নাৰদ[Bitupon Dutta], বিষ্ণু[Sushant saikia], লক্ষ্মী[Sushant]||নৃসিংহ মুৰাৰী||

Sdílet
Vložit
  • čas přidán 12. 03. 2020
  • নাৰদ- বিতোপন দত্ত
    বিষ্ণু- সুশান্ত শইকীয়া
    লক্ষ্মী- সুশান্ত বৰা
    দোহাৰ- ৰঞ্জিত দা( জিনজিন মইনা খ্যাত)
    নাট- নৃসিংহ মুৰাৰী
    স্থান- তৰাণী, গোলাঘাট
    বিতোপনৰ নতুন ভাওনা video লিংক👇
    • অসম শ্ৰেষ্ঠ নাৰদ Bitup...
    #vauna #amlandip #narod_vauna
    contact number- 9707311039
    আপোনাৰ অঞ্চলত ভাওনা প্ৰদৰ্শনৰ বাবে যোগাযোগ কৰিব পাৰে।
    ধন্যবাদ।

Komentáře • 345

  • @amlandip
    @amlandip  Před 2 lety +11

    নাট- বিপ্ৰ দামোদৰ আখ্যান

  • @poojaburagohain8182
    @poojaburagohain8182 Před 3 lety +5

    আপোনি যেনেকৈ নাৰায়ণক মাতে সচাঁকৈ গাৰ নোম শিয়ঁৰি যায়।। 😢😢

  • @hemantahazarika9715
    @hemantahazarika9715 Před 3 lety +8

    বুকু কঁপি যোৱা , গাৰ নোম সিয়ৰী উঠা দুৰ্দান্ত অভিনয় নাৰদৰ, কন্ঠ, সংলাপ, সকলো তুলনাবিহীন

  • @minotichetia9972
    @minotichetia9972 Před 2 lety +5

    সচাই বহুত সুন্দৰ কণ্ঠ নিগৰাইছে।শুনিলে শুনি থাকিবৰ মন যোৱা। বহুত ভাল লাগিল ।

  • @nayanmoni7113
    @nayanmoni7113 Před 3 lety +6

    বৰ সুন্দৰ অভিনয়ৰ মাজেদি, অসমীয়াৰ অলংকাৰ ভাওনা ভাগ কৰা হৈছে 🙏।

  • @palashjyotibora2175
    @palashjyotibora2175 Před 3 lety +10

    অতিকে অনুপম, সঁচাই বিতোপন কণ্ঠ আৰু অভিনয়৷ মন-প্ৰাণ শিহৰিত কৰি গ’ল৷ ঈশ্বৰে মঙ্গল কৰক, সৰ্বদা শক্তি দিয়ক এনেদৰেই ৰাইজক ভকতিৰ ৰসত ডুবাই ৰাখিবলৈ৷

  • @bituponritu78
    @bituponritu78 Před 3 lety +75

    সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালো ।

  • @pujabhuyan9735
    @pujabhuyan9735 Před 3 lety +2

    Bor dhunia hoise ,, narad , Vishnu ,aru lakhsmi charitrot avinoii kora hokolure ,, aru aguaii jaook ,,

  • @pujabhuyan9735
    @pujabhuyan9735 Před 3 lety +2

    Parambrahma Narayanee jeen hodaii enekoi teurr voktit bilin honoloi kripa kore ,, eii vaouna saii diar loge loge manuhor hridoyot thoka adhyatmik vaab bur aru bikoshito hoi pore ,, jiee muuk apar anando diee ,, heijon hridoyanathor usorot mur kouti kouti naman ( pranam)

  • @mantumonidas2748
    @mantumonidas2748 Před rokem

    সচাকৈয়ে অপূৰ্ব !! ❤️

  • @bivamonikhanikor2042
    @bivamonikhanikor2042 Před 3 lety +8

    আপোনাৰ কণ্ঠ সচাকৈ বৰ ভাল শুনি থাকিবৰ মন যায় এবাৰ চাব পৰা হ'লে আপোনাৰ অভিনয়। আপুনি আগবাঢ়ি যাওঁক🙏🙏

  • @Dibyajyotivlogs
    @Dibyajyotivlogs Před 2 lety +1

    Assam r 1 Number Narod 💕

  • @somonmili3477
    @somonmili3477 Před rokem

    Oti hundar hoise 🙏🏻🙏♥️

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 Před 3 lety +3

    ক়্ষ্ণ ক়্ষ্ণ সুন্দৰ চালে চাই থাকিবৰ মনযোৱা মনোৰম দ়্শ্য 🙏💚💚💚

  • @KULDEEP_MAJULI
    @KULDEEP_MAJULI Před 4 lety +49

    বিতুপন দা ৰ কন্ঠ সচাকৈ যাদু আছে। অসমৰ গৌৰৱ হয় বিতুপন দা❤️❤️❤️❤️❤️

  • @champakgohain8671
    @champakgohain8671 Před 2 lety

    গা নুম দাল দাল হৈ গৈছে। 🙏❤ কি সুন্দৰ মাত। তেওঁৰ ভাও মই বহুত বাৰ চাইছো।

  • @rajibneog6689
    @rajibneog6689 Před 3 lety +5

    ইমান হৃদয় চ্যুই যোৱা কণ্ঠ দেহৰ প্ৰতিডাল নোম শিঁয়ৰি উঠে চাই চাই হেঁপাহ

  • @bobita84
    @bobita84 Před 2 lety

    Bhut hundor hoise aru bitupon dar kontha tu hsai dhuniya

  • @dharmeswarsaikia176

    Bitupon dutta narodor soritrot, champion, first, moi pray bhal paw bitupon dutta k

  • @mridulmridul5278
    @mridulmridul5278 Před 2 lety +1

    Bohut xundor xoise