DURONIR PAHAROR | ASSAMESE SONG 2022 | NILOTPAL BORA
Vložit
- čas přidán 13. 11. 2022
- দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰ’দালিত
মনে মোৰ নদী হৈ আকাশলৈ চায় ।
পাহাৰীয়া বতাহৰ সুমথিৰা আবেলিত
মনে মোৰ কহুৱা হৈ হালি জালি চায় ।
দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে….
অন্তৰা :
অ’ বেলি ঘৰমুৱা হ’লি
জোন তৰাৰ খিলিমিলি হাঁহিত
অচিনা নিয়ৰৰ গধুলি
নিজানৰ সুহুৰি বজালি
ৰিণিৰিণি দূৰণিত
অ আ ক খ ৰ কিৰিলি
জোনাকত কবিতা হৈ ফুলে ।
দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে….
Song Credits :
Lyrics,Composition,Vocal & Music Produced by Nilotpal Bora
Guitars & strokes : Atonu Gautam
Live bass : Abhinov Bora
Mix & master: Diganta Bordoloi at Audioholic
Recorded at Chikmik Studio(Guwahati) & Sound Stories ( Mumbai )
Recording Engineer : Sibabrata Sharma & Gauri Shankar Lahon
Animation & iLLustration : Kuldeep Kashyap - Hudba
কেতিয়াও আমনি নলগা এটা গীত বহুত ভাল লাগিল নিলোৎপল দা😍
কিযে অপূৰ্ব সুন্দৰ সৃষ্টি!কথা,সুৰ আৰু কন্ঠৰ যেন ত্ৰিবেণী সঙ্গমহে। শুনি শুনি হেঁপাহেই নপলাই চোন! অপূৰ্ব সুন্দৰ উপহাৰটিৰ বাবে আপোনালৈ বহুত বহুত আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ ☘️🙏☘️
সুন্দৰ কণ্ঠ অধিকাৰী নিলোৎপল দাৰ প্ৰতিটো গানেই প্ৰিয় ঘৰুমূৱা পক্ষীৰ পৰা মাজুলীলৈকে প্ৰতিটো গীতেই মোৰ প্ৰিয় নিলোৎপল দাৰ গীতৰ মাজত প্ৰকৃতিৰ গোন্ধ পাও নিভাজ আৰু ৰসাল লগতে গীতৰ কথা আৰু সূৰ অপূৱ হোৱা সদায়ে ভাল পাও আহবলগীয়া ভগৱান সহায় হওক আৰু ভাল ভাল কাম কৰিবৰ বাবে আৰু সুন্দৰ গীত উপহাৰ দিৱৰ বাবে শেষত লগ পোৱাৰ আশা এটা আছে যদি নিলোৎপল দায়ে হয়তো এইটো comment পঢ়ি যোৰহাট আহিলে লগ দিয়ে নিশ্চয় আন্দিত হম আৰু নাম্বাৰটো মেইল অত debo sun love from teok,jorhat👌
অনুপম শব্দৰ মালা ,সুমধুৰ কণ্ঠই আৰু সুৱগা কৰি তুলিছে!
উফ্ শব্দবোৰ😍 এইধৰণৰ গীতবোৰ বাৰে বাৰে শুনি থাকিলেও কেতিয়াও আমনি নালাগে।
ইমান ভাললগা সুৰ,শব্দ। আৰু নিলোৎপল দাৰ কণ্ঠটো সদায় প্রিয় ❤
ইমান সুন্দৰ ভাব প্ৰকাশ। নিজক বিচাৰি পোৱা শব্দৰ সমাহাৰ।
Underrated Singer Of Assam..... Only true listeners can understand value of NiLotpal's songs
💯
Please don't say underrated singer
So folk, so pure ...huni thakibo mon jae
So peaceful
বৰ মিঠা. . . নাজানো একমূৰ্হতৰ বাবে নিজক কৰবাত হেৰুৱাই দিলো . . . Love u bro❤️❤️❤️❤️
All time favourite song ❤ excellent
Howakoi bhut dhunia laagise geet tu 🥰❤️
নিলুপলদাধুনীয়া😊😊😊😊😊❤❤❤
Beautiful song Nilotpal da❤️
Duronir paharor nisina dhunia🌿
Iman dhuniya lagil..xobdo nai bujabole...rati soku mudi xuna gaan eitu
Apunar gaan bahut deri koi aahile.
Bahut bhal lagil gaan tu xuni
আকাশৰ দৰে ধুনীয়া 💕✨ শুনি মন জুৰ পৰি যোৱা
Nilotpal Bora...The Underrated Gem💎 of Assam🙏
আপোনাৰ প্ৰতিটো গানৰ কথা,সুৰ ব্যাতিক্ৰম💚
Real song ...gaan aiburhe ...xosa vai ...monere bohut morom jasisu ....
শান্তি পাওঁ আপোনাৰ গানবোৰ শুনি 🥰🤗
Thike koisa friend
bohut dhunia bonaise apuni......
My all time fav singer❤️❤️❤️
জীৱনৰ গীত❤❤❤
এটি সুমধুৰ গীত ।
Bhteiii dhunia lgile xuni ❤️ @nilotpal daa
Hosai mon sui jai Dada💙
Xosai.. Song.. To.. Kiba.. Heart.. Sui.. Gol.
Dis.. Is.. The.. Evergreen.. Song.. 🤗🤗🤗👌👌👌💕💕💕
❤ইমান মৰম লগা❤গীত সমূহ❤
গীতৰ কথা ই ছৱি ও আকি গৈছে নীলোৎপল।শৈশৱক মনত পলাই দিলা । বহুত সুন্দৰ
বহুত ভাল লাগিলে গানটো ☺️ আজিকালি প্ৰায়বোৰ গানৰ বিষয় কেৱল প্ৰেমৰ হয় আপোনাৰ গানটো অন্তত এই বিষয়টোৰ পৰা অলপ পৃথক সেয়েহে বেছি ভাল লাগিছে 🥰 আগলৈও এনেকুৱা গানবোৰ আমাক দি যাব বুলি আশা থাকিল 😊
Thike koisa ❤bornale phukon freind
সুন্দৰ বৰ সুন্দৰ হৈছে .❤
Thanks Mr.Nilutpal for presentation of beautiful song.Good Luck.
Hosake bor dhuniya lagil gantu
Where words fail, music speaks....One more Soulful track from Nilotpal!! 🎼🎵
Apurbo sundor poribeshon , suni bhal lagil
Ki Dhuniya Geet Sangeet 🥀♥️
Aahaaaa ♥️ odvud xanti gaan tut......🥺😌
Yes Nilotpal have a unique voice and his tune have so much of life in it ..............all the love from Kerala
পাহাৰ নদী আৰু জোন মোৰ বোৰ প্ৰিয় দাদা, ধুনীয়া লাগিল গীতটি আপোনাৰ মধুৰ সুৰত ❤️❤️❤️❤️❤️ music 🤘🤘
ইমান ভাল লাগিল 💗
হিয়া চুই যোৱা গান ❤️🍃
Emn dhunia apunar gan bur.ekebare lorali le loi jai .emn ddhunia apunar maat ru
Memories are bring back ...old days were just delight as like your composition bro,😥😢
Hundor🤗😍
Bor bhaal lagil Nilotpal.💐👏👏👏
moja hoise o. This song is going to remain some centuries....
Nice song nilotpol Da
দূৰণিৰ পৰাই কৈছো মন ভৰি গ'ল দাদা।
Bohut besi dhunia❤️ lyrics + composition + voice=🔥🔥
তেজপুৰ বিহগুৰিৰ পৰা মৰম যাচিলো ককাইদেউ❤️😘
Nil daa your voice is So lovely and Lyrics Ufff 💕
Hey, It just took me down the memory lane. I just lived those moments again through your song
গীত আৰু এই মানুহজন🌟
Val lagil gaan2 out standing composing
সুপ্ৰভাত 🌄
ধন্যবাদ Nilotpal দা , ইমান সুন্দৰ গীত আমাক দিয়াৰ কাৰণে ।
Such a beautiful voice nilotpal borah da♥️♥️
Love from ধলা শদিয়া ❤️
Am become emotional after listening this song😢
Lots of love❤
Bor dhunia hoise
শব্দ শৃংখল বৰ আমোদজনক ❤❤
One of the finest songs in these days.....❤️
Dada bohut dhunia xobdo bur ♥️ beautifully presented korise ♥️
Apunr composition Apunr lyrics and apunr pure voice. Just make all sổngs sweet. Lv u brother ❤️❤️
Bahut hunila beya lagi jai ❤️✨
হৃদয়ে ঠিকনা বিচাৰি পোৱা গান টো ❤️💖
Such positive song ❤❤ just love it
The song you compose this time..... No words to explain..... Just imanei kom... herai goisu !
I can't understand a single word of this song. Still it is one of my favourites.
Nilotpal voice is Love ❤
Hridoyor kunat isporkho korey ❤️
Yet another masterpiece 🔥
Fan From Bengal Nilotpal Da ❤️🔥
Your Majuli Song is Me and My Family's all time favourite...
Wish Your Works Get the Recognition it Deserves. 🙏
Lyrics + Composition + voice 🔥🔥🔥🔥🔥🔥
Shanti lagile...boriya🥰❤️
Wow, Bor xundor hoise Nilutpal da...
গীতটীৰ ভাঁজে ভাঁজে কেঁচা মাটিৰ সুবাস👌
U will be become the music maestro of assam
পখিলা গানটো কেতিয়া শুনিব পাম ককাই অধিৰ অপেক্ষাৰ বাট চাই আছোঁ❤️❤️❤️ এই গানটো আপুনি নিশ্চয় অনাই বনাই ঘূৰি ফুৰোতে লিখিছিল
Bohut dhunia lagisa
বহুত ধুনীয়া লাগিল ❤️,, 🤞😘
Your voice is so adorable...👍👍🔥🔥🔥
বহুত ধুনীয়া হৈছে ❤️
Wow bohut val lagile 💞💞🥰
Hridoi soi gol🙏🙏🙏🙏
Once again with a masterpiece after "Dhaaga and Majuli"❤️ keeping it up bro 👍
Lovely song with your nice voice . i love it😍😍😍😍
Magical 🥺❤️
It remainds about a Pollution free green earth ...heart touching ... nicely composed 👌
Very nice song 👍👍♥️♥️
বহুত ভাল লাগিল গীতটি শুনি। ভাল ভাল গীত আৰু দি থাকিব।❤️❤️❤️❤️💯
Zubeen papon Pasot apunar ওপৰত অসমীয়া গানৰ দায়িত্ব 👍👍🙏
A soulful delicious journey from 7 unplugged to this sweet one. Kokaidew you are exceptional.
❤so beautiful song ❤
❤ dhuniya lagil
বৰ ভাল লাগিল ♥️
Khub dhunia hoise
Uff Lyrics .....bor hundar hoise dei nilotpal da
Mojja lagil nilotpal da
Nilutpol daa apunar Gan bur moi bohut Val pau love you so much 🥰😍
A really happy and beautiful song of tranquility.
No noise only music,it touches soul❤️