UBHOTI SUWA - ZUBEEN GARG | RAHUL GAUTAM SHARMA | Album : SILAA

Sdílet
Vložit
  • čas přidán 16. 11. 2020
  • ♬ AUDIO CREDITS ♬
    Lyrics
    Rahul Gautam Sharma
    Composition & Vocal
    Zubeen Garg
    Music Production
    Nilotpal Bora
    Music Supervision
    Zubeen Garg
    Guitar
    Writuraj Gogoi
    Live Bass
    Abhinov Bora
    Flute
    Bhaskar Jyoti Kalita
    Recorded @ Studio Orange by Samuel Bora
    Mix & Mastering @ Studio Audioholic by Diganta Bordoloi
    VIDEO CREDITS :
    Concept
    Rahul Gautam Sharma
    Video & Animation
    Paper Thoughts
    Instagram: / paper_thoughts12
    Email: paperthoughts12@gmail.com
    Creative Head
    Khairul Bachar
    Calligraphy
    Rituparna Das
    Producer
    Zubeen Garg
    Garima Saikia Garg
    ♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
    ● iTunes - itunes.apple.com/album/id1539...
    ● Spotify - open.spotify.com/album/0yA4hj...
    ● Deezer - www.deezer.com/album/185116042
    ● JioSaavn - www.jiosaavn.com/song/ubhoti-...
    ● Gaana - gaana.com/song/ubhoti-suwa
    ● Wynk - wynk.in/u/S4RxA41yb
    ● Hungama - www.hungama.com/album/ubhoti-...
    ● Amazon Music - music.amazon.in/albums/B08N2Q...
    ● FOR CALLER TUNES ●
    Vodafone users dial - 53712194556
    Idea users dial - 53712194556
    Airtel users dial - 5432117564456
    BSNL users dial - 12194556
    #UbhotiSuwa#ZubeenGarg#RahulGautamSharma
    MUSIC LABEL - DHWANI RECORDS
    © 2020 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR CZcams CHANNEL - / dhwanirecords
  • Hudba

Komentáře • 4,8K

  • @SubrataNath
    @SubrataNath Před 3 lety +505

    *Ai Gaan 2 Jibilake ⭐️⭐️⭐️⭐️⭐️ (5 star) dibo bichare,,, Like kora*

    • @Jbbflute
      @Jbbflute Před 3 lety +4

      আপুনি বাৰু Amazing Video চাই ভাল পাই নেকি?যদি পাই তেন্তে মোৰ Amazing Videoবোৰ চাই অনুগ্ৰহ কৰি মোৰ চেনেলটোৰ নিয়মীয়া সদস্য হওঁক।কিন্তু Pls pls কমেও এটা Video চাইহে বন্ধু হ'ব।নহলে আপোনাৰ বন্ধুত্ব CZcamsএ কাতি দিব।Thank you so much...❤️.

    • @yubrajdeka4995
      @yubrajdeka4995 Před 3 lety +3

      Moi 5000000000000000000000000000000000000000 star dileo kam hbo ........joi zubeen daa

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety +1

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu mur besi favorite 😌

  • @gautambaidya1448
    @gautambaidya1448 Před 3 lety +181

    মানুহ জনৰ যিমানেই বয়স বাঢ়ি গৈছে.. কণ্ঠটো সিমানেই মিঠা হৈ গৈ আছে ।।।

    • @lisandeka4627
      @lisandeka4627 Před 3 lety +2

      Thike koise dada..🥰🥰

    • @informationworld5657
      @informationworld5657 Před 3 lety +1

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️❤️

  • @NitulDoley
    @NitulDoley Před 3 lety +57

    কিমান আৰু বোজা লবা আমাৰ তুমি। কিমান আৰু আমাক নিচুকাবা। কিমান আৰু সুখ দিবা আমাক।
    কিমান আৰু আমাৰ সুখ দুখৰ প্ৰতিনিধিত্ব কৰিবা। দুচকু সেমেকি যায় প্ৰতিবাৰেই।

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব এবাৰ 👇👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @trofficial3460
    @trofficial3460 Před 3 lety +51

    হনুমানে যেনে দৰে বুকু ফালি
    অন্তৰত শ্ৰীৰাম ভগৱানক
    দেখুৱাইছিল ঠিক তেনে দৰে জুবিন ফ্ৰেন ক্লাৱৰ অন্তৰত জুৱিন দাৰ ফটো জিলিকি আছে জিলিকি থাকিব | জোনেই যিয়েই কওঁক
    মৰমৰ জুৱিন দাা ভাল পোৱা like কৰিবা
    💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕

  • @pritomsanukaushik6393
    @pritomsanukaushik6393 Před 3 lety +66

    "তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি".......
    ফুৰ্তিটো তই,বিষাদটো তই,ভিৰৰ মাজত তই,নিঃসংগতাত তই,সপোনত তই,দিঠকত তই,নিচাত তই,পুখুৰীৰ পাৰৰ চাং খনত তই,ধাননিৰ মাজত তই,তিনিআলিৰ মূৰত তই,পথাৰৰ মাজৰ পুলটোত তই,চিটিবাছ বোৰত তই,ৰেষ্টুৰেণ্ট বোৰত তই,ৰাস্তাৰ কাষৰ ৱাল কেইখনত তই,ভেলাঘৰৰ কাষত তই,নিশাৰ হোষ্টেল বোৰত তই,মোৰ আৱেগৰ বাঢ়নি পানীত তই।
    মোৰ শৈশৱ,মোৰ কৈশোৰ,মোৰ যৌৱনৰ দিনলিপি তই।তোৰ সুৰতেই নিজক বিচাৰি পাওঁ,তোৰ সুৰতেই নিজক হেৰুৱাও।পাখি লগা মনৰ মানুহ জনলৈ,গানৰ পথাৰ খনত শস্য সিঁচি কোনো দিনে ভাগি নপৰা মানুহ জনলৈ ওপজা দিনটোৰ বহুত শুভেচ্ছা যাচিলো,ভালে থাক দাদা।
    তোক ভালপোৱাৰ হাজাৰটা অজুহাত❤️

  • @thehelpingvolger123
    @thehelpingvolger123 Před 3 lety +47

    জুবিন দা তই আবেগ..
    মোৰ শৈশৱ, মোৰ কৈশোৰ, মোৰ যৌৱনৰ দিনলিপি
    উপজা দিনৰ ওলগ যাচিলোঁ ককাই

  • @kasturirajkonwar7030
    @kasturirajkonwar7030 Před 3 lety +73

    জুবিন দা আপোনাৰ গানৰ কথাটো মই কবলৈ নযাওৱে । কিন্তু আপোনাৰ গান শুনি বলৈ আহি আপোনাক ভাল পোৱা শ্ৰোতাবোৰৰ মৰম আৰু হিয়া উজাৰি লিখা লিখনি বোৰ পঢ়িয়েই মোৰ চকুপানী ওলাই আহিছে। কিমান যে ভাল পাই আপোনাক দাদা কল্পনা কৰিব নোৱাৰো।আপুনি আমাৰ প্ৰান । আপোনাৰ গীতৰ মাজত নিজক হেৰুৱায় পেলাওঁ। কুশলে থাকক সদায়🙏🥰🥰😍😍❤️

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব এবাৰ 👇👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @bikashborah858
    @bikashborah858 Před 3 lety +34

    ককাইদেউ ভগৱানে তোমাক মোৰ আয়ুস দিয়ক ।। বৈ যাওক তোমাৰ সুৰৰ ৰাগি চিৰ প্ৰবাহমান হৈ। মাতাল হওক মোৰ নিশা ❤️❤️

  • @himangshubaruah5691
    @himangshubaruah5691 Před 3 lety +84

    যাৰ কথা বেয়াকৈ শুনিবই নোৱাৰি বা নোৱাৰিম,, তেওঁৱেই এও।।।।.....

  • @nababikashbezboruah8512
    @nababikashbezboruah8512 Před 3 lety +23

    অাকাশচুম্বি সফলতাৰ পিচতো মাটিৰ মানুহ হৈ জীয়াই থকা জুবিন দালৈ ওপজা দিনৰ অলেখ শুভকমনা..তুমি দীৰ্ঘায়ু হোৱা ,সদায় জিলিকি ৰোৱা উজ্বল নক্ষত্ৰ হৈ জনমানসত।।

  • @jaanbordoloi3806
    @jaanbordoloi3806 Před 3 lety +19

    জুবিন দা আমি কল্পনা সাগৰত উটি ফুৰোঁ আপোনাৰ প্ৰতিটো গান শুনিলে।
    তাতকৈ ডাঙৰ কথা হ'ল আপোনাৰ গানৰ বাবে প্ৰতিজন শ্ৰোতাৰেই ইমান সুন্দৰ মন্তব্য বোৰ লিখা দেখিলে চকুলো ওলাই আহে।
    আপুনি অমৰ হয় থাকক, কেতিয়াও যেন আপোনাৰ কাষলৈ মৃত্যুয়ে নাহে,
    নহলে আমি আপোনাৰব অবিহনে আধৰুৱা হৈ ৰম ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚

  • @shrutimalamisra3183
    @shrutimalamisra3183 Před 3 lety +12

    জুবিন দা, গানৰ সুৰ, আপোনাৰ কন্ঠ অলৌকিক যুগলবন্দী । আমাৰবোৰৰ শৈশৱ আপোনাৰ গানেৰেই আৰম্ভ হৈছিল, কৈশোৰ আপোনাৰ গানেৰেই উদ্ভাসিত হৈ ৰৈছিল । এতিয়াৰ দিনবোৰতো আপুনিয়েই মোহাচ্ছন্ন কৰি ৰাখিছে । এই কন্ঠ, এই গান আৰু আপুনি.. অসমীয়াইয়ো আপোনাক ভাগ্য কৰি পাইছে । আপুনি যুগজয়ী হওঁক ।

  • @goldie2646
    @goldie2646 Před 3 lety +33

    90 দশকৰ যেন মাত যে আকৌ উভতি পাইছো।উফ কি যে কণ্ঠ।😍😍😍

    • @Manisha___
      @Manisha___ Před 3 lety

      Hoi deii ❤️

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @odin3433
    @odin3433 Před 3 lety +41

    বেলেগ‌ গায়ক‌ৰ গানবোৰৰ views বেছি হব পাৰে কিন্তু গানত class বুলি এটা বস্তু থাকে আৰু ‌সেইটো বহু কম শিল্পীৰ গানত পোৱা যায় । আৰু তাৰে অন্যতম উদাহৰন‌ হল আপুনি ।
    জুবিন দা
    পাপন‌দা
    শংকুৰজ কোঁৱৰ
    এওলোকৰ গানৰ কোনো তুলনা‌ নাই ।
    বাকী বিংগ তেৰে মেৰে
    আজি স্কুল চুটি গৰম গৰম ৰুটি
    এইবোৰ গান মই একেবাৰে পছন্দ নকৰোঁ ।।
    ভাল গানৰ views কম থাকে কিন্তু চিৰযুগমীয়া হৈ যায় ।।
    Happy birthday Goldie Dada❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @rikirajchitrakor5318
    @rikirajchitrakor5318 Před 3 lety +9

    মজা আমাৰ অসমৰ বাঘ গুৰু ভগৱান সকলো তেওঁ love u zubeen da

  • @dhrubajyotidasnaturalworld3028

    মন চুই গৈছে, ভাষাৰে বুজাব নোৱাৰা অনুভৱ থাকে সঁচাকৈয়ে।কথাবোৰে যেনেদৰে সাহস দিয়ে ঠিক তেনেদৰে গানবোৰে শান্তি দিয়ে। মহান ব্যক্তি জনৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আৰু ভক্তি আছে।❤️❤️❤️❤️❤️❤️

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety +1

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu mur besi favorite 😌

  • @realartifacts4319
    @realartifacts4319 Před 3 lety +141

    ধুমুহাৰ হৈতে বহুযুগৰ পৰা যুঁজি কেতিয়াও ভাগৰি নপৰা মানুহ জনৰ ওপজা দিন ❤️
    কি লিখিম আপোনাক লৈ ! আপুনি টো প্ৰত্যেক জন অসমীয়াৰ তেজত আছে , আৰু সদাই থাকিবই ❤️
    অসমীয়াৰ হিয়াৰ আমঠু লুইতকণ্ঠ জুবিন দাদা লৈ ওপজা দিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।❤️❤️❤️
    আকাশৰ দৰে বিশাল মন টো লৈ সদায়েই সুস্থ থাকক আপুনি 🙏🙏🙏❤️❤️❤️❤️
    আপুনি মোৰ কাৰণে ভগৱান ৰ দৰেই❤️❤️
    আৰু আপোনাৰ আহিব লগীয়া চিলা এলবাম টোৰ উভতি চোৱা লৈ আগ্ৰহেৰে বাট চালো ❤️❤️❤️❤️❤️
    আপোনাৰ পৰা reply এটা পালেই জীৱন টো ধৈন্য আৰু 😍😍

  • @mridyut
    @mridyut Před 3 lety +75

    চকু কেইটা সেমেকি উঠিল,গাৰ নোম বোৰ শিয়ঁৰি উঠিল ,ইয়াতকৈ অনুভৱ একো থাকিব নোৱাৰে❤️❤️❤️

  • @feelominatitm5067
    @feelominatitm5067 Před 3 lety +75

    দিনটোৰ বেজাৰৰ শেষত গানৰ নৈখনৰ পাৰত বহিলো, জুবিন নামৰ ঢৌ টিৰ অপেক্ষাত। 💕💕

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu mur besi favorite 😌

  • @dhirajkumardeka4814
    @dhirajkumardeka4814 Před 3 lety +9

    জুবিন দাই কণ্ঠদান কৰা প্ৰতিটো গীতে সেউজীয়া হৈ পৰে...মন শাত পেলাই।

  • @hirakjyotibaishya6756
    @hirakjyotibaishya6756 Před 3 lety +28

    নবেম্বৰ মাহৰ ওঠৰ তাৰিখ । এনেকুৱা আজিৰ এই বিশেষ দিনটোতেই এদিন এই শিশুটিক ঈশ্বৰে আমাৰ ওচৰলৈ পঠিয়াই দিছিল ।তাৰ জন্মৰ উদ্দেশ্য আছিল মানুহক সমাজক এটা নতুন সাংগীতিক দিশেৰে লৈ যোৱা ।তাৰ সৰু সৰু কণমানি আঙুলি কেইটাই যেতিয়া বতাহত ভাহি থকা স্বৰবোৰ পখিলাৰ দৰে থাপ মাৰি ধৰিছিল তেতিয়া সেই ঈশ্বৰো আপ্লুত হৈছিল ।আশীৰ্বাদ বৰষিছিল তালৈ হেজাৰ হেজাৰ সোণালী সুৰৰ ।এদিন লৰাটো ডাঙৰ হল । তাৰ মনত পৰিল ঈশ্বৰৰ সেই দায়িত্বৰ কথা ।সংগীতেৰে মানুহৰ মন মগজু পৰিস্কাৰ কৰাৰ দায়িত্ব ।সি দায়িত্ব কান্ধ পাতি ললে ।জন্ম দিলে আনৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ নিজৰ বুলিবলৈ আৰু এখন সংগীত সাম্ৰাজ্যৰ । এন্ধাৰ বোৰ পোহৰ হল ।পোহৰ বোৰ আৰু পোহৰ ......ৰাতি বোৰ দিন হল.....দিনবোৰ আৰু দিন.....
    লৰাটোৱে কথা দিছিল এদিন সি ইউকেলিপ্টাছ হব,আকাশ চুব আৰু সচাঁকৈয়ে সেই জেদী লৰাটোৱে আকাশ চুলে ।সেই দেৱদুতৰ তানসেনী কণ্ঠত নদী আকাশ সাগৰ বাউলি হল ।ভৰিৰ তলিৰ ভুমি ধন্য হল ।বিতৰ্কও তাৰ প্ৰেমত পৰিল ।এতিয়া লৰাটো ডাঙৰ হল । মানুহ হল ।ঈশ্বৰৰ প্ৰিয় সেই শিশুটো আমাৰো প্ৰিয় হল ।এই শিশুটোৰ জনপ্ৰিয়তা দেখি আৰু বহুত শিশুৰ জন্ম হল ।জন্ম হল ফৰিঙঠেঙীয়া সপোন কিছুমানৰ ।সেই লৰাটোৱে প্ৰমাণ কৰি দেখুৱাই দিলে যে প্ৰতিভাৰ মৰণ নাই ।প্ৰতিভা থাকিলে সংগীত কৰি এই মুলুকতো স্বাছ্যন্দে চলিব পাৰি ।আনে যোৱা বাটেৰে নোযোৱাকৈ লৰাটোৱে এটি নিজৰ বাট উলিয়াই ললে ।সেই বাট আত্মবিশ্বাসৰ ।সেই বাট অদমনীয় কিছুমান হেপাঁহৰ ।যি বাটেৰে তেওঁৰ আঙুলিত ধৰি গৈ আছে এতিয়াও বহু শিশুৰ মিছিল বহু শিশুৰ সপোনৰ সমদল ।আকাশ চুব খোজা সূৰ্য্যমুখী এই যাত্ৰাত
    মুখে মুখে এতিয়া ধ্বনি সিহঁতৰ .......
    মই জুবিন গাৰ্গ হ'ম.......
    মই জুবিন গাৰ্গ হ'ম......
    মই জুবিন গাৰ্গ হ'মেই হ'ম.....
    (মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহজনলৈ একলমেৰে জন্মদিনৰ শুভকামনা জনালো )
    Happy birthday
    The zubeen garg🤗❤️❤️❤️

  • @rupjyotisvlogs3264
    @rupjyotisvlogs3264 Před 3 lety +89

    যাৰ গান নুশুনাকৈয়ে লাইক কৰিব আঙুলি নকপে সেইজন জুবিন গাৰ্গ...টেপ ৰেকৰ্ডাৰৰ পৰা স্মাৰ্টফোনলৈকে একেই জনপ্ৰিয়তাৰ শীৰ্ষত থকাজনেই জুবিন গাৰ্গ...যাৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰা মানুহজনেই জুবিন গাৰ্গ...ওপজা দিনটিত তেওঁক আমি একো দিব নোৱাৰিলেও তেওঁ তেওঁৰ সৃষ্টিৰাজি আমাক উপহাৰ দিছে...আমি আপোনাক বহুত ভাল পাওঁ দাদা...আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ দাদা...মোৰ আয়ুস খিনিও আপোনাৰ হওক...শুভ জন্মদিন,❤️😘

  • @kunaltalukdarTSK
    @kunaltalukdarTSK Před rokem +23

    The kids from 80's can really feel the heritage of zubeen daa...right from his very first album Anamika...i can still remember those empty-pocket school days...saving each penny to accumulate Rs 35...and then to purchase the NK production audio cassette...
    Todays generation won't feel the thrill now..

  • @jyotirmoyborah7615
    @jyotirmoyborah7615 Před 3 lety +22

    প্ৰশংসাৰ কোনো ভাষা নাই জুবিন দা । শুনিয়েই আছোঁ গীতটি ।

    • @RKBLOCKBUSTER
      @RKBLOCKBUSTER Před 3 lety

      মোৰ নতুন ভিডি'অ চাবা বুলি আশাৰ থাকিল
      czcams.com/video/0rPKh4oJeE8/video.html
      czcams.com/video/0rPKh4oJeE8/video.html
      ভাল লাগিলে Share কৰি দিবা আৰু Subscribe কৰিবলৈ নাপাহৰিবা

  • @user-ibankumarnath
    @user-ibankumarnath Před 3 lety +228

    শুভ জন্মদিন জুবিন দা💚❤💙সাধাৰণ সৈনিক এজনে দূৰণিৰ পৰা অযুত শুভ কামনা জনাইছোঁ, জুবিন দা💚❤💙🙏জুবিন দা ঐ__তোৰ গান শুনিয়েই ডাঙৰ হলো, বহুত সাহস পালোঁ__মৃত্যুৰ দিনাও,তোৰেই গান শুনিব বিচাৰিম_❤💙🙏💚নিসংগতা খিনি গানৰ কলিতেই শেষ কৰি দিওঁ_❤💙জুবিন দা কি কম_💚❤💙বহুত বহুত মৰম ❤❤💚💙🙏

  • @parnapallab5524
    @parnapallab5524 Před 3 lety +222

    হেজাৰ হেজাৰ গায়ক আহিব কিন্তু জুবিন গাৰ্গ সদায় শীর্ষত থাকিব। অসমীয়াৰ আবেগ তেওঁ। জয় জুবিন দা❤❤❤

    • @informationworld5657
      @informationworld5657 Před 3 lety +5

      জুবিন দা সঁছা বন্ধুসকলে এবাৰ চাবা czcams.com/video/Q7zgtNUHC7s/video.html

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety +1

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu gaan hunise?

    • @anup9584
      @anup9584 Před 2 lety +3

      Asames top 2 top ai.. best singer of world buli kbo pari

    • @anup9584
      @anup9584 Před 2 lety +1

      4.14-- 😭

    • @anupamnath6167
      @anupamnath6167 Před 2 lety +1

      Hoy

  • @bipulrabha630
    @bipulrabha630 Před 3 lety +5

    উভতি চোৱা ধূলিয়ৰি বাটে
    ধূলি হৈ হৈ উৰিব জীৱনী,
    আহ্ অপূৰ্ৱ

  • @rajbeergogoi1549
    @rajbeergogoi1549 Před 3 lety +113

    He is not a man he is a religion , he is a emotion and HE IS AXOM

    • @RKBLOCKBUSTER
      @RKBLOCKBUSTER Před 3 lety +1

      মোৰ নতুন ভিডি'অ চাবা বুলি আশাৰ থাকিল
      czcams.com/video/0rPKh4oJeE8/video.html
      czcams.com/video/0rPKh4oJeE8/video.html
      ভাল লাগিলে Share কৰি দিবা আৰু Subscribe কৰিবলৈ নাপাহৰিবা

    • @rinabora1281
      @rinabora1281 Před 3 lety +2

      True bro.. Joi zubeen daa

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety +1

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu gaan hunise?

  • @priyabaruah5147
    @priyabaruah5147 Před 3 lety +104

    কিয় ইমান আবেগ এই সুৰত,
    কিয় ইমান প্ৰাণ এই কণ্ঠত।
    চকু মুদি দিলেই বিছাৰি পাওঁ নেদেখা সৰগ।
    হে প্ৰিয়জন কুশলে থাকক আপুনি, পাৰিলে দি দিলোঁহেতেন মোৰ আয়ুসৰ আধাখিনি।

    • @RKBLOCKBUSTER
      @RKBLOCKBUSTER Před 3 lety

      মোৰ নতুন ভিডি'অ চাবা বুলি আশাৰ থাকিল
      czcams.com/video/0rPKh4oJeE8/video.html
      czcams.com/video/0rPKh4oJeE8/video.html
      ভাল লাগিলে Share কৰি দিবা আৰু Subscribe কৰিবলৈ নাপাহৰিবা

    • @amansaikia.01
      @amansaikia.01 Před 3 lety

      আপোনি জুবিনদাক বহুত ভাল পাই বুজি পাইছো কিন্তূ ইমানো বেছিকৈ কৈ নিদিবছোন, আয়ূষৰ আধাখিনি দিব পৰা হʼলেও কোনেও কাকো নিদিলে হয়, একেবাৰে সত্য কথা 😂

  • @DiprajTube
    @DiprajTube Před 3 lety +28

    আতি আগ্ৰ্হে বাট চাই থাকো জুবিন দাৰ গান শুনিবৰ বাবে। চিলা ৰ প্ৰথমটো গানে আমাৰ মনটো আমোদ কৰি তুলিলে। চিলা এলবামৰ আগৰ গানটোৰ দৰে এই গানটো শুনিলে শুনি থাকিব মন যায়।
    এটা লাইক জুবিন দাৰ বাবে।
    ইয়াৰ জৰিয়তে জুবিন দালৈ জন্ম দিনৰ আন্তৰিক শুভকামনা লগতে আন্তৰিক মৰম যাছিলো। জয় জুবিন দা জয়

  • @shortstime445
    @shortstime445 Před 3 lety +112

    লিখিবলৈ একুৱে নাই
    সদাই কোৱাৰ দৰে এটাই কম
    "জয় জুবিন দা"❣️

    • @rupohimon2487
      @rupohimon2487 Před 3 lety +2

      উভতি নাহে 2.0 চাব এবাৰ ❤️😍👇
      czcams.com/video/pe9OfDjpbvg/video.html

    • @DependraLahiri
      @DependraLahiri Před 3 lety

      Ubhoti Suwa Cover - czcams.com/video/eM0qroKTbUw/video.html

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu mur besi favorite 😌

  • @singerpaulakash789
    @singerpaulakash789 Před 3 lety +12

    অতি মৰমত বনা গানটো আকোঁৱালি লোৱা বাবে ধন্যবাদ জনাইছো ❤️

  • @rohanjyotihaloi87
    @rohanjyotihaloi87 Před 3 lety +13

    লিখনী সাংঘাতিক। চিলাতকৈ বহুখিনি ভাল লাগিছে

  • @ankurdeka6224
    @ankurdeka6224 Před 3 lety +41

    ভাষা নাই,আপুনি আমাৰ এক উজ্জ্বল নক্ষত্ৰ সদায় জিলিকি থাকক আপুনি।।আপুনি আমাৰ জাতিৰ গৌৰব দাদা

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 Před 7 měsíci +9

    সেই অতিজৰে পৰা জুবিন ককাইদেউৰ গান শুনিয়ে ডাঙৰ হলো 😇🥰

  • @MrinmoyProTim
    @MrinmoyProTim Před 3 lety +8

    সকলোৱে মনৰ কথাবোৰ কলেই কিনো কওঁ,গানটো সঁচাই বৰ হৃদয়স্পৰ্শী, অতীতৰ স্মৃতিবোৰে মনত আউল লগাই গুছি যায়... সাধুকথাৰ গধূলিবোৰলে ঘূৰি যাব পৰা হলে 😓

  • @utpalbora4856
    @utpalbora4856 Před 3 lety +14

    সময় যিমানেই পাৰ হৈ নাযাওক... উভতি চালে হৃদয়ত মাথোঁ জুবিনদাৰ গানেই বাজি ৰব... Happy Birthday Legend😊🎉🎊

  • @assamesecomputer8288
    @assamesecomputer8288 Před 3 lety +50

    জুবিন দাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, জন্ম দিনৰ বহুতো শুভকামনা😍😍😍

  • @jayantaray6253
    @jayantaray6253 Před 3 lety +26

    সুখবোৰ তেঁওক দিয়ক মইটো তোমাৰ সুখতে সুখী।
    তোমাক নেদেখা আজি 2 বছৰ মানে হল।
    😍😍😍

    • @user-primuworld
      @user-primuworld Před 3 lety

      Etu ki kobita neki karubar
      Line tu kor hoi

    • @DependraLahiri
      @DependraLahiri Před 3 lety

      Ubhoti Suwa Coverczcams.com/video/eM0qroKTbUw/video.html

  • @amarjyotiborah3256
    @amarjyotiborah3256 Před 3 lety +4

    Lv u zubeen daa,,,,।।।। এইটো গানত dislike দিয়া নমুনা কেইটাক ইমান কোনেও বেয়াকৈ নকবা আৰু । সিহঁতৰ বাবে এইবোৰ গান নহয়েই সিহঁতৰ বাবে ৰানো মণ্ডলৰ aa aai ooo ee এইবোৰেই best । সিহঁতে এইবোৰ ইমান buji নাপায় চাগে ।
    চাবা হা এতিয়া তেনেকুৱা নমুনা কিছুমান মোৰ কথাত ভুকিবলৈ আহিবই চাগে

  • @tonmoyjyotidutta742
    @tonmoyjyotidutta742 Před 3 lety +32

    ইমান এটা হৃদয়স্পৰ্শী গীত 💚এনে গীত বোৰক বাৰু কেনেকৈ মানুহে বেয়া পাব পাৰে?dislike কিয় মাৰিছে বুজা নাই?

    • @informationworld5657
      @informationworld5657 Před 3 lety

      জুবিন দা সঁছা বন্ধুসকলে এবাৰ চাবা czcams.com/video/Q7zgtNUHC7s/video.html

  • @dimpisvlogs7829
    @dimpisvlogs7829 Před 3 lety +77

    আলু তেওঁ ❤
    তেওঁক আমি তৰকাৰী ও কৰিব পাৰোঁ ,মাংসত ও দিব পাৰোঁ , পিটিকি খাব পাৰোঁ , টেঙাত মিক্স দিব পাৰোঁ 🙂☺️
    মিলি যায় সকলোৰে লগত নিজৰ ভাষাৰে নিজৰ সুৰেৰে নিজৰ চিন্তাৰে 💙
    কিয় ইমান প্রিয় বুলি প্ৰশ্ন কৰোঁ নিজক ?
    উত্তৰ এটাই " মানুহৰূপী ভগৱান তেওঁ " ❤
    জটিলতা নাই , হিংসা নাই , অহংকাৰ নাই , স্বাৰ্থ নাই 💛 পাৰিব আপুনি এনেকৈ জীয়াই থাকিব ?
    তেজত আছে সুৰ , মনত আছে কথাবোৰ , জীয়াই আছোঁ কেৱল গানৰ বাবে 🙂 নিজক মিলাই লওঁ কথাবোৰৰ লগত গুণগুনাও অন্তৰত ❣
    শিল্পী তেওঁ 😊
    কষ্ট কৰে তেওঁ 💚
    হাঁহি থাকে তেওঁ , হতাশ নকৰে আনক 🤝
    অন্ধভক্ত নহয় মই ।
    ভালপোৱাৰ পৰিসৰ অসীম । ইয়াৰ ক্ষমতা ও অসীম ।
    জীৱন থাকে মানে মৰম আৰু শ্ৰদ্ধা থাকিব ❤
    তেওঁৰ মনত কি চলি থাকে জানিব বিচাৰোঁ কেতিয়াবা , ইমান সুখী নহয় তেওঁ যিমান আমাক দেখাই 🙂
    সন্মুখৰ মানুহজনক সুখী দেখাবলৈ নিজৰ দুখবোৰক গুৰুত্ব নিদিয়ে তেওঁ 😊
    সকলো দুখৰ মেডিচিন গান❤
    জীয়াই থাকক যুগ যুগ🙏
    ✍️ ডিম্পী ডেকা

    • @jatinlahan5095
      @jatinlahan5095 Před 3 lety +3

      দিম্পী লাইন কেইটা লব পাৰো নে?? বৰ ভাল লাগিছে ৷

    • @dimpisvlogs7829
      @dimpisvlogs7829 Před 3 lety +3

      নিশ্চয় ❤️
      Cpy বুলি দি দিব ।

    • @jatinlahan5095
      @jatinlahan5095 Před 3 lety +3

      Sure দিম্পী ৷ ইমান সুন্দৰকৈ শব্দৰ মালা গঠা বৰ সহজ কাম নহয় ! এনেকৈ লিখি থাকিবা ৷ শুভকামনা 💐

    • @dimpisvlogs7829
      @dimpisvlogs7829 Před 3 lety +2

      @@jatinlahan5095 বহুত ধন্যবাদ

    • @missionmedico1155
      @missionmedico1155 Před 3 lety +2

      😍😍😍

  • @gokulsonowal2670
    @gokulsonowal2670 Před 3 lety +7

    আজি চাৰি দিনত ভৰি দিছে গানটোৱে, প্রতিদিনেই গভীৰৰ পৰা গভীৰলৈ ভালপোৱা বাঢ়ি গৈ আছে!বহুত বহুত মৰম আৰু ভালপোৱাৰে বান্ধি দিলো আপোনাৰ চাৰিসীমা!দাদা আপোনি সদায় সুস্থ থাকক আৰু একো নালাগে আমাক!!

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব Plz এবাৰ ❤️😍👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @durlavmshry1312
    @durlavmshry1312 Před 3 lety +3

    তুৰ সুৰৰ আচৰ ধৰি বহুদুৰ যাও গুচি কোনো মোৰ নিমাত ৰাতি
    উফ্ জুবিন মোৰ হৃদয়,আপোনাক ক'বলৈ একো ভাষা নাই।😘😘😘😘

  • @ashimtalukdar1710
    @ashimtalukdar1710 Před 3 lety +147

    Depression বুলি ক'লে মানুহে কেৱল Boyfriend Girlfriend ৰ মাজৰ Relationship ব্ৰেক হোৱাটোকে বুজে । আচলতে সকলোৰে ক্ষেত্ৰত একে নহয় । সকলোৱে Love Relationship ৰ বাবেই Depression নুভুগে ।
    পৰিয়ালৰ চিন্তা, নিজৰ পঢ়াৰ চিন্তা, Career ৰ চিন্তা এইবোৰৰ বাবেও Depression ত ভোগে ।
    সকলোৰে চিন্তা ভাবনা, অশান্তিৰ কাৰণ কেতিয়াও একে নহয় !
    গতিকে এজন মানুহে দুখত থাকিলেই তেওঁৰ ৰিলেশ্বনশ্বিপ ব্ৰেক হোৱা বুলি বুজাটো বা কোৱাটো ভুল । তেওঁক এবাৰ শুধিটো চোৱা কিহৰ বাবে তেওঁ হীনমান্যতাত ভুগিব লগা হৈছে 🥀❤️

  • @looser_creation3185
    @looser_creation3185 Před 3 lety +42

    জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো জুবিন দা ❤️❤️
    জয় জুবিন দা❣️ জয় আই অসম ❣️❣️

  • @nishachoudhury4530
    @nishachoudhury4530 Před 3 lety +3

    Bahut besi bhal lagil.

  • @lisandeka4627
    @lisandeka4627 Před 3 lety +2

    Gaan tuu khuni khuni amoni logaa naai.. emaan mithaa.. zubeen daa aapuni mohaan ❤️❤️❤️❤️❤️❤️❤️❤️

  • @amanzzgg
    @amanzzgg Před 3 lety +15

    মনৰ মানুহ জন❤ আকাশ চু্য়ো মাতিৰ লগত সম্পৰ্ক নেৰা মানুহজন।হাজাৰ ধুমুহাৰ মাজতো সদায় বাট উলিয়াই আগুৱাই যোৱা মানুহজন।কাহানীয়ো ভাগৰি নপৰা মানুহজন॥ডাঙৰ হয়ো শিশুৰ দৰে থাকি ভালপোৱা মানুহজন। দুখীয়াৰ বাবে ভগৱান স্বৰূপ মানুহজন।অসমীয়া সংগীত তথা চলচিত্ৰৰ জগতখনক নতুনকৈ সজাই ন- কন্যাৰ ৰূপ দিয়া মানুহজন। একেৰাহে ৩৫- ৪০ তা গান ৰিকৰ্ড কৰা মানুহজন।নিজৰ কণ্ঠৰে ডেকা বুঢ়া সকলোকে মুগ্ধ কৰিব পৰা মানুহজন॥অসম অসমীয়াৰ প্ৰতি নিজৰ সৰ্বস্ব ত্যাগ কৰিবলৈ কোণ্ঠাবোধ নকৰা মানুহজন।নিজৰ মাতৃ ভাষা তথা অসমৰ বাবে কিবা এটা কৰাৰ মানসিকতাৰে বলিউদক বুঢ়া আঙুলি দেখাই গুচি অহা মানুহজন॥জীৱ জন্তুক নিজৰ সন্তান বুলি ভাবা মানুহজন॥লুইত কণ্ঠ উপাঠিৰে সন্মানিত মৰমৰ মানুজন। আমাৰ সকলোৰে মনৰ মানুহজন আমাৰ হাৰ্তথ্ৰৱ জুবিন গাৰ্গ দাক তেওৰ ৪৮সংখ্যক জন্মদিনৰ অযুত অলেখ মৰম তথা শুভেচ্ছা জনালো। তেওৰ সুস্বাস্থ্য ও দীৰ্ঘায়ো কামনা মৰিলো। তেওৰ সুমধুৰ কণ্ঠত আগলৈ "মন যায়,, মায়াবিনি"ৰ দৰে আৰু বহুত কালজয়ী গীত শুনিব পাম বুলি আশা থাকিল।
    ~~~ তেওৰ বলীয়া অনুৰাগী আমানুল্লাহ~~~

  • @bhaskarkalita2461
    @bhaskarkalita2461 Před 3 lety +268

    মুগ্ধ হিয়া মোৰ - তোমাৰ গানেই চুই যায় ❤️
    মায়াবিনী ৰাতিৰ বুকুত- তোমাৰ গানেই ঝংকাৰিত কৰে হৃদয়💓
    তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাও গুচি-গানৰ অৰ্থ নুবুজাৰ পৰাই তোমাৰ গানেৰে জীৱনৰ বহুকেইটা বসন্ত পাৰ কৰিলো 💞
    জুবিন গাৰ্গ মানেই যেন সাহস,সহায়, প্ৰেৰণা, সৃষ্টিশীলতাৰ আন এক নাম..
    জুবিন গাৰ্গ এনে এটি অনুষ্ঠান যিয়ে প্ৰতিজন অসমীয়াৰ হৃদয়ত বাজে..জুবিন দাৰ কণ্ঠ সকলোৰে আত্মাত বাস কৰে., জুবিন গাৰ্গ মানেই সীমাহীন জনপ্ৰিয়তা, অকৃত্ৰিম অপৰিসীম ভালপোৱা💚💖
    যাৰ এটা এটা আহ্বানত ৰাজপথত লাখ লাখ অনুৰাগী ভিৰ কৰে, যাক ৰজাঘৰীয়াই ভয় কৰে, অসমীয়াৰ প্ৰতিটো সুখ দূখত যাক ওচৰত পোৱা - তেওৱেই জুবিন দা ❤️😍
    অসমীয়া সংগীত জগতৰ তুমি উজ্জল নক্ষত্ৰ 🤘 তুমিয়েই মোৰ ভগৱান 🙏তুমিয়েই মোৰ অনুপ্ৰেৰণা ❤️
    তোমাৰ সৃষ্টিৰাজিৰ বাবেই নতুন প্ৰজন্মই অসমীয়া গীত শুনি ভাল পাই...
    অসমীয়া জাতিৰ হিয়াৰ আমঠু,, যুব প্ৰজন্মৰ হাৰ্টথ্ৰব, অসমীয়াৰ আবেগ লুইতকণ্ঠ জুবিন দাদা লৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 🎂 🎈🎉..ভগৱানে সদায় তোমাক কুশলে, সুস্বাস্থ্যৰে ৰাখক..🙏..যুগ যুগলৈ তোমাৰ জয়যাত্ৰা অব্যাহত থাকক 💕
    Happy Birthday Legend 💝💞

  • @shilpimahanta3493
    @shilpimahanta3493 Před 3 lety +102

    This song gave me the nostalgic vibe of ZG's song "Mon jai".
    People can cry without any reason, that's the power of Zubeen da. Legend. ❤️

  • @dhrubadeka8766
    @dhrubadeka8766 Před 3 lety +6

    এই গানটোত কৈ প্ৰথম গানটোৰ প্ৰতি আগ্ৰহ বেছি। সাগৰৰ ওপৰ ভাগ সুন্দৰ কিন্ত তাৰ গভীৰতাৰ সৌন্দৰ্য্য অতি বেছি।

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব এবাৰ 👇👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @user-tk9kg9py8m
    @user-tk9kg9py8m Před 3 lety +13

    শব্দৰ নাটনি ককাইদেউ ❤❤❤তোমাৰ অবিহনে আমিবোৰ এটা এটা মৃতদেহ 😢😢জন্ম দিনৰ শুভেচ্ছা থাকিল ❤🎂🎂🎂

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @Manisha___
    @Manisha___ Před 3 lety +758

    কান্দি পেলালো। প্ৰায় ডেৰ বছৰ আগতে এটি গানৰ সামান্য অংশ "বেলি উৰি উৰি ঢলি পৰে"- এইখিনি শুনিছিলো। লগে লগে গানটোৰ প্ৰেমত পৰিছিলো আৰু সম্পূৰ্ণ গানটো শুনিবলৈ অস্থিৰ হৈ পৰিছিলো। প্ৰথমতে খৱৰ পালো গানটো "মা"-ত শুনিবলৈ পাম, (নাই নাপালো) তাৰ পিছত গম পালো কাঞ্চনজংঘাত শুনিবলৈ পাম, (নাই তাতো নাপালো)। তাৰ পিছত খৱৰ পালো জুবিন দাৰ পৰৱৰ্তী চিনেমা "বাঘ"তহে গানটো শুনিবলৈ পাম। গ'ল কথা গ'ল, আশা বাদেই দিছিলো। কেইমাহ মানৰ আগতে আকৌ জানিব পাৰিলো যে "চিলা" নামৰ এলবামটোত এই গানটো আহিব। প্ৰথমতে ভাৱিলো, এইবাৰো ৰামঠগন খাম, গানটো হৈয়েই নুঠিব কিজানি! কিন্তু নহয়, আজি ধৈৰ্য্যৰ অৱসান ঘটিল। ইমান দীঘলীয়া অপেক্ষাই আশা কৰাতকৈ অত্যাধিক মিঠা ফল দিলে। তদুপৰি ভিডিঅ'টো😑 তেওঁৰ গোটেই জীৱনটোৰ জীয়া ছবিখন🥺😷 অন্তত আজিৰ এই সময়খিনিৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। Finally এই মুহূৰ্তত মোৰ earphone-ত full sound-ত বাজি আছে "উভতি চোৱা" :)❤️‌

    • @nayan.j
      @nayan.j Před 3 lety +21

      যিয়ে এইখিনি কথাৰ লগত ৰিলেট কৰিব পাৰিছে, তেওঁলোকৰ হৃদয়ত "বেলি উৰি উৰি ঢলি পৰে পৰে" শাৰীটো এক বিশেষ স্থানত আছে৷ ❤️

    • @biswajit5436
      @biswajit5436 Před 3 lety +6

      Muru

    • @smile5432
      @smile5432 Před 3 lety +17

      গানৰ ভিতৰ চ'ৰা ত কৈ,,,,,,, নিজৰ লিখনি ঔ কম নহয় দেই,,,,, ।
      নপঢ়ো নপঢ়ো বুলি ভাবি ও,, পঢ়া শেষ কৰিব লগা হল ✍️✍️✍️✍️✍️👍

    • @Manisha___
      @Manisha___ Před 3 lety +8

      @@nayan.j হয় নিশ্চয়... আপুনিও চিনাকি হৈ পৰিল এই যাত্ৰাত 😄

    • @Manisha___
      @Manisha___ Před 3 lety +5

      @@smile5432 ভাল লাগিল... অশেষ ধন্যবাদ দেই :)

  • @jayantabora1619
    @jayantabora1619 Před 2 lety +2

    দিনটোৰ যান্ত্ৰীকতাৰ মাজত ভাগৰি উঠা শৰীৰ আৰু মনৰ অশান্ত সাগৰৰ এটি শান্তিৰ ঢৌৱে চুই যোৱা অতি সুন্দৰ অনুভূতি এই গীতটিত পাওঁ । অতীতৰ বহু তিতা মিঠা স্মৃতিৰ এৰিব নোৱাৰা বান্ধোনৰ মনটোক আবেগিক কৰি তোলা এক মধুৰ অনুভৱ....

  • @tapanpatir21
    @tapanpatir21 Před 3 lety +4

    যোৱাকালিৰ পৰা প্ৰায় ২২ বাৰ শুনিছো তথাপিও যেন হেপাহে পলোৱা নাই ,জীৱন এৰি অহা বহু স্মৃতিত বিলিন হৈ গৈছো । প্ৰকাশ কৰিব নোৱাৰা অন্য এক অনুভূতি ,আপোনাক শতকোতি প্ৰণাম জুবীন দা।

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব এবাৰ 👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @piyuskanti2043
    @piyuskanti2043 Před 3 lety +22

    অসমীয়াৰ অহংকাৰ জুবিন দা❤️😌 তেওঁক কিমান ভাল পাওঁ শব্দৰে প্ৰকাশ কৰাতো অসম্ভৱ ❤️❤️♥️

    • @jitumonigogoi5816
      @jitumonigogoi5816 Před 3 lety

      এক বা Saba zubeen da💚💛czcams.com/video/Q7zgtNUHC7s/video.html💛💙

  • @assamvideos1816
    @assamvideos1816 Před 3 lety +23

    জুবিন দাই জন্মদিনৰ দিনা ইমান ধুনীয়া উপহাৰ দিছে ।।আহক আমি সকলোৱে এদিনতে 1M view আনি দিও❤️❤️❤️❤️

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @hemantahazarika9715
    @hemantahazarika9715 Před 2 lety +1

    চিধা হৃদয়ত লাগিছেগৈ, জুবিন দা, আৰু নাগাব, কান্দি দিম 😍😍😍😍

  • @pinkubaishya987
    @pinkubaishya987 Před 3 lety +5

    সুখতো আপোনাৰ গান, দুখতো আপোনাৰ গান, প্ৰতিটো বিষয়তে আপোনাৰ গান, যিকোনো পৰিস্থিতিয়ে নহওক কিয়, আপোনাৰ গান শুনিহে মনত সাহস আৰু উৎসাহ পাওঁ.মা-দেউতাৰ পিছতে যদি কাৰোবাক ভগৱান হিচাপে জ্ঞান কৰোঁ, সেইয়া কেৱল আপুনি. আপুনি আমাৰ অসমৰ সাংস্কৃতিক জগতৰ এটি উজ্বল নক্ষত্ৰ.আপুনি আমাৰ স্বাভিমান, অহংকাৰ সকলো.
    লাভ ইউ জুবিন দা❤️❤️

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব এবাৰ 👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @tusmitaburagohain6662
    @tusmitaburagohain6662 Před 3 lety +42

    Zubeen da is best❤️mur আয়ুসবোৰো যেন আপোনাৰ হওক ।মা দেউতাৰ পাছত স্থান দিয়া ব্যক্তি‌জন। Love u❤️ বহুতো আশা আপোনাক লগ পোৱাৰ। কেতিয়া যে পূৰ হব সেই আশা

    • @informationworld5657
      @informationworld5657 Před 3 lety

      ❤️ চাব czcams.com/video/Q7zgtNUHC7s/video.html💛

    • @RKBLOCKBUSTER
      @RKBLOCKBUSTER Před 3 lety

      মোৰ নতুন ভিডি'অ চাবা বুলি আশাৰ থাকিল
      czcams.com/video/0rPKh4oJeE8/video.html
      czcams.com/video/0rPKh4oJeE8/video.html
      ভাল লাগিলে Share কৰি দিবা আৰু Subscribe কৰিবলৈ নাপাহৰিবা

    • @WauzMusic
      @WauzMusic Před 3 lety +1

      🥰

  • @krishnakheebaruah1998
    @krishnakheebaruah1998 Před 3 lety +21

    ফূৰ্তি,বিষাদ আৰু নিসংগতাৰ প্ৰতিটো সময়তে জুবিন দা ❤️
    চিৰ প্ৰৱাহিত নৈৰ দৰেই আপুনি প্ৰৱাহমান হৈ থাকক, চিৰদিন! চিৰকাললৈ! ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।💕

  • @neelkantha8146
    @neelkantha8146 Před 3 lety +34

    আপোনাৰ গান নুশুনাকৈ থাকিব নোৱাৰো ...দিনটোত এবাৰ হলো শুনো....love You...💝💝💝💝 মৰমৰ ককাইদেউ.....

    • @DependraLahiri
      @DependraLahiri Před 3 lety

      Ubhoti Suwa Cover czcams.com/video/eM0qroKTbUw/video.html

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu gaan hunise?

  • @mayonkpranjaldas1209
    @mayonkpranjaldas1209 Před 3 lety +6

    হিয়া চুই গল💚💚💚💛

  • @MadhuSDeka
    @MadhuSDeka Před 3 lety +10

    অসমীয়া সংগীত জগতত নতুন পৰশ এটি সংযোজন হৈছে । ধন্যবাদ ৰাহুল দা,জুবিন দা,নিলোৎপল দা ।
    লগতে দাদাক জন্ম দিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

    • @informationworld5657
      @informationworld5657 Před 3 lety +1

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @gitartharajguru4093
    @gitartharajguru4093 Před 3 lety +15

    💞জয় জুবিন দা 💞
    .আপুনি সদায় অমৰ হৈ থাকক
    Happy birthday legend.... ❤

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @gamingtycheesports8041
    @gamingtycheesports8041 Před 3 lety +2

    Ki bonaise gaan, Zubeen da plus Nilotpol da, bhaal lagi jai. Instantly eta xumodhur nostalgia'e agusi dhorile. Zubeen dar highs and lows xorure pora xuni dekhi pai oha... Aji eta gaan't phuti ahil. Aru eti duti ke goi thoka birohor din burot. Hothate gaan tu khuni bohut mon tu uplift hol. Recently ojaantrik'r podcast't Nilutpol da'r interview tu pa ei gaan tur kotha gom pai aji hothate suggestion't pai bhaal lagi gol. Zubeen da'k laage Ojaantrik'r. Xomoi uliai ahibo Zubeen da. Love from Jorhat.

  • @axomgameing4705
    @axomgameing4705 Před 3 lety +1

    Toi a gaaiok ru toi a naiyok,,2r bade ru nalage anok..luv u zubeen kai

  • @ujjaljunproduction8478
    @ujjaljunproduction8478 Před 3 lety +32

    প্ৰথম like কৰিহে আপোনাৰ গানবোৰ শুনিব মন যাই | বহুত আনন্দিত হলো বিশেষ দিনত এটি বিশেষ ক্ষণত মাতাল হৈ

  • @intrvrt5
    @intrvrt5 Před 3 lety +46

    একো কৰিব নালাগে তোমালোকে, মাত্ৰ লাইক কৰি যোৱা জুবিন দাৰ বাবে ❤️ কেৱল গীতবোৰেই নহয়, জূবিন দা ও চিৰযুগমীয়া হওঁক তাৰেই মাথোঁ কামনা 🥰 love you zubeen daa 🤘

    • @informationworld5657
      @informationworld5657 Před 3 lety

      ❤️ চাব czcams.com/video/Q7zgtNUHC7s/video.html💛

    • @RKBLOCKBUSTER
      @RKBLOCKBUSTER Před 3 lety

      মোৰ নতুন ভিডি'অ চাবা বুলি আশাৰ থাকিল
      czcams.com/video/0rPKh4oJeE8/video.html
      czcams.com/video/0rPKh4oJeE8/video.html
      ভাল লাগিলে Share কৰি দিবা আৰু Subscribe কৰিবলৈ নাপাহৰিবা

  • @journey_with_junti
    @journey_with_junti Před 3 lety +112

    Tears are rolling down with some mixed feelings ♥.... Video, lyrics and Ofcourse the voice.... Without This man Assamese culture and industry is incomplete... Long live ZG 🙂💚

    • @rupohimon2487
      @rupohimon2487 Před 3 lety +1

      উভতি নাহে 2.0 চাব এবাৰ 👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu mur besi favorite 😌

    • @adityaroy1659
      @adityaroy1659 Před 2 lety

      Zunti.. Mournful and yet grand is the destiny of the artist... And that's Zubben daa..

    • @adityaroy1659
      @adityaroy1659 Před 2 lety

      Zubeen daa add taste of emotions in his music and makes everyone goes to his or her flashback....hence such a nostalgic feeling comes out......

    • @Dekon7
      @Dekon7 Před 2 lety

      Maa kosom moi u kandisu

  • @gitarthakalita1108
    @gitarthakalita1108 Před 3 lety +1

    ki sur .jisonr gaanr osistoi kipa beleg belegotke bohut beleg.love you jubeen daa.joi aai assom

  • @crinstondeacock2232
    @crinstondeacock2232 Před 3 lety +163

    He is a Singer. He is a Filmmaker. He is an Actor. He is a Poet. But above all he is a Great Human Being. A man with Golden Heart.
    Wish You A Very happy Birthday Zubeen Garg..
    Dk...

  • @user-rf5vx8qr7s
    @user-rf5vx8qr7s Před 3 lety +16

    গানেৰে বিষাদবোৰক ভালপাবলৈ শিকোৱা,গানেৰে ভালপোৱাবোৰক জগাই তোলা তুমি মোৰ হৃদয়ৰ এটুকুৰা মেঘালী ডাঁৱৰ। তুমি প্ৰেৰণাৰ এক সেউজীয়া জীৱনী। জুবিন দা ❤

    • @informationworld5657
      @informationworld5657 Před 3 lety +1

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @Skidrowsk
    @Skidrowsk Před 3 lety +34

    For us, Zubeen da is not only an artist but an emotion specially for kids that grew up in late 90s....stay healthy Zubeen da, prayers for you 🙏

    • @nitanageshwari2758
      @nitanageshwari2758 Před 2 lety

      czcams.com/video/ch4q_lhMg5s/video.html zubeen dar aitu gaan hunise?

  • @pranitakakati6352
    @pranitakakati6352 Před 3 lety +5

    এতিয়ালৈকে কিমান শুনিলোঁ হিচাপ নাই কমেন্ট হে কৰা নাই । মাজৰাতি শুনি আৰু ভাল লাগিছে । love u zubeen da

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব এবাৰ 👇👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @monamishra3908
    @monamishra3908 Před 3 lety +26

    আপুনি অসমীয়াৰ অনুভৱ, অসমীয়াৰ গৌৰৱ, অশেষ সুভেচচা‌ থাকিল আপোনাৰ এই ওপজা দিনটোত‌ ❤️❤️❤️❤️

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @dexter-ex9xs
    @dexter-ex9xs Před 3 lety +86

    Yesterday is history, tomorrow is a mystry, but today is a gift that's why it's called present...
    Thank you zubeen da axomiya jatituk enebur upohar diyar babe lgte upoja dinor huvesha thakil🤟🤟 aru lagte apunar ganbur jate sirojugomiya hoi tarei bhagabanar usorot kamana korilu🥰🥰🥳🥳

    • @biswajitbora1710
      @biswajitbora1710 Před 3 lety +1

      Love this song 😍😍😍😍😍😍

    • @dexter-ex9xs
      @dexter-ex9xs Před 3 lety +1

      Anyone recognise the quote I uploaded??
      It belongs to kung fu panda Mr Oogway really gave us beautiful knowledge through this quote

    • @informationworld5657
      @informationworld5657 Před 3 lety +1

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️❤️

    • @dexter-ex9xs
      @dexter-ex9xs Před 3 lety +1

      @@informationworld5657 ok bro

    • @rodaligogoi_a0921
      @rodaligogoi_a0921 Před 3 lety

      Nice comment

  • @radhikabaruah4234
    @radhikabaruah4234 Před 3 lety +599

    If you are here and listening to this masterpiece then congratulations, you have great taste in music.

  • @bishalgogoi1644
    @bishalgogoi1644 Před 3 lety +17

    যাৰ গান মানেই অসমীয়াৰ আৱেগ , তেওঁয়েই জুবিন দা ❤️
    প্ৰতিটো গানেই এটি নতুন সোৱাদ দিয়ে ❤️

  • @rtb1923
    @rtb1923 Před 3 lety +34

    জীৱন নামৰ অবিৰাম গতিৰ বাহনখনি খন্তেক থমকি ৰ'বলৈ বাধ্য কৰিলে | বাধ্য কৰিলে এপলক উভতি চাবলৈ

  • @AX33335
    @AX33335 Před 3 lety +20

    Your contribution towards Assamese film and music industry is absolutely phenomenal. You are the soul of ASSAM.Long Live Zubeen Da.

    • @DependraLahiri
      @DependraLahiri Před 3 lety

      Ubhoti Suwa Coverczcams.com/video/eM0qroKTbUw/video.html

  • @threesister3457
    @threesister3457 Před 3 lety +3

    Gaantu khuni mur mon tu zubeen da r loi dor marilea gaanor kotha eman dhuniya Rahul da✌✌✌

  • @ashimbarman1006
    @ashimbarman1006 Před 3 lety +17

    🔷 যাৰ গান শুনি শৈশবেও হাঁহিবলৈ শিকিছিল আৰু যৌৱনে ও কান্দিবলৈ পাহৰে, সেইজন জুবিন দা 💚
    🔷 তেওঁ একক, তেওঁ অনন্য, আপুনি তেওঁক সমালোচনা কৰিব পাৰে কিন্তু আমাৰ দৰে লাখ লাখ অনুৰাগীয়ে তেওঁক ভগবানৰ দৰে পুজে
    🔷 “অনামিকা“ৰ পৰা “চিলা”লৈ
    “মন যায়” ৰ পৰা “কাঞ্চনজংঘা” লৈ
    তেওঁৰ প্ৰতিটো উপস্থিতিক হৃদয়ত স্থান দিয়ে প্ৰতিটো অনুৰাগীয়ে
    🔷 জোনাকৰ সংজ্ঞা আপুনি, এন্ধাৰৰ বিৰুদ্ধে যুঁজাৰ সাহস আপুনি, আপুনি মৰম, আপুনিয়েই ভালপোৱা ♥
    .
    .
    .
    জন্মদিনৰ হিয়াভৰা ওলগ জনালো আপোনালৈ জুবিন দা💚

  • @pallabmoran3959
    @pallabmoran3959 Před 3 lety +47

    দিনটোৰ ব্যস্ততা ইমান বেছি আছিল খাবলৈ সময় নাছিল । এতিয়া ছোঁন নাই একো । মাত্ৰ 9 বাৰ মান শুনিছো আৰু বহুত বাকী !

  • @priyakshiduarah2633
    @priyakshiduarah2633 Před 3 lety

    Zubeen Daa'r gaane hodai konduai..imn gobhirota moi karu gaanote bisari npau..you are blessed with a unique voice

  • @nabajitdeka9357
    @nabajitdeka9357 Před 2 lety +2

    যেতিয়াই এই গান টু শুনো চকু পানী নিজে নিজে ওলাই আহে। অতীত কেতিয়াও অতীত হৈ নাযায় হৃদয়ৰ এটা কোণত সুখ দুখঃ আৰু লুকাই থাকে বহু কিবা কিবি

  • @jitumonifrpbypass8678
    @jitumonifrpbypass8678 Před 3 lety +17

    সৰুৰ পৰাই যাৰ গান শুনি ডাঙৰ হৈছো , আগলৈও শুনি যাম । Love you ❤️
    HappY Birthday legend ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️😘😘😘😘😘😘😘😘😘😘😘😘😘😘❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️👍❤️😘😘😘😘😘❤️❤️❤️

    • @informationworld5657
      @informationworld5657 Před 3 lety +1

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @nayanbaruah2027
    @nayanbaruah2027 Před 3 lety +14

    যাৰ গান শুনিলে জীয়াই থকাৰ সাহস পাঁও তেওঁ হল 💓জুবিন দা💓জন্মদিনৰ বহুত বহুত মৰম আৰু শুভকামনা |🙏

  • @shivanisenapoti2419
    @shivanisenapoti2419 Před 3 lety +2

    প্ৰতিটো গানৰ আমেজেই সুকীয়া,একো এটা গান বেয়া পাব নোৱাৰি,ঠিক দাদাৰ ব্যক্তিত্বক যেনেকৈ বেয়া পাব নোৱাৰি, ইমান ধুনীয়াকৈ গানটোত #জুবিন দাৰ জীৱনৰ প্ৰতিটো সময় মিলাই দিছে বৰ ভাল লাগিল শুনি,কিমানবাৰ যে শুনিলোঁ চাইছো তথাপিও হেপাঁহ পলুৱা নাই,সদায়
    ভালে থাকক আমাৰ সকলোৰে মৰমৰ #জুবিন দা
    Dislike মৰা কেইজনটো পাবত গজা, গান কাক কয় চিনিয়ে নাপায়,ভগৱানে সুমতি এনেকুৱা মানুহ বোৰক

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাব এবাৰ 👇👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @anupamroy9573
    @anupamroy9573 Před rokem +2

    সংগীত জগতক জুবিন দাই যি খিনি দিছে সেইখিনিৰে বৃহত্তম হৈ থাকিব,চহকী হৈ থাকিব সদায় সংগীত বোৰ

  • @dipuboruah7300
    @dipuboruah7300 Před 3 lety +20

    শব্দৰ গাঁথনি খুব সুন্দৰ। জুবিন দা বহুত ভাল লাগিল শুনি আৰু তুমি এনেকেই গানৰ লগতে আমাক মৰম ভালপোৱা দি যাবা❤️😍

  • @dipankardeka7866
    @dipankardeka7866 Před 3 lety +144

    Brought tears to my eyes. Missing those golden days with those golden songs of our dearest zubeen. God bless you bro

  • @debasishborah3097
    @debasishborah3097 Před 3 lety

    Bohut Bohut Hundar Zubeen Da, Hridoy Sui Juwa Gaan, Bohut Bhaal Lagil Gaan Ti Huni, Dhoinyabaad

  • @Zumon94
    @Zumon94 Před 3 lety +5

    ৰাতিপুৱা 4 টা বজাত শুনি আছোঁ। টোপনি কণ অহাত সহায় হৈছে ❤️জীৱনৰ অন্তিম সময়চোৱা লৈ দাদাৰ গান শুনি যাম 🙏

    • @rupohimon2487
      @rupohimon2487 Před 3 lety

      উভতি নাহে 2.0 চাবা Plz এবাৰ ❤️😍👇
      czcams.com/video/pe9OfDjpbvg/video.html

  • @RaHul_Ray66
    @RaHul_Ray66 Před 3 lety +23

    এন্ধাৰ আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ জুবিন দা যাৰ পোহৰে উজলাই শৈশৱৰ স্মৃতি ৷

  • @manashibht
    @manashibht Před 3 lety +40

    Zubeen Da is not just a person, he is an emotion. A nostalgia for the days gone by, a culture to be inspired by for the future generations. A feeling that tugs at the heartstrings of every assamese. A pride. Wish you a very happy birthday Zubeen Garg. Love you ♥️

    • @informationworld5657
      @informationworld5657 Před 3 lety

      এবাৰ চাবা zubeen daa❤️czcams.com/video/Q7zgtNUHC7s/video.html❤️

  • @user-rt5th9fr8n
    @user-rt5th9fr8n Před 3 lety +1

    Hajar vab ahese. Purona smrity bure. Lakh, lakh prosna krise... Uvoti swar akow ebar proyas.. Jibon 2 jen akow ji boloi xikisu.. Konduai dla zubeen da 💖💖💖💖💖💖💖💖💝💝💝💝💝💓💓💓💓

  • @coversongsmazikmaniadipank9952

    Ami lucky Assamese generation karon ami Zubeen dar gan huni huni dangor hoisu aru teur gan huni huniyei adin burha hom.

  • @IndranilChoudhury
    @IndranilChoudhury Před 3 lety +8

    Musicians will come and go, some good and many bad, but there is and always will be one Zubeen Garg, irreplaceable and untouchable. People like us who have followed Zubeen da's career right from the days of Anamika and Maya, through the passing of his mother (released Pakhi in her memory) and Jonkie ba (released Shishu in her memory), to his music in late Munin Baruah classics like Hiya Diya Niya/Daag/Kanyadaan/Nayak to this day, can relate to each and every moment that this heart-melting video depicts. It is amazing how this maverick has been able to make such beautiful content for decades, and still manages to touch you. Whether you were a 12 year old boy back in early 90s, or someone who's close to 40 now, is affected by his music irrespective.
    Special thanks to the team involved in production, animation and recording.