Hunger can make a person.. Bitupan became a famous Narod..
Vložit
- čas přidán 18. 02. 2022
- Imagine the power of hunger, when we starve with hunger, a new person in us takes birth and when it is for the goodness, a new talent spreads the happiness in the world... Someone might have said it correctly... Mr. Bitupan Dutta is a very talented person, who overcomes the struggle and became NAROD... One of the renown person in ASSAMESE BHAWNA culture... When you have talent, you have everything...
- Zábava
অসমৰ শ্ৰেষ্ঠ অভিনেতা বিতুপন দও। ৷ তেখেত নাৰদৰ অভিনয়ত আগ বাঢি যোৱাৰ কামনাৰে ৷
Bitupan dak Val pua hokole ata like kori jua
হাঁহিতোয়েই মুহিলে আৰু..... অনন্য প্ৰতিভাৰ অধিকাৰী বিতুপন তোমালৈ আন্তৰিক শুভকামনা। লগতে Assam Flash সমূহ কৰ্ম্মকত্তা লৈ বিশেষ ভাৱে ৰিয়া লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওঁক।
অসমৰ শ্ৰেষ্ঠ নাৰদ বিতুপন দত্ত দাদাক মৰিগাঁৱৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো 🌺🌹🌼। তেখেতক এবাৰ লগ পোৱাৰ আশা.......... ☺🌼🌹🌺
দাদাৰ অভিনয় গোলাঘাট যাওঁতে চাইছিলো বহুত ধুনীয়া হয়ছে ,,👍দৰং মঙ্গলদৈ😍মৰম থাকিল
Outstanding bitupan da outstanding
বিটুপন দত্ত দাৰ অভিনয় ইমানে নিখুঁত ইমান সুন্দৰ গীত গাই মন প্ৰাণ হৰি নিয়ে❤️❤️❤️অভিনয়ৰ আঁৰৰ মানুহজনক চিনাকি কৰাই দিয়া বাবে ধন্যবাদ জনালোঁ🙏🙏🙏
বিতুপন দত্ত আগুৱাই যাওক ।ভগৱান আপোনাৰ সহায় হওক !
সুন্দৰ কণ্ঠ। ভাল লাগিল ধন্যবাদ জনাইছো।
বিতুপন দাৰ হাঁহি টো ৱে মন বিমোগ্ধ কৰি তুলে... সকলোৰে।😘😘
বহুত ভাল লাগে।❤️❤️
Apunar voice 2 bor vhal lage bitupon da❣️❣️❣️❣️❣️
আগবাঢ়ি যোৱা ভগৱানৰ আশীৰ্বাদ সদায় থাকিব তোমাৰ লগত।
Bitupan da mja manuh❤
হাঁহিটো বৰ মনোমুগ্ধকৰ মন ভৰি যায়
Bohut vl vau kore ,,amar gawot tu ahisil bohut vl lagisil
Ru aguwai juwa bitu 👍👍vogobane 2mak kuhole rakhok 🙏🙏🙏
Lots of love bitupan da🔥
অভিনেতা বিতোপন দত্তক আন্তৰিক অভিনন্দন জনালোঁ আৰু ভৱিষ্যত উজ্বল কামনা কৰিলো
হৃদয়ৰ পৰা অশেষ সুভাষা😍 বিতু
Best narod...bhut Val lage mur...haday narod rupot dekhiso...ajihe real manuh jon dekhilo..vl lagil
Apunar vau dekhile manuhe Thor hoi sai bohut val lagil borongabari t saisilu bohut vl lagil
Bitupan Tumi. Aru Ag bahi Jua sasai Tumi perfect Narad
Dada uapuna vauna sai bahut val pau
Hundor aru hundor
অসম এজন বিখ্যাত অভিনেতা বিতুপন দা। অসমীয়া সংস্কৃতিৰ প্ৰতি আপোনাৰ যি একাগ্ৰ ধাউতি তাৰ বাবে অসমবাসী গৌৰবাম্বিত। আপুনি আমাৰ প্ৰেৰণা।।লখিমপুৰৰ পৰা এগালমান মৰম আৰু শুভেচ্ছা আপোনালৈ।।
God bless you 🙏
Bitupon dak hosai bohut val lage
Bahut,bahut,Val,lagil
Aguwai juwa tar kamona
Moromr Narod vaite jn..
Val lage...Gohpurot ahisil...amar gaon.
My favorite bitupon da ❤️
Bitupan dar haahi 😍😍😍😍 konthooo
Bitupan da , apuni Jibon batot aro aguai jauk ❤️
Aru bhal hbo bitupon da
Bitupon daa tumi jui❤️
Joy Sri krisna Krisna Krisna Krisna Krisna ram🙏🙏🙏🙏🙏
Moi bitupon Dak hidoi or pora bohut bohut val pau
খুব ভাল লাগে মই তেওঁৰ ভাও চাইছোঁ
Bitupon Da very Nice 👍👍👍 Juiiiiiii
তুমাকএনে এতা অনুষ্ঠান পুৱাতু বিচাৰি আছিলো পাইগলো ভাল লাগিল আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা
বিটোপন দা নম্বৰ টো পাম নি আমাৰ ঘৰত পৰ্ল্লাদ চৰিত নাট খন দৰকাৰ আছিল কাৰন আমাৰ লৰা জন্ম হোৱাৰ আগতে আগ বহুৱা আছিল
বিটোপন দা আপুনি আৰু আগবাহি যাওক ❤
God bless u
From sarupathar 🙏
Apunar ovinoy hsaii opurbo..priyo...❤️
সাফল্যৰ শিখৰত আৰু আশীৰ্বাদ থাকিল।
Bitupon da tumi agbahi jua
Xasa bhout val Lage
Bitupon da Monday t amr gawt vawona korisil bohut dhuniya korise
বিতুপন দা আপোনাৰ ভাওনা বৰ ভাল লাগে
Great 👌
Bitupon tumar ovinoy saisu sosakoi bor xundor ovinoy
bor val lagil . agbahi jauk
Love from sivasagar
Love from lakhimpur
ভগৱানে মঙ্গল ৰাখক আৰু আগুৱাই গৈ থাকক , তাৰে কামনাৰে ।🙏🙏🙏
ভগবান তোমাৰ সহায় হওঁক আৰু আগুৱাই যোৱা তুমি অসমীয়া জাতিৰ গৌৰৱ তোমাৰ উজ্বল ভৱিষ্যতৰ কামনাৰে
Bitupon da 🔥 🔥🔥
Biptupon Da mein
Well done
Keep it up
বদী থকা নাৰদ 🔥🔥🔥
💓bitupon da
বিতুপনৰ অভিনয় সচাকৈ ভাল লাগে
Mojja
বহুত ভাল লাগে দাদাৰ ভাওনা চাই
Dadak moi bohut bhal pau😘🙏🙏
I love bitupon da
Bitupon da🔥🔥🔥
Mojaa
GOD BLESS YOU BITUPON
Moja
❤️❤️❤️ Bitupan da
Majja
Bitupon da❤
😍😍😍
I love bitupan da
Best of luck
মই বিতোপন দাক দেখি আবেগিক হৈ পৰিলো কেতিয়াবা যদি কথা পাতিব পাৰিলোহেতেন ধন্য হলোহেতেন 😢😢
❤️❤️
One of my fvrit narod
❤❤❤
মহেশ দা , প্ৰজ্ঞান দা, আৰু দ্বিপেন দত্ত ডাঙৰীয়াৰ সাক্ষাৎকাৰ দিব পাৰিলে
Bitupan❤️❤️
🙏🙏🙏🙏
Nice
Vl ❤️❤️❤️❤️❤️
বিতোপন দা আপুনি🔥
Hu
🙏🙏🙏
Bitupan Da hodai best ♥️
NICE
🤗🤗❤❤❤❤❤🤗🤗
প্ৰিয়
Val lge huni kintu eman val nalage ru
Bitupon sundor
🙏🙏🙏🙏🙏🙏👍👍
Apunar jorhat ot nki
Kun jega
Apunaluke pls Pranjit Bharali namor bhaoriya jonor interview louksun CZcams t brokelend boy buli search korilei gom pabo teur protibhar bixoye🙏🙏
🥰🥰🥰🥰🥰🥰😍😍😍😍💚💚💚
👍👍👍👍🙏🙏🙏🥰🥰🥰🥰
আপোনাৰ ভাও চাই ভাল লাগিল,
Bitupon da moi sivsagar pora koisu apuni bohut dhuniya narod gai i love bitupon da
সুন্দৰ লাগিছে ভিডিটো ভাওনা খনি। আজি পৰা নতুন বন্ধু হলো আৰু মোৰ চেনেলটো চাবা নতুন বন্ধু হবা বুলি আশা ৰাখিলোঁ।
Bitupon da