Bhupen Hazarika Interview

Sdílet
Vložit
  • čas přidán 19. 06. 2018
  • Bhupen Hazarika Interview on All India Radio

Komentáře • 18

  • @bipulgohain2637
    @bipulgohain2637 Před 2 lety +4

    সাক্ষাতকাৰটি হঠাৎ বিচাৰি পাই আনন্দিত হলোঁ, যেন জীয়াই থকা ভুপেনদাৰ পৰা কথাখিনি শুনি আছো... ধন্যবাদ🙏🙏

  • @MrAjoyborah
    @MrAjoyborah Před 2 lety +1

    Very nice

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před 2 lety +1

    Bhupenda is a book of world

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 4 lety +5

    ভূপেনদাৰ প্ৰতিটো INTERVIEW তে বহুত সোণসেৰীয়া কথা ,তথ্যৰে ভৰপূৰ হৈ থাকে -জীৱনৰ ঘাট -প্ৰতিঘাটবোৰৰ কথাও ভূপেনদাই ইমান সুন্দৰকৈ প্ৰকাশ কৰি যায় যে তাৰ পৰাও বহুতো কথাই শিকিব পাৰি । এনেকুৱা ধৰণৰ এটা Interview চাইছিলো কিছুমান দিনৰ আগতে - য'ত তেখেতে প্ৰকাশ কৰিছিল ভূটান সীমান্তত থকা দহঘৰ মানুহে আয়োজন কৰা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ ভূপেনদাক ৰত্ন ওজাই লৈ গৈছিল আৰু তাত কি হৈছিল সেই কথাটোকে আমেৰিকাৰ এটি অনুষ্ঠানৰ LIVE ত কৈছিল আৰু তাৰে টুকুৰা এটা কাটি আমাৰ অত্যুৎসাহী দুজনমানে বিকৃত ৰূপত প্ৰচাৰ কৰি বাহ্ বাহ্ লৈছিল - তেনেবিলাক হোৱা দেখি বুকুখন মোছৰখাই যায় ...... আপোনাৰ চেনেলত এই ভিডিঅটি চাই উপকৃত হলো ।ধন্যবাদ জ্ঞাপন কৰিছো ।

  • @khanindrabora7829
    @khanindrabora7829 Před rokem

    হে সুধা কন্ঠ, আপুনি যি দিলে সেইয়া অমৰ সৃষ্টি আপোনাৰ,,

  • @dipong_muktobihongo2312

    ভূপেনদা আমাৰ খুউব প্ৰিয়, খুউব শ্ৰদ্ধাৰ, খুউব মৰমৰ। তেওঁৰ এটা এটা শব্দ, এটা উখাহ ও হেৰুৱাব নোখোজা অসমীয়া আমি,, তেওঁৰ জীৱিত কালত আমি বৰ কমকৈ অনুষ্ঠান চাবলৈ পালো(যদিও ঘৰত বহু আগৰে পৰাই tv আছিল, বয়স হোৱা নাছিল, বুজন নাছিলো বাবেই চাগে তেওঁৰ অনুষ্ঠান কম চাইছিলো) । সেয়ে জীৱনত এটা আক্ষেপ থাকি গ'ল। এতিয়া সেইবোৰ প্ৰায়ে চাওঁ, শুনো আৰু বহুত বোৰ বিচাৰি হাবাথুৰি খাও। ভূপেন দাৰ অনুষ্ঠান টো সংগ্ৰহ কৰি দিয়াৰ বাবে সংগ্ৰহ কৰোতা জনক ধন্যবাদ যাচিছো। অনুষ্ঠান টো আঁত ধৰি আগবঢ়াই নিয়াৰ বাবে ৰেডিঅৰ' কৰ্মকৰ্তা সকলক ও ধন্যবাদ জনাইছো। কিন্তু আন এটা আক্ষেপ থাকি গ'ল এইবাবেই যে যেতিয়াই হাজৰিকা দেৱে পল ৰবছনৰ সামাজিকতাৰ বাবে ক'বলৈ লয়, পল ৰবচনে নিউজ পেপাৰৰ বেৰ খনত ঘোঁচা মাৰি ক'বলৈ লোৱা আক্ষেপ বোৰৰ বিষয়ে কবলৈ লয় , নিজৰ জীৱনৰ বিষয়ে কিবা কবলৈ লয়, জীৱনৰ কোনো ঘটনাৰ আকস্মিকতাৰ বিষয়ে কবলৈ লয়, তেতিয়াই অনুষ্ঠান আঁত ধৰোতা জনে ভূপেন দাৰ মুখৰ কথাত ঠাপ মাৰি ধৰা যেন অনুভৱ কৰো, কিয় বাৰু তেওঁক কথাটো শেষ কৰিবলৈ নিদিয়ে? বৰ দুখ লাগে। বহু ক্ষেত্ৰত অনুভৱ হয় তেওঁ যেন ভূপেন হাজৰিকা দেৱৰ ছায়াত অনুষ্ঠান টো চলাই নিবলৈ চেষ্টা কৰোতে তেওঁ যেন ৰাইজৰ মাজৰ পৰা ভূপেন দাক কাঢ়ি লৈ গৈছে। আজিকালি জুবিন দাৰ সাক্ষাৎকাৰ, প্ৰগ্ৰাম বোৰতো কেতিয়াবা কেতিয়াবা এনে হোৱা দেখিবলৈ পোৱা যায়। কিন্তু তেওঁলোকে এইটো মনত ৰখা ভাল যে যুগ-যুগান্তৰৰ বাবে ভূপেন হাজৰিকাৰ দৰেই জুবিন গাৰ্গ ডাঙৰীয়াক হে অসমৰ জনগণে হৃদয়ত স্থান দিব, এই সস্তীয়া সাংবাদিক সকলক নহয়। এইবোৰ খুউব সোনকালে শুধৰিলে ভৱিষ্যতলৈ নিশ্চয় বেয়া নহ'ব।

  • @mriduldas4109
    @mriduldas4109 Před 3 lety +4

    Bhupen da will live for alwasyt

  • @utpalphukan8649
    @utpalphukan8649 Před 5 lety +3

    আপ্লুত হʼলোঁ। অশেষ ধন্যবাদ

  • @bitupanbarua
    @bitupanbarua Před 5 lety +4

    সাক্ষাতকাৰটি সম্পৰ্কে কিছু কথা জনোৱা হ’লে ভাল পালোহেতেন৷ যি কি নহওক ধন্যবাদ থাকিল

    • @tankeswarkakatimahendra3879
      @tankeswarkakatimahendra3879 Před 5 lety +2

      sakhyat grahan : Dr. Amarjyoti Choudhury

    • @madhabbayan4446
      @madhabbayan4446 Před 5 lety

      We wxsaqaxaas3w evergreenfilm

    • @bhesojbaruah8725
      @bhesojbaruah8725 Před 4 lety +1

      আপোনাক এটা ঠিকনা দিলো-
      I am Bhupen Hazarika - bhupenda-live . com
      (Satyen Das ৰ চেনেলত চাইছিলো Published on Aug 31 2012 )

  • @Oldies90s
    @Oldies90s Před 2 lety

    ‌কেউ কি বল‌বেন এটা বাংলার কোন ভাষা ?