Fagun | Zubeen Garg | Sasanka Samir | Jayanta Kakati | Bablu | New Assamese Song 2020

Sdílet
Vložit
  • čas přidán 5. 09. 2024
  • #NewAssameseSong#ZubeenGarg#SasankaSamir
    ♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
    ● iTunes - itunes.apple.c...
    ● Spotify - open.spotify.c...
    ● Deezer - www.deezer.com...
    ● JioSaavn - www.jiosaavn.c...
    ● Gaana - gaana.com/song...
    ● Wynk - wynk.in/u/Cohb...
    ♬ AUDIO CREDITS ♬
    Song - Fagun
    Singer - Zubeen Garg
    Music & Tune - Jayanta Kakati
    Music Arrangement - Bablu
    Lyrics - Sasanka Samir
    Flute - Pradeep
    Tabla - Raja Barua
    Recorded @Sound & Silence by Sekhar Jyoti Goswami
    Mix & Mastered by - Bhupesh Saikia
    SPECIAL THANKS :
    GARIMA SAIKIA GARG
    KUSSUM KAILASH
    SHYAMANTAK
    BIJIT TAMULY
    PARTHA PRATIM GOGOI
    SAMEERAN
    PORAN BARKATOKY (JOJO)
    NAVANITA SHARMA
    MUSIC LABEL - DHWANI RECORDS
    © 2020 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR CZcams CHANNEL - / dhwanirecords

Komentáře • 1,7K

  • @rituparnachetia6395
    @rituparnachetia6395 Před 4 lety +864

    ফাগুনৰ প্ৰথম দিনাই এটি ধুনীয়া গান.... ফাগুন মানে কেৱল হিয়া দিয়া নিয়াৰ বতৰ নহয়, সৰাপাতৰ মাজত থাকে ভগা হৃদয়ৰ ছবি

    • @nipuhaloi3617
      @nipuhaloi3617 Před 4 lety +4

      💔

    • @KuuShorts
      @KuuShorts Před 4 lety +19

      ফাগুনৰ প্ৰথম দিনাই জুবিন দাৰ দ্বাৰা এটি আবেগিক সংগীত । ফাগুন মানেই কেৱল হিয়া দিয়া বতৰ নহয়, সৰাপাতৰ আঁৰত লুকাই থাকে কাৰোবাৰ ঠান-বান হৈ যোৱা হৃদয়ৰ মৰ্মান্তিক ছবি ।

    • @barnalichakraborty6785
      @barnalichakraborty6785 Před 4 lety +1

      Heart touching song...🙏

    • @bbbrosmusicofficial
      @bbbrosmusicofficial Před 4 lety

      Superb. Much love from twins. 😍

    • @minakshisfoodcourt4804
      @minakshisfoodcourt4804 Před 4 lety +2

      এটি মনপৰশা গীত, হৃদয় চুই গ'ল

  • @marulidharrabha8339
    @marulidharrabha8339 Před 2 lety +98

    বাহিৰত কিনকিনিয়া বৰষুণ + অন্ধকাৰ ৰুম + গভীৰ ৰাতি + কিছু স্মৃতি + চকুত চকুৰ পানী + ফোনৰ স্ক্ৰিনত কাৰোবাৰ ছবি + কানত হেড ফোন + আৰু এই গানটো,,,আহ,,, কি,, মজা। জয় জুবিন দা।❤️❤️
    18/12/2021 তাৰিখ 🍁🍁

    • @alakeshsvlog
      @alakeshsvlog Před rokem +5

      গীতটো আজি শুনিলো বাহিৰত চিকিমিকি +কিছু বতাহ +মনত বহুত স্মৃতি +গানটো =উফ কি যে মজা😌🙏🏿

  • @abinashbokalial_cse_3633
    @abinashbokalial_cse_3633 Před 4 lety +364

    ইমান সুন্দৰ কথা...... অাৰু কন্ঠ দিয়া জন মোৰ ভগবান...... জয় জুবিন দা❤..... জুবিন দাৰ বাবে এটা like ❤

  • @kangkanakashyap9678
    @kangkanakashyap9678 Před 4 lety +57

    সদায় প্ৰিয় ❤️। এবাৰ ভৰি খন চুবলৈ বোৰ ইচ্ছা । এবাৰ দাদা ক গুবামাৰি ধৰিবলৈ বহুত ইচ্ছা আছে❤️❤️

  • @krishnakshikalita3949
    @krishnakshikalita3949 Před 4 lety +384

    সমীৰে দিবগৈ ফাগুনৰ দিনতে ম‌ই নোহোৱাৰ বাতৰি..ধুনীয়া গান😍😍 কিন্তু এটা কথা জানানে না‌ই জুবিন দা আপোনাক যে আমাৰ মাজৰ পৰা কেতিয়াও নোহোৱা হব নিদিও আৰু সমীৰেও আমাক বাতৰি দিব লগা নহয়🤗🤗

  • @pallabidas5173
    @pallabidas5173 Před 4 lety +525

    লকডাউন + মাজৰাতি + আন্ধাৰ কোঠা+ হেডফোন+ জুবিন দাৰ কন্ঠ + তাৰ স্মৃতিবোৰ = অনাবিল শান্তি❤

  • @dipuboruah7300
    @dipuboruah7300 Před 4 lety +395

    সমীৰ দা আপোনাৰ শব্দৰ গাঁথনি সঁচাই অতুলনীয় তাতে জুবিন দাৰ কণ্ঠত 💕

  • @hemantasaharia1057
    @hemantasaharia1057 Před 4 lety +31

    হৃদয়খন যেন বাৰিষাৰ আকাশ হৈ পৰিছে
    আৰু ক’ৰবাত অকলে নিজানত বহি কান্দিব মন গৈছে__
    হৃদয়স্পৰ্শী হৃদয়স্পৰ্শী হৃদয়স্পৰ্শী

  • @ytmyaarteramonster3251
    @ytmyaarteramonster3251 Před 4 lety +667

    কবলৈ বাক‍্য নাই ইমানে ধুনীয়া💗💗💗😘😘😘😘
    জুৱিন দা কাৰণে এটা Like পামনে

    • @joecool3876
      @joecool3876 Před 4 lety +7

      SPD guru zubeen r karone like bhikkha korba nalge bhikarir jaat......ghrot d thoi ahim zubeen dar......toi like r dalal neki be

    • @ripumanirahman5367
      @ripumanirahman5367 Před 4 lety +2

      Ata like nohoi unlimited like Pabe

    • @dipika.borah.9399
      @dipika.borah.9399 Před 4 lety +4

      জুবিন দা বাবে লাইক কমেন সেই বোৰ একোৱে নহয়।শব্দ টো একোৱে নহয় কবলে।

    • @sagarmisra5874
      @sagarmisra5874 Před 3 lety +1

      @@joecool3876 Hi my friend Kashyap

    • @rimachetia2626
      @rimachetia2626 Před 3 lety +1

      ❤️❤️❤️

  • @dhanjitnath6999
    @dhanjitnath6999 Před 4 lety +70

    ধুনীয়া হৃদয় চুই যোৱা গাণ..... উতনুৱা কৰি তোলে দাদাৰ গাণ.... Lv u দাদা... ✌️✌️👌👌Plz one like for jubin dada... 🤝

  • @dibakarchetia6485
    @dibakarchetia6485 Před 4 lety +423

    মই মৰা শেষ মুহূৰ্ত্তত যেন জুবিন ককাইদেউৰ গান এটা শুনি মৰো তাৰে কামনা কৰো ভগৱানৰ ওচৰত...

  • @gyandeepsaikia5823
    @gyandeepsaikia5823 Před 2 lety +18

    জুবিন বিহীন অসম কল্পনা কৰিবলৈ বৰ কষ্ট হয়।সদায় ভালে থাকক জুবিনদা।কণ্ঠৰ যাদুৰে আমাৰ হৃদয়বোৰ অনাবিল আৱেগত ডুবাই ৰাখক

  • @hirahirablog5295
    @hirahirablog5295 Před 4 lety +141

    জীৱনৰ কেঁচা যৌৱন পাৰ কৰা গাঁওখনলৈ মনত পৰি গল।উকা উকা লগা হৃদয় খন কিবা বুজাব নোৱাৰা আবেগেৰে ভৰি পৰিল। জীৱনৰ বাটত খোজ দিয়া মনোমোহা পোৱা নোপোৱাৰ বেথা বোৰ উফান্দি উঠিল।
    অসমীয়াৰ কলিজা টুকুৰা টোৰ বাবে এটা Like Banta hain

  • @rantunath305
    @rantunath305 Před rokem +33

    ফাগুন মানেই কেৱল শেষ নহয়..ফাগুন মানে এক নতুন জীৱনৰো আৰম্ভনি❤❤❤

  • @jumonigogoi5947
    @jumonigogoi5947 Před 4 lety +46

    প্ৰশংসা কৰাৰ ভাষা নাই সচাকৈয়ে জুবিন দা তুমি মহান আৰু সমীৰ দাৰ অতি সুন্দৰ শব্দৰ গাঠনিৰ কোনো তুলনা নাই কি কম মানে তোমালোক দুজনক ভগৱানে যুগ যুগ জিয়াই ৰাখক।

  • @dhrubakalitamix8606
    @dhrubakalitamix8606 Před rokem +6

    আপোনবোৰে যেতিয়া নজনাকৈয়ে একো নোকোৱাকৈয়ে দুৰলৈ গুছি যায়।সময়ৰ নিদাৰুণ অত্যাচাৰত হৃদয় যেতিয়া ৰাঙলী হৈ পৰে তেতিয়া জুবিন দাৰ গানবোৰে ৰাঙলী হৃদয় জুৰ পেলাই।

  • @angamitradutta7213
    @angamitradutta7213 Před 4 lety +103

    সুৰবোৰে ফাগুনক আৰু ভাল লগা কৰি তুলিছে..... প্ৰিয় ফাগুন তোমালৈ বুলি এসাগৰ মৰম ❤️

  • @gaurangadas6279
    @gaurangadas6279 Před rokem +5

    জীৱন মানে পোৱা নোপোৱা,আশা-নিৰাশা,সপোনৰ পম খেদি ঘূৰি ফুৰা এজাক ফাগুণ।তাত আকৌ জুবিন দাৰ এই গানটো....উফ কি এক ফাগুণৰ অনুভৱ।ই যেন এক বলিয়া বতাহ।

  • @izazahmed8212
    @izazahmed8212 Před 4 lety +53

    লুইতৰ বুকুৰ সু সন্তান💓💓💓।।প্ৰতিটো গান দেহ মন চুই যায়।।

  • @niranjansaikia2860
    @niranjansaikia2860 Před 4 lety +9

    কি অপূৰ্ব সৃষ্টি, কি কণ্ঠ।।।।।বাঁহীৰ সুৰ যিদৰে শুনিলে শুনি থাকিৱলৈ মন গৈ থাকে কেতিয়াও আমনি নালাগে, একেদৰে জুবিন দাৰ গান শুনি থাকিলে কেতিয়াও আমনি নালাগে, ইটোৰ পাছত সিটো গান শুনি থাকিৱলৈ হে মন গৈ থাকে।।।।।

  • @SantoshMohanPhukan
    @SantoshMohanPhukan Před 4 lety +102

    গীতটিয়ে কন্দুৱাবলৈ আহিছে😥!!
    zubeen💓💓

  • @pabitrabharali3264
    @pabitrabharali3264 Před 4 lety +53

    হৃদয় চুই যোৱা শব্দৰ সংমিশ্ৰণ সমীৰ দা, লগতে সোনত শুৱগা চৰা জুবিন দাৰ কণ্ঠ। আগলৈ আৰু আশা কৰিছোঁ

  • @njdeka1907
    @njdeka1907 Před 4 lety +165

    সমীৰদা… বুজাব নোৱাৰিম আপোনাৰ প্ৰতি থকা মোৰ ভালপোৱা… জুবিনদাৰ দৰদী কণ্ঠত সচাকৈ আপুনি সানি দিয়া প্ৰতিটো শব্দই যেন জীয়াই তুলিব ফাগুনৰ সেই সৰাপাতবোৰ…

  • @parikshitkakoti7289
    @parikshitkakoti7289 Před 2 lety +8

    তাই এৰি যোৱা মোক আজি এবছৰ হ'ল...তথাপিও মনটোৰ কোনোবাখিনিত বহি মোক তাই বৰ দুখদায়ী ৰূপে থেকেছি থাকে....তাই সুখী নতুনজনৰ সৈতে...তথাপিও মোৰ কলিজা আজিও ক্ষতবিক্ষত😥

  • @utpalhaloi6169
    @utpalhaloi6169 Před 4 lety +78

    আজিৰ যিটো অনুভব
    দহবছৰ পিছতো একেই থাকিব❤

  • @gafurahmed4841
    @gafurahmed4841 Před rokem +17

    জয়ন্ত দা , সমীৰ দা , আৰু মোৰ জীৱনৰ সেইজন মানুহ যাৰ গান নুশুনাকৈ এনে এটা দিন যোৱা নাই দুখৰ মাজত হাঁহি আমাৰ মৰমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ অসমীয়াৰ আবেগ জুবিন দা 100 বছৰ জীয়াই থাকক তাৰে কামনা কৰিলো

  • @dipudixitofficial4449
    @dipudixitofficial4449 Před 4 lety +27

    মৰমৰ জুবিনদা ইমান ধুনীয়া এটি গীত আমালৈ উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ🙏❤️

  • @ripunjoyofficial4286
    @ripunjoyofficial4286 Před 4 lety +56

    👉সমীৰ দাৰ কথা আৰু জুবিন দাৰ কণ্ঠ ।।❣👈
    👇👇

  • @nabajyotimedhi8765
    @nabajyotimedhi8765 Před 4 lety +88

    সমীৰে দিবগৈ
    ফাগুনৰ দিনতে
    ম‌ই নোহোৱাৰ বাতৰি ♥️♥️♥️

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music Před 2 lety +50

    Sasanka Samir + Jayanta Kakati + Zubeen Garg : DEADLY COMBINATION ❤️🔥

    • @palashparasar7432
      @palashparasar7432 Před rokem +3

      Hoi.. bhal lage..
      Kintu Zubeen-Diganta combination tu nisina aru nulai.. prithok asile ekdom ❤️

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music Před rokem +2

      @@palashparasar7432 hosakoi ❤️

    • @utpalsaraniya724
      @utpalsaraniya724 Před rokem

      😅😅😅😅😅😅😅😅😅😮😅😅😅😅😅😅😅😅😅😅😮😅😮😅😮😅😅😅😅😅😅😅😮😮😅😅😅😅😅😅😅😅😅😢😅😅😅😮😅😮😅😮

    • @nabajitkalita498
      @nabajitkalita498 Před rokem

      😊😊😊

    • @Hiradeep
      @Hiradeep Před rokem

  • @jugmasaikia6488
    @jugmasaikia6488 Před 4 lety +263

    আজিৰ পৰা 20 বছৰ পাছতো চিৰ সেউজীয়া গান হিচাপে জিলিকি থাকিব ❤️💞

  • @debojitchangmai1350
    @debojitchangmai1350 Před 4 lety +23

    জুবিন দাৰ নাম টো কৰবাত দেখিলেই টোত কি আছে একো নাভাবি direct like মাৰি দিও কিয়নো জুবিন দা বুলি শুনিলেই কিবা গা টোত নিজৰ নিজৰ অনুভৱ হয়❣️

  • @ankurdas4
    @ankurdas4 Před 4 lety +44

    সচাই ..ফাগুন মানেই সৰা পাতৰ মাজত বিষাদৰ ছবি 💔

  • @Murkh38
    @Murkh38 Před 4 lety +51

    জুবিন ...এক অন্তহীন সুৰৰ নাম❤️

  • @d.k.entertainment7584
    @d.k.entertainment7584 Před 4 lety +46

    কেনে এক মিঠা অনুভূতি, ফাগুনৰ বতৰত জুবিন দাৰ "ফাগুন" 🍂

  • @AnuraagPw
    @AnuraagPw Před 3 lety +2

    Hosakoi karubar nothoka kahinit bor rohosyo humai thke, kio j herai gol etya ahi ahi ami kor paluhi heibur bhabilei eitu gan monot pore aru huniboloi youtube khulu.. Thank u Zubeen daa💞

  • @bishnujyotidas1102
    @bishnujyotidas1102 Před 4 lety +106

    বহুত ভাল লাগিল গানটো শুনি জুবিন দা। জুবিন দাআৰু সমিৰ দা কাৰনে এটা লাইক মাৰি দিবা

  • @jubilantjunakworld1732
    @jubilantjunakworld1732 Před 3 lety +12

    আকৌ শুনিলোঁ আজি ।
    ফাগুন মানেই জুবিন দা।
    কি সৃষ্টি আপোনাৰ 🙏🤘❤❣🌹

  • @jinkuschannel4507
    @jinkuschannel4507 Před 4 lety +52

    বহু দিনৰ পিছত ভাল গান এটা শুনিবলৈ পালো। জয় জুবিন দা

  • @rajavlog3m166
    @rajavlog3m166 Před 3 lety +12

    Zuben da manei ek notunotror xondhan❣️❣️
    জয় জুবিন দা ❣️

  • @user-gq5sj6fh6u
    @user-gq5sj6fh6u Před 4 lety +76

    এটা ধুনীয়া গান শুনিলো। ফাগুণৰ প্ৰথম দিনা।। খুবেই ভাল লাগিল হৃদয় চুই গ'ল। ধন্যবাদ জুবিন দা❤

  • @gitanjaliboro562
    @gitanjaliboro562 Před 3 lety +8

    গানটো যেতিয়াই শুনো কিছুমান পুৰণি স্মৃতিয়ে বুকুত হেচা মাৰি ধৰে। চকুপানী নিজে নিজে সৰে😭😭😭, সচায় মনটো চুই যায়❤❤

  • @abhijitnarah2286
    @abhijitnarah2286 Před 4 lety +82

    আজি ওৰে দিনটো এই গীতটি শুনিও হেঁপাহ পলুৱাই নাই।
    Love you #Zubeen Da😘😘😘
    আশা কৰো আগন্তুক দিন বোৰ যেন এনেকৈ আমালৈ উপহাৰ দিয়ে তাৰে কামনা কৰিলোঁ।
    😍😍😍

  • @minakshivaishnab1313
    @minakshivaishnab1313 Před 3 lety +3

    😭😭😭😭😭bhout dhukh loge gan tu xunile🥰

  • @hrishi6436
    @hrishi6436 Před 4 lety +175

    সমীৰ দাৰ কথা
    জুব্ন দাৰ দৰদী কন্ঠ
    আৰু কি লাগে।

  • @manujsaikia1324
    @manujsaikia1324 Před rokem +4

    Wo nice songs zubeen😅😊

  • @Anuragaxomm
    @Anuragaxomm Před 4 lety +50

    When 3 talented men created a masterpiece

  • @jimoninath733
    @jimoninath733 Před 4 lety +10

    ক'বলৈ ভাষা নাই...বহুত বহুত বহুত ধুনীয়া❤️....শুনিলে শুনি থাকিবৰ মন💕

  • @ankurjyotidass131
    @ankurjyotidass131 Před 4 lety +92

    কবলৈ ভাষা নাই দাদা 💗💗❣️❣️
    👇👇

  • @banashreesahariah1498
    @banashreesahariah1498 Před 2 lety +12

    বহুত ধুনীয়া গীত 💖👌👌👌💖💖💖♥️♥️♥️ হৃদয়খন জুৰ পৰি গ'ল । জুবিন দা 😍😍💝❤️ কি কʼম ভাষাই নাই । ভগৱানে তিনিওঁকে সদায় এনেদৰেই ৰাখক । Love u zubeen Da

  • @M.2.B.
    @M.2.B. Před 4 lety +28

    মনটো যে উৰি যাব খোজে কাৰোৱাৰ কাষলৈ .... বহু দিনৰ আগলৈ ... Beautiful song by zubeen Da

  • @Jitendranarah-lp6ht
    @Jitendranarah-lp6ht Před 8 měsíci +3

    Zubeen Garg my heart and God

  • @gogoiCRPF5552
    @gogoiCRPF5552 Před 4 lety +22

    মন চুই গ'ল গানটোৱে।
    মনটো বেয়া লাগি থকাৰ সময়ত যেতিয়া একেকুৱা গানবোৰ শুনা যায় তেতিয়া মনটো কিবা এটা যেন কব নোৱাকৈয়ে অলপ সময়ৰ বাবে ভাল লাগি যায়,, বহুত সুন্দৰ সঁচাকৈ

  • @RiturajCreation
    @RiturajCreation Před 4 lety +17

    কবলৈ ভাষা নাই ,,,,,ভগবান জন মোৰ 💕💕💕💕💕💕 জুবিন দাৰ বাবে এটা লাইক

  • @hiteshsarma6908
    @hiteshsarma6908 Před 4 lety +40

    জুবিন আপুনি কিয় ভাল হৈ পৰে? ইমান ধুনীয়া গান গাই দিলে। সুন্দৰ সুৰ, সুন্দৰ শব্দ,সুন্দৰ অলংকাৰ। সুৰ তাৰ শব্দ আটাইয়ে ভাল লাগিছে। মনবোৰ সেৰেঙা লাগিলেও ভাল লাগে চোন....

  • @DipankorBora-qo5xv
    @DipankorBora-qo5xv Před 11 měsíci +3

    উফ কি শব্দৰ মেলা কিযে সুৰৰ মায়া ❤️❤️

  • @dhanshreenath
    @dhanshreenath Před 4 lety +96

    চকুপানী টুকিব লগা অৱস্থা কিয় কৰিলা জুবিন দা ? এই গীতটো শুনাৰ সময়ত শৰীৰৰ প্ৰতিডাল সিৰা উপসিৰা সাৰ পাই উঠিছে

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 Před 2 lety +18

    Lots of thanks to Zubeen daa and Samir daa🥺🌼for this beautiful song given us💖

  • @rintubarman1091
    @rintubarman1091 Před 4 lety +39

    কিবা এটা পালো গানটোত
    💕💕💕💕💕💕💕💕💕💟💟💟
    ধুনীয়া লাগিছে 💕💕💕

  • @bornaleehazarika4659
    @bornaleehazarika4659 Před 4 lety +1

    বিশেষ জনৰ স’তে কটোৱা বিশেষ মূহূৰ্ত কিছুমান মনত সজীৱ কৰি থৈ গ’ল গীতটোৰ কথাবোৰ ৷ জুবিনৰ ফটো দুখন পাম বুলি দুখন "মায়া" কিনা দিনৰ শ্ৰোতা আমি৷ তবলা বৰ সুন্দৰ হৈছে গীতটোত৷

  • @nitugogoi3624
    @nitugogoi3624 Před 4 lety +12

    ভাষা নাই কবলৈ ,,, অতুলনীয় ❣️

  • @dipshikhalaskar7093
    @dipshikhalaskar7093 Před 7 měsíci +135

    Listening in 2024😢

  • @Krishnamoninath92
    @Krishnamoninath92 Před 4 lety +31

    হৃদয় চুই যোৱা গীত❣️

  • @junphukan2773
    @junphukan2773 Před 2 lety +11

    জুবিন দাৰ প্রতিতো গান হৃদয় চুই যায়

  • @bhrigukr.kalita6043
    @bhrigukr.kalita6043 Před 4 lety +16

    অসমীয়া সংগীতৰ সুদিন৷ গানৰ শব্দ কণ্ঠ সুৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম৷ ধন্যবাদ শ্ৰদ্ধাৰ সমীৰ দা আৰু জুবিন দা লগতে সকলো কলা কৌশলীলৈ৷

  • @tekintoke5895
    @tekintoke5895 Před 6 měsíci +2

    জুবিন দাৰ গান বোৰ কিয় ভাল লাগে বাৰো ইমান, 😢❤
    Zubeen দাৰ গান শুনিলে আৰু বেলেগৰ গান সুনিবলেই মনেই নাযায়, ❤🎉

  • @indrajeet7857
    @indrajeet7857 Před 4 lety +114

    ফাগুন মানে ৰঙা আৰু ৰঙা মানে প্ৰেম,, ফাগুন মানে সৰা পাত সৰা পাতত বিৰহ

  • @rupamkalita8795
    @rupamkalita8795 Před 3 lety +4

    বহুত বহুত ধুনীয়া গীত।এই গীতটোই শুনিলে মন বহুত কান্দে। হৃদয়ে আজিও কান্দে কিছুমান কথা মনত পৰি যায় গীতটো শুনাৰ পিছত।।। বহুত ধুনীয়া গীত জুবিন দা ।

  • @siromonivocalistofficial4205

    মৰমৰ..জুৱিন দা আৰু শশাংক...গীতটিয়ে হৃদয় চুই গ’ল...😊

  • @nibirnayan1523
    @nibirnayan1523 Před 2 lety +27

    The best musician of Assam. The best person of Assam.. u r unstoppable, incomparable.... Appreating words are not enough for your appreciation.. u r the actual definition of Assam, u are the best dictionary of the heart touching music of Assam ... Respect you zubeen da.. love you zubeen da ❣️ ..

    • @thoughtoflife2370
      @thoughtoflife2370 Před rokem

      The Best Musician in all over the world and best man too❤❤#ZubeenDa

  • @monalisagogoi3762
    @monalisagogoi3762 Před 4 lety +72

    ৰঙা ফাগুনৰ ৰং
    কেতিয়াবা বিৰহ, কেতিয়াবা উৎসৱ🍂
    বিৰাট ভাল লাগিল🎶❤️

  • @thethings7985
    @thethings7985 Před 3 lety +8

    নিঠৰ শুকান ৰূঢ় ফাগুনৰ বুকুত ৰং বুলোৱা এটি গীত.......গীতটিয়ে যেন ফাগুনক জীপাল কৰি তোলে ......|

  • @anupampatar7594
    @anupampatar7594 Před 4 lety +7

    কিনো কম ভাষা নাই 😍😍😍😍😍জুবিন দা তুমি অতুলনীয় ।তুলনাবিহীন ।অসমৰ একমাত্র আপুৰুগীয়া সম্পদ।প্রতিটো গীতেই হিয়া চুই যায় ।👌👌👌👌👌👌🙏🙏🙏🙏

  • @pujakalita9008
    @pujakalita9008 Před 3 lety +4

    এটা এটা শব্দই অন্তৰ চুই গৈছে। সঁচাকৈ বহুত ধুনীয়া হৈছে। তাকো জুবিন দাৰ কণ্ঠত । কি কম ভাষা নাই ।

  • @debajanisvlogs528Hz
    @debajanisvlogs528Hz Před 4 lety +18

    ফাগুন আহিলেই তো মন বোৰ উৰুঙা হয়।গছে সলাই পাত॥ফাগুনৰ অকাশ ৰঙাই তুলে ৰঙা ৰঙা পলাশ ফুলে ॥দূৰৈৰ আকাশত জিলিকে চিলা খেলা লৰাৰ হাতৰ যাদু....॥

  • @jyotijagannath7362
    @jyotijagannath7362 Před 2 lety +12

    এক মিঠা অনুভূতি , প্রিয় ফাগুন তোমালৈ এসাগৰ মৰম ❤️❤️

  • @user-py4qk8vw5u
    @user-py4qk8vw5u Před 4 lety +30

    সুন্দৰ লিখনি
    লগতে জুবিন দাৰ স্পৰ্ষত প্ৰাণ পায় উঠিছে ফাগুন ♥️

  • @karabibokalial6417
    @karabibokalial6417 Před 4 lety +2

    কবলৈ ভাষা নাই। হৃদয় শাঁত পৰি গ'ল।

  • @simideka6899
    @simideka6899 Před 4 lety +11

    সমীৰ দা আৰু জুবিন দা,,,love u for ever 😍😍🥰😍👌👌👍🏻👍🏻🙏🏽🙏🏽

  • @TechTubeAssamese
    @TechTubeAssamese Před 4 lety +2

    হৃদয় খন এফালে দি চুই আন এফালে ওলাই গৈছে🌹

  • @parinitichopra9916
    @parinitichopra9916 Před 4 lety +29

    Zubeen the legend....love u sir....ur voice is heaven...my playlist is just full with ur songs...

  • @babuljonak3828
    @babuljonak3828 Před 3 lety +13

    আপুনি নোহোৱাৰ বাতৰিতো হয়টো সহ্য কৰিব নোৱাৰিম😭।সেইকাৰনে আপুনি অমৰ হই ৰওক গুৰু🙏💕💕💕

  • @mridulkalita5982
    @mridulkalita5982 Před 4 lety +15

    জুবিন দা ♥️।
    সুন্দৰ উপহাৰ আমাৰ বাবে ।

  • @goutamsaikia22
    @goutamsaikia22 Před 4 lety +3

    ইমান সুন্দৰকৈ কি দৰে গীতবোৰ লিখে অ' লগতে আকৌ জুবিন দাৰ কন্ঠ । হৃদয় স্পৰ্শ কৰি যায় । 💛💙💚❤️

  • @sangeetasaikia9404
    @sangeetasaikia9404 Před 4 lety +9

    প্ৰতিটো শব্দই কলিজা চুই গ'ল ,,,সমীৰ দাৰ শব্দৰ খেল আৰু জুবিনদাৰ সুৰ ,,,, speechless হৈ যাওঁ ।

  • @ritamrajbongshi3525
    @ritamrajbongshi3525 Před 4 lety +7

    Iman vl lgise xuni gaanto,zubeen dar knthot

  • @sibasishnath3443
    @sibasishnath3443 Před 4 lety +42

    ক'বলৈ ভাষা নাই। সকলোৰে মন জয় কৰিব। ❤

  • @user-it1ty3zi5u
    @user-it1ty3zi5u Před 3 lety +4

    জুবিন দাৰ কণ্ঠ অতুলনীয় আৰু সমীৰ দাই ইমান ধুনীয়া ধুনীয়া lyrics বিলাক বিচাৰি পায় তেওঁকো প্ৰণাম🙏

  • @namitadas2902
    @namitadas2902 Před 4 lety +9

    Imaan je dhunia gaan. Proti tu xobdo eta eta kaahini jen. Zubeen da and Sameer ❤❤

  • @BoikunthaPhukan
    @BoikunthaPhukan Před měsícem

    কিছুমান গীতে ক'ব নোৱাৰাকৈ অন্তৰ চুই যায়।❤❤❤ জুবিনদা মোৰ বাবে সদায় বিশেষ।

  • @Tinkugogoi555
    @Tinkugogoi555 Před 4 lety +9

    ভাল লাগিল তাতে দাদাৰ কণ্ঠ ❤️

  • @debajitdeka2602
    @debajitdeka2602 Před 2 měsíci +1

    Lockdown t xmyt bhut xunisilu ei gantu❤

  • @arupdutta2966
    @arupdutta2966 Před 4 lety +23

    Zubeen da babe like kora. Eman mozzaa lagise gaan2 👍👍💓💓

  • @suranjanasaikiaknowar5856

    ইমান ধুনীয়া গান শশাংক সমীৰ আপুনি আমাক উপহাৰ দিছে । জুবিন দাই আৰু সজীৱ কৰি তুলিলে গীতটো

  • @ankitadutta2286
    @ankitadutta2286 Před 4 lety +14

    হৃদয় খন কাঢ়ি লৈ গল❤️❤️❤️

  • @nikhitagogoi9587
    @nikhitagogoi9587 Před 3 lety +2

    সমীৰ দা ৰ কলম আৰু জুবিন দা ৰ কণ্ঠ কি কম ভাষা নায়। একেবাৰে হৃদয়ত খুন্দিয়াই যায়।আৰু মিউজিক টো কি কম ভাষাহীন। হেৰাই যাঁও গানটোৰ লগত। ৰাধিকা 😍😘😘💕💕

  • @kakolihazarika3457
    @kakolihazarika3457 Před 4 lety +10

    Bukukhon bikhai gol.. Apuni nuhuwar kotha hoponotu vabibo nuaru.. ❤️❤️❤️😭😭😭

  • @dbmusic4431
    @dbmusic4431 Před rokem +1

    Mujhe to ye gana ajh hi sunne ko mila 😭😭😭 Zubeen da one of the best singer in Assam

  • @prakashroy3192
    @prakashroy3192 Před 4 lety +10

    সচাকৈ অতুলনীয় 💛

  • @Morandarpa
    @Morandarpa Před 8 dny +1

    Mon hridoy ak kori dia gaan..❤❤