AXHA (আশা)-Rupam Bhuyan | Bikash Nath | Anuran Kingkar | Official 3D Animation Video Release 2022

Sdílet
Vložit
  • čas přidán 29. 07. 2022
  • #axha #rupambhuyan
    আশা
    (The Hope): Hope is a part of life. Life makes headway in the light of hope. But unfortunately, when the hopes remain in the doldrums under the callous grips of despair and dreams die down due to indecision, then comes the moment when we need to stand on our own feet with utmost courage and prudence. This courage will drive away despair and hold onto the hope.
    ▣ AUDIO CREDITS ▣
    Song : AXHA
    Singer: Rupam Bhuyan
    Lyrics: Bikash Nath
    Composition: Ujjibit Boruah
    Add. Compose: Jagadish Nath
    Music: Anuran Kingkar
    Programing: Alokesh Saikia
    Mix & Mastering: Rakesh Baro
    Guitar: Sunit Rabha
    Bass Guitar: Mayur Hazarika
    Sitar: Subhankar Hazarika
    English Translation: Aditya Ankur Nath
    Music Lebel: Chobi Production
    ▣ VIDEO CREDITS ▣
    ✦ 3D Modeling: Uddipan Bhattacharyya
    ✦ Concept,Design & Animation: Uddipta Kumar Bhattacharyya
    ✦ Gfx: Bhaskar Dhapu
    ✦ Special Thanks✦
    Bhaskar Maunash, Madhumita Devi, Uddipan Nath, Samujjal kalita, Nilim Akash Nath.
    Lyrics: আশা
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    স্বপ্নগাঁথাৰ কিঞ্চিত মনে আনে
    অবাঞ্চিত ঢৌ বেথাৰ
    দিকবিদিক চিন্তিত পথিক
    তই কৰিছ হাহাকাৰ
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    আখলৰ খালী টোম
    জুহালত নাই উম,
    আঁচলৰ ফাঁকেৰে কোনেনো বিনাই
    জোনাকত নাই জোন
    মৰীচিকাৰ সপোন
    হৃদয়ৰ বাগিচাত কোনে আন্ধাৰ নমাই
    হতাশাত সপোনেও বাগৰ সলায়
    দিঠকত সময়েও কিয় এৰি যায়
    দিকবিদিক চিন্তিত পথিক
    তই কৰিছ হাহাকাৰ
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    আঁউসীৰ আন্ধাৰত,
    শেতেলীৰে ভাঁজত
    অশ্ৰুৰ টোপালে এপলক জিৰায়
    জীৱনৰ খৰাঙত,
    আৱেগৰ নিজানত
    বুকুৰ ভাষাও অবাটে ধিয়াই
    নিজৰে মাজতে ভাষাও হেৰাই
    সাহসৰ বাটত কিয় তই মই নাই...
    দিকবিদিক চিন্তিত পথিক
    তই কৰিছ হাহাকাৰ
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    Social Media connect:
    Rupam Bhuyan
    rupambhuyan1980...
    Bikash nath
    bikash_nath_lyr...
    Anuran kingkar
    anurankingkarmu...
  • Hudba

Komentáře • 139

  • @pranjitdas2519
    @pranjitdas2519 Před rokem +2

    🤩😍🥰

  • @montutai6782
    @montutai6782 Před rokem +3

    বৰ ভাল হৈছে। সুন্দৰ সংগীত। অসমীয়া গানৰ প্ৰথমটো সুন্দৰ এনিমেছন।

  • @dijupamdas6444
    @dijupamdas6444 Před rokem +2

    ❤️❤️❤️❤️

  • @khokansarkar1483
    @khokansarkar1483 Před rokem +1

    ৰূপম দা আপুনি আগুৱাই যাওক।

  • @jayantakumardas2342
    @jayantakumardas2342 Před rokem +2

    👌❤️

  • @punkaj14
    @punkaj14 Před rokem +2

  • @JakirHossain-wx2sg
    @JakirHossain-wx2sg Před rokem +3

    Rupam daa bohut dhutia hoise.....

  • @user-py4qk8vw5u
    @user-py4qk8vw5u Před rokem +2

    সুন্দৰ

  • @himangshunath9721
    @himangshunath9721 Před rokem +2

    🔥❤️

  • @ANYTHING5555
    @ANYTHING5555 Před rokem +2

    বহুত ধুনীয়া লাগিল

  • @sisirkumarbaishya
    @sisirkumarbaishya Před rokem +2

    বহুত ভাল লাগিল গানটো।

  • @krishna24Astro
    @krishna24Astro Před rokem +3

    ৰূপমদাৰ কণ্ঠত অতি সুন্দৰ গীত এটা শুনা পালোঁ। বহু বাৰ শুনিলো গীতটো , মনটো শান্ত হৈ যায়, মনৰ অশান্তি বোৰ দূৰ হৈ যায় শুনাৰ লগে লগে । আপোনাৰ কণ্ঠত এনেকুৱা গীত আৰু শুনিব পাম বুলি আশা ৰাখিলোঁ। গীতটোৰ লগত জড়িত আপোনাৰ লগতে যি জনে এই গীতটো লিখিছিল, বাদ্যযন্ত্ৰৰ লগত জড়িত আছিল সেইসকলকো অশেষ ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ গীত ৰাইজক উপহাৰ দিয়াৰ বাবে।

  • @manabendradasmusical2631

    অতি সুন্দৰ অনুপম 💙দাদা

  • @arindamlahon
    @arindamlahon Před rokem +2

    খুব সুন্দৰ।

  • @nillutpolborah3223
    @nillutpolborah3223 Před rokem +2

    🙏✌️✌️✌️🥰

  • @sibanibaruahphukan6818
    @sibanibaruahphukan6818 Před rokem +2

    বৰ সুন্দৰ হৈছে আশা👌👌👌👌 ৰূপম❤

  • @Thehiddenknowledge-vb2om

    বহুত অপেক্ষাৰ অন্তত ভাল লগা এটি গান

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před rokem +2

    ইমান সুন্দৰ -কবলৈ ভাষাই নাই। হৃদয়স্পৰ্শী.. মধুৰ সুবাসেৰ ভৰা....অনুভূৱী সত্ত্বাক জাগ্ৰত কৰা এটি চিৰসেউজ গীত। গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী আটাইকেইজন লৈ সশ্ৰদ্ধ প্ৰমাণ জনাইছোঁ।🙏🙏🙏.

  • @bhaskarmounash8432
    @bhaskarmounash8432 Před rokem +6

    আশা, এটি প্ৰত্যাহ্বান ! গানৰ শব্দৰ প্ৰকৃত অৰ্থ গীতিকাৰৰ বাহিৰে বেলেগে বুজাটো একপ্ৰকাৰ অসম্ভৱ কথা ! উদাহৰণ তুমি বিয়াৰ নিশাৰ শয়ন পাটিৰ এপাহি ৰজনীগন্ধা...
    কিন্তু আশাৰ সফলতা এইখিনিতেই...প্ৰতিজনে নিজকে নিজা ধৰণে বিলীন কৰি দিব পাৰিব গানটোত.....সেইটোৱেই প্ৰয়োজনীয়.....প্ৰতিজনকে চুই যাব পৰা এটা গান আশা..
    বিকাশ আৰু অনুৰণৰ এয়া সফলতা বুলি মই অনুভৱ কৰিছো...কথাটো ভালেই, সংগীত অতি সুন্দৰ আৰু মাৰ্জিত..Thank u Anuran..... মোৰ প্ৰিয় শিল্পী আৰু বন্ধু ৰূপম ভূঞাৰ গায়কী আৰু কণ্ঠৰ মানদণ্ডৰ কথা মই নালাগে....সংগীত জনা..সংগীত বুজা,পৃথিৱীৰ প্ৰতিজনে জানে..বুজে.....Thanks to you all in the team AXHA..... এয়া নতুন আশা ...Definitely

  • @jonamonidevi5493
    @jonamonidevi5493 Před rokem +2

    সুন্দৰ 🤩

  • @PranamikaDeka
    @PranamikaDeka Před rokem +2

    বৰ ধুনীয়া ❤️

  • @uddipannath4557
    @uddipannath4557 Před rokem +9

    গানটোৱে মন চুই গৈছে ❤️ প্ৰিয় শিল্পী গৰাকীৰ কন্ঠত গানটোৱে বিশেষ মাত্ৰা পাইছে❤️🔥 প্ৰত্যেকটো দিশৰ পৰা উত্তম হৈছে 🔥 সকলোৰে কষ্টখিনি ফুটি উঠিছে❤️এটি ভাল অসমীয়া গান হৈ সদায় থাকি যাব ❤️ গানৰ লগত জড়িত সকলোলৈ অভিনন্দন থাকিল ❤️❤️❤️

  • @prasantakumarborahmoon6662

    Suni vaal lagil Rupam da...

  • @mrigankamedhi2710
    @mrigankamedhi2710 Před rokem +3

    Apunar gaan bur xodaiii priyo dada❤️

  • @chinmoymahanta459
    @chinmoymahanta459 Před 11 měsíci +1

    Waah ki geet bey🤟

  • @pankhimahanta8595
    @pankhimahanta8595 Před rokem +3

    গানটোৱে মন চুই গৈছে।ৰূপম ভূঞা দাদাৰ কণ্ঠত গীতটিয়ে যেন এক অনবদ্য ৰূপ লৈ উঠিছে।গীতৰ কথা খুবেই সুন্দৰ ।গীতটিৰ লগত জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন আৰু লগতে বহুত বহুত ধন্যবাদ ইমান এটা সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে।
    আগলৈও এনে সুন্দৰ সুন্দৰ গীতৰ বাবে বাট চাই ৰ'ম আশাৰে ❤

  • @srimantaborah3140
    @srimantaborah3140 Před rokem +2

    বৰ ভাল লাগিল গীতটো ♥️

  • @ankurgoswami6454
    @ankurgoswami6454 Před rokem +2

    💚

  • @manashjyotisaikia3301
    @manashjyotisaikia3301 Před rokem +2

    বহুত ধুনিয়া ।

  • @assomiyagaan2.0
    @assomiyagaan2.0 Před rokem +2

    সুন্দৰ দাদাই

  • @dhritismitamedhi108
    @dhritismitamedhi108 Před rokem +3

    ❤️❤️

  • @Xagarikabora
    @Xagarikabora Před rokem +2

    মন চুই গ’ল❤️

  • @jyotikamalhazarika3061
    @jyotikamalhazarika3061 Před rokem +2

    অন্তৰ চুই গল সকলোলৈ শুভেচ্ছা জনালোঁ এটি ভাল গীত আমাক দিয়া বাবে

  • @jimonidihingia6769
    @jimonidihingia6769 Před rokem +2

    আপোনাৰ কণ্ঠৰে নিগৰা গানবোৰ বৰ ভাল লাগে । এইটোও তাৰ ব্যতিক্ৰম নহয় । মন চুই গৈছে।

  • @anupaxomiya1258
    @anupaxomiya1258 Před rokem +2

    অনন্য নিবেদন

  • @rosmigogoi5198
    @rosmigogoi5198 Před rokem +2

    Khub xundor

  • @saptarshisibham256
    @saptarshisibham256 Před rokem +2

    ❤🔥🔥❤

  • @subarna6388
    @subarna6388 Před rokem +4

    আশা - হৃদয়স্পৰ্শী কথা 💜...সকলোলৈ শুভেচ্ছা।।

  • @MituandRinkuVlogs
    @MituandRinkuVlogs Před rokem +2

    ❤️❤️❤️❤️❤️❤️

  • @biswa_tez139
    @biswa_tez139 Před rokem +2

    এটি মধুৰ গীত..আশায়ে যেন আগন্তুক আশাবোৰ পূৰণ কৰে তাৰেই আশা কৰিছো

  • @priyaankadeka743
    @priyaankadeka743 Před rokem +2

    Favourite ❤️❤️❤️Always forever

  • @biplabbaruahtezpur5677
    @biplabbaruahtezpur5677 Před rokem +4

    Asha kramote ashar fol paisu....so beautiful song❤️❤️❤️bikash r likhoni ru rupam dar kontho ufff mon sui gol..mon2 relax hoi gol 1st xunie❤️❤️❤️

  • @bhaskarnath7646
    @bhaskarnath7646 Před rokem +2

    সুন্দৰ.. আকৌ শুনা আশাৰে আৰু নতুন নতুন শুনিবলৈ পোৱাৰ আশা কৰিছো

  • @nayankumarphukan1536
    @nayankumarphukan1536 Před rokem +2

    Beautiful.

  • @bpmusic123
    @bpmusic123 Před rokem +2

    Lv u rupam da

  • @kobinhazarika6503
    @kobinhazarika6503 Před rokem +2

    Wah 💚

  • @user-rx9gv8lq8w
    @user-rx9gv8lq8w Před rokem +2

    Dhuniya hoise ❤️

  • @jyotirmoyborkataky4796
    @jyotirmoyborkataky4796 Před rokem +3

    উফ!!! কি শান্তি গানটোত কন্ঠটোত।। মন চুই গৈছে প্ৰত্যেকটি শব্দই। ৰূপম দা আপুনাৰ বৰ পুৰণি অনুৰাগী, মোৰ অন্য এক প্ৰিয় কন্ঠ।

  • @violinaborah5581
    @violinaborah5581 Před rokem +3

    Damn 😭❤️❤️❤️🤌

  • @rbentertainment4681
    @rbentertainment4681 Před rokem +2

    মৰমৰ ভাইটি বিকাশৰ গীতৰ কথাৰে ৰূপম দাৰ সুমধুৰ কন্ঠত প্ৰাণ পাই উঠিছে গীতটি।।

  • @joyshreedas5035
    @joyshreedas5035 Před rokem +2

    Dhunia ❤️☺️

  • @jyotismitabaishya348
    @jyotismitabaishya348 Před rokem +2

    Deep💙

  • @karishmadevi1347
    @karishmadevi1347 Před rokem +3

    কথা সুৰ তথা উপস্থাপন বহুত ধুনীয়া হৈছে । সদায় আগবাঢ়ি যাওঁক ... আগন্তক দিন বোৰত যাতে আমি আৰু ভাল ভাল কাম দেখিবলৈ পাওঁ ..... আমি আশাবাদী 💚

  • @dibyajyotinath3285
    @dibyajyotinath3285 Před rokem +3

    আশা য়ে কঢ়িয়াই আনিলে হৃদয়ৰ নিৰ্ভীক কোণৰ মনৰ বতৰা। সুক্ষ্মভাৱে কৰা সকলোৰে কামে মন চুই গৈছে । কথা আৰু কণ্ঠ এক হৃদয়স্পৰ্শী । জড়িত সকলো লৈ অভিনন্দন, আশা সফল হওঁক , অলেখ শুভেচ্ছা💐

  • @maramamritentertainment
    @maramamritentertainment Před rokem +3

    #আশাক লৈ বহুত আশা কৰিছিলো বন্ধু বিকাশৰ কথা অনুৰন ভাইটিৰ সংগীত ব্যৱস্হাপনা আৰু Studio Auditekৰ বানীবন্ধন অতুলনীয় আৰু ৰুপম দাৰ কণ্ঠত আশাই আকাশ চুব😍🙏ভাল লাগিল

  • @jugaldeka3629
    @jugaldeka3629 Před rokem +2

    You are the underrated legend....
    But dimond for me ❤️

  • @dhrubajyotiborgohain2843

    Nice song and nice 3D videography

  • @sumankalita4725
    @sumankalita4725 Před rokem +2

    World class graphics 😍

  • @bitupannath8403
    @bitupannath8403 Před rokem +2

    Bikash da❤️
    Love from bihaguri❤️

  • @digantasarmah8377
    @digantasarmah8377 Před rokem +2

    সঁচাই বহুত ভাল লাগিছে গান টো দাদা।

  • @shilpisumuborah8339
    @shilpisumuborah8339 Před rokem +2

    Xundor ❤️

  • @sanskriti628
    @sanskriti628 Před rokem +2

    Bohut bohut val lagise Bondhu Bikash aru vaity Anuran ... Antorikh Avinandan jonaisu khofolotar batot aru Aguaai jua...

  • @bitopansaikia7839
    @bitopansaikia7839 Před rokem +2

    হৃদয়স্পৰ্শী 🖤

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 Před rokem +3

    সুন্দৰ গীত🎶💓
    কথা ,, সুৰ ,, কন্ঠ ,, সম্পাদনা খুবেই মনোমোহা💙

  • @pankajjyotitaye8469
    @pankajjyotitaye8469 Před rokem +2

    You are gems ❤brother
    Long journey + Rupam da song = uff sukoon ❤

  • @foodygirl-12
    @foodygirl-12 Před rokem +2

    বহুত ভাল হৈছে ❤️

  • @pranabbaro3465
    @pranabbaro3465 Před rokem +3

    গানটোৰ লগত জড়িত সকলোলৈ আন্তৰিক অভিনন্দন। বৰ সুন্দৰ 🙏🙏👌

  • @HemantaDasCreation
    @HemantaDasCreation Před rokem +1

    Xundor geet

  • @Artist_Riti_moni_Sut
    @Artist_Riti_moni_Sut Před rokem +4

    ধুনীয়া🎼💙

  • @Its_Manash_Protim_World
    @Its_Manash_Protim_World Před rokem +2

    Nice

  • @nishantakumar3185
    @nishantakumar3185 Před rokem +3

    বহুত আশাৰে ৰৈ আছিলোঁ দাদা।। বহুত সুন্দৰ হৈছে আৰু আগুৱাই যাওঁক 👌👌

  • @bedantabora4172
    @bedantabora4172 Před 10 měsíci +1

    You are best🙏

  • @jatraaudioworks6468
    @jatraaudioworks6468 Před rokem +2

    Magical ❤️

  • @madhurimasaikia5331
    @madhurimasaikia5331 Před rokem +4

    ধুনীয়া কথা,মনপৰশা কন্ঠ...শুভেচ্ছা বিকাশ,আগবাঢ়ি যোৱা।

  • @nibeditadevi1177
    @nibeditadevi1177 Před rokem +2

    ❤️❤️ swt song....

  • @gnbgaming6860
    @gnbgaming6860 Před rokem +3

    Mojja lyrics bikash da

  • @rummanmahanta5428
    @rummanmahanta5428 Před rokem +2

    সুন্দৰ , বিকাশ দা💚

  • @nirmalidevi7389
    @nirmalidevi7389 Před rokem +2

    🔥

  • @tusharsaikia2311
    @tusharsaikia2311 Před rokem +2

    Chaalllll hoise dei gaan tu xosake 🤠💞

  • @krishnaborah4375
    @krishnaborah4375 Před rokem +2

    Vl lgisa dada

  • @SCARYFEST_
    @SCARYFEST_ Před rokem +4

    Ooh God........GOOSEBUMPS..........

  • @juribordoloi5567
    @juribordoloi5567 Před 9 měsíci +1

    Mayamoi poribexoloi loi jua tekhetor keibataoo ganor eituoo eta.!

  • @anitabarthakur2246
    @anitabarthakur2246 Před rokem +2

    No words Rupam da.. very touchy

  • @minhaspraveen2150
    @minhaspraveen2150 Před rokem +1

    Lovely song Rupam sir

  • @PRAN_KRISHNA_BORAH-user_vlog

    💚💚

  • @explorewithmanan1879
    @explorewithmanan1879 Před rokem +2

    Made my night ❤️ .. Rupam daa 🔥

  • @rainbowdiary1724
    @rainbowdiary1724 Před rokem +5

    Beautiful song, Rupam Da💙✨

  • @nikitaDas..
    @nikitaDas.. Před rokem +2

    Dhuniya 🌻❤😊

  • @vishalsen5072
    @vishalsen5072 Před rokem +2

    #Bikash mojha ❤️👍

  • @adityaneel6453
    @adityaneel6453 Před rokem +2

    Uff 🤍

  • @rajibmedhi9478
    @rajibmedhi9478 Před rokem +2

    👌👌👌

  • @shabnamalam9540
    @shabnamalam9540 Před rokem +2

    It's amazing Anu.... Keep it up.... 👍👍

  • @rjdsmusicalhub7711
    @rjdsmusicalhub7711 Před rokem +2

    ❤️❤️❤️💚

  • @eklavya3592
    @eklavya3592 Před rokem +3

    Preety song,,well done Bikash,Anuran..

  • @utpalborah22
    @utpalborah22 Před rokem +2

    Awesome... Lots of love, success and more power to u Sum...❤ ❤ ❤

  • @mridusmita_jaankonwar6680

    #bikash nath keep it up

  • @durlavboruah4034
    @durlavboruah4034 Před rokem +2

    Xundr hoi saaaaa...

  • @jumbledjimoni692
    @jumbledjimoni692 Před rokem +2

    Lob 4m ojaantric family ✨✨✨🤞🤞🤞

  • @soulmusicfest3560
    @soulmusicfest3560 Před rokem +2

    Things Come With Time..............😇😇😇

  • @kuladipsarma6847
    @kuladipsarma6847 Před rokem +2

    Lyrics amazing 💕