Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
Wow hii my sir for Bhupen Hazarika
ভূপেন দাৰ নশ্বৰ দেহ পঞ্চ ভুতত বিলীন হৈ গ'ল কিন্তু তেওঁৰ গীতবোৰ জীয়াই থাকিব অসম আৰু অসমীয়া থকা লৈকে।
Dr Bhupen Hazarika is my favorite
প্ৰণাম
Bhut val loga mohurta I miss you dr bhupen hazarika
A HINDI BOOK JYOTI KI ALOK YATRA INNOGRATION VIDEO.THIS BOOK IS A BIOGRAPHICAL NOVEL OF JYOTI PRASAD AGARWALA OF ASSAM.THIS BOOK IS WRITTEN BY SANWARMAL SANGANERIA AND INNOGRATED BY BHUPEN HAZARIKA AT GUWAHATI ON 3.1.2003.
ভাল লাগিল ডাঙৰীয়া৷আপোনাক ধন্যবাদ
অতি সুমধুৰ সংগীত
Great Bhupen Hazarika Sir
সুন্দৰ অনুস্থান✴️✴️♥️♥️
বহুত ভাল লাগিল
Great
I always remember this
Aajii কোনো নাই ।। চৰো পিনে অন্ধকাৰ।।।
Video চাই ভাল লাগিল বন্ধু 👍মোৰ video চাই বন্ধু হৈ থাকিব বুলি আশা ৰাখিলোঁ 👍
জ্যোতি কী আলোক য়াত্ৰাতোৰে মোৰে আলোকৰে যাত্ৰা এক বিৰল মূহুৰ্তৰ সাক্ষী হৈ ৰ'ল এই ভিডিঅটি .... অতি কম কথাৰে ভূপেনদাই জ্যোতিৰ জীৱনজোৰা সাধনা আৰু কৰ্মৰাজিৰ কথা কৈ দিলে .... শ্বিলঙৰ নংপোত চাহ খাই একেবাৰে পল ৰবছন্ লৈ .... বিশ্বমানৱৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল জ্যোতিয়ে ...... পকীৰ কথা -যি পকী এতিয়া জ্যোতিভাৰতী হৈ বিৰাজমান তেজপুৰ নগৰৰ মাজমজিয়াত অলেখ কাহিনীৰ সাক্ষী হৈ ... !!
প্ৰতিধ্বনি হৈ থকাৰ নিচিনা লাগিল।কথাবোৰ স্পষ্টকৈ বুজি নাপালো।আক্ষেপ থাকিল।
Wow hii my sir for Bhupen Hazarika
ভূপেন দাৰ নশ্বৰ দেহ পঞ্চ ভুতত বিলীন হৈ গ'ল কিন্তু তেওঁৰ গীতবোৰ জীয়াই থাকিব অসম আৰু অসমীয়া থকা লৈকে।
Dr Bhupen Hazarika is my favorite
প্ৰণাম
Bhut val loga mohurta
I miss you dr bhupen hazarika
A HINDI BOOK JYOTI KI ALOK YATRA INNOGRATION VIDEO.THIS BOOK IS A BIOGRAPHICAL NOVEL OF JYOTI PRASAD AGARWALA OF ASSAM.THIS BOOK IS WRITTEN BY SANWARMAL SANGANERIA AND INNOGRATED BY BHUPEN HAZARIKA AT GUWAHATI ON 3.1.2003.
ভাল লাগিল ডাঙৰীয়া৷আপোনাক ধন্যবাদ
অতি সুমধুৰ সংগীত
Great Bhupen Hazarika Sir
সুন্দৰ অনুস্থান✴️✴️♥️♥️
বহুত ভাল লাগিল
Great
I always remember this
Aajii কোনো নাই ।। চৰো পিনে অন্ধকাৰ।।।
Video চাই ভাল লাগিল বন্ধু 👍
মোৰ video চাই বন্ধু হৈ থাকিব বুলি আশা ৰাখিলোঁ 👍
জ্যোতি কী আলোক য়াত্ৰা
তোৰে মোৰে আলোকৰে যাত্ৰা
এক বিৰল মূহুৰ্তৰ সাক্ষী হৈ ৰ'ল এই ভিডিঅটি .... অতি কম কথাৰে ভূপেনদাই জ্যোতিৰ জীৱনজোৰা সাধনা আৰু কৰ্মৰাজিৰ কথা কৈ দিলে .... শ্বিলঙৰ নংপোত চাহ খাই একেবাৰে পল ৰবছন্ লৈ .... বিশ্বমানৱৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল জ্যোতিয়ে ...... পকীৰ কথা -যি পকী এতিয়া জ্যোতিভাৰতী হৈ বিৰাজমান তেজপুৰ নগৰৰ মাজমজিয়াত অলেখ কাহিনীৰ সাক্ষী হৈ ... !!
প্ৰতিধ্বনি হৈ থকাৰ নিচিনা লাগিল।কথাবোৰ স্পষ্টকৈ বুজি নাপালো।আক্ষেপ থাকিল।