ভাওনাত ইমান জমনি হয় নে | প্ৰহ্লাদক শিক্ষা দান কৰা এটি সুন্দৰ দৃশ্য চাওক | (অংকুৰণ ভাওনা দল আমগুৰি)

Sdílet
Vložit
  • čas přidán 13. 03. 2023
  • ভাওনাত ইমান জমনি হয় নে | প্ৰহ্লাদক শিক্ষা দান কৰা এটি সুন্দৰ দৃশ্য চাওক | (অংকুৰণ ভাওনা দল আমগুৰি)

Komentáře • 114

  • @ratulhazarika8787

    Moja. 😂😂😂

  • @puberundas5846
    @puberundas5846 Před rokem +3

    বহুত ভাল্ লাগিল.. সহজ সৰল উপস্থাপন 🙏🙏

  • @probitrabora3844
    @probitrabora3844 Před rokem +4

    ধুনীয়া হৈছে

  • @moyuromchutia8279
    @moyuromchutia8279 Před rokem +9

    অভিনয় ভাগ প্ৰকৃততে পৌৰাণিক নাটৰ যেন নালাগিল। অতি আধুনিক হৈছে, হলেও ভাল লাগিল ।প্ৰহ্লাদ সৰু ল'ৰা তাক এতিয়াৰ পৰা যি ধৰণে গঢ়িব সি আগলৈ সেই গঢ় লব, পৰিচালক মহোদয় মন কৰিবলগীয়া কথা যে তাৰ সংলাপত লালিত্য বিদ্যমান, মনোযোগ দিলে আগলৈ ভাল অভিনেতা হব।

  • @pollobphukon9470
    @pollobphukon9470 Před rokem +5

    অতি আধুনিকতা,বহুৱালি আৰু বৰ্তমানৰ শিক্ষা শৈলী ব্যৱহাৰে অসমীয়া ৰ সংস্কৃতি ভাওঁনাক কৰবাত দূৰলৈ ঠেলি পঠালে। পৰিচালক জনে ভৱা উচিত আছিল এই বহুৱালি খিনি দেখি ৰস পোৱাতো প্ৰয়োজন হীন । উঠি অহা সৰু সৰু লৰা বোৰৰ মনত কি চাপ বহি ৰব অতীতলৈ আমাৰ সংস্কৃতি ৰ ওপৰত আৰু এই আজৱ চৰিত্ৰ দুটিৰ ওপৰত আমাৰ শাস্ত্ৰ সমূহ ৰ ওপৰত যিতু একেবাৰে ওলোতাকৈ দেখুৱালে

  • @arnibarah9137

    সুন্দৰ,ভাল লাগিল।

  • @subornaroy9303
    @subornaroy9303 Před rokem +1

    বৰ ধুনীয়া একটিঙ

  • @krishnakakaty2624
    @krishnakakaty2624 Před rokem +2

    Bor xundoor hoise. Krishna

  • @madhabdas7641
    @madhabdas7641 Před rokem +2

    Xundor lagile de ...

  • @hopunmathu8436
    @hopunmathu8436 Před rokem +3

    সুন্দৰ অভিনয়

  • @HridoyjyotiGogoi8678
    @HridoyjyotiGogoi8678 Před 21 dnem

    Manuhburok hontustoi koribo nuwari bohute beyake he coment dise kintu moi bor val palu sai eneke aguwai jaok sanskriti ❤

  • @nipagogoimoon9478
    @nipagogoimoon9478 Před rokem +4

    Bhal lagil sai❤❤❤

  • @jayantahirahira-jn1ht

    🙏🙏🙏🙏🙏🙏🙏

  • @Prantikas-Life-In-Europe

    Bhal lagil. Keep in touch

  • @nilakshreejyotirmoyvlog3012

    Like 99

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 Před rokem +2

    ভাল লাগিছে

  • @PinkuDuarah-li6dn
    @PinkuDuarah-li6dn Před rokem +1

    Moja bohut hahi uthil

  • @kolpasonowal6100

    Jai Shree Krishna❤🙏

  • @benimadhobnath9452
    @benimadhobnath9452 Před rokem +2

    Ke Kom mojjjjjjaaa.

  • @korobitamuli
    @korobitamuli Před rokem +3

    Horuti da 🔥