BANHIR BUKUWEDI - Rupam Bhuyan | Poran Borkatoky (Jojo) | Zessim Ahmed | New Assamese Song 2021
Vložit
- čas přidán 29. 03. 2021
- ♬ AUDIO CREDITS ♬
Singer : Rupam Bhuyan
Lyrics : Zessim Ahmed
Tune : Tapan kr Talukdar
Music : Poran Borkotoky( Jojo)
Studio : Zero DB
Mix Master : Bhupesh Saikia
Guitar : Rupam Sarmah
▣ VIDEO CREDITS ▣
Video production
(Frame craft, Mumbai) :
Sibajit Sharma
Star cast : Eva Mahanta
Special thanks : Moitreyee Phukan
Lyrics :
বাঁহীৰ বুকুৱেদি কোনেনো বাই
সমীৰ সোঁৱৰণী মেলি..
চিনাকি হেৰুৱা
সেইয়া কাৰেনো বেদনা
দিলেহি পৱনে
কাণতে মোৰ ঢালি
বাঁহীৰ বুকুৱেদি.. ?
অন্তৰা:১
ধাৰাষাৰ বৰষাত
ক্লান্ত সাগৰে আজি
ঊৰ্মী উঠাই
তীব্ৰ সোঁৱৰণীয়ে
নাওঁ মেলি ভতিয়াই
প্ৰাণলে..
অনুভূতিৰ শেষ শিখাটিযে
ম্লান গ'ল,
নিজানতে সেই
প্ৰতিপল বুৰ গ'ল,
দূৰণিত কোন সেইয়া
ৰ'ল যে সাক্ষী ..?
বাঁহীৰ বুকুৱেদি
অন্তৰা:২
উলগৰ বতৰত
ভ্ৰান্ত পথেযে কালি
সৃষ্টি নমাই,
স্বপ্ন আলোকেৰে
আকাশখনিওযে
দিছিলে সজাই..
জীৱনেযে দুখ
কেনেকৈ সহি যায়..
অৱসাদৰ জুইত
উশাহোযে দহি যায়..
সমাধিত প্ৰাণ এইয়া
অকলে আজি..
বাঁহীৰ বুকুৱেদি কোনেনো বাই
সমীৰ সোঁৱৰণী মেলি..?
চিনাকি হেৰুৱা
সেইয়া কাৰেনো
বেদনা
দিলেহি পৱনে
কাণতে মোৰ ঢালি..
MUSIC LABEL - DHWANI RECORDS
© 2021 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR CZcams CHANNEL - / dhwanirecords - Hudba
উফ,ৰুপম দা কি প্ৰাণঢ়ালি গাইছে,❤️কোনে পাৰে এনেকুৱা ধৰনৰ গান নুশুনা কৈ থাকিব❤️
উফঃ কি মাত ! কি শব্দৰ খেলা!! ৰূপমৰ গানৰ মুগ্ধ শ্ৰুতা আমি
বাৰে বাৰে শুনিও হেঁপাহ নপলায়....কি শব্দ, কি প্ৰাণভৰা গায়কী..👌👌👌
Why these type of songs are underrated? He is such a gem ❤
This type of songs always save me from loneliness. ❤️ And makes me strong enough!!!
Bahir bukuwediyei jen xori porise eta eta shrutimodhur xobdokona 🎉🔥❤️ ..kokaaideo mojaa
Rupombhuyar gan logai soku mudile ek xantimoi jogotot bisoron koribo pari.dhyanabad apunaloi.
যত শান্তি বিচাৰি পাও,,,,আপোনাৰ কণ্ঠ সচাকৈয়ে অতুলনীয় ছাৰ 💙❤️❤️
I don't under Why rupam da is so underrated his voice desrve to be in bollywood
Absulately
The reason of underrating is may be the people now a days have stopped listening quality songs. They just nees Dhinka Chika. Taste of listeners is observed to have deteriorated significantly. But still singers like Roopam Bhuyan give us some eternal melodies.
Bohut dhuniya xur
ভিৰৰ মাজত ৰূপম ভূঞা সদায় একক আৰু অনন্য।প্ৰাণ চুই যোৱা আৱেগেৰে বিধৌত মন।
Huuni huni amoni nelage o ..apunar gan.... unique...
এনেকুৱা এটা আশা কৰিয়েই ৰৈ আছিলোঁ। ধন্যবাদ ৰূপম দা।
Apurba Rupam daa
কি যে সুন্দৰ
গানটোৰ বিৱৰণ দুটৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম৷ গীতি সাহিত্যৰ পৰা আৰম্ভ কৰি ৰুপম দাৰ হৃদয়স্পৰ্শী কন্ঠক প্ৰশংসা নকৰি নোৱাৰি৷ বহুত বহুত ধন্যবাদ গীতৰ কলা কৌশলী আৰু পৰাণ দাদালৈ৷
Jibone je kenekoi vul khohi Jai....
uffffff....madhur dada
Aibilak gaan nuxune aji kali manuhbure disco vonti dexot ki kom .love from rupam da
❤❤ Zessim Ahmed...this is beyond imagination... Writting skills Fida hoi goisu...100 times or upor hunilu gaan tu ..❤❤❤❤me with you always..
ধুনীয়া ২
শুনি শুনি হেঁপাহ নপলায় ৰূপম ....
ৰূপম দাই গোৱা গান । ভাল গান । শান্তি পোৱা গান ❤️❤️ শুনিয়ে থাকোঁ যেনিবা ❤️
Uff Mon pran chui gol🙏
ভাষাহীন❤️❤️❤️❤️❤️
ৰূপম দাই ইমান ধুনীয়াকৈ গাই মই পাগল হৈ যাওঁ। উফ কি ধুনীয়া অনুভৱ। মৰম ৰূপম দা
বৰ সুন্দৰ হৈছে।
Ki apurb geet bor val lagil
Wow.. just wonderful..Zessim Ahmed I am confirm that you will become one of the upcoming lyricist of Assamese film & Music industry very soon..All the best..
ৰূপম দা সদায় প্ৰিয়..
মন,হৃদয়,মগজু স্পৰ্শ কৰা সুন্দৰ গীত, অলেখ শুভ কামনা 💐💐💐
Refreshed My Soul 🥀. The Lyrics,Music, Composition and The Soulful voice of Rupam Da- Absolutely Masterpiece. ❤️
বাঁহীৰ বুকুৱেদি,কোনেনো বায়-আপোনাৰ গীতটিয়ে হৃদয় আলোড়িত কৰিলে।ৰূপম দা, এনেদৰে আমাৰ বাবে গাই থাকক সদায়।
Superb Rupam.
শুভেচ্ছা জনালোঁ
বহুত ভাল লাগিল।
Rupam Da ki Je Gaan Gaay Aapuni ❤❤❤
We the people of Assam are blessed with you (Rupam Bhuyan)sir...
বৰ সুন্দৰ !!!!!
মন ভৰি গ'ল !!!!!!
আহ: ৰূপম দা কি গাইছে।মই বিমুগ্ধ।
"বাঁহীৰ বুকুয়েদি" বহুত ভাল লাগিল ৰূপম।
অপূৰ্ব এটি মিঠা গীত। গীতৰ কথা,সুৰ আৰু সংগীত বৰ সুন্দৰ। অন্যতম প্রিয় শিল্পী গৰাকীৰ মধুৰ কন্ঠ আৰু গায়কীয়ে মন ভৰাই তোলে সদায়ে। কেইবাবাৰো শুনিলোঁ গীতটি। মুগ্ধ হ'লো প্ৰতিবাৰেই...। অতিকে সুন্দৰ উপহাৰ...। গীতটিৰে জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন যাছিলোঁ। 💐💐💐
Calm....majestic... Soothing.... Just beautiful
আপুনি অনন্য ৰূপমদা।
This is really really wow.. the lyrics the tune the voice.. I'm so in love with this song.. Hearing it on loop..😍❤️
Thanks..
Utkrisht 🥀❤
Rupam + Poran = Masterpiece
Just wow🥰. We need more songs like this. That's a song with some beautiful meanings 🤍
Anekuwa Gan a xunibo loga 💞
এনেধৰণৰ সুন্দৰ সৃষ্টি ৰাইজলৈ আগবঢ়াই দিয়াৰ বাবে গীতিটোৰ লগত জড়িত সকলোকে ধন্যবাদ জনালোঁ ।
Thanks...
ৰূপম দা আপোনাৰ সুৰত মই শান্তি বিচাৰি পাওঁ❤️ দুখ সুখ r মাজত আপুনি সদাই মোক জীয়াই ৰাখিছে❤️tq ৰূপম দা💕
Right koixa
উফ্.... 💕
Uff ....ki mon sui jua geet...💞💞
Mon sui jua gan ❤️❤️❤️❤️
Thanks..
Ki lyrics ki hur omg sui goise excellent go Bro
Thanks..
এনেকুৱা গীত শুনি শুনি যেন হেৰাই থাকিম কৰ'বাত ।
আপোনাৰ প্ৰতিটো গীতেই বুকুত গভীৰৰ পৰা গভীৰলৈ সোমাই যায় দাদা ।
Masterpiece ..... What a blissful voice 😍😍😍
Mon ti xat pori gl.... Ki j ati Mon VAl lga gaan.. Uff
ufff 💚❤️💚💚💚
Assamese industry 2t, enekua classical base thoka male singer Rupam da bahire aru kunu nai.. he is the shafaqat of Assamese industry.. proud of him, 🙏🙏🙏
Ki xur.. Ki kotha.. Ki xaolil prokax.. Ki gaan.. One more jam..from the MOST UNDERRATED SINGER IN CURRENT ASSAMESE MUSIC INDUSTRY... Wish to listen to u more..and more.. And more..
Very nice song..❤️
Ufff you are rockstar
জীৱনেযে ভূল কেনেকৈ সহি যায়,
অৱসাদৰ জুইত উশাহোযে দহি যায়...🤍
ধন্যবাদ☺
সুন্দৰ।
Khub xundor kotha likhise....
বৰ ধুনীয়া lyrics❤️
ধন্যবাদ☺
বহু দিনৰ পিছত এটি ভাল গীত শুনিবলৈ পালো ।
Wowwww🎻
Uffff tmmm lgse o .modhur git
Jesim nice lyrics, good singing Rupak, Juju Music Supper👌👌👌
Just wow🥺🥺😍😍
Love this.....
কিয় জানো আপোনাৰ গান শুনি ইমান ভাল পাও!
Uff...What a Magical Voice❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏
Love his voice ❤️ always waiting for his new songs...
বহুত দিনৰ পাছত ৰূপম দাৰ এটা প্ৰাণ ভৰা গান শুনিব পালোঁ। শব্দহীন
Duniya lagise dada
ভাল লাগিছে ❤️
❤❤❤
Rupam Da😍😍😍❤❤
Mojja lagise❤️❤️❤️
Uffff❤️❤️❤️❤️😌😌😌😌😌😌😌
Really beautiful soft heart touching song,,no word to say.,❤️❤️.
Listening to this song while it is raining outside 🌧️☔
Another level of relaxation 😌
Can't express ❤️
অপৰূপ ❤️
Loved it ❤❤❤
ভিৰৰ পৰা দূৰত শ্ৰদ্ধাৰ ৰূপম ভূঞা দা ।
iman dhunia
Khub dhunia lagile huni 😍😍😍
ৰূপম দা আপোনাৰ গীত বোৰ চিৰযুগমীয়া হৈ ৰব।
Soulful ❤️❤️
Ufff❤️❤️❤️
Literally this song deserves more views ❤️❤️
Fantastic lyrics
ৰূপম দাৰ কণ্ঠ❤️❤️
V nice
Wow amazing song.. ♥️♥️🎶🎶
Rupam anupam tumar kontho jar nai onto, so nice
Mon2 jen uri gusi jai, apunar mat2 xunile rupam da
Rupam da's voice touches the heart and soul❤️