ছা জনালোঁ। আগলৈও এনেকুৱা ভাল কামবোৰ চাবলৈ পাম বুলি আশা থাকিল। ❤
❤👏
❤❤❤❤
Naic
Bohut bohut bohut val lgil anekoi aguwai juwa ...
Papori moromi ba mur xodai favorite 😍
Bohut val lgil ❤❤
Wow😍
Amazed❤
👏👏👏👏ভাল লাগিল
very nice 👍👍
বহুত ভাল লাগিছে আমাৰ গাঁওৰ গৌৰব হৈছে
Bohut val lagile ❤🙏
🎉🎉❤❤ সুন্দৰ আগবঢ়ি যোৱা ভাই।
Verry nice.. ❤❤❤ All of you.. Congrats.. And Nath.. 🔥🔥🔥act.. ❤❤❤❤
Bohut val lagil
Bht dhunia dei
Bahut vl hoise . parn pai uthise geet tue
বহুত ধুনীয়া হৈছে❤
ভাল লাগিল আমাৰ জাতিটোৰ প্ৰতি জাতীয় চেতনা জাগ্ৰত কৰে এনেকুৱা সৃষ্টিৰ দ্বাৰা।নৱ প্ৰজন্মৰ এনেকুৱা সৃষ্টি অতুলনীয় 🙏
Nice
বহুত ধুনীয়া হৈছে 🙏
Dhunia 🫡
Mesmerizing 💖
Khub duniya 👍❤️
অতি সুন্দৰ 👍👌
ধুনীয়া হৈছে❤
Borhiya❤
Very conceptual..🎉🎉🎉gud luck to the entire team
Waw... Nice .....❤❤❤
বাহঃ কি সুন্দৰ সৃষ্টি ❤❤❤
একেবাৰে জীৱন্ত বিষ্ণুপ্ৰসাদ ৰাভা জনকেই দেখা যেন লাগি গ’ল ৷ বৰ ভাল লাগিল দেই !!
Thank you
Sundar
Moja
Nice👏👏👏
Nice❤
Bht vall lagile❤
❤
Bohut besiiii dhuniya ❤
❤