RAMEN NATH EJON XUKHEE LOK - Rupam Bhuyan | Rana Buragohain | Chandana Pathak | Bulbul Das

Sdílet
Vložit
  • čas přidán 17. 12. 2021
  • ♬ AUDIO CREDITS ♬
    Vocal: Rupam Bhuyan
    Lyrics: Chandana Pathak
    Composition: Rana Buragohain
    Bass: Bulbul Das, Papu Prince Gogoi
    Guitar: Manasquam Mahanta
    Acoustic Guitar & Drum prog: Bulbul Das
    Keys: Munu Anowar Hussain
    Music Production: Bulbul Das, Rana Buragohain
    Mixing and mastering: Bitupon Phukan
    ▣ VIDEO CREDITS ▣
    Concept, Screenplay and Animation: Deepjyoti Handique
    Sketch: Dharmeswar Brahma
    MUSIC LABEL - DHWANI RECORDS
    © 2021 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR CZcams CHANNEL - / dhwanirecords
  • Hudba

Komentáře • 2,3K

  • @pallavdutta2587
    @pallavdutta2587 Před 2 lety +56

    I am leaving this comment here so after a month or a year when someone likes it, I get reminded to listen to this beautiful song!! ❤️❤️

  • @mozoomdar.
    @mozoomdar. Před 2 lety +102

    আগতে আমি প্ৰায়ে কথা পাতো, অসমীয়া গানবোৰৰ কথা কেতিয়া আমাৰ সাধাৰণ মানুহৰ কথা হ'ব। আগতে আমি বাংলা গানৰ কথা শুনি আচৰিত হও। নিজে নিজক সান্তনা দিও, অসমীয়াত চাগে নোৱাৰি এনে গান লিখিব। কিন্তু আমাৰ সেই আশা পূৰ্ণ হ'ল। বহুত ভাল লাগিছে। জীৱন নাইবা এনেকুৱা আমাৰ চিনাকী কিছুমান কাহিনীক লৈ কৰা গানবোৰ অসমীয়াত কম আছিলে। বাকী ৰূপম ভূঞাৰ মাতত যাদু আছে। হেৰাই যাব পাৰোঁ তেওঁৰ মাতত। গানটোৰ লগত জড়িত সকলো লৈকে শুভেচ্ছা থাকিল। আৰু ভাল লগা গান শুনিবলৈ পাম বুলি আশা থাকিল।

    • @chandanapathak7201
      @chandanapathak7201 Před 2 lety +1

      বহুত ধন্যবাদ৷

    • @ranaburagohain6514
      @ranaburagohain6514 Před 2 lety +1

      Thank you so much

    • @Captain-zr3go
      @Captain-zr3go Před 2 lety +5

      Exactly, গানৰ lyrics সদায় চিম্পল হ'ব লাগে। শুনাত ভাল লগা অথচ অৰ্থৰ সামঞ্জস্য নথকা শব্দ কিছুমান ব্যৱহাৰ কৰাৰ সলনি এনেকুৱা সহজ সৰল কথাই গানৰ বাবে উপযোগী

    • @chandanapathak7201
      @chandanapathak7201 Před 2 lety

      @@Captain-zr3go Thank you so much

    • @deepashreedas
      @deepashreedas Před 2 lety +2

      Exactly. Moi enekua manuh log paisilu jiye dictionary meli taan xobdo bur uliyai kiba eta kheli meli kobita likhi diye. Prize o pai. Ajikali okhomiya gaan kisuman o tenekuai laga hoise. Moi bhabi asilu ketiya j okhomiya gaan e megh, borokhun, botah, xewali, dhuniya dhuniya sualir naam r porixoror pora bahir ulabo, xadharon bhakhat oxadharon kotha kobo.

  • @dr.ankumanidas2783
    @dr.ankumanidas2783 Před 2 lety +29

    কালিৰ পৰা অকল এই গানটোৱে শুনি আছো। বৰ্তমানৰ এই সময়ত এনে এক গান শুনিবলৈ পাই আপ্লুত হৈছোঁ।গানৰ কথা, সুৰ, এনিমেশন আটাইবোৰ দিশেই অনন্য।

  • @sanskritashivam5140
    @sanskritashivam5140 Před 2 lety +28

    অন্য সোৱাদ পালো। আৰুনো কি লাগে আমাক। এয়াই সুখ। গানত সুখ বিচাৰি ফুৰা মানুহ আমি। চন্দনা পাঠকলৈ বহুত বহুত ধন্যবাদ

  • @sankukumar6121
    @sankukumar6121 Před 2 lety +34

    vocal,lyrics,composition কৰা তিনিওজন মহান ব্যক্তিকে শৰীৰৰ মনৰ একোণৰ পৰা দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়ি ধন্যবাদ,আচলতে এইবোৰ তেনেকুৱা গান নহয় যিবোৰ শৰীৰ নচাব পাৰিব এইবোৰ তেনকুৱা গান যিয়ে সমাজৰ ইকোণৰ পৰা সিকোণলৈ চুই যায়।আচলতে মই কোৱা নাই যে বাকীবিলাক শিল্পীৰ গান বেয়া প্ৰত্যেকৰে নিজা নিজা ঠাইত নিজা এটা জনপ্ৰিয়তা আছে,কিন্তু মই কওঁ যে শৰীৰৰ নোমৰ গুড়িয়ে গুড়িয়ে বিন্ধি যোৱা গীতৰ সুৰৰ তৰংগৰ গৰাকী এজন হ'ল Rupam Bhuyan দা।অৱশেষত এটাই অনুৰোধ বাকী একাংশ নাচি ফুৰা গীতক আদৰি লয় তেনেদৰে এনেকুৱা গীতবোৰকো আদৰি লওক।প্ৰথমতে lyrics বুজি চাওঁক গীতটো শুনি চাওঁক ভালকে,তাৰপিছত জানি বুজি আদৰি লওঁ‌ক।

  • @rajdeepmahanta5741
    @rajdeepmahanta5741 Před 2 lety +41

    "নেদেখা সপোনে,নাভাঙে টোপনি", সুখী মানুহবোৰেই আজিৰ দিনত পৃথিৱীখন অসুখী কৰাৰ মূল।
    গীতটিত জড়িত সকলোৰে প্ৰতি ধন্যবাদ যাচিলোঁ,এনে এটি গীত আমাক দিয়াৰ বাবে।

  • @nilotpalkalita8985
    @nilotpalkalita8985 Před 2 lety +11

    ক'বলৈ ভাষা নাই… কি সুন্দৰকৈ কথাখিনি উপস্থাপন কৰা হৈছে গীতটিৰ মাজেৰে।
    গীতটিত যি কোৱা হৈছে সেইখনেই হয়তো আমাৰ সমাজ, আমাৰ ঘৰ।
    গীতটিৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছো ইমান ধুনীয়া গীত এটি উপহাৰ দিয়া বাবে, এনেকুৱা গীতৰ আকৌ সৃষ্টি হওঁক।

  • @mrinaltalukdar7624
    @mrinaltalukdar7624 Před 2 lety +154

    Such freshness, amazing story telling..thanks Rupam..now it is in my loop

  • @rahulgautamsharma8056
    @rahulgautamsharma8056 Před 2 lety +147

    কালিৰ পৰা বেলেগ একো গান শুনা নাই৷ কালিও লিখিছোঁ, আজিও কওঁ - বহুত ওখ গান৷ মোৰ দৰে গান লিখা মানুহৰ চিন্তাৰ সিপাৰৰ গান! Salute!

  • @santanudasofficial4560
    @santanudasofficial4560 Před 2 lety +10

    কি ক'ম ভাষা নাই ।
    হিমালয়তকৈও বহু বেছি ওখ এই গীত।
    গীতৰ কথা কি আচৰিত আমাৰ দৰে লোকৰ চিন্তাৰ সিপাৰে।
    ৰূপম দা এজন বিশাল কণ্ঠশিল্পী।
    আন্তৰিক শুভেচ্ছা ও অভিনন্দন গীতটোৰ সৈতে জড়িত প্ৰত্যেক জনলৈ।

  • @rathangapaaniboruah3743
    @rathangapaaniboruah3743 Před 2 lety +19

    বহুত বেছি ধুনীয়া! এনেকুৱা এটা গান যে এদিন শুনিবলৈ পাম বা এনেকুৱাকৈ এটা গান হ'ব পাৰে সেয়া সপোনৰো অগোচৰ আছিল। ৰমেন নাথ এজন সুখী লোকৰ পৰিয়ালৰ সকলোলৈকে শুভকামনা!❤

  • @ParijatChutia.
    @ParijatChutia. Před 2 lety +11

    অন্তৰ্নিহিত হৈ থকা অৰ্থবোৰে আহ্!! মোক চুই গ'ল...

    • @chandanapathak7201
      @chandanapathak7201 Před 2 lety +1

      বহুত ধন্যবাদ!

    • @ParijatChutia.
      @ParijatChutia. Před 2 lety +1

      @@chandanapathak7201 আজিৰ সমাজত এনে গীতৰ আৰু প্ৰয়োজন, লিখি যাব🌼🌼...

  • @jashasyanandini2098
    @jashasyanandini2098 Před 2 lety +18

    এই গীতটোৱে অসমীয়া সংগীতৰ ইতিহাসলৈ নতুনত্ব আনিছে৷ ভাল পাইছোঁ৷গীতটোৰ কথাৰ লগত সুৰ আৰু কণ্ঠৰ অপূৰ্ব সমন্বয় ঘটিছে৷

  • @anupamkakati9165
    @anupamkakati9165 Před 2 lety +16

    এই গীতটোৱেই হাতী মাৰি ভুৰুকাত ভৰোৱা নিচিনা অসাধ্য সাধন কৰিছে। এটা গীতত ইমানবোৰ অভিব্যক্তি, সচাই আদৰণীয় আৰু অতুলনীয়। Kudos to the entire team..Hats ♥ off

  • @pulakcreations6547
    @pulakcreations6547 Před 2 lety +21

    Salute for this song....🖖
    কি গান গাইছে
    গানটো ক প্ৰসংসা কৰিবলে মোৰ ভাষা নাই।

  • @abhijeetsaikia9855
    @abhijeetsaikia9855 Před 2 lety +62

    Ramen Nath took me on a roller coaster ride of emotions... Questions started emerging.. Should I be happy for Ramen Nath or be sad for Bharali Khura.. and Kakati Jethi ?? 🥺 Uff the harsh contrasts... Lyrics, singing, composition and the animation 💓✨ HATS OFF !!

  • @parishmitaparashar2122
    @parishmitaparashar2122 Před 2 lety +19

    গীতটিৰ কথাই মন চুই গ'ল। এনেকুৱা ধৰণৰ গীত মই কেতিয়াও শুনা নাছিলো। গীতৰ কন্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু গীতটিৰ লগত জড়িত আটাইলৈকে মোৰ সশ্রদ্ধ প্রণাম। 🙏🙏🙏👌👌👌

  • @kartikkurmitutorialinassam6927

    নিজেই গীত লিখিবলৈ যত্ন কৰিছো এই গীত টি শুনি নৱপ্ৰজন্ম ৰ হৈ আপ্লুত হৈছো আৰু সৌভাগ্য ভাবিছো।

  • @anaditasa6003
    @anaditasa6003 Před 2 lety +16

    অসমীয়া সংগীতজগতৰ বাবে এক মাইলৰ খুঁটি ৷ ইয়াৰ পাছত মানুহে আলোচনা কৰিব pre ৰমেন নাথ আৰু post ৰমেন নাথ ৷

  • @dharitrisaikia2403
    @dharitrisaikia2403 Před 2 lety +52

    This is something far beyond.. Respect to the team.

  • @srishtishreyam3828
    @srishtishreyam3828 Před 2 lety +135

    Well, who to name 1st! The singer? The composer? The lyricist? The animator? Who not!!! All are doing their due to strike the right chord. A different taste to Assamese music. The socially aware short-story writer Chandana Pathak leaves her mark in her new lyricist avataar too. A treat to the ears & eyes. Congratulations to the entire team. 💗

  • @GirijaNandaDas
    @GirijaNandaDas Před 2 lety +11

    গীতটো শুনি এটি নতুন চিন্তা মনৰ ভিতৰত ভুমুকি মাৰি থৈ গ’ল ৷ অত্যন্ত ব্যতিক্ৰমী গানৰ সত্বা ৷

  • @arunjoutigogoi3319
    @arunjoutigogoi3319 Před 2 lety +6

    অতুলনীয় ৷ মুগ্ধ হ’লোঁ ৷

  • @jonakchetia
    @jonakchetia Před 2 lety +26

    Mark my words: This is going to be the new camping song.. we will sing this around bonfires with just a guitar.. ❤️

  • @thelifevlogzs7211
    @thelifevlogzs7211 Před 2 lety +13

    সাংঘাতিক সাংঘাতিক সাংঘাতিক ৷ অসমীয়া সংগীতত এক নতুনত্বৰ সংযোজন ৷

  • @ashishsaikia5880
    @ashishsaikia5880 Před 2 lety +30

    I don't know whom to thank for this song. Assamese music is getting better.❤️

  • @himashreekashyap8675
    @himashreekashyap8675 Před 2 lety +4

    Gar num siori uthise 🌼❤️

  • @kankanasaikia9156
    @kankanasaikia9156 Před 2 lety +11

    Gaan t emn dhunia koi kahini ata koise je xolag loboi lagibo. Gaan tor kotha khinir gobhir ortho aase. xuddho Assamese t gotei kahini to koise. Uposthapon birat dhunia. Rupam bhuyan a dhunia koi gaise. Saai val lagil. Xosorasor bohut gaan t kebol romance k lokkho kora hoi. Eyate somaj r ata sintoniyo bisoy gaan r madhyomere val dore prokash korise. ❤❤

  • @arindom_only3980
    @arindom_only3980 Před 2 lety +6

    Gaantu huni aamiu hoi porisu.... Hukhi luk... Hukhi luk....😊

  • @upakulbordoloi9378
    @upakulbordoloi9378 Před 2 lety +51

    'Winds of Change' slowly & surely blowing through our Assamese music industry. Hope we get more of songs like these in comming days which brings a revelation altogether. Kudos to the whole team!! Keep hustling!! Thank you so much❤️

  • @ABINASHCREATION7600
    @ABINASHCREATION7600 Před 2 lety +7

    গানটো এটা কবিতাও,এটা গল্পও, এখন উপন্যাসো। বাস্তৱৰ ফটফটীয়া প্ৰতিফলন গানটো।

  • @pankajkumarbora6591
    @pankajkumarbora6591 Před 2 lety +5

    এটাই শব্দ "অপূৰ্ব"

  • @madhurjyamanditnath2178
    @madhurjyamanditnath2178 Před 2 lety +3

    Eman dhuniya je dukh logai dise 🖤🖤

  • @dupardiptadas6735
    @dupardiptadas6735 Před 2 lety +29

    Gave me the vibes of Bob Dylan and Anjan Dutta at the same time. But saying that Rupam Bhuyan has his own flavour. Thank you for this masterpiece

  • @zubeengargfans8882
    @zubeengargfans8882 Před 2 lety +6

    Amazing and heart touching........., নেদেখা সপোনে, নাভাঙে টোপনি।।

  • @amlanJdewry
    @amlanJdewry Před 2 lety +7

    Wow wow wow wow! Amazing!

  • @north-eastindia2835
    @north-eastindia2835 Před 2 lety +9

    oxomiya xongitor ek onyo jatra....krimoxo ussor pora ussoloi...❤️❤️❤️

  • @arunjyotidas7
    @arunjyotidas7 Před 2 lety +4

    সুখীৰ সংজ্ঞা ইয়াতকৈ আৰু কোনে ভালদৰে দিব। চিন্তনীয় হৈছে এই পৃথিৱীত ন প্ৰজন্মক সঠিক দিশেৰে আগুৱাই নিয়াটোয়েই..

  • @punamNathofficial
    @punamNathofficial Před 2 lety +11

    সচাকৈয়ে ভাল লাগিল। সাংঘাটিক বেলেগ কিবা এটা।

  • @IAm_Bikash
    @IAm_Bikash Před 2 lety +7

    Most practical Assamese song, jot neki life ase 😍

  • @rongbirong7684
    @rongbirong7684 Před 2 lety +14

    গীতৰ কথাই বহু সময় নিৰৱ কৰি ৰাখিলে।
    যেন এক বাস্তৱ সাধুকথা।
    সংগীত আৰু সুৰ সুন্দৰ।
    চিত্ৰাংকণ অনন্য।

  • @ankitagoswami9816
    @ankitagoswami9816 Před 2 lety +8

    Bosor tu xekh hobo ru 10 din.. protibosore hoi , tothapiu ata blg anuvob.. gaan tuo jen tenekuwai kiba ata.. xodai ghoti thoka kothai , kintu imn xundor uposthapon.. bohut vl lagill💓💖💓.

  • @simasharma1077
    @simasharma1077 Před 8 měsíci +2

    What a composition.....just wowwww ❤️🥰

  • @kryptonx3240
    @kryptonx3240 Před 2 lety +12

    আজিৰ যুগত সুখী কোন? হেজাৰ চিন্তাই অনবৰত উৎপাত লগাই থকা মনটো আৰু চৌপাশৰ কন্দৰ্যবোৰ-ইহঁতে যেন কাকো সুখৰ সুধা পান কৰিবলৈ নিদিয়ে। কিন্তু ব্যস্ত পৃথিৱীত আমি বাহিৰে যিমানেই ব্যস্ত নহওঁ কিয় নিজৰ ভিতৰৰ মানুহটোৰ বাবে অলপ সময় দিলে হয়তো আমিও সুখী হব পাৰিম।

  • @Motionguy.
    @Motionguy. Před 2 lety +4

    The song is accidentally come to my you tube recommend videos . The song is ultimate ..

  • @parthapratim694
    @parthapratim694 Před 2 lety +7

    "ৰমেন নাথ এজন সুখী লোক"
    অন্তৰ চুই গল... অতুলনীয় ❤❤❤❤

  • @rtrahul1751
    @rtrahul1751 Před 2 lety +6

    Amazing.... Keneke Vabe egla Concept.... Great

  • @jenivakalita7693
    @jenivakalita7693 Před 2 lety +4

    Mon sui gol ❤️❤️ hukhi luk

  • @sprihassphere8884
    @sprihassphere8884 Před 2 lety +10

    Ufff the deepest thought provoking lyrics !!

  • @madhurjyatamuli6935
    @madhurjyatamuli6935 Před 2 lety +3

    এটা গল্প যেতিয়া সুৰীয়া হয় ❤️ !

  • @luhitnath9688
    @luhitnath9688 Před 2 lety +7

    সাধাৰণ কথাৰ অসাধাৰণ উপস্থাপন | আপ্লুত হ'লো |

  • @prabaldac5666
    @prabaldac5666 Před 2 lety +5

    Heard 1st time in assamese music industry dis kund of song. Hats off.

  • @manikakalita55
    @manikakalita55 Před 2 lety +6

    Oh my god ...moi pagol hoi jam gan tu xuni😯

  • @gyanktamuli
    @gyanktamuli Před 2 lety +19

    Speechless...this one is probably one of the best assamese songs in last 2 decades

  • @tapanempire4511
    @tapanempire4511 Před rokem +2

    Wow , Day by day assamese music industry ❤ Growing up

  • @hemantadutta8150
    @hemantadutta8150 Před 2 lety +15

    কি দুৰ্দান্ত গীত💥❤️

  • @anuraagsshortsvid8946
    @anuraagsshortsvid8946 Před 2 lety +11

    একাকী অনুভৱ হৈছে... ৰমেন নাথ সুখী জানোঁ🙂🙂🙂
    Composition, lyrics,,vocal❤️ just awesome

  • @himashreekashyap8675
    @himashreekashyap8675 Před 2 lety +3

    Uffff❤️

  • @franckon2564
    @franckon2564 Před 2 lety +11

    I want the next part of this wonderful thought..

  • @exploringlife3327
    @exploringlife3327 Před 2 lety +3

    Gaan bht hunisu ajiloi kintu emn sprostho kotha aru xur tate aku rupam daar voice gute khini milai ata blg zone create kori dile.. Kudos to the whole team.. U all are doing great job in an unique and impressive way really. Appreciated🙏❤❤❤

  • @sidharthborgohain9140
    @sidharthborgohain9140 Před 2 lety +3

    Taking deep breath.......my inner soul to me hve got courage to play dis vdo in front of ur parents😇😇😍...

  • @sourovhazarika9790
    @sourovhazarika9790 Před 2 lety +9

    I am intoxicated by this song ....

  • @bikashtamuli5530
    @bikashtamuli5530 Před 2 lety +15

    It's going to be one of the best songs of this century. Hats off to the lyricist, singer Rupam Bhuyan da,music composer and all associated with the song.

  • @bidyutbhatta4794
    @bidyutbhatta4794 Před 2 lety +4

    Masterpiece, western vive..

  • @Nilotpal14
    @Nilotpal14 Před 2 lety +8

    Brilliant composition.💛💛

  • @jintisaikia05
    @jintisaikia05 Před 2 lety +7

    Kalir pora aitu gan huni asu.. khub val lagil logote animation khiniu..

  • @DipankarDas-tp8bq
    @DipankarDas-tp8bq Před 2 lety +2

    Kbo lbo loga ako ni,,xsai betikrom ati geet..loved it❤️❣️

  • @arjundeka9938
    @arjundeka9938 Před 2 lety +1

    ভাষা নাই বুজাবলৈ কিমান ভাল লাগিছে কবলৈ....its too deep but too simple..😍😍😍😍😍😍😍🥰🥰

  • @santanumahanta
    @santanumahanta Před 2 lety +4

    ৰমেন নাথৰ জন্মই এটা সুখ!

  • @kulaholrecords4192
    @kulaholrecords4192 Před 2 lety +5

    Just wow 💕🙌🏼
    Kobole bhakha nai 👈🏼 aei baikyoxarir asol aortho aji bujisu 💕

  • @prasantakumarborah7797
    @prasantakumarborah7797 Před 2 lety +2

    ক্লাছিক!❤️

  • @anjanburagohain5546
    @anjanburagohain5546 Před 2 lety +4

    দুৰ্দান্ত...

  • @papumonisaikia8805
    @papumonisaikia8805 Před 2 lety +4

    অপূৰ্ব... সুন্দৰ কন্ঠ, শব্দ, সুৰ ৰ লগতে গ্ৰাফিক্স ...

  • @Santanunath39
    @Santanunath39 Před 2 lety +13

    This song is better than the most of the recent songs and the concept/story is better than recent Assamese movies.

  • @hiruscreation2315
    @hiruscreation2315 Před 2 lety +1

    Excellent...
    ৰূপম ভুঞাৰ মাতত যাদু আছে । ৰাতি শুনিলে এখন বেলেগ জগতলৈ লৈ যায় । আপুনি কুশলে থাকক ।

  • @achintarajkashyap6665
    @achintarajkashyap6665 Před 2 lety +22

    It's not only a song. It's storytelling.
    Amazing!!!

  • @MRITYUNJOYKAKATI
    @MRITYUNJOYKAKATI Před 2 lety +5

    এনেকুৱা গান আৰু লাগে

  • @drrupaligogoi2067
    @drrupaligogoi2067 Před 2 lety +3

    কি অপূৰ্ব !

  • @nayan.j
    @nayan.j Před 2 lety +2

    কি সাংঘাটিক সৃষ্টি!
    সাধাৰণ শব্দৰ কেনে এক অসাধাৰণ আউটপুট!!

  • @pranjaltalukdar4745
    @pranjaltalukdar4745 Před 2 lety +2

    Uff sui gol💚

  • @kushalkumar5715
    @kushalkumar5715 Před 2 lety +4

    বৰ্তমানৰ সমাজৰ সচা আৰু বাস্তৱ ছবি। ডাঙি ধৰাৰ চেষ্টাৰ বাবে বহুত ধন্যবাদ।

  • @sagarkoch4029
    @sagarkoch4029 Před 2 lety +5

    এটা অদ্ভুত গান

  • @hemanfreefly
    @hemanfreefly Před 2 lety +2

    Rupam bhuyan r pora bohut asha koru, tew proti bare bohut diye... One of the underrated tallented singer

  • @mrigankabhattacharyya757
    @mrigankabhattacharyya757 Před 2 lety +2

    Ki lyrics be wah ki composition .. ki video.. best Assamese song ....

  • @mrdj7362
    @mrdj7362 Před 2 lety +9

    আজিৰ সমাজৰ বাবে এটি অসামাজিক গীত
    Hats Off to the whole team. Touched.

  • @pinkujitdas3000
    @pinkujitdas3000 Před 2 lety +5

    মজা লাগিছে। চিনেমা এখন যেন চাই আছোঁ--- বুকু খান্দিছে। অভিনন্দন সকলোলৈ।

  • @user-qo2lg8qn7k
    @user-qo2lg8qn7k Před 2 lety +3

    কবলৈ ভাষা নাই। সুন্দৰ👌❤️। বাস্তৱ জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি।

  • @imfusss
    @imfusss Před rokem +2

    Why is this masterpiece so underrated 🥺it deserves sooo much more❤️

  • @kulendubhuyan7253
    @kulendubhuyan7253 Před 2 lety +4

    Eta golpo.. aibur geet hit kio nahai? Manuhor mukhe mukhe hobo lage.. salute to all the team members.. soecially Rupam da ❤...

  • @kuldeepdas9161
    @kuldeepdas9161 Před 2 lety +5

    Big congratulations to all of you

  • @devashankarboruah3410
    @devashankarboruah3410 Před 2 lety +2

    Something different. OUTSTANDING 👍👍

  • @sreeyadeka324
    @sreeyadeka324 Před 2 lety +5

    Masterpiece buli kole vul nohobo❤

  • @pohor5108
    @pohor5108 Před 2 lety +7

    বহুত বহুত ধুনিয়া হৈছে , এক নতুন সোৱাদ পোৱা গৈছে , গানটোৰ লগত জৰিত সকলোকে অভিনন্দন জনালোঁ |

  • @madhushreesharma5109
    @madhushreesharma5109 Před 2 lety +3

    Wow..ভাষাহীন। অপূৰ্ব

  • @ashikzaman7081
    @ashikzaman7081 Před 2 lety +1

    গীতটিৰ এই সুমধুৰ সৃষ্টিৰ বাবে ভাষা নাই প্ৰকাশ কৰিবলৈ কিমান যে ভাল লাগিল । সঁচাকৈ অতুলনীয়, অবিশ্বাস্য, অনবদ্য ।

  • @rohandeepbora2982
    @rohandeepbora2982 Před 2 lety +4

    Need more! 🌻💜

  • @mrigankasarma851
    @mrigankasarma851 Před 2 lety +27

    First of all, this is truly a masterpiece like which has never been created in Assamese music. Can't thank enough to the whole team for gifting such a marvel to us. Congratulations 🤍

  • @pabanpranab9391
    @pabanpranab9391 Před 2 lety +6

    কবলৈ ভাষা বিচাৰি পোৱা নাই ৷ গানটো শুনি সুখ অনুভৱ কৰিলোঁ ৷

  • @digibondhu9667
    @digibondhu9667 Před 5 měsíci +1

    গীতটোৰ Title টো দেখি ভাবিছিলো "এইটো আকৌ কেনেকুৱা গীত হ'ব!!"
    শুনাৰ পিছত এতিয়া ভাবি আছোঁ কি আছৰিত !! কথা,সুৰ,কন্ঠ অপূৰ্ব ।

  • @santanupathak1016
    @santanupathak1016 Před 2 lety +3

    Oti Xundor.....